Mur ghort smart mitere ase starting pora ase limited ahi ase kunu problem pua ni
@pratapmondalp.cmondal3671Ай бұрын
Aami Assamise Khilogiya mur mote 1930 or 1940 hob lale jodio mur title লৰ Alop khelimali Ase kintu title to Sarker ৰে দিয়া হয়.বাকি কোনু Problem nai diyok
@babulmazumder8775Ай бұрын
5 jon 6 jon lora jonmo di 4 jonk sarkari matit ghor bonae loi thaki ako khoti puron bisarar kun jukti ase courte buja usit
@DaulatPhukon-nz2pmАй бұрын
ৰূপক দাস ডাঙৰীয়া,কংগ্ৰেছ চৰকাৰ আহিলে ন লখিমী নামৰ এখন আচঁনি প্ৰৱৰ্তন কৰি মহিলা সকলক প্ৰতি মাহে ৩০০০/--টকা,৫০০/--টকাত গেছ চিলিন্দাৰ দিয়াৰ কথা ভূপেন বৰাই ঘোষনা কৰিছে।হিতাধিকাৰী আচঁনি বিৰুধিতা কৰা কংগ্ৰেছৰ এইখন আচঁনিৰ নাম কি?কংগ্ৰেছৰ আঠুৱা,সূতা, কম্বল কেৱল কংগ্ৰেছ দলৰ লোকেহে পাইছিল।এইকথাটো দাস ডাঙৰীয়াক জনাই থলো।কংগ্ৰেছৰ শাসন কালত আমি গাৱঁৰ মানুহ বিলাকে একাঠু বোকাত খোজ কাঢ়িছিলো।শিক্ষক সকলে দৰ্মহা কেইটা পাবলৈ অফিচ,টেজাৰীত ঘোচ দিব লগা হৈছিল।গোটেই অসমখন ভোট বেংকৰ বাবে বাংলাদেশী আমদানি কৰিলে,অসমৰ হাবি-জংগল,চৰ-চাপৰি চৰকাৰী মাটি ,সত্ৰ মাটি দখল কৰি ধ্বংস কৰিলে।এইবোৰ আমি পাহৰি যোৱানাই।নলী ফালি ফালি কথা কলেই অসমৰ ভোটাৰ ফুচুলনি নাযায়।মনত ৰাখিব।কংগ্ৰেছ দল যে অসমীয়াৰ শত্ৰু বাংলাদেশী মিঞাৰ মিত্ৰ এই কথাটো বুজিবলৈ কোনো সচেতন অসমীয়াৰ এতিয়া বাকী নাই ।
Apurba sir aapuni Jane ne 2014 r pisat kiman toka 15 gun bexi hol aaru hismat mitare kiman je borab kunu najane aami hole tenekoi Jodi sarkare hokolu bostu dam hoi nente raJe BJP k voot nidiye aamiu BJP k voot nidiu
@RafiqueuddinAhmed-c8bАй бұрын
Bhuttoi aaru Kun Khan dalot jabhow takei bhabi aase neki
@harikantaphukan2784Ай бұрын
এইবোৰ কথা নকৈ কিবা পাতিব লগা আছে বুলি আমি নাভাবো। অকল অসম নহয় গোটেই ভাৰতকেই এই দলটোৱে সৰ্বদিশতে শেষ কৰি পেলালে। যি বোৰ সমস্যাই আজি দেশ খন খুলি খুলি খাইছে সেই বোৰৰ creator কোন আছিল। আজিও সিহঁতৰ একেই মানসিকতা। কেৱল এটা গোষ্ঠীৰ ..... হেৰি ...চেলেকি থকাতেই ব্যস্ত। কিন্তু এই গোষ্ঠীটোৰ গোটেই বিশ্বতেই মানৱ বিৰোধী/সমাজ বিৰোধী যিবোৰ কাম কাজ তাক শুদ্ধ ভাৱে বিশ্লেষণ কৰিবলৈও সাহস নকৰে/ বা মানসিকতাৰো অভাৱ। দেশ ধ্বংস কৰি হলেও কেৱল গাদী লাগে। মুঠৰ ওপৰত এইটো 100%ই শুদ্ধ এই দলটো totally extinct নোহোৱালৈ দেশ কেতিয়াও শান্তিত থাকিব নোৱাৰে।