মাৰি পেলালে হেঁতেন - translocate tree for the first time in Assam - Dimpu Baruah

  Рет қаралды 515,979

Dimpu Baruah

Dimpu Baruah

3 жыл бұрын

translocate tree in Nalbari .
#dimpubaruah

Пікірлер: 1 700
@amankalita8730
@amankalita8730 3 жыл бұрын
জাপানত এডাল বৰ ডাঙৰ গছ এনেকুৱাকৈ TRANSLOCATE কৰা news এটা পাইছিলো ৷ আজি তেনেকুৱা কৰা দেখি বহুত ভাল লাগিল৷৷
@gamer-ew3ph
@gamer-ew3ph 3 жыл бұрын
@@sprky2099 muk kora moi korim ki nu abur Val video bonale enew hobo
@voicenagaon5801
@voicenagaon5801 3 жыл бұрын
Muk Ku sapport kora bro hot
@voicenagaon5801
@voicenagaon5801 3 жыл бұрын
Moi sapport korim
@habibtech5448
@habibtech5448 3 жыл бұрын
Hoi nki
@creativeartworks7779
@creativeartworks7779 3 жыл бұрын
kintu moi o koru kati bihur dina ...
@UFRana
@UFRana 3 жыл бұрын
𝐖𝐨𝐰...বহুত ধুনীয়া পদক্ষেপ.....সঁচাকৈ সেই মানুহ জনক 𝐒𝐚𝐥𝐮𝐭𝐞.....🙂
@kalpaop1042
@kalpaop1042 3 жыл бұрын
সুন্দৰ প্ৰদক্ষেপ। প্ৰকৃতিৰ সংৰক্ষণ হওঁক, সকলোৱে ওলাই আহক। "সৃষ্টি" ৰ ফালৰ পৰাও প্ৰকৃতিৰ সংৰক্ষণত উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিছে। ধন্যবাদ সৃষ্টি💚
@assamgamerff6490
@assamgamerff6490 3 жыл бұрын
❤️👍
@mitalisworld6125
@mitalisworld6125 3 жыл бұрын
গছ থাকিলেহে মানুহ থাকিব ধন্যবাদ জনালোঁ এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ❤️
@dimpubaru
@dimpubaru Жыл бұрын
De arrrrrr
@informationbykthakuria5802
@informationbykthakuria5802 3 жыл бұрын
মানুহতকৈ ও প্ৰকৃতি শ্ৰেষ্ঠ। দিম্পু দা তুমি সঁচাই এজন ভাল প্ৰকৃতি প্ৰেমী লগতে আপুনি এজন ভাল নাগৰিক। যি এ এই ব্যৱস্থা হাতত লৈছে তেওঁ লোকলৈ আমি শ্ৰদ্ধা অৰ্পন কৰিছোঁ । নমস্কাৰ 🙏
@dipaligogoi8932
@dipaligogoi8932 3 жыл бұрын
বৰ্তমান সময়ত আপোনালোকৰ দৰে মানুহৰ বহুত প্ৰয়োজন হৈছে আপোনালোকক বহুত ধন্যবাদ
@bhargavartworks
@bhargavartworks 3 жыл бұрын
বেলেগ তকৈ অলপ বেলেগ নহয়, বহুত বেলেগ কাম কৰি আছে আপুনি, দিম্পু দা আৰু এই team. We need more initiatives like this one.
@rituparnaboruah9588
@rituparnaboruah9588 3 жыл бұрын
খুব সুন্দৰ, দিম্পু তোমালৈ ধন্যবাদ 👍👍❤❤
@missaplina
@missaplina 3 жыл бұрын
খুবু সুন্দৰ পদক্ষেপ খুব সুন্দৰ ভিডিঅ দিম্পু ধন্যবাদ তোমালৈ 😍👍। প্ৰকৃতিক মইয়ো বহুত বেছি ভাল পাওঁ । আমাৰ ঘৰত ধেৰ গছ গছনি আছে বহুত বেছি ভাল লাগে সেই হিচাপে প্ৰতি পালনো কৰোঁ। 😘😍😍সঁচাকৈ সকলোৰে হৃদয়ত প্ৰকৃতিৰ প্ৰতি প্ৰেম আছেনে ?👍
@sanatankalita1916
@sanatankalita1916 3 жыл бұрын
বহুত ভাল লাগিল আপোনাৰ কাম খিনি দেখি , এইটো আমাৰ বাবে এটা সঁচা কৈ সুন্দৰ শিক্ষা..
