LIVE : Prime Show | কোনে কোনে ভাগ পালে ট্ৰেডিং কেলেংকাৰীৰ টকাৰ ? Sumi - Tarkik Borah | Trading Scam

  Рет қаралды 113,480

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE : Prime Show | কোনে কোনে ভাগ পালে ট্ৰেডিং কেলেংকাৰীৰ টকাৰ ? Sumi - Tarkik Borah | Trading Scam
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sumiborah #tarkikborah #assampolice #dgpgpsingh #sumitarkiksurrender #parthajyotiborah
n18_live #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 83
@santoshborah6757
@santoshborah6757 5 күн бұрын
শ্রদ্ধাভাজন নাট্য প্ৰেমী ৰাইজ কিছু সময়ৰ পিছতেই "পাতি লোৱা ভাইটি" নামৰ নাটকখনৰ যৱনিকা পৰিব। আমি আপোনালোক আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনত "মই পলাই থকা নাছিলোঁ লুকাইহে আছিলোঁ " নামৰ সুন্দৰ নাটকখন আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ নাটকখনৰ শেষ অংশলৈ আগবাঢ়িছো। ধন্যবাদ । যি দৰে বন্দনা আৰু দৰ্শনা ৰ নাটৰ যৱনিকা পৰিছিল ।
@puspadhardowarah1932
@puspadhardowarah1932 4 күн бұрын
ধন ঘূৰাই দিবৰ ৰাইজৰ টেক্সৰ যোগেদি তুলি লব কি ডাঙৰ কথা! যেহেতু সকলোৱে ভগাই মেলি খাই পেলালে।
@prabhatchdas493
@prabhatchdas493 4 күн бұрын
V
@ashoksharma9173
@ashoksharma9173 5 күн бұрын
কাকো টকা ঘূৰাই দিব নালাগে। কাৰণ যাৰ টকা অতিৰিক্ত আছে তেওঁলোকে হে এইবোৰ কৰে।
@babulbora8228
@babulbora8228 4 күн бұрын
আমি সাধাৰণ মানুহে বিশেষকৈ চাকৰিয়াল বিলাকে এখন সামান্য গাড়ী কিনিবলৈ হলেও বেংকৰ পৰা ধাৰ নোলোৱাকৈ আনিব নোৱাৰোঁ,চৰকাৰী বিভিন্ন বিভাগ থাকোতেই কিয় এইসকলে ইমান ধন সম্পত্তি, গাড়ী মটৰ কিনিব পাৰিলে।সময়ত এই বিলাক বেবেৰিবাং নহলেই হল।অসম পুলিচ দিনক দিনে দুৰ্নীতিৰ ভিতৰলৈ সুমাইহে গৈছে।
@hareswarhandique2096
@hareswarhandique2096 4 күн бұрын
Invest কৰা বিলাকৰ নাম প্ৰকাশ কৰক অসম পুলিচে । ইতিমধ্যে পুলিচ নিলম্বিত হৈছেই ।
@samirangogoi2731
@samirangogoi2731 5 күн бұрын
Its total failure of Assam police and a drama.
@binudas8708
@binudas8708 4 күн бұрын
এতিয়া আৰু পুলিচৰ চাকৰি বন্ধ কৰায়েই ভাল। কাৰন(আছে গৰু নেবাই হাল থকাতকৈ নথকায়েই ভাল) গতিকে দৰ্মহা দি ৰাখিনো দেশৰ টকা কেইতানো খৰচ কৰি কি লাভ
@zamba313
@zamba313 5 күн бұрын
Asomat akhan strong sarkar r prayujan hoise
@trishnasaikia8788
@trishnasaikia8788 4 күн бұрын
প্ৰশাসনিক কামৰ ভি আই পি হোটেলতে ৰখাৰ কাৰণ কি মহা ঠগ কেইটাক আমাৰ প্ৰশ্ন।সাধাৰণ জনতাৰ।
@BirenBharali-v6v
@BirenBharali-v6v 5 күн бұрын
ওলাই আহিয়েই চুমি য়ে VIP treapment pai gol
@shreddedface6039
@shreddedface6039 5 күн бұрын
মামা জৰিত থকা নাইটো! মামাৰ দিনত , ১) জোন মানি ৰাভাৰ নকল সোনৰ বৃহত কেলেঙকাৰী, ২)দাগচৰ এনকাউনতাৰ, ৩) মামাৰ পৰিবাৰৰ মাতি কিনাৰ কেলেঙকাৰী, ৪) স্মাৰ্ট মিতাৰৰ কেলেঙকাৰী, ৫)২০ হাজাৰ কোটিৰ টেদিঙ কেলেঙকাৰী। কিয়???কিয়??কিয়??😡😡😡😡
@BirenBharali-v6v
@BirenBharali-v6v 5 күн бұрын
Aku nulai sumi 3days man sagoi thake ter pasot ulai ahe aku upen koribo trading
@babyphukan607
@babyphukan607 5 күн бұрын
ইমান কেলেংকারী হৈছে আকৌ 15 তাৰিখে ADRE পৰীক্ষা অনুষ্ঠিত হব তাতো কেলেংকারী হোৱাৰ সম্ভাবনা হৈছে ।
@sanjibkonwar7691
@sanjibkonwar7691 4 күн бұрын
হিমন্ত - জি পি সিং য'ত, তাতে সকলো সম্ভৱ।
@deepankagogoi-gx1gr
@deepankagogoi-gx1gr 4 күн бұрын
CBI and ED under govtment
@ROHINIkrDas-fx1uu
@ROHINIkrDas-fx1uu 4 күн бұрын
আৰক্ষী বিভাগ আৰু সংবাদ মাধ্যমে সকলো খবৰ তথ্যভিত্তিক ভাৱে প্ৰকাশ কৰিলে ভাল । নহ'লে সমস্যা সমাধানৰ বাট মুকলি হোৱাটোত বিলম্ব হয় ।আৰু ৰাইজৰ ওচৰত এই দুয়োটা গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰতি বিশ্বাস কি হ'ব সেইটো দুয়ো পক্ষই চিন্তা কৰাৰ সময় সমাগত।
@profitt8927
@profitt8927 5 күн бұрын
Uparat Maal ase to Guest Welcome paboi..
@muktiboro334
@muktiboro334 4 күн бұрын
চুমী মিয়া আৰু তাৰ্কিক মিয়াৰ একাউণ্টৰ হ'ব নেকি?
@maheswarborah5387
@maheswarborah5387 4 күн бұрын
অসমৰ ৰাইজক এইবোৰ নাটক দেখুৱাই দেখুৱাই মাথা নষ্ট কৰাৰ কাৰন কি? জোনমনী ৰাভাৰ নাটক দেখুৱাই কি কৰিলে? এই বোৰ অসমীয়াই পাহৰি গ'ল।পাপৰ এটা সীমা আছে মনত ৰাখিব।
@madhukantakhakhlari1476
@madhukantakhakhlari1476 4 күн бұрын
চুমি আৰু বিশালে অসমৰ খাটি খোৱা মানুহৰ পৰা ইমান ডাঙৰ অঙ্কৰ ধন লৈ বিদেশত নি খৰচ কৰিলে ইয়াৰ বাবে অসমত অৰ্থনৈতিক প্ৰভাৱ পৰিছে। ইয়াত নামি দামি মানুহ বিলাকে তেওঁলোকৰ কলা ধন বগা কৰিবৰ বাবে টকা জমা কৰিছিল সেইটো যিয়ে নহক কিন্তু গাওঁ অঞ্চলৰ কিছুমান দুখীয়া মানুহৰ পৰাও বহুত টকা নিলে তেওঁলোক এতিয়া বিপদত পৰিছে। গতিকে তেওঁলোকক টকা বিলাক চৰকাৰে ওভতাই দিয়াৰ বিবস্থা কৰিলে ভাল হয় আৰু সেই পাখণ্ড কেইটাক মুকলি আকাশত ওলাব নোৱাৰাকৈ শাস্তি পাব লাগে।
