মীৰা বৰঠাকুৰৰ প্ৰচাৰ সভাত অথন্তৰ। নিৰ্বাচনী বিষয়াই বন্ধ কৰিলে সভা।

  Рет қаралды 228,740

Asom Live 24

Asom Live 24

2 ай бұрын

মীৰা বৰঠাকুৰৰ প্ৰচাৰ সভাত অথন্তৰ। নিৰ্বাচনী বিষয়াই বন্ধ কৰিলে সভা।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 411
@h1239640
@h1239640 2 ай бұрын
খুব পিতিব লাগে, কেইটামানক , চৰকাৰৰ চুৱা চেলেকা কেইটাক
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 2 ай бұрын
মীৰা বাইদেউ ভয় নকৰিব।চুৱা চেলেকা নীৰবাচন বিষয়া ইহত বি জে পি ৰ চামচা।
@bkp9774
@bkp9774 2 ай бұрын
মাইনুল দা তোমালোকে সহায় কৰিবা , মীৰা বাক , ইয়াত হিটলাৰি শাসন ছলাইছে।
@HiyaHiya-vg3mv
@HiyaHiya-vg3mv 2 ай бұрын
BJP ক ভোট দিলে ৰাইজৰ অৱস্থা অতি বিষম হব ।কথা কোৱাৰ অধিকাৰ মেল মিটিং কৰাৰ অধিকাৰ , মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ অধিকাৰ ,গীত গোৱাৰ অধিকাৰ ,, সমস্যা সমাধানৰ আবেদন জনোৱাৰ অধিকাৰ নাথাকিব ।কেৱল ৰজাৰ নাচোন চাই হাত চাপৰি‌ বজোৱাৰ অধিকাৰহে থাকিব । বিজেপিক এইবাৰ জিৰণি দিয়ক । বিজেপিক ভোট দি মূল্য বৃদ্ধিৰ জুইত পুৰি মৰিব লাগিব ।
@arupgoswami2297
@arupgoswami2297 2 ай бұрын
Right
@TCF573
@TCF573 2 ай бұрын
Thik kotha
@hasinakhatunaww
@hasinakhatunaww 2 ай бұрын
আপুনি ঠিকেই কৈছে । আপোনাৰ লগত এক মত আছো।
@RamPegu-us4jb
@RamPegu-us4jb 2 ай бұрын
Congress jikiboi.❤❤❤❤❤
@prahladdas8977
@prahladdas8977 2 ай бұрын
B.j.p e arunudai form bilabo paare,onna Dole sovao paatibo nuware,gontontrwa dhonkh.
@purnanandataid2348
@purnanandataid2348 2 ай бұрын
❤❤❤ মীৰা বৰঠাকুৰ গোস্বামী জিন্দাবাদ❤❤❤ আপোনাক কোনো শক্তিয়ে বাধা প্ৰদান কৰিব নোৱাৰে।
@PrinceGamer-hk3eq
@PrinceGamer-hk3eq 2 ай бұрын
Congress jindabad
@tips4you121
@tips4you121 2 ай бұрын
Congress zindabad
@BhumidharNath-im7ml
@BhumidharNath-im7ml 2 ай бұрын
সভা বন্ধ কৰিলেও মীৰা বাইদেউক ভোট দিবই। গুৱাহাটী সমস্তিত মীৰা বাইদেউ জিকাটো খাটাং। সভা বন্ধ কৰিলেও কোনো লাভ নাই।
@user-kt1vf5fu2n
@user-kt1vf5fu2n 2 ай бұрын
amak aiudfr party lagib
@NekborAli-jo1lm
@NekborAli-jo1lm 2 ай бұрын
¹¹😊​@@user-kt1vf5fu2n
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 ай бұрын
​​@@user-kt1vf5fu2nami aibar aiudf buli nohoy hokolo hamprodaik dolok bidai dibo lage.
@sahajahanali4607
@sahajahanali4607 2 ай бұрын
মীরা মেম জিকা খাটাং
@deepshikhamalakar7803
@deepshikhamalakar7803 2 ай бұрын
বাজে কথা.
@LegendIshan
@LegendIshan 2 ай бұрын
জনসাধাৰণ সজাগ হওক হিটলাৰী শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ
@anilgoswami2238
@anilgoswami2238 2 ай бұрын
এসময়ৰ বিশ্ব কপোঁৱা স্বেচ্ছাচাৰী, ফেচীবাদী, নাজী এডলফ হিটলাৰে ১৯৪৫ চনৰ ৩০ এপ্রিল ত আত্মহত্যা কৰিছিল।
@bibhadas5050
@bibhadas5050 2 ай бұрын
মীৰা বৰঠাকুৰক ভোট দিম নে নিদিম ঠিৰাং কৰা নাছিলোঁ ।আজিৰ এই ঘটনাৰ পিচত ঠিৰাং কৰি পেলালোঁ মীৰা বৰঠাকুৰক দিম।
@indianrahulvlockchannel
@indianrahulvlockchannel 2 ай бұрын
Thank you
@user-rx9ju8ct7s
@user-rx9ju8ct7s 2 ай бұрын
Good fidom end
@anishanargis2926
@anishanargis2926 2 ай бұрын
মীৰা বাইদেউ জিন্দাবাদ ❤❤❤❤❤ কংগ্ৰেছ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ ❤❤❤
@ranjanneog245
@ranjanneog245 2 ай бұрын
Logote Bangladeshi Miya o jindabaad😂😂
@user-kt1vf5fu2n
@user-kt1vf5fu2n 2 ай бұрын
aiudf nalage naki
@bituponsaikia1907
@bituponsaikia1907 2 ай бұрын
এই বোৰ কৰি ভালেই কৰিলে বিজেপিয়ে মীৰা বাইদেউ আপুনি জিকাতো 💯 হৈইগল
@anujgorh8123
@anujgorh8123 2 ай бұрын
mira baido zindabad
@shamim3d96
@shamim3d96 2 ай бұрын
মিৰা বাইদেউ জিন্দা বাদ।
@bijunath837
@bijunath837 2 ай бұрын
Congress Jindabad
@shamim3d96
@shamim3d96 2 ай бұрын
বি জি পিৰ ভৰিৰ তলৰ মাটি নাইকিয়া হব ধৰিছে।
@himanshudeka5085
@himanshudeka5085 2 ай бұрын
কংগ্ৰেছৰ ভৰিৰ তলৰ মাটি খিনি ত‌ই হাতেৰে ধৰি আছা নেকি এৰিব দিয়া নাই ত‌ই। দেখা যাব কাৰ ভৰিৰ তলত মাটি থাকে কাৰ নাথাকে।
@user-vi1ck2yv1n
@user-vi1ck2yv1n 2 ай бұрын
মীৰা বাইদেউ জিন্দাবাদ জয় আই অসম 🙏🙏🙏
@LegendIshan
@LegendIshan 2 ай бұрын
হিটলাৰী শাসনৰ প্ৰতিচ্ছবি
@arupgoswami2297
@arupgoswami2297 2 ай бұрын
Mira বাইদেউ zindabad
@Rohit62837
@Rohit62837 2 ай бұрын
নির্বাচনী বিষয়াই BJP ৰ দালাল
@Assameselyricssongs-kl1ez
@Assameselyricssongs-kl1ez 2 ай бұрын
I LOVE I.N.D.I.A ৰাইজৰ নেএী মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ । আমাৰ গৌৰৱ । #Miraborthakurzindabad
@prabinmallabaruah8845
@prabinmallabaruah8845 2 ай бұрын
সভা পতাত বাধা দি বিজেপিয়ে ভয় খোৱাতো প্ৰমাণ কৰিলে আৰু মীৰা বৰঠাকুৰক জয়ী কৰাত সহায় কৰিলে। এতিয়া এইবোৰ বান্দৰালি কৰি মীৰা বাইদেউক প্ৰতিৰোধ কৰিব নোৱাৰে, তেও বহু আগুৱাই গল।
@RamenDoley-ql8sk
@RamenDoley-ql8sk 2 ай бұрын
Congress zindabat
@krishnagogoi1657
@krishnagogoi1657 2 ай бұрын
Congress Zindabad
@raktimbaruah3960
@raktimbaruah3960 2 ай бұрын
এই কথাতোৱে প্রমাণ দিয়ে যে মীৰা বাইদেউ জিকাৰ পথত। কোনোবাই ভয় খাইছে এখেত জিকে বুলি।
@HemantaDao-cy3xz
@HemantaDao-cy3xz 2 ай бұрын
6
@gaurirabha3236
@gaurirabha3236 2 ай бұрын
মীৰা বাইদেউক ভোট দিয়ক. বাইদেউৰ জয় নিশ্চিত, বি জে পিয়ে যিমানে বাধা নিদিয়ক ,বি জে পি ৰ লুলি পোপ খোৱা বিলাকৰ কাম নাই । বাইদেউ লৈ বহুত গুপ্তভোট উপহাৰ দিম,,Mirabai jindabad. 8:59
@debajanibaruah3105
@debajanibaruah3105 2 ай бұрын
ভয় খাই বন্ধ কৰিচে ।
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 2 ай бұрын
Mira Baideu Zindabad Congress Zindabad
@pranabgoswami3821
@pranabgoswami3821 2 ай бұрын
ৰাইজে এই অন্যায়ৰ জবাব দিয়ক।
@JituHaloi-ln3xm
@JituHaloi-ln3xm 2 ай бұрын
ৰাইজ সজাগ হওক বিজেপিক ভোট দি হিটলাৰী শাসন চলি থাকিব নিদিব
@user-kv8fq9uy1y
@user-kv8fq9uy1y 2 ай бұрын
Hoi apuni thike koise
@user-uy8fy4pl1d
@user-uy8fy4pl1d 2 ай бұрын
যিমানেই যি নকৰা মীৰা বৰঠাকুৰ এইবাৰ জিকিব ই! তাৰ বাওঁ ভৰি খন বেঁকা কৰি দিব লাগিছিল
@papunath2309
@papunath2309 2 ай бұрын
কংগ্ৰেছলৈ ইমান ভয় কৰে নে।
@kukildutta5467
@kukildutta5467 2 ай бұрын
ৰাইজে মিলি এই বিষয়ে জনক ভালেক লপাথপা দিব লাগে।
@nityagogoi478
@nityagogoi478 2 ай бұрын
তেওঁলোক ধিক্কাৰৰ যোগ্য , ইয়াৰপৰা জনা গৈছে তেওঁলোক ভিতিগ্ৰস্ত হৈছে ,
@AdvAltafhussain
@AdvAltafhussain 2 ай бұрын
Bjp go back
@dilipgogoi9441
@dilipgogoi9441 2 ай бұрын
মীৰা বাইদেউ লৈ BJPএ ভয় কৰিথ ।মীৰা বাইদেউ জিন্দাব বাদ ।
@dipmoniborah9074
@dipmoniborah9074 2 ай бұрын
মীৰা বৰঠাকুৰ বাইদেউ , নিচিন্ত হৈ থাকক আপুনি । আপুনি জয়ী হোৱাটো খাটাং । সেইবাবে ভয় খাইছে । মুঠতে গুৱাহাটী বাসীয়ে আপোনাৰ দৰে বলিষ্ঠ নেত্ৰী এগৰাকী লোকসভা লৈ নিৰ্বাচিত কৰি পঠিয়াব ।
@Axom.277
@Axom.277 2 ай бұрын
বি জে পি চৰকাৰে মানব স্বাধীনতা নাইকীয়া কৰিছে কাৰ ভয়ত।
@monuwarabegam5708
@monuwarabegam5708 2 ай бұрын
বিজেপিৰ দুমুখিয়া নিতি বন্ধু কৰক বিজেপিৰ দাদাগিৰি নচলিব
@user-vj2kb1sb8k
@user-vj2kb1sb8k 2 ай бұрын
বিজেপিৰ দাদাগিৰি ক'ত দেখিলে আপুনি ? বিজেপিয়ে আহি বন্ধ কৰিলে নেকি ? বিজেপিক ইমান ভয় কিয় খায় আপোনালোকে ? ৰাইজেই কংগ্ৰেছক নিবিচাৰে তাৰ খং বিজেপিৰ ওপৰত উঠাই লাভ নাই নহয় । বিজেপিৰ দাদাগিৰি তুমি দেখাই নাই ,, যিদিনা দেখিবা নহয় তেতিয়ালৈ তোমাৰ টিকাৰ চামৰা এটাওঁ নাথাকিব যানা ।
