মাজুলীৰ ভাওনাথলীত নোহোৱা নোপোজা ঘটনা, নৃসিংহ মুৰাৰীৰ ভাও লোৱা ভাৱৰীয়াৰ অস্বাভাৱিক আচৰণ

  Рет қаралды 359,464

News Live

News Live

Күн бұрын

Пікірлер: 522
@entertainmentcenter9139
@entertainmentcenter9139 2 жыл бұрын
ভক্তি কেৱল প্ৰহ্লাদৰ হে থাকি গল কলি যুগত । প্ৰহ্লাদ ৰ পৰ্থনত হে তেওঁ সন্তুষ্ট হয় ভগবানৰ লীলা কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@priyaborgohain2479
@priyaborgohain2479 2 жыл бұрын
Moiu fagunot patisilu. Aivag. Bohut dhuniake hoi. Gol. Kunubai jodi ajanite kiba dukh logaise. Tau jate maf kori die. 🙏🙏🙏
@mr.saikia8158
@mr.saikia8158 2 жыл бұрын
মইয়ো ভাও গাও৷যদি একান্ত নিষ্ঠাৰে চৰিত্ৰটোত সোমায় পৰা হয় তেনে সেই চৰিত্ৰটোৰ দৰে অনুভৱ হয়৷ভগৱানৰ কৃপাদৃষ্টি সদায় থাকে ভাও কৰোতে৷কান্দো বুলিলে কান্দিব পাৰি হাহো বুলিলে হাহিব পাৰি৷কেৱল ঈশৰৰ লীলা এইয়া৷কোনো অন্ধবিশ্বাস নহয় এইয়া৷ভাওনাক লৈ যিটি খৱৰ নিদিব৷ঈশ্বৰৰ মহত্ত্ব বুজি শুনি লওঁক
@rupamjyotisaikia4
@rupamjyotisaikia4 2 жыл бұрын
Sampurna Soitya 🙏
@fermion4945
@fermion4945 2 жыл бұрын
Krishno🙏🙏
@sikhamoni393
@sikhamoni393 2 жыл бұрын
Thik kotha koise
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
সঁচা কথা কৈছে
@mymemorialmoments3416
@mymemorialmoments3416 2 жыл бұрын
ওমঁ নমো ভগৱতে বাসুদেৱায় ৷মই নিমিত্ত ভক্ত হিচাবে গীতা,ভাগৱত আৰু দুয়োজনা গুৰুৰ শ্ৰী চৰণত সেৱা জনাই প্ৰকৃত সত্য বেকত কৰিছো ৷মহাহৰি প্ৰভূ দৰ্শন দিয়াৰ লগতে কলিকালত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ ভগৱানে ভক্তক এৰি নিদিয়ে৷কলিকালত দেৱগণ অসন্তুষ্ট ,সকলোৱে নৃসিংহৰূপত আছে ৷ধৰ্ম গ্ৰন্থৰ গূঢ় আৰু গাঢ় তত্ত্ব নাজানিলেও ৰাম বা কৃষ্ণ বুলি ক’লেও ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি ৷ আশা কৰো দুয়োজনা গুৰুৱে একান্ত ভক্তক আৰ্শীষ প্ৰদান কৰিব,বিপদগ্ৰস্ত জনক চৰণত ঠাই দি উদ্ধাৰ কৰিব ৷ শেষত গুৰু, দেৱ ,নাম,বৈষ্ণৱক সেৱা জনালো ৷
@romonhagjer2653
@romonhagjer2653 2 жыл бұрын
শংকৰৰ কাষৰ পৰা 😥মাধৱক আতৰাই 😡ajan😡 নামৰ বিধৰ্মি এটাক শংকৰৰ একে শাৰীতে (শংকৰ😡ajan) স্থান দি মাধৱক অপমান কৰাৰ ফল চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই তিল তিল ভুগিব লাগিব । এইয়া তাৰেই আগজাননী দিছে ভগৱানে । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এইয়া তাৰেই এটা সৰু উদাহৰণ ।
@pobonboruah361
@pobonboruah361 2 жыл бұрын
মদ খাই পাগলামী koresa
@mgsatech9384
@mgsatech9384 2 жыл бұрын
Eibor a ko nai aajir dinat , 1 ta Full khai loisile control koribo nowarile nijoke, bas emane
@probodhmedhi6219