@usharanisaikia6912
@usharanisaikia6912 4 күн бұрын
মৰমেৰে লৈ যাওক তুমি জনীক কষ্ট পাব।
@rupamofficial4401
@rupamofficial4401 5 күн бұрын
Hihote kimn ple njnu bru hothik k kin2 news channel kaitai trp bohut ple
@himanibanikya8168
@himanibanikya8168 5 күн бұрын
B j p য়ে সৰ্বনাশ হল
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 4 күн бұрын
পুলিচে আৰু চুমি তাতিকে কচুৰণিত লুকাভাকু খেলিছিল।অসমৰ ৰাইজক বুবক বনাইছে
@diliphandique7156
@diliphandique7156 4 күн бұрын
STF ৰ লগত কিবা কথা হ'ল যেন লাগে
@drnabanita4056
@drnabanita4056 4 күн бұрын
Bhranti r ki achievement ? Eiburak mediat mati mati murat tuli tuli ei obosta hoise. Beleg professionr manuhr opinion lole TRP napai tu... Media is equally responsible for all these non sense and corruption
@user-lg3ng9ke4n
@user-lg3ng9ke4n 5 күн бұрын
এই বিলাক নাটক অলপ দিনৰ বাবহে। কিন্তু চৰকাৰে মানুহৰ নাম বিলাক প্রকাশ কৰিলে ভাল আছিল। কিয়নো কলা ধন বগা ধন কৰিবৰ কাৰনে পইচা বিনিয়োগ কৰিছে। কিন্তু বিজেপি চৰকাৰে নকৰে। অলপ দিন। তাৰ পিচত জোনমনি ৰাভাৰ নিচিনা কৈ পাহৰনি যাব।
@nikhibailung8379
@nikhibailung8379 4 күн бұрын
অসমৰ পুলিচ তথা গৃহ বিভাগৰ ওপৰত সন্দহ আছে?
@diliphandique7156
@diliphandique7156 4 күн бұрын
আজিকালি ডাঙৰ অপৰাধ কৰিলে বাছি যায়, পুলিচে সেইবোৰ একো নকৰে, চৰকাৰী হস্তক্ষেপ থাকে সেইবোৰত। পুলিচ কেৱল হাহঁ চোৰ, কুকুৰা চোৰ,গৰু চোৰ ধবিবৰ বাবেহে আৰু চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলক ধৰিবৰ বাবেহে।
@ramchkuli9691
@ramchkuli9691 5 күн бұрын
Direct policeor logot poisa bhujabuji ase
@Tonmayouri_gogoi
@Tonmayouri_gogoi 4 күн бұрын
আপোনালোকৰ আলোচনাটোক ভাল লগা নাই কাৰণ চৰকাৰখন নিৰ্দোষী সজাব খুজিছে। অসমত আলু এটা পিয়াজ এটা বিক্ৰী কৰিবলৈ GST, Income tax, Licence লাগে । কেনেকৈ দূৰ্নীতিত লিপ্ত হ'ব পালে এইসকল । সকলো মিছা ইয়াত চৰকাৰৰ হাতত আছে । গোটেই Police, IT, ED Sebi চৰকাৰখন , বাহিৰৰ Police আনি Arrested কৰিলে ধৰা পৰিব। সকলোকে জেইলত ভৰাই দিব লাগে বুলি আজি আপোনাকে প্ৰস্তাৱ লক তেতিয়াহে ভাল পাম । ধন্যবাদ
@madhurjyak
@madhurjyak 4 күн бұрын
Lenden kiman CR. ? Takabor white kari lale
@thelosthuman688
@thelosthuman688 4 күн бұрын
Pijush Hazarika joritro sob scam t
@dianuddinahmed5046
@dianuddinahmed5046 4 күн бұрын
OPPEROR MAL INVOVED ASSE, GOTIKE VIP TREATMENT PABOI.PLAYING THE DRAMA VERY WISELY. BAH ASSAM POLICE BAH.....
