Рет қаралды 45,947
NKTV PLUS
অভিনেতা ৰূপে খ্যাতি লাভৰ পূৰ্বে দুটা টিভি চেনেলতো কাম কৰিছিল কিশোৰে। কিশোৰ যে আমাৰ মাজত নাই আমি মানি ল'ব পৰা নাই। অমায়িক কিশোৰৰ বিয়োগত ম্ৰিয়মান চুবুৰীয়া।