@monishaboruah941
@monishaboruah941 2 ай бұрын
BJP ৰ পতন হবলৈ বেচি দিন নাই ।
@mrinalpachani8984
@mrinalpachani8984 2 ай бұрын
This Com always against bjp and give useless remarks
@himanshudeka5085
@himanshudeka5085 2 ай бұрын
আচলতে হাৰিব বুলি জানি কংগ্ৰেছে ভয় খায় দুটাকৈ টিভি চেনেল বেন্দ কৰিব ওলাইছে। কংগ্ৰেছ জিকিৰ নহয় এইবাৰ বহাগৰ গোটেই বৰষুণত তিতিব😅😅😅
@brokenheart-tv1ii
@brokenheart-tv1ii 2 ай бұрын
Jdi axomiya jdi abar jagi utibo lge no BJP ai gonotntro hoitta kora hokole sai jetiya jagibo BJP neta pali netar koti lal koribo l😂😂😂
@user-bm1ye9nv4q
@user-bm1ye9nv4q 2 ай бұрын
Mira Barthakur Baidow Jindabad
@BijayaHaloi
@BijayaHaloi 2 ай бұрын
Congress jindabad❤
@dilipgogoi1204
@dilipgogoi1204 2 ай бұрын
এইটো নিশ্চয় বিজেপিৰ চক্ৰান্ত
@hasinakhatunaww
@hasinakhatunaww 2 ай бұрын
BJP ৰ চামচা ৰ এই কাম। আপুনি চিন্তা নকৰিব। BJP য়ে এই বাৰ ভোট পালে গোটেই অসমকে বিক্ৰী কৰিব।ৰাইজ সতৰ্ক হব লাগে।
@user-kv8fq9uy1y
@user-kv8fq9uy1y 2 ай бұрын
Right
@pradipdas4167
@pradipdas4167 2 ай бұрын
আকৌ এবাৰ কংগ্ৰেছ চৰকাৰে,মীৰা বাইদেউ জিন্দাবাদ
@chandramabora6591
@chandramabora6591 2 ай бұрын
ইহতে গণতন্ত্ৰ ভাঙি চূৰমাৰ কৰিলে। বিক্ৰি হৈ গ ল গোটেইবোৰ।
@musicallibrary4149
@musicallibrary4149 2 ай бұрын
সমূহ গুৱাহাটী বাসী ৰাইজে এই অন্যায়ৰ উচিত প্ৰত্যুত্তৰ দিব
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
বিজেপিৰ পোহনীয়া কুকুৰ নিৰ্বাচনী বিষয়াই গৰাকী বিজেপিৰ নিৰ্দেশত কুকুৰ নিৰ্বাচনী বিষয়াই বিজেপি হাৰিব বুলি কংগ্ৰেছক বাধা দি আছে ।নিৰ্বাচনী কুকুৰ কেইটাক গণপ্ৰহাৰ কৰি কুকুৰ কেইটাক শিকলিৰে বান্ধি হিমন্তৰ ঘৰত বান্ধি থব লাগে ।জনগণ সজাগ হওক ।
@guljarali5640
@guljarali5640 2 ай бұрын
Mira Baidu jindabat
@dadugogoi5548
@dadugogoi5548 2 ай бұрын
এইবোৰ কৰিব নাপায়। ৰাজনীতিত সকলোৰে অধিকাৰ থাকে।
@binitaphukan562
@binitaphukan562 2 ай бұрын
সমান অধিকাৰ সকলোৰে আছে
@ramengoswami8604
@ramengoswami8604 2 ай бұрын
নিৰ্বাচনী বিষয়া জন ভাৰতীয় জনতা পাৰ্টীৰ পোহনীয়া ভক্ত যেন লাগিছে,তেওৰ বিৰুদ্ধে নিৰ্বাচনী আয়ুক্তক অভিযোগ দিয়াৰ প্ৰয়োজন,
@bkp9774
@bkp9774 2 ай бұрын
তেওঁৰ উপাই নাই, নিৰূপা ৰাই, নহলে চাকৰি যাই 😅😅😅। জিকী যাব মীৰা বাই, কিছু চিন্তা নাই, 😅😅😅 পদ্য এটা দিলো গাই 😅😅 কেনে পালা কোৱা ভাই।😅😅
@Jintu-tv8on
@Jintu-tv8on 2 ай бұрын
​@@bkp9774hundor pai