@bijumonigogoi964
@bijumonigogoi964 4 күн бұрын
Nkore Assam police a.g jone complain loi jai hai jonike ha Aporadh buli haji dukh diye.hai ha kune jabo complain koribole
@rajivdutta596
@rajivdutta596 5 күн бұрын
আজিৰ তাৰিখত চেনেল বিলাকে ঘৰতে ভাবি চিন্তি ২০ হাজাৰ কোটি হৈছেগৈ
@dipankarkhargharia9952
@dipankarkhargharia9952 5 күн бұрын
লখিমপুৰ গগৈৰ নাতক খন চালে এই খন নাতক ও যবনিকা পৰিব এতিযা নাতকৰ লাইত মাইক চাইদ ৰোল কোনে কৰিছে গম পাইছে ঢাকে
@sewalidassaikia5065
@sewalidassaikia5065 5 күн бұрын
Police ye logot ase,Pl.CM dangariya,action laok
@brojenkhargharia15
@brojenkhargharia15 4 күн бұрын
Polesa somer Kas tot ceteng bage koresa cm apone ke koresa cbi ba edk deiok prthoma raj atetho pasot arast koresa assomor raeja se asa
@KeshabChutia-f6l
@KeshabChutia-f6l 4 күн бұрын
Chumi e 100 crores police k dile sage, himu e 200 lole bule
@dwipenbarman8444
@dwipenbarman8444 4 күн бұрын
গৃহ বিভাগৰ আত্মসমৰ্পন কৰা যেন লাগে
@jagannathborah2022
@jagannathborah2022 4 күн бұрын
C b I ivestigeton hobo. Lage
@tarunborgohain1752
@tarunborgohain1752 4 күн бұрын
We have some question- Why they had been provided so facility, costly breakfast, AC Room and RAJ ATITHYO etc.They are culprit, looted crore of money from public. Seize all property Vehicles, Flats, Apartments, Houses, Buildings, Money, Ornaments and many more. Sell their property and by these money distribute to public. Enquire their marriage expenditure and luxurious life including in Foreign.
@rajivdutta596
@rajivdutta596 5 күн бұрын
কিয় গাড়ী কেইখন ধৰিছেটো দেখা নাই নেকি দেখিও নেদেখা ভাও ধৰে খং উঠি যায়
@GaneshChetry-eh9ci
@GaneshChetry-eh9ci 4 күн бұрын
Madam lokai Toka nai lukuwai Rakhichil
@atulchandrahazarika7888
@atulchandrahazarika7888 4 күн бұрын
Uni pay taka bur Raja pala naa Sumi tarkitpara taka pabanaraja
@prasantasaikia6881
@prasantasaikia6881 5 күн бұрын
Criminal case thoka karubak VIP treatment dile crime kora bhal?Khali maghar bihur nisina nohoi.Kune kak kinise Kune Jane?
@sumidas8170
@sumidas8170 5 күн бұрын
পুলিচ কাৰ
@deepankagogoi-gx1gr
@deepankagogoi-gx1gr 4 күн бұрын
Excellent statement baideo
@HiHello-ro6kb
@HiHello-ro6kb 3 күн бұрын
SABBASH PRATAHA KHABAR NEWS CHANNEL...
@Knowledgemuni-ou3qs
@Knowledgemuni-ou3qs 5 күн бұрын
Sob bandorami.... Mama I xoboke mamu bonale aakou
@brojenkhargharia15
@brojenkhargharia15 4 күн бұрын
Ge belaka toka desa bace oporadhe arast korok kot pala eman toka polesor oporot sondah asa
@brojenkhargharia15
@brojenkhargharia15 4 күн бұрын
Aebelak congrasor denor porae asa dhora nacel Monafa lotecel
@deepankagogoi-gx1gr
@deepankagogoi-gx1gr 4 күн бұрын
It's not a appropriate statement
@MilonChetia-eq5qs
@MilonChetia-eq5qs 5 күн бұрын
Tax ni nake
@KeshabChutia-f6l
@KeshabChutia-f6l 4 күн бұрын
Toi bor fatua o, chumi Nepal t ase buli koichili nohoy. Etia ki hol
@pritamlochandeka9845
@pritamlochandeka9845 4 күн бұрын
I think they might be guest of paratha Pratim Mahanta from the day she they left from Dixshiu house under guidance of our mama and mami to swift some Big amount to sone other countries as protection money , this things need time so she is correct she was not escaping she was hiding , as advices from high command .! Any way now our mami will have some extra resources to buy more property.! ( disclaimer this is just a thought anything later found to be true is just coincidence of my thought )
@biswajitmallabujarbaruah7021
@biswajitmallabujarbaruah7021 5 күн бұрын
Dhukh nakoribo ,50 plus+manuhe matha mari love nai , karon ami outdated.
@emptykiller7169
@emptykiller7169 5 күн бұрын
Acting koribo njna actor actress r natok khn ami burbok bure sai asu......... Sb public k dhop dise
@NabajyotiGogoiGogoi
@NabajyotiGogoiGogoi 4 күн бұрын
C c cm mam apunar police bahinir natok sumi tarkikok geptar nokori Raj atithiyo anki Akebare durbol dhara loge loge jamin pab pora dhara c c g p sing sir eman durbol dhara muta ongkor dhonar tupula d g p sir aru cm mamaku sumi hote mati propartri kiniboloi dile neki jodi apunaluk jorit nai tenehole ji police bikhoyai sumi hotok rajatithiyo aru durbol dhara logua homol bikhoiya hokolok sakori bondho Kori jabojibon jelot di tene bikhoiya hokolor hokolu hompoti bajeyapto korok aru oti kothur ain pass korok nohole cm mama aru d g p sire bhag paise buli bhabim
@HiHello-ro6kb
@HiHello-ro6kb 3 күн бұрын
BAKI KEITA CHENEL KHUUB JOLISE... HAHAHAA
@bijumonigogoi964
@bijumonigogoi964 4 күн бұрын
Aathuwa sai thang malibo lage hai to vrnti madhe a njane naki
@cnbharali
@cnbharali 2 күн бұрын
This was a drama only
@sayednozibullah1094
@sayednozibullah1094 4 күн бұрын
Ai bilak coror drama.
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
GDP Mohodayak Assamor pora by by diya bhal, Because, Assam police bishyakghatok. Assam policer oparat amar Bishyak herai goise.
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
C.M. Sir, Assam Police bibhahto amar darkar nai, Raijor tokare ai police bibhakto puhi rokhar ki darkar
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 5 күн бұрын
GDP Sir, caseto C.B.I. hatuai investikoran korak.
@srspidy3105
@srspidy3105 3 күн бұрын
Bahut Ulabo Bisarile
@brojenkhargharia15
@brojenkhargharia15 4 күн бұрын
Ehotok face debo laga
@jagannathborah2022
@jagannathborah2022 4 күн бұрын
Ihotok guliai maribo lage
@MadhabBorah-j7u
@MadhabBorah-j7u 5 күн бұрын
Phatoa nakarib amak
@UmeshPegu-hn3py
@UmeshPegu-hn3py 4 күн бұрын
Asamiya Manu buli himan dangor cream koribo di lus dise asam police mor hombop
@SwranalataDas
@SwranalataDas 4 күн бұрын
/ sx bh qo , . m p .
@KeshabChutia-f6l
@KeshabChutia-f6l 4 күн бұрын
Toi bor fatua
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 56 МЛН
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 7 МЛН
小丑在游泳池做什么#short #angel #clown
00:13
Super Beauty team
Рет қаралды 38 МЛН
How To Build Generational Wealth ft. @NeerajArora
3:44:33
Dostcast
Рет қаралды 3,2 МЛН
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 56 МЛН