‘মোৰো এটা সপোন আছে’ৰ স্ৰষ্টা ড০ ৰুবুল মাউত,মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 135,958

Pratidin Time

Pratidin Time

Күн бұрын

আজি ছাত্র-ছাত্রীৰ বাবে এক অনুষ্ঠান
অভিভাৱকেও চাবলগীয়া এটা অনুষ্ঠান
চাব পাৰিব শিক্ষক সমাজেও
দৰিদ্রতা কেতিয়াও প্রতিভাৰ হেঙাৰ নহয়
মাধ্যম কেতিয়াও শিক্ষাৰ্থীৰ বাবে জৰুৰী নহয়
তিনিচুকীয়াৰ কৈলাসপুৰৰ পৰা আমেৰিকাৰ হাৰ্ভাৰ্ডলৈ...
উৎসাহ, প্রেৰণা, সংকল্প, আত্মবিশ্বাস, দৃঢ়তাৰ এক আত্মগাথা
ষ্টুডিঅ’ত ‘মোৰো এটা সপোন আছে’ৰ স্ৰষ্টা ড০ ৰুবুল মাউত
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #nitumonisaikia

Пікірлер: 180
@BidishaAgasti
@BidishaAgasti 4 ай бұрын
সঁচাকৈয়ে এই কিতাপ খনে মোৰ মনত ভালকৈ পঢাৰ উদ্যমতা, জীৱনত আগবাঢ়ি যোৱাৰ এক অনুপ্রেৰণা যোগায় থৈ গ'ল। বহুতৰ মনত বহুত আবেগ যোগোৱা এই কিতাপ খনে আৰু বহুত সপোন গঢ়ি তুলিবলৈ সাহস দি গ'ল❤
@Anudhrita.boro9864
@Anudhrita.boro9864 7 ай бұрын
" মোৰো এটা সপোন আছে " কিতাপখন পঢ়ি বহুত ভাল লাগে ❤
@mondirakalita4221
@mondirakalita4221 7 ай бұрын
খুব এটা মূল্যবান অনুষ্ঠান চালোঁঁ৷ ঋণাত্মক বাতৰি দেখি দেখি টিভি চোৱা বাদ দিলোঁ৷ আজি ম’বাইলত এই সুন্দৰ অনুষ্ঠান চোৱাৰ শুনাৰ সৌভাগ্য হ’ল৷ ❤
@AnjuGogoi-bn2qg
@AnjuGogoi-bn2qg 4 ай бұрын
😅😅😅😅😅😅😅😅
@HaraPrasadSharma-i5j
@HaraPrasadSharma-i5j 4 ай бұрын
অতি প্ৰয়োজনিঅ আলোচনা আপোনি আমালৈ আগ বঢ়াই দিয়াত ধন্যবাদ জনালো
@gitimakalita5356
@gitimakalita5356 8 ай бұрын
মোৰো এটা সপোন আছে ❤ কিতাপ খন ক্লাছ ১০ ৰ সম্বৰ্ধনাত পাইছিলো খুব সুন্দৰ এখন কিতাপ ❤ পঢ়া সকলে নিশ্চয় গম পাইছে
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@Ddddd-e2o
@Ddddd-e2o 5 ай бұрын
বৰ্তমান কিতাপখন পঢ়ি আছোঁ। Salute 🙏
@binitachetia7327
@binitachetia7327 8 ай бұрын
অভিমতৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ নিতুমনি শইকীয়াদেৱলৈ ধন্যবাদ জনাইছোঁ। এই সুযোগতে শ্ৰদ্ধাৰ ডঃৰুবুল মাউতদেৱক ভৱিষ্যতৰ লৈ আগবাঢ়ি যোৱাত ভগৱানে কৃপা কৰক তাৰে কামনা কৰিলোঁ। আপোনাৰ ৰচিত " মোৰো এটা সপোন আছে "এই আত্মজীৱনী মূলক গ্ৰন্থ খন পঢ়ি ধন্য হ'লো। বহুত ঘাত প্ৰতিঘাত পাৰ কৰি কঠোৰ সংগ্ৰামেৰে জীৱনতো উজ্জ্বলাই তুলিলে আপুনি।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@bhagawatpritam1284
@bhagawatpritam1284 8 ай бұрын
