Live | Mangoldoi News। দৰং কাণ্ড। ৮ শিক্ষকক জেৰা। ৩ ছাত্ৰক আজি আদালতত হাজিৰ । N18L

  Рет қаралды 144,595

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 395
@nirubora3660
@nirubora3660 Ай бұрын
,,কাৰণ যিয়েই নহক স্কুল চলি থকা অবস্ঠাত এনে ঘটনা প্ৰথম শিক্ষক সকল দুখী ।শিক্ষকৰ এজনৰো চাকৰি থাকিব নালাগে ।
@UshaDevi-x6o
@UshaDevi-x6o Ай бұрын
Right
@GaneshNath-ck1ul
@GaneshNath-ck1ul Ай бұрын
Hasake sakori khedab lage
@DDSvlogs-i6w
@DDSvlogs-i6w Ай бұрын
Right
@DDSvlogs-i6w
@DDSvlogs-i6w Ай бұрын
Right
@mafizahmed2594
@mafizahmed2594 Ай бұрын
নৰপিশাচ উদন্ড ছাএ কেইজনক উচিত শাস্তি দিব লাগে। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰীৰ পৰা নিলম্বন কৰিব লাগে
@anuragbaruah543
@anuragbaruah543 Ай бұрын
Right ✅
@hiyashreeshivam8286
@hiyashreeshivam8286 Ай бұрын
​@@anuragbaruah543Justice should be given to the guardians as per law and order
@Kristina-ce7hn
@Kristina-ce7hn Ай бұрын
l​@@hiyashreeshivam8286
@BhanibalaHandique-xi8jc
@BhanibalaHandique-xi8jc Ай бұрын
শিক্ষক সকলে ঘোৰা ঘাঁহ কাতিবলৈ গৈছিল নেকি? সেই সময়ত
@MihirPatar-w4w
@MihirPatar-w4w Ай бұрын
১৮ বছৰ নাই হোৱা বুলি ৰে যদি এনেকৈ এৰি দিয়ে তেতিয়া হলে এই কেইটা আগলৈ যায় কি হব সেইটো আপোনালোকে ভালকৈ জানে
@pratibhakalita5139
@pratibhakalita5139 Ай бұрын
কিয় এনে হ’ল বুজি পোৱা নাই ৷শিক্ষককো দোষ দিবলৈ বেযা পাইছো ৷
@oneinallgamers9305
@oneinallgamers9305 Ай бұрын
মাৰপিত কৰা ছাত্ৰ কেইজনক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে।এনে এটি সুলকুমলীয়া ল'ৰাক মাৰি পেলালে। এইবোৰৰ কঠোৰ শাস্তি নহ'লে ভবিষ্যতে এইবোৰ পাখণ্ডয়ে আৰু এনে কাম কৰিবলৈ সাহস পাব।
@ParagJyotiNath-o9m
@ParagJyotiNath-o9m Ай бұрын
@oneinallgamers9305 সচা কথা ফাচী দিৱ লাগে ইহতক
@momibora7986
@momibora7986 Ай бұрын
হয় ফাচি দিব লাগে
@tarunch.das.80
@tarunch.das.80 Ай бұрын
নাবালক বুলি কোনো দোষী যাতে শাস্তিকমকৈ নাপায় তেনে হ'ব দিব নালাগে।দোষ সদায় দোষেই। নাবালক বুলি দিল্লীৰ নিৰ্ভয়াকাণ্ডৰ দৰেশাস্তি লাঘৱ হ'ব নালাগে।
@swarnalatadevi5447
@swarnalatadevi5447 Ай бұрын
দোষীক ফাঁচী দিব লাগে। এনে জঘন্য কামৰ অপৰাধিক উচিত শাস্তি বিহিব লাগে।
@halalbinudan9244
@halalbinudan9244 Ай бұрын
Sivasagar t teacher k degar mari mari dile pisot ki hol? Eku hua nai...ai2u eku nohoy...
@kalpanagoswami995
@kalpanagoswami995 Ай бұрын
শিক্ষক শিক্ষয়িত্ৰী জগৰিয়া স্কুলত থকাৰ সময় খিনি ছাত্ৰ ছাত্ৰিৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰী ৰ হাতত থাকে বুলি ভাবো ।
@RanjanMahanta-c2f
@RanjanMahanta-c2f Ай бұрын
ল'ৰা কেইজনৰ উচিত শাস্তি আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী নিলম্বন হ'ব লাগিব।
@ketekiborah8061
@ketekiborah8061 Ай бұрын
শিক্ষক নাইবা বেলেগ ছাত্ৰ-ছাত্ৰী সকলে দেখা নাছিল নে কি? অনুশাসন নাম ত সেইখন বিদ্যালয় তেওঁ কি আছে।
@barbaligirlshighschool1942
@barbaligirlshighschool1942 Ай бұрын
ভালকৈ তদন্ত কৰা উচিত। আজিকালি বিদ্যালয় সমুহত অনুশাসন নাই ।
@anuragbaruah543
@anuragbaruah543 Ай бұрын
Right ✅
@runubaruah60
@runubaruah60 Ай бұрын
কি বুলি মনৰ দুখ প্ৰকাশ কৰিম,বুজাবৰ ভাষা নাই 💔পিতৃমাতৃক এই পুত্ৰ শোক সহিবলৈ শক্তি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনাই ছো🙏
@gitanjalimedhideka1920
@gitanjalimedhideka1920 Ай бұрын
শিক্ষক সকলে অকল মৰমৰে ছাত্ৰ ছাত্ৰী ক অনুশাসন কৰিব নোৱাৰে, পুৰণি কালৰ দৰে শাস্তিৰ জৰিয়তেহে তেনে উদান্ত লৰা ছোৱালীক অনুশাসন কৰিব লাগিব।মই ভাবো বৰ্তমান শিক্ষা ব্যৱস্থাৰ কিছু পৰিবৰ্তন হব লাগে।
@PunyaLahan-l7j
@PunyaLahan-l7j Ай бұрын
ঠিক কথাকে কৈছে ।
@monumotigogoi1101
@monumotigogoi1101 Ай бұрын
এই পাষণড কেইটাক উচিত শাস্তি প্ৰদান কৰিব লাগে
@PurnimaSwargiary-t9z
@PurnimaSwargiary-t9z Ай бұрын
বৰ দুখ লগা কথা।
@sabitrisvlog721
@sabitrisvlog721 Ай бұрын
আগৰ স্কুলত শিক্ষা আছিল চেকনিৰ আগত । কিন্তু আজি কালি চৰকাৰে স্কুলত যিমান উধত ল'ৰা ছোৱালী থাকিলে চৰকাৰে শাসন উঠাই দিলে
@BitupankonwarKonwarBitupan
@BitupankonwarKonwarBitupan Ай бұрын
💯
@LakhamiKarmakar
@LakhamiKarmakar Ай бұрын
সু,বিচাৰ,,কৰক,দুখিক, শাস্ত্ৰী,,দিয়ক
@haripriyaray9116
@haripriyaray9116 Ай бұрын
ফাঁচি দিয়ক
@bulbulisarmah1530
@bulbulisarmah1530 Ай бұрын
যি মূলা বাঢে তাৰ দুপাততে চিন এই নৰপিসাচ কেইতাই আৰু কেতিয়াও মানুহৰ ৰূপ লব নোৱাৰে আগন্তুক ভাল চিন্তা কৰে যদি সিহতক যাবতজীবন কাৰাদণ্ড হ'ব লাগে
@ManjuRaniDevi-y5l
@ManjuRaniDevi-y5l Ай бұрын
শিক্ষক শিক্ষয়িত্ৰীৰ গাফিলতিৰ কাৰণে এই কাণ্ড হৈছে উচিত তদ ন্ত হব লাগেণ
@UshaDevi-x6o
@UshaDevi-x6o Ай бұрын
Yes. Teacher. Bore. Darmaha. Laba. Aahee. Ane. School. Bahut. Aase. Teacher. Bore .kono. Gurutaa. Nidiyestjdentsok.
@TimePass-qo7ch
@TimePass-qo7ch Ай бұрын
Salery bahi gol teacher bur beya hoi gol
@bijitkakati2614
@bijitkakati2614 Ай бұрын
দোষীৰ ফাচী হব লাগে লগতে বিদ্যালয় কত্বৃপখ্ক উচিত শাস্তি দিয়ক
@manjulaborah1351
@manjulaborah1351 Ай бұрын
স্কুলৰ কেম্পাচৰ ভিতৰত এনে কান্দ হোৱাতো বহুত ডাঙৰ কথা, বদমাছ কেইটাৰ লগত বদমাছ শিক্ষকো জড়িত আছে,সিহতে ইমান সাহস কেনেকৈ পালে,সিহতকো মৰিয়াই মাৰিব লাগে,ইহতবোৰ সমাজৰ কলঙ্গ সিহত তো ভাল নহয়েই,আনকো ভালকৈ থাকিব নিদিয়ে কুলাঙ্গাৰ মাক বাপেকৰ কুলাঙ্গাৰ পুত্ৰ 😢😢
@momibora7986
@momibora7986 Ай бұрын
ফাচী দিব লাগে হেই তিনি জনক
@karishmakarishmahazarika5286
@karishmakarishmahazarika5286 Ай бұрын
সেই ছাৰি জন ছাএ ক এৰিব নালাগে অভিভাৱকক ও অদ্ধ দুখী প্ৰধানক নিলম্বন কৰক ।
@rumidas4087
@rumidas4087 Ай бұрын
ভালকৈ এই বিষয়ত তদন্ত কৰিব লাগে৷ শিক্ষা অনুস্হানটোত ছাত্ৰৰ কিহৰ গুন্দাগিৰি ৷ ইমান সাহস ক’ত পালে৷ সিহঁতক ফাচীঁ দিব লাগে৷
@theonly9399
@theonly9399 Ай бұрын
এই নৰপিশাষ কিটাক কোনো বি চাৰ নোহোৱাকৈ ফাচঁী দিব লা গে
@pranatidutta-sb3oj
@pranatidutta-sb3oj Ай бұрын
মাক দেউতাক কি লৈ জীয়াই থাকিব নৰপিশাচ কেইটাক ফাচী দিয়ক শিক্ষক সকলকো ভাল দৰে বিচাৰ কৰক
@uppertoranic2gomariguriicd313
@uppertoranic2gomariguriicd313 Ай бұрын
পিষাচ কেইটাক ফাঁচী দিব লাগে, লগতে শিক্ষক সকলৰ ti a ,di a বঢ়াই দিয়ক ।
@anuragbaruah543
@anuragbaruah543 Ай бұрын
দোষীক অতি শীঘ্ৰেই ফাঁচী দিব লাগে লগতে প্ৰধান শিক্ষক আৰু শিক্ষক শিক্ষয়ত্ৰী সকলক অতি শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বন কৰিব লাগে 😢😢😂😂😢😂
@HarenSaikia-vg7cm
@HarenSaikia-vg7cm Ай бұрын
এয়া। মিচা। কথা। ।।।। তেওঁ লোকক। ফাচী। দিয়ক
@They___luv__shilpi
@They___luv__shilpi Ай бұрын
নৰপিশাচ ছাত্ৰ কেইজনক ফাচি দিয়ক। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰিৰ পৰা নিলম্বন কৰক
@LipiSaikia-nc3fe
@LipiSaikia-nc3fe Ай бұрын
প্ৰধান শিক্ষককৰ লগতে শিক্ষয়এীকো দিয়ক শাস্তুি লৰাটোক ফাচি দিয়ক
@pulenmahanta948
@pulenmahanta948 Ай бұрын
প্ৰিঞ্চিপাল জনীক কানত ধৰাই ৰ’দত থিয় কৰা থব লাগে ৷ নহলে আৰু বহুত এনেকুৱা স্কুল আছে যত প্ৰিঞ্চিপাল বিলাকৰ কোনো দায়িত্বই নাই৷
@KakaliBardoloi
@KakaliBardoloi Ай бұрын
ঘাটক নৰপিশাচ কেইটাক ফাচী দিব লাগে
@pulomadas4191
@pulomadas4191 Ай бұрын
লৰা কেইজনক শাস্তি দিব লগে নহলে আৰু এনেকুৱা ঘটনা আৰু হব ফাঁচী নহলেও সিহঁতক চিৰো দিন জেলৰ পৰা ওলাই দিব নালাগে
@haripriyaray9116
@haripriyaray9116 Ай бұрын
উচিত তদন্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিলে লাগে
@nirmalsaikia2075
@nirmalsaikia2075 Ай бұрын
দাই সৰা মন্তব্য দিছে teacher গৰাকীয়ে গোটেই কেইজন teacharoku lokupot ভৰাব লাগে
@nirupoma5935
@nirupoma5935 Ай бұрын
উচিত বিচাৰ কৰিব লাগে। নহ"লে আমাৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হ'ব।
@digiincome
@digiincome Ай бұрын
হত্যাকাৰী ছাত্ৰ কেইজনক ফাঁচি দিব লাগে।
@nurjamalbora5297
@nurjamalbora5297 Ай бұрын
Teacher bilakok arrest koriba Lage....karon teo luke thakute kenekoi anekuwa ghatna hobaloi pale.....😢😢
@rupakdas299
@rupakdas299 Ай бұрын
ফাঁচি হক ফাঁচি হক বুলি জে কয় আজিলৈকে কেইটাৰ ফাঁচি হৈছে ?এই বোৰ কঠা শুনিবলৈহে ভাল কামট কিন্তু নাহে ডাঙৰীয়া। মোবাইলত News টো নিদিলেই সকলো ঠাণ্ডা হৈ যায়।
@pobitraboruah9266
@pobitraboruah9266 Ай бұрын
অভিভাৱকৰ দুখ পথম কথা । লৰা ছোৱালীক ঘৰুৱা শিক্ষা প্ৰদান দিয়া নাই । উৎপাত কৰিলে শিক্ষকে পিটিলে শিক্ষক ৰ ওপৰত কেচ দিয়া থানাত । লগতে শিক্ষক ৰ দুখ তেওঁ লোক তেনেকুৱা ধৰণৰ ছাত্ৰ স্কুলৰ পৰা বহিস্কাৰ কৰিব লাগে অভিভাৱক ক স্কুলৰ লৈ মাতি
@gitalimoran1827
@gitalimoran1827 Ай бұрын
Cm sir, teacher keijonor oporot action louk.
