মাৰ্ক্সবাদ-জাতীয়তাবাদ ৰ সংজ্ঞা কি মই ভালকৈ নাজানো। কিন্তু, এটা কথা সঁচা যে, বাস্তৱ পৰিস্থিতি সাপেক্ষে প্ৰয়োজনীয় সিদ্ধান্ত ল'ব লগীয়াটো মাৰ্ক্সবাদে কেতিয়াও অস্বীকাৰ নকৰে আৰু জাতীয়তাবাদী সকলে যদি তাকে নকৰে তেন্তে জাতীয়তাবাদৰ ধ্বংস অনিবাৰ্য। গতিকে বৰ্তমানৰ পৰিস্থিতিৰ দাবী যিহেতু ৰাইজৰ দল আৰু অজাপ এক হ'ব লাগে, ইয়াক অস্বীকাৰ কৰিলে লুৰিণ গগৈ সকল যে বেছি দিন টিকি নাথাকে এইয়া সঁচা।