মাত্ৰ ২ মাহত বিজ্ঞানসন্মতভাৱে কলেষ্টেৰল কমাওক! Reduce cholesterol in just 2 months!

  Рет қаралды 70,183

Devottom Axom

Devottom Axom

Жыл бұрын

Пікірлер: 389
@theshuklas3617
@theshuklas3617 Жыл бұрын
এই ভিডিঅ'টো মই বিচাৰি আছিলোঁ। উৎকৃষ্ট সমল টো অব্যাহত ৰাখক!
@theshuklas3617
@theshuklas3617 Жыл бұрын
পিনটোৰ বাবে ধন্যবাদ
@dibyabaruah1688
@dibyabaruah1688 9 ай бұрын
​@@theshuklas3617😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@mondirakalita4221
@mondirakalita4221 Жыл бұрын
আপোনাৰ মাজত এজন প্ৰকৃত শিক্ষক সোমাই আছে৷ মনত সোমাই যোৱাকৈ কথাবোৰ বুজাই দিয়ে৷ ধন্যবাদ জনালোঁ৷
@joshna7524
@joshna7524 Жыл бұрын
বহুত বেছি গুৰুত্বপূৰ্ণ vdo ছাৰ।।মানুহে এই কথাখিনিকে যদি গুৰুত্ব সহকাৰে ললেহেতেন এটা সুন্দৰ জীৱনৰ গৰাকী হলহেঁতেন।। অশেষ ধন্যবাদ আপোনালৈ🙏
@kdeka15
@kdeka15 Жыл бұрын
আপোনাৰ কথাৰ ভংগীবোৰ খুবেই ধুনীয়া।
@kunalbaruah5223
@kunalbaruah5223 Жыл бұрын
Khub dhuniya sharing sir 🙏
@mamitalaskarahmed2202
@mamitalaskarahmed2202 Жыл бұрын
Eman dhunia koi bujaise.... Thank you sir
@nivasharma6012
@nivasharma6012 Жыл бұрын
উপকৃত হ'লো , ধন্যবাদ জনালোঁ ছাৰ । 🙏
@ashasarmahkataki2239
@ashasarmahkataki2239 Жыл бұрын
সকলোৱে বুজাকৈ সহজ সৰল ভাবে কথা খিনি কৈছে৷ অশেষ ধন্যবাদ৷
@DevottomAxom
@DevottomAxom Жыл бұрын
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@bharatibaishya6939
@bharatibaishya6939 9 ай бұрын
বহুত ভাল লাগিল। ধন্যবাদ ।
@mousumibegum9955
@mousumibegum9955 Жыл бұрын
Sir bahut val lagil video tu sai..god bless you sir🙏
@anjanagogoi6105
@anjanagogoi6105 Жыл бұрын
বহুত ভাল লাগিল ছাৰ ।শ্বেয়াৰ কৰিলোঁ ।🙏🙏
@premalatadas6187
@premalatadas6187 9 ай бұрын
Anekua Doctoror janma hoi. Thanks diboloi vaxa gai. Apunar avijan otut rakhok. Xuveshare.....Tezpur.
@rupagogoi6803
@rupagogoi6803 Жыл бұрын
আপোনাক অশেষ ধন্যবাদ । সকলো কথা বুজাই দিয়াৰ বাবে । এনে কথাবোৰ সকলোৰে বাবে বহু উপযোগী ।
@pallabisaikia0591
@pallabisaikia0591 9 ай бұрын
❤important vedio.
@jollybaruahmishra4289
@jollybaruahmishra4289 Жыл бұрын
বহুত ভাল দৰকাৰী কথা জানিলো
@bibhagoswami1326
@bibhagoswami1326 Жыл бұрын
বহুত বহুত ভাল লাগিছে ভিডিওটো।
@hiranyaborgohain9517
@hiranyaborgohain9517 Жыл бұрын
বহুত বহুত ধন্যবাদ জনালো
@piyarashik2020
@piyarashik2020 4 күн бұрын
Mojjah lagise aponar video
@ashwinikumardas3036
@ashwinikumardas3036 Жыл бұрын
বহুত শিকিলো চাৰৰ পৰা। ধন্যবাদ আপুনাক।
@chayanikasarma3496
@chayanikasarma3496 Жыл бұрын
Thank u so vy much sir for such a valuable information 🙏🙏🙏
@puspalatadevi4765
@puspalatadevi4765 Жыл бұрын
Sir, bohut mulyaban kotha share Kori dilu
@tutumonisaikia9634
@tutumonisaikia9634 Жыл бұрын
Bhut Bahut dhainyabaad sir
@AsrafAli-cx3jj
@AsrafAli-cx3jj Жыл бұрын
Sir many many thanks God bless you
@rupanjalidas407
@rupanjalidas407 Жыл бұрын
যথেষ্ট উপকৃত হ'লো। আপোনালৈ আন্তৰিক ধন্যবাদ জনালোঁ। 🙏
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
Very very very good Video. Thanks.
@karabibora4055
@karabibora4055 Жыл бұрын
🙏 Very helpful video sir. Thank you sir 🙏
@dr.pritideka2922
@dr.pritideka2922 5 ай бұрын
Very informative session Sir
@bivabarmanmoral7576
@bivabarmanmoral7576 Жыл бұрын
Bahut bhal lagil🙏🙏🙏❤️❤️
@mondirachutia5925
@mondirachutia5925 Жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ,
@iranisarma2663
@iranisarma2663 11 ай бұрын
Sir ji apuni hohoj bhakha re imam dhuniyakoi kotha bilak bujai diya r babe khube val lage Apuna loi bohut bohut dhanyawad jonalu 🙏🙏
@hemalatadutta6360
@hemalatadutta6360 Жыл бұрын
Very nice advice thanks
@barnalibora7974
@barnalibora7974 Жыл бұрын
Thanks Dada,god bless
@PurnimaKalita-mi5in
@PurnimaKalita-mi5in Ай бұрын
Bohut val lagil moi apuna video sai thaku Thanks
@bornalibornalidutta1566
@bornalibornalidutta1566 Жыл бұрын
ভাল লাগিল আপোনাৰ পৰামৰ্শ খিনি
@imdadali9519
@imdadali9519 10 ай бұрын
ভাল লাগে আপোনাৰ advice বিলাক।
@ansufamilyvloge7616
@ansufamilyvloge7616 Жыл бұрын
Bht Val lagil sir
@SilaBorah-wk8nl
@SilaBorah-wk8nl 10 ай бұрын
Sir bhut vl lgil..
@mamonichakravarty6670
@mamonichakravarty6670 Жыл бұрын
ভাল লাগিল উপদেশ বোৰ আপোনাৰ
@dipalikalita6412
@dipalikalita6412 Жыл бұрын
Thank you so much sir
@madbongcook
@madbongcook 3 ай бұрын
You saved many lives! Thank you so much Sir❤
@Foodiesgirl97
@Foodiesgirl97 Жыл бұрын
আপোনাৰ কথনশৈীলী অতি সুন্দৰ sir। বৰ সুন্দৰ কৈ বুজাই ভাল লাগে। ধন্যবাদ
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@jibeshnath6040
@jibeshnath6040 Жыл бұрын
Thank you sir for the informational video
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Bhout bhal lagil
@DevottomAxom
@DevottomAxom Жыл бұрын
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@jack-ht2gm
@jack-ht2gm 11 ай бұрын
Thank you, Thank you so much 👍👍👍
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
বিৰাত ভাল লাগিলGodbles u
@pallboraprince
@pallboraprince Жыл бұрын
Good morning sir. Thanks
@ruprekhaburagohain2552
@ruprekhaburagohain2552 Жыл бұрын
Good advice Dada
@brajagopalsharma469
@brajagopalsharma469 Жыл бұрын
Important advice sir 🙏
@DevottomAxom
@DevottomAxom Жыл бұрын
Thank you so much 🙏🏻
@mrigendas8472
@mrigendas8472 Жыл бұрын
Khub val lagil sir❤❤
@binitadutta3121
@binitadutta3121 Жыл бұрын
Thankyou so much...
@jitakalita5034
@jitakalita5034 Ай бұрын
Bohute val lagil apunar video bur sai
@seemadevi9151
@seemadevi9151 Жыл бұрын
Thank you so much
@anamikaadhyapak217
@anamikaadhyapak217 10 ай бұрын
খুব সুন্দৰ কৈ বুজাই দিলে, ভাল লাগিলে ❤️🙏
@dipjyotikalita2669
@dipjyotikalita2669 3 ай бұрын
100℅ Real Herooo❤❤ Apuni
@premalatadas6187
@premalatadas6187 Жыл бұрын
Val. Lil video tu. Bahut upokari Apuni regular video di thkile Val Pam . Dhanyabsd
@rebaborah6233
@rebaborah6233 Жыл бұрын
ভাল লাগিল চাৰ…
@nipan13
@nipan13 Жыл бұрын
Dhannyabad dada 🙏❤️
@bandanabhattacharya8742
@bandanabhattacharya8742 Жыл бұрын
ভাল লাগিল 👍
@mridulkumarmahanta6050
@mridulkumarmahanta6050 Жыл бұрын
ধন্যবাদ ছাৰ
@putulhazarika538
@putulhazarika538 23 күн бұрын
Dhanyabad sar
@mamonigogoi8643
@mamonigogoi8643 Жыл бұрын
অৱশেষত ম ই বিচাৰি থকা ভিডিঅ' টো পালোঁ। ধন্যবাদ চাৰ🙏।চেয়াৰ কৰিছোঁ।
@kalyanidutta2069
@kalyanidutta2069 Жыл бұрын
khub hundor sir 🙏🏻
@ranjitamahanta7707
@ranjitamahanta7707 Жыл бұрын
Bahut val lagil
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@rimaborkakoty3918
@rimaborkakoty3918 Жыл бұрын
বৰ ভাল লাগিল
@ankitabharadwaj6629
@ankitabharadwaj6629 Жыл бұрын
You are no less than a God for this society
@archanagoswami9502
@archanagoswami9502 Жыл бұрын
ভাল লাগিল
@neergoutamsarma4546
@neergoutamsarma4546 Жыл бұрын
Hundor video
@mhodhamza8083
@mhodhamza8083 Жыл бұрын
Bohut Val lagil sir..
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@montuchetia6201
@montuchetia6201 3 ай бұрын
Sir you are god
@rimadowerah5746
@rimadowerah5746 Жыл бұрын
খুব ভাল লাগিল কথাবোৰ জানি।
@DevottomAxom
@DevottomAxom Жыл бұрын
Thank you so much 🙏🏻
@bora1699
@bora1699 Жыл бұрын
সচাকৈ আপোনাৰ বহুমূলীয়া ভিডিঅ বোৰ যেনে আঠ ঘন্টা খাদ্য খোৱা আৰু 16 ঘন্টা নোখোৱাৰ টিপছ টো ইমান উপকাৰী যে কৰিলে গম পাব। দাদা আপোনাৰ বহুমূলীয়া কথাবোৰ সদায়েই জনাই থাকিব ।আপোনাক ভগৱানে কুশলে ৰাখক।
@kaniskaduttabaruah2945
@kaniskaduttabaruah2945 Жыл бұрын
bahut bhal lagil.Aponi amar babe eman kosta kori video banaise aro ami bor agrohere ai video bilak saw.dhanyavad.
@DevottomAxom
@DevottomAxom Жыл бұрын
আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@rajibbora1813
@rajibbora1813 3 ай бұрын
ধন্যবাদ ভাল লাগিল ❤❤❤❤❤
@cinubaishaya5310
@cinubaishaya5310 Жыл бұрын
Thank you🙏sir
@Lifeforsocial87
@Lifeforsocial87 8 ай бұрын
Sir val lagil.
@putulkalita7782
@putulkalita7782 Жыл бұрын
Good advice sir 🙏
@DevottomAxom
@DevottomAxom Жыл бұрын
Thank you so much 🙏🏻
@rehenasultana7429
@rehenasultana7429 Жыл бұрын
🙏🏻🙏🏻🙏🏻bohut mulyaban kotha janibo parilu🙏🏻🙏🏻🙏🏻🙏🏻
@allinvlog4587
@allinvlog4587 Жыл бұрын
Nice topics
@rajdas6147
@rajdas6147 Жыл бұрын
Tumar video sai thaku mur bohut upokar hoise
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@binitasaikia7222
@binitasaikia7222 Жыл бұрын
Good advice
@DevottomAxom
@DevottomAxom Жыл бұрын
Thank you so much 🙏🏻
@S42987
@S42987 Жыл бұрын
ধন্যবাদ ।
@DevottomAxom
@DevottomAxom Жыл бұрын
You are welcome 🙏🏻
@Chinmoybarman111
@Chinmoybarman111 Жыл бұрын
দাদা মই ২০ বছৰ বয়সৰ ল'ৰা, মোৰ ওজন ৭৫ কেজি, ওজন বাঢ়িছে যদিও বেছি টেনছন লোৱা নাই কমি যাব ওজন। কিন্তু দাদা মোৰ অত্যাধিক পৰিমাণে কান্ধত আৰু তল পেটত stretch marks হৈছে। ইয়াৰ কাৰণে বহুত মানসিক অশান্তিত ভূগি আছো। আনকি মোৰ মৰিব মন গৈছে😭😭😭
@biswajittalukdar2048
@biswajittalukdar2048 Жыл бұрын
দাদা। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ পৰামৰ্শ মতে মই যোৱা ৪ মাহ, Intermittent Fasting ত থাকি ৭ কি:গ্ৰা: ওজন হ্ৰাস কৰালো।
@anjumanidas1175
@anjumanidas1175 Жыл бұрын
যথেষ্ট উপকৃত হ'লো। আপুনি ১ টা বজাৰ পৰা ৯ টা বজালৈ যিটো খোৱাৰ সময় ক'লে, সেই সময় খিনিত মাছ - মাংস গ্ৰহণ কৰিব পাৰি নে , জনাব বুলি আশা ৰাখিলোঁ।
@DevottomAxom
@DevottomAxom Жыл бұрын
Nicchoy pari. Moi khabo mana korar bahire baki xokolu khabo paribo. Xoptahot 1-2 din maan maanxo Aru 2-3 din fish khabo paribo jodi bakibur xompurno bhabe mani sole
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
আপোনাৰ ভিডিঅ'বোৰ বৰ ভাল লাগে।
@lavitabarman8770
@lavitabarman8770 Жыл бұрын
Tq sir
@assamzubeen1327
@assamzubeen1327 Жыл бұрын
বহুতো ভাল কথা জানিব পাৰিলো আপোনাৰ পৰা
@DevottomAxom
@DevottomAxom Жыл бұрын
Dhonyobaad 🙏🏻
@hemlatadas3470
@hemlatadas3470 Жыл бұрын
Very good
@kalyanidutta2069
@kalyanidutta2069 Ай бұрын
Bohut hundor kotha koishe mur u ase moi u korim🙏🏻🙏🏻
@ringkhangbasumatary4906
@ringkhangbasumatary4906 Жыл бұрын
Right sir.
@DevottomAxom
@DevottomAxom Жыл бұрын
🙏🏻.. thank you for your comment
@aparajitabora7092
@aparajitabora7092 Жыл бұрын
Sir apunar vdo bur sai bohut upokrito hou...yr simplicity is yr best policy..so apunar vdo bur Buji pau.
@daisygogoi3706
@daisygogoi3706 Жыл бұрын
Apunar kothA khini a bohut hohaiyok habo Mur babe ...dhoinyobad sir .sir apuni blood leukemia CML r oport ata vedio dibosun ...Mur hsbndr prblm hoise
@dipankorsarmah5276
@dipankorsarmah5276 6 ай бұрын
Bor positive আলোচনা
@mayurpankhiskitchen3736
@mayurpankhiskitchen3736 Жыл бұрын
Thank u so much sir
@DevottomAxom
@DevottomAxom Жыл бұрын
You are welcome 🙏🏻
@pahilawahlong4683
@pahilawahlong4683 Жыл бұрын
Eman val sir Moi korim
@mausumidas2400
@mausumidas2400 4 ай бұрын
🙏
@nilimagogoi276
@nilimagogoi276 Жыл бұрын
Sir apunak log poa nai but Apunar VDO sai sai Sinaki r dore hoise.Bohut hikisu apuer VDO sai.
@pranamigoswami7019
@pranamigoswami7019 Жыл бұрын
Sir,Hiatus hernia r bisoye hunkale ata video dibo buli asa kori asu.... Please sir... 🙏🙏🙏
@deepashreedutta7925
@deepashreedutta7925 11 ай бұрын
মোৰ বাবে মহা মূল্যৱান এই কথাখিনি।কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@wahedulahad3566
@wahedulahad3566 2 ай бұрын
What it feels like cleaning up after a toddler.
00:40
Daniel LaBelle
Рет қаралды 79 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 12 МЛН
Dr Sandipan Sarma MD cholesterol | cholesterol control • Symptoms • Food • Assamese Video
17:57
Dr Sandipan Sarma md : Assamese Health
Рет қаралды 18 М.