@sibaninath8483
@sibaninath8483 Ай бұрын
আগৰ দিনত ছাত্ৰই শিক্ষকলে বাঘৰ দৰে ভয় কৰে আৰু শ্ৰদ্ধা ও কৰে। কিন্তু আজিকালি কি দিন উদন্ত ছাত্ৰ। শিক্ষকে ও এনেকুৱা ভুল কৰিলে ছাত্ৰক বচাব আহে। শিক্ষক থকাৰ অৱস্থাত কেনেকৈ এনেকুৱা ঘটনা হব পালে।বাকী ছাত্ৰ ছাত্ৰী সকল কত আছিল কোনেও নেদেখিলে নে। ভাবিব লগীয়া!!!
@sabitrisvlog721
@sabitrisvlog721 Ай бұрын
দোষী যদি শাস্তি নাই কিহৰ পুলিচ? কিহৰ আইন? নথকায় ভাল তেনেকুৱা পুলিচ প্ৰশাসন। চৰকাৰে চকু মুদি আছে। নিজৰ পৰিয়ালৰ তেনেকুৱা হ'লে গম পালে হয় আমোলা বিষয়া সকলে।
@rimjimsonowal
@rimjimsonowal Ай бұрын
পাঠদান সঠিক সময়মতে চলি থকা হ'লে এনে কাৰ্য নহ'ল হেতেন।
@im_buah
@im_buah Ай бұрын
Aieketa Jibont aku krib nura kri dib Lage ..Lrato hot gti paie jen vhgaban ... usorot pathana god bless you 😭🙏🙏🙏
@PrafullaDeka-y1f
@PrafullaDeka-y1f Ай бұрын
চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ মূল লক্ষ্য মাহটোৰ শেষ তাৰিখটোকে কেবল লাগে মাহিলী দৰমহা টো । ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ বিষয়ে কোনে সোধে সেই মহামানয় শিক্ষক শিক্ষয়িত্ৰী সকলক ।
@AnjuMili-f2d
@AnjuMili-f2d Ай бұрын
শিক্ষক শিক্ষয়িত্ৰী নিলম্বন কৰক , আৰু লগতে শাস্তি দি‌য়কশাস্তি দিয়ক
@PM-gw1ou
@PM-gw1ou Ай бұрын
বয়সৰ তুলনা কৰি লাভ নাই
@hemantanath1175
@hemantanath1175 Ай бұрын
শিক্ষক সকলক ভালদৰে শিক্ষা দিব লাগে দৰমহা কেইতাৰ আখাত বহি থাকে
@sarmadulal4929
@sarmadulal4929 Ай бұрын
কত গল শিক্ষা মন্ত্ৰী,মই আগতেও কৈছোঁ আমাৰ অসম ত শিক্ষা ব্যৱস্থা অতি বেয়া হৈছে, external খালি পৰীক্ষাত হে দেখা যায়, এতিয়া স্কুল external প্ৰয়ুজ ন হৈছে, এতিয়া স্কুল ত খালি মোবাইল লৈ ব্যস্ত, আজিৰ লৰা ছোৱালী চুলি ডিজাইন চালে গম পাই স্কুলত কিমান ৰেষ্ট্ৰিকচন আসে, সেয়ে মই কব বিচাৰোঁ চৰকাৰে প্ৰথমে শিক্ষা বেৱস্তা টাইড কৰক, তাৰপিছত ৰাজনীতি কৰক
@theonly9399
@theonly9399 Ай бұрын
এই কিটা জীয়াই থাকিলে আৰু লৰা মাৰিব
@rajudutta7246
@rajudutta7246 Ай бұрын
ভাৰতৰ নিচিনা জহৰা আইন ব্যৱস্থাত একো নহয়্।
@pankajjyotiborah6023
@pankajjyotiborah6023 Ай бұрын
শিক্ষক সকলে কিয় এই গুণ্ডা ছাত্ৰ বিলাকক নাকী লগাব নোৱাৰিলে?
@MidulBoruah-l5y
@MidulBoruah-l5y Ай бұрын
‌শিক্ষকসকলক তদন্ত আৰোতালৈ আনি বিচাৰ কৰি শাস্ত্ৰী দিয়া টো বিচাৰোঁ।
@sibanandaborah2369
@sibanandaborah2369 Ай бұрын
শিক্ষানুষ্ঠানৰ দৰে এক পৱিত্ৰ ক্ষেত্ৰৰ লগত জঢ়িত ই এক অকল্পনীয় আৰু অভাৱনীয় ঘটনা। ছাত্ৰৰ দ্বাৰা সতীৰ্থ ছাত্ৰৰ বৰ্বৰ হত্যা!! কেনেকৈ হবলৈ পালে? নিঃসন্দেহে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰধানত দায়ী। কাৰণ ফুলকুমলিয়া বয়সতেই যদি ঘাটক মানসিকতাৰ চিন্তাৰে ছাত্ৰসকল উদ্ভূত হব পাৰে, তেন্তে পোনতে মনত প্ৰশ্ন হয় আচলতে তথাকথিত সেই শিক্ষক শিক্ষয়িত্ৰীয়ে লৰা ছোৱালীক কি শিক্ষা প্ৰদান কৰিছে? কেৱল ৰাজভৰালৰ পৰা মাহিলী দৰমহা খাবলৈ বহি থকা সেইসকলৰ অলগৰ্ধ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰে অনতিপলমে চিৰস্থায়ীভাৱে নিলম্বন কৰিলে ভাল হয়। যিকেইজন ছাত্ৰই এনে জঘন্য ঘটনা সংঘটিত কৰি শিক্ষানুষ্ঠানখনৰ গৰিমা কুলষিত কৰাৰ লগতে গোটেই অঞ্চলটিটো কালিমা সানিলে তেনে ছাত্ৰক নাবালক হলেও আইনে উচিত শাস্তি প্ৰদান কৰি এক দৃষ্টান্ত দাঙি ধৰিব বুলি আশা কৰিছোঁ।
@AchyutBaruah-k5v
@AchyutBaruah-k5v Ай бұрын
Dukhik ussit polishment hob lage
@AnjuDeka-u8s
@AnjuDeka-u8s Ай бұрын
Teacher xokole ki ghora ghah kati asil nek I?Teacher k he,bhal xikha dibo lage
@PrafullaDeka-y1f
@PrafullaDeka-y1f Ай бұрын
হায়, হায়, হিমনত বিশ্ব শৰ্মাৰ শিক্ষা বয়ৱসহা। শিক্ষামন্ত্ৰী ৰণোজ পেগু ৰ মুখত মাত নাই কিয় ।
@bipindeka560
@bipindeka560 Ай бұрын
সৰ্পৰ সৰু ডাঙৰ ৰ কথা নাই।সিহতে ভৱিষ্যতে আৰু ডাঙৰ ঘটনা ঘটাব পাৰে ।সেয়েহে উচিত শাস্তি প্ৰদান কৰিব লাগে ।
@hiteshdeka153
@hiteshdeka153 Ай бұрын
বৰ দুখ পালোঁ। তুমি পুনৰ তোমাৰ মাৰ গৰ্ভত আকৌ জনম লোৱা। শিৱ বাবাৰ কৃপাত তোমাৰ পুনৰ তোমাৰ মাৰ গৰ্ভতে আকৌ জন্ম হব
@induprabhabordoloi6256
@induprabhabordoloi6256 Ай бұрын
পাঠ দান কাৰ্য চলি থকা অৱস্থাত বিদ্যালয় প্রাঙ্গণত এনে ঘটনা দূৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰোক I উচিত তদন্ত হব লাগে । ওঁম শান্তি , শান্তি ,শান্তি ...🙏🙏🙏
@usharanisaikia6912
@usharanisaikia6912 Ай бұрын
আমাৰ শিক্ষামন্ত্রী গৰাকী ক'ত আছে? চৰকাৰী বিদ্যালয় ৰ শিক্ষকে বহি, বহি লাখ টসা দৰমহা লৈ কি কৰি থাকে গমেই নাপায়। আমি ভেঞ্চাৰ শিক্ষক সকলে উগ্র গৰমত ফেন নোহোৱাকৈ, দৰমহা নোপোৱা কৈ ৩৮/৪০ বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লব লগা হল। এয়াই এই খন অসমৰ শিক্ষা ব্যবস্থা।
@debajitbaruah3328
@debajitbaruah3328 Ай бұрын
এই পিশাস কেইটাক কঠোৰ শাস্তি দিব লাগে যাতে ভবিষ্যতে এনেকুৱা কাম কৰিবলৈ এশ বাৰ ভাবে আৰু শিক্ষকৰ ওপৰত উচিত ব্যৱস্থা লব লাগে
@suchilmohan9251
@suchilmohan9251 Ай бұрын
Gundagiri ছাত্ৰ কেইজনৰ লগতে শিক্ষকৰ ও সমানে দোষী হাবিয়স্ত কৰিব লাগে
@pratuldas6125
@pratuldas6125 Ай бұрын
এই নৰপিশাচ কেইটাৰ পৰা আগলৈ বিপদ আহিব I Principal গৰাকীক ততালিকে Arrest কৰা উচিত I
@bsrunner9423
@bsrunner9423 Ай бұрын
অধ্যাখক জন জৰীত আছে নেকি গাপদিব বিছাৰিছে যে ।অতীত সোনকালে অধ্যাখক জনৰ হাচতী দিব লাগে।
@mamonirajkhowa674
@mamonirajkhowa674 Ай бұрын
এই অশুৰ স্বভাৱৰ লৰা কেইজনে আৰু লৰা ছোৱালীৰ প্ৰাণ , সেহে অতি কঠোৰ শাস্ত্ৰী দিব লাগে, স্কুলত মাক বাপেক পঢ়িবলৈ পথাইচেনে মানুহ মাৰিবলৈ পথাইছে
@indranigogoi4233
@indranigogoi4233 Ай бұрын
শিক্ষক সকলে গৰুৰ দৰে ৰখি থাকিব নিকি সকলো সময়তে ইমান ডাঙৰ ছাত্র ছাত্ৰী সকলক? Lkg, nursery ৰ লৰা ছোৱালী নহয় নহয়। এইবোৰ সংস্কাৰ বিহীন গুণ্ডা লৰায়ে। তাহাতি শিক্ষক থাকিলে এইবোৰ নকৰে নহয়, চান্স চাইহে কৰে। সকলোতে শিক্ষকক দোষ দিয়ে। আজিকালি নৱম দশম শ্ৰেণীৰ লৰা ছোৱালীয়ে কাকো ভয়ে নকৰে, স্কুলত চেকনীৰ কোব দিলে ঘৰৰ গাৰ্জেনে গৈ শিক্ষকক দম দিয়েগে,শিক্ষকে ক্লাছ নথকা সময়ত ফেনৰ তলত নবহি কি কৰিব লাগে, আৰু স্কুলত টো বেলেগ লৰাক মৰা নাই, ভৱেশ দেকাক কিয় মাৰিল? একো কাৰণ নাইনে তাক মৰাত?স্কুলত নহৈ যদি বাহিৰত ঘটিল হেতেন ঘটনাতো? স্কুলত লৰা ছোৱালী ৰ মাজত কাজিয়া হয়, আমাৰ দিনটো হৈছিল। কিন্তু লগৰ লৰায়ে লগৰ লৰাক যে মাৰি পেলোৱা অপৰাধ হব ভৱায়ে নহয়। দোষীয়ে শাস্তি পাব লাগে, নহলে ডাঙৰ হৈ আৰু অপৰাধ কৰিবহি
@JadumoniChabukdhara
@JadumoniChabukdhara Ай бұрын
আটাইকেইজন শিক্ষকক চাকৰিৰ পৰা বিদায় দিব লাগে।
@babitadeka6456
@babitadeka6456 Ай бұрын
Kalprit keitak fasi dibo lage
@Shortsandvideo97
@Shortsandvideo97 Ай бұрын
শিক্ষক খিনিক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু ল'ৰা কেইজনক বাচি দিব লাগে। স্কুল বন্ধ কৰিব লাগে।১৮বছৰ নহ'লে কি হ'ল মানুহ মাৰিব পাৰে যদি কত সৰু হৈ আছে।
@apurbakumarchoudhury3651
@apurbakumarchoudhury3651 Ай бұрын
সকলোৰে গাত শিক্ষকৰ গুন নাথাকে। তেওঁলোকৰ জীৱনৰ লক্ষ্য শিক্ষক -নহয়, একো এটা নাপায় শিক্ষক হৈছে। টকাৰ অভাৱ পূৰণ হৈছে। এনেকুৱা বহুত Teacher ৰ কথা শুনিব পাও,ফেনৰ তলত বহি মোবাইল টিপি সময় পাৰ কৰায় (চৰকাৰী বিদ্যালয়ৰ)। উচিত তদন্ত হ'ব লাগে । বিদ্যালয় সুস্থ মানুহ গঢ়াৰ কাৰখানা,গুন্দা-অসুৰ গঢ়া নহয়। ইমান দিনে তাৰ ছাৰ-বাইদেউয়ে গুন্দাহে গঢ়িলে নেকি?
