খবৰ কৰক ওচৰৰ দানা বা Veterinery দোকানত । নহ'লে ফেচবুকৰ জৰিয়তেও আজিকালি বহুতে এইবোৰৰ ব্যৱসায় কৰি থকা দেখা যায় । তাতো search কৰি চাব পাৰে ।
@Aarushi-Vlogs8 күн бұрын
100 poli ka dam kitna hai
@hiranyagogoi95382 жыл бұрын
Mk puwali lgisil
@smritigogoi47042 жыл бұрын
Muk murgi puwali lagisil kot Pam
@integratedfarmingassam2 жыл бұрын
ওচৰৰ দানা দোকান আদিত খবৰ কৰক । নহ'লে ফেচবুক আৰু ইউটিউবৰ মাধ্যমেৰে বহুতে বিক্ৰী কৰি থকা দেখা যায় ।
@bandanaphukankonwar46862 жыл бұрын
Puwali kot pam jonabo nki
@integratedfarmingassam2 жыл бұрын
আপোনাৰ ওচৰত যদিহে দানাৰ বা ভেটেৰিনাৰী দোকান কিবা আছে, তাত খবৰ কৰি চাব পাৰে । নহ'লে আজিকালি ফেচবুকৰ জৰিয়তেও বহুতে এইবোৰ ব্যৱসায় কৰি আছে । তেনেকুৱা কুকুৰা পালন বা পশুপালন আদিৰ ফেচবুক গ্ৰুপত জয়ন হয়ো এইবোৰৰ লিংক পাব পাৰে ।
@bandanaphukankonwar46862 жыл бұрын
@@integratedfarmingassam saiclu
@hemoram49842 жыл бұрын
দাদা মোৰ পোৱালি এটা লেঙেৰা হয়ছে কি কৰিলে বেছি ভাল হ'ব দাদা???
@integratedfarmingassam2 жыл бұрын
কি কাৰণে লেঙেৰা হৈছে সেইটো চাব লাগিব । কেতিয়াবা পোৱালিৰ জন্মৰে পৰা ভৰি বেয়া থাকে, তেতিয়া ঠিক নহয় । যদি কিবা দুখ পায় লেঙেৰা হৈছে, কেইদিনমান পিছত ঠিক হ'বও পাৰে । যদি দুয়োটা ঠেঙেৰ ওপৰতেই ভালকে ৰব পৰা নাই বা ঠেং কেইটা কঁপি থাকে, তেন্তে কেলচিয়াম যুক্ত supplement খোৱাওক চবকে ।
@hemoram49842 жыл бұрын
মানে পানী দিংকাৰতো ভৰিত লাগিছিল দাদা??
@integratedfarmingassam2 жыл бұрын
@@hemoram4984 ঠেং ভাঙা নাই যদি ঠিক হ'ব লাগে
@hemoram49842 жыл бұрын
এনে কোৱা নাই বাৰু
@user-eo6ww5yt9y4 ай бұрын
Sudurbai tu kot reply dibo
@parbinsulta3 ай бұрын
১০০পোৱালি দাম কিমান
@Ariyankpt20202 ай бұрын
4500
@slmnvlog21762 жыл бұрын
Judi dagor murgi kini anile bimar pora sasibole ki medicine diba lage sir jona bisun
@integratedfarmingassam2 жыл бұрын
Tetracycline powder panit milai 4-5 din khuabo ....tar pisot 3 din vitamin khuabo..... Tar 1week man pisot R2B vaccine 0.5 ml. ke soboke injection kori dibo
@kalyanbaro49012 жыл бұрын
Dada vimeral to kaidin pasot diba lage
@integratedfarmingassam2 жыл бұрын
Antibiotic খোওৱাৰ পিছত 3-4 দিন খোৱালেই হৈ যায় । পোৱালিতে 3 দিন খোৱালেই হয় । পোৱালিৰ ক্ষেত্ৰত এইটো আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত Details কৈছো মই । পাৰে যদি দুয়োটা ভিডিঅ' ভালদৰে চাই ল'ব ।
@manashdeka8501Ай бұрын
Powali bor kor para anise
@indiaakashgogoi84112 жыл бұрын
আপোনাৰ নামবাৰটো দিয়া চোন আপোনাৰ ঘৰ কত
@indiaakashgogoi84112 жыл бұрын
আপোনি কি কি দৰপ ইউছ কৰে
@RespectLegendJT18 күн бұрын
Pali kor pora pam
@RespectLegendJT8 күн бұрын
What nonsense
@rajiulkorim99182 жыл бұрын
Dada huru bachcha ase naki
@integratedfarmingassam2 жыл бұрын
নাই
@nobinboro3252 жыл бұрын
100 ta puali thoboloi kiman mitar bakos lage
@integratedfarmingassam2 жыл бұрын
5 ft দীঘল, 2.5 ft বহল
@jwngsarbh19492 жыл бұрын
Mithoi ..Mane seni ne ki
@integratedfarmingassam2 жыл бұрын
গুৰ
@kukildeka78112 жыл бұрын
দাদা আপোনাৰ ঘৰ কত
@integratedfarmingassam2 жыл бұрын
কলিয়াবৰ, নগাঁও জিলা
@cyriltirkey42642 жыл бұрын
Puwali apuni dibo paribi neki
@integratedfarmingassam2 жыл бұрын
নোৱাৰিম এতিয়া
@Mofijulislam243 Жыл бұрын
Dada apunar number diuk please
@integratedfarmingassam Жыл бұрын
7002096169
@nobinnongyongkuk1702 Жыл бұрын
Nice
@rakibulali39982 жыл бұрын
Dada 100 puwalir price kiman ?? Jonabo sun dada
@integratedfarmingassam2 жыл бұрын
দাম ঠাই বিশেষে বেলেগ বেলেগ হয় আৰু উঠা-নমা হৈ থাকে । বৰ্তমান প্ৰতি পোৱালি 35/- ৰ পৰা 40/- ৰ ভিতৰত আছে চাগে ।