মোৰ জীৱনটো বৰবাদ কৰি দিলে, কেনেকৈ জীয়াই থাকিম নাজানোঁ

  Рет қаралды 355,905

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 2 400
@jadrishidutta5544
@jadrishidutta5544 3 ай бұрын
ছোৱালী বোৰ বিয়া হ'লে নিজৰ মানুহ জনৰ লগত হে ফুৰিবলৈ যায় তাই আকৌ পাতি লোৱা ভাইটি বিশাল ৰ লগত হে যায়, ২ লাখ টকীয়া টেডি বিয়েৰ এতিয়া ছাগে তই কিমান দামী উকীল লৈছা সেই তু তই হে জানিবি চব মেনেজ হোৱা পিছত ওলাই আহিছ' অসমৰ মানুহ বোৰ ইমান অকৰা পাইছা নেকি? চব তোৰ নিচিনা মূৰ্খ নহয় টো কোনেও তোৰ কথা বিশ্বাস নকৰে
@DBARMAN-v6c
@DBARMAN-v6c 3 ай бұрын
কান্দি দেখুৱাব নেলাগে। এই বোৰ অভিনয়।ঘৰিয়ালৰ চকু পানী। বিয়াৰ পিছত দিয়া সাক্ষাৎকাৰৰ কথা মনত আছেনে?মন গৈছিল,সোপন আছিল, ইচ্ছা আছিল। তোমাৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস দুয়োটাই নাই।
@Lakeplaci
@Lakeplaci 3 ай бұрын
Acting tu bohut bhal lagise চুৰুণী বৰা বাইদেউ
@BhadraRajbongshi-o7m
@BhadraRajbongshi-o7m 3 ай бұрын
😂😂
@TinaKonch
@TinaKonch 3 ай бұрын
বিশাল ৰ মাকে বোলে - তাই মোৰ লৰাক টোক ধ্বংস কৰিলে। News ত হে পাইছিলো দেই
@RahulNath-t7n
@RahulNath-t7n 3 ай бұрын
আপুনি কিমান কষ্টত আছে সেইয়া কোনেও চাবলৈ নাহে‌ কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চাওঁক আপোনাৰ হাঁহিত হিংসা কৰিবলৈ মানুহৰ অভাৱ নহ'ব । 🙂
@bibhutigogoi4248
@bibhutigogoi4248 3 ай бұрын
দম্ভ আৰু অহংকা চেনাই এতিয়াও কমা নাই সুন্দৰ আৰু আগবাঢ়ি যোৱা,লাজ লগা নাই।
@tulumonichetia7189
@tulumonichetia7189 3 ай бұрын
Nilaj eijoni... eman khini huwar pasotu attitude and level nokomil... oversmart joni .tuk nuhudhi kak hudhibo suruni...poisa bur loute nabhabili..atia nijoke protect koribole jiti boki nathakibi..val huwa hole support pali hoi bujili
@ChinmoySonowal-v7i
@ChinmoySonowal-v7i 3 ай бұрын
Moja kota
@NKMedia-d6k
@NKMedia-d6k 3 ай бұрын
আৰু আহিবি তই কেমেৰাৰ আগত 🙏হাতযোৰ কৰিছো তোৰ দৰে এজনীয়ে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনক আৰু বদনাম নকৰিবি দে আইজনী
@bedantamili2577
@bedantamili2577 3 ай бұрын
🙏😂
@nitubaruah4695
@nitubaruah4695 3 ай бұрын
সচাকে
@kishordeka1116
@kishordeka1116 3 ай бұрын
ধুনীয়া অভিনয় কৰিব জানে | ভাল লাগিল | নিজকে সুন্দৰী বুলি কয় | ভবিষ্যত অন্ধকাৰ কামনা কৰিলোঁ |
@bishwajitdas363
@bishwajitdas363 3 ай бұрын
Bhobishyot ondhokar kamona korilu😂😂😂😂😂😂😂
@lipidas5926
@lipidas5926 3 ай бұрын
ৰাইজৰ তেজৰ কষ্টৰ ধন খোৱা ৰাইজক মৰা একই
@babluentertainment2845
@babluentertainment2845 3 ай бұрын
আইনে তোমাক একো নকৰে অঁহ ডেহা কাৰণ তুমি পুলিচ ঘোষ দিলা যে 😂😂😂 কিন্তু মেদিয়াক নোৱাৰিবা ও
@Fuckfjfghbg
@Fuckfjfghbg 3 ай бұрын
Xosa
@RakeshPathak-k7b
@RakeshPathak-k7b 3 ай бұрын
Amar police o ake
@l.c.boruah5514
@l.c.boruah5514 3 ай бұрын
​@@RakeshPathak-k7bamar media u ake hoi bikri jua
@gitashreeborah5649
@gitashreeborah5649 3 ай бұрын
True....hotel t ha rkhe
@milankalita8199
@milankalita8199 3 ай бұрын
Right
@gbarman8350
@gbarman8350 3 ай бұрын
সৰু ভূল নহয় ৷ হেজাৰ হেজাৰ কৌটিৰ কেলেংকাৰী ৷ বহু মানুহৰ টকা আত্মসাৎ ৷ মোৰ জীৱনটো বৰবাদ কৰি দিলে নহয় ৷ তোমাৰ জীৱনতো তুমি নিজেই বৰবাদ কৰিছা ৷ তুমি ধোৱা তুলসী পাত নহয় দিয়া ৷ বিশালৰ কামৰ লগত তুমিও সমান সহযোগী ৷
@Amlan_jyoti600
@Amlan_jyoti600 3 ай бұрын
Apuniu invest korisil nki ?
@gbarman8350
@gbarman8350 3 ай бұрын
@@Amlan_jyoti600 নাই কৰা
@gbarman8350
@gbarman8350 3 ай бұрын
@@Amlan_jyoti600 নাই কৰা
@NKMedia-d6k
@NKMedia-d6k 3 ай бұрын
অসমৰ প্ৰথম গৰাকী মহিলা কৰিঅগ্ৰাফাৰ আপুনি, ভাল কাম কৰিলেহে মানুহে প্ৰশংসা কৰিব৷ লোকৰ টকাৰে Destination Wedding পাতিলে লোকৰ পিঠাৰে বিহু পাতিলে এতিয়া কান্দি লাভ নাই
@keshobboro66
@keshobboro66 3 ай бұрын
Hsa ktha
@utpalkathar6722
@utpalkathar6722 9 күн бұрын
মানুহৰ দুখ আৰু সুখ জীৱন সংগী সেই বাবে ভাগৰি নপৰিবা
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
সিমান খিনিলৈ নভবাই ভাল!আজি জীয়াই আছো কাইলৈ বা কি?এটা সময়ত সুখ আৰু এটা সময়ত দুখ। মোৰ সৰুৰ"পৰাই দুখ।তথাপিও হাৰ মনা নাই! এটাই ভাল গুণ আছে সেইটো হৈছে ধনৰ কাৰণে মাথা নামাৰো!
@RajivKonwar-x3h
@RajivKonwar-x3h 3 ай бұрын
কৃষ্ণ কৃষ্ণ এই গৰাকী অসমৰ প্ৰথম মহিলা কৰিঅগ্ৰাফাৰ গৰকী নহয় জানো,টকা চুৰনী এইগৰাকী ,ট্ৰেডীংৰ নামত কোটি কোটি টকা মাৰোতে কেৰিয়াৰ কথা নাভাবিলি ন, ইমান অহংকাৰী মানুহক চিনি পাওঁ বুলি কোনে ক'ব, নিজকে সুন্দৰী বুলি কবলৈ লাজ লগা নাই,কোনে ক'লে তোক সুন্দৰী বুলি আমি ক'লে তোক সুন্দৰী বুলি নক‌ও‌ মহা ঠগ প্ৰৱঞ্চক বুলি কম,
@satyendradeka6343
@satyendradeka6343 3 ай бұрын
কেচটো cbi ক দিব লাগে নহলে ন্যায় অন্যায়ৰ বিছাৰ সঠিক নহব
@romanborgohain2997
@romanborgohain2997 3 ай бұрын
যি‌মানুহে নিজৰ ভুলৰ বাবে অনুতাপ নকৰে আৰু আনক দোষ জাপি দিয়ে তেনে মানুহৰ পৰা সত্য কথা আশা কৰি লাভ নাই।
@pankajjyotidas5576
@pankajjyotidas5576 3 ай бұрын
বিদ্যা সপত মই কিন্তু চুমি বৰা কিন্তু মুকেচ আম্বানীৰ ছোৱালী বুলি হে ভাবিছিলো বিয়াৰ সৰচৰ কথা শুনি
@bijubora1924
@bijubora1924 3 ай бұрын
এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ৰাজস্থানৰ উদয়পুৰত বিয়া পতাতো চুমী আৰু তাৰ্কিক ৰ আশা আছিল, এতিয়া কৈছে বিশালে জোৰ কৰি পাতিলে, সিহঁতৰ ইচ্ছা নাছিল বোলে। নিজৰ কথাত নিজেই ধৰা পৰিছে।।😂😂
@RumiDas-o4f
@RumiDas-o4f 3 ай бұрын
Hoi dei question 2 karibo lagisil kaar aha asil😅
@deepamonineog5608
@deepamonineog5608 3 ай бұрын
তোৰ সমান ভাল মানুহ কোনো নাই তোৰ অভিনয় কোনেও বিশ্বাস নকৰে
@user-en5yv3iu2p
@user-en5yv3iu2p 3 ай бұрын
She is the example of one of the smartest Manipulator and Narccist person 👏🏿👏🏿👏🏿👏🏿
@Konsan-i4e
@Konsan-i4e 3 ай бұрын
Please before any enquiry...stop giving her such platform
@Konsan-i4e
@Konsan-i4e 3 ай бұрын
Now a days media is all sold...
@jairam8734
@jairam8734 3 ай бұрын
Narcissist spelling tu bhul hoise apunar
@Itsmeeee678
@Itsmeeee678 3 ай бұрын
Narcissist*
@mahendradas3708
@mahendradas3708 3 ай бұрын
​@Itsmeee FCee678
@devdas8542
@devdas8542 3 ай бұрын
সৰু লৰা.. ডুবাই যাবলে পইচা কত পায় ..?...১০ কোটি টকা খৰচ কৰিবলৈ তই পইচা কত পালি..? তই আমাক বুজায় বুজায় জমা কৰা পইচা কেইটা নি.. বিয়া পাতি, ঘূৰি, ফুৰি Enjoy কৰিলি... এতিয়া কান্দিব আহিছ.. পইচা যদি নাপাওঁ নহয়... তই মঙ্গল গ্ৰহত যাব লাগিব.. ইমানে কলো টোক
@ratulhaloi542
@ratulhaloi542 3 ай бұрын
😁😁😁😁মঙ্গল গ্ৰহ
@ApurbaApurbadas-q7n
@ApurbaApurbadas-q7n 3 ай бұрын
মঙ্গল গ্ৰহ নহয় সূৰ্য লৈ পঠাব লাগে।
@PariDas-f5x
@PariDas-f5x 3 ай бұрын
Ohongkare potonor mul ....good ❤ oti xundor kobole vaxa nai sumi mam actually tumi assam or 1st choreographer huar logot a axomor cinema jogotor logote cultural line or 1st suruni ....good job
@rahulbaro1644
@rahulbaro1644 3 ай бұрын
👏👏Mojjja acting🤗🤗 oscar dibo lagibo r*
@monishaboruah941
@monishaboruah941 3 ай бұрын
লোকৰ টকা প ইচা খাই ইমান মিডিয়াক দূখ দি লাভ নাই ।প্রথমে নিজৰ স্বভাৱ চৰিত্র ভাল কৰিব লাগে
@sumimahanta3534
@sumimahanta3534 3 ай бұрын
Media a tur jibon ses kra ni nijor jibon nijei ses krili
@jrkashyap1875
@jrkashyap1875 3 ай бұрын
Guwahati university r suwali gf jni r ki hol😂😂😂😂
@kuntalasharma8390
@kuntalasharma8390 3 ай бұрын
Madia bure xex korisa​@@jrkashyap1875
@shortridewithWR
@shortridewithWR 3 ай бұрын
Thu logai marise vai... ​@@jrkashyap1875
@pranabpranab7092
@pranabpranab7092 3 ай бұрын
Hosa kotha
@meghaliborah7246
@meghaliborah7246 3 ай бұрын
😂
@BapuSun-bj9kb
@BapuSun-bj9kb 3 ай бұрын
যাইকি নহওক পাতি লোৱা ভাইটি হিচাপে এই বিপদৰ সময়ত গা এৰা দিব নোৱাৰোঁ বুলি কৈছা - কথাষাৰ ভাল লাগিল । বিপদৰ সময়ত বিশালক আগৰ দৰেই ভাইটিৰ মৰম দিবা ।
@Jiban-w7b
@Jiban-w7b 3 ай бұрын
Bikhal Tai rakhiyal jj aru poisa ase tr tt kne koi aribo emn daongr daongr upohar paise knekoi tk lg araa dbo
@BapiBhumij-wk3pm
@BapiBhumij-wk3pm 3 ай бұрын
Sumi apuni ekdom tention nolobo ji hobo ase atu to hoboi Ami bujisu apuni bohot kosto korise kintu apuni atiya juntu korise atu bohot beya kintu ji hobo ase atu hoboi bhogoban nok believe korok sob bal hoi jabo
@Anamika-1233
@Anamika-1233 3 ай бұрын
Boycott SUMI BORAH👍
@_H_D_10
@_H_D_10 3 ай бұрын
Boycott Suruni Rendi👍
@odhemjerang4930
@odhemjerang4930 3 ай бұрын
Please explain me wats going on i can,t undestain
@BishwajitBoro-o4c
@BishwajitBoro-o4c 3 ай бұрын
চুমি বৰা ধুনীয়া অভিনয় কৰিব জানে দেই, সেই কথা খিনি যদি তুমি আগতে কব লাগিছিল,এতিয়া ১০ দিন পিছত কিয় কব লগা হল কিয়, এতিয়া ঘৰিয়ালৰ চকুৰ পানী দেখুৱাই লাভ নাই মইনা কলিজা
@rupakkumarojah1343
@rupakkumarojah1343 3 ай бұрын
Kuneu dance kori emn property bonabo nuware
@dharmendradas4956
@dharmendradas4956 3 ай бұрын
Right
@KusumSaikia-gk5rg
@KusumSaikia-gk5rg 3 ай бұрын
Right
@Rupjyoti-e8w
@Rupjyoti-e8w 3 ай бұрын
Hei fal2 kotha koi thaka ... Allu dam barhil no ?
@KaSiYali
@KaSiYali 3 ай бұрын
বিশেষকৈ অসমত
@CRAZY_biker-vn1eh
@CRAZY_biker-vn1eh 3 ай бұрын
😂
@DevikaGogoi-f1n
@DevikaGogoi-f1n 3 ай бұрын
অহংকাৰো সীমা আছে ইমানৰ পাছতো তাইৰ কথা বোৰেই প্ৰমাণ কৰে পইচা জোৰেৰে বাছি যাব। গাৰ কাপোৰ আৰু অলপ কমাই পিন্ধিলে সকলোৱে আদৰি ল'ব।
@ratulbora666
@ratulbora666 3 ай бұрын
Um hoi hoi Bonori.....🌚
@pabitrakalita1473
@pabitrakalita1473 3 ай бұрын
So cute sumi baa ❤❤❤ tumi bahut val
@simadevi8501
@simadevi8501 6 күн бұрын
😅
@sewalirajguru5092
@sewalirajguru5092 3 ай бұрын
যদি একো কৰাই নাছিল তেনেহলে এইকেইটা দিন কিয় লুকাই আছিল??
@ashutdutta2698
@ashutdutta2698 3 ай бұрын
মই এটা কথা বুজিলোঁ তুমি কত লুকাই আছিলা পুলিচে গম পাই । পুলিচৰ লগত তোমাৰ পেক হৈ আছে ।।
@gunjan_sagar
@gunjan_sagar 3 ай бұрын
সাধাৰণ জনতা ইমানো মূৰ্খ নহয় যে তোমাৰ কথাত ভুল যাব
@trishavlog3495
@trishavlog3495 3 ай бұрын
Hoi o.ajoni😂
@himantasonowal7298
@himantasonowal7298 3 ай бұрын
এই যে মানুহে যে এনেই যে পাই যে এনেই যে পাই যে connection r through এদি তেতিয়া মই নোশুনোয়েই 😌
@bubumax6225
@bubumax6225 3 ай бұрын
অই চুৰনি তোৰ বাপেৰ-মাৰৰ আছল পৰিচয় কি তই জানো জান। বৰহোলা চাহ বাগানৰ পৰা তোক তুলিহে আনিছিল। সেই কাৰনেতো তোক বাংলাদেসী বুলি কই ঘৰৰ ওচৰত বহতে।
@minakshiborgohain7378
@minakshiborgohain7378 3 ай бұрын
শোওতে বহোতে খাওতে গা-ধোওতে ২৪×৭ ঘন্টা লগত কি আমাৰ ভাই নাই কেৱল তোৰ এই জিৰাফটোহে ‌যেন একমাত্ৰ পৃথিৱীৰ প্ৰথম আৰু শেষ ভাই তাকো ৰাতি বিছনা ও ভাগ কৰিছিলি..চতুৰ নহয় তই সুচতুৰ নৰ্তকীৰানী... ছিঃ ছিঃ ছিঃ থুই থুই
@protimadutta2890
@protimadutta2890 3 ай бұрын
হাজাৰ কোটি টকাৰ লাফৰা কেই কোটি মান পুলিছক কেই কোটি মান চৰকাৰক ইতিমধ্যে দিলাই----বচ খেলা খটম ---
@BabitaKalita-m4k
@BabitaKalita-m4k 3 ай бұрын
😂😂
@pranabpranab7092
@pranabpranab7092 3 ай бұрын
Mojja dise
@sidhartha.123
@sidhartha.123 3 ай бұрын
Hei napai eneke nokobsun 🙌
@uncommon6809
@uncommon6809 3 ай бұрын
যাবত-জীৱন জেইল হব লাগে।
@NiranDoley-l6r
@NiranDoley-l6r Күн бұрын
Mmm
@ankursarma3725
@ankursarma3725 3 ай бұрын
Acting khini bhal lagisa ......atia emotional playing card khalisa.....balagor poisa khai enjoy koruta aibur lecture monot oha nasil ....sob acting ....tumak atia kuna accept koribo ....tumi dami dami bostu louta monot pora nasila
@sumanbora9473
@sumanbora9473 3 ай бұрын
Ayat top to bottom ase so ami ordinary manuah k thogile tar bahire sob natok solai ase and sob manage hoi eibur aikhn cinema nisna dekhua goise and bhalki hikai dise kiniki ki kot kobo lgi tehetok
@mainadeka314
@mainadeka314 3 ай бұрын
কোটি কোটি টকা মাটি gari flat বাগান বিদেশ ভ্ৰমণ বিয়া gift বিলাসী গহনা পুতলা dress আৰু এতিয়া ঘৰিয়ালৰ চকু পানী আৰু মেডিচিন কোম্পানী কত গল এই হাজাৰ কোটি টকা কত আছিল সেই আলাউদ্দিন ৰ চাকি আৰু এতিয়া মিছা কথা কবলৈ 😂😂😂😂 এয়াই হল আমাৰ অসম চৰকাৰৰ পুলিচ প্ৰশাসন আৰু লুভিয়া উকীল আৰু এতিয়া বিশালৰ টকাৰ ভাগ সকলোৱে পালে 😂😂😂😂
@SumiBaruahdas-j3w
@SumiBaruahdas-j3w 3 ай бұрын
Tur laz nai .emn misalia acting korisa same cinema nisina acting koriba Jana de
@PriyankiBorah-b4u
@PriyankiBorah-b4u 3 ай бұрын
Drama queen
@ManaswitaBaruah
@ManaswitaBaruah 3 ай бұрын
Teur uparjon aru khorosor kunu mil nai, teur eku dus nai jodi prothom dinai policeok sohojug nokorile kio?
@mpa3.093
@mpa3.093 3 ай бұрын
She is vry smart girl eating brother money now she is dhoya Tulsi pata 😂😂😂 CBI & ED will take care her
@manjulaborah1351
@manjulaborah1351 3 ай бұрын
আইজনী অ যি লাই বাঢ়ে দুপাততে চিন,লোকৰ পইচাৰে এনজয় কৰিবৰ সময়ত এই বিলাক কথালৈ মনত নাহিল,চোৰ গ'লে বু্দ্ধি বৰষুণ গ'লে জাপি, ইমান ডাঙৰ ডাঙৰ কথা এতিয়া কবলৈ লাজ পোৱা নাই যে,
@Akashneelworld
@Akashneelworld 3 ай бұрын
অভিনেত্ৰী য়ে অভিনয় সুন্দৰ কৰিছে। হিচাপ মতে এই ক kalki চিনেমাত অভিনয় কৰিবলৈ লোৱাই ভাল আছিল ৰাঘৱ ত অভিনয় কৰি মিচাতে তাই সময় বৰবাদ কৰিলে এনেকুৱা অভিনয় কৰিলে পাছলৈ হলিউদ ত চান্স পাব 😂😂
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 3 ай бұрын
O আই ফুটা বহল হলে এনেকুৱাই হয়
@goalparaboyvlog2468
@goalparaboyvlog2468 3 ай бұрын
ঘৰীয়ালৰ চকুৰ পানী
@gamingbhaijaan1976
@gamingbhaijaan1976 3 ай бұрын
😂😂😂
@Ranker2007
@Ranker2007 3 ай бұрын
Tumar attitude or karone hekh tumi😊
@EnjoyingNo
@EnjoyingNo 3 ай бұрын
Right 👍 sumi baa
@Dolly_Sarmah
@Dolly_Sarmah 3 ай бұрын
Lebel koma nai Dhokori joni r ... eman khini hou juwa r pasot u ,, Notorious korobar ..
@nitishkakati3925
@nitishkakati3925 3 ай бұрын
নিজৰ ভুলৰ বাবে নিউজ চেনেলক দোষাৰোপ কৰাটো কোনো যুক্তি নহয় ।যেতিয়া আনৰ টকাৰে বিলাসী জীৱন যাপন কৰা য়ায় তেতিয়া সেই টকাৰ উৎস কি আছিল আপুনি এবাৰ প্ৰশ্ন কৰিব লাগিছিল । শেষত এটাই কথা কব বিচাৰো য়ে এনেকুৱা অভিনয় কৰি ঘৰিয়ালৰ চকুপানী নুটুকিব । যদি আপুনি নিৰ্দোষী আছিলে তেনেহলে এদিন পাছত স্পষ্টীকৰণ নিদিলে কিয় ??? আজি অতদিনে লুকাই থাকি ইমান স্পষ্টীকৰণ দিব নেলাগে এতিয়া আৰু ইয়াৰ প্ৰয়োজন নাই।
@BR5STAR
@BR5STAR 3 ай бұрын
সচাঁ মানে পোহৰ, সচাঁ মানুহ কেতিয়াও লোকাই নাথাকে। যদি তোমাৰ একো ভুল নাই তেনেহলে ইমান দিনে ত ই ক'ত আছিল আগতে টো ক'ব পাৰিছিল। এতিয়াহে এনে কবিতা লিখি গাব নালাগে 😂
@AnujaGogoi-y8c
@AnujaGogoi-y8c 3 ай бұрын
তাই ফচুৱা invester খিনি সবেই ব্লেক money white কৰিছিল।এতিয়া কোন আহিব সাক্ষী দি ফচি মৰিবলৈ ।সেইটো কথা টাইও জনে। সেইকাৰণে ইমান confidently কব পৰিছে ।
@jyotiprasaddas8946
@jyotiprasaddas8946 3 ай бұрын
তোমাৰ বিয়াখন ইমান ধুমধামে ৰে পতাটোৱেই কাল হল তোমাৰ।
@sanatnirmolia5107
@sanatnirmolia5107 3 ай бұрын
কেলা তই কিমান দিনৰ অভিনেত্ৰী ইমান যে লেবেলত কথা কয় আছ
@MoniSankarPator
@MoniSankarPator 3 ай бұрын
Bollywood r Dance Choreographa Ganesh Acharya আৰু Remo D'Souza ৰ ও তোৰ দৰে সম্পত্তি নাই মুম্বাই। তই কত পালি ইমান টকাৰ সম্পত্তি...?? কৰ পৰা আহিল... চুৰণি তই। মানুহৰ টকা চুৰি কৰি কৰি খালি তই
@DipuKonwar-w8n
@DipuKonwar-w8n 3 ай бұрын
তিনি কোটি ক'ত পাইছিলা আইজনী?
@NikunjaNath-rl8cw
@NikunjaNath-rl8cw 3 ай бұрын
অভিনয় খিনি চাই ভাল লাগিল
@abhijitasom4049
@abhijitasom4049 3 ай бұрын
তুমি জীৱনত ইমানো কষ্ট কৰা নাই যে কোটি কোটি টকা তোমাৰ আছে খৰচ কৰিবলৈ ... সেইকাৰণে আঠুৱা খন চাই ঠেং মেলিব লাগে । Aukat ke bahor chale geye tum
@bhargabkalita2430
@bhargabkalita2430 3 ай бұрын
এইবিলাক উল্টা পুল্টা বকি লাভ নাই,, 5বছৰ জেল হব লাগে তাৰ পিছত কেছ হওঁক। একোঁ যদি ভুল কৰা এ নাই পলোৱা কথা নাছিলে , হাজাৰ হাজাৰ কোটি টকা কৰ পৰা আহিলে ,, আৰু কোন কোন আছে জৰিত চব বিলাকক জেলত ভৰোৱা ব্যৱস্থা কৰিব লাগে,,
@nitirajkhowa6521
@nitirajkhowa6521 3 ай бұрын
তয় আৰু ভিডিঅ'বনাই লাভ নাই,কোনেও তোক নেচায়।
@BharulBharulAli
@BharulBharulAli 3 ай бұрын
Moe sam
@ManojDas-fe9wp
@ManojDas-fe9wp 3 ай бұрын
😂😂😂 Tur basi juwar upai ny karone toi ulai ahixo,..
@BedantaPathori
@BedantaPathori 3 ай бұрын
ভালদৰে INVESTIGATION হব লাগে, এইবোৰ Acting কৰিলে কৰি বাছি যাব নোৱাৰিব।
@samirondutta3742
@samirondutta3742 3 ай бұрын
কান্দি ৰণ জিকি ব আহিছে সৰু ল'ৰা ই অসম হিলাই দিছে
@rashmirekhadevi80
@rashmirekhadevi80 3 ай бұрын
Gom paisu tumk j upr r manuh e help kri asil buli
@MomiMominxyz
@MomiMominxyz 3 ай бұрын
Hosa kotha sumi ba tumi juji jua manhor etu kame hoi kotha bonuwa
@hanabee4617
@hanabee4617 3 ай бұрын
Aru eta scammer ulal. Assampolice yak dhorok
@bishaldas3964
@bishaldas3964 3 ай бұрын
Reels bonuwa buli dekhisilu..aru bilakhikotare life eta spend korau dekhisilu..kintu lukai kene ey 7 dinot iman dhuniyake traning kori dhuniya acting koribo pariba buli atlist moi voba nasilu..
@bedantamili2577
@bedantamili2577 3 ай бұрын
Really
@BarnilSarma-qr7ps
@BarnilSarma-qr7ps 3 ай бұрын
তাই কথা বিলাক এনেক কৈছে যে তাই আকো দোষ নাই। ঠিক আছে মানি ললো। কিন্তু তাই ইমান দিনে লুকাই আছিল কীয়।
@lalitchetia1466
@lalitchetia1466 3 ай бұрын
দেহাজান , অতি লোভে পাপ , পাপে মৃত্যুৰ
@kamalchoudhury8674
@kamalchoudhury8674 3 ай бұрын
তুমি বহুত চলনাময়ী বাইদেউ । বহু সাংঘাটিক ।
@podumkhakhlari5544
@podumkhakhlari5544 3 ай бұрын
এই বহুত চলনাময়ী নাৰী যি কৈ আছে তাত কোনোৱে পতিয়ন নাযাব । তাই বিয়াত খৰচ কৰিবলৈ ইমান টকা ক'ত পালে প্লশ্ন কৰক । এই মিচা মাতি গোটেই কেলেংকাৰিটো অন্য ফালে নিব বিচাৰিছে ।মেইন কালপ্ৰিত এই মাইকীজনী হয় । টিকা লাল কৰি বেট দিয়ক সচা কথা ওলাই পৰিব । বহুত উপৰ কা মাল হয় এই ।বিচাৰ কৰক এৰি নিদিব দেই ।
@bhabanitakalita4942
@bhabanitakalita4942 3 ай бұрын
দিলে ও কাম নাই তাই আৰু ওলাব পাৰিব নেকি সমাজত।ডুবাই ত যাব গুচি তাত ৰীল বনাই ডুবাই ৰ কেইটাক bakri বনাব।তাই লাইফ বৰ্বাদ হব নে ।salamoyi bapre bap ইমান কথা change ও
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 3 ай бұрын
এতিয়া কথা বোৰ কাৰ ওচৰত প্ৰকাশ কৰিছে, মিডিয়া নহয় নেকি?
@entertainmentandexercies415
@entertainmentandexercies415 3 ай бұрын
এই ইনেই যে পায় এই ইনেই যে।আনৰ টকাৰে বিয়া পাতি বহুত উফাইদাং মাৰিছল।সকলো সম্পতি বাজেয়াপ্ত হ'ব লাগিব।
@RimaBharali-p1j
@RimaBharali-p1j 3 ай бұрын
jivanat vul hoi jai moi navabu tumar vul buli...manuhe koboi hosai misai...sokure nedekhake manuhe soboke vul buji loi...agbarhi jua
@GITABaruah-t6h
@GITABaruah-t6h Ай бұрын
So ghorialor sokupani over acting korise sumi surnie😂😂😂😂
@nitulmahanta6366
@nitulmahanta6366 3 ай бұрын
চব বোৰ ঠিক ঠাক কৰিহে ওলাই আহিছ।
@anshumankalita9988
@anshumankalita9988 3 ай бұрын
Atyao level level kotha o aijonir
@adityasonowal4815
@adityasonowal4815 3 ай бұрын
Manuh bhal holehe support koribo...aru kobole gole ki kaam korili ooo axomor karone
@jonalidas663
@jonalidas663 3 ай бұрын
Xomaj khn tenekua I apuni hajarta val kam korok aru eta beya kam korok apunar xokolo xonman xekh hoi jabo
@drishtipriyajagat_official6402
@drishtipriyajagat_official6402 3 ай бұрын
কথা শুনা তাইৰ। ৰচনা মাতি আছে।
@Rainbow-xg3cj
@Rainbow-xg3cj 3 ай бұрын
*Backgroundৰ* *ভেকুলীৰ* *sound* *মজ্জা লাগিছে মিলাই দিছে* 😂😂
@SadhanaGogoi-x9y
@SadhanaGogoi-x9y 3 ай бұрын
লাজ নাই লগা। তুমি যিমান বিনালেও তোমাক কোনেও বিশ্বাস নকৰে। তুমি ইমান টকা কত পাইছিলা ঘাটিটো ৰাইজক দেখুৱাই দিয়া।
@DilipKataki
@DilipKataki 3 ай бұрын
যিমানেই ৰাইজে কমেন্ট নকৰক , বাইদেউ ভিনদেউ কিন্তু মেনেজ হৈ যাব । কাৰন ভাইতিৰ আললাউদদীনৰ চাকিটো বাইদেউ ভিনদেউৰ হাতত আছে ।
@jurysonowal
@jurysonowal 3 ай бұрын
God is watching you lady. Forget media how are you planning to answer to God??
@BubuHazarika75
@BubuHazarika75 3 ай бұрын
Moina action val korisa next time Bollywood Kam dibo tension nokri tumi jaldi guri aha
@JunumoniKonwarGogoi-p4o
@JunumoniKonwarGogoi-p4o 3 ай бұрын
পুলিচক ঘোচ দি এতিয়া ধৰা দিছে।
@arunudoy4425
@arunudoy4425 3 ай бұрын
Akebare hoi.
@NarendraSingh-mj7tz
@NarendraSingh-mj7tz 3 ай бұрын
ইমান দিনে ঘৰৰ কথা মনত পৰা নাছিল একো কৰাই নাচিলা যদি পলাই কিয় ফুৰিছিল ভাল সেটিং মিলাই ওলাই আহিলা কাক কিমান খুৱালা
@PrasenjitKalita-w4k
@PrasenjitKalita-w4k 3 ай бұрын
আই তুমি মহান
@GITABaruah-t6h
@GITABaruah-t6h 9 күн бұрын
So পলাই থকা নাই নহৈ লুকৈহে আছিলোঁ😂😂😂😂মানে পলাই থকা আৰু লুকাই থকাৰ মাজত কিবা পৰ্থৈক আছে নেকি ৰাইজ😅😅😅
@PragyashreeBora
@PragyashreeBora 3 ай бұрын
তাইৰ অহংকাৰ কমাই নাই এতিয়াও...
@bulumoninath6956
@bulumoninath6956 3 ай бұрын
ইমান বিলাখীতা কৰোতে এবাৰ মনত নাহিলে নে।কিমান দুখত মানুহ আছে অভাৱত আছে এবাৰ ভাবিব লাগিছিল ।
@pathghorasom9586
@pathghorasom9586 3 ай бұрын
Apuni face krib lagisil.... Polai thakib nalagisil.... So very bad decision
@sumanbora9473
@sumanbora9473 3 ай бұрын
Sob manage hoi gol # kaliyug #
@banyajitdohutia7631
@banyajitdohutia7631 3 ай бұрын
Aaa moja acting disa dhunu kolijaaa
@SunaliDoley-im2hj
@SunaliDoley-im2hj 3 ай бұрын
দোষী শাস্তি পোৱা উচিত। এইবোৰ কথা আগত কিয় নাভাবিলে। মানুহে যিকোনো কাম এটা কৰাৰ আগত বহুত বাৰ ভাবিব লাগে।
@bonditabora9992
@bonditabora9992 3 ай бұрын
Poisa bur kot pale xeitu xudhok.. Abul tabul boki thkibo nalage.. Destination weeding কৰাৰ eman কোটি toka pale kot??? Kandi dekhuai luv ny.. 👎👎
@udiptabora3878
@udiptabora3878 3 ай бұрын
Absolutely 💯
@bishalsarma5306
@bishalsarma5306 3 ай бұрын
পইছা কত আছে প্ৰমাণ নাই সেইটোৱেই টো ডাঙৰ কথা 😂 তাই বাছি যাব,,,পুলিচ ৰ হাতত প্ৰমাণ নাই
@LukumoniBorah-b2b
@LukumoniBorah-b2b 3 ай бұрын
তোমাৰ দুখ যদি নাই লোকাই কিয় আছিলা বান্দৰী তোৰ কাম নাই।
@tyson9396
@tyson9396 3 ай бұрын
Sur xodai misa kotha koi oi maina😊
@hiramoniphukan3922
@hiramoniphukan3922 3 ай бұрын
হব হব চোৰুনি জনী পাই লোৱা ভাই টোক এতিয়া ভাই বুলি কবলৈ লাজ লাগিছে নে তাক দোষী কৰি নিজে ভাল হৈ দেখুৱাব আহিছ আজি টোৰ নিচিনা ঠগ বাজি এজনীয়ে যি বোৰ কৰিলি মানুহবোৰে এতিয়া কব কাম এটা কৰিবলৈ যাবলৈ বিশ্বাস নহুৱা কৰি দিলি লোকৰ তেজ শুহি খাই কেইদিন বাচি থাকিবি এতিয়া পাপৰ প্ৰায়শ্চিত‌ জেলৰ ভাত খাইও থাকি যাব লাজ নালাগে অসমীয়া হৈ অসমীয়াকেই লুটিলি চিঃ এতিয়া ঘৰীয়াকৰ চকুপানী কাক উলিয়াই দেখুৱাইছ ইমান দিনে কিয় পলাই আছিলি কথবোৰ কওঁতে অলপো লাজ বোলা চেহেৰা টো দেখা নাই এজনী নাচনী ৰীল বনাই নাচি ইমান টকা বনাব পাৰি জানো
@pranjal1393
@pranjal1393 3 ай бұрын
Wow. Best acting ever.
@JyotiBorah-cb9xs
@JyotiBorah-cb9xs 3 ай бұрын
*Ethics is needed for media now a days* , *irrespective of logic* , *if true nobody can harm none*
@Indian23537
@Indian23537 3 ай бұрын
Axomiyat likha..bhul ke likhi English r level maribo nalage😂😂😂😂😂
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Trump announced the end date of the war / Emergency plane landing
14:05
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН