Рет қаралды 36,101
⭕ মেধা আৰু যোগ্যতাৰ ভিত্তিত ৩০ হাজাৰ চৰকাৰী পদত নিযুক্তি, পৰীক্ষাত অৱতীৰ্ণ হ'ব ১১ লাখ প্ৰাৰ্থী
⭕ স্বচ্ছ প্ৰক্ৰিয়াৰে হ'ব ৰাজ্য চৰকাৰৰ দ্বিতীয় সৰ্ববৃহত নিযুক্তি
⭕ DC-SP সকললৈ বিশেষ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
⭕ ২ ঘণ্টাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা, পৰীক্ষা কেন্দ্ৰলৈ বিষয়াও নিব নোৱাৰিব ম'বাইল
⭕ প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থাকিব এজনকৈ SI
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/