@a.m.lyrics883
@a.m.lyrics883 3 жыл бұрын
ইমান সুন্দৰ পদক্ষেপ।দিম্পু দালৈ বহুত ধন্যবাদ video টোৰ বাবে আৰু এই মানুহজনলৈ ধন্যবাদ প্ৰকৃতিক সুৰক্ষা দিয়াৰ বাবে।
@rupjyotitalukdarzg9258
@rupjyotitalukdarzg9258 3 жыл бұрын
আজি নলবাৰীত দেখা পালোঁ দিম্পু দাক😊‌ মাতিলোঁ দেখা পোৱাৰ লগে লগে, উত্তৰো দিলে😊❤️। ভাল লাগিল। আৰু আগুৱাই যাওঁক।
@raktimchiring
@raktimchiring 3 жыл бұрын
গছ থাকিলে হে মানুহ থাকিব 🙏🙏🙏
@sunilbordoloi8920
@sunilbordoloi8920 3 жыл бұрын
প্ৰকৃতি মেইন ..প্ৰকৃতি থাকিলেহে আমি থাকিম গতিকে আমি প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব সুন্দৰ প্ৰদক্ষেপ বহন কৰিছে তেওঁলোকে 👍👍 Nice
@mainakhan2042
@mainakhan2042 3 жыл бұрын
ধুনীয়া ধুনীয়া knowledgeable videos দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ 👌
@jagadas4897
@jagadas4897 3 жыл бұрын
আজি বহুত মূল্যবান কথা কৈছা ডিম্পু…ভাল লাগিল ভিডিওটো চাই ।
@mitaleembharali8004
@mitaleembharali8004 3 жыл бұрын
সুন্দৰ পদক্ষেপ ❤️❤️ গছ থাকিলেহে মানুহ থাকিব 👍
@sasankasarmah6465
@sasankasarmah6465 3 жыл бұрын
ভাল পালো ৰঘূনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা । পিছে ৰভা খন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা ?।। (---কবিতাটো মনত পৰিলে ) Good Work👍
@trishnapathak12
@trishnapathak12 3 жыл бұрын
সোণালী শৈষৱৰ কবিতা বোৰ পাহৰিব নোবাৰো কেতিয়াও
@goldenassam5090
@goldenassam5090 3 жыл бұрын
কবিতা টো মোৰ মনত আছে
@Madhujya_dehingia_01
@Madhujya_dehingia_01 3 жыл бұрын
Ataia amai class 7 pohei asau
@nilotpalvbaruah4058
@nilotpalvbaruah4058 3 жыл бұрын
খুব সুন্দৰ video... শেষত ৰাভা ছাৰক এনেকৈ কামত জড়িত দেখা পায় ভাল লাগিল।
@bidishabedanti148
@bidishabedanti148 3 жыл бұрын
খুব ধুনীয়া বাৰ্তা দিছে দিম্পু দা..... সকলোৱে নিজৰ নিজৰ সামৰ্থ্য সাপেক্ষে প্ৰকৃতি সংৰক্ষণ কৰক.......
@taranikantasarma865
@taranikantasarma865 3 жыл бұрын
ভাল কাম,দাদা,এইটো
@mohibulhassan6978
@mohibulhassan6978 3 жыл бұрын
ভাল লাগিছে দাদা🙏👍😍😍nice
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏..
@ctw104
@ctw104 3 жыл бұрын
প্রকৃতি ধ্বংস কৰি উন্নয়ন কৰা আৰু নিজৰ ঘৰ মাটি বেছি বাইক গাড়ী কিনা একে কথা //" সঁচা কথা
@chandanmali1391
@chandanmali1391 3 жыл бұрын
সুন্দৰ পদক্ষেপ । এনেকুৱা এখন চৰকাৰী আঁচনিৰ প্ৰয়োজন ।
@sewaligohain5043
@sewaligohain5043 3 жыл бұрын
সুন্দৰ পদক্ষেপ লৈছে ,,,👌👌👌
@banasmitadeka7716
@banasmitadeka7716 3 жыл бұрын
"সৃষ্টি"নামৰ এটা ব্যক্তিগত অনুষ্ঠান এটা আছে,,,সৃষ্টি ও প্ৰকৃতিৰ ওপৰত বহুত গুৰুত্ব দি চাৰিওফালে গছ ৰুই প্ৰতিপালন কৰি আছে।। dimpu দা আপুনিও আমাক সহযোগ কৰিব বুলি আশা থাকিল🤗🤗🤗
@arnabsaikia8415
@arnabsaikia8415 3 жыл бұрын
Thank you comment
@chittaranjanphukan4841
@chittaranjanphukan4841 3 жыл бұрын
এনেকুৱা পদক্ষেপ গ্ৰহণ কৰা দেখি বহু বহু ভাল পাইছোঁ। এই পদক্ষেপ গ্ৰহণ কৰা দা দা কেইজনক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। বিশেষকৈ ধন্যবাদ জনালোঁ দিম্পু দাক। তেওঁ নিজেই সজাগ হোৱাৰ উপৰিও আন দহজন লোকক সজাগ কৰি দিলে। ভাল লাগিছে এনে এটা ভিডিঅ' সকলোলকৈ আগবঢ়াই দিয়া বাবে।
@banajitdeka9465
@banajitdeka9465 3 жыл бұрын
বহুত ভাল লাগিছে dimpu daa এনেকুৱা পদক্ষেপ লোৱা বাবে আৰু তোমালৈ বহুত বহুত ধন্যবাদ এনেকুৱা vedio আগবঢ়োৱা বাবে । গছ কটা vedio দিলে অলপ দুখ লাগিলে হয় কাৰন মই এজন প্ৰকৃতি প্ৰেমি মানুহ। উঠি অহা প্ৰজন্মও জাতে এনেকুৱা কৰ্ম হাতট লয় তাৰে কামনা কৰিলো।
@ratulsonowal
@ratulsonowal 3 жыл бұрын
হয় দিয়া ভাল লাগিছে কামটো দেখি,আমাৰ চৰকাৰখনে এইবোৰ ভাবিবলৈ সময় নহয় ছাগে ৰাজনীতিৰ বাহিৰে,গতিকে আমি নিজে জী পাৰো নিজে কৰাই ভাল।
@ratulsonowal
@ratulsonowal 3 жыл бұрын
@@sprky2099 moi krilu mok krk
@akasdeepraygrc8673
@akasdeepraygrc8673 3 жыл бұрын
বহুত বহুত ভাল লাগিছে এনে এটা পদক্ষেপ হাতত লোৱাৰ বাবে। হয়তো গছৰ পৰাহে অক্সিজন পাও না selit
@user-pw9ix2nm5l
@user-pw9ix2nm5l 3 жыл бұрын
দিম্পু দা♥️ Love from jorhat💥 .
