মাজুলীত সংঘটিত হৈছে এক অলৌকিক ঘটনা।এজন মিচিং যুৱকলৈ জলদেৱতাৰ তৰোৱাল উপহাৰ।

  Рет қаралды 90,954

MISING LUTAD মিচিং লুটাদ NEWS

MISING LUTAD মিচিং লুটাদ NEWS

Күн бұрын

#MISINGLUTAD#MISINGNEWS#JAGDISHTAID
Follow our Facebook link: / . .
Follow our tweeter link: / jagdishloy
Follow our website: www.misingluta...

Пікірлер: 48
@sitaramdoley3222
@sitaramdoley3222 2 жыл бұрын
কোনো জলদেৱতা থলদেৱতা নাই । এইবোৰ কাল্পনিক আৰু অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত । পুৰণি মিচিং সমাজে বিশ্বাস আৰু আৰোপ কৰাৰ দৰে আগৰ দিনৰ মিবুবিলাকৰো যে কিবা এটা ঐশ্বৰিক শক্তি আছিল তাত মোৰ সন্দেহৰ অৱকাশ আছে । পূৰ্বে শিক্ষা-দীক্ষা নথকা সময়ত সকলো মানৱ সমাজৰ মাজতে অন্ধবিশ্বাসৰ পয়োভৰ আছিল । মানুহে গছ, মাটি, হাবি, বিজুলী, চন্দ্ৰ, সূৰ্য, মেঘ, বায়ু, সাপ, জল, ঢেৰেকণি, গৰু, ছাগলী আনকি পোক-পৰুৱাৰ ওপৰতো দেৱত্ব আৰোপ কৰিছিল; অৰ্থাৎ দেৱ-দেৱী বুলি ভাবিছিল । এইমতে পূজা-অৰ্চনাও আগবঢ়াইছিল । আজি এই অবাস্তৱ আৰু অযুক্তিকৰ বিশ্বাসবোৰ খামোচি থকাৰ সকাম নাই ।
@tulsirampanging6610
@tulsirampanging6610 2 жыл бұрын
অক্ষয় মিলি আচল মিলি হয়নে নহয় তাৰ প্ৰমাণ চাবলৈ হলে তেও নজনাকৈ‌ কুটৰা শাক,বটুৱা শাক আৰু কোমৰা আঞ্জা বনাই খোৱাই চাব পাৰে।যদি অক্ষয় মিলি আচল মিবু হয়।তেন্তে ওপৰত উল্লেখিত শাক পাচলি অন্য মানুহে নকলেও তেওৰ নাকত গোন্ধ পোৱাত পেলাই দিব।আমি চেমনীয়া ডেকা কালত আমাৰ আইৰ‌ বৰদেউতাৰ সন্তান তেতেলি মিলিও পানীৰ তলৰ পৰা ডুব মাৰি তোলি অনা চৰাই পৰা গাঁৱত এতিয়াও আছে।আন এখন য়কচা তেওঁলোকৰ মৌদাম মিলি পৰিয়ালে আগতে নেফাৰ পৰা ভৈয়ামলৈ প্ৰবজন আহোতে লৈ অনা আৰু এখন য়ক্ চা আছে বুলি গম পাও।গতিকে তেখেতৰ কাৰোকাৰ্য আৰু খোৱা বোৱাৰ পৰাও আচল মিবু হয়নে নহয় ধৰিব পৰা যাব।আনহাতে তেওক তিনি মাহৰ কাৰণে জখ জখিনি সকলে হাবি জংঘলত নি আন মানুহে গম নোপোৱাকৈ হৰণ কৰি নিব পাৰে।ম‌ই জনাত সেইবোৰেই মিবুৰ লক্ষণ বুলি আইয়ে কোৱা কথাবোৰ ৰাইজৰ আগত অৱগত কৰা হল। ধন্যবাদ। তুলসীৰাম পাংগিং।।
@bituponstudio2770
@bituponstudio2770 2 жыл бұрын
সচা কথা
@rajadoleyrajadoley2354
@rajadoleyrajadoley2354 2 жыл бұрын
I Hope it's is amazing ,For our mising culture.
@engtalks-2261
@engtalks-2261 2 жыл бұрын
পূৰ্ৱতে প্রায় বিলাক সমাজত ধর্ম বিশ্বাস আছিল তাৰ পাছত বিজ্ঞানলৈ পরিবর্ত্তন হ'ল ৷ আজি পৰসমাজৰ মানুহে আবিস্কাৰ কৰি মঙ্গল গ্রহত ঘৰ সজাৰ কথা চিন্তা কৰিছে কিন্তু তাৰ পৰিৱৰ্তে মিছিং সমাজে এতিয়াও দ: নি পঃল ক দেৱতা বুলি পুজা কৰে৷ একো নাই লাহে লাহে আগবাঢ়িম ৷ আৰু এইবিলাক সংবাদ Social media ত মিছিং ভাষাত দিয়াই ভাল যাতে অন্য জাতিৰ মানুহে গম নাপায় নহলে অখৰা মিৰি বুলি ঘীন কৰিব ৷ Sorry ,মন্তব্য দিয়াৰ বাবে বেয়া নাপাব।
@dineshpagag9719
@dineshpagag9719 2 жыл бұрын
Wright
@udaypegu9033
@udaypegu9033 Жыл бұрын
Good boy
@nondeswarkaman4407
@nondeswarkaman4407 2 жыл бұрын
Adhunik jg2 aeiblak bissak kra r karone Amar hmajkhn Unnoti huha nai
@bhadrakaman
@bhadrakaman 2 жыл бұрын
Good news
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Жыл бұрын
সেই লৰাজনে তৰোৱালখন নিজে থৈ অহা নাইটো?
@bolindoley3979
@bolindoley3979 2 жыл бұрын
Moi bihisak koru
@sunoramkuli3743
@sunoramkuli3743 2 жыл бұрын
Osa migu
@ranjan23207
@ranjan23207 2 жыл бұрын
Hosa,nohoi majuli raghachahit mibo ulaisile,etiya beya pati ase ge
@bkvlog94
@bkvlog94 2 жыл бұрын
Eman derike
@digentaid5903
@digentaid5903 2 жыл бұрын
Mibukosin lagidakku aimílo.
@harishp9640
@harishp9640 2 жыл бұрын
Noldunger
@marypegu3392
@marypegu3392 2 жыл бұрын
Tawdag' e'mla me': nyimape'ka "yoksade'm i'gi'-yoktun mone' ki'ri'de' moladagne molamane?"
@kutumhira5834
@kutumhira5834 2 жыл бұрын
Ko:de'm ma:nyinglo lua:la langkane' Apir-pirnyiko lukanmi'lo ayye' !
@ramprasaddoley3991
@ramprasaddoley3991 2 жыл бұрын
Aipe aine agome
@rahulnarah8679
@rahulnarah8679 2 жыл бұрын
Good news 😊
@dpsisang9310
@dpsisang9310 2 жыл бұрын
Karubar panit herua toruwal paise sage. ki hobo 🤦‍♂️🤦‍♂️🤦‍♂️
@instaStar2002
@instaStar2002 2 жыл бұрын
Superstition is doesn't mean our mising culture. We are 21century young. Don't spread such kind of News.
@tagarimili78
@tagarimili78 2 жыл бұрын
So nice 😍
@rahulpegu4597
@rahulpegu4597 2 жыл бұрын
Majuli okoloken
@ranjan23207
@ranjan23207 2 жыл бұрын
Amar mising homajot enekua hulale,ketiya u poriborton nohoi,100 bosor holu
@lakhsmanlagachu6345
@lakhsmanlagachu6345 2 жыл бұрын
Dharm se jyada kam ko Insan jyada important Dena chahie
@chgyfh8282
@chgyfh8282 2 жыл бұрын
Adress tu kot ba jegade okolon
@chandirampayeng4739
@chandirampayeng4739 2 жыл бұрын
Aipe idag
@dhonrajdoley6708
@dhonrajdoley6708 2 жыл бұрын
𝑨𝒊𝒑𝒆 𝒂𝒊𝒏𝒆 𝒂𝒈𝒐𝒎𝒌𝒐
@sitaramdoley3222
@sitaramdoley3222 2 жыл бұрын
এইবোৰ অন্ধবিশ্বাস আৰু স্বাৰ্থান্বেষী মানুহৰ কাৰচাজী । আজি বিজ্ঞানৰ জয়জয়কাৰৰ যুগত এইটো বৰ লজ্জাৰ বিষয় । সৰহসংখ্যক মিচিং মানুহ এতিয়াও অন্ধবিশ্বাসৰ ঘোৰ অন্ধকাৰত প্ৰোথিত হয় থকা বাবে এইবোৰ ঘটনা ঘটি আছে; ডাইনী হত্যা (মিচিং -- মৰু) চলি আছে । ল'ৰটো যদি সঁচাই মিবু হয়, তেন্ত মোৰ ওচৰলৈ পঠিয়াই দিয়ক । মই কেইটামান প্ৰশ্ন সুধিম । আজিৰ দিনত কোনো এজন মিবুৰেই মিবুত্ব নাই । এইবোৰ কৰি বা দেখুৱাই মিচিং সমাজক হাঁহিয়াতৰ পাত্ৰ কৰা হৈছে ।
@udaypegu9033
@udaypegu9033 Жыл бұрын
It's right
@bidyutdoley653
@bidyutdoley653 2 жыл бұрын
Misa
@olumkoofficial6133
@olumkoofficial6133 2 жыл бұрын
Panir vitorot kiman din asil manuhjon
@anupampegu9743
@anupampegu9743 Жыл бұрын
Phone nb da
@rupalimili244
@rupalimili244 2 жыл бұрын
Majuli oko amo:lon?
@joyavlogs198
@joyavlogs198 2 жыл бұрын
Nolduwar
@monipayeng5921
@monipayeng5921 2 жыл бұрын
Majuli selek
@olumkoofficial6133
@olumkoofficial6133 2 жыл бұрын
One minitot utai onatu hosa buli vabibo parune
@khogenmili1394
@khogenmili1394 2 жыл бұрын
a dea agomdea mitsea
@ranjan23207
@ranjan23207 2 жыл бұрын
Mitsea,ede bulu,se sekei future agom kindang ne baru
@binandavlogs3910
@binandavlogs3910 2 жыл бұрын
Ha ha ha
@dhirenmorang6223
@dhirenmorang6223 2 жыл бұрын
Ki ha
@gunakantapawe8663
@gunakantapawe8663 2 жыл бұрын
Dhurandhaar ! Toka ghatar perfect upai
@rajvlogs3164
@rajvlogs3164 2 жыл бұрын
Sop misa ebur
@joypatgiri9248
@joypatgiri9248 2 жыл бұрын
Aibilak misah
@ranjan23207
@ranjan23207 2 жыл бұрын
Hm
MIBU DAGNAM DANCE  1 | A DOCUMENTARY ON MISING FOLK DANCE |
7:30
Pabitra Dipti Pegu GOMPAG
Рет қаралды 91 М.
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 8 МЛН
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 12 МЛН
Angkhwo Manw Nhongkai Panbai thakw_Nagarna Pwi Ang Raji 🤝🙏
5:18
16 April 2024
1:52
Runu pegu Runu pegu
Рет қаралды 14 М.
"सोरांनि लामा " A Boro Documentary Film
47:09
Fwila J. Borgoyari
Рет қаралды 18 М.
Kaje Kaje Solaje | 2nd round | Ep 5
32:14
MISING VIDEO OKUM
Рет қаралды 609 М.
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН