মোক বিহুৰ gift দিলে শাহু মায়ে । Assamese daily vlog-183

  Рет қаралды 282,900

Tribeni’s Vlog

Tribeni’s Vlog

2 жыл бұрын

Unisex selon: Heavenly beauty, tarajan
Contact number :09706734085
***************************************************
Email :- tribeniboruah1703@gmail.com
Instagram :- tribenibaruah173
Facebook page :- Triveni's Vlog
Facebook :- Tribeni Baruah Dutta
***************************************************

Пікірлер: 646
@KerlineVlogs
@KerlineVlogs 2 жыл бұрын
তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ🤗🤗
@sonmonidas4267
@sonmonidas4267 2 жыл бұрын
Um ba
@krishtinakashyap4499
@krishtinakashyap4499 2 жыл бұрын
Happy bohag bihu kerline ba 💕💕
@nitumonineog766
@nitumonineog766 2 жыл бұрын
Happy rongali Bihu kerline ba 🥰🌹
@ankitarabha6956
@ankitarabha6956 2 жыл бұрын
My two favorite vlogger comments each otherother yooo,,👻👻🥳
@tribeniboruah173
@tribeniboruah173 2 жыл бұрын
Thank you soo much dear. Tumalukoloiu huveshya thakil🙏🏻😍😘
@rubirajkhowa7183
@rubirajkhowa7183 2 жыл бұрын
বিহুৰ বহুত বহুত শুভ কামনা জনালোঁ। মনে বিচৰা দৰে সুখী হোৱা তুমি। সঁচাই তুমি বৰ সৰল
@rishahazarika3331
@rishahazarika3331 2 жыл бұрын
বাপতি সাহোন ৰঙালি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল মৰমৰ বা জনীলৈ 💕✨... জেতুকাৰ ৰঙে ৰাঙলী কৰি তোলক তোমাৰ প্ৰতিটো প্ৰত্যাশা 🌈🌿.... ৰঙালীৰ ৰঙে সিচি থৈ যাওক হৃদয়ৰ দুৱাৰদলিত এগালমান ফাগুনি সপোন 💫😍
@Priyanka-meer
@Priyanka-meer 2 жыл бұрын
ইমান ভাল তোমাৰ শাহু মা।বহুত ভাল লাগে।।সুখী হোৱা।
@priyankasonowal9769
@priyankasonowal9769 2 жыл бұрын
Love you Triveni baa 💜 Happy Bihu💜
@karabideka6045
@karabideka6045 2 жыл бұрын
ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল বা ❤️ আপোনাৰ ভিদিঅ ৰ বাবে ৰৈ থাকো 🥰😍
@munmitalukdar1228
@munmitalukdar1228 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ মৰমৰ বা জনী 🤗🤗
@chayanikaminivlogs
@chayanikaminivlogs 2 жыл бұрын
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো 🌸 ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে...... ৰঙালী বিহুৰ শুভেচ্ছা জনালো ❤️
@kalitakarabi_________
@kalitakarabi_________ 2 жыл бұрын
বা কাছৰ পোৱালী কেইটা ক'ত থৈ আহিছা লগতে ❤️❤️আপোনালৈও বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ বহাঁগ বিহুৰ ৰঙে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু আনন্দ❤️
@asthadutta7299
@asthadutta7299 2 жыл бұрын
বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤️ বহুত মৰম তোমালোকলৈ💗
@asthadutta3870
@asthadutta3870 2 жыл бұрын
Ohh we are same astha dutta 😊😍
@rumasaikia3272
@rumasaikia3272 2 жыл бұрын
আপোনাৰ ভিডিঅ বোৰ মোৰ বহুত ভাল লাগে। আপোনী বহুত সৰল, আপোনাৰ মুখখনত এই হাঁহি সদায়েই জিলিকি থাকক। উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
@pompidevi7449
@pompidevi7449 2 жыл бұрын
সকলোকে ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ , (Happy birthday dr sis)
@pallobibharali4335
@pallobibharali4335 2 жыл бұрын
Apunalukor poriyaltuk bhut vl lage happy Family
@anjubezbaruah9999
@anjubezbaruah9999 2 жыл бұрын
ভাললাগিল শাহুবোৱাৰীৰ মৰম দেখি ।সদায় এনেকৈ হাঁহি থাকা ।
@Beyoupompy
@Beyoupompy 2 жыл бұрын
Baa tumalukr duita family eman cheerful...mur sai e bhal lagi jai❤️ Bihu'r xubessha jonalu🥳 Love from moran❤️
@bini_saikia5708
@bini_saikia5708 2 жыл бұрын
তোমালোকলৈও ৰঙালী বিহুৰ শুভেচ্ছা জনালো
@sangitamangoswami6901
@sangitamangoswami6901 2 жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো পৰিয়াল সকলো লৈকে, তোমাৰ vlog বোৰ চাই বহুত ভাল লাগে, ইয়াৰে vlog বোৰ চাই বেছিয়ে ভাল লাগিছে আৰু সদায় vlog বোৰ দি থাকিবা।।।
@rocalprince5874
@rocalprince5874 2 жыл бұрын
OOO triveni ba tumalukok mne babuu dada ru tmak Noh ba vaity nisina lge.... love uuuu🤗🌈
@abhilakhyaduarah2901
@abhilakhyaduarah2901 2 жыл бұрын
তোমালোকৰ লগতে ঘৰৰ সকলোলৈ বিহুৰ শুভেচ্ছা ও মৰম থাকিল।তোমাৰ কথাবোৰ বৰ মৰম লাগে।
@nayanahazarika3939
@nayanahazarika3939 2 жыл бұрын
তোমালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো 💞
@budebude8282
@budebude8282 2 жыл бұрын
ৰাতিপুৱাৰ পৰা আপোনাৰ ভিডিও ৰ বাবে অপেক্ষা কৰি আছিলোঁ। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ বা❤️
@Mahafij466
@Mahafij466 2 жыл бұрын
তোমাৰ শাহু মা ইমান ভাল তোমাক ইমান মৰম কৰে .
@rajibdutta7230
@rajibdutta7230 2 жыл бұрын
Tumar vlg bu sy val lage Tribeni ba..biheh k tumar kothabu emn simple huni val lge ghorua manuh jen lge... Pronamika
@rupamphukonphukonrupam1905
@rupamphukonphukonrupam1905 2 жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল 🌼
@barashanath3064
@barashanath3064 2 жыл бұрын
আপোনাৰ লগতে আপোনাৰ স-পৰিয়াললৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল.. লগতে video বোৰ চাই বহুত ভাল লাগে আপোনাৰ😘😘
@jyotishmitagogoi3380
@jyotishmitagogoi3380 2 жыл бұрын
তোমাৰ লগতে তোমালোকৰ ঘৰৰ সকলো লৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো❤❤❤
@nitubarua3352
@nitubarua3352 2 жыл бұрын
তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলো লৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলো।❤️❤️❤️
@indiastalentassam7854
@indiastalentassam7854 2 жыл бұрын
Mojjaaa lagil baa video tu sai 😍 ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল তোমালৈ বা❤️
@dipikaborah8482
@dipikaborah8482 2 жыл бұрын
ৰঙালী বিহুৰ বহুত মৰম ও শুভেচ্ছা জনালো সকলোকে দেই❤❤👌👌
@himakshibaishya5550
@himakshibaishya5550 2 жыл бұрын
বিহুৰ শুভেচ্ছা জনালোঁ ❤
@JimaBoruahVlogs
@JimaBoruahVlogs 2 жыл бұрын
Happy rangali bihu tumaluk atayke ❤😊
@Cookingbliss333
@Cookingbliss333 2 жыл бұрын
Happy Rongali Bihu Tribeni baa❤😍
@ayushdasboro8899
@ayushdasboro8899 2 жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে ভন্তিলৈ ওপজা দিনৰ মৰম ও শুভেচ্ছা যাচিলোঁ৷
@smdmousum2292
@smdmousum2292 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ বা ❤️❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@pompiboruah4009
@pompiboruah4009 2 жыл бұрын
তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলোকে ৰঙালি বিহুৰ শুভেচ্ছা জানালো🥰🥰
@bhaktadream.s9208
@bhaktadream.s9208 2 жыл бұрын
Dibrugarh pora bht bht mmorom apunalukar le happyness happy rongali bihu ❣️♥️😍
@nabanitaboruah4014
@nabanitaboruah4014 2 жыл бұрын
Rongali bihu r huvesha jonalu Tribeni n your family😍💖❤️
@pamligogoi9807
@pamligogoi9807 2 жыл бұрын
Wishing you a very happy rongali bihu Baa and your family...............................🧿💟
@resminanahor873
@resminanahor873 2 жыл бұрын
Apunar deor jn iman dhunia bht cute hoi
@RinjuMonisKitchenVlogs
@RinjuMonisKitchenVlogs 2 жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো বা আৰু সকলোলৈকে 😍😍🙏
@teddyborahvlog7482
@teddyborahvlog7482 2 жыл бұрын
Oww dhuniya baa🔐❤moi tmr video sai bhut vl pau
@juriborah2624
@juriborah2624 2 жыл бұрын
তোমাৰ লগতে পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলো।❤️❤️
@rubibegum9169
@rubibegum9169 2 жыл бұрын
Bhut val lagil baa...n baa vlogs bur alp dighol ke diba ...lv u baa
@polashmoniborsaikia1846
@polashmoniborsaikia1846 2 жыл бұрын
ROI aslu day baa aapunar videor babe❤️❤️
@romanborgohain2997
@romanborgohain2997 2 жыл бұрын
বৰ মৰম লগা বোৱাৰি আৰু ছোৱালী তুমি, এনেকৈয়ে সহজ সৰল হয় থাকিবা
@kakalikalita2332
@kakalikalita2332 2 жыл бұрын
তুমাৰ লগতে পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালো...💐💐❤️❤️❤️❤️
@surbhimedhi7416
@surbhimedhi7416 2 жыл бұрын
Happy bihu ba apunar video bur khun vl lge aru apunar family tu bohut moromiyal spacialy apunar hahumaa...
@blinkbtsarmy6556
@blinkbtsarmy6556 2 жыл бұрын
Tumar family r hakolu member eman val eman moromial🥰 ru tumar bhaiti2 bht handsome 😝, happy bihu and lot's of love❤
@bidyalineog9964
@bidyalineog9964 2 жыл бұрын
Bahut lucky tumi, anekua mother in law paisa, aru bhal lagise Ram Laxman and Sita
@junmonikalita9586
@junmonikalita9586 2 жыл бұрын
Tribeni eman dhunia lagise tumak bihu huveishya thakil dei tumalukoli
@kaushikdas6380
@kaushikdas6380 2 жыл бұрын
Love you tribeni baa ❤️❤️❤️❤️❤️❤️❤️❤️
@rekhachaliha9911
@rekhachaliha9911 2 жыл бұрын
তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলুলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বা❤️❤️❤️😚😚
@ruma_s
@ruma_s 2 жыл бұрын
তোমাৰ পৰিয়ালক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰🥰🥰
@monumb4659
@monumb4659 2 жыл бұрын
বা তোমাৰ লগতে তোমাৰ সকলো পৰিয়াললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো
@nilutpalasaikia4608
@nilutpalasaikia4608 2 жыл бұрын
ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ
@payelpriyapayeng6344
@payelpriyapayeng6344 2 жыл бұрын
Ba hosakoi paunar family manuhbur emn vhl..rly so cute happy family 🥰🥰🥰🥰🥰🥰🥰
@musicpratikhanath5022
@musicpratikhanath5022 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ বা happy rangali bihu♥️♥️♥️
@RahulDas-fz3iv
@RahulDas-fz3iv 2 жыл бұрын
Happy rangali bihu ......
@priyankagogoivlog4788
@priyankagogoivlog4788 2 жыл бұрын
বিহুৰ শুভেচ্ছা যাচিলো ❤️❤️
@manakhiborahboruah1625
@manakhiborahboruah1625 2 жыл бұрын
Sasu maa bohut moromial dai vl lagil
@harshitadevi5483
@harshitadevi5483 2 жыл бұрын
বা আপোনালোকৰ ভিডিঅ'বোৰ এতিয়া বেছি ভাল লাগে চাই আগতেও ভাল লাগে😊 সকলো লৈ বিহুৰ শুভেচ্ছা থাকিল🥰
@kripashreeofficials9106
@kripashreeofficials9106 2 жыл бұрын
Tumaluk xokoluke Rangali bihur xhubhesya jonalu Aru video tu sai bohut vl lagile
@dimpledas4050
@dimpledas4050 2 жыл бұрын
Tumalokok bht bht vl lge Baa ...imn dhuniya koi husbndk mata Nhoi maina bli bht vl lge ...ru tumalokr video sai thkat mor deutai dekhle ru place blk koi asw osrte job krisle 😊 Happy Rongali Bihu all of u ❤️
@deepikadeka4033
@deepikadeka4033 2 жыл бұрын
Tribeni tumak log pabar khub mon ase...log pam buli akha thakil💛..aru dhunia dhunia video di jaba tmr video sai khub bhl lage 🥺❤️..Aru rongali bihu hubhesha thakil tmk aru tmr poriyalok 😍
@differentwishes7165
@differentwishes7165 2 жыл бұрын
অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ। তোমাক খুব ধুনীয়া লাগে সদায়েই 💕
@smritirekha2006
@smritirekha2006 2 жыл бұрын
ৰঙালী বিহুৰ অলেখ শুভকামনা থাকিল বা ✨❤️
@toslimabegum9285
@toslimabegum9285 2 жыл бұрын
Rogali bihu huvesa thkil ba aru vdo sai bhut bhut val laguse❤️❤️❤️
@sanghamitrasharma5681
@sanghamitrasharma5681 2 жыл бұрын
Eman maram sasu maa aaru buwarir....dekhi soku pani olai gol...anedorei xundar hoi thakok 2malokr ai xamparka.... Happy Bihu
@pinkyquinn2942
@pinkyquinn2942 2 жыл бұрын
Eman dhuniya hohoj horl .Kotha bur apuna Val lagil 😚
@chinmoyhandique4590
@chinmoyhandique4590 2 жыл бұрын
Love u baa.. apunr video bur bhut lge saii... Simpl koi bnaii noo apuni ❤️❤️
@glampreety813
@glampreety813 2 жыл бұрын
বিহুৰ শুভেচ্ছা থাকিল বা ❤️❤️❤️😘😘
@ruprekhachangmai6378
@ruprekhachangmai6378 2 жыл бұрын
💜Happy rangali Bihu baa 💜 I purple you 💜
@pujaborah5188
@pujaborah5188 2 жыл бұрын
Happy rongali bihu ❤️❤️tribeni baa
@leemabora4573
@leemabora4573 2 жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল লগতে ঘৰৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বা❣️❣️🥰🥰🥰
@Shinealways931
@Shinealways931 2 жыл бұрын
বা শাহু হয় শুদ্ধ কৰি দিবা । বিহুৰ শুভেচ্ছা জনালো।
@Axomrloraabid
@Axomrloraabid 2 жыл бұрын
তোমালৈ আৰু তোমাৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুত তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ,নতুন বছৰে তোমালৈ লৈ আনক সুখ শান্তি আৰু আশাৰ বতৰা,, ৰঙালী ৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক তোমাৰ জীৱন,
@asfikaahmed7829
@asfikaahmed7829 2 жыл бұрын
বা তোমাৰ লগতে ঘৰৰ সকলো লোককে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আশা থাকিল এই ৰঙালী ৰঙেৰে সকলো ৰঙীন হৈ পৰে।
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@anitaozah9655
@anitaozah9655 2 жыл бұрын
So Beautiful ❤❤❤Happy birthday Puja ba..🎂🎂🎂🍰🍰🍰
@krishnabhoralidas4279
@krishnabhoralidas4279 2 жыл бұрын
Congratulations 🎉🎉👏❣️❣️
@dimpalbarmon6856
@dimpalbarmon6856 2 жыл бұрын
Happy Rongali Bihu baa 🥰🥰🥰
@surujmitaborgohain511
@surujmitaborgohain511 2 жыл бұрын
বহাগ বিহুৰ শুভেচ্ছা জনালো
@jyotsnaborah728
@jyotsnaborah728 2 жыл бұрын
Mur falor pora tumak n xokolu familyloi bihur xuvesha jonalu n Happy Birthday dr sistr💖💖💖
@nayanmoniduttanmdb2491
@nayanmoniduttanmdb2491 2 жыл бұрын
Happy Rangali Bihu
@namitasaikia7886
@namitasaikia7886 2 жыл бұрын
Happy rongali bihu baa & ur whole family❤
@bobitabhuyan1729
@bobitabhuyan1729 2 жыл бұрын
ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল বা💞
@junbora1225
@junbora1225 2 жыл бұрын
Tumar hahuma eman dhunia aru moromial bohut Vl lage💓💓💓
@deepsikhaborah7886
@deepsikhaborah7886 2 жыл бұрын
bohut val lagil baaa❤️
@__panchinayak__5158
@__panchinayak__5158 2 жыл бұрын
Rongali bihur bht bht xubhessa thakil baa❣️
@Y0urs._.barsha
@Y0urs._.barsha 2 жыл бұрын
Happy birthday puja ba
@parismitadas2236
@parismitadas2236 2 жыл бұрын
Rongali bihur bohut bohut xuvesha aru morom jonalu 😍😍😍😍
@pujagogoi3295
@pujagogoi3295 2 жыл бұрын
Happy Rangali bihu baa ❣️❣️
@Anikasharma01
@Anikasharma01 2 жыл бұрын
অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো।🙏🏻🙏🏻😘😘..
@tinamonitakoe7868
@tinamonitakoe7868 2 жыл бұрын
Happy rongali bihu ....2mr vedio karone roi thaku dei ....
@arnabboruah1635
@arnabboruah1635 2 жыл бұрын
Maina Da's brother is the best👍
@bidishadas7917
@bidishadas7917 2 жыл бұрын
Happy Birthday Puja 🎉 Happy Rongali Bihu Baa ❤️🥰
@jodumonigogoigogoi7592
@jodumonigogoigogoi7592 2 жыл бұрын
2mar vedio sai bahut val lage💗💗💗
@sulekhasaikia4951
@sulekhasaikia4951 2 жыл бұрын
Hpy rongali bihu baa😘💓
@mukeshsaikia6069
@mukeshsaikia6069 2 жыл бұрын
Bahut vl lagi ase vidio bor. Eman morom loga porial. Tumi bor laki.
@moinasaikia8276
@moinasaikia8276 2 жыл бұрын
Happy rangali bihu baa
@tribenidas181
@tribenidas181 2 жыл бұрын
happy bihu baa💐💐💐😘😘 bohut besi val lage tumr kothabilak huni ru logote sai😘😘😘
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 119 МЛН
ভণ্টীৰ Engagement || Vlog374
13:51
Tribeni’s Vlog
Рет қаралды 161 М.
চবতকে Easy এটা Dessert বনালো || vlog385
16:38
Tribeni’s Vlog
Рет қаралды 51 М.
Bristi - বৃষ্টি | 16th July 2024 | Ep No 296
20:17
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15