LIVE | উপগ্ৰহৰ ছবিত ওলাল চীনৰ গোপন অভিসন্ধি | সীমান্তত সমাৱেশ ঘটাইছে J-20 যুদ্ধ বিমান | N18L

  Рет қаралды 202,154

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

LIVE | উপগ্ৰহৰ ছবিত ওলাল চীনৰ গোপন অভিসন্ধি | সীমান্তত সমাৱেশ ঘটাইছে J-20 যুদ্ধ বিমান | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#indiachinabordertension #indiachinarelations #live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 310
@prabinsutradhar5692
@prabinsutradhar5692 Ай бұрын
চিনৰ বিপক্ষে ভাৰতে উন্নত ব্যৱস্থা ল ব লাগে জয় ভাৰত মাতা
@DulalRajput-lb9sy
@DulalRajput-lb9sy Ай бұрын
৮জ
@DulalRajput-lb9sy
@DulalRajput-lb9sy Ай бұрын
০ট ،
@bunubora8950
@bunubora8950 Ай бұрын
ভাৰতে চীনক প্ৰত্যুত্তৰ দিয়াটো বিচাৰোঁ, কিন্তু অতি সোনকালেই
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI Ай бұрын
B.J.P. Sarkar very very most save for India, Congrese India bosab nowarib
@JyotiBorah-xu9ri
@JyotiBorah-xu9ri Ай бұрын
It's not so easy
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
ভাৰতৰ উগ্ৰ পন্থী বিলাকে চীনতে আশ্ৰয় লৈ থকা বুলি জনা যায়, সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলক দখল কৰিবলৈ‌ চেষ্টা চলাইছে ।
@prashantadas1289
@prashantadas1289 Ай бұрын
​@@JyotiBorah-xu9ri congresees think so
@asthagogoi9560
@asthagogoi9560 Ай бұрын
​@@SAILENDRAPRASADGOSWAMIty
@pabanbordoloi9045
@pabanbordoloi9045 Ай бұрын
ভাৰতেও একে ব্যৱস্থা লোৱা উচিত , যাতে চীনও সন্দিহান হয় ৷
@amulyagogoi6943
@amulyagogoi6943 Ай бұрын
বিশ্ব গুৰু হে , মুমকীনন হে!!
@EtiVr-hk2lj
@EtiVr-hk2lj Ай бұрын
যুদ্ধ আমি কেতিয়াও নিবিচাৰো। আমাক শান্তি লাগে।
@JuligogoiTipoma
@JuligogoiTipoma Ай бұрын
36:22 36:28 36:28 S
@muazimahmed3537
@muazimahmed3537 Ай бұрын
হিতাধিকাৰী মানে ভিক্ষাৰী সজোৱা ধুদ‌বনোৱা তাৰ মানে ফৰীপালে ফেনাইলো খাব। দাম বঢ়োৱা চীনৰ অত্যাধুনিক যুদ্ধ পৰসতুতি চলাই থকা মানে মানে মানসিক যুদ্ধ কৰি আছে। দেশ,তথা জাতি সবল কৰা ৰ চেষ্টা চলোৱাৰ বয়ৱসহা,আৰু বন্ধু ৰাষ্ট্ৰৰ সহায় আলোচনাৰ মাধ্যমেৰে ।ধন্যবাদ ।জয় হিন্দ ।জয় আই অসম।
@dipaligogoi8932
@dipaligogoi8932 Ай бұрын
চীনক ভাৰতে উচিৎ প্ৰত্যুত্তৰ দিয়ক , সকলো ভাৰতীয় সজাগ হওক
@user-hs8cp9de1t
@user-hs8cp9de1t Ай бұрын
সমষ্যা সমাধান যুদ্ধৰে কৰিবলৈ ওলোৱাতো ৰ্ববৰতাৰ পৰিচয়।
@ankurvlogs369
@ankurvlogs369 Ай бұрын
🇮🇳Indian Army🚀🚀💪🏻💪🏻
@user-qo5kx1gx2w
@user-qo5kx1gx2w Ай бұрын
চীনে যদি সীমান্তুত যুদ্ধংদেহী মনোবাৱ লৈ কচৰৎ কৰি বীৰত্ব দেখোৱাব পাৰে ; তেনেহলে ভাৰতৰ সেনাই কিয় হাত সাবতি বহি আছে ? উচিৎ প্ৰত্তত্বৰ দিবলৈ সাজো হোৱা নিতান্তই প্ৰয়োজন ।ভাৰত এতিয়া ইমান দূৰ্বল নহয় ।জই ইন । বন্দে মাতৰম ❤ India.
@bigboss.3213
@bigboss.3213 Ай бұрын
নিজৰ দেশত যি কৰে কৰক,ইয়াৰ বিপৰীতে ভাৰতেও নিজৰ দেশত কিবা কৰক ।
@user-zn7mw5kd5p
@user-zn7mw5kd5p Ай бұрын
Bemar hole ousadh khabo lagib ,jai hind
@z.fighter4493
@z.fighter4493 Ай бұрын
1962চনত ভাৰতে অসম ক যিদৰে অনাদৰ কৰিছিল ভাৰতীয় সেনা এ চীনা সেনাৰ সৈতে তিষ্টিব নোৱাৰি। সেই সময় পুনৰ এতিয়া ঘূৰি আহিব যেন অনুভৱ হৈছে।
@binoydas6838
@binoydas6838 Ай бұрын
সীমান্তত গৈ নিজ চকুৰে চাই আহক....ভাৰতীয় সৈন্যৰ শক্তি কিমান ? ৬২চনত চীনে বিশ্বাস ঘাটক কৰি আক্ৰমন কৰিছিল । আগদিনা ভাৰতীয় সেনাৰ লগত চীনৰ সেনাই ভলীবল খেলি পিছদিনা পূৱতি নিশা আক্ৰমন কৰিছিল । সিহঁত কোনো বীৰ নহয়.... কাপুৰুষ । নহলে তিব্বতৰ দৰে দুখীয়া আৰু সহজ সৰল মানুহৰ দেশ এখন দখল কৰে নেকি ।
@JyotishKumar-fz6sf
@JyotishKumar-fz6sf Ай бұрын
ভাৰত হ'ল এখন অনুন্নত দেশ যত ন বৈ শতাংশ দৰিদ্ৰ সীমা ৰেখা ত আছে বিশ্বগুৰু কি কৰিছে অর্জুন ৰাম অগ্নি ব্ৰক্ষ্ম চ এই বিলাক থকাৰ পিছত কিহৰ ভয় গোটেই দেশত হিতাধিকাৰী সজাই দেশ চলাই আছে ইয়াৰ প্রত্যুত্তৰ কিয় দিব নোৱাৰে গাডি ৰক্ষাৰ কাৰণে তো নহয় আগতে কৈছিল সীমান্ত মজবুত হৈ আছে এতিয়া
@kanakchoudhury1118
@kanakchoudhury1118 Ай бұрын
, আমি সকলোৱে নিজকে সজাগ হবৰ হল।
@LoknathBoruah-wg6mx
@LoknathBoruah-wg6mx Ай бұрын
যুদ্ধ নালাগে শান্তি লাগে
@a2zfacts745
@a2zfacts745 Ай бұрын
China ateck krila pati dibo lga nki goru
@jitulkakati4865
@jitulkakati4865 Ай бұрын
যুদ্ধ লাগে 😅
@onimapatgiri1217
@onimapatgiri1217 Ай бұрын
ভাৰত মাতা কি জয়❤
@lakhikalita8394
@lakhikalita8394 Ай бұрын
আমি সাজো হব হল
@dineshsarania4834
@dineshsarania4834 Ай бұрын
প্ৰথম অৱস্থাত ভাৰতে আক্ৰমণ কৰিব নালাগে।ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ দেখিলোঁ।ইজৰাইল-হামাচৰ যুদ্ধ দেখিলোঁ। প্ৰতিৰক্ষা বিভাগে শিকনি লোওক।বৰ্তমান ভাৰতৰ জনসংখ্যা চীনতকৈ বেচি।man to man লাগিলেও চীনে হাৰিব।
@mrinmoydaka
@mrinmoydaka Ай бұрын
India is best💯💯👍
@PrasadGond-wh7yc
@PrasadGond-wh7yc Ай бұрын
এই লাইভৰ জৰিয়তে মই কব বিচাৰো যে পোন প্ৰথমে ভাৰত তথা ৰাইজ চৰকাৰে ৰাজনীতি দিশত ভাগ ভাগ নকৰি এই সমস্যাৰ সমাধান উলিওৱা টো সকলোৱে সহায় সহযোগিতা ভাৰত চৰকাৰৰ কৰিব লাগে।
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
ভাৰত বহি নাথাকে। কিন্তু যুদ্ধ নিবিচাৰোঁ।
@mofidrohman6393
@mofidrohman6393 Ай бұрын
চৰকাৰে এতিয়া এই বোৰ নেদেখে নিকি, চৰকাৰে এতিয়া সকলোৰে হাতত হাতিয়াৰ দিয়ক।
@ParashSaikia-zq5so
@ParashSaikia-zq5so Ай бұрын
জয় আই অসম
@Ghanaktsonowal-nq2ed
@Ghanaktsonowal-nq2ed Ай бұрын
China market borjon koribo lagy
@paragduarah1706
@paragduarah1706 Ай бұрын
ভাৰতক চীনৰ ৰঙা চকুৰ মুলত ভাৰতীয় কিছুমান দেশদ্ৰোহী নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে চীনৰ তলুৱা মালিচ কৰোঁতা কিছুমান লম্পদ দেশ দ্ৰোহী কাৰণে চীনৰ শাহ বাঢ়িছে ।বিজেপি চৰকাৰে চীনৰ মুৰাদ পুৰহবলৈ নিদিয়ে ।বিজেপি জিন্দাবাদ জয ভাৰত ।
@amulyagogoi6943
@amulyagogoi6943 Ай бұрын
আমাৰ ৰজা ক'ত??? ধ্যান 😂😂😂🤣🤣🤣
@wwelover8254
@wwelover8254 Ай бұрын
😂
@PrashantaBarachamoba
@PrashantaBarachamoba 27 күн бұрын
Jai bharat mata, Jai hind,
@user-rw6nx2po7e
@user-rw6nx2po7e Ай бұрын
I. Love my. India
@anandasonowal4493
@anandasonowal4493 Ай бұрын
Bharat Maata ki Jay.
@bkgogoi8636
@bkgogoi8636 Ай бұрын
J 27 বিমান ভাৰত নাই কিনিব লাগে টকা নাই । ভাৰতৰ নাগৰিক পৰা টকা গোটাই J 27 বিমান কিনিব লাগে । ভাৰত মাটাকি জয় ! জয় আই অসম কৃষ্ণ ! 🙏
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
ভোট কিনা। আঁচনী বন্ধ কৰি j27 যুদ্ধ বিমান কিনিব লাগে।
@BhriguMonikalita
@BhriguMonikalita Ай бұрын
1962 sanar Bharat Hoi thoka nai ..Atia r Bharat bhu gune Strong ❤️♥️
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm Ай бұрын
Smr8ty rekha Ai situationt Bharate cinor.logoot alusona koribalage anfale himantat protectionr baybostha koriba lage. Cin.jihetu Indiar Mitra nohoi so agotei aibilak hojag hobolage.jihouk Cinok Tit for tet answer diatu bohotei joruri India Jindabad❤❤❤❤❤❤❤ .
@sirajuddinahmed1013
@sirajuddinahmed1013 Ай бұрын
ৰাছিয়াৰ লগ লাগি কূটনৈতিক ভাবে চীনক বশ কৰিব লাগে।তাত সফল নহলেহে যুদ্ধ ৰ ফালে আগবাঢ়িব লাগে। JAIHIND....JAI BHARAT
@RatanGupta-dt5dd
@RatanGupta-dt5dd Ай бұрын
Modi hai to mumkin hai, jai hind bande bharat Israel jaise Bharat ko sasakht karna hai
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
ভাৰতৰ ভয়তহে চীনে সীমান্তত এই কাৰ্য কৰিছে।
@Deep.vlogs_05
@Deep.vlogs_05 Ай бұрын
যুদ্ধ নিবিচাৰোঁ কেতিয়াও
@NkbBora
@NkbBora Ай бұрын
Central government ৰ ভূল আছে North East ক গুৰুত্ব কমকৈ দিয়া দেখা যায় চীনে ইমান উন্নত কৰিব পাৰে কিয় ভাৰতে North East উন্নত কৰিব বাবে পিছ লয় বিশেষকৈ সামৰিক ও যোগান যাতায়তৰ ক্ষেত্ৰত ইয়াৰ সুবিধা লৈছে চীনে but ১৯৬২ বৰ্তমান ভাৰত নহয় সমগ্ৰ বিশ্বৰে জানে 😡😡
@user-bw7rg6ti2x
@user-bw7rg6ti2x Ай бұрын
Top leaders between India and Pakistan should be discussed for solution of this important matters ! Krishna Krishna Ram joy joy Ram !
@mrajitkumarbaruah914
@mrajitkumarbaruah914 Ай бұрын
Jai hind bharat 🙏
@DaulatPhukon-nz2pm
@DaulatPhukon-nz2pm Ай бұрын
ভাৰতেও যিকোনো প্ৰকাৰে J -20 যুদ্ধ বিমান যোগাৰ কৰিব লাগে।মোদী থকালৈকে ভাৰত সুৰক্ষিত হৈ থাকিব।
@Infentry_soldier
@Infentry_soldier Ай бұрын
Indian Army ❤ Jai hind 🎉❤
@user-ts3gl2zn8i
@user-ts3gl2zn8i Ай бұрын
Amaru mama a val val judho biman loi rakhile amaru olp val hoi nohole amaru olp riks hoi jujile
@ujjalchaliha2793
@ujjalchaliha2793 Ай бұрын
ইহঁতক ভালকৈ এসেকা দিব লাগে।
@sintugogoi6209
@sintugogoi6209 Ай бұрын
চীনৰ টেক্নলজি আছে, তাৰ বিপৰীতে ভাৰতৰ নানান দেব-দেবী আৰু অসংখ্য বাবা-বাবি আছে😂😂
@dharaninath7857
@dharaninath7857 Ай бұрын
Jay Bharat Mata 🇮🇳
@narendrabaishya-ge5hp
@narendrabaishya-ge5hp Ай бұрын
Knowledge is power.
@rajaniborah6044
@rajaniborah6044 Ай бұрын
We should show our unity , avoid any disunity.
@akhilsarma337
@akhilsarma337 Ай бұрын
পৰাজয়ত কৈ মৃত্যুয়ে শ্ৰেয়
@dharmendardoley3903
@dharmendardoley3903 Ай бұрын
Jai Hind
@brajagopalsharma469
@brajagopalsharma469 Ай бұрын
Jai hind
@dhrubagoswami998
@dhrubagoswami998 Ай бұрын
ভাৰতেও সীমা ঊনত কৰিব লাগে । লগতে সীমান্তত এয়াৰপট, ৰাস্তা আদি উন্নত সামৰিক দিশত কৰিব লাগে।ভাৰত মাতাকী জয় ।
@dadugogoi5548
@dadugogoi5548 Ай бұрын
মামা, মোদীজি, আপোনালোকে যাদু দেখাই দিয়ক।
@deepamahali1921
@deepamahali1921 Ай бұрын
Thanks
@brajagopalsharma469
@brajagopalsharma469 Ай бұрын
Good news 👍
@Yyyyyyyuuuuuuuuuuuuuuuu
@Yyyyyyyuuuuuuuuuuuuuuuu Ай бұрын
Joy Hindustan
@user-df2yc8qd7x
@user-df2yc8qd7x Ай бұрын
Ye kaha se Lata he asa news hum he dekh lenga vhai
@sumimedhi3943
@sumimedhi3943 Ай бұрын
Ami REMAL aha pis dina akaxot to tar majot rocket dekhisilu.tar pisot aru ekhon ekhon koi 15khon man rocket dekhisilu.kot goisil ki hoi najanu.kintu same distance loi sam direction loi goi asil.kak kom kune xunibo.karon kheidina current nasilso sposto dekhisilu.ki hoi ba..
@JakirHussain-bp9bt
@JakirHussain-bp9bt Ай бұрын
Joi india
@user-ts3gl2zn8i
@user-ts3gl2zn8i Ай бұрын
Agor pora amar logot Chinna a juji ase bt ami eibur aku voi nai karon Ami o dekhor babe juja Manu n Amar jati o mix
@krishnaborah4700
@krishnaborah4700 Ай бұрын
আমাৰ মোডী ডাঙৰীয়াই হে চীনকএশিকনী দিব পাৰিব
@user-ts3gl2zn8i
@user-ts3gl2zn8i Ай бұрын
Ami asu amar Assam or babe n Amar Manu n jatio sob mix Amar hatot gan di dibo n Ami Sai lom judho Kun jike
@AmchilalBasumatary
@AmchilalBasumatary Ай бұрын
Bharato khaju thakatu proyojon
@user-tq5kz9rm4p
@user-tq5kz9rm4p Ай бұрын
Moi aju axu
@ManojSingh-rp5ld
@ManojSingh-rp5ld Ай бұрын
ভাৰতৰ হৈ নে চীনৰ হৈ বাতৰি দি আছ ৷ সীমা ভাগি ওচৰিয়াই কি কৰে আমাৰ চাবলৈ নাই আমি কি কৰি আছো সেইটোহে লক্ষনীয় ৷ আমাৰ শক্তি, আত্মবিশ্বাস বহুত বেছি৷ এনে বাতৰিয়ে আমাৰ মনোবল কম কৰে গতিকে TRP কাৰণে ঋনাত্মাক বাতৰি নকৰে যেন ৷ ভাৰতীয় সদায় কাকো খাতিৰ আৰু ভয় নকৰাআাতি জাতি ৷
@akhirock2836
@akhirock2836 Ай бұрын
India Ready hoi thakibo lage.Amar india kamzor nohy
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn Ай бұрын
অতি সোনকালে ভাৰতে চিনক প্ৰতুত্তৰ দিয়ক ১৯৬২ চনৰ ভাৰতবৰ্ষ এতিয়া ২০২৪ ত হৈ থকা নাই বুলি ৷
@phanindrataid-wf1dn
@phanindrataid-wf1dn Ай бұрын
Ami hodai india armi logot asu
@nurulislam9573
@nurulislam9573 Ай бұрын
We don't want war but we don't fear also
@shyamantadas2911
@shyamantadas2911 Ай бұрын
যুদ্ধ নহয় শান্তি হে লাগে
@nilotpalsarma9254
@nilotpalsarma9254 Ай бұрын
electric short circuit wall nirman kribolage
@anilnathanilnath6590
@anilnathanilnath6590 Ай бұрын
উচিত প্ৰত্যুত্তৰ দিয়াৰবাবে চিন্তা কৰিব লাগে।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI Ай бұрын
Jabaharlal Neharua North- Eastok Red Chinar hatat gotab bisarisil
@subhashvlogs9014
@subhashvlogs9014 Ай бұрын
Boss Bharat eiman kamjur nhoi news tu alop chain ak besi tarif Kara dekha goise
@jadabChroy-vq1eh
@jadabChroy-vq1eh Ай бұрын
JayBharat Mata Bharat not so weak
@extremeworld232
@extremeworld232 Ай бұрын
Aji jorhat r akash t t undefined object dkhisilu
@DipankarBaruah-ul5rl
@DipankarBaruah-ul5rl Ай бұрын
কলি যুগ
@nurulhoque5897
@nurulhoque5897 Ай бұрын
আমিও তৈয়াৰ হ'ব লাগে
@navakumarkuli1831
@navakumarkuli1831 Ай бұрын
Dada rastriyo channel burot heibur nedekhai pise.Kintu apuni dhuniyakoi dekhaise bohut bhal kotha. Thnks News 18 assam channel.
@user-yf5sc9kb3i
@user-yf5sc9kb3i Ай бұрын
দেখুৱাইছে ।হয়তো আপুনি দেখা নাই ।
@Jacksparrow13963
@Jacksparrow13963 Ай бұрын
Godi media 😅😂😂
@jadabgogoi5830
@jadabgogoi5830 Ай бұрын
আমেৰিকা ৰ পৰা নকল কৰা J 20 বিমান চীনৰ ফুটচাই মাল।
@user-pe3gd8mu4h
@user-pe3gd8mu4h Ай бұрын
Ai2 ketiao hobo noware ami sope help koribo lagibo jai hin varot.
@rameshdas9195
@rameshdas9195 Ай бұрын
যুদ্ধ হব নালাগে। আলোচনালৈ আহক দুই দেশ
@BulbulDas-uf3os
@BulbulDas-uf3os Ай бұрын
Bharat Mata ki jai
@purnanathborah2729
@purnanathborah2729 Ай бұрын
তেজপুৰলৈ আহি পাইছিল বুলি চীন কিবা প্ৰমাণ আছে নেকি ??
@bhubandas9883
@bhubandas9883 Ай бұрын
কি কয় !
@sukenboro7038
@sukenboro7038 Ай бұрын
নিজৰ দেশৰ সূৰক্ষাৰ কাৰণে নিজৰ দেশত যুদ্ধ বিমান J-20 ৰাখিছে নিশ্চয়। ভাৰতীয় সকলৰ চিন্তাধাৰা ভাল নহয়। নিজৰ দেশৰ মানুহৰ মাজতে মিলাজুলা নাই। জাতপাত, উচ্ছ-নীচ ভেদভাৱ থকা দেশ ভাৰত , অসম। চীন দেশৰ মানুহৰ চিন্তাধাৰা নিশ্চয় ভাল। নিজৰ দেশৰ সূৰক্ষাৰ কাৰণে কৰিছে চাগৈ। চীন উন্নত দেশ। ভাৰতীয় সকল শোষণ কাৰী। নিজৰ দেশৰ উন্নতি নকৰি নিজৰ ব্যক্তিগত পকেত ভৰাই দেশৰ টকা লুটপাত কৰি ফুৰা শোষণ কাৰী মানুহৰ দেশ ভাৰত।
@dinabandhuboro4007
@dinabandhuboro4007 Ай бұрын
In India specialy in border states with Red China all the age of above
@birbahadursonar3221
@birbahadursonar3221 Ай бұрын
Can Agniveer challenge chinna?
@chandansonowal485
@chandansonowal485 Ай бұрын
India Tainup quickly
@karunasaikia6584
@karunasaikia6584 Ай бұрын
Valkoi pojyobrkhon kori kambur koribo lage
@basantabora512
@basantabora512 Ай бұрын
অলপ দিনৰ আগতেই এই নাটক ৰছনা হৈ ছিল , হ'লেও আদানিৰ অনুৰোধত দেৰিকৈ হ'লেও এই নাটক ৰুপায়ন কৰিছে ।
@junmoniburagohain8980
@junmoniburagohain8980 Ай бұрын
Hasa khatha
@hangoverfriends7995
@hangoverfriends7995 Ай бұрын
New 18 a hoitu gom napai.. Aamar india't ki ki astro ase, fighter jet ase, icbm missile with mirv technology. Aru bht kiba kibi so jani lobo..khokoluea.
@koushikdutta560
@koushikdutta560 Ай бұрын
Amar sorkare seibur nedekhe.. Kune suwali poluai anile Kune buwari poluai anile seiburhe dekhe...
@pradipdashi8638
@pradipdashi8638 Ай бұрын
Cin or biruddhe varot sorkar babostha grahon korib laga
@priyabala2064
@priyabala2064 Ай бұрын
Chinak valka ahaka Dibo lagibo..Bharote..Ami hokolowa Mili chinak o khotom Kori dibo lagibo..Bharote Mata ki joy...joy hind..🙏🙏🙏🙏🙏🙏🇪🇬🇪🇬🇪🇬🇪🇬🇪🇬🇪🇬
@sunuborah7670
@sunuborah7670 Ай бұрын
Jai hind. Fight kariba.lage.china lagat
@mintukalita3477
@mintukalita3477 Ай бұрын
Scene Moradabad
@bhubandas9883
@bhubandas9883 Ай бұрын
আন্ত:ৰাষ্ট্ৰীয় বাতৰি অনুসৰি চীনে টাইৱান আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছে।যুদ্ধ আৰাম্ভ হ'লে যাতে ভাৰতে টাইৱানক সহায় নকৰে তাৰেই আগতীয়া সতৰ্কবাণীও হ'ব পাৰে ।
@lokjitsen2391
@lokjitsen2391 Ай бұрын
Hindustan jindabad
@redcherrysproduction5426
@redcherrysproduction5426 Ай бұрын
জে ২০ যদি অয়তাধুনিক, ৰাফেল কিন্তু সৰবাধুনিক জানিবা ধূৰুপ দেই ।
@biruchetryanewillbehelpgod7104
@biruchetryanewillbehelpgod7104 Ай бұрын
Jiy hin
@sigufamafiz6013
@sigufamafiz6013 Ай бұрын
We should avoid Chinese goods
@JugaPrasadBorthakurJugaPrasadB
@JugaPrasadBorthakurJugaPrasadB Ай бұрын
Prevantion is need instantly .
@nafisvlogs4771
@nafisvlogs4771 Ай бұрын
Joi hin
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 32 МЛН
World cup Cricket  1992#Imran khan#pakistan #nice #cricket#final#play
9:50
Jammu Attacks: Pakistan’s new terror  gameplan
33:42
India Today
Рет қаралды 12 М.
ক'লা যাদু কিমান ভয়ংকৰ ? 😱😱😱
39:22
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 28 М.
Батя в общественных местах 😇
0:46
Время горячей озвучки
Рет қаралды 1,5 МЛН
Что делать если закрыли на балконе
0:31
Всегда проверяйте зеркала
0:19
Up Your Brains
Рет қаралды 19 МЛН
Нажимай выше ☝️☝️☝️ #а4 #глент #риви #viral
0:25
Как меняются люди
Рет қаралды 4,4 МЛН