মোক মোৰ স্বামীয়ে কোৰ্টত মেজিষ্ট্ৰেটৰ সন্মুখত পিটিছে😭😭😭

  Рет қаралды 228,686

JSS Unscrripted

JSS Unscrripted

Күн бұрын

youtube.com/@j...
Created by:
Mustaq ahmed
...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Пікірлер: 331
@madhusmitanath9138
@madhusmitanath9138 Жыл бұрын
তোমাক দেখি বহুত ভাল লাগিল অ' জেউতি খুৰিমা। গৰিমা ভালে আছে নে ? তুমি আগুৱাই যোৱা ,,, বহুত দিন তোমাক লগ পোৱাই নাই । খুৰিমাই কোৱা প্ৰত্যেকটো কথাই সঁচা। যিয়েই নহওঁক বহুত মৰম তোমালৈ আৰু গৰিমালৈ ❤
@beliphangboro9391
@beliphangboro9391 Жыл бұрын
Kor hoi nu Baa joni
@dipachutia7109
@dipachutia7109 Жыл бұрын
7
@dipachutia7109
@dipachutia7109 Жыл бұрын
8
@anuradhadevi8403
@anuradhadevi8403 Жыл бұрын
বৰ দুখ লাগিল।😢 ইমান সহজ সৰল মানুহ জনীক এনেকুৱা দুখ দিয়া ভন্ড জনৰ কেতিয়াও শান্তি নহ'ব। আপুনি ছোৱালী জনীক শিক্ষিত কৰক ,ডাঙৰ কৰক । ভগৱানে আপোনাক সহায় কৰিব
@rumibaruah111
@rumibaruah111 Жыл бұрын
ইমান সহজ সৰল Baidow জনী,,আপুনি ইমান দুখ পাইছে জীৱনত ভালে থাকক Baidow আপুনি সদায় 🙏🙏
@parinitadekaraja
@parinitadekaraja Жыл бұрын
বাইদেউ গৰাকী বহুত সহজ সৰল,,, বহুত ঠাণ্ডা,,, বৰ বেয়া লাগিল,,, বাইদেউ জীৱনটো আগলৈ ভাল হওঁক,,,❤❤
@harenpanging3275
@harenpanging3275 Жыл бұрын
শুনি বহুত দুখ লাগিল ৷তোমাক ভগৱানে আগুৱাই নিয়ক ৷
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 Жыл бұрын
দূখ লাগিছে, আপোনাৰ মঙ্গল হওক লগতে ছোৱালীৰও
@Oliacharjya
@Oliacharjya Жыл бұрын
সকলোৰে জীৱনৰ সংঘাত বেলেগ বেলেগ মানুহে কিমান যে দুখ যন্ত্ৰনা সহিব লাগে তৰ হয়তো কোনো সীমা নাই আপোনাৰ vedio বোৰে মোক বহুত সাহস দিয়ে বা এনে বোৰ কাহিনী শুনিলে নিজৰ দুখ বোৰ পাতলি যায় , ধৈৰ্য আৰু সাহস বাহি যায় ❤
@dharmendrakaman1859
@dharmendrakaman1859 Жыл бұрын
বহুত বেয়া লাগিল কথা বোৰ শুনি । ভগৱানৰ ওপৰত এৰি দিয়া
@trishnapriyanath196
@trishnapriyanath196 Жыл бұрын
বহুত দিনৰ মূৰত জেউতি বাক দেখিলোঁ । সঁচাকৈ জেউতি বাৰ মাৰ ঘৰখন মহাজনিয়া ঘৰ,, গোটেইকেইজন দাদাকেই চাকৰি কৰে নামজলা ঘৰৰ ছোৱালী জেউতি বা । বহুত অমায়িক আছিল জেউতি বা । সঁচাকৈ বহুত জীৱন সংগ্ৰাম কৰি এইখিনি পাইছে আহি । ভাল মনৰ,,সহজ সৰল,,হাঁহি মাতি থকা ছোৱালী আছিল । বহুত দিন হল দেখা নাই বাক। ছোৱালী জনী ভাল মানুহ কৰা বা । আগুৱাই যোৱা ।বাৰ কথা সকলো বিলাকেই সঁচা। 😢
@pravachutia931
@pravachutia931 Жыл бұрын
সেইটো মতা নহয় ,কালপুৰুষ হোজা মাইকী মানুহৰ জীৱনত বহুত দুখ হয় ।
@JyotiBoruah1
@JyotiBoruah1 Жыл бұрын
জীৱনটে নিজৰ, আপুনি নিজৰ মতে চলক। কেৱল আপোনাৰ husband এ নহয়, পৃথিৱীত এনেকুৱা প্ৰতাৰক মানুহেই সৰহকৈ পাব। সেয়ে নিজৰ ওপৰত বিস্বাস ৰাখি কেৱল নিজৰ কথা ভাবি নিজৰ কাৰণে জীয়াই থাকক। ছোৱালীক ভাল মানুহ কৰক। মৰম আৰু শুভকামন থাকিল আপোনালৈ।
@fatimakhatun9505
@fatimakhatun9505 Жыл бұрын
Muru same condition 😢😢
@Rubyivv246
@Rubyivv246 Жыл бұрын
বৰ আবেগ বেদনা ভৰা বাস্তব ঘটনা দেখি শুনি ইমান দুখ অনুভব কৰিছোঁ এয়া প্ৰকাশ কৰিব নোৱাৰা। ধন্যবাদ আপোনাক প্ৰগ্ৰামটো প্ৰচাৰ মাধ্যমত অনাৰ কাৰণে।
@Munnabhai8453-c
@Munnabhai8453-c Жыл бұрын
Qqq q
@swapnasri-ug2pv
@swapnasri-ug2pv Жыл бұрын
মহিলা গৰাকী বহুত vaal ❤ vl hobo apunr ru suwali joni, vogwan bht sukh santi deok 🙏
@AbdulRofique
@AbdulRofique Жыл бұрын
ইমান খিনি হৈ যোৱাৰ পিছতো যে আপুনি এতিয়াও তেখেতক ভাল পাই....এয়াই ছাগে আপোনাৰ সচাঁ ভালপোৱা
@samudrajimpi1419
@samudrajimpi1419 Жыл бұрын
মোৰ জীৱনৰ কাহীনী আছে মই খূলি কৱ বিছাৰু বা... আপোনাৰ লগত..
@bubu9886
@bubu9886 Жыл бұрын
বহুত দুখ লাগিল। মোৰ ভণ্টি জনীৰো আপোনাৰ নিচিনা কাহিনী। পুলিচ একে নে
@babulsaikia462
@babulsaikia462 Жыл бұрын
ইমান সহজ সৰল মহিলা। এনেকুৱা মহিলা খুব কম দেখা পাও। ভগৱানে সহায় নিশ্চয় কৰিব।
@Rashmi.dutta-rai
@Rashmi.dutta-rai Жыл бұрын
Jeuti boro deka nandini chann😅tu saba taire hoi
@diptimudoi6177
@diptimudoi6177 Жыл бұрын
বহুত দুখ লাগিল।কাৰো জীৱন এনেকোৱা নহওঁক যেন।
@jimiborah9290
@jimiborah9290 Жыл бұрын
কাৰোবাক যোৰ কৰি বিয়া পাতিব নালাগে বুলি মই ভাবো ..যি ভাল পাই তেওঁ এনেও থাকিব যিমান সমস্যাৰ মাজত ..যি ভাল নাপাই তেওঁ অজুহাত বিচাৰি আঁতৰি যাই ..প্ৰথমতে যদি তেওঁ বিয়া পাতিব নিবিচাৰিলে তেতিয়া যোৰ কৰি বিয়া বহিব নলাগিছিল 😢 জেউতি পেহি বহুত সাহসী..আপুনি ভালে থাকক ...
@bamsaichaitom8200
@bamsaichaitom8200 Жыл бұрын
Dukh dekhai làav nai.She is very strong.God bless her.Tair suwali joniku bhagawanjen hokti diyok.