@probodhmedhi6219 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হে বুলিছো প্ৰভু এইয়া কি দেখিছোঁ । প্ৰভু ভগৱন্তই যাতে একো অপাই অমঙ্গল নকৰে । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@paporigogoi91
@paporigogoi91 2 жыл бұрын
Krishna prabhu 🙏
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
কৃষ্ণ..এই অস্বাভাবিকতাৰ আঁৰত ভাৱৰীয়াৰ নৃসিংহ চৰিত্ৰত সম্পূৰ্ণভাৱে মগন হৈ যোৱাটো..এটা কাৰণ হ'ব পাৰে।
@romonhagjer2653
@romonhagjer2653 2 жыл бұрын
আৰু শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ajan নামৰ জেহাদী এটাক শংকৰৰ একে শাৰীতে স্থান দি 😥মাধৱক অপমান😥 কৰাৰ ফলত ভগৱানৰ অসম আৰু অসমীয়াৰ প্ৰতি হোৱা ঘৃণাৰ এনেকৈ বহিঃপ্ৰকাশ ঘটিছে ।
@Assamboy276
@Assamboy276 2 ай бұрын
জয় গুৰু শংকৰ 🙏🙏🙏
@tapanray552
@tapanray552 2 жыл бұрын
দেৱতা সকলোৰো সাধ্য নাছিল এই ৰূপ সম্বৰণ কৰাবলৈ স্বয়ং লক্ষ্মীদেৱীও নোৱাৰিলে একমাত্ৰ ভক্ত প্ৰহ্লাদৰ প্ৰাৰ্থনাত হে সন্তুষ্ট হৈ ৰূপ সম্বৰণ কৰিলে৷ভাগৱতৰ কথা যেন প্ৰমণিত হ’ল ৷এয়া একান্ত ভাব আৰু বিশ্বাসৰ ফল৷ কৃষ্ণ৷
@poyubhoragogoi7258
@poyubhoragogoi7258 2 жыл бұрын
তেখেতে একেৰাহে আখৰা কৰি থকাৰ বাবে বা দিনে ৰাতিয়ে ভাওটোৰ লগত জড়িত হৈ থকাৰ বাবে তেওঁৰ অৱচেতন মনত (sub conscious mind) নৃসিংস মূৰাৰীয়ে প্ৰভাৱ পেলাই আছিল। সেয়ে তেওঁও নৃসিংস মূৰাৰীৰ দৰে আচৰণ কৰিছিল। প্ৰভূ ভগৱন্তৰ আস্থাৰ প্ৰতি তেওঁ নিজকে বিলীন কৰি দিছে। ঔঁ নমো নাৰায়ণ! 🙏
@banugupal60
@banugupal60 2 жыл бұрын
Kla
@rinjukalita6152
@rinjukalita6152 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ,হে ভগবান 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bishaldey2172
@bishaldey2172 2 жыл бұрын
Hare Krishna
@air33-ias53
@air33-ias53 2 жыл бұрын
ৰমানন্দ সাগৰৰ পুৰণি ধাৰাবাহিক শ্ৰীকৃষ্ণ ৰ চৰিত্ৰত থকা সব্দমন বেনাৰ্জী দেৱৰ লগতো বহুবাৰ শ্বুটিং ৰ সময়ত এনেকুৱা ৰহস্যময় ঘটনা হৈছিল। জয় শ্ৰী কৃষ্ণ 🚩 জয় শ্ৰী শ্ৰী নৃশৃংহ মুৰাৰিৰ জয়🙏
@hemantabora8987
@hemantabora8987 2 жыл бұрын
ভাওনাত কোনো দোষ হোৱা নাই বুলি ভাবোঁ, এয়া ভগৱান বিষ্ণুৰ কৃপা দৃষ্টি হে য়ে তেওঁৰ স্থিতি অসমবাসীয়ে দশণ কৰিবলৈ সক্ষম হৈছে।
@tulumonigogoi-er6wn
@tulumonigogoi-er6wn Жыл бұрын
Krishno🙏🙏🙏
@dhrubabardoloi7599
@dhrubabardoloi7599 2 жыл бұрын
ঠিকেই কৈছে মানিলে ধান নামানিলে পটাণ, ঠিক তেনেদৰে মানিলে ভগবান নামানিলে সেয়া এক ভাওৰীয়া চালনা , আজি আমি ইমান দিনে ভাগবতত শুনিবলৈ পাই আহিছো, বা টিভিত দেখি আহিছোঁ যে, ভগবান শ্ৰীবিষ্ণুৰ এই নৰসিংহ ৰূপটো সমষ্টৰ দেবগনে ঐ শান্ত কৰিব পাৰা নাছিল ,,একমাত্ৰ ভক্ত প্ৰহলাদৰ বাহিৰে, আৰু সেই আজি আমি ইমান দিনে শুনি থাকা ,বা টিভিত দেখি থাকা আজি সত্য প্ৰমাণিত কৰিলে ভগবান শ্ৰীবিষ্ণু য়ে।
@Barshabora28
@Barshabora28 Жыл бұрын
জয় শ্ৰী কৃষ্ণ
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
কেতিয়াবা ভাও লোৱা চৰিত্ৰৰ মাজত গভীৰভাৱে সোমাই পৰিলে এনেকুৱা হয়।
@arunav_creations
@arunav_creations 2 жыл бұрын
হয়
@mahanandakalita6880
@mahanandakalita6880 2 жыл бұрын
Hoi
@rituparnabhardwaj760
@rituparnabhardwaj760 2 жыл бұрын
হয়🙏
@hunter25297
@hunter25297 2 жыл бұрын
তই খুমাই পাইছা নেকি সুটমাৰণি
@arunav_creations
@arunav_creations 2 жыл бұрын
@@hunter25297 axomiya vauna sai paise dodai. Nai pua jodi ebar nijor maa deutak xudhibo, teuluke kobo. Eibur ghotona swavabik.
@nayankakati4143
@nayankakati4143 2 жыл бұрын
ভগবানক অগাদ বিশ্বাস কৰে এওলোকে,,,মোৰ ঘৰ নলবাৰী ত ভাওনা মই দেখা এ নাছিলো,এবাৰ মই মাজুলীৰ ভাওনা কাজিৰঙাত চাইছিলো এইখন এ ভাওনা, মই নাটকৰ নিছিনা ছাই আছিলো ছাই বহুত এ ভাল লাগিছিল,, শেষৰ পিনে ভাওনাত ভগবান বুলি অভিনয় কৰা মানুহ কেইজনক সেৱা কৰিব ধৰিলে ৰাইজে,,, তেতিয়া হে বুজিলো ভাওনা নাটক নহয় ,, বিশ্বাস নিজৰ ওপৰত ভগবান বুলি ভাবিলে ভগবান এ, আমাৰ মনত কিন্তু অভিনয় এ হব , অভিনয় কৰি কান্দিলে ও চকু পানী ওলাই
@DineshChutia-n8h
@DineshChutia-n8h 2 жыл бұрын
মাত্ৰ এবাৰ আপুনি নৃসিংহৰ মুখাভাগ পৰিধান কৰক। বাকিবোৰ নিজে গম পাব
@Suruj-n7d
@Suruj-n7d 2 жыл бұрын
এয়া আছিল যে ভগৱান আজিও আছে 🙏🙏🙏
@theamazingnature6746
@theamazingnature6746 2 жыл бұрын
কৃষ্ণ কৃষ্ণ, প্ৰভু তুমি কৃপাৰ সাগৰ, দয়া কৰা প্ৰভু, তুমাৰ শ্ৰী চৰণত শত কোটি সেৱা জনাইছোঁ প্ৰভু 🙏🙏🙏
@romonhagjer2653
@romonhagjer2653 2 жыл бұрын
এইয়া অসম আৰু অসমীয়াৰ প্ৰতি শ্ৰীবিষ্ণুৰ অসন্তোষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে । মানে এইয়া কিছুমান চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ×ajan× নামৰ বিধৰ্মী এটাক শংকৰৰ একে শাৰীতে স্থান দি মাধৱক অপমান কৰাৰ ফল । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এয়া তাৰেই আগজাননী ।
@HridoyjyotiGogoi8678
@HridoyjyotiGogoi8678 Жыл бұрын
ভ্ৰম নহয় অন্ধবিশ্বাসো নহয় এয়া প্ৰভু লীলা বিশ্বাস কৰা সকলে কৰিব ❤🙏🙏🙏
@MegaDevajit
@MegaDevajit 2 жыл бұрын
Bhool bhulaiya r nisina...তেওঁ বেছিকৈ সোমাই গল চৰিত্ৰটিৰ ভিতৰত...নিজকে সেই চৰিত্ৰটো বুলি ভাবি লয়।।।কৃষ্ণ
@lsd4889
@lsd4889 2 жыл бұрын
vai hbbbb
@assamunlimited348
@assamunlimited348 2 жыл бұрын
জয় গুৰু শংকৰ
@zacian4579
@zacian4579 2 жыл бұрын
DID buli koi .
@hridayjaannath5313
@hridayjaannath5313 2 жыл бұрын
ৰাম ৰাম , জয় শ্ৰীৰাম
@sauravtamuli3491
@sauravtamuli3491 2 жыл бұрын
Krishno prabhu 🕉️🕉️
@SumanDas-kz4xw
@SumanDas-kz4xw Жыл бұрын
Krishna Krishna 0:44 0:46 🙏🙏🙏👏
@pratimgogoi454
@pratimgogoi454 2 жыл бұрын
Jai bishnu prabhu 🙏
@hemantabora8987
@hemantabora8987 2 жыл бұрын
এযা স্বয়ং ভগৱান স্থিতি হৈছিল।
@PinkuDas-s2s
@PinkuDas-s2s Ай бұрын
Krishna provuu❤
@simantabora.6999
@simantabora.6999 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয গুৰু শংকৰ
@Pk-dx9rn
@Pk-dx9rn 2 жыл бұрын
কৃষ্ণ কৃষ্ণ🙏
@nayansaikia4070
@nayansaikia4070 2 жыл бұрын
কৃষ্ণ ❣️👍
@nabadiprajkhowa6350
@nabadiprajkhowa6350 2 жыл бұрын
Krishno provu doya kriba❤❤❤❤😘😘😘
@rituparnabhardwaj760
@rituparnabhardwaj760 2 жыл бұрын
ওঁ বিষ্ণু দেৱায় নমাহ:🙏
@AnitaRajbongshi1234
@AnitaRajbongshi1234 2 жыл бұрын
হৰি বল হৰি বল
@akpegu6801
@akpegu6801 2 жыл бұрын
Krisnh krisnh
@ismitapatowary5671
@ismitapatowary5671 2 жыл бұрын
Ohhhh Aiiii
@utpaltalukdar2679
@utpaltalukdar2679 2 жыл бұрын
It happens due to his love for Lord ,dedication in that act and complete submerge .One person died in separation of Ramchandra (when Ramchandra was leaving for 14year Banabash), while he was acting as Dasarath Maharaj in Ramlila.
@fftrix264
@fftrix264 2 жыл бұрын
Yah You are absolutely Right🙂
@romenjit7549
@romenjit7549 2 жыл бұрын
🙏🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🙏🏻🙏🙏🙏
@sumsumiofficial3432
@sumsumiofficial3432 2 жыл бұрын
এইয়ে হৈছে ভগৱানৰ লীলা। কৃষ্ণকান্ত 🙏🙏
@ankurchamuachannel9512
@ankurchamuachannel9512 2 жыл бұрын
Krishana🙏
@bikashdeka8436
@bikashdeka8436 2 жыл бұрын
🌺🌸🌼🌼🌼🌺🌼🌸হে প্ৰভু কৃষ্ণ কৃষ্ণ🌺🏵️🌺🌼🌸🌻🌺🙏
@dilipdas9924
@dilipdas9924 2 жыл бұрын
মজা
@vioray6298
@vioray6298 2 жыл бұрын
হে প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@rumidatto9911
@rumidatto9911 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভু। 🙏🙏🙏
@jackey1996
@jackey1996 2 жыл бұрын
Krishno Krishno 🙏🙏
@Lovemusic0133
@Lovemusic0133 2 жыл бұрын
এইয়া ভগৱানৰ লীলা🙏
@dipjyotihazarika9038
@dipjyotihazarika9038 Жыл бұрын
Narayon ❤
@mrinaldutta3949
@mrinaldutta3949 2 жыл бұрын
He provu tumr usrt hoto kouti pronam.....Krishna provu
@mrinaldutta3949
@mrinaldutta3949 2 жыл бұрын
Vogowanor mohima opar...dhon Toka poisa taur agot eku a nhoi....navabibo sb ase anakua din ahibo eku a nathakibo logt ...thakibo okol hopun...krishno
@KDnews608
@KDnews608 2 жыл бұрын
কৃষ্ণ প্ৰভু ।
@manashjyotidutta4323
@manashjyotidutta4323 2 жыл бұрын
Krisna probhu.... Krisna, krisna
@babuligira1309
@babuligira1309 2 жыл бұрын
কৃষ্ণ ভগৱান
@sumitrakonwar1043
@sumitrakonwar1043 2 жыл бұрын
krishna🙏🙏
@mrinmoykalita4286
@mrinmoykalita4286 2 жыл бұрын
Krishna Krishna Prabhu 🙏🙏🙏 joi guru Sankar 🙏🙏🙏
@dhrubajyotiborah818
@dhrubajyotiborah818 2 жыл бұрын
কৃষ্ণ প্রভূ ❤❤❤
@khatiaxomiyalora5294
@khatiaxomiyalora5294 2 жыл бұрын
Jai sri krishna 🙏🙏🙏
@pratapdas1113
@pratapdas1113 2 жыл бұрын
The spiritual ray come to earth
@toysme4995
@toysme4995 2 жыл бұрын
Ketiyaba ene hoi... bhaworiya jon xei soritrotut enekoi xumai pore je tekhete nijoke xeijon buliyei bhabi loi..
@pranjalkayshop13
@pranjalkayshop13 2 жыл бұрын
কুলাচলৰ মুক্তি লাভ ভাওনা আৰু নৃষিংহ মুৰাৰি মহাপুৰুষীয়া,, নাটক দুভাগ বহুত অপাৰ মহিমা,,🙏🙏🙏 আৰু সকলো ভাওনাৰ অপাৰ মহিমা আছে, গুৰু জনাৰ চিষ্ঠি
@rajeshchakraborty3142
@rajeshchakraborty3142 2 жыл бұрын
Vogobanor mahima opar.....🙏🙏
@ritupanhazarika6435
@ritupanhazarika6435 2 жыл бұрын
Krishna❤️❤️❤️
@Ridipaxom
@Ridipaxom 2 жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালো ।। হৰি হৰি হৰি
@dipsikha5747
@dipsikha5747 2 жыл бұрын
কৃষ্ণ, কৃষ্ণ,,🙏🙏🙏
@chibanikuki1825
@chibanikuki1825 2 жыл бұрын
কৃষ্ণ প্ৰভু ভগৱান 🙏 দয়া কৰিবা প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@pranabdas4869
@pranabdas4869 2 жыл бұрын
Om nomu vogobotbasu debae nomo
@bedantahazarika5453
@bedantahazarika5453 2 жыл бұрын
এনেকুৱা এটা ঘটনা ২ বছৰৰ আগত আমাৰ তিতাবৰটো হৈছিল।।
@RiiyanAxom
@RiiyanAxom 2 жыл бұрын
Um hoii
@anuragsharma361
@anuragsharma361 2 жыл бұрын
Bibijan t nki....xei bhaona khnr mul bayon jon amar team r e asil
@gargi3443
@gargi3443 2 жыл бұрын
Ki hoisil hoi moiu Titabor re
@bedantahazarika5453
@bedantahazarika5453 2 жыл бұрын
@@anuragsharma361 hoi
@bedantahazarika5453
@bedantahazarika5453 2 жыл бұрын
@Freefire and others মহিলা এগৰাকী
@Jk70000
@Jk70000 2 жыл бұрын
।।কৃষ্ণ।।🙏🙏🙏🙏
@satyadas2404
@satyadas2404 2 жыл бұрын
Guru bhamah guru bishnu guru moheswar tumiye jagotar eswar teuk xantusatta koratu bohut vabib lagib 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@mridusmitabaruah5919
@mridusmitabaruah5919 2 жыл бұрын
Krishna probhu ,hokolu valkoi hol dai, Krishna
@Barshabora28
@Barshabora28 Жыл бұрын
শ্ৰী কৃষ্ণৰ কি মায়াময় লীলা
@Hopun369
@Hopun369 2 жыл бұрын
Krishna Krishna Krishna 🙏🙏 🙏
@ajitdutta9034
@ajitdutta9034 4 ай бұрын
Jai Nihingho Murari
@satyajitdewri2473
@satyajitdewri2473 2 жыл бұрын
কৃষ্ণ কৃষ্ণৰ 🙏🙏🙏🙏🙏🙏
@sumidvlogechanals9694
@sumidvlogechanals9694 2 жыл бұрын
Bhagaban ahise gaat
@diptichutia2944
@diptichutia2944 2 жыл бұрын
Krishna tumar opar mohima 🙏🙏🙏🙏
@dilipdas6486
@dilipdas6486 2 жыл бұрын
Krishno provhu
@sanjuktahazarika9378
@sanjuktahazarika9378 2 жыл бұрын
Krisno
@bristiborah7868
@bristiborah7868 2 жыл бұрын
🙏🙏 কৃষ্ণ প্ৰভু🙏🙏
@utpal6174
@utpal6174 2 жыл бұрын
Hare krishna hare krishna krishna Krishna hare hare Hare ram hare ram ram ram hare hare
@assmescreative1883
@assmescreative1883 2 жыл бұрын
Shree Krishna ye namah
@Nihar8011
@Nihar8011 2 жыл бұрын
krishna 🙏..aiya r pravu 🙏
@julibora2475
@julibora2475 2 жыл бұрын
কৃষ্ণ 🙏
@pranjoldutta7038
@pranjoldutta7038 2 жыл бұрын
জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿সেৱা হে জনালোঁ🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿
@lakhinandansaikia5356
@lakhinandansaikia5356 2 жыл бұрын
Ram kriso ram krisno🙏🙏
@pranjallaskar9103
@pranjallaskar9103 2 жыл бұрын
Ai bur menia hoi
@rajibborah3255
@rajibborah3255 2 жыл бұрын
Krishna gurujan
@bobitabhuyan3260
@bobitabhuyan3260 2 жыл бұрын
Bhogoban ase 🙏🏼🙏🏼
@manuborah4135
@manuborah4135 2 жыл бұрын
কৃষ্ণ প্ৰভু 🙏🙏🙏
@dimpiboruahhh6974
@dimpiboruahhh6974 2 жыл бұрын
Jai Krishna ❤️❤️❤️
@nayansaikia8847
@nayansaikia8847 2 жыл бұрын
Krishna vogoban 🙏
@takyatenseng2395
@takyatenseng2395 2 жыл бұрын
Krishno ,
@biswajitsaikia7442
@biswajitsaikia7442 2 жыл бұрын
JAI NIHINGO MURARI JAI JAI🙏🙏🙏🙏🙏
@ajitgogoi4420
@ajitgogoi4420 2 жыл бұрын
Om namah shivay Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@monjit85
@monjit85 2 жыл бұрын
Prabhu...
@mamu1469
@mamu1469 2 жыл бұрын
Krishna Krishna Krishna
@sonasarma7887
@sonasarma7887 2 жыл бұрын
Narsimha bhagban.... 😘😘😘🕉🕉🕉🕉🙏🙏🙏
@manishaborah5530
@manishaborah5530 2 жыл бұрын
কৃষ্ণ❤️🙏
@kangkan.Choudhury
@kangkan.Choudhury 2 жыл бұрын
কৃষ্ণ প্ৰভু 🙏😌
@u.vmultimedia1541
@u.vmultimedia1541 Жыл бұрын
🙏🏽
@lil_psy_cho5724
@lil_psy_cho5724 2 жыл бұрын
কৃষ্ণ প্ৰভু 🙏 প্ৰভু ভগৱন্ত নিজে আহিছে 🙏🙏
@R1biker00
@R1biker00 2 жыл бұрын
Provu jonai amak kipa korok.. 🙏🙏🙏🙏🙏🙏🙏🙏krishno provu
@littlehandique6039
@littlehandique6039 2 жыл бұрын
KRISHNA KRISHANA 🙏 🙏 🙏 !
@localyoutuber1767
@localyoutuber1767 2 жыл бұрын
Krishna vogoban
@Ruuupam
@Ruuupam 2 жыл бұрын
ভগবানৰ লিলা খেলা কোনো বোজিব নোৱাৰি 🙏🙏
@uttamanandasaikia3484
@uttamanandasaikia3484 2 жыл бұрын
Jai shree narayan
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
KNOW EVERYTHING ABOUT YOU BY YOUR BIRTHDATE| ASTROLOGY| NUMEROLOGY| FORTUNE| ft. jagriti Bhuyan
53:54