মোদীৰ অষ্টলক্ষ্মী পানীৰ তলত; ওলাই পৰিছে গুৱাহাটীৰ স্মাৰ্টনেছ; উন্মুক্ত নলাই হৈছে কাল!

  Рет қаралды 8,431

NorthEast Now

NorthEast Now

5 күн бұрын

📌এজাক বৰষুণতে ওলাই পৰে স্মাৰ্ট গুৱাহাটীৰ স্মাৰ্টনেছ !
📌নলাত উটি গ'ল কণমানি; নিশাটো বিচাৰিলে পিতৃয়ে !
📌VIP VVIP ৰ অঞ্চলতো কৃত্ৰিম বান!
📌মোদীৰ অষ্টলক্ষ্মী পানীৰ তলত; ওলাই পৰিছে গুৱাহাটীৰ স্মাৰ্টনেছ; উন্মুক্ত নলাই হৈছে কাল!
📌পানীৰ লগতে চিন্তাৰ সাগৰত ডুব যায় মহানগৰবাসী!
📌ভাইৰেল বৰ্মণ খ্যাত প্ৰদীপ বৰ্মনে গানৰ মাধ্যমেৰে প্ৰতিবাদ কৰি নেতামন্ত্ৰীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 28
@Choudhury1474
@Choudhury1474 4 күн бұрын
বিজেপিক ভোট দিয়া সকলক অশেষ ধন্যবাদ
@horensaikia9048
@horensaikia9048 4 күн бұрын
Double engin sarkar
@nirugohain3692
@nirugohain3692 4 күн бұрын
ভাল ভাল
@manikamanika6722
@manikamanika6722 4 күн бұрын
Valei hoise
@MaoBourah
@MaoBourah 4 күн бұрын
Mor Guwahati bakhi
@user-zc1bb6jl6d
@user-zc1bb6jl6d 3 күн бұрын
Moja
@surenboruah3241
@surenboruah3241 4 күн бұрын
বহুত সুন্দৰ
@TCF573
@TCF573 4 күн бұрын
Ghy t panite metro solibo dei . 😅😅 eman unnoyon hoise bhai.
@lakheswarborah3046
@lakheswarborah3046 3 күн бұрын
মেঘে বিজুলী মাৰি থাকিলে বৰষূণ হবই । বৰষূণ হলে বানপানী হবই ।
@pulakkonwar5082
@pulakkonwar5082 4 күн бұрын
হয়,এয়াই
@tulshidas398
@tulshidas398 4 күн бұрын
Bijuli ahile borakhan hoboi guwahati
@saabdoley5463
@saabdoley5463 3 күн бұрын
People of Guwahati should used 5ft stick to safe from any drains, river etc....
@smritigogoi3492
@smritigogoi3492 4 күн бұрын
Vote😮desili na bipk
@hemantamahanta5578
@hemantamahanta5578 4 күн бұрын
চবকা চাথ চবকা বিকাশ
@nipendas3954
@nipendas3954 4 күн бұрын
Barhmoputro.puia. nomame..........
@anjugogoi6222
@anjugogoi6222 4 күн бұрын
26লৈ টঙালি বান্ধক
@MaoBourah
@MaoBourah 4 күн бұрын
Bijuli k vote desil hemont r ghoriyal
@TCF573
@TCF573 4 күн бұрын
Bjp k Vote disili nohoi tohote pa mojja .. Mira bar dore ajoni hahokhi mohilak vote nidi. Biyoni mel pota ajonik Vote disa Bohut Ghy r bakhindai... Olp mojja pabo lage 😅😅😅
@TCF573
@TCF573 4 күн бұрын
Yee Modi nahil dekhun.... Gavoru r bihu nass saboloi ahibo pare raijor biloi sabo nahe.. 😅😅😅
@riazuddin4872
@riazuddin4872 4 күн бұрын
Vote for Bjp
@lakheswarborah3046
@lakheswarborah3046 3 күн бұрын
কিটিম বানপানীৰ সম্পকে ভক্তগণে কি কয় সোধক ।
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 4 күн бұрын
Mor Kala. Vote For B J P.
@user-fr3uo9mu3s
@user-fr3uo9mu3s 4 күн бұрын
Congress ehh ki korisil eman bosor hakhon kori
@purbakantabarman431
@purbakantabarman431 3 күн бұрын
মোদীৰ অষ্টলক্ষ্মী পানীৰ তলত থকাটো একো উদ্বিগ্নতাৰ বিষয় নহয় বৰং মূল্যবান সম্পদ সমূহ আদানী আম্বানীৰ বাবে লুণ্ঠন কৰাহে আচল উদ্দেশ্য।ইয়াৰ মানুহ বানপানীৰ মাজত ককবকাই থাকিলেও কোনো ক্ষতি মোদীৰ নহয় ।মোদীয়ে জানে এই অঞ্চলৰ মানুহক গোকাট মিছা কলেও বিশ্বাস কৰে।
@rinabharali454
@rinabharali454 4 күн бұрын
Bor bhal hoise. BJP k vote debo
Русалка
01:00
История одного вокалиста
Рет қаралды 3 МЛН
The child was abused by the clown#Short #Officer Rabbit #angel
00:55
兔子警官
Рет қаралды 24 МЛН
THE POLICE TAKES ME! feat @PANDAGIRLOFFICIAL #shorts
00:31
PANDA BOI
Рет қаралды 24 МЛН