@aizurrohman538
@aizurrohman538 2 ай бұрын
Vote for Congress
@HemodharKutum-vb2tf
@HemodharKutum-vb2tf 2 ай бұрын
বিষয়াজনৰ বিৰুদ্ধে গোচৰ তৰিব লাগে ।
@balendas4259
@balendas4259 2 ай бұрын
বিজেপি ক্ষমতাত অহাই নাই নিৰ্বাচনী চুৱা চেলেকা বোৰে তেল মাৰিলেই । খবৰদাৰ ৰাজনীতি এনে নহয় । বতাহৰ লগত উৰি যাব চব । কৌটি কৌটি জনতা বিক্ষুব্ধ হৈ আছে । আগ্নেয়গিৰি উদ্গীৰণ হ'বলৈ বাকী । কিমান দিন বিজেপি শাসন কৰিব ? চব ছাৰখাৰ হৈ যাব । আদানি আম্বানীও সাৰি যাব নোৱাৰিব । ১১/১২ লাখ ভোটাৰৰ মাজত হ'ব নিৰ্বাচন এটা চুকৰ কোণাত মিটিং কৰিব নিদিয়াটো গণতন্ত্ৰৰ পৰিপন্থী । একে ঠাইতে আগদিনা বিজেপি পাৰ্টীয়ে মিটিং কৰিব পাৰে আন দলে নোৱাৰে তাৰ মানে গণতন্ত্ৰক কবৰ দিয়া হ'লেই । গতিকে এটা কাম কৰক হিটলাৰৰ দৰে অসমীয়া মানুহ বোৰক এফালৰ পৰা গুলিয়াই মাওক । কোনেও ভোট দিব নাযাব ।
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 2 ай бұрын
চৰকাৰৰ ভয় হৈছে, গতিকে বিৰোধীক কাবু কৰাৰ বাবে দলীয় আনুগত্য বিষয়াৰ ষড়যন্ত্ৰ ।
@nazbulofficial10m40
@nazbulofficial10m40 2 ай бұрын
Immediately action lobo Lage . Please save democracy everyone.
@Danirojasfc6
@Danirojasfc6 2 ай бұрын
হিটলাৰৰ সাশন। 😡
@rajeshpegu5834
@rajeshpegu5834 2 ай бұрын
B j p Goback
@JasimBarbhuiya-nj7ef
@JasimBarbhuiya-nj7ef 2 ай бұрын
Bjp Go back
@mourlaskar5343
@mourlaskar5343 2 ай бұрын
Congress jindabad.
@dhanjitrabha5809
@dhanjitrabha5809 2 ай бұрын
বিজলি নহয় ? বীজলি লাহে লাহে নুমাব ।
@minu1979
@minu1979 2 ай бұрын
ভৈ খায় গৈছে .. বিজেপি এ
@subhashsut2215
@subhashsut2215 2 ай бұрын
ৰাইজ সাজু হক হিটলাৰৰ শাসন চলিব‌ ধৰিছে ।
@toramaihazarika6527
@toramaihazarika6527 2 ай бұрын
এই জাক পাগল হয় ছে অ বাইদেউ চিন্তা নকৰিব ৰাইজ আছে
@tarunchdeka1464
@tarunchdeka1464 2 ай бұрын
টেঙৰ আৰু বুদ্ধিয়ক একে নহয়,লাজ লাগে,ভয় খাইছে হাৰিব বিজেপি,কংগেচ জিতিব গুৱাহাটীত মীৰা বৰঠাকুৰ জিন্দাবাদ,ভোটটো নিজৰ অধিকাৰকাৰো বাপেকৰ সম্পতি নহয়
@himanshudeka5085
@himanshudeka5085 2 ай бұрын
কংগ্ৰেছ জিতিব নহয় বাবা কংগ্ৰেছ তিতিব বহাগৰ বৰষুণত😅😅
@tuleswardeogharia9192
@tuleswardeogharia9192 2 ай бұрын
নিবাচনী বিষয়া কোনো দলৰ পক্ষ্যপাটী হব নোৱাৰে । নিৰপক্ষ হব লাগে ।
@ranjitbora734
@ranjitbora734 2 ай бұрын
আইনৰ সহায় লওক।
@toramaihazarika6527
@toramaihazarika6527 2 ай бұрын
বিজেপি ফুল শুকাই যাব বাইদেউ 😂 এই হাহী আহিব
@user-ww5uj2cf1q
