Рет қаралды 237,956
NKTV PLUS
▶️কিশোৰৰ খবৰটো পাই স্তব্ধ হৈ গৈছিলোঁ। যতীন বৰাই খুব মৰম কৰিছিল তাক। মাক-দেউতাকৰ পিছত যতীনৰ খুব ঘনিষ্ঠ এজন নোহোৱা হ'ল। কিশোৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ অভিনেত্ৰী নৱনীতা শৰ্মাৰ।