সচাঁকৈ অভিমত তো উপভোগ কৰি যথেষ্ট অনুপ্ৰাণিত হ'লো তেওঁৰ যিটো জানিবলৈ ইচ্ছা কৰা অদম্য আগ্ৰহী মন সেইটোৱে তেওঁক ইমান আগুৱাই লৈ গৈছে বুলি ভাবোঁ।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@nirupamatalukdar-kh1ld
@nirupamatalukdar-kh1ld 7 ай бұрын
ভাল লাগিল অভিমতচাই অসমত বহু মানুহ জেনেটিক ৰোগত আক্ৰান্ত কিবা এটা কৰক sir ❤
@debasishgogoi3495
@debasishgogoi3495 8 ай бұрын
খুবেই ভাল লাগিল। Dr . মাউত ৰ অভিজ্ঞতাই বহুত ক উৎসাহ যোগাব।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@chandankurmi7979
@chandankurmi7979 8 ай бұрын
অনুষ্ঠানটো চাই বহুত ভাল লাগিল , এনেকুৱা ব্যক্তিৰ সৈতে হোৱা কথোপকথনে নিশ্চয় আজিৰ অসমীয়া সমাজক জীৱনৰ বাটত আগুৱাই যোৱাত প্ৰেৰণা আৰু সাহস দিব। এনেকুৱা অনুষ্ঠানৰ বাবে প্ৰতিদিন গোষ্ঠীয়ে আৰু পদক্ষেপ লওক । আমি কৃতজ্ঞ হৈ থাকিম।
@rabhavideo4002
@rabhavideo4002 8 ай бұрын
Verygood
@AyushSaikia-t8f
@AyushSaikia-t8f 3 ай бұрын
ছাৰ কিতাপ খন পঢ়ি বহুত বহুত ভাল লাগিল। আপোনাৰ লৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলে
@RekhaDas-k4f
@RekhaDas-k4f 3 ай бұрын
অনুষ্ঠান চাই বহুত ভাল ‌লাগিল। তেখেতৰ সপোন বোৰ পূৰন হ ওক তাৰে কামনা কৰিলো।
@hemantakumarsarmah8987
@hemantakumarsarmah8987 8 ай бұрын
সুন্দৰ ! এনেধৰনৰ সাক্ষাৎকাৰ দৰ্শকে নিশ্চয় আদৰি লব । ধন্যবাদ ।🙏🙏🙏
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@DEVILGAMING-ue6xu
@DEVILGAMING-ue6xu 8 ай бұрын
Bhgg😢😢😢b nh b bhhnhnnhb nbbbn b hnbnnnhnnnnnnhhhnhbnhnhhnnhhhbhnnhnbnnhhbnnnbnnnhhnhnbhbnbhhbhbbbbbbhnnnbhhhbbnnbbbbbhbbbbhhbhbnhbnbbbhnnbbnbbbbhnbnbhbbbhbnbbnbbbnnbbnnbnbbhbbbbbbbhhbbbhbbbbbbnbbbbbbbbbbbbbbbbbbbhbhbhhbbbbbbhhhhbhhbbbbbbbbbbnhhhbbbbbbbbbbbbbbnbbbbbnbbbnbhbbbbbbbbbbbbbhbbbbbbbbbbbbbnhhbbbbbbbnbbbbbbbbbnbbbbbbbbbbnbbbbbbbbbbbbbhbbbbbbbbbbbbbbhbhbhnbbbbbbbhbbbbbbbbbb
@santanusaikia2797
@santanusaikia2797 8 ай бұрын
As a regular Abhimot viewer, the interview with Dr. Rubul Mout stands out among the many I've watched, ranking as one of the best. I want to express my gratitude to Shri Nitumoni Saikia for organizing this valuable session and extend thanks to the esteemed Global Citizen, Dr. Rubul Mout, for his participation. My prayer goes for his bright future, ensuring positive outcomes for human welfare.
@sashitalukdar7015
@sashitalukdar7015 8 ай бұрын
LP FR NO
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@jt.dhs.dibrugarhudid504
@jt.dhs.dibrugarhudid504 7 ай бұрын
❤aààaáßàààà😊lAà1a❤​@@sashitalukdar7015
@pronitabordoloi1254
@pronitabordoloi1254 8 ай бұрын
বহুত ভাল লাগিছে ডঃ ৰুবুল মাউত আৰু আগুৱাই যাওঁক ভগৱানৰ ওচৰত তাকেই কামনা কৰিলোঁ
@basistharabha5018
@basistharabha5018 8 ай бұрын
অতি মূল্যবান এখন প্ৰেৰণাময় গ্ৰন্থ ।প্ৰথম প্ৰকাশৰ সময়তে পঢ়ি অভিভূত হৈ পৰিছিলো ।অতি ৰসাল আৰু অগতানুগতিক শৈলীৰে বৰ্ণীত এখন প্ৰয়োজনীয় গ্ৰন্থ ।
@pabitakumarhajarika9086
@pabitakumarhajarika9086 8 ай бұрын
অতি প্ৰয়োজনীয় আবেগিক মনোৰম মনোগ্ৰাহী আৰু বিতোপন গ্ৰন্থ।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@Parthajyoti2001
@Parthajyoti2001 3 ай бұрын
আপোনাৰ এই যাত্ৰাই এটা দুখীয়াৰ ঘৰত চাকি এগছী জ্বলাবলৈ যথেষ্ট। ধন্যবাদ।
@dark_gamer046
@dark_gamer046 8 ай бұрын
বহুত ভাল লাগিল আশা কৰিছোঁ ৰুবুল মাউতৰ পৰামৰ্শ বিলাকে আমাৰ দেশত বাস্তৱ ৰূপ পাওক ।🙏🙏
@moushumidas9106
@moushumidas9106 8 ай бұрын
বহুত ভাল লাগিল program টো চাই, 70sআৰু 80s ত সৰহ ভাগ লৰা ছোৱালীয়েই অসমীয়া মাধ্যমত পঢ়িছিল। গতিকে সফল অসফল প্ৰায় ভাগ মানুহ য়েই অসমীয়া মাধ্যমত পঢ়া। কিনতূ এতিয়া সময় সলনি হৈছে। গতিকে এতিয়া অসমীয়া আৰূ ইংৰাজী মাধ্যমৰ যুদ্ধ খন বাদ দিব লাগে।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@lsd4889
@lsd4889 7 ай бұрын
Sir r kitap khn jetia porhisilu tetia bht sakupani olaisil..aji sir janak dekhi bht bht bl lgile ..tq nitumani da teok mati ona babe
@animasaharia6679
@animasaharia6679 8 ай бұрын
" মোৰো এটা সপোন আছে" মোৰ প্ৰিয় গ্ৰন্হ । সুন্দৰ অনুষ্ঠান, ভাল লাগিল।
@someswariborah8239
@someswariborah8239 5 ай бұрын
হয়, ময়ো এগৰাকী শিক্ষয়িত্ৰী আৰু মোৰ সন্তান বা ইষ্ট-কুটুম্বক এই কিতাপ খনি বহুবাৰ উপহাৰ স্বৰূপে দিছোঁ আৰু আগলৈও দিবলৈ ভাল পাম।অদম্য ইচ্ছা শক্তিৰ অধিকাৰী অসম-গৌৰৱ মাউতদেৱক প্ৰণিপাত জনাইছোঁ।
@runjunbhuyansaikia795
@runjunbhuyansaikia795 2 ай бұрын
শইকীয়া দেৱে গুনৱান ব্যক্তি জনৰ সুন্দৰ অনুস্থান নৱপ্ৰজন্ম ক উপহাৰ দিলে।অসমত এনেধৰণৰ মেধাৱী ব্যক্তি আৰু জন্ম হওক।আপোনাসৱক প্ৰণাম জনালো।
@jiyajugunudas2824
@jiyajugunudas2824 8 ай бұрын
Dr Bikul Das তেওঁ কো এদিন মাতিব বুলি আশা কৰিলো। সৰু এখন শুৱালকুছিৰ দৰে ঠাইৰ পৰা গৈ আমেৰিকাৰ দৰে ঠাইত বৈজ্ঞানিক হৈছে । বহুত শিকিব লগা আছে।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@DipaliGohain-d2h
@DipaliGohain-d2h 3 ай бұрын
খুবে ভাল লাগিল অনুষ্ঠান টো।
@amritkalita7315
@amritkalita7315 8 ай бұрын
ঈশ্বৰে আৰু আগুৱাই নিয়ক তাৰে কামনা কৰিলো !এয়াই প্ৰকৃত অসমীয়া গিৰী !
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@mridultalukdar7913
@mridultalukdar7913 4 ай бұрын
কালাম চাৰ দৰে কোনোবা দেশক ভাল পোৱা কেৱল নিজৰ দেশৰ বাবে চিন্তা কৰা মহান পুৰুষ ওলাব🇮🇳 🙏
@bobyborah28
@bobyborah28 8 ай бұрын
এইজন মোৰ আত্মীয়।আমি তেখেতক লৈ বহুত বহুত গৌৰৱ কৰো।
@pinkumout7590
@pinkumout7590 8 ай бұрын
Bohut bhal lagil deurbhaiti Abhinandan jonalu👍 tumar Kotha khiniye bohut utkha jogale thankyou.
@MigamDoley-wt7bq
@MigamDoley-wt7bq 7 ай бұрын
যদি ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মুঠ অৰ্থনীতিৰ প্ৰায় ৪%ব্যয় কৰে, তেতিয়া ভাৰত বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী দেশ হোৱাটো নিশ্চিত।
@sumitradeka3599
@sumitradeka3599 8 ай бұрын
সাক্ষ্যাৎকাৰটিৰ ( অভিমত ) ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া দেৱলৈ ধন্যবাদ জনাইছো । এই সুযোগতে শ্ৰদ্ধাৰ ড° ৰুবুল মাউত দেৱক ভবিষ্যৎলৈ আগবাঢ়ি যোৱাত ভগৱানে কৃপা কৰক তাকে কামনা কৰিলো ।🙏❤️🙏
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@Earthexplorer6185Assam
@Earthexplorer6185Assam 5 ай бұрын
এই অনুষ্ঠানটো অসমৰ সকলো মানুহে চাব লাগে
@jibeshkrb529
@jibeshkrb529 8 ай бұрын
অনুস্থানটি চাই সঁচাকৈয়ে আপ্লুত হ'লো, তেখেতৰ (ডঃ মাউত দেৱৰ) আৰু এটা সপোনো পুৰন হওঁক, তাৰেই কামনা কৰিলো
@sidhartharamchiary1849
@sidhartharamchiary1849 4 ай бұрын
Very good discussion for coming new generation, it gives inspiration to the human being in the World, Many thanks .
@bornalidevi2322
@bornalidevi2322 8 ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ
@bidit.cht2448
@bidit.cht2448 3 ай бұрын
A great talk show
@BinapaniDowarah
@BinapaniDowarah Ай бұрын
বহুত ভাল লাগিল
@prodipbora2752
@prodipbora2752 8 ай бұрын
কিতাপ খন দুবাৰ পঢ়িলো। অতি সুন্দৰ কিতাপ।পঢ়িব ছোন।
@CC.nabadipnath
@CC.nabadipnath 8 ай бұрын
Eman kom boyoxot eman achievement! Wow dada, wow! You’re inspiration.
