আমাৰ জীৱনৰ বহুতো ৰহস্য😨||A to Z

  Рет қаралды 1,070,497

Pakhi Rajbonshi

Pakhi Rajbonshi

Күн бұрын

Kaku Instagram 👇
www.instagram....
Pakhi Instagram 👇
www.instagram....

Пікірлер: 7 200
@roktimburagohain8212
@roktimburagohain8212 2 жыл бұрын
আমি অট্টালিকা চাব নিবিচাৰো পাখি ৷ তোমাৰ তেজপুৰৰ পৰিয়ালটো যেনেকৈ আছে তেনেকৈয়ে চাম ৷ বাকী দুয়োকে বহুত মৰম আৰু শুভকামনা আগন্তুক দিনৰ বাবে৷ ❤️❤️❤️❤️❤️
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Muk subscribe koriba dei 🙏🙏🙏
@aaridhyaachurjyavlog302
@aaridhyaachurjyavlog302 2 жыл бұрын
কাকুৰ মাক দেউতাক সঁচাই ভাল মানুহ ।। তোমালোক সদায় সুখত থকা তাৰে কামনা কৰোঁ ।।।
@barsharaniphukan465
@barsharaniphukan465 2 жыл бұрын
Val lagil moi dibiughour por sai asu
@purabidasassam2971
@purabidasassam2971 2 жыл бұрын
তোমাৰ কাহিনী শুনি সঁচাকৈয়ে আচৰিত হ'লো, আৰু সুখীও হ'লো কাৰণ তোমাৰ মা বুলি দেখোৱা মা গৰাকী তোমাৰ শাহু মাহে হয়,মা আৰু শাহুৰ মাজত একো পাৰ্থক্য নাই যে এয়াই এটা উদাহৰণ 😍❤❤❤..... ❤❤❤তুমি সুখী হৈ থাকা সদায়❤❤
@suitybabyblogs5799
@suitybabyblogs5799 2 жыл бұрын
Hii pakhai moi jagunor pora koisu Val lagil tumar blog tu sai
@ashmanasani5984
@ashmanasani5984 2 жыл бұрын
Xsake
@maina_das_official
@maina_das_official 2 жыл бұрын
Bohut vl lagile ba video to moi mirzar pora sai thaku tmk🥰
@pallabassamesevlogs7951
@pallabassamesevlogs7951 2 жыл бұрын
ভিডিঅ টো চাই বহুত বহুত ভাল লাগিল বা
@monishagogoi4133
@monishagogoi4133 2 жыл бұрын
Hosai pakhi tumar vagyo khon bohut val. Tumar Hahu maa ru Papa bohut besia val teulukor monot ketiau dukh nidiba.. hekhot tumaluk duiuloi bohut besi morom. 4m moran
@sabanabegum2933
@sabanabegum2933 2 жыл бұрын
Pakhi baa you are so cute🥰😇..... Love... from Arunachal Pradesh
@tamulyjonali
@tamulyjonali 2 жыл бұрын
তোমালোকৰ কাহিনীটোৱে অন্তৰ চুই গ'ল। জীৱনত আৰু বহুত ভালকৈ আগবাঢ়ি যোৱা♥️♥️♥️
@babuxunofficial3054
@babuxunofficial3054 2 жыл бұрын
❤️❤️❤️❤️
@RAHUL_DAS_VLOGS_376
@RAHUL_DAS_VLOGS_376 2 жыл бұрын
Bai video bohut val laga 😊 Aru mur ghor Sibsagar
@oimadhuvlogs1304
@oimadhuvlogs1304 2 жыл бұрын
Mur sivsagar
@milirekha5611
@milirekha5611 2 жыл бұрын
🥰🥰🥰🥰
@obikul6288
@obikul6288 2 жыл бұрын
পাখি তুমি কি কাম কৰিলা মোৰ কিন্তু কাকুৰ ভাল লাগানা তুমি ইমা ধনিয় তুমি কি কাম কৰিলা...😔
@RTooNs635
@RTooNs635 2 жыл бұрын
কাকুৰ মা দেউতা লৈ মৰম আৰু শ্ৰদ্ধা 🙏🏿 জনালোঁ। ভাগ্য লাগিব এনেকুৱা মাক বাপেক পাবলে
@prabhatbarman5358
@prabhatbarman5358 2 жыл бұрын
এনেকুৱা শাহু মা আৰু শহুৰ দেউতা পোৱা ভাগ্য লাগিব দেই 😊❤️পাখি বা তুমি বহুত lucky আমি ভবায়ে নাছিলোঁ তোমাৰ শহুৰৰ ঘৰত থাকি ইমান দূৰ আগুৱাই যাব পাৰি ছা 😊🥺❤️সদায় happy হৈ থাকা 😊❤️ বহুত ভাল লাগিল😌✨❤️ Love from Dhubri 😊✨❤️
@suchitrarava9264
@suchitrarava9264 2 жыл бұрын
কাকুৰ মা, দেউতাক ভগৱান ৰ তুল্য l সদায় তেওঁলোকক শ্ৰদ্ধা, ভক্তি কৰিবা l শেষত তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l
@finngamingpubg4924
@finngamingpubg4924 2 жыл бұрын
অপূৰ্ব প্ৰেম ❤️❤️. মই শিৱসাগৰৰ ।
@volg3003
@volg3003 2 жыл бұрын
All the best
@bikironphukan777
@bikironphukan777 2 жыл бұрын
মই কালিহে গম পাইছো কাকো যে তোমাৰ বয় ফ্ৰেণ্ড । মই আগত কাকুক তোমাৰ ভাইটি বুলি ভাৱি আছিলো । ভাল হৈছে দুয়োতাই সদায় মিলি থাকিৱা ।👍👍👍👍
@axomas22anupamray77
@axomas22anupamray77 2 жыл бұрын
Pakhi ba moy apunar bohut dangor friends hoy moy silapathar dhamaji hoy
@ourassam2022
@ourassam2022 2 жыл бұрын
পাপু আৰু পূজা বাৰ লগত কিছু মিল আছে সচাঁ কৈ ফেচবুকৰ প্ৰেম যে এনেকুৱা হ'ব পাৰে শুনিয়ে ভাল লাগিল , সচাঁকৈ শাহু বোৱাৰী ৰ সম্পৰ্ক টো যেন মাক জীয়েকৰ সম্পৰ্ক তেনে লাগিছে সদায় এনেকৈয়ে থাকক , ছোৱালী যিতো বোৱাৰী ও সিতো, মই তামোল পুৰ ৰ পৰা চাই আছো , সদায় চাও আপোনাৰ ভিডিঅ'বোৰ ভাল লাগে , শেষত এটা কথা কও বেয়া নাপাব সদায় ভিডিঅ' দিব কিন্তু ভাত খোৱা, চাহ খোৱা হাগিব যোৱা, মুতিব যোৱা সেই বোৰ নিদিব ভাল ভিডিঅ' দিব যাতে কিবা শিকিব পাৰো আমি কথা খিনি কোৱা বাবে বেয়া নাপাব reply দিব please
@PakhiRajbonshi
@PakhiRajbonshi 2 жыл бұрын
Thankew..aru Xodai Sesta Korim Val Video diboloi apunalukok❤️
@ourassam2022
@ourassam2022 2 жыл бұрын
ধন্যবাদ আমি ও অতি আগ্ৰহেৰে আদৰি লম ভিডিঅ'বোৰ, বহুত বহুত ধন্যবাদ আপুনি reply দিয়া বাবে
@udayan0738
@udayan0738 2 жыл бұрын
Right
@kamanadevi2846
@kamanadevi2846 2 жыл бұрын
ভাল লাগিল পাখি,ইমান অন্তুৰ খোলা হয় ভাল লাগে।ছোৱালী এজনীৰ জীৱনৰ মুল্য বুজি পোৱা দুজন মহান ব্যক্তি কাকুৰ মা দেউতা দুযোজনলৈ সেৱা জনাইছো।গুৱাহাটী বিশ্ববিদ্যালয়।
@myjanuarytothuglife6048
@myjanuarytothuglife6048 2 жыл бұрын
🥺🥺 আমি এজন মানুহক দেখিলে ভাবো কি ! আৰু ভিতৰি হৈ থাকে কি ❣️❣️❣️🥺🥺🥺 আমি আছোঁ পাখি বা । কাকো দা আপুনি বহুত ভাল মানুহ ❣️ দৰংৰ পৰা ❣️
@bidyutdekavlogs7695
@bidyutdekavlogs7695 2 жыл бұрын
আপোনাৰ প্ৰেম ভাল পোৱাক মই চেলুট দিছোঁ পাখি বা। Emotional হৈ গলোঁ এইয়াহে সঁচা মৰম আৰু ভাল পোৱা। আনে কি কয় বাদ দিয়ক আপোনালোকৰ বিয়াখন সোনকালে হওঁক তাৰেই কামনা কৰিলো লগতে আপোনালোকৰ যুগ্ম জীৱন যাতে সুখৰ হওঁক। বিয়া খন খাবলে মাতিব দেই। মই মৰিগাঁওৰ পৰা আপোনালৈ লগতে কাকো ভিন্দলৈ মৰম যাচিলো। মৰিগাঁও আহিব লগ পাম বা।
@nishavlogandrecipe8309
@nishavlogandrecipe8309 2 жыл бұрын
Toi pagol neki ha sobok ja ak comments dso
@xenoxotic1
@xenoxotic1 2 жыл бұрын
@1.1k Challeng With 0 Video mujhe vi hlp kro🙏🥺
@buddhasvlogs4526
@buddhasvlogs4526 2 жыл бұрын
kzbin.info/door/YimY_7ybh6RQrkAsBrbajg
@samirray4753
@samirray4753 2 жыл бұрын
Love from bijni
@milondhodrai9131
@milondhodrai9131 2 жыл бұрын
Hosake matibo deiii jam baru 😏😏😏
@chayanikagogoi9012
@chayanikagogoi9012 2 жыл бұрын
পাখি বা, তোমাৰ সেইখন কপাল নহয় চাৰি বিঘামানৰ চোতাল❤️। ছোৱালী এজনীয়ে, নিজৰ জন্ম দিয়া ল'ৰা-ছোৱালীৰ দৰে মৰম কৰা শাহু-শহুৰ পোৱাটো কিমান যে সৌভাগ্যৰ কথা।যিতো ভাগ্য নেকি সকলো ছোৱালীৰ কপালত নাথাকে 🙂। সঁচাকৈয়ে, অন্তৰৰ পৰা হিদয়ৰ পৰা মৰম দিয়া আৰু এটি সুন্দৰ জীৱন দিয়া ব্যক্তি বহুত বহুত ভাগ্যমান হ'ব লাগিব।যিতু ভাগ্য নেকি তোমাৰ কপালত আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তোমালোকৰ সংসাৰখন সুখৰ হ'ওক আৰু চ'চেল মেডিয়াত তোমালোকৰ যুগ্মজীৱনৰ ফ'তো দেখা পাম বুলি আশা থাকিল 👍❤️(অৱশেষত তোমালোকলৈ গোলাঘাট, সৰুপথাৰৰ পৰা অশেষ মৰম থাকিল 🥰)
@mrbloggerbasumatary402
@mrbloggerbasumatary402 2 жыл бұрын
Nice comment..
@priyankanancyvlogs
@priyankanancyvlogs 2 жыл бұрын
কাকুৰ মা দেউতা সচাই বহুত মহান আৰু মৰমীয়াল মানুহ ❤️তোমাক ইমান মৰমত ৰাখিছে নিজৰ ছোৱালীৰ দৰে তুমি বহুত ভাগ্যৱান ইমান মৰমীয়াল মা দেউতা পাইছা💕
@BIKRAMENTER10
@BIKRAMENTER10 2 жыл бұрын
Ba moi morigaon
@obikul6288
@obikul6288 2 жыл бұрын
কাকুৰ ইমান ভাল লগানা পাখি তুমি কি কাম কৰিলা 😔😔
@officeashifvlogs8303
@officeashifvlogs8303 2 жыл бұрын
Hiii
@nishagorh6108
@nishagorh6108 2 жыл бұрын
Nijor ghor buli anei video t dhekhai diya mne tumi
@lutfurrahmanvlogs
@lutfurrahmanvlogs 2 жыл бұрын
👍👍👍👍
@goutomboragoutombora1152
@goutomboragoutombora1152 Жыл бұрын
Hii pakhi tomar aru kaku da loi bahut morom nagaor pora jasilo ... Tumalok agoai jua. Bhl lagel tomr Blok sii....
@classicgirls129
@classicgirls129 2 жыл бұрын
❤🌎 সঁচা অন্তৰে ভাল পোৱাবোৰ এদিন নহয় এদিন পোৱা যায় বোলে🌎💫🌈 Best of luck❤🌎both of you😘 জীবনত সুখী হোৱা 💫🌸🌺
@mayachutia2655
@mayachutia2655 2 жыл бұрын
First comment baa 💙.. বহুত ভাল লাগিল video টো চাই ♥️😍
@akcreation9888
@akcreation9888 2 жыл бұрын
সঁচাই পাখি কাহিনী টো শুনি বৰ ভাল লাগিছে, কাকুৰ মা দেউতা সঁচাই বহুত ভাল মানুহ ❤️❤️
@gautamnath1379
@gautamnath1379 2 жыл бұрын
Good 💞💞👌
@gitavolgassamesyoutubecene5198
@gitavolgassamesyoutubecene5198 2 жыл бұрын
moi Dalok. giyar pora koisi pahki bhut val lagil
@dimpalbaishya5514
@dimpalbaishya5514 2 жыл бұрын
Bahut val lagil kahinitow so nice
@manoranjanofficial9868
@manoranjanofficial9868 2 жыл бұрын
Bongaigaon r pora morom jasilo
@Tulan_khanikar
@Tulan_khanikar 2 жыл бұрын
Hosakoi a❤bohut a vl
@pujadevi1105
@pujadevi1105 Жыл бұрын
Cute baa joni dhuniya lagisy 💞💞💞❤️❤️❤️
@probalkonwar1974
@probalkonwar1974 2 жыл бұрын
বিয়াখন সোনকালে দেখা পাম বুলি আশা থাকিল। কাকু দাদাৰ মা দেউতা সঁচাই ভাল মানুহ সকলোকে নিজৰ কৰি লব পাৰে। ধেমাজিৰপৰা বহু মৰম আৰু শুভকামনা জাচিলো।❤️❤️❤️❤️
@nitulborah4270
@nitulborah4270 2 жыл бұрын
moiu dei
@indianwarrior3882
@indianwarrior3882 2 жыл бұрын
বহুত বহুত শুভকামনা যাছিলোঁ।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক❤❤❤❤
@smitiranivlogs4171
@smitiranivlogs4171 2 жыл бұрын
শুনি বহুত ভাল লাগিল, তোমালোক দুয়োজনে সদায় ভালে থাকা কাকোৰ মা-দেউতা বহুত ভাল।
@pranjitlocalvolgs9646
@pranjitlocalvolgs9646 2 жыл бұрын
Bohut val lagil xuni tumalukor kotha xuni aru mur ghor Tezpur t
@Trishna___100
@Trishna___100 2 жыл бұрын
Hii pakhi ba moi morigaonr pora comments krisu and tumr kahinitu xni bhut vl lgil
@tarpan3462
@tarpan3462 2 жыл бұрын
জীৱন মানে গতি শীল ! ঘাট প্ৰতি ঘাট টো থাকিবৈ ! মায় সকলো মায়া । মৰাণ ৰ পৰা কলোঁ ।
@as-04rider74
@as-04rider74 2 жыл бұрын
সকলোৱে জীৱনত থাকেই কিবা নহয় কিবা এটা। তোমালোক একেলগে থাকা, সুখী হোৱা।
@PujaKumari-gk9mb
@PujaKumari-gk9mb 2 жыл бұрын
Moji baba
@gagansarania3536
@gagansarania3536 2 жыл бұрын
তোমালোকে সদায় happy thakiba moi vogobanor osorot prathona korisu 💞❤️
@stvlog210
@stvlog210 2 жыл бұрын
ইমান দিনে তোমাৰ ভিডিও বিলাকত দেখি থকা মাক দেউতাক হালক তোমাৰ নিজৰ জন্ম দাত্ৰী মাক দেউতাক বুলি হে ভাবি আছিলোঁ।আজি গম পাই সঁচাই বহুত আচৰিত হৈছোঁ।আৰু আচৰিত হব লগা কথাটো হল ....এগৰাকী হব লগা শাহু মাকেও যে এজনী ছোৱালীক ইমান খিনি উৎসা আৰু মৰম দিব পাৰিছে।তেখেতলৈ মোৰ ফালৰ পৰা বহুত বহুত প্ৰণাম আৰু মৰম জাচিলো। ভালে থাকক সকলোঁ।আৰু কাকুৰ মাকৰ দৰেই হাজাৰ হাজাৰ কাকুৰ মাকৰ জন্ম হওঁক,সকলোৰে আদৰ্শ হওঁক তাৰে কামনা কৰি ♥️♥️🙏🙏......from Lakhimpur Ghunasuti.
@surjyachetry1586
@surjyachetry1586 2 жыл бұрын
Guys kaku aru pakhir biyat Subscribe r keitak maribo lagibo ne ki kuya guys 🙂
@militadevi5010
@militadevi5010 2 жыл бұрын
Blind love ♥️and lots of love from Imphal ♥️
@ranujpegu850
@ranujpegu850 2 жыл бұрын
Manibolagiya prem bhonti
@pampikalita7002
@pampikalita7002 2 жыл бұрын
Tumi xosakoi a bht lucky pakhi je tmi anekuwa ata family paisa... Bht bht xukhi huwa.. Love from Rangia ❤❤
@MDS2NDCHANNEL
@MDS2NDCHANNEL 2 жыл бұрын
তুমালোকৰ যুগ্ম জিৱনৰ সুত্ৰপাতৰ পৰা আদি কৰি বৰ্তমান সময়ৰ লৈকে, কাকুৰ আৰু তুমাৰ বিষয়ে যি স্পষ্টকৈ জানিব পাৰিলো, সচাঁই বহুত ভাল লাগিল | তুমালোকৰ যুগ্ম জিৱন সুখি ও দীৰ্ঘায়ু হওক তাৰে কামনাৰে....Mr.M.D
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Muk subscribe koriba dei 🙏🙏🙏
@RiderNitish06
@RiderNitish06 2 жыл бұрын
Dibrugarh pora Moram disu biya khbola goi asu Oky❤🧡🖤🥀🔥
@daizybhagabati7432
@daizybhagabati7432 2 жыл бұрын
আপোনাৰ কাহিনীটোৱে মন চুই গৈছে । সদায় সুখী হৈ থাকা দুয়ো.........❤❤❤ মই ৰঙিয়াৰ।
@SUBHASHkkar
@SUBHASHkkar 2 жыл бұрын
Apunar kahini too hosakoi a bht bhal lagil pakhi ba........ Moi😘😘😘 JORHAT TITABAR
@ashimduttamaina09
@ashimduttamaina09 2 жыл бұрын
ভাল লাগিল বহুত , আৰু নিজৰ ঘৰ খন দেখুৱাব ,kakuk বহুত ভাল লাগে , তোমালোকৰ আহিব লগা দিনবোৰ আৰু ভালদৰে যাওক
@onlyentertainment2835
@onlyentertainment2835 2 жыл бұрын
সঁচাই আচৰিত হৈ গলোঁ । এনেকুৱা এখন ঘৰ পাবলৈ ভাগ্য লাগিব 💗
@gokulbora9404
@gokulbora9404 Жыл бұрын
Hoi moi golagaht pora tumak val lage eman nesiyoriba tetiya aru val lagib
@bhaswatidasofficial8032
@bhaswatidasofficial8032 2 жыл бұрын
বা তোমালোক দুয়ো জনে সুখী হৈ থাকা তাৰে কামনা ..বিয়ালৈ মাতিবা ..বহুত বহুত মৰম তোমালোক দুয়োটা লৈ love from kamrup
@arupsoh6719
@arupsoh6719 2 жыл бұрын
গোলাঘাটৰ পৰা চাই আছোঁ 😘❤️🤜 গোলাঘাটৰ পৰা মৰম যাচিলো😘🌼❤️❤️❤️
@pinkudas7596
@pinkudas7596 2 жыл бұрын
তোমাৰ শহুৰ -শাহুৰৰ মানসিকতা চেলুট জনাইছোঁ 🙏 সচাই তেওঁলোক বহুত ভাল মনৰ মানুহ । form lakhimpur
@nabagk2247
@nabagk2247 Жыл бұрын
Kotha kene sone vallagil aru moi lokimpuroor dhalpur pora Sai asu
@anushasaikia5187
@anushasaikia5187 2 жыл бұрын
আচৰিত হৈ গলো বা 🥺🥺 সুখী হোৱা দুইটাই ❤️ বহুত মৰম দিলো ❤️🥰🤗 from Shivsagar Charaideo ❤️❤️❤️🔥🔥🔥🔥
@papulidas4028
@papulidas4028 2 жыл бұрын
দুয়ো এনেকৈয়ে সদায় সুখী থাকা পাখী, তাৰেই কামনা কৰিলোঁ 😊
@sanjoydeka6615
@sanjoydeka6615 2 жыл бұрын
জাগীৰোডৰ..😍পৰা অশেষ মৰম যাচিলো..💕 পাখি বা..🥀
@parthapratimdeka023
@parthapratimdeka023 2 жыл бұрын
@1.1k Challeng With 0 Video subscribed karso mor to o kara
@rahulpuwali2.0264
@rahulpuwali2.0264 2 жыл бұрын
Hii pakhi ba moi sai asu golaghatr pora bohut bohut dhuniya lagise aneke agoloiu agbarhi jua tq ba 💞😘😘
@nivachoudhury8231
@nivachoudhury8231 2 жыл бұрын
গোৰেশ্বৰৰ পৰা চাই আছো ☺ বা আপোনালৈ বহুত বহুত মৰম যাচিলো আৰু আপোনাৰ ঘৰখন দেখাব বুলি আশা থাকিলে 🤗
@dhirajvlogs1594
@dhirajvlogs1594 2 жыл бұрын
Udalguri ৰ পৰা মৰম জাছিলোঁ পাখি বা 🔥🔥🔥 আগলৈ আৰু ধামাকা video বনাই যোৱা আৰু মোৰ নেচিনা সৰু সৰু KZbinr সকলক সাহস দি উৎসাহিত কৰে তাৰে আশা কৰিলোঁ 🙏🏻🙏🏻❤️🙏🏻❤️
@KitchenSewali
@KitchenSewali 2 жыл бұрын
सभी मुसलमान दोस्तों को ईद की हार्दिक शुभकामनाएँ। 🙏🙏
@kamalrabha1421
@kamalrabha1421 2 жыл бұрын
429 k manuh biya khana Gili somvaba pabina baydeo
@husinadas1721
@husinadas1721 2 жыл бұрын
তেজপুৰৰ পৰা মৰমৰ জাচিলো... অতি সোনকালে আপোনাৰ তেজপুৰৰ family sabole waiting kori asu,🙏🏻❤️
@hirakdeka1595
@hirakdeka1595 2 жыл бұрын
সুভ কামনা জনালোঁ দুয়োলৈ আৰু আগুৱাই যোৱাৰ ।‌💚♥️💚 ওদালগুৰিৰ পৰা
@rashmigogoisivasagarsuwali8084
@rashmigogoisivasagarsuwali8084 2 жыл бұрын
ভাল লাগিল তোমাৰ কাহিনী শুনি😊তুমি বহুত lucky হয়, কাকুৰ মা দেউতা সঁচাই বহুত ভাল মানুহ 💓শুভকামনা জনালো দুয়োজনলৈ😊
@NilanjaliVlogs234
@NilanjaliVlogs234 2 жыл бұрын
মঙ্গলদৈৰ পৰা....❤️❤️😍😍 অশেষ মৰম যাচিলোঁ পাখি বা😘😘😍😍
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Muk subscribe koriba dei 🙏🙏🙏
@nilakhiboruah7380
@nilakhiboruah7380 2 жыл бұрын
আচৰিত হলো কাহিনী শুনি😲 সুখী হোৱা তোমালোক ❤️💐💐💐
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Muk subscribe koriba dei 🙏🙏🙏
@luckyassam8565
@luckyassam8565 2 жыл бұрын
মৰম আৰু ভালপোৱাৰে ভৰি পৰক তোমালোকৰ জীৱন আৰু মৰম যাচিলোঁ দুয়োকে Love you pakhi baa ru kaku daa❣️❣️❤️❤️❤️🥰
@neelotpalsaharia2759
@neelotpalsaharia2759 2 жыл бұрын
Moi jonair pora sai asu baaa🤗Tmi jonait aru abar ahile amr ghrt humai j ba ha🤗
@sapunvlogs2516
@sapunvlogs2516 2 жыл бұрын
বহুত ভাল লাগিল, সচাকৈ প্ৰেমৰ শক্তি বহুত বেছি, ভালপোৱাই এই পৃথিৱীত সৰ্বোচ্চ ভালপোৱাৰ সমান একো নাই, ভালে কুশলে থাকা আশীৰ্বাদ কৰিছোঁ ❤❤❤❤
@olisaikia873
@olisaikia873 2 жыл бұрын
Love u pakhi and kaku...sodai vale thaka❤️❤️
@nivamonichutia2973
@nivamonichutia2973 2 жыл бұрын
আচৰিত হৈ গলো পাখি বা❤️ সুখী হোৱা সদায়.......মই ধেমাজি ৰ পৰা ❤️
@kabitabora425
@kabitabora425 2 жыл бұрын
Moi puroni gudamor pora sai asu pakhi baa mojja lagill
@subansri8173
@subansri8173 2 жыл бұрын
গেৰুকামুখ NHPC পৰা শুভেচ্ছা জনাইছো, তোমালোকৰ জীৱনটো সুখৰ হওঁক তাৰেই কামনাৰে । ।
@nextgeneration7989
@nextgeneration7989 2 жыл бұрын
Amazing baa God bless you and kaku broo
@indrajitkhamon1070
@indrajitkhamon1070 2 жыл бұрын
আপোনালোকৰ প্রেমকাহিনী শুনি সচাই Emotional হৈ গলোঁ বিয়ালৈ মাতিব পাখি বা মৰানৰ পৰা মৰম জাছিলো 🥰
@lukmanhussain.4803
@lukmanhussain.4803 2 жыл бұрын
Hojai Ghar
@kaliaborsikhaassam5146
@kaliaborsikhaassam5146 2 жыл бұрын
Moi Kaliabor r pora sau video ketiaba tejpur gole amr ghort xumai jaba ba 😍
@PapuPujaVlogs
@PapuPujaVlogs 2 жыл бұрын
😍😍😍😍
@PakhiRajbonshi
@PakhiRajbonshi 2 жыл бұрын
❤️❤️❤️
@axomiyashortsofficial9371
@axomiyashortsofficial9371 2 жыл бұрын
Vl lgil ktha bur jani ❤️❤️❤️
@axomiyashortsofficial9371
@axomiyashortsofficial9371 2 жыл бұрын
From morigaon manipur
@junmonigogoi1719
@junmonigogoi1719 2 жыл бұрын
Vall lagil pakhi Baa tumi hodai aguwai jua agorloi bohut bohut morom tumarloi aru tumar ghr khanorloi from Dhemaji
@pallabideka3962
@pallabideka3962 2 жыл бұрын
God bless both of you......love from nalbari panigaon
@l.b.ramchiary1671
@l.b.ramchiary1671 2 жыл бұрын
Love from Udalguri ...May God Bless you both n your family ....n stay always happy ...😍😍😍
@manashhandique4519
@manashhandique4519 2 жыл бұрын
দুয়ো এনেকৈয়ে সদায় সুখী হৈ থাকা❤ শিৱসাগৰৰ পৰা মৰম যাছিলো❤❤
@pragatigogoi2740
@pragatigogoi2740 2 жыл бұрын
পাখি তোমাৰ লগত মোৰ জীৱনৰ ১০০% মিল আছে।তুমি আগুৱাই যোৱা❤️
@assamallmixture3148
@assamallmixture3148 2 жыл бұрын
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাইদেউ লৈ 🙏 আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ।
@ripunjoysenchowa8265
@ripunjoysenchowa8265 2 жыл бұрын
তোমাৰ কাহিনী টো শুনি বহুত ভাল লাগিলে আৰু কাকুদাৰ মা দেউতা বহুত হৃদয় বানমানুহ তোমালোক সকলোৱে সুখেৰে থাকা তাৰেই কামনা কৰিলো
@madhuridas311
@madhuridas311 2 жыл бұрын
Tome eman dhuniya ba video to sai Val lagil moi gogamukh pora madhuri
@Monika-dv9nw
@Monika-dv9nw 2 жыл бұрын
Lots of love from 'Tinsukia'❤❤❤❤keep going..
@mousumigogoi8033
@mousumigogoi8033 2 жыл бұрын
Moi jurhatr pora sai asu 2mr video sai val lga da
@chinuskitchen2134
@chinuskitchen2134 2 жыл бұрын
তোমালোকলৈ বহুত মৰম🤗🤗🤗🤗কথা বোৰ শুনি সঁচাই বহুত Emotional হৈ গলো🥺🥺কাকো এজন বহুত ভাল লৰা এতিয়া আৰু বেছি Respect for Kaku পাখি-কাকো মা-দেউতা আপোনালোক সদায় এনেকৈ থাকিব♥️♥️♥️♥️ মা-দেউতালৈ সেৱা জনাইছো আৰু Salute জনাইছো♥️♥️ ভালে থাকক♥️
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Muk subscribe koriba dei 🙏🙏🙏🙏
@sumibasumatary6903
@sumibasumatary6903 2 жыл бұрын
Cute couple ❤😍
@dipikadeori4307
@dipikadeori4307 2 жыл бұрын
ভাল লাগিল কথা বোৰ জনি ,,,bhut romantic hoi ,,enekeoi আগুৱাই যোৱা সদায়,,,
@himashreemedhihima3973
@himashreemedhihima3973 2 жыл бұрын
Love From Nrth ghy😍...... Vl lgyl vdo tu sai.......... Vldre thka duyujone.... Agbarhi juwa😍💐🌹🌹🌹💐😍😍😍😍😍😍😍😍....
@rinkumonichutia2054
@rinkumonichutia2054 2 жыл бұрын
পাখী তুমি সছাকৈ বহুত ভাগ্যবান💕❤ আৰু কাকো বহুত মহান 👍 ভালে থাকা সদায় 💕❤🤝
@officeashifvlogs8303
@officeashifvlogs8303 2 жыл бұрын
Hiiiii
@simisultana5322
@simisultana5322 2 жыл бұрын
Biyat matib pakhi Ba 😍😍😍😍😍😍❤❤❤
@bablibora3431
@bablibora3431 2 жыл бұрын
পোন প্ৰথমে তোমালোকৰ যুগ্ম জীৱনলৈ বহুত শুভেচ্ছা জনালোঁ। তোমালোকৰ এই প্ৰেম যোগ যুগ|ন্তৰ ধৰি বৰ্তি থাকক । সকলোৰে জীৱনত এটা নহয় এটা কাহিনী থাকে, তোমালোকৰ কাহিনীটো বহুত e ভাল লগা। তোমাক সদায় support কৰিম। বাকি বিয়ালে মতিবা বুলি আশা থাকিল। মই নগাওঁ ( nagaon) r hoi
@kuhipath134
@kuhipath134 2 жыл бұрын
শুভকামনা জনালো দুয়োজনলৈ ❤💚 আগবাঢ়ি যোৱা 🍃🌿
@masumavlogs6909
@masumavlogs6909 2 жыл бұрын
Morigaon mojah lagil pakhi bar vidio sai
@johnpegu7699
@johnpegu7699 2 жыл бұрын
আপোনাৰ দুয়োজনৰ প্ৰেম কাহিনী শুনি বহুত ভাল লাগিল । কাকুৰ মা দেউতা সঁচাই বহুত ভাল মানুহ। আনে কি কয় বাদ দিয়ক আপোনালোকৰ বিয়া খন সোনকালে হওঁক তাৰে কামনা কৰিলো । ❤️❤️❤️❤️🥰 From jonai 🥰...live in Dibrugarh ..
@kokoi....a.s.6038
@kokoi....a.s.6038 2 жыл бұрын
Moi kerala pora...baa nice video
@milirekha5611
@milirekha5611 2 жыл бұрын
🥰🥰🥰
@johnpegu7699
@johnpegu7699 2 жыл бұрын
@@milirekha5611 😎😎😎
@minotybeypi6967
@minotybeypi6967 2 жыл бұрын
Im
@dipenloyingassam
@dipenloyingassam 2 жыл бұрын
তোমাৰ নিজৰ ঘৰ খন দেখুৱা বুলি আশা কৰিলোঁ
@bajpeyemisingao9600
@bajpeyemisingao9600 2 жыл бұрын
সঁচাই পাখি তোমাৰ জীৱনৰ কাহিনী টো শুনি বহুত ভাল লাগিল ।। মোৰ ঘৰ লখিমপুৰ 👉 Bajpeye Mising Ao KZbinr 🥰
@tridishaarandhara2524
@tridishaarandhara2524 2 жыл бұрын
Mm hob pakhi ba beya la matiba haa ❤️❤️👍👍😛😛
@huntudiary4500
@huntudiary4500 2 жыл бұрын
তোমাৰলোকৰ মৰম ভালপোৱা চিৰযুগমীয়া হওঁক তাৰে কামনাৰে😍😘
@AssamEats
@AssamEats 2 жыл бұрын
Lovely vlog 💕
@ShahidTechPoint
@ShahidTechPoint 2 жыл бұрын
Eid Mubarak_Pahi বা ki khobor Eid ত ডবকাত ফুৰিব আহিব
@pabanbaruah793
@pabanbaruah793 Жыл бұрын
Love from mangaldoi apunr vdio Sai bhut vall lagil.
@suchendoley5470
@suchendoley5470 2 жыл бұрын
Kaku aru Pakhi biography Next Level. ❤️ from Gogamukh
@_dipjyoti_gogoi
@_dipjyoti_gogoi 2 жыл бұрын
❤❤❤pakhi baa.. তুমি আগোৱাই যোৱা লগতে অসমৰ নাম উজ্জ্ল কৰি যোৱা তাৰে কামনা কৰিছো.....😘😍অতি সোনকালে যাতে 400k হয় যায় তাৰে কামনা কৰিছো।।😘😘love from Assam sivasagar....❤❤--❤❤--❤❤/
@ranisaikiavlogs
@ranisaikiavlogs 2 жыл бұрын
This is called true love. Biya khbo jm tente😁 Love from Lakhimpur❤❤
@dhanmonimedhi3677
@dhanmonimedhi3677 Жыл бұрын
মই তেজপুৰ জামুগুৰিহাটত পৰাই চাইছো
@namitdeka
@namitdeka 2 жыл бұрын
মই আগৰ পৰাই জানো💛 । মই Chandu ৰ খূৰাৰ লৰা District :Kamrup (Metro)
@pampyvlogs4152
@pampyvlogs4152 2 жыл бұрын
বা তোমাৰ আৰু মোৰ জীৱনৰ বহুত কথাই মিলিছে। মইয়ো ভালপোৱাৰ এক বছৰৰ পিছতে মোৰ boy frndr accident হয়ছিল বহুত বেয়াকৈ কিমান যে দূখ পাইছিলো ভাষা নাই বুজাবলৈ। এনেকৈ দিনবোৰ পাৰ কৰি কৰি এতিয়া আমাৰ ভালপোৱা সাত বছৰ অতিক্ৰম কৰিলো।
@bhaskargogoi1036
@bhaskargogoi1036 2 жыл бұрын
I SALUTE UR LOVE ❤❤❤❤
@pampyvlogs4152
@pampyvlogs4152 2 жыл бұрын
@@bhaskargogoi1036 thnk u
@pampyvlogs4152
@pampyvlogs4152 2 жыл бұрын
Mur pampy vlogs buli canal ata asa sokolua sabo.
@kalpanaghimiri760
@kalpanaghimiri760 2 жыл бұрын
বহুত ভাল লাগিল পাখি বা ভিডিও টো চাই সদায় আগুৱাই যোৱা 😍😍
@latuborah4193
@latuborah4193 2 жыл бұрын
Tumar video bur sii val lage Nagaon para marm jaselu Baa
Inside Out 2: ENVY & DISGUST STOLE JOY's DRINKS!!
00:32
AnythingAlexia
Рет қаралды 11 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 56 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 17 МЛН
Inside Out 2: ENVY & DISGUST STOLE JOY's DRINKS!!
00:32
AnythingAlexia
Рет қаралды 11 МЛН