মামাৰ নাগাৰা নাম, ফৰিঙ পাঠক😂, Black And White Comedy Video 2022

  Рет қаралды 1,301,411

Black And White

Black And White

Күн бұрын

Пікірлер: 3 300
@subhashnathentertainment4595
@subhashnathentertainment4595 2 жыл бұрын
পাগল হৈ যাম অ বিকাশ। তামাম হাঁহিলো আমাৰ ভাত নামাৰিবা দেই ভাই
@hiraktmg72
@hiraktmg72 2 жыл бұрын
Hoi dada
@surajitbaruah490
@surajitbaruah490 2 жыл бұрын
Hoi dada
@biiikashbonoriya2047
@biiikashbonoriya2047 2 жыл бұрын
Ki j koi dada😂... apuni main❤
@deepstutasaxom8334
@deepstutasaxom8334 2 жыл бұрын
😁😁😁
@gaoblog3765
@gaoblog3765 2 жыл бұрын
Mrinal dadak sai mor birat val lagai dadai Belge disi kin2
@MrinmoysVlogs
@MrinmoysVlogs 2 жыл бұрын
Life r 1st Acting🥰🔥Nagara Naam
@bikibiki4824
@bikibiki4824 2 жыл бұрын
Big fan
@nitulmahanta4239
@nitulmahanta4239 2 жыл бұрын
Mjhhh ❤️
@nurofficialvideogoalpara5026
@nurofficialvideogoalpara5026 2 жыл бұрын
Mojja big fan dada
@nitulmahanta4239
@nitulmahanta4239 2 жыл бұрын
Ebar he mjhh bikash da mrinnmoi da mahanta daa🔥🔥
@ratulsaikiaofficial8841
@ratulsaikiaofficial8841 2 жыл бұрын
Tomar acting moja hoise
@DimpuBaruah
@DimpuBaruah 2 жыл бұрын
ultimate
@BlackAndWhiteAssam
@BlackAndWhiteAssam 2 жыл бұрын
thnku vai 😍
@notungyanassamese5200
@notungyanassamese5200 2 жыл бұрын
Dimpu da 😍
@nitumonithakuria6067
@nitumonithakuria6067 2 жыл бұрын
Umm tamam ultimate vai 👍👍
@cartoongaming9939
@cartoongaming9939 2 жыл бұрын
Kids gameor babe subscribe kori rakhibo
@Dhruba_hadala
@Dhruba_hadala 2 жыл бұрын
🔥🔥🔥
@khanindas4678
@khanindas4678 2 жыл бұрын
সচা কথাৰে সুন্দৰ প্ৰদৰ্শন কৰিছা বিকাশ দা বহুত ভাল লাগিল ।আৰু হাহিলো খুব অকলে অকলে ।
@kushalsaikia.........
@kushalsaikia......... 2 жыл бұрын
বিকাশ দা আগুৱাই যোৱা।। অসমৰ আগশাৰীৰ এজন অভিনেতা হোৱা ❤️❤️❤️love from hojai
@chitranath3913
@chitranath3913 10 ай бұрын
সুন্দৰ উপস্থাপন।বহুত হাঁহিলো দেই
@nitumonithakuria6067
@nitumonithakuria6067 2 жыл бұрын
নামৰ আৰম্ভণি ধুনীয়া হৈছে 👌👌👌 বিকাশ ভাই এনেও তোমালোকৰ ভিডিও বোৰ চাই বহুত ভাল লাগে ❤️❤️❤️
@priyankachoudhury1169
@priyankachoudhury1169 2 жыл бұрын
মিৰ্জা লৈ আহিবা দেই নাম গাবলৈ নিমন্ত্ৰণ দিলোঁ । ভিদিও টো চাই বহুত ভাল লাগিল আৰু বহুত হাঁহিলো পৰিয়ালৰ গোটেই বোৰে মিলি ।
@utpalrabha4057
@utpalrabha4057 2 жыл бұрын
সঁচাকৈ বুজাব নোৱাৰি ধেমালিৰ আৰু সুৰৰ মাজেৰে সত্যতা প্ৰমাণ দিছে তোমালোকৰ ভৱিষ্যত কামনা কৰিলোঁ 🙏🙏🙏😍
@dhanmedhi4599
@dhanmedhi4599 2 жыл бұрын
Jui dada
@om6083
@om6083 2 жыл бұрын
Ultimate 🥏🥏... বৰ্তমান সময়ৰ সত্যতা আপুনি অতি সততাৰে প্ৰকাশ কৰিছে
@durgashreesaikia5690
@durgashreesaikia5690 2 жыл бұрын
নাম শুনি ধুনীয়া লাগিছে ..আগলৈও এনেধৰনৰ নাম শুনিব পাম বুলি আশা ৰাখিলো😊
@dimpikalita8874
@dimpikalita8874 Жыл бұрын
Part 2 khon u bonabo son vl lagise ♥️❤️❤️
@MRDhanjitZG
@MRDhanjitZG 2 жыл бұрын
ধেমালিৰ মাজেৰে বহু কথা বুজাই দিলা বিকাশ দা.. ভাল লাগিল... ❤️❤️❤️বহুত সুন্দৰ হৈছে ❤️❤️
@sajinabegum5435
@sajinabegum5435 2 жыл бұрын
🙏🙏🙏
@chibanidas9317
@chibanidas9317 2 жыл бұрын
অকলে অকলে ইমান বেছি হাঁহিছো কি কম। বহুত বহুত বহুত বেছি ভাল লাগিল। দিনটো কিবা ভালে লগা নাছিল আপোনালোকৰ video চাই বহুত মন ভাল লাগিল। এনেকুৱা কাম কৰি গৈ থাকক। মৰম যাচিলো সকলোকে ৰঙিয়াৰ পৰা।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@jitukalita1744
@jitukalita1744 2 жыл бұрын
☺️ধেমালিৰ চলেৰে একদম সত্য কথা☺️👌 ☺️তামাম মজা লাগিল কিন্তু Vdo2 চায় এনেদৰেই সদায় আগুৱাই যোৱা☺️ 🥀তিনিচুকীয়া জিলাৰ পৰা বহুত বহুত মৰম যাচিলো🥀☺️🥀
@digantadeka2218
@digantadeka2218 2 жыл бұрын
খুব সুন্দৰকৈ আপুনি সাম্প্ৰতিক কালৰ কথা উপস্থাপন কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@sumanchoudhury4710
@sumanchoudhury4710 2 жыл бұрын
বিকাশ দা আপুনি মহান 😘 , আপোনাৰ নাম সুনি বহুতে ভাল লাগিল 😀 আৰু এনেকৈয়ে আগুৱাই গৈ থাকক।।। You are great 😘😊..
@atozknowledgeassamese
@atozknowledgeassamese 2 жыл бұрын
নামটো ভাল হৈছে ৷ নামটো গাঁৱে-ভূঞে, নগৰে-চহৰে , পৰ্বতে-পাহাৰে , নদীয়ে-সাগৰে সকলোতে প্ৰচাৰ কৰিব লাগে ৷
@gaganchamuah4677
@gaganchamuah4677 2 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন ❤️ আৰু এনেকুৱা video লাগে ❤️
@pranabbarman4933
@pranabbarman4933 2 жыл бұрын
উফ বিকাশ দা সচাঁই বহুত ভাল হৈচে 🥰😍😍
@manishatalukdar2336
@manishatalukdar2336 2 жыл бұрын
সুন্দৰ হৈছে আগুৱাই যোৱা তাৰেই কামনা কৰিলো. 👌👌👌
@pdoveclinicpluse1639
@pdoveclinicpluse1639 2 жыл бұрын
Nice 🙂🙂🙂
@lakhikalita5109
@lakhikalita5109 2 жыл бұрын
মই কাৰো video t comment দি পোৱা নাছিলো আজি Frist বিকাশ দা মজা লাগিছে ♥️🥰
@গামোচা-চ৭ম
@গামোচা-চ৭ম 2 жыл бұрын
ধুনিয়া হৈচে নাম।তাম হাহিলো নাম চাই অৰু এনেকোৱা নাম গাবা দে বিকাশ বহুত বহুত ভাল হৈচে।
@smarttrick7008
@smarttrick7008 2 жыл бұрын
অসাধাৰণ প্ৰদৰ্শন দেখাইছে বিকাশ দা আপোনালোকে💘
@anjalidas5699
@anjalidas5699 2 жыл бұрын
Namtu val lagise
@jitutalukdar746
@jitutalukdar746 2 жыл бұрын
গোটেই খিনি এ ভাল হৈছি❤️❤️ concept অৰ ভান্দাৰ ভৰি আছে। বিকাশ পাঠক অৰ দ্বাৰা হিমন্ত মামাৰ কথা বিশ্লেশন 😅😅😅
@gitamonibarman6969
@gitamonibarman6969 2 жыл бұрын
Mojja Bikas da💖❤️
@BadanDeka-lf2tc
@BadanDeka-lf2tc 6 ай бұрын
😊
@BadanDeka-lf2tc
@BadanDeka-lf2tc 6 ай бұрын
Bhal Lagil😊😀🙈
@RANINI3
@RANINI3 11 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন, আৰু সুন্দৰ সুন্দৰ প্ৰতিভা দেখিবলৈ পাম বুলি আশা কৰিলো, ধন্যবাদ ❤🎉
@dipdeka7887
@dipdeka7887 2 жыл бұрын
বিকাশ দা আপুনি সঁচাই এজন ভাল অভিনেতা। সকলো অভিনয় আপুনি ফুটাই তুলিব পাৰে । আপোনাৰ গ্ৰুপটো সুন্দৰ সজাইছে।
@alokdutta5907
@alokdutta5907 Жыл бұрын
সুন্দৰ,নাগাৰা নাম পৰিবেশন কৰিছে । মামাৰ পদুম ফুলৰ পাৰ্টিক ফালি-চিঙি যোৱাকৈ বৰ বেয়াকৈ ধুই এইবাৰ মামাক একেবাৰে জেগাত দিয়াৰ বাবে দলটোৰ আটাইলৈকে পুনৰবাৰ ধন্যবাদ থাকিল ।
@TulikaDas-it6jz
@TulikaDas-it6jz Жыл бұрын
Moja hoisa ❤❤❤❤🎉😅😊
@ManashBaishya978
@ManashBaishya978 2 жыл бұрын
সচাই বহুত বহুত বেছিয়ে ভাল লাগিছে আৰু আগলৈ আগুৱাই যোৱা তাৰে কামনা কৰিলো আৰু শেষখিনি জুই তামাম হাহিছো 🔥🔥😍❤️❤️❤️❤️
@explorewithdiggu
@explorewithdiggu 2 жыл бұрын
অ একে একে দুই মামা তুমি জুই 🔥🔥🔥🔥Dipmu থাকলি আৰু জমিল হয় | ভাইহাত চাধা একখলা দিয়া 😃😃😃😃😍😍😍😍মামা নাম দল এইবাৰ দেৱালি নলবাৰি ৰাসত Book হৈ গেল দে আৰ 😍😍😍😍😀😃😄😜❤❤❤💚💚💚💚💛💙💜
@RajibBarman-z2l
@RajibBarman-z2l Ай бұрын
Mojja lagese bekas da taan jomone ❤😅
@kangkan28
@kangkan28 2 жыл бұрын
স্বনামধন্য ফৰিং পাঠকদেৱক এটি লাইকেৰ সম্ভাষণ জনালো আৰু আপোনালোকেও জনাওক🤞💙 👍 লগতে মই নামটি ভাল পাই এটি ক্ষুদ্র পুৰষ্কাৰ (কমেন্ট)আগবঢ়ালো🤧
@lachitraj8668
@lachitraj8668 2 жыл бұрын
re
@rikimahanta848
@rikimahanta848 2 жыл бұрын
Dhuniya hoise ....hahi hahi pet bikhai gol
@gitankarjyotisaikia5508
@gitankarjyotisaikia5508 2 жыл бұрын
অতি সুন্দভাৱে উপস্থাপন কৰিছে। বৰ ধুনীয়া লাগিল video টো। Outstanding😂🔥💥
@NamitaBaruah-qx9km
@NamitaBaruah-qx9km Жыл бұрын
Val hoise
@tanmaykashyap3462
@tanmaykashyap3462 2 жыл бұрын
বিকাশ দাই পাঠক হৈ শেষত তাল যোৰ বজাব লাগিছিল একবাৰ ।যি কি নহওঁক নাম বঢ়িয়া মজ্জা ।।❤️❤️❤️❤️❤️লাভ from Amayapur।।।।
@dipudeka7224
@dipudeka7224 2 жыл бұрын
I am from tilana
@kamalnath8680
@kamalnath8680 2 жыл бұрын
বিকাশ দা তামাম দিছা কিন্তু 😝😝😝বহুত ভাল লাগিল😂😂😂
@harekrishnabaruah154
@harekrishnabaruah154 Жыл бұрын
Moi mane ami bahut bahut val paisu
@LohitDihingia-l5b
@LohitDihingia-l5b 2 ай бұрын
একদম সচাঁ ভাল পাইছো🎉🎉🎉
@phuleshwarikalita8018
@phuleshwarikalita8018 2 жыл бұрын
😂😂😂😂😂 বহুত হাহিলো। একদম সুন্দৰ উপস্হাপন ❤️🙏
@sonatkumar7098
@sonatkumar7098 2 жыл бұрын
Hee hori ultra pro Max levelr nam dekhun o😂😂🤣
@dasdasdulan4275
@dasdasdulan4275 2 жыл бұрын
Moja hoisi dada 🌹 aro lage ata gan
@bokasurbrajen7733
@bokasurbrajen7733 Жыл бұрын
Armar Tate Mari ahibane Tumi koba da❤❤❤ Tumi jui🙏🙏👈👈Dada❤️❤️👈
@manalishadas2421
@manalishadas2421 2 жыл бұрын
Mrinmoy dada acting dhunia hoise 😍❤
@বইলাৰৰবেপাৰী
@বইলাৰৰবেপাৰী 2 жыл бұрын
🙄
@HelloAxom
@HelloAxom 2 жыл бұрын
ধেৎ তেৰিকা 😂😂😂😛 কি নাম আমাৰ ইয়াতে মাতিবই লাগিব 🤗😃😃
@xopunorprithibi3605
@xopunorprithibi3605 2 жыл бұрын
সচাকে ভাল লাগিল দেই।
@pathaksvlogs2340
@pathaksvlogs2340 2 жыл бұрын
বহুত ভাল লাগিল মই ছাৱক্ৰাইৱ কৰাৰ লগতে এটা লাইকৰে মৰম দিলো।
@purabichoudhury7410
@purabichoudhury7410 2 жыл бұрын
আৰু এনেকুৱা ভিডিও লাগে ❤... Love from Nityananda( Bajali )
@assamesedolisa
@assamesedolisa 2 жыл бұрын
bangaigaon
@dimfuldost7048
@dimfuldost7048 2 жыл бұрын
Dhuniya lagil dada 🥰🥰
@bhanitabaruah4761
@bhanitabaruah4761 2 жыл бұрын
তামাম হাঁহিলো....nice বিকাশ দা... আমাৰ ভাত নামাৰিবা,,,,,acting 🔥🔥
@PranitaKalita-m7n
@PranitaKalita-m7n Жыл бұрын
Nice
@bhairabjitofficial7238
@bhairabjitofficial7238 2 жыл бұрын
val hoise kin2 Mrinmoy dai olp laaj krise 🤣
@LearningSparkAxom
@LearningSparkAxom 5 ай бұрын
Sapor mila nai tar
@silky4120
@silky4120 Жыл бұрын
Hahi hahi pet bikhai goise share nokori nuwarilu 😂😂😂😂.khub hundor hoise
@mithurabha9626
@mithurabha9626 2 жыл бұрын
একদম মজা বিকাশ দা বহুত ভাল লাগিছে ❤️ বহুত‌ হাহিলো ধেমালিৰ মাজেৰে বহু কথাই প্ৰকাশ কৰিছে নামৰ ভংগীও প্ৰশংসনীয়🥰❤️ সুন্দৰ কন্ঠ আপোনাৰ সুন্দৰ উপস্থাপন আৰু আগুৱাই যাওক বিকাশ দা🥰❤️জয়তু জয় আই অসম ❤️
@sauravdeka3554
@sauravdeka3554 2 жыл бұрын
Tamam hahilo dei aji 🤣🤣🤣 mojjjjaa bikash da 🥰🔥🤘 love you
@KabinDas-qt2ow
@KabinDas-qt2ow Жыл бұрын
Mahanta da bahut bhal lagil
@jintudasofficial4364
@jintudasofficial4364 2 жыл бұрын
অসমত Talent ৰ অভাৱ নাই । Example - Bikash Da. Love You.
@delhiblogs1272
@delhiblogs1272 2 жыл бұрын
মা মনচুলানি মাথা মুন্দ 😉 বিকাশ দা 🙏🙏🙏
@deepshikhagoswami8816
@deepshikhagoswami8816 10 ай бұрын
Val hoise😂🎉
@soniarabha9032
@soniarabha9032 2 жыл бұрын
ফৰিং পাঠক 🔥🔥🔥 bikash da 🔥🔥
@assamlensmedia123
@assamlensmedia123 2 жыл бұрын
Moja... কন্ঠ ভাল মহন্তৰ নাম শিকক।😌😍😁😁😆
@DipakKalita-w7n
@DipakKalita-w7n 7 ай бұрын
সঁচাকৈ আমি বহুত হাহিলো মজা লাগিছে দে ♥️🤗🤗 বিকাশ দা বিকাশ দাৰ কাৰণে please please please ☺️ like
@nscreations1338
@nscreations1338 2 жыл бұрын
This is called Talent 🔥🔥❤️❤️
@krishnakalita4580
@krishnakalita4580 2 жыл бұрын
Mojja Bikash da🔥🔥🔥🥰
@buddha167
@buddha167 10 ай бұрын
মজা গাইছে dada 👍 😁😆😅🤣😂
@RandeepMazumdar
@RandeepMazumdar 2 жыл бұрын
আৰু এনেকুৱা video লাগে Black and white 🖤🤍
@riyakashyap6255
@riyakashyap6255 Жыл бұрын
ভাল হৈছে
@Palash-y
@Palash-y 4 ай бұрын
😢❤❤❤❤❤❤❤😂😂
@ddcreation2957
@ddcreation2957 2 жыл бұрын
Video টো চাই মনটো সঁচাকৈ বহুত ভাল লাগি গল।🎉🥂 নলবেইৰা ❤️
@babudeka8420
@babudeka8420 2 жыл бұрын
Superb dada. Manisu kin2 dei. 👍👍 Toh banta hain. Jai mama
@tafajulali1237
@tafajulali1237 2 жыл бұрын
Mojjja Bikash da 🔥🔥love from Rangia
@babitamahanta6959
@babitamahanta6959 2 жыл бұрын
একে একে দুই বিকাশ দা তুমি জুই🔥🔥🔥
@hirenpathak6085
@hirenpathak6085 2 жыл бұрын
fali diso kintu......mojja hoisi💞💞💞
@bikashdeka502
@bikashdeka502 2 жыл бұрын
পাঠক হব পাৰিবা...😍😍😍
@royrajdeeproy70
@royrajdeeproy70 2 жыл бұрын
Superb fantastic and fabulous performance Bikash bro👍
@UtpalDas-i9s
@UtpalDas-i9s Жыл бұрын
বৰ ধুনীয়া হৈছে নামটো ধেমেলীয়াকৈ হলেও বহু কথা বুঁজাইছা আৰু আগুৱাই।যায় যেন আপুনি😍😍😍 🙏🙏🙏
@debajitdas9099
@debajitdas9099 2 жыл бұрын
Moja😜🔥🔥🔥 Part 2 ahibo lage✨nagara naam r✨
@localaxomiyayoutubch...9203
@localaxomiyayoutubch...9203 2 жыл бұрын
From gerua
@jibonor_anubhuti_official
@jibonor_anubhuti_official 2 жыл бұрын
মোৰ লগতে আমাৰ মায় বহুত বেছি ভাল পাইছে 😍😍😍
@BishalRoy-b5e
@BishalRoy-b5e 13 күн бұрын
Val lagisa
@assamesenaturalbeautyandhe2854
@assamesenaturalbeautyandhe2854 2 жыл бұрын
মজা ভাইৰেল হৈছে দেই তোমাৰ ভিডিও টো 🥰হিমু মামা আহিছে 😁আজি আনন্দ ৰ সীমা নাই 🤣মজা
@mriiinmoy2607
@mriiinmoy2607 2 жыл бұрын
Love from nalbari ❣️❣️ barbhag
@englishwithbhaskarjyoti3791
@englishwithbhaskarjyoti3791 2 жыл бұрын
Barbhag 💚
@mriiinmoy2607
@mriiinmoy2607 2 жыл бұрын
Barbhag ❤️
@ASHOKlahkarinfo
@ASHOKlahkarinfo 2 жыл бұрын
সুন্দৰ । Pankaj Haloi borhia likhisa bhai. Next vdo ot apunak o Dekha Pam buli akha thakil.