@chandanabarman9092
@chandanabarman9092 Жыл бұрын
Val suwali r logot a anekuwa hoi 😢😢😢😢😢😢she deserve love and care😌
@DipaliDeka-pz9up
@DipaliDeka-pz9up Жыл бұрын
সদাই সুখী‌‌ হৈ থাকে বৰমা।বা‌ লগত আপুনি
@ajitkumarphukan9736
@ajitkumarphukan9736 Жыл бұрын
আপোনাৰ এদিন ভাল দিন আহিব, আইনত জিকিব বা গৰাকী ভগৱানে সহায় কৰক ভক্তি ভৰা সেৱা জনালোঁ
@ankitagogoi9846
@ankitagogoi9846 Жыл бұрын
কথা খিনি শুনি সচাই বহুত বেয়া লাগিছে 😢,,,,গৰিমাৰ লগত সুখত থাকক
@XhinmoyBoruah
@XhinmoyBoruah Жыл бұрын
.
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
ঈশ্বৰ সহায় হ‌ওক আপোনাৰ
@Buludas005
@Buludas005 3 ай бұрын
হিমাশ্ৰী বহু ত বহুত ধন্যবাদ তোমাক এনে বেদনা প্ৰকাশ কৰিব দিয়াৰ বাবে বহুতো মহিলা এতিয়াও নিৰ্জাতিত হৈ আছে কিছুমান পুৰুষ মহিলাৰ বাবে
@jayashreesaikiya3922
@jayashreesaikiya3922 Жыл бұрын
Baidew bhagabane aii bisar karibo ,aaponi matra sahash neheruwab, aaguwai jowa ,sabo adin aaponar vall din aahiboi,god bless you.
@VIPER亗Cod
@VIPER亗Cod Жыл бұрын
বহুত দুখ লাগিল ।
@Kimnbn
@Kimnbn Жыл бұрын
পুলিচবোৰ এনেও হাৰামীয়ে থাকে
@MridulDekaKoch
@MridulDekaKoch Жыл бұрын
আপুনি প্ৰমাণ দিব পাৰিব নে......? এজনৰ বাবে গোটেই কেইজনক কিহৰ বাবে এনেকৈ কব পাৰিলে ।।
@ragbivlogs
@ragbivlogs Жыл бұрын
বহুত বেয়া লাগিল ভগৱানে সহায় কৰক
@bharatidevi6477
@bharatidevi6477 Жыл бұрын
চাহৰ হোটেল খন কত দিয়ে জনাব চোন। বহু ত বেয়া লাগিল। বেচেৰি দুখত থাকিও লাজ কৰি হাহি আছে।
@upamaofficial5129
@upamaofficial5129 Жыл бұрын
আপুনি বহুত সাহসী ভগৱানে আশীৰ্বাদ কৰক আপোনাক🙏🥰
@sewalipatowari-lo8hr
@sewalipatowari-lo8hr Жыл бұрын
মোৰ মানুহ জনেও মোক কোনো কাৰণ নোহোৱাকৈ বহুত মাৰিছিল মোৰ লৰা ছোৱালী তিনিটা মইও ঘৰ এৰি গুচি আহিছোঁ গুৱাহাটীত মানুহৰ ঘৰে ঘৰে কাম কৰি চলি আছোঁ এয়াই জীৱন
@AnujpritamBorah
@AnujpritamBorah Жыл бұрын
মোৰ লগত বিয়া হবা
@bulbulinath7612
@bulbulinath7612 Жыл бұрын
বাইদেউ জীৱনটো আপোনাৰ গতিককে আপোনাৰ মতে চলক !ভগৱান আছেৌ
@ranusaikia703
@ranusaikia703 Жыл бұрын
আইনে তেখেতক কি বিচাৰ কৰিলে। মানুহ জন ইমান দিনে জেলত থাকিব লাগিছিল।জেললৈ নপথালে নাই কিন্তু আইনে খোৰাগী তো কিয় পাপ্য়অনুযাইউলিয়াই দিব নোৱাৰে। পুলিশে উকিলে টকা খাই বুলি কলেবেয়া পায়। টকা খোৱাৰ প্ৰমান বিয়াপতাৰ পাচত সন্তান জন্মহ'ল। কিন্ত মাইকি নহয় চাকৰবুলিহে পুলিচেউকিলক জনায়। মিচা কথা কোৱাৰ বাবেপৰিয়ালশেষহ'ল। পুলিচৰ শাস্তি ন'হল।
@madansaharia7003
@madansaharia7003 Жыл бұрын
চোৰে নেৰে চোৰ বৃত্তি কুকুৰে নেৰে ছাই, যি পাৰা নিজেই কৰা পুলিচক আশা কৰি লাভ নাই।
@priyarani8544
@priyarani8544 Жыл бұрын
আপুনি বহুত সহজ সৰল হয় .. bht beya lgil apunar kthabur xuni..
@jinubarman5479
@jinubarman5479 Жыл бұрын
তোমাক সদায় ঈশ্বৰে কুশলে ৰাখক। তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাই ছো।
@janarddansenapati8904
@janarddansenapati8904 Жыл бұрын
এই টোও স্পষ্ট ক‌ও যে -- সেই নৈতিকতাৰ পতন ঘটা ব্যক্তি জনৰ হকে বা পখ্যত ৰৈও আমি কোনো মতামত ডাঙি ধৰা নাই । এনেকুৱা ধৰণৰ মতামত ডাঙি ধৰিবলৈ সমাজেই জানো কোৱা শিকোৱা নাই নে ?
@saraswatichaliha5773
@saraswatichaliha5773 Жыл бұрын
বহুত দুখ লগা কাহিনী মহিলা জনী বহুত সহজ সৰল আইনেও একো বিচাৰ কৰিব নোৱাৰে নে
@rahulsarkar3422
@rahulsarkar3422 Жыл бұрын
Muru kholi mon ASE kismn monor kotha apunalukr studiot ahi tar babe ki krbo lgbo pls jonabo..
@rksnil
@rksnil Жыл бұрын
আগবাঢি যোৱা হিমাশ্ৰী ভন্টি ৷ লগতে বা জনীকো জীৱন পথটোত যেন কন্টকহীন ভাবে পাৰ কৰিব তাৰে শুভেচ্ছা জনালো ৷
@janarddansenapati8904
@janarddansenapati8904 Жыл бұрын
এই বোৰ ঘটনা হৈছে সমাজৰ এক অসুস্থতাৰ পৰিচয় । যি সমাজ ত ব্যক্তি ৰ বসবাস হয় , যি সমাজ ত সেই ব্যক্তিৰ সংসাৰ হয় , সেই ব্যক্তিৰ জন্মসূত্ৰে লৈ অহা যিয়েই সংস্কাৰ নহ‌ওক কিয় , সেই সংস্কাৰ সংস্কৃতি সেই সমাজৰ সমথ্ ক হয় নে নহয় সেয়া মাএ সেই ব্যক্তিজনৰ পৰিয়ালৰে দায়িত্ব সংস্কৃতি হব নোৱাৰে । নিদিস্ট্ সেই ব্যক্তিজনে প্ৰথম নিজৰ ঘৰৰ কমাৰশালত বহিব‌ই বহিব‌ নিজকে নিজৰ চৰিত্ৰৰ উওৰণ বৃদ্ধি বিকাশৰ বাবে । লগতে অতি গুৰুত্বপূৰ্ণ তেওঁ বসবাস কৰা সমাজখনৰ শিক্ষা আবেগ অনুভূতি কি পয্যায়ৰ । বহু খেএত দেখা পোৱা গৈছে এখন ঘৰৰ প্ৰতি একোখন একোখন সমাজৰ সামাজিকতা দায়িত্ব বোধ পালন কৰা দেখা পোৱা নাযায় । এনেকৈএ ও একো একো ব্যক্তিত্বত যোগাত্মক অথবা নেতিবাচক দিশে প্ৰভাৱিত কৰে । যি সামাজিক নৈতিকতাৰ বাবে ই সমাজেই যেতিয়া পিচ হুহুকা মন মন্তব্য ৰ হয় তেনে পৰিস্থিতি ত কোনো কোনো ব্যক্তিত্ব‌ই নেতিবাচক বা সমাজবিৰোধী কোনো পথত ভৰি পেলাব ই । ইয়াত আচৰিত হৈ লাভ নাই । জীৱন দশ্ ণ মতে কিছুমান জীৱন জীৱাত্মাই পূব্ জ কিছুমান তেনে একো একো গতি ধাৰা লৈএ আহে । কিন্তু সেই বুলি সেই ব্যক্তিজনৰ জন্মৰ সংসাৰখনত তেওঁ পৰিৱৰ্তন নহল যেতিয়া সমাজ নামৰ বৃহৎ শক্তিৰ ওচৰত সলনি নোহোৱা ৰ প্ৰশ্নই নাহে । সমাজৰ শুদ্ধ আশীৰ্বাদ শক্তিৰ ওচৰত সেয়া সম্ভৱ । গতিকে অকল ব্যক্তিক দুখ দি লাভ নাই , সমাজ একোখনৰো গভীৰ দায়িত্ব থাকে তেওঁ লোকৰ মাজৰে কোনো কোনো ব্যক্তি সত্বাক বিচৰা মতে গঢ় দিয়াৰ ।
@himashrideka-l2m
@himashrideka-l2m Жыл бұрын
Jbrdsti kri heikrne biya hboi nlge ..hoitu tetya alop beya lgil hoi biya nohoute kintu gutei jibon tu brbd nhol hoi
@lukumoniborah4529
@lukumoniborah4529 Жыл бұрын
Eai khetrat kintu ine ussit bisar kariba lagisil aru manuhjnku kintu vagabne hasti diba adin
@bandanatalukdar1432
@bandanatalukdar1432 Жыл бұрын
Dukh lagil Bhout....kintu ki kom ajir xomagkhun eanekwa....upai nai ..aru aji tumer canel2 subscribe kori dilu dia... Bhout Besi val lage tumak..moi Barpeta Road pora de...❤❤
@mriduladeka7465
@mriduladeka7465 Жыл бұрын
এটা কথা বাউদেও বহু ত ভাল পাব এ নেলাগে নিজৰ জীৱন ৰ বাহিৰে আন কাকো ভাল পাব নেলাগে চাৰথপৰ মানুহ অ বাউদেও বহু ত দূখ লাগিছে কথাখিনি শুনি মোৰ 😭😭😭😭
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl Жыл бұрын
Kahini tu bahut val lagil ba janir aaru ane lagil je akhan sinema sai aasilo aaru sinemar next part sabloi roi aaso
@romenjit7549
@romenjit7549 Жыл бұрын
So sad
@reenachetia3491
@reenachetia3491 Жыл бұрын
Bahut kandilu tumar dukh dekhilu nedekha kai hajar jani anekua dukhat ase tumi aguai jua pariba God bless you maram thakil
@DimbanathDoley
@DimbanathDoley 9 ай бұрын
বাইদেউ জীৱনৰ কাণ্ডাৰী ভাঙি চিঙি গল।কিন্ত ভগৱানে সকলো বিছাৰ কৰিব শেষ অৱস্থাত তেওৰ অতি দুখ লগা হব
@mamonisaikia304
@mamonisaikia304 Жыл бұрын
ইশ্বৰে আপোনাক সহায় কৰক
@manumatidaimari8920
@manumatidaimari8920 Жыл бұрын
😭😭😭😭 may God bless you di 🙏🙏🙏
@jaduchutia2897
@jaduchutia2897 Жыл бұрын
বাইদেউক ভগৱানে সহায় কৰক
@gitaligogoi209
@gitaligogoi209 Жыл бұрын
O hunjoni tumer story huni vl paisu .ratipuwai goisa huni. Ru tumi cute hoigoisa 😊
@pramoddeka4285
@pramoddeka4285 Жыл бұрын
100% true story... till 2nd married. (but newly relationship don't know)
@kabitamoran6158
@kabitamoran6158 Жыл бұрын
মোৰ লগত মিলি গৈছে। মোৰো একেই অবস্থাত
@Buludas005
@Buludas005 3 ай бұрын
ভণ্টি মই ও বহুতো ভুগি ছো এনে যাতনা এতিয়াও ভুগি আছো একমাত্ৰ ল'ৰা ছোৱালী ৰ বাবে ভগৱান ৰ ওপৰত বিশ্বাস ৰাখি আমাক দিয়া দখ কষ্ট বোৰৰ জানো প্ৰতি দান দিবলৈ কোনো নাই আছে দিন যদি হয় ৰাতি ও হব পোহৰ যদি হয় আন্ধাৰ ও‌ হব
@MainuJibonorEtuHitu
@MainuJibonorEtuHitu Жыл бұрын
Apunak bohut marile j hei karone bikh hoi baa.dukh lagil bohut. Hosa Val puwa hole tenekuwai hy o baa.eman hohoj horol monor manuh jonik eman dukh di ketiyao hukhi hobo nuware.hosa kotha prothom manuh jonik rakhibo nuwarile beleg hajar joni anileu rakhibo nuware.dukhor majote hahilu olop hutelor kothatu huni. baideu apuni j eman dukhor majotu j hahi thakibo parise hei karone jiyai thakibo parise.hodai hahi thakibo anekoi aru aguwai jaok.🙏
@DimbeswarBorgohain-vf4wo
@DimbeswarBorgohain-vf4wo Жыл бұрын
Baideo, জাষ্টিচ জনৰ ওচৰত মাৰিছে বুলি কৈছে? জাষ্টিচ নিজাববীয়াকৈ কেশ বনাব নোৱাৰি নেকি?
@Krittu_xyz
@Krittu_xyz Жыл бұрын
Bhut dukh lagil🥺❤️
@JintuBarman-ek1is
@JintuBarman-ek1is Жыл бұрын
Baideu joni bohut kosto dukhh paise Aru bohut khoj khoroll ❤
@malaydeka8919
@malaydeka8919 Жыл бұрын
good wife.
@kabitadeka5329
@kabitadeka5329 Жыл бұрын
বহুত বেয়া লাগিল ,,,ভাষা নাই 😭😭😭
@hafizan139
@hafizan139 Жыл бұрын
এনে কোৱা পুৰুষ ৰ সমাধান কেনেকৈ পোৱা যায়। পৰিয়ালৰ যদি শান্তি নাপালে জীয়াই থাকিব কোনো লাভ নাই।
@sikhadas3372
@sikhadas3372 Жыл бұрын
Apunar dre xomoi mio par krsu baido... jnu kimn dukh ..... apunr val houk
@anamikagoswami4623
@anamikagoswami4623 Жыл бұрын
ভগৱানে মঙ্গল কৰক বা জনিক ❤❤
@pankajgogoi5395
@pankajgogoi5395 Жыл бұрын
Bohut dukh lagil. Tumar notun micro phone tu dhunia dei baa
@subarnakoch1111
@subarnakoch1111 Жыл бұрын
Congratulations 200k🎉🎊
@_R_B_K_777
@_R_B_K_777 Жыл бұрын
Vl lagil jauti baa... Moina bhale ase ne
@jushnapegu3340
@jushnapegu3340 Жыл бұрын
Baidew apunr video Sai bohut dukh lagil ajir pora Mai Boni olu
@jushnapegu3340
@jushnapegu3340 Жыл бұрын
Loghte mur video Sai dibo
@bismitakonch6067
@bismitakonch6067 Жыл бұрын
Heikarone women rights jetya pohu tetya mur khang uthe... This women should get justice
@kanikapator3526
@kanikapator3526 Жыл бұрын
Mur jibontu bht dukhere vora .Apunar kothakhini khuni bea lagil mur..Apuni akebare hexot jikhini kotha kole tar uporot horukoi moiu kiba ata kb bisarim....
@ni2m-rr2qp
@ni2m-rr2qp Жыл бұрын
Hei2r namyei lobo nalage..vogowank di diya..
@btcbaksa6180
@btcbaksa6180 Жыл бұрын
Dukh lgil muru jibont bhut dukh hoise hdy dukh Kori Kori manokhik bemer huwar dore hoi goise olpote khon uthe dukh lge jana
@jahanurali8506
@jahanurali8506 Жыл бұрын
Sem 2 you
@taranathborath6935
@taranathborath6935 Жыл бұрын
@reemadewraja7979
@reemadewraja7979 Жыл бұрын
Hasake bahut dukh lagil katha bur khuni
@PhagunigohainPhagunigohain
@PhagunigohainPhagunigohain Жыл бұрын
​@@reemadewraja7979❤f9!1যসৃঝে.ও ট ট😅
@risingdarkstar6565
@risingdarkstar6565 Жыл бұрын
​@@jahanurali8506❤ ji
@rajibhazarika2345
@rajibhazarika2345 Жыл бұрын
দুখ লাগিল বা
@pankajbaruah1774
@pankajbaruah1774 Жыл бұрын
2k family complete hobo congretchulation🎉
@intazali3839
@intazali3839 3 ай бұрын
Upar allhy apunar mongol koribo deyok🤲😢
@bulesinghbulesingh1630
@bulesinghbulesingh1630 Жыл бұрын
Aaponi hosa bohut val baido
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl Жыл бұрын
Maina jani thike xantana dise tai val haok duyujane shukhi hoi thakak
@dasgargi1234
@dasgargi1234 Жыл бұрын
Mur maar oo same obostha hoisil bt atia ami dagor huar pora he sb thik hol😢😢😢ki kribo dhoijjo dhorise mur maa oo atia bortoman thik hoise
@dipikamili5052
@dipikamili5052 Жыл бұрын
❤God bless you❤
@ranisaikiavlogs
@ranisaikiavlogs Жыл бұрын
Brave women ❤❤
@shivanideka8368
@shivanideka8368 Жыл бұрын
bht dhunia lgil khuridew
@neharikabora4523
@neharikabora4523 Жыл бұрын
নিজে ভুক্ত ভুগি মোৰ জীৱনৰ সৈতে একে বেলেগ মহিলা লগত সম্পৰ্ক থাকিলে সুখ কেতিয়াও নহয় মোৰ ল'ৰা ছোৱালী দুজনৰ কাৰনে জীয়াই আছো আপোনাৰ সুখ হ'ব ।
@urbashibordoloi7800
@urbashibordoloi7800 Жыл бұрын
😢bya lgil.... Bht aji kli aniqa hoi bht
@bhagyashreesaikia445
@bhagyashreesaikia445 Жыл бұрын
Bohut dukh lgl o huni..😭..kio anekua kore baru
@SangitaBoro-bv5lw
@SangitaBoro-bv5lw Жыл бұрын
Xosakoi bht dukh lagil apuna kotha khini khuni
@anitateron4349
@anitateron4349 Жыл бұрын
Some Love one some Love Two But I Love one Apunar Life OT hoise hoise kintu Apuni pisoloi Nasab suwali jonik Aguwai Loi jaug tare Kamona korilu
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 Жыл бұрын
Hosakoi bor dukh loga hodai anedore hahi hahi kam bur kori juwa
@MainaChutia-m6w
@MainaChutia-m6w Жыл бұрын
বাইদেই দুলিয়াজানত ফ্রি কে weaving শিকাই আছে আপোনি তাতে শিকিব পাৰিব
@n_bayan9
@n_bayan9 Жыл бұрын
Bare bare beya manuh ajonok emn chance dise mane.. teu o xomane beya... Jibon tu mulyoban..eyak beya mnuh ajonr logt pori nosto korat k okole thokae bohut val...
@bedonadas4833
@bedonadas4833 Жыл бұрын
Bhal jodi napaiye,pregnent kenekai hol,,Ashorit
@gagandeka4573
@gagandeka4573 Жыл бұрын
বৌ আপোনাৰ কথা বোৰ শুনি বহুত বেয়া লাগিল .....গৰি মা ভালকৈ ৰাখিবি .... বৌ আপোনাক বহুত দিন দেখা নাই ...
@gopaldutta4115
@gopaldutta4115 Жыл бұрын
আপোনাৰ কথাই কন্দুৱালে‌ মোক ।
@dipaliswargiary9737
@dipaliswargiary9737 Жыл бұрын
Jeuti tumak ajihe dekhilo beya lagil moi depali ba mahaliapara r
@renulongchot7547
@renulongchot7547 Жыл бұрын
মানুহ জনক মাৰি পেলালেহে শান্তি পাব।
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl Жыл бұрын
Anekuwa manuhe sukh napai jibanat aaru adin postai aaponar kaxaloi nije aahib aapuni vangi naparib ba val hb aagaloi tathapio mnr val apon janakto pahari thakib nowari kintu aapon jane buji napale ari aahiboi lagiboi nijar jibanar katha vabib lagib
@mriduldas7183
@mriduldas7183 Жыл бұрын
Bahut dukh lagila soko Pani olai gal 😢
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best video
@Rashmi.dutta-rai
@Rashmi.dutta-rai Жыл бұрын
Facebook ot salu bor beya lagil😢
@karishmasaikia7221
@karishmasaikia7221 Жыл бұрын
Ki j hobo nhoi eman dukh manuhr jibontu... Suwali jonik val k rakhok... Apuniu vale thakok bad diok o teur likhia husband..
আইমাই কিন্তু সচাঁ কথা কৈছে।
1:01:48
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
ICON ho nen Kimkima  Birthday 🎁 lawmna AW
18:24
H&D Enterprise Mizo Arms & Ammunition Dealers
Рет қаралды 5 М.
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН