মাহী আই || এক সত্য কাহিনী || অসমীয়া ছুটি ছবি || Maahi aai || Assamese short film2022

  Рет қаралды 785,069

JD PRODUCTION

JD PRODUCTION

2 жыл бұрын

মাহী আই || অসমীয়া ছুটি ছবি || এক সত্য কাহিনী•
Maahi aai Assamese short film 2022 || A true story#jdproduction
Screen play & Directed by - Jainal Ahmed
Story & Diolouge - Dipali Gogoi
Disclaimer -
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
• ANUHUSONAR BEDONA || অ...
Thanks for watching.#jdproduction

Пікірлер: 733
@bornalisonowalgogoi8490
@bornalisonowalgogoi8490 2 жыл бұрын
ধুনীয়া ছবি আদৰ্শৰ 👌👍 আগবাঢ়ি যোৱা চুমকী আগলৈকে 👍
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@chandrarajkonwar5962
@chandrarajkonwar5962 Жыл бұрын
খুব সুন্দৰ হৈছে ছবিখন ।চেতিয়ানীৰ অভিনয় খুব ভাল লাগিল। ছবিখন খুব মন চুই গল ।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@binuprabhagogoi4621
@binuprabhagogoi4621 2 жыл бұрын
ভাল লাগিল । সুন্দৰ অভিনয় 👍
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ
@samalrabha247
@samalrabha247 2 жыл бұрын
Nace video?Suki Pani olai gol
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
@@samalrabha247 thank you
@rajanigogoi5368
@rajanigogoi5368 2 жыл бұрын
বহুত সুন্দৰ অভিনয়ৰ মাজেদি এটা সত্য ঘটনাৰ আলমত বাস্তবত প্ৰতিফলিত হোৱা ছবি খন চাই ভাল লাগিল, আগলৈয়ো এনেকৈ আৰু নতুন ছবি পোৱাৰ আশা কৰিলোঁ।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই আমালৈ প্ৰেৰণা যোগুৱাৰ বাবে ধন্যবাদ।
@lxmituraj725
@lxmituraj725 Жыл бұрын
kzbin.info/www/bejne/i6LaoYSrrchno7s.
@ritapuzari8548
@ritapuzari8548 2 жыл бұрын
বৰ ভাল লাগিল চাই, আমাৰ সমাজত সচৰাচৰ মাহীমাৰ ওপৰত যি ধাৰণা তাক বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে।মোৰ মতে সন্তান থকা এজন পুৰুষলে বিয়া হোৱা মহিলা গৰাকী বৰ বহল অন্তৰ। আপোনাৰ এই ছৰবিখনে আমাৰ সমাজত অলপ হ'লেও সুপ্ৰভাৱ পেলাব।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
আপোনাৰ বহুমূলীয়া সুন্দৰ মন্তব্যৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।
@lxmituraj725
@lxmituraj725 Жыл бұрын
kzbin.info/www/bejne/i6LaoYSrrchno7s.
@pramudbora8220
@pramudbora8220 Жыл бұрын
@@JDPRODUCTION786 vall lagis
@bijukhanikar
@bijukhanikar Жыл бұрын
কৃষ্ণ ইমান সুন্দৰ কাহিনী বহুত বহুত ভাল লাগিল চকুৰ পানীৰে নেদেখা হলো । সত্য কাহিনী । আজিকালি সমাজত প্ৰচলিত এইটো হৈ আছে। ।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@pramilamoranboruah1298
@pramilamoranboruah1298 Жыл бұрын
প্ৰতিটো চৰিত্ৰৰ অভিনয় ভাল লাগিল, কাহিনীও ভাল লাগিল।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
@ranaboruah9076
@ranaboruah9076 2 жыл бұрын
ভাল লাগিল, আগলৈ এনেকুৱা ছবি আৰু আশা কৰিলো।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে ধন্যবাদ।
@chinasuwalimoi4123
@chinasuwalimoi4123 2 жыл бұрын
এলিন ,সচাকৈ বহুত ভাল লাগিল তুমাৰ অভিনয় চাই ,,সকলো মাহীমাক যে একেই নহয় সেইটো তুমাৰ অভিনয়ৰে বুজাই দিলা চকুত চকুপানী আহি গল অ এলিন 😥বহুত বহুত ভাল লাগিল চাই ,,আৰু আগুৱাই যোৱা।।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@alinahmed7968
@alinahmed7968 2 жыл бұрын
China suwali moi thnq so much 🥰🙏🏻
@akkelali5864
@akkelali5864 Жыл бұрын
J hum
@padmasaikia7596
@padmasaikia7596 Жыл бұрын
সুন্দৰ❤️
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ধন্যবাদ
@garimanath4397
@garimanath4397 2 жыл бұрын
এখন খুব ধুনীয়া চুটি ছবি 🤗🤗🤗 সমাজক খুব ধুনীয়া বাৰ্তা দিছে 👍👍👍
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu sai hundor montobyo diyar babe aapunak dhonyobad.
@samitakumari5364
@samitakumari5364 Жыл бұрын
Setiyani rol to peefect 👌👌😍😍😍
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you
@imranabhuyan6383
@imranabhuyan6383 2 жыл бұрын
ছবিখন চাই সচাকৈ‌ বৰ‌ভাল‌ লাগিল‌্। অলপ সময় ৰ বাবে বৰ ভাবুক হৈ পৰিছি‌লো। ছবিখনত প্ৰতি টো অভিনয় বৰ ভাল দৰে ফুটি উঠিছে । আগলৈ আৰু এনে অভিনয় চাবলৈ পোৱাৰ অভিলাখ ৰাখি সকলো শিল্পী লৈ শুভেচ্ছা যাচিলো ধন্যবাদ
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে আপোনালৈও ধন্যবাদ।
@gayatriborthakur7895
@gayatriborthakur7895 Жыл бұрын
Bohut val lagil sai muru maa nai 😭
@gungungohain8677
@gungungohain8677 Жыл бұрын
Mur ma ase pai
@julfiebegum7269
@julfiebegum7269 Жыл бұрын
Tumar ghor kot
@jayantasaikia2121
@jayantasaikia2121 2 жыл бұрын
Bahut val lagil
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@munindrasharma9093
@munindrasharma9093 2 жыл бұрын
বোরারী জনী কথাবোৰে অন্তৰ চুই গল। মই নিজে এগৰাকী তেনে মাক। যিমানেই মৰম কৰি লেও কিছুমান লোকে মাহী মা আখ্যা দিলে খুব দুখ লাগে। সকলো সন্তান মাক এগৰাকী কাৰণে সদায় মরমর হয়। সন্তানৰ ভালৰ কাৰনে সময়ত খঙ কৰিব লাগিব বুজাবলৈয়ো চেষ্টা কৰিব লাগিব।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@mouchumivlog1156
@mouchumivlog1156 Жыл бұрын
সকলোৱে সুন্দৰ অভিনয়ৰ হৈছে।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ছবিটি চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ
@debojyotibora7597
@debojyotibora7597 2 жыл бұрын
চুটি ছবিখনে মনটো আবেগিক কৰি তুলিলে। প্ৰতিটো চৰিত্ৰৰে অতি সুন্দৰ অভিনয়ে কাহিনীটোক সফলতাৰে গতি প্ৰদান কৰিছে। অবশেষত বৰ ভাল লাগিল।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@ArpitaDas-yj9sj
@ArpitaDas-yj9sj 2 ай бұрын
ভাল লাগিল মোৰ
@ArpitaDas-yj9sj
@ArpitaDas-yj9sj 2 ай бұрын
একে হসা কাহিনী
@dilipsarmah3428
@dilipsarmah3428 Жыл бұрын
Bohut bhal lagil ,
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ধন্যবাদ।
@dipikakalita1567
@dipikakalita1567 2 жыл бұрын
সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয়৷
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@namsainamgarkishnajatmasto8208
@namsainamgarkishnajatmasto8208 2 жыл бұрын
বহুত বহুত ধন্যবাদ | হচা মনৰ জিয়া কাহিনী টোৱে মুকু আজি কন্দুৱালে | মই Arunachal Pradesh Namsai পৰা Mondit Gogoi
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@nehasjourneyvlogs6114
@nehasjourneyvlogs6114 2 жыл бұрын
অতি সুন্দৰ উপস্থাপন কৰিছে ভাল্ লাগিল 👍👍👍😢
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@buliahmed7334
@buliahmed7334 Жыл бұрын
@@JDPRODUCTION786 u
@dhunu7147
@dhunu7147 Жыл бұрын
ধুনীয়া অভিনয় 👍👍
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ধন্যবাদ।
@assamfunnyandalsoabout6504
@assamfunnyandalsoabout6504 19 күн бұрын
আৰু আগবাঢ়ি যোৱা
@JDPRODUCTION786
@JDPRODUCTION786 11 күн бұрын
Thank you
@mrinmoyroy5776
@mrinmoyroy5776 11 ай бұрын
Video to Sai bohut val lagil deya 🙏
@JDPRODUCTION786
@JDPRODUCTION786 11 ай бұрын
Thank you so much
@rinasarmah925
@rinasarmah925 2 жыл бұрын
বহুত ভাল লাগিল ৷ সুন্দৰ অভিনয় ৷
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ধন্যবাদ।
@minakhisaikia5776
@minakhisaikia5776 2 жыл бұрын
অন্তৰ চুই গল ৷ খুুউব সুন্দৰ কাহিনী ভাগ ৷
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@junakorrong3800
@junakorrong3800 Жыл бұрын
সুন্দৰ উপস্থাপন। ছবিখনৰ কাহিনী অতি সুন্দৰ।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ছবিটি চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@rekhavlog2099
@rekhavlog2099 2 жыл бұрын
চকুৰ পানী ওলাই গল 😭😭সঁচা কাহিনী
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@boinicreations8031
@boinicreations8031 2 жыл бұрын
সুন্দৰ উপস্হাপন।।।। আগৰ দিনত মাহীমাক বুলি এটা বেয়া মনোভাৱ আছিল একেবাৰেই সত্য কিন্তু আজিৰ তাৰিখত শিক্ষাই সকলো ভূল ধাৰণা নাইকিয়া হৈছে।মা সদায় মা।। ভাল লাগিল শেষ নোহোৱালৈকে চালোঁ।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ
@lxmituraj725
@lxmituraj725 Жыл бұрын
kzbin.info/www/bejne/i6LaoYSrrchno7s.
@junmoniborah7443
@junmoniborah7443 2 жыл бұрын
অতিসুন্দৰ আদৰ্শ মোৰো মা আৰু মাহীমা দুয়োগৰাকীয়ে আছে মোৰো মাহীমা তোমাৰ মাহীমাৰ দৰেই মৰমীয়াল
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@nirotpaldutta7415
@nirotpaldutta7415 11 ай бұрын
Hokolu mahi maa bewa nhoyy....kin2 kisuman bht bewau thke😰😭
@sunudas6119
@sunudas6119 2 жыл бұрын
হিয়া। কথা।আমাৰ। বহুত। ভাল। লাগিছে
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@monojtamuly8837
@monojtamuly8837 2 жыл бұрын
চেতিয়ানি ৰ অভিনয় চাই বহুত ভাল লাগিল।।👍👍
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@hemolatavlogs
@hemolatavlogs 2 жыл бұрын
সুন্দৰ কাহিনী ❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Dhonyobad।
@ruliborah8239
@ruliborah8239 Жыл бұрын
Val lagesa
@rabitadas5629
@rabitadas5629 2 жыл бұрын
এখন সুন্দৰ নাটক, খুব ভাল লাগিল চাই, চকুৰ পানী ওলাই গল।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu saai hundor montobbyo diyar babe aapunaloi dhonyobad
@indranathdas7984
@indranathdas7984 2 жыл бұрын
wonderfullll keep it up
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@PrAnJiT.g555
@PrAnJiT.g555 2 жыл бұрын
আপোনালোকৰ এই জীয়া কাহিনীয়ে সমাজৰ অধিকাংশ লোকৰ অহিত মানসিকতাবোৰ মনৰ পৰা আঁতৰাব বুলি ভাবিছোঁ। সদায় আগুৱাই যাওক এনেদৰে।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ থাকিল।
@dulalkalita3206
@dulalkalita3206 Жыл бұрын
Bohut val lagil .hosa kothabur bor hundorka phutai dakhuaisa.
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@makanibegum9624
@makanibegum9624 2 жыл бұрын
বহুত ভাল লাগিল। চকুৰ পানী বাগৰিল। নাটক খনৰ জৰিয়তে সমাজৰ মনৰ ভ্ৰান্ত ধাৰণাবোৰ নিৰ্মূল হ‌ওঁক ।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চোৱাৰ বাবে অাৰু সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@gitanjaleebhuyan3699
@gitanjaleebhuyan3699 Жыл бұрын
Bohut.val.ligal.natok.khon.sai
@boroshakolita2555
@boroshakolita2555 2 жыл бұрын
মন চুই গ'ল ♥️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ছবি খন চোৱাৰ বাবে ধন্যবাদ।
@sumitraphukan806
@sumitraphukan806 2 жыл бұрын
Vl Lagil oti hundor Ovinoi
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Dhonyobad
@jayantasaikia2121
@jayantasaikia2121 2 жыл бұрын
মই আপোনাৰ suscriber হয়
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Umm, thank you
@HorenBora-bg9dg
@HorenBora-bg9dg 22 күн бұрын
বোৱাৰী জনিৰ অভিনয় বৰ ভাল হৈছে ।
@JDPRODUCTION786
@JDPRODUCTION786 21 күн бұрын
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
@munmisarmah3273
@munmisarmah3273 Жыл бұрын
Bhout vl lgl si
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you so much
@munmisarmah3273
@munmisarmah3273 Жыл бұрын
@@JDPRODUCTION786 most welcome
@abantirajkhowa8667
@abantirajkhowa8667 2 жыл бұрын
বহুত ভাল লাগিল ।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@berajborphukonc1972
@berajborphukonc1972 Жыл бұрын
Val lagise dai
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
ধন্যবাদ।
@munmunsvlogs2232
@munmunsvlogs2232 2 жыл бұрын
বহুতে ভাল লাগিল। অভিনয় সুন্দৰ😢
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
সুন্দৰ কাহিনী।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@djelectricals34
@djelectricals34 Жыл бұрын
Very beautiful
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you
@animagogoi7810
@animagogoi7810 Жыл бұрын
Bahut bhal lagel ckor pani ulala
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you
@abhijitbhattacharjee6088
@abhijitbhattacharjee6088 Жыл бұрын
Excellent 👌👌
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank-you
@kiran14555
@kiran14555 Жыл бұрын
সুন্দৰ উপস্থাপন ।বহোত দুখ লাগি গ'ল । আৰু তুমালোক সকলোকে বহুত মৰম আৰু শুভেচ্ছা জনালোঁ আগলৈ আৰু "এনেকুৱা ভাল ভিডিও দি যাবা
@bharatikachari8460
@bharatikachari8460 Жыл бұрын
Aaàaàaaa
@ot7346
@ot7346 Жыл бұрын
😂 10:04 😮
@Assameseborshavlog
@Assameseborshavlog 2 жыл бұрын
Bohut dhuniaa oviny korisa day 🙏👍👍
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@renukagogoi4249
@renukagogoi4249 2 жыл бұрын
Bhal lagel sai
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
ধন্যবাদ।
@kabitachetri1394
@kabitachetri1394 Жыл бұрын
Chetiani's role is perfect 💯
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thankyou
@kushalgogoi6412
@kushalgogoi6412 2 жыл бұрын
Bhal lagil dei❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@rajashreedehingia4934
@rajashreedehingia4934 11 ай бұрын
Val lagilll....
@rismabodo7614
@rismabodo7614 10 ай бұрын
Wow heart touching ❤️👍
@JDPRODUCTION786
@JDPRODUCTION786 10 ай бұрын
Thank you
@rameshwarsingh7025
@rameshwarsingh7025 Жыл бұрын
Chetiani role Tu bhal lagile dei baidew. Keep it up😊
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you so much
@leemabora4573
@leemabora4573 2 жыл бұрын
Sai bht vl lgil maheenon❣️❣️❣️🥰🥰
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@juribaishya4424
@juribaishya4424 2 жыл бұрын
Xosake bhut vl lagil.😭😭😭😭😭😭😭😢😢😢
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@sadhandas9336
@sadhandas9336 2 ай бұрын
ভাল লাগিল।
@bharatchdeka9785
@bharatchdeka9785 2 жыл бұрын
Val lagil video tu si 👍😌❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@mondiradeka5994
@mondiradeka5994 2 жыл бұрын
প্ৰতিটো অভিনয় খুউব সুন্দৰ কৈ ফুটাই তুলিছে শিল্পী সকলে। ভাল লাগিল আৰু চাবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
আপোনাৰ সুন্দৰ মন্তব্য আৰু আমাক প্ৰেৰণা দিয়াৰ বাবে আপোনাক ধন্যবাদ। আগলৈ নিশ্চয় চাবলৈ পাব।
@rohinidas632
@rohinidas632 2 жыл бұрын
@@JDPRODUCTION786 to drrdddzdDD THE DDDDD D D DD Dr FFF FD d A A THE TO DD
@lxmituraj725
@lxmituraj725 Жыл бұрын
kzbin.info/www/bejne/i6LaoYSrrchno7s.
@renuprova4291
@renuprova4291 Жыл бұрын
P
@assamfunnyandalsoabout6504
@assamfunnyandalsoabout6504 19 күн бұрын
Very nice ❤❤❤
@JDPRODUCTION786
@JDPRODUCTION786 19 күн бұрын
Thank you so much
@assamfunnyandalsoabout6504
@assamfunnyandalsoabout6504 19 күн бұрын
@@JDPRODUCTION786 আগবাঢ়ি যোৱা আমি সদায় আছো তোমাৰ লগত 👍
@mayurihatiboruah7147
@mayurihatiboruah7147 2 жыл бұрын
Bohot vl lagil dai❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu saai hundor montobbyo diyar babe dhonyobad.
@biplobdutta8765
@biplobdutta8765 2 жыл бұрын
Vl lgil sai . 2 nd part to dibo
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@inakhiborah535
@inakhiborah535 Жыл бұрын
সচাঁ কথা কিন্তু।ভাল লাগিল। আগলৈ আৰু এনেকোৱা ভিডিঅ বোৰ দি যাব।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
@Monami9954
@Monami9954 Жыл бұрын
বহুত ভালো লাগিলে ,🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you so much
@jyotisaikia2947
@jyotisaikia2947 2 жыл бұрын
আৰু অলপ দিঘল হোৱা হ'লে ভিদিঅতো ।হেপাঁহ নপলালে চাই ।বহুত ধুনিয়া লাগিল দেই।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@jurimonibora1749
@jurimonibora1749 2 жыл бұрын
Xosai bohut Val lagise
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@abdulmazid937
@abdulmazid937 Жыл бұрын
♥️♥️♥️♥️♥️♥️
@kalpananath3301
@kalpananath3301 2 жыл бұрын
হৃদয় কঁপাই গ'ল
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@pranabdas1320
@pranabdas1320 Жыл бұрын
Pp
@user-bt7xs9mf4k
@user-bt7xs9mf4k Жыл бұрын
Hio🤔🤔🤔🤔🤔💗💗💗💗💗😭😭😅
@dipanjaliboruah2081
@dipanjaliboruah2081 Жыл бұрын
Muru mahima ase bohut moro। Kore
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Umm, video টো চোৱাৰ বাবে ধন্যবাদ।
@rupaliboruah3658
@rupaliboruah3658 2 жыл бұрын
বৰ সুন্দৰ হৈছে খুব ভাল লাগিল
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@tulikadas933
@tulikadas933 Жыл бұрын
❤️❤️❤️❤️
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thankyou
@JanmoniBailung-nu9my
@JanmoniBailung-nu9my 3 ай бұрын
এনকোৱা শাহো মাক লেগে ❤❤❤
@jayantasaikia2121
@jayantasaikia2121 2 жыл бұрын
চেতিয়ানীৰ অভিনয় ভাল লগিল।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
বহুত বহুত ধন্যবাদ।
@lakshyaheeraphukon3760
@lakshyaheeraphukon3760 Жыл бұрын
👍❤️❤️
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thanks
@pranshusarmah9559
@pranshusarmah9559 2 жыл бұрын
সুন্দৰ উপস্থাপন , ভাল লাগিল 👌❤️
@ankitagogoi5577
@ankitagogoi5577 2 жыл бұрын
Thankyou ☺️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Dhonyobad
@marjinabegum7749
@marjinabegum7749 2 жыл бұрын
W hat
@karabisaikia460
@karabisaikia460 2 жыл бұрын
Nice.
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@guninsaikia2122
@guninsaikia2122 7 ай бұрын
শেষলৈকে চালো বহুত ভাল লাগিল
@JDPRODUCTION786
@JDPRODUCTION786 7 ай бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
@ankitagogoi5577
@ankitagogoi5577 2 жыл бұрын
Bhal lagil sai 😊❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
😇
@hpentertainment4412
@hpentertainment4412 2 жыл бұрын
Hlw dear frins
@richakumari4942
@richakumari4942 Жыл бұрын
Tutumoni madam...bahut achchha acting 💕💕💕
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thankyou so much
@poojagogoi5263
@poojagogoi5263 2 жыл бұрын
Bhaal lagil sai
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@kushalsurumoni8065
@kushalsurumoni8065 2 жыл бұрын
Hosakoi bor dukh loga 😭😭😭😭😭😭
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Dhonyobad
@renudas2177
@renudas2177 Жыл бұрын
কাহিনী টো ভাল লাগিল ।এই কাহিনীটোৰ পৰা কিছু মানুহে গিয়ান পাব ।
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Video টো চাই আমালৈ সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ বহুত ধন্যবাদ।
@archanashobby4069
@archanashobby4069 2 жыл бұрын
Val lagil hundor video oviny moza❤️😭
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu saai hundor montobbyo diyar বাবে আপোনাক ধন্যবাদ।
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog 2 жыл бұрын
Video tu firstr pora last loike eman vl lagil. Sokur pani ulai gol. Xosai dei mahi maa buli ji bhul dharona xomajot ase video tur joriyote khub xundor koi prokax paise.
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu saai hundor koi montobbyo diyar babe aapunaloi bohut dhonyobad.
@bharatibaruah3729
@bharatibaruah3729 2 жыл бұрын
Bvidipto
@dayamoidas7439
@dayamoidas7439 2 жыл бұрын
বহুত বহুত সুন্দৰ । পাছৰ খণ্ড বোৰ চাব বিচাৰো ।
@malatisarmah9256
@malatisarmah9256 2 жыл бұрын
@@JDPRODUCTION786 ²
@minudas9904
@minudas9904 2 жыл бұрын
@@JDPRODUCTION786 ooioooooooooolikoool9oooo
@Nanditapriyam
@Nanditapriyam 2 жыл бұрын
বহুত ধুনিয়া লাগিল
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you
@kasmitaparasar5844
@kasmitaparasar5844 2 жыл бұрын
waahh amar Ankita bowari hoi gol.biyat o namatili🥺..val lagil sai story tu ❤️
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank u
@ankitagogoi5577
@ankitagogoi5577 2 жыл бұрын
🥹❤️❤️ thankyou baa
@jotingogoi6224
@jotingogoi6224 2 жыл бұрын
Bohut Bohut Val lagel
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video tu saai prerona juguwar babe dhonyobad.
@minakhiphukan6392
@minakhiphukan6392 Жыл бұрын
Mojaa 🔥🔥
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank-you
@nabajyotisharma5873
@nabajyotisharma5873 2 жыл бұрын
চালো। ভাল লাগিল। নতুন বাত্তা এটি দিয়া হল।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Thank you so much
@sabitriduttas9249
@sabitriduttas9249 2 жыл бұрын
বহুত সুন্দৰ অভিনয় ভাল লাগিল চাই।
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@korabimedhi9961
@korabimedhi9961 2 жыл бұрын
Bohut besi val hoise apunalukor natok khon aru val natok sabo pam buli akha rakhilu
@JDPRODUCTION786
@JDPRODUCTION786 2 жыл бұрын
Nichai saboloi paabo. Video tu saai hundor prerona juguwar babe aapunaloi dhonyobad.
@nayanmonidutta9768
@nayanmonidutta9768 6 ай бұрын
সুন্দৰ অভিনয় সকলোৰে
@JDPRODUCTION786
@JDPRODUCTION786 6 ай бұрын
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
@kandarpadas8365
@kandarpadas8365 Жыл бұрын
Thanks respected writer and actresses.
@JDPRODUCTION786
@JDPRODUCTION786 Жыл бұрын
Thank you so much
MAA DAUTAR  XOPUN || মা দেউতাৰ সপোন || Assames short film
19:01
R.B Vlogs & জোনাক official
Рет қаралды 212 М.
Did you believe it was real? #tiktok
00:25
Анастасия Тарасова
Рет қаралды 53 МЛН
Rajpothor vikshyari_//ৰাজপথৰ ভিক্ষাৰী
19:55
One Two Buckle My Shoes ! #spongebobexe #shorts
0:17
ANA Craft
Рет қаралды 60 МЛН
САМЫЙ ЖАРКИЙ ШТАТ (@therealoscarmendez - TT)
0:23
В ТРЕНДЕ
Рет қаралды 17 МЛН
When dad sneezes 😱😵‍💫 LeoNata family #shorts
0:26
LeoNata Family
Рет қаралды 10 МЛН