মাত্ৰ ৩০ মিনিটত হৈ যোৱা এখন থালি | ৰঙা টেঙামৰাৰ সৈতে মাছৰ বইল লগতে মাহ প্ৰসাদৰ খাৰ |Summer Special

  Рет қаралды 6,799

Axomiya buwari Pinki's vlog

Axomiya buwari Pinki's vlog

Күн бұрын

মাত্ৰ ৩০ মিনিটত হৈ যোৱা এখন থালি | ৰঙা টেঙামৰাৰ সৈতে মাছৰ বইল লগতে মাহ প্ৰসাদৰ খাৰ |Summer Special
#axomiyabuwaripinkisvlog #assamesecookingchannel #summerspecialthali #villagefood #assameserecipe #food #assamesecusine

Пікірлер: 19
@r.hazarika9231
@r.hazarika9231 Ай бұрын
ৰেচিপি খুবেই সুন্দৰ,আমিও খাৰ আৰু টেঙা একেলগে নাখাওঁ।প্ৰসাদৰ খাৰ খায় বহুত ভাল পাওঁ।❤❤
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Bohut bohut dhoyanabad jonalu apunak 🙏🥰
@FunandfoodwithPolivlogs
@FunandfoodwithPolivlogs Ай бұрын
Bor sundor koi dekhuwala dei❤❤❤❤❤❤❤❤ full support
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Bohut bohut dhoyanabad jonalu 🙏
@anjubezbaruah9999
@anjubezbaruah9999 Ай бұрын
খাৰে টেঙাই একেলগে নাখায় বাইদেউ । বনোৱাটো ভাললাগিছে ।
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Umm hoi. Moi akeloge ny khua
@moijoyshree6921
@moijoyshree6921 Ай бұрын
Bhut dhuniakoi bonai dakhala ❤
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Bohut bohut dhoyanabad jonalu 🙏
@pallabidas4488
@pallabidas4488 Ай бұрын
Very beautiful
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Thank you so much 🥰
@Tralukya99
@Tralukya99 Ай бұрын
খুৰিদেও আপুনি কিন্তু ভাল কথা এখাৰ কৈছে যে...😊🎉❤... জুইত বনোৱা আহাৰ সদাই খাবলে ভাল আৰু স্বাস্ত্য সন্মত হয়.....😊😊🎉🎉❤❤ভাল লাগিল video টো চাই........😊😊😊🎉🎉🎉❤❤❤
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Bohut bohut dhoyanabad jonalu 🙏
@ushamonivlog4954
@ushamonivlog4954 Ай бұрын
vl lagil vdo2 sai apuni sob dhoronor recipe knakoi jane bonabole olp bujai kobo sun
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Bohut bohut dhoyanabad jonalu 🙏
@user-uz2td8wm6y
@user-uz2td8wm6y Ай бұрын
কাৰোবাৰ ঘৰ অথবা কোনো মথ-মন্দিৰৰ ধৰ্মীয় অনুষ্ঠানত প্ৰস্তুত হোৱা ভগৱন্তৰ প্ৰসাদক পুনৰাই খাৰ কৰি ৰন্ধাটো শুনিবলৈ বৰ অসজা লাগিছে। বহুতেই এনে কাৰ্যসূচিত বুট মাহ, মগু মাহৰ প্ৰসাদ উভৈনদিকৈ দিয়ে। আচলতে প্ৰসাদ বোলা দ্ৰব্যবিধ ইমান উভৈনদি হ'ব নালাগে। সেয়ে কিছু লোকে নষ্ট কৰিবলৈ টান পই পাকঘৰত যি তি ৰান্ধি খায়। অৱশ্যে অসমৰ কিছু কিছু সমাজ ইয়াৰ ব্যতিক্ৰম।
@benudharkurmi
@benudharkurmi Ай бұрын
Aopuak.garam.lana.na.noi
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog Ай бұрын
Lage
@user-ut4zv1ki5g
@user-ut4zv1ki5g Ай бұрын
খাৰ আৰু টেঙা একে। লগে। নাখায বিষ হয
@technicalkrishna4597
@technicalkrishna4597 Ай бұрын
প্ৰসাদ তৰকাৰী বনায় খায় পাপ নকৰোঁ । এনে ভিডিঅ' আৰু নিদিব । সহ্য নহয় । প্ৰসাদ বেছি হ'লে ওচৰ চুবুৰীয়াক ভগাই দিব।
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 13 МЛН
Фейковый воришка 😂
00:51
КАРЕНА МАКАРЕНА
Рет қаралды 6 МЛН