@shashiburagohain4558
@shashiburagohain4558 8 ай бұрын
খুব সুন্দৰ গ্ৰন্থ 💖ময়ো গ্ৰন্থখন বহু লোকক আৰু স্কুল, কলেজত প্ৰদান কৰিছো। 🙏প্ৰিয় ব্যক্তি প্ৰিয় গ্ৰন্থ 💖💖
@rumisarmah5589
@rumisarmah5589 3 ай бұрын
bhut val lagil
@anisaikia8348
@anisaikia8348 8 ай бұрын
মোৰ দৃষ্টিত আজিলৈ এইয়া মানুহ সফল হয় , যাৰ আন্তৰিকতা আছে আৰু সচাঁ চকু পানী ওলাই। সচাঁ চকুপানীৰ মূল্য ভগৱানে দিবই 🙏
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@pratulbarman1935
@pratulbarman1935 7 ай бұрын
Kitap Khan pharisu bahut val lagise . thank you
@dhirajtumung850
@dhirajtumung850 8 ай бұрын
আজি দুই বছৰ হ'ল ড° ৰুবুল ছাৰৰ আত্মজীৱনীমূলক গ্ৰন্থখন পঢ়া। তেওঁৰ জীৱনৰ কাহিনী পঢ়ি অনুপ্ৰাণিত হৈছো।
@animadas9562
@animadas9562 7 ай бұрын
Tekhetk loi ami gurambit hoisu god bless you ❤️🙏🙏
@JollyBuragohai
@JollyBuragohai 7 ай бұрын
মই পঢ়িলো নিতুমনিদা,আৰু বহুতকে মই কিতাপ খন পঢ়িব লৈ দিছো,বহুত ভাল লাগিল কিতাপ খন পঢ়ি আৰু তেখেতৰ বিষয়ে জানিব পাৰি
@LokmayaRai-fg5qt
@LokmayaRai-fg5qt 5 ай бұрын
Bohut val lagila sir ❤
@কল্পতৰুএকপ্ৰয়াস
@কল্পতৰুএকপ্ৰয়াস 8 ай бұрын
অভিনন্দন জনালো,অতি গুুৰু ত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিলে,তাৰ বাবে অশেষ ধন্যবাদ
@RupaliBorah-ri7rr
@RupaliBorah-ri7rr 8 ай бұрын
Bohut bohut bohut val lagil.
@mamonidevi617
@mamonidevi617 7 ай бұрын
Bohut bohut bhal lagil
@simaranibora8015
@simaranibora8015 8 ай бұрын
মই এখন কণিষ্ঠ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী ।মই যেতিয়া কেতিয়াবা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক কোনে কি কি কিতাপ পঢ়িছা সোধো, কৈ গৌৰৱবোধ কৰো যে “মোৰো এটা সপোন আছে"আৰু বকুল ফুলৰ দৰে ,অসীমত যাৰ হেৰাল সীমা এইকেইখন গ্ৰন্থৰ নাম বেছি লয় ।এইটোও কৈ বেছি ভাল পাম যে কৃতি ছাত্ৰ-ছাত্ৰীক সম্বন্ধৰ্না ,বিবাহ অনুষ্ঠান আদিত এই গ্ৰন্থখনি অতি কমেও বিশখনমান গ্ৰন্থ উপহাৰ দিছোঁ ।মোৰ দুয়োজনী ছোৱালীয়ে নৱম মানত পঢ়ি থাকোতেই এই গ্ৰন্থখনি পঢ়ি বহুত ভাল পাইছে ।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@sidhartharamchiary1849
@sidhartharamchiary1849 4 ай бұрын
Without " Good" , all are nothing , because ,We are Son of good.
@sunandaborah8177
@sunandaborah8177 8 ай бұрын
অভিনন্দন বহুত বহুত প্ৰণাম সেই পিতৃ মাতৃক
@amritagogoi2739
@amritagogoi2739 8 ай бұрын
বহুত ভাল লাগিল আৰু ইয়াৰ পৰা অনুপ্ৰাণিত হৈছোঁ
@Statusking-ur9gd
@Statusking-ur9gd 7 ай бұрын
Mur prio gonthra ❤ etia Dekhi val lagil likhok jonak❤
@arotiborah2733
@arotiborah2733 2 ай бұрын
Val lagil sir🙏
@debajitdas6034
@debajitdas6034 5 ай бұрын
Bhal lagil.
@pankajkumarrajkhowa
@pankajkumarrajkhowa 8 ай бұрын
Rubul mout is also a good adviser
@akhilgogoi1869
@akhilgogoi1869 8 ай бұрын
Bhout bhout bhal lagil.
@Jonali-l1z
@Jonali-l1z 8 ай бұрын
ৰুবোল মাউটক চাবলৈ বৰ ইচ্ছা আছিল। আজি অশেষ ভাল লাগিল।
@nirupamatalukdar-kh1ld
@nirupamatalukdar-kh1ld 7 ай бұрын
Sir বাহিৰত থাকি কেচামাটিৰ গোন্ধ পাহৰি নাযাব 😮
@SamirprabhaGogoi
@SamirprabhaGogoi 8 ай бұрын
প্ৰথম শ্ৰেণীৰ পৰাই। অনা-অসমীয়া ঠাইত এই লৈ শিক্ষকক ছাত্ৰ ছাত্ৰীৰ লগাই মানসিক অত্যাচাৰ কৰে।
@kanchowalidas9204
@kanchowalidas9204 8 ай бұрын
Bawt val lagil dhanyabad
@jadumonigogoi1605
@jadumonigogoi1605 8 ай бұрын
ড° ৰুবুল মাউত এটা অন্তহীন প্ৰেৰণাৰ উৎস৷
@DeepamoniDutta-rh3pi
@DeepamoniDutta-rh3pi 7 ай бұрын
Lubing L9om.lp😊
@LakhanGhatuwar
@LakhanGhatuwar 11 күн бұрын
Thank you sir😊😊😊❤❤
@PoragHazarika-o5h
@PoragHazarika-o5h 8 ай бұрын
God, bless you
@BhargabKalita04
@BhargabKalita04 8 ай бұрын
Thank you so much sir...amazing knowledge full video ❤
@gobindamili205
@gobindamili205 8 ай бұрын
Nitumoni da apunar ai anustane uthi aha projonmok bohut val msg dise.. thank you so much protidin time ❤
@JupitaraBania
@JupitaraBania 8 ай бұрын
Khub val lagil
@MamoniDutta_
@MamoniDutta_ 8 ай бұрын
খুউব ভাল লাগিল
@rknath3155
@rknath3155 8 ай бұрын
বন্ধু তোমাক অলেখ অভিনন্দন জনালো .. তোমাক মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ২ ছাত্ৰাৱাসত লগ পাইছিলো কিছুদিনৰ বাবে..
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@pradipnath8612
@pradipnath8612 8 ай бұрын
Bhal lagil bahu katha janilu
@rawandreal99
@rawandreal99 8 ай бұрын
এনেকুৱা বৈজ্ঞানিক আৰু মাতিব লাগে... কবি সাহিত্যিকৰ অভাৱ নাই অসমত।
@DibakorKaman-q6s
@DibakorKaman-q6s 8 ай бұрын
Hkhyathar to huni khuob bhal lagil. Nojona kotha bhutu jabiboloi pai bohut hukhi palu. Dhonyobad.
@pradipkumarborah1506
@pradipkumarborah1506 8 ай бұрын
Most like hearing of Dr Rubul s life history
@minakshihazarika2048
@minakshihazarika2048 7 ай бұрын
আমাৰ গৌৰৱ।
@BiplobSaikia-rp9ne
@BiplobSaikia-rp9ne 5 ай бұрын
প্ৰিয় গ্ৰন্থ ❤
@Angshumanrabha
@Angshumanrabha 8 ай бұрын
Heart touching book ❤😢.
@SilpishikhaBaruah
@SilpishikhaBaruah 4 ай бұрын
কিতাপ খনৰ প্ৰতিখিলা পাতেই কন্দুৱালে…
@tredeepdutta9449
@tredeepdutta9449 8 ай бұрын
ভাল লাগিল 🙏🙏
@jutikabora288
@jutikabora288 8 ай бұрын
ভাল লাগিল
@Your-Lover
@Your-Lover 8 ай бұрын
"মোৰো এটা সপোন আছে" এই কিতাপখন নপঢ়া কোনোবাই এই ভিডিঅ'টো চাই আছানে...? কিতাপখন পঢ়িব মন আছে নেকি..?
@bimaldas2340
@bimaldas2340 4 ай бұрын
Asil
@KiranDevi-sb7nw
@KiranDevi-sb7nw 8 ай бұрын
GOD. Bless. YOU
@anjumonikonwar8159
@anjumonikonwar8159 8 ай бұрын
অতি সুন্দৰ ।
@pronitabordoloi1254
@pronitabordoloi1254 8 ай бұрын
মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱলৈয়ো ধন্যৱাদ জনালোঁ আৰু কৃতজ্ঞ হ'লোঁ ।
@tarunchamuah6605
@tarunchamuah6605 7 ай бұрын
Apuni bhal manuh ajon raijok ani dekhuwa babe dhonyabad
@PradipRay-v5e
@PradipRay-v5e 6 ай бұрын
Thanks sir................aku Loh pam.
@gobindadeka627
@gobindadeka627 8 ай бұрын
সচা ' আন্তৰিকতা আৰু সদ ইচ্ছাক ভগৱানে মূল্য দিয়ে ।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@jakirali6986
@jakirali6986 8 ай бұрын
Bohut Val lagil dada
@arungogoi2837
@arungogoi2837 8 ай бұрын
Bahot bhal lagil aibor katha sarkarei janib Lage aponaloke sarkarak ganaok
@DebarunDutta-r5l
@DebarunDutta-r5l Ай бұрын
🙏🏼
@digantadeka7201
@digantadeka7201 8 ай бұрын
Inspiration❤❤❤❤❤❤❤❤
@ratikantamili.5442
@ratikantamili.5442 8 ай бұрын
Hosakoi great scientist...R.M sir ❤❤
@nirupamatalukdar-kh1ld
@nirupamatalukdar-kh1ld 7 ай бұрын
মাননীয় মাউত জেনেটিক ৰোগ বোৰনিৰমুল কৰিবলৈ ঔষধ অসমলৈ অতিশীঘ্ৰে আনক please 🙏
@punyahazarika645
@punyahazarika645 8 ай бұрын
পঢ়িলো ।আমাৰ পুথিভঁৰালৰ ছাত্ৰ ছাত্ৰী সদস্য সকলক পঢ়োৱালো ।অনুষ্ঠানটো "পুথি ভঁৰাল গোট"লৈ চেয়াৰ কৰিছো ।
@pankajdutta9131
@pankajdutta9131 8 ай бұрын
অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল। অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।
@BihutiGogoi-p5k
@BihutiGogoi-p5k 2 ай бұрын
Mur suwali deepsikha gogoi pohi bohut vhal paly .
@jitannjali
@jitannjali 8 ай бұрын
ভাল লাগিল তেওঁৰ মুখৰ পৰা কথাবোৰ শুনি
@Assamesemix191
@Assamesemix191 8 ай бұрын
Nitumani sir anekua episode pale moi vat khab pahori jaao sir ... selute sir ..
@MisssurbhiboraMissmahabharatka
@MisssurbhiboraMissmahabharatka 8 ай бұрын
😊❤
@arundhatiphukon5210
@arundhatiphukon5210 7 ай бұрын
হয়, এই কিতাপ খন পঢ়িবলৈ আৰম্ভ কৰিলে শেষ নোহোৱালৈকে হাতৰ পৰা এৰ নেখাই।
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 3,9 МЛН
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,2 МЛН
Life Struggle Of A Boy
47:05
JSS Unscrripted
Рет қаралды 306 М.
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 3,9 МЛН