No video

মাজবাটত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আছা ৰ।

  Рет қаралды 40,587

Hello Mazbat

Hello Mazbat

Күн бұрын

বৰাক উপত্যকাৰ কাছাৰ জিলাৰ ডলু চাহ বাগিছা উচ্ছেদ কৰাৰ প্ৰতিবাদত আজি (১৮/০৫/২০২২) সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) মাজবাট আঞ্চলিক সমিতিয়ে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ শ্ৰম, নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসমৰ চৰকাৰৰ চাহ শ্ৰমিক কল্যাণ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিচানৰ পুত্তলিকা দাহ কৰে। অতি শীঘ্ৰে চাহ বাগিছাৰ উচ্ছেদ বন্ধ কৰিবলৈ সংগঠনটোৱে দাবী জনায়।
#Mazbatian #AASSA #DoluTeaEsate #BarakValley #Cachar

Пікірлер: 7
@SadriTechVlog
@SadriTechVlog 2 жыл бұрын
Bahut Acha 👍👍👍 JAI JOHAR JAI AASAA JAI ADIVASI
@hyperjeck5077
@hyperjeck5077 2 жыл бұрын
AASAA jindabad
@amanofficialyoutubechannel7975
@amanofficialyoutubechannel7975 2 жыл бұрын
adivashi jinda bad
@RajmoniDebbarma-yv2zd
@RajmoniDebbarma-yv2zd Ай бұрын
👌👌👌👌👌👌👌👌👌
@LokhiTuri
@LokhiTuri Ай бұрын
Lokhi Turi you
@muksidulali2831
@muksidulali2831 Ай бұрын
রাহুল গান্ধী জিন্দাবাদ
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 66 МЛН
My Cheetos🍕PIZZA #cooking #shorts
00:43
BANKII
Рет қаралды 26 МЛН
Violent protests escalate in Bangladesh
1:07
The Times and The Sunday Times
Рет қаралды 613 М.
Why is anti-immigration sentiment on the rise in Canada?
13:00
The Guardian
Рет қаралды 1,8 МЛН
Women's Football ⚽ Tournament 🇮🇳INDIAN V/s BHUTAN🇧🇹
24:01