@kalpanahazarika7631
@kalpanahazarika7631 Ай бұрын
নিলম্বন কৰা শিক্ষক শিক্ষয়িত্ৰী ক।
@chandidas8335
@chandidas8335 Ай бұрын
শিক্ষক সকলক তৎকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।
@ReemaKalita-kv1os
@ReemaKalita-kv1os Ай бұрын
সেই নৰপিষাচ কেইটাত কোনো পঢাশালীতে যাতে শিক্ষা লবলৈ নাপায় লগতে সেই প্রধান শিক্ষয়তীগৰাকীক চাকৰিৰ পৰা নিলমবন কৰিব লাগে
@KanakDas-g8u
@KanakDas-g8u Ай бұрын
উচিত শাস্তি বিহক দোষীক বিদ্যালয়ৰ শিক্ষক শিক্ষত্ৰি সকলক দৰমহা বন্ধ ৰাখি চাকৰিৰ পৰা বৰ্ষাস্ত কৰক
@1nomajusiralawc
@1nomajusiralawc Ай бұрын
এইকেইজন শিক্ষক ক নিলম্বন কৰক কিয় শিক্ষকৰ স্কুলৰ দায়িত্ব নাই
@JayaSonowal-t6r
@JayaSonowal-t6r Ай бұрын
প্ৰশাসনে ভালকৈ দায়িত্ব বোধ পালন কৰিব লাগে দোষীক শাস্তি দিব লাগে আৰু শিক্ষয়িত্ৰী গৰাকী কো উচিত বিচাৰ কৰিব লাগে
@mktutorials4310
@mktutorials4310 Ай бұрын
এইখন বিদ্যা লয়ত মেট্রিক পৰীক্ষা হয়। এজন বিজ্ঞান শিক্ষ কে হেনো কয় মোৰতাত tution ললে পৰীক্ষাত সহায় কৰিম।
@BhanitaBarman-vx5ue
@BhanitaBarman-vx5ue Ай бұрын
শিক্ষক আৰু শিক্ষয়িত্ৰী সকল ক'ত আছিল ? ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে কোনোৱে দেখা নাপালে নে? সহপাঠী সকল ক'ত আছিল?দোষী সোকল সোনকালেই কঠোৰ শাস্তি পাব লাগে।
@Arup-o5z
@Arup-o5z Ай бұрын
সেই স্কুল খন বন্ধ কৰি দিব লাগে নহলে শিক্ষক সকলক চাকৰি পৰা বৰ্খাস্ত কৰক
@MidulBoruah-l5y
@MidulBoruah-l5y Ай бұрын
এই নৰপিশাষকেইটা পাৰি লে বাপেক মাকৰ মুখকেইখন চাবলৈ বৰ মন আছিল।
@JanmoniboraJanmoni-v6w
@JanmoniboraJanmoni-v6w Ай бұрын
বাকিবোৰ student কত আছিল
@HiranedraBora
@HiranedraBora Ай бұрын
ল'ৰা কেইজনক ফাচী দিব লাগে
@GamerBoy-nh4wv
@GamerBoy-nh4wv Ай бұрын
প্ৰধান শিক্ষকৰ ভাষন মানি লোৱা বিধৰনহয়।
@Dubailife-c4k
@Dubailife-c4k Ай бұрын
Himantar Hikha vebosta..... Great mama
@lahorbhagawati4357
@lahorbhagawati4357 Ай бұрын
Kus vi...
@tarunch.das.80
@tarunch.das.80 Ай бұрын
@@Dubailife-c4k সকলো দোষণীয় কাৰ্যতে হিমন্তৰ কথা আহে কিয়?সকলোতে ৰাজনীতিৰ ৰং সানিব নালাগে।
@Dubailife-c4k
@Dubailife-c4k Ай бұрын
@@tarunch.das.80 Val kori study kori luwa tetiya hai bujiba .. himantar Hikha vebosta ki? Aagote ami bahut porhibo lagisil metric pass koriboloi aji kali noporhileo pass kore
@rashminath-sp4xq
@rashminath-sp4xq Ай бұрын
অপৰাধিক ফাচি দিব লাগে।
@paragthakuria1995
@paragthakuria1995 Ай бұрын
এয়াই ঘোৰ কলিৰ কাল বিপৰীত কাল‼️ধিক্কাৰ এই গুৰু গোঁসাই নমনা উদণ্ড ছাত্র সমাজ
@DevajitSutradhar-d8c
@DevajitSutradhar-d8c Ай бұрын
যি মূলা বাৰহে তাৰ দুপাততে চিন। এই কেইটা ৰাৱণৰ বংশ।উচিত শিক্ষা দিৱ লাগে ৰাৱণৰ বংশ কেইটাক লগতে school t ঘোঁৰাৰ ঘাঁহ কাটি থকা কেইটাক।
@manjulahazarika2216
@manjulahazarika2216 Ай бұрын
ছাত্ৰ কেইজনৰ লগতে মাক দেউতাকো জগৰিয়া ল'ৰা ছোৱালীয়ে কি কৰে তেওলোকে জনা উচিত আৰু শিক্ষকসকলকো বিদ্যালয়ৰ পৰা বসাস্ত কৰিব লগে।লগতে লৰাকেইজনক ফাচি দিব লাগে
@NECTAGIABRANCHCOMPUTEREDUCATIO
@NECTAGIABRANCHCOMPUTEREDUCATIO Ай бұрын
অপৰাধ প্ৰৱণতা যদি সমাজত চলি থাকে আৰু এনে ধৰণৰ অসামাজিক চেতনা অসমীয়া সমাজত সংঘটিত হয় তেনেহলে সামাজিক দায়বদ্ধ তা হীনতাত থকা সকলো জবাবদিহি হৈ চৰম শাস্তিৰ ব্যৱস্থা কৰিব লাগে । আগৰ দিনৰ অনুশাসন ব্যৱস্থা আৰু আত্ম্উপলব্ধিৰ প্ৰয়োজনীয় গল্প পুথি ও স্কুল কলেজত নোহোৱা হল। উপযুক্ত শাস্তি ৰাইজে বিচৰামতে হব লাগে । অপৰাধীৰ ঢেতনাবোধত চৰম শাস্তিৰ দ্বাৰাহে অন্য অপৰাধীবোৰে ভয় খাই থাকে ।
@babytigervbts2514
@babytigervbts2514 Ай бұрын
প্ৰথমে অভিভাৱক লৈ সমবেদনা জনাইছোঁ ।হয় ল'ৰা কেইটা দোষী কিন্তু আমি অভিভাৱক সকলো নহয় জানো?আমি নিজৰ ঘৰত সন্তান বোৰক কি শিক্ষা দিছো?অলপ অনুশাসন ঘৰতো শিকাব নোৱাৰোনে? আজিকালি ছাত্ৰ ছাত্ৰী বোৰে শিক্ষকৰ অনুশাসন মানেনে? আজিকালি শিক্ষকৰ নিজৰেই নিৰাপত্তা নাই বিদ্যালয় ত, গতিকে এককক্ষীয় ভাৱে চাব গলে শিক্ষক ছাত্ৰ কেইজনক দোষী বুলি ক'লে ও অভিভাৱক সকলো সাৰি যাব নোৱাৰে ।এয়া এক অতি স্পৰ্শকাতৰ বিষয়।
@hazarikabhupen112
@hazarikabhupen112 Ай бұрын
Great local people & media. Take action against headmaster & school authorities.
@simpigogoi5051
@simpigogoi5051 Ай бұрын
মাদাৰ কৰা কাল পিত কেইটাৰ নাম কেইটা ঘেষনা কৰক
@JyotishmanDeka-yg1rl
@JyotishmanDeka-yg1rl Ай бұрын
সিহতক উচিত শাস্তি দিব লাগে 😢😢😭😭
@JanmoniRajbongshi-p5b
@JanmoniRajbongshi-p5b Ай бұрын
এতিয়া ইমান মানুহ মাৰা অসুৰ ওলাইছে আৰু আগলৈ কি বিশ্বাস আছে এনেবোৰ ঘটনাৰ লগত সৰু ডাঙৰ কথা আহি নপৰে দাৰেক ফাঁচী দিব লাগে আৰু স্কুলৰ শিক্ষক শিক্ষয়ত্ৰী চাকৰিৰ পৰা নিলম্বন কৰিব লাগে এনেই চৰকাৰী দৰ্মহা কেইটা হাৱাৰ ওপৰতে খাই থাকিব নালাগে 😡😡😡😡
@KalyanBarman-r5c
@KalyanBarman-r5c Ай бұрын
লৰা কেইজনক ফাচি দিব লাগে
@manjulahazarika2216
@manjulahazarika2216 Ай бұрын
লৰাকেইজনৰ লগতে মাক দেউতাকৰ নাম প্ৰকাশ কৰি তেওঁলোকৰ চৰিত্ৰ উদঙাই দিব কিয় নোৱাৰে
@nikumanibaruah8482
@nikumanibaruah8482 Ай бұрын
শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু হত্যাকাৰী ছাত্ৰ কেইজনক উচিত শাস্তি দিব লাগে
@greateffort1234
@greateffort1234 Ай бұрын
পিশাচ কেইটাৰ photo কিয় দেখুওৱা নাই,,,,,,, ফাচী দিব লাগে নৰাধম কেইটাক
How To Choose Mac N Cheese Date Night.. 🧀
00:58
Jojo Sim
Рет қаралды 45 МЛН
ТВОИ РОДИТЕЛИ И ЧЕЛОВЕК ПАУК 😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 4 МЛН
Haunted House 😰😨 LeoNata family #shorts
00:37
LeoNata Family
Рет қаралды 12 МЛН
Человек паук уже не тот
00:32
Miracle
Рет қаралды 4,2 МЛН
How To Choose Mac N Cheese Date Night.. 🧀
00:58
Jojo Sim
Рет қаралды 45 МЛН