কেতিয়া কি বিপদ আহে ঠিক নাই ! মাৰ্ঘেৰিটা অঞ্চলত বজাৰ/হাট বহিবলৈ সুবিধাজনক ঠাইৰ অভাৱ নেকি! জিলা প্ৰশাসনৰ এই বিষয়ে এক ডাঙৰ ভূমিকা আছে ৰাইজৰ বাবে এখন বৃহৎ বজাৰ নিৰ্মাণ কৰি দিয়াৰ!
@pradipkrnath100Ай бұрын
এই আলু মূলা বিলাকত যদি ট্ৰেইনৰ লেতেৰা পানী পৰে তেতিয়া কি হব।
@Ridip49829 күн бұрын
Aibor khb nwri mut sut pri jb
@sanjusingh3753Ай бұрын
Shi..shi...imaan lettera..shi.. jagah napale ne bozar bohiboloi...shi..
@graccyy12Ай бұрын
Oh my god 😮😮😮
@newlife686628 күн бұрын
Bajar khon kon to bare hoi
@nivagogoi985929 күн бұрын
চৰকাৰে বেলেগ ঠাইত বজাৰ খন ৰ বাবে ঠাই দিব লাগে ।
@achujyakonowar834029 күн бұрын
এই মাৰ্ঘেৰিটাৰ বজাৰখন অতীতৰ পৰাই চলি আহিছে
@ManakhiBorah-i9wАй бұрын
Khaboloi gin lagibo dai trien ali bur eman letera hagi muti jai😅😅😅
@viralonly2Ай бұрын
আজিৰ সময়ত টয়লেট বিলাকৰ পৰা মুদ আৰু পাইখানা নপৰে
@biswajyotipayun8218Ай бұрын
Ro goi aasu evaction koriboloi
@jayantadutta102428 күн бұрын
@@biswajyotipayun8218 eviction hobo neki
@biswajyotipayun821828 күн бұрын
@jayantadutta1024 dada dhemali korisu beya napabo
@uddhabpator5953Ай бұрын
প Passangerৰ পতিলে সেই ছবজিতে পরে।
@JituBora-p9yАй бұрын
Manuh bilake kio eman rix loi bojar pate aru jega napale aru olp hurokhito jegat bojarkhon patibo lage