@user-ww5uj2cf1q 2 ай бұрын
Aito B J P Dada Giri Mira Baidow zindabad
@debenhandique9958
@debenhandique9958 2 ай бұрын
ভয় নকৰিব বিজেপিয়ে ভয় কৰিছে আপুনাৰলৈ।
@manjubarman1855
@manjubarman1855 2 ай бұрын
গণতন্ত্ৰ শেষ।ৰাইজে বুজিবৰ হ'ল।
@chetia847
@chetia847 2 ай бұрын
চৰকাৰৰ কাম ।
@pgoswami5378
@pgoswami5378 2 ай бұрын
পদুম দলে আচলতে ভয়েই খাইছে হবলা! চলেবলে কৌশলে হাত দলক ভেটা দিবলৈ এনেদৰে চেষ্টা অব্যাহত ৰাখিছে।কিন্তু ৰাইজেই ৰজা।সময়ে সকলো সিদ্ধান্ত লব। পদুমৰ পাহি লেৰেলি সৰে,কিন্তু হাতৰ আঙুৰি নসৰে।আঙুলি হাততেই লাগি থাকে। এইবোৰ কথা আজি ৰাইজৰ মাজত বহুল চৰ্চাৰ বিষয় হৈ পৰিছে।
@purnanath-oh9ts
@purnanath-oh9ts 2 ай бұрын
বিজেপি চৰকাৰ পোনৰ আহিলে সাধাৰণ জনতাই কান্দিব লাগিব।
@rlrajibhussain4244
@rlrajibhussain4244 2 ай бұрын
Bjp go back mira jindabad
@dipikaborah3755
@dipikaborah3755 2 ай бұрын
বিজেপিৰ চামচাসকলে অৰুনোদয় পত্ৰ বিলাব পাৰে?
@ranjansarmah4843
@ranjansarmah4843 2 ай бұрын
পক্ষপাতিত্ব মুলক কাম হোৱা যেন লাগিল।
@anuragsaikia5189
@anuragsaikia5189 2 ай бұрын
Save democracy everyone
@saikiasilpi2881
@saikiasilpi2881 2 ай бұрын
চৰকাৰী কাৰ্যালয়ত বিজেপিৰ প'ষ্টাৰ আঁৰি থোৱাটো ভিডিঅ' কৰি দেখুৱাইছিল।কাৰন সেইটো বিজেপিয়ে নীতি বৰ্হিভুত কাম কৰিছিল তাতে লাজ পাই মীৰা বৰঠাকুৰক এনেকুৱা কৰিছে।বিজেপিয়ে ভয় খাইছে 😂😂
@girishchandrasharma5023
@girishchandrasharma5023 2 ай бұрын
ইয়াকে কয় হবলা খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ মৰা
@jyotishmansportschannel5948
@jyotishmansportschannel5948 2 ай бұрын
হাৰিব বুলি
@sristikananbaishnav3750
@sristikananbaishnav3750 2 ай бұрын
মীৰা বাইদেউৰ জয় নিশ্চিত হোৱাৰ পথত 🎉
@monuwarabegam5708
@monuwarabegam5708 2 ай бұрын
বিজেপি কুট নিয়তি নচলিব মিৰ্জা বৰঠাকুৰ জিন্দা বাদ ❤❤❤🎉🎉🎉
@ranjanneog245
@ranjanneog245 2 ай бұрын
Right okol Bangladeshi Miyar he solibo, Jai Bangladeshi Miya ki jai😅😅😅
@nirmalideuri5536
@nirmalideuri5536 2 ай бұрын
সাৰিব বুলি জানি বিজেপিয়ে আপোনালোক বয়দেখাইছ ।বয় নাকাব।
@JasimBarbhuiya-nj7ef
@JasimBarbhuiya-nj7ef 2 ай бұрын
Please save democracy everyone Plz vote for Congress ❤❤
@bkp9774
@bkp9774 2 ай бұрын
চিপাহী বিদ্ৰোহ হব, গণ বিদ্ৰোহ হব, চৰকাৰৰ বিৰুদ্ধে। সময় সমাগত যেন লাগিছে।
@dipudas1526
@dipudas1526 2 ай бұрын
Mira mam will WIN.... trending....
@bijuchetia3935
@bijuchetia3935 2 ай бұрын
এই নিৰ্বাচনী বিষয়া কেইটা কিমান টকাত বিক্ৰী গল ৷সকলো পাৰ্টীক সম অধিকাৰ দিব লাগে ৷ইয়াত খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰিলে নহব ৷
@afterhussain3245
@afterhussain3245 2 ай бұрын
+ point Mira baideu 100 & 10 / jikibo raije bujise all ready
@junmoni1875
@junmoni1875 2 ай бұрын
Mira baideo zindabad
@nabanitachutia4503
@nabanitachutia4503 2 ай бұрын
এইবাৰ দেখিছোঁ ,চৰকাৰ আৰু বিৰোধী সকলোৱেই সুন্দৰ ৰাজনীতি কৰিছে ।
@user-vc9oo9th9m
@user-vc9oo9th9m 2 ай бұрын
Congats jindabad
@HirakDeka-nl8tw
@HirakDeka-nl8tw 2 ай бұрын
কোনো কাৰণ নোহোৱাকৈ নির্বাচনী বিষয়াই প্ৰচাৰ সভা বন্ধ কৰিব নোৱাৰে | এয়া আইন বিৰুদ্ধ কথা | যদি এনে হৈছে তেন্তে সোনকালে কেন্দ্রীয় নির্বাচন আয়োগত গোচৰ দিব লাগে |
@montazali4368
@montazali4368 2 ай бұрын
Mira Baidaw Zindbad
@nirubora3660
@nirubora3660 2 ай бұрын
বি জে পিয়ে ভয় খাইছে সকলোকে দুৰনীতি কার্যত লিপ্ত কৰাইছে।
@NomalHazarika
@NomalHazarika 2 ай бұрын
বেয়া খবৰৰ আগজাননি পাই কি কি কৰিছে গমেই পোৱা নাই ।ভাৱিছে সকলো মেদিয়া আমাৰ হাহত কিন্তু তাৰ মাজতো যে .... আছে গমেই নাপাই সিহতে
@pulinsharma8826
@pulinsharma8826 2 ай бұрын
ৰাজনীতি কৰিব লাগে। কিন্তু কিবা দুষ নেদেখিলে এনেই বন্ধ কৰিব পাৰিবনে।
@daa4448
@daa4448 2 ай бұрын
Already গোটেই ভাৰতত সকলো ইভিএম মেচিনবোৰ মেনেজ কৰা হৈ গৈছে তেনেকৈ এ বিজপি ২০২৪ৰ ELECTION জিকিব. মানুহৰ মগজুৰ দোষ হোৱা নাই যে বিজেপিক আকৌ শাসনত অহাৰ বাবে ভোট দিব.
@Danirojasfc6
@Danirojasfc6 2 ай бұрын
It's time to raise your voice otherwise they will even take away your right to speech....
@rizwansaikia2301
@rizwansaikia2301 2 ай бұрын
Voi khaise😂😂😂😂pokor fati goise BJP r😂😂😂😂
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 ай бұрын
নিৰ্বাচনী বিষয়া ৰ ওপৰত আদালত ত এটা গোচৰ দিয়ক
@user-zd6oy9dy8p
@user-zd6oy9dy8p 2 ай бұрын
সঁচা কথা । তেতিয়াহে বিজেপিৰ গোলাম এই নিৰ্বচনী officer টোৰস্বৰূপৰাইজে দেখা পাব ।
@dreamassam3344
@dreamassam3344 2 ай бұрын
BJP HARIB , MOI VOT NEDU BJP
The delivery rescued them
00:52
Mamasoboliha
Рет қаралды 10 МЛН
Кәріс өшін алды...| Synyptas 3 | 10 серия
24:51
kak budto
Рет қаралды 1,3 МЛН
Backstage 🤫 tutorial #elsarca #tiktok
00:13
Elsa Arca
Рет қаралды 35 МЛН
The Great Election Debate 2021 with @kumuddas  || Rangia
50:22
SILADITYA IN PODCAST
52:48
atanubhuyan"s news video
Рет қаралды 251 М.
The delivery rescued them
00:52
Mamasoboliha
Рет қаралды 10 МЛН