@farhasuhana392
@farhasuhana392 3 жыл бұрын
Bohutttttttttttt val lagil vdo2 sai💚💚💚
@goldenassam5090
@goldenassam5090 3 жыл бұрын
বহুত ভাল লাগিল এনেকৈ আমি এ বচাব লাগিব প্ৰকৃতি খন❤️❤️
@60secstatus2
@60secstatus2 3 жыл бұрын
Mur channel subscribe kra moi back krim dia 😘😘
@sbncreation4121
@sbncreation4121 3 жыл бұрын
গছ থাকিলেহে মানুহ থাকিব
@60secstatus2
@60secstatus2 3 жыл бұрын
Mur channel subscribe kra moi back krim dia 😘😘😘😘
@ramentalukdar7624
@ramentalukdar7624 3 жыл бұрын
কিবা এটা ভাৱিব নোৱাৰা শান্তি পাইছো। অসমত translocate tree ৰ প্ৰথম ভিদিঅ দেখিলো। মনটো ভৰি গ'ল,অসম চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক,অসমৰ ৰাইজেও ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। ধন্যবাদ।
@gourabdeka8041
@gourabdeka8041 3 жыл бұрын
ধুনিয়া দিমপু দা এনেকোৱা ভিদিও দিয়াৰ বাবে ইয়াৰ পৰা মানুহ অলপ হলেও সচেতন হয় যদি
@undergroundmemer001
@undergroundmemer001 3 жыл бұрын
গছ আমাৰ জীৱন...😇
@antarippathak2042
@antarippathak2042 3 жыл бұрын
Dimpu daa love from Golaghat 😍😍🔥🔥
@60secstatus2
@60secstatus2 3 жыл бұрын
Mur channel subscribe kra moi back krim dia 😘
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
@@60secstatus2 ok krisu check kra mok subscribe kra
@60secstatus2
@60secstatus2 3 жыл бұрын
@@Azizulvlogs. moi tumak agot te korisu bro
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
@@60secstatus2 thank
@abinashrajbongshi1279
@abinashrajbongshi1279 3 жыл бұрын
এইতু বহুত ভাল কাম কৰিছে । আমি গছপুলি কাতিব নালাগে । গছপুলি হৈছে আমাৰ প্ৰান । আমি সকলোৱেই গছপুলি ৰুব লাগে। 👍👍👍👍👍
@pal8455
@pal8455 3 жыл бұрын
ৰাভা চাৰ ভাল লাগিল এনেকুৱা কাম দেখা পাই। সুভকামনা থাকিল
@adriderboy618
@adriderboy618 3 жыл бұрын
সচাকৈ দিম্পু দা আমি আমাৰ প্ৰকূতিক ৰক্ষা কৰিব লাগিব ।
@pranjalbarua5149
@pranjalbarua5149 3 жыл бұрын
প্ৰকৃতি প্ৰেমি বোৰে like এটা দিব😍
@thelunaticfacts9210
@thelunaticfacts9210 3 жыл бұрын
Dimpu da...... Val kormo bilak amar hokolure agot dangi thori... Amak utkhahito korar babe... Bhut bhut dhoonyobaad
@dhirajphukan8213
@dhirajphukan8213 3 жыл бұрын
Dimpu bohut Val msg eta dila.... Bohut Val lagil. Thnq
@debojitchangmai1350
@debojitchangmai1350 3 жыл бұрын
সঁচাকৈ এনেকুৱা system tu আৰু publically advertise hobo লাগে
@mudoimix8015
@mudoimix8015 3 жыл бұрын
সচাকৈয়ে...গছ থাকিলেহে মানুহ থাকিম.. গতিকে আমি গছ এজোপা কাটিলে দহ জোপা ৰুব লাগে🌿🌳🌲🌲🌳🌳
@kuldeepkalita5
@kuldeepkalita5 3 жыл бұрын
সুন্দৰ পদক্ষেপ ❤ গছ থাকিলেহে মানুহ থাকিব 🤍💚🤍 প্ৰথমে প্ৰকৃতিক বচাব লাগিব, তাৰ পিছতহে উন্নয়ণ 🤍 আপ্লুত হ'লো 🤍
@debasishbharati1265
@debasishbharati1265 3 жыл бұрын
wahhh salute to all nature lover,love you Dimpu da❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏
@randeepray8755
@randeepray8755 3 жыл бұрын
Love from BONGAIGAON ❤️❤️
@DhritimanexperimentOfficial
@DhritimanexperimentOfficial 3 жыл бұрын
Same
@randeepray8755
@randeepray8755 3 жыл бұрын
@@DhritimanexperimentOfficial 😂😂
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏
@angkitroy3077
@angkitroy3077 3 жыл бұрын
Same from
@angkitroy3077
@angkitroy3077 3 жыл бұрын
@@DhritimanexperimentOfficial same
@hdlive2076
@hdlive2076 3 жыл бұрын
ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিও আৰু যাওঁ গছজোপা কটা বাবে লুচি- ভাজি,ৰসগোল্লা একোকে নাখাওঁ। - ডঃ ভবেন্দ্ৰনাথ শইকীয়া এটা খুবেই সহজ সৰল কবিতা কিন্তু স্কুলীয়া দিনত যেন এই কবিতাটোৱেই আছিল প্ৰকৃতিক ভাল পাবলৈ শিকা আদিপাঠ।
@Next.Destination4
@Next.Destination4 3 жыл бұрын
👌👌
@northeastbrotherhoodcomedy5282
@northeastbrotherhoodcomedy5282 3 жыл бұрын
দিল্লি আপ চৰকাৰে গছ সুৰক্ষা সুন্দৰ পদক্ষেপ লৈছে।
@sibendrakalita1945
@sibendrakalita1945 3 жыл бұрын
ধুনীয়া পদক্ষেপ...গছ থাকিলেহে মানুহ থাকিব ❤️
@hiradevi3608
@hiradevi3608 3 жыл бұрын
এনেকুৱা ভিডিঅ' আগলৈও বনাই থাকিবা ডিমপু
@Ritaniket
@Ritaniket 3 жыл бұрын
Bohout vl lagil video to dakhi. Apunak hosakoi manibo loga. ❤❤❤❤❤❤.thanku so much aibur video bonuwar babea.
@60secstatus2
@60secstatus2 3 жыл бұрын
Mur channel subscribe kra moi back krim dia 😘😘😘😘😘
@NEWINFORMATION0.2
@NEWINFORMATION0.2 3 жыл бұрын
Mur channel tu sabo sun dada plzzzzzz
@mrphangchong1365
@mrphangchong1365 3 жыл бұрын
অতি সোনকালে এই চেনিলটো 1 million হব আৰু ৷
@nivabora8370
@nivabora8370 3 жыл бұрын
উল্লেখযোগ্য পদক্ষেপ👍 ...transplant🌱🌳🌲
@uddiptatalukdar3491
@uddiptatalukdar3491 3 жыл бұрын
Vdo2 dekhi Raghunath Choudhari r xai kobitatile mnt poril ভাল পালো ৰঘুনাথ তুমি মোক পুটেৰাৰ বিয়া লৈ মাতিলা পিছে ৰভা খন দিবলৈ আমলখি গছ জোপা কিয়নো কাতিলা ........
@virusssentertainment3662
@virusssentertainment3662 3 жыл бұрын
Belegot koi beleg jon agotkoi bohut beleg hoi goise .. Assam r best KZbinr
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mor channel subscribe kra moi back krim dia
@mmvlog9111
@mmvlog9111 3 жыл бұрын
Right
@TERMINAL.3
@TERMINAL.3 3 жыл бұрын
Dimpu tumar video sai iman bhal lagisa
@rekhagogoi8629
@rekhagogoi8629 3 жыл бұрын
Bor hundor podokhyap val lagil video to 👌🏼👌🏼👌🏼🙏
@mandeepsart8951
@mandeepsart8951 3 жыл бұрын
সচা কথা পৃথিৱীত গছ নাথাকিলে কোনো মানুহ জীয়াই নাথাকিব , পৃথিৱীত জীয়াই থাকিবলৈ হলে গছ থাকিবই লাগিব ।
@ParthasTutorialfun
@ParthasTutorialfun 3 жыл бұрын
এইছাত ভাল দিছা……… প্ৰকৃতিক ধ্বংস কৰি development আৰু কৰা ঘৰ-মাটি বিক্ৰী কৰি বাইক গাড়ী কিনা একে কথা। 👍 Dislike কৰা কেইজনাই গছ নোহোৱাকৈ জীয়াই থাকে। অক্সিজেন নোহোৱাকৈও পাৰিব।
@alakeshkeotpoemworld6402
@alakeshkeotpoemworld6402 3 жыл бұрын
Dislike kora keitai kunuba jaan dhunu r karone jiyai ase oxijenr karone jiyai nathake kijani
@ParthasTutorialfun
@ParthasTutorialfun 3 жыл бұрын
@@alakeshkeotpoemworld6402 😀
@Utjal_Rabha.
@Utjal_Rabha. 3 жыл бұрын
Aji dekha plu first time face to face dimpu dak💚🙃🙃 dudhnoi ot
@karnajyoti216
@karnajyoti216 3 жыл бұрын
Vl lagli dimpu daa.....🙏🙏🙏
@anirbannath8895
@anirbannath8895 3 жыл бұрын
Gakhir sakhir.......... literally to much funny 🤣🤣🤣
@Riyan_Rajbanshi_
@Riyan_Rajbanshi_ 3 жыл бұрын
😂😂😂😂
@nanditatalukdar7983
@nanditatalukdar7983 3 жыл бұрын
Do nkey
@yeahyeakhan9952
@yeahyeakhan9952 3 жыл бұрын
I like the tree Salute by heart.
@himanjeetsarma5614
@himanjeetsarma5614 3 жыл бұрын
Woww!! Borhiya sir!! NPS green globe Zindabaaad!! Nalandians💥💥
@nasibur1
@nasibur1 3 жыл бұрын
Hats off to the team...gr8 job done. Govt support was expected.
@riyansnetwork9510
@riyansnetwork9510 3 жыл бұрын
চৰকাৰে এতিয়া মিয়া মদজীদ ৰ লগত লাগি আছে, প্ৰকূতি টো দূৰৰেই কথা বজাৰত শাক-পাচলিৰ জুই জেন দাম চাবলৈকো সময় নাই, অকল নতুন ৰাজনৈতিক দল গঠন কৰক, অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু উন্নতি বুলিবলৈ ঘেন্তা হৈছে বাল। Dimpu e val kam korise kintu gos gosoni bosabo lage Love from Dibrugarh 💖💖💖💖💖
@nayanxnwl_
@nayanxnwl_ 3 жыл бұрын
সচাকৈ‌ গছ থাকিলেহে মানুহ থাকিব ।বৰ ভাল কাম কৰিছে দাদা।
@SASA-hi1rj
@SASA-hi1rj 3 жыл бұрын
Bhut bodiya video dimpu da 👍👍👍👍
@a.j.smartdrawing131
@a.j.smartdrawing131 3 жыл бұрын
অতি সুন্দৰ পদক্ষেপ দিম্পু দা
@rinkuranjan7161
@rinkuranjan7161 3 жыл бұрын
Dimpu এই গছ translation কৰাটো অসমত প্ৰথম নহয় । আমিও আমাৰ ঘৰৰ সম্মুখত N.H. 37 Hiway ৰ কাম চলিছিল, বহু গছ কাটি দিছিল, আমি যিমান পাৰো গছ আন ঠাইলৈ JCB সহায়ত translation কৰিছিলো ।।।
@mrintrovert139
@mrintrovert139 3 жыл бұрын
Translation nhoi o... Translocation
@esimora6929
@esimora6929 3 жыл бұрын
Dimpu dar sinta bur ❤️
@NEWINFORMATION0.2
@NEWINFORMATION0.2 3 жыл бұрын
Mur channel tu sabo sun dada plzzzzzzz🙏
@dipjyotisvlogs5352
@dipjyotisvlogs5352 3 жыл бұрын
অতি সুন্দৰ পদক্ষেপ দিম্পু দা ❤❤❤🙏🙏🙏
@zubeelandzgargmusic2220
@zubeelandzgargmusic2220 3 жыл бұрын
Best video Dimpu.... তুমি ঠিকেই কৈছাঁ মাটি বেছি বাইক লোৱা আৰু গছ কাটি ঘৰ, দলং বনোৱা একে কথা । আমাৰ মানুহে পৰিবেশ ধ্বংস কৰিবহে জানে, ৰক্ষা কৰিব নাজানে ।
@shortsv8734
@shortsv8734 3 жыл бұрын
ইমান কষ্ট কৰি ৰুৱা গছ পুলি কেইডাল ডাঙৰ শুইছে এতিয়া এনেকুৱা কৰা দেখি বেয়া লাগিছে 😭😭😭।
@priyanujhazarikaofficial
@priyanujhazarikaofficial 3 жыл бұрын
হয় এই টো কথা থিক য়ে উন্নয়ন কৰি বলৈ কাতিব লাগিব গছ বা অন্ন কিবা কিবি কাতিব লাগিব কিন্তু এজোপা গছত কাতিলে ১০ জোপা ৰোব লাগে এইটো নিয়ম সকলোৱে মানিবলৈ লাগিব....
@priyanujhazarikaofficial
@priyanujhazarikaofficial 3 жыл бұрын
@@sprky2099 tanahola Tome muk subscribe kora moi tomak subscribe kore dim
@nitulsvlog99
@nitulsvlog99 3 жыл бұрын
Video tu Bohut bohut bohut val lagil dimpu da 😍...
@nitulsvlog99
@nitulsvlog99 3 жыл бұрын
Assam t frist dekhi bohut val lagil hosakeii
@Tonmoysaxom
@Tonmoysaxom 3 жыл бұрын
next level mojja mojja
@krishnabora6728
@krishnabora6728 3 жыл бұрын
2 our 1 lakh vew,এটা অসমীয়া Chenellt আৰু কি কম। বোজা সকলে বুজি পাইছে। সকলোৱেই এই পদ্ধতি তো ব্যবহাৰ কৰে যাতে, তাকে আশা কৰিলো। মই ও যিমান পাৰো চেষ্টা কৰিম।
@Smriti_rani_Vlog
@Smriti_rani_Vlog 3 жыл бұрын
*গছকেইজুপা বাছিলে নাই সেইতুও দেখাব আগলৈ ।*
@60secstatus2
@60secstatus2 3 жыл бұрын
Mur channel subscribe kra moi back krim dia 😘
@Android_gamerzz24
@Android_gamerzz24 3 жыл бұрын
Um dekham baru
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mok subscribe kra moi back krim dia
@nayanpatgiriii
@nayanpatgiriii 3 жыл бұрын
@@Azizulvlogs. xundor vlog bonoa sun tmi...
@assambhai8912
@assambhai8912 3 жыл бұрын
Dimpu daa video tu sai bohut bhal lagil I love tree
@nityanandachakrabarty5284
@nityanandachakrabarty5284 3 жыл бұрын
গছ থাকিলে মানুহ থাকিব।❤️❤️❤️
@bidyutkhatowal5955
@bidyutkhatowal5955 3 жыл бұрын
গছ গছনি থাকিলে মানুহ জীয়াই থাকিব সচা কথা ।
@golapihazarika239
@golapihazarika239 3 жыл бұрын
🙏🙏🙏🙏
@ujjalgaming1820
@ujjalgaming1820 3 жыл бұрын
Meat
@VenomousOne11
@VenomousOne11 3 жыл бұрын
Development or namot nature destroy kora tuei now -a - days continuously hoi ase, Hoi ne nohoi ?
@arupjyotisarmah1925
@arupjyotisarmah1925 3 жыл бұрын
Dimphu Da mojaa.. Dhunia kam dhunia ata example.. Go green...
@partharajdas1668
@partharajdas1668 Жыл бұрын
Thanks Dimpu ai video to bonabor karne prokitik amiyai rosha korib lagibo
@Vivek-ru7ds
@Vivek-ru7ds 3 жыл бұрын
Dimpu da love from dibrugarh ❤️❤️❤️❤️
@creativeboychondon
@creativeboychondon 3 жыл бұрын
Hii
@Vivek-ru7ds
@Vivek-ru7ds 3 жыл бұрын
@@creativeboychondon hiii
@creativeboychondon
@creativeboychondon 3 жыл бұрын
@@Vivek-ru7ds bro fd hbo pari na
@Vivek-ru7ds
@Vivek-ru7ds 3 жыл бұрын
@@creativeboychondon okkk😁👍 tmi kun district pise
@creativeboychondon
@creativeboychondon 3 жыл бұрын
@@Vivek-ru7ds moi Dhubri
@anadiborahlifestyle5584
@anadiborahlifestyle5584 3 жыл бұрын
সেই গছ বিলাক ভাল হোৱা ভিদিও এটা বনাব দেই । এমাহ মানৰ পিছত গছ কেনেকুৱা হৈছে প্লীজ দেখাব দেই। ভাল লাগিল ভিডিও টো চাই।
@xhobdo
@xhobdo 3 жыл бұрын
সুন্দৰ, ভাল লাগিল 👍👍👍
@monalishamojumdar1091
@monalishamojumdar1091 3 жыл бұрын
Dimpu Tumar vdio bohut agor porae saw bohut VL lage...
@sarowaralamassam7269
@sarowaralamassam7269 3 жыл бұрын
ৰাস্তা বনুৱাৰ কাৰণে বৰুৱাবাৰী (পুথিমাৰী) নদীৰ মথাউৰিৰ গছ বিলাক কাটি শেষ কৰিছে। বহুত বেয়া লাগে দেখিলে।
@Nazira569
@Nazira569 3 жыл бұрын
সচায়ে দিম্পু দা গছ-গছনি নাথাকিলে আমাৰে খতি হ'ব।গছ নকটাতকৈ পাৰিলে এখন গছ ৰুৱাই ভাল।
@IDBmathspoint
@IDBmathspoint 3 жыл бұрын
xosakoi khub val lagil ei podokhyep👏
@nknassir6680
@nknassir6680 3 жыл бұрын
বহুত ভাল লাগিল ভিডিঅ টো ছাই
@insanemanuh4289
@insanemanuh4289 3 жыл бұрын
গছ-গছনি নহ'লে কোনেও জিয়াই থাকিব নোৱাৰে
@Azizulvlogs.
@Azizulvlogs. 3 жыл бұрын
Mor channel subscribe kra moi back krim dia plz 🙏🙏🙏
@PW__Neetogram_39.
@PW__Neetogram_39. 3 жыл бұрын
Right Dada Mur channel 2 subscribe kribo buli Akha thkil
@suhailahmedsadiassam7794
@suhailahmedsadiassam7794 3 жыл бұрын
আমিও কৰিম
@dikshitasarma9138
@dikshitasarma9138 3 жыл бұрын
সেইবাবে ৰাজেশ চাৰ প্ৰিয় মোৰ, আপুনিও প্ৰিয় ডিম্পু দা😍🌼
@arifuzzaman3287
@arifuzzaman3287 3 жыл бұрын
Greatest step broo,,,,,, thank you for saving our green world,,, love u, dipmu da❤❤
World’s Deadliest Obstacle Course!
28:25
MrBeast
Рет қаралды 189 МЛН
Я обещал подарить ему самокат!
01:00
Vlad Samokatchik
Рет қаралды 9 МЛН
Gym belt !! 😂😂  @kauermotta
00:10
Tibo InShape
Рет қаралды 18 МЛН
Survive 100 Days In Nuclear Bunker, Win $500,000
32:21
MrBeast
Рет қаралды 120 МЛН
Gaglina Ashrayan | Acrodance | Porichoy Season2 | Prag News
8:01
Gaglina Ashrayan
Рет қаралды 570 М.