মানুহে কি কৈছে মোৰ ক'বলগীয়া নাই, মোৰ দেউতা ঘূৰি অহাটোহে মই বিচাৰিছোঁ: ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা

  Рет қаралды 10,416

News Live

News Live

Күн бұрын

Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 24
@assamv3640
@assamv3640 Ай бұрын
মদাহী মাইকী
@manoranjansaikia2578
@manoranjansaikia2578 Ай бұрын
মহিলা গৰাকীৰ ভাষ্য কিছু সন্দেহ জনক, ৰমেন বৰুৱাৰ সন্ধানহীনতাই সকলোকে চিন্তিত কৰি তুলিছে, চৰকাৰ তথা প্ৰসাশনে উদ্ধাৰ বাহিনীৰ সহায়ত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত ৰমেন বৰুৱাৰ সন্ধানত উদ্ধাৰৰ বাবে যোৰদাৰ প্ৰচেষ্টা চলাইচে, তেনে স্থলথ তেওঁৰ জীয়ৰীৰ মুখত লেশমাত্ৰাও চিন্তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই, তেওঁ ইমান সহজভাৱে কথাবোৰ কৈছে যেন এইতো এটা অতি সাধাৰণ ঘটনাহে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই, মোৰ মনোবৈজ্ঞানিক দৃষ্টি ডঙ্গীৰ পৰা মোৰ ধাৰণা হৈছে ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনাটোত তেওঁৰ জীয়ৰী বৰ্ণিকা প্ৰতক্ষ হওক বা পৰোক্ষ হওক কোনোবা প্ৰকাৰে জড়িত হৈ আছে, ৰমেন বৰুৱাৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে তেওঁ A TO Z সকলো কথা জানে গতিকে তেওক ভালদৰে জেৰা চলালে প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা অধিক বেছি আছে।
@monjulahon7712
@monjulahon7712 Ай бұрын
এই গৰাকীৰ মুখত অকনো দুখ , বেজাৰ , অনুতাপ , হতাশাগ্ৰস্ত নেদেখিলো ।
@sashibhatta5198
@sashibhatta5198 Ай бұрын
ইমান গৰমত অকলে যাব দিবলৈ ভয়-শংকা কৰিছিল যদি তেৱোঁ লগত যাব লাগিছিল, যিহেতু নিজেই যাবলৈ সাজু হৈছিল ৷ আৰুনো কি মন্তব্য দিম ! পৰিস্থিতিয়েই হয়তো তেনে হোৱাত অৰিহণা যোগাইছিল ৷ দেওবাৰৰ নিশাৰ পৰা সোমবাৰৰ ৰাতিপুৱালৈকে সেই সময়ছোৱাত পিতা আৰু পুত্ৰী দুয়োগৰাকীৰে মানসিক স্থিতি কি আছিল সেইটো একমাত্ৰ ভুক্তভোগী আৰু স্বয়ং ভগৱানেহে জানিছিল ৷ এই সময়ত ঘটি যোৱা ঘটনাৰাজিৰ বাবে কাকো পোনপতীয়াকৈ দুষিব নোৱাৰি ৷ পৰিস্থিতিগত কাৰণতে যে ঘটনাবোৰ ঘটি থাকে, যিটো সকলোৱে জানে-বুজে ৷
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
অসমৰ সাংস্কৃতিক তথা ছবি জগতৰ বিখ্যাত ঘৰখনত অনাকাংখীত ঘটনাৰ বাবে অসমীয়া জাতিৰ বৃহৎ ক্ষতি। বৰ্ণিকা শিক্ষয়িত্ৰী হ'লেও নৃত্য কৰ্মবোৰ আদৰ্শণীয় নহয়।‌‌ যেনে দেউতাকে নিজৰ কাপোৰ ধোৱা,বেকফাষ্ট যোগাৰ কৰি দিয়া। এই কামবোৰ তাই নিজে বা আনৰ দ্বাৰা ব্যৱস্থা কৰি দিব পৰা হ'লেই ডিভোছ দি দেউতাকৰ লগত থকাৰ সাৰ্থকতা। দেউতাক আছিল গোটেই অসমীয়া জাতিৰ বাবে কিন্তু এখেত সন্মান, স্বামী বা পিতৃৰ বাবে?
@Bornaeatsandvlogs
@Bornaeatsandvlogs Ай бұрын
8 bojat hunkale utha hoise 😮
@user-ol3sr5iw1c
@user-ol3sr5iw1c Ай бұрын
8 tat har Pai hunkalei uthise tai ,8 tat beli dupor hoi ,modor nisat hunkalei uthise o o eyate bujaaa Jai ghotona2 ki hobo pare.ai hilpi Jon valdore ghuri ahouk tare kamona korisu. Ako ane karue logot nhouk.
@user-vc9hu7sh9i
@user-vc9hu7sh9i Ай бұрын
Ai bonorik greptar Kora nai kio.
@moshmibarman7661
@moshmibarman7661 Ай бұрын
যিমানেই যি নকওক কিয় এই মদাহী জনীৰ কাৰনে ৰমেন বৰুৱা নোহোৱা হৈ গ'ল। অবাঞ্চিত ঘটনাবোৰ মদাহী বোৰৰ কাৰণেই হয়।।
@chandiramkhatowal9632
@chandiramkhatowal9632 Ай бұрын
Atunu bhuya kotha bilak HOSA
@hiteshdeka5444
@hiteshdeka5444 Ай бұрын
মদাহীনি ত ই দেউতা নুবুলি বি
@user-st9xu8vn6d
@user-st9xu8vn6d Ай бұрын
Bornika tumi hatas nohoba
@anjugogoi6222
@anjugogoi6222 Ай бұрын
চকুৰ পতা আৰু উঠ খন দেখিলে মদাহী যেন লাগে
@golapsarma3838
@golapsarma3838 Ай бұрын
Bor dukh paiso kothato jani
@bhuyanvioleena
@bhuyanvioleena Ай бұрын
আমি মাক বিলাকে এই কথাত বৰ দুখ পাইছো।
@bharatibarkataki7592
@bharatibarkataki7592 Ай бұрын
ঘৰতে থকা দীপেনদাক কিয় কোৱা নাছিল ?? আশীবছৰৰ ওপৰৰ দেউতাকৰ লগত তৰ্ক কৰা জীয়েক ৷
@pridulmonibora114
@pridulmonibora114 Ай бұрын
Eman vall suwalek Jone dautakok napie kkurakoku kob parela hoi. Nej valae jogot vall tume dautar vall aru moromor hontana.
@bitulphukan2812
@bitulphukan2812 Ай бұрын
Tuk dekhate modahi jen lage
@bitulphukan2812
@bitulphukan2812 Ай бұрын
Toi sob acting kori aso,kiba beleg sinta he hoise deota k----
@biswajithazarika1313
@biswajithazarika1313 Ай бұрын
Kotha khino xuni misa kuwa jen loga nai baru
@freefireworld293
@freefireworld293 Ай бұрын
Johora maiki aibilak
@hairprasaddeori2325
@hairprasaddeori2325 Ай бұрын
Ai news live r kam nai neki ,gaont juwa banpanir news bur kora aru etc...
@junchutia6379
@junchutia6379 Ай бұрын
Bapero muratu 😂😂😂
@cyrus31445
@cyrus31445 Ай бұрын
😂😂😂😂
The FASTEST way to PASS SNACKS! #shorts #mingweirocks
00:36
mingweirocks
Рет қаралды 13 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 32 МЛН
Now it’s my turn ! 😂🥹 @danilisboom  #tiktok #elsarca
00:20
Elsa Arca
Рет қаралды 12 МЛН
The FASTEST way to PASS SNACKS! #shorts #mingweirocks
00:36
mingweirocks
Рет қаралды 13 МЛН