@jitudekadeka9543
@jitudekadeka9543 2 жыл бұрын
বঢ়িয়া হৈছে বিকাশ ভাই ❤❤❤
@bickytalukdar23
@bickytalukdar23 2 жыл бұрын
Mojja 😂😂🔥🔥
@nirmalimedhi6223
@nirmalimedhi6223 Жыл бұрын
Hahaaaa...bprhiyaaa hoise....tmlkr vdo blk sale xosai mntu bohut val lage...hahi thakibo pari😂
@ParagDas-q8g
@ParagDas-q8g 6 ай бұрын
Bht.val.lagil
@anjanjyotibaishya82
@anjanjyotibaishya82 2 жыл бұрын
সুন্দৰ উপস্থাপন বিকাশ দা ❤️
@dineswarchoudhury9150
@dineswarchoudhury9150 2 жыл бұрын
Ekdom juiii ha dada xokol 🤩🔥belleg video kin2 🤣
@rahulsarania1711
@rahulsarania1711 2 жыл бұрын
Next level bro❤❤❤❤
@amardas8206
@amardas8206 2 жыл бұрын
Mojja Bikash da❤️❤️❤️ Love from rangia.
@bongaonacademyphysicalguwa3973
@bongaonacademyphysicalguwa3973 2 жыл бұрын
Xosakoi ultra pro max ultimate Juiiiiii 🔥🔥🔥🔥🔥🔥🔥
@chinmoysarma4037
@chinmoysarma4037 2 жыл бұрын
Mojja Bikash da love from Nalbari ❤️
@monalishauzir7181
@monalishauzir7181 2 жыл бұрын
👍😂😂🤣mojja da bhut hahilu ru enekua e vl vl video ani thaka sai bhut vl.laage
@pranjalvlogs7129
@pranjalvlogs7129 2 жыл бұрын
Mojja Bikash ❤️❤️❤️❤️
@jintuhaloi4181
@jintuhaloi4181 2 жыл бұрын
ধুনীয়া ❣️❣️
@freefirelover5696
@freefirelover5696 2 жыл бұрын
Nice video
@JayantaDas-gt6bq
@JayantaDas-gt6bq 2 жыл бұрын
বহুতেই ভাল লাগিল
@himasreekalita9786
@himasreekalita9786 2 жыл бұрын
Mojja da 🔥🔥🔥
@dipanditabaishya7759
@dipanditabaishya7759 2 жыл бұрын
Bohut val lagil sai👍🥰
@devdas8542
@devdas8542 2 жыл бұрын
ভাং খাই মৰি যাম বিকাশ...!! টামাম দিচ' বে......হিলাই দিছা...🔥🔥
@nibaranthakuria4533
@nibaranthakuria4533 2 жыл бұрын
Thanks for your nam and all the friends. This our culture. This incident became history at last.
@himangshuhazarika4387
@himangshuhazarika4387 2 жыл бұрын
ফালি চিৰি দিছা পুৰা তোহোন 🔥🔥🔥
@pritamdas7877
@pritamdas7877 2 жыл бұрын
Mojja bikash daa ❤️🔥❤️
@MandiraTalukdar-i9b
@MandiraTalukdar-i9b Жыл бұрын
Akou anekuwa nam uliabo buli asha thakil .Nam to bohut val lagil 🙂🙂🙂🙂🤩🤩🤩😄😄😄😄😄😄
@kangkansaloi5377
@kangkansaloi5377 2 жыл бұрын
Absolutely entertaining
@chintumanidas9730
@chintumanidas9730 2 жыл бұрын
Beautiful 😍🥰
Какой я клей? | CLEX #shorts
0:59
CLEX
Рет қаралды 1,9 МЛН
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
JISOO - ‘꽃(FLOWER)’ M/V
3:05
BLACKPINK
Рет қаралды 137 МЛН
Какой я клей? | CLEX #shorts
0:59
CLEX
Рет қаралды 1,9 МЛН