No video

মই মোৰ দেউতাক লৈ গৌৰৱ কৰোঁ

  Рет қаралды 1,300,499

Gitimoni Borgohain

Gitimoni Borgohain

Күн бұрын

DY বিহুৰাণী দ্বিতীয় খণ্ড
#Gitimoni_Borgohain
#DyBihurani
#MBG_Channel

Пікірлер: 540
@ACAssam
@ACAssam 3 жыл бұрын
সুন্দৰ 👌🏻😍 All Assam KZbinr Family
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ দাদা
@edgarrandy5737
@edgarrandy5737 3 жыл бұрын
Instablaster
@tulengohain8832
@tulengohain8832 2 жыл бұрын
1
@najrulislam6519
@najrulislam6519 2 жыл бұрын
Hii
@makhonbora3140
@makhonbora3140 2 жыл бұрын
Nice
@user-bd4bv6vf7j
@user-bd4bv6vf7j 3 ай бұрын
দেউতাই কি কৰে কওঁতে লাজ নকৰাকৈ গৌৰৱত কৈছে । বহুত মৰম লগা নাচনী জনি ❤❤❤❤ । বাকী হাঁহিব লগীয়া কি হল ❤
@babudutta5607
@babudutta5607 2 жыл бұрын
গীতিমণি বৰগোহাঁই সচাই বৰ মৰম লগা
@deepjyotiroy7573
@deepjyotiroy7573 3 жыл бұрын
গাহৰি কটা বুলি কওতে হাহি উঠা মানুহ কেইজনৰ বিবেকক মোৰ ফালৰ পৰা গৰিহণা দিছো। কাৰন ভন্টী জনীয়ে সচা কথা কৈছে আৰু হাহি উঠা মানুহকৈজন শুধিলে চাগে ফাটা লেবেল মাৰিলে হৈ। জুবলি বা আপোনালৈ মোৰ এটা অনুৰোধ ভৱিষ্যতে যেন আপুনি কোনে প্রতিযোগিকে নুশুধিব দেউতাকে কি কাম কৰে বুলি। কাৰন কাৰোবাৰ দেউতাকে হয়তো ঠেলা চলায়, কাৰোবাৰ ৰিক্সা চলায় বা কাৰোবাৰ হাজিৰা কৰে। আৰু এইবোৰ কথা প্রতিযোগি বিলাকে সমনীয়াৰ আগত কব লাজ কৰিব পাৰে গতিক এনেকুৱা প্রশ্নৰ শুধাৰ পৰা যেন আপুনি বিৰত থাকে। এয়া মাত্র মোৰ অনুৰোধ হে।
@RitaGoswami68
@RitaGoswami68 3 жыл бұрын
Right
@darshusvlog8991
@darshusvlog8991 2 жыл бұрын
Right
@renuborah8769
@renuborah8769 2 жыл бұрын
Thki koisa
@bigantaborghain7941
@bigantaborghain7941 2 жыл бұрын
Right
@birbaastobdeori
@birbaastobdeori 2 жыл бұрын
সঁচাকৈ কিন্তু।
@kedardhakal6444
@kedardhakal6444 3 жыл бұрын
নাচনী গৰাকী জনক উজ্জল ভৱিষ্যতৰ কামনা জনালোঁ ধন্যবাদ । মই কাঠমাণ্ডুৰ নেপালৰ পৰা।
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@abhinash7796
@abhinash7796 4 жыл бұрын
সুন্দৰ ভন্টী । সচাঁ কথাত আকৌ লাজ কৰিব লগীয়া নাই । তুমি সচাঁ কথা কৈছা ভাল লাগিল । বহুত ধুনীয়া নাচা তুমি
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@ankurdeka6224
@ankurdeka6224 3 жыл бұрын
হাঁহি দিয়া কেইটাৰ মুৰত একো নাই তুমি আগুৱাই যোৱা কথা কোৱাৰ কলাটো সচাই বৰ সুন্দৰ
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@parthaborah2984
@parthaborah2984 4 жыл бұрын
কথা কোৱাৰ এটা সুন্দৰ কলা আছে,তুমি তাৰ এটা উদাহৰণ।আগুৱাই যাওঁক
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@pompimoran2067
@pompimoran2067 2 жыл бұрын
গীতিমনি বহুত মৰম তোমালৈ ❤️। কুশলে থাকা 😊😘😘
@astamjoyvloger2107
@astamjoyvloger2107 2 жыл бұрын
ভন্টি তোমাক ইটো প্ৰগ্ৰাম ৰ পৰা চিনি পাইছোঁ বহুত ভাল হৈছে আগুৱাই যোৱা তুমি বহুত আশীৰ্বাদ থাকিল টোমালৈ
@defeancelife6053
@defeancelife6053 3 жыл бұрын
সুন্দৰ ভন্টি বেলেগে তোমাক হাহিছে হাহিব দিয়া তোমাৰ ভবিষ্যত উজ্জল হওঁক তাৰে কামনা কৰিলো তুমি আগুৱাই যোৱা
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@assameseinstagramreelsvide3107
@assameseinstagramreelsvide3107 3 жыл бұрын
তাইৰ দেউতাকে গাহৰি কাতে তাই কবলৈ লাজ কৰা নাই কিন্ত back stageত থকা ছোৱালী কেইজনী হাহিবলগীয়া কি হল
@mintudeka1231
@mintudeka1231 Жыл бұрын
Right😊
@dibakarsvlog1804
@dibakarsvlog1804 2 жыл бұрын
মোৰ মৰমৰ ভন্তী জনী💕💕💕💕
@nipukalita489
@nipukalita489 3 жыл бұрын
সচাই তোমাৰ উজ্জল ভবিচত কামনা কৰিচো,, তুমি গোলাপৰ কলি🌹🌹
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@ikramulislam3772
@ikramulislam3772 2 жыл бұрын
বহুত ভাল লাগিছে video টো চাই আৰু আপুনি অনাগত দিনত আৰু আগুৱাই যাওঁক আৰু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@hridoyjyotidas5526
@hridoyjyotidas5526 2 жыл бұрын
তোমাৰ সৰলতা বোৰ ভাল লাগে ❤️🌼✨, আৰু অধিক আগুৱাই যোৱা 😊😊👍
@abinashsaikia7022
@abinashsaikia7022 4 жыл бұрын
তোমাৰ বিহু নৃত্য উপভোগ কৰি সঁচাকৈয়ে বহুত ভাল লাগিলে , পৰৱৰ্তী সময়ত আকৌ dy bihurani ত দেখা পাম বুলি আশা কৰিলো..
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@utpalchrabha4467
@utpalchrabha4467 2 жыл бұрын
জিবোৰে হাহিচে সেইবোৰে কি কৰি আছে বৰ্তমান । ভনি তুমি আগৱাই যোৱা ।
@kushalsaikia3561
@kushalsaikia3561 2 жыл бұрын
সঁচা কথা কৈছে ভাল লাগে। নিজৰ দেউতাক সন্মান জনাই
@dineshmili8976
@dineshmili8976 2 жыл бұрын
আগুৱাই যাওঁক All the best 👍
@jahnubaruah6067
@jahnubaruah6067 2 жыл бұрын
Jibonot aru aguai jua Geetimoni. . Ji hahisil tumak teuluke atia nijok hahibo. . Ami hodai asu tumar logot.
@SaddamHussain-sf8pg
@SaddamHussain-sf8pg 3 жыл бұрын
তোমাৰ পিছ ফালে বহি থকা কেইটা অনিল আম্বানি, মুকেশ আম্বানি,বিজয় মালিয়া, গৌতম আদানীৰ আপী নেকি?? ইয়াত হাঁহিবলগীয়া কি আছে 😡😡 গাহৰি হে কাটে। চুৰি ডকাইটিতো নকৰে না!! সচাঁকৈ তুমি বহুত ভাল আৰু বহল মনৰ ভন্টি ।তুমি আগুৱাই যোৱা🧡🤝 বিশেষকৈ জুবলি ডাঙৰীয়ানীলৈ এটি অনুৰোধ অনাগত দিনবোৰত যাতে অনেধৰণৰ উল্টা-পুল্টা প্ৰশ্ন নুশুধে। আপোনাৰ এনেধৰণৰ প্ৰশ্নই বহুতৰ বাবে কাল হিচাপে থিয় দিব। এগৰাকী প্ৰখ্যাত অভিনেত্ৰী হিচাপে আপুনি এইবোৰ দিশ বিবেচনা কৰিব। পাপাই কি কৰে এইটো আপোনাৰ বিচাৰ্য বিষয় নহয় দিয়কচোন। ধন্যবাদ
@mridulahazarika4270
@mridulahazarika4270 2 жыл бұрын
আচলতে হাহিলেই insult kora নুবুজাই।ভন্টি জনিৰ কথা বোৰে আমোদ দিছে সকলোকে।তাইৰ মৰম লগা কথা বোৰত সকলোবোৰ আনন্দিত হৈছে।ঠেক মনৰ মানুহে বা নিগেটিভ চিন্তাৰ মানুহে তেনেদৰই ভাবি লয়। আৰু এটা কথা, তাইৰ মৰম লগা কথা বোৰ শুনি যদি হাঁহি নোলাই,তেনে হলে সেইজন চই তান হয়।
@digantarabha7028
@digantarabha7028 2 жыл бұрын
ইমান মৰম লগা মাইনাজনী
@simantaborgohain1459
@simantaborgohain1459 2 жыл бұрын
আমাৰ আম্বানি জিয়েক কেইজনিক চোৱা .. হাঁহি 😂। তোমালৈ আশা থাকিল অনাগত ভৱিষ্যত মোৰ ঘৰৰ শিৱসাগৰ তে উচৰতে নিশ্চয় আগলৈও দেখা পাম❤️
@surajchetia5864
@surajchetia5864 3 жыл бұрын
আজি চাইছোঁ তোমাক সঁচাকৈয়ে তুমি ইমান মৰমিয়াল তোমাৰ হাঁহিটো সঁচাকৈয়ে বহুত ভাল লাগে
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@tutumonibora4165
@tutumonibora4165 3 жыл бұрын
Nicc
@biswajitdowarah8005
@biswajitdowarah8005 4 жыл бұрын
Tumi hodai aguai jua Gitimoni ....val lage tmr nas bur sai ....aru tmr kotha bur val lage ....
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@digitalassamn.d7750
@digitalassamn.d7750 2 жыл бұрын
আপুনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো!
@bhupatibarman8543
@bhupatibarman8543 2 жыл бұрын
সুন্দৰ ৷আগলৈ আগুৱাই যোৱা ৷
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 жыл бұрын
গীতিমনি , এই vlogটো আগতে চাইছিলো , বৰ ভাল লাগে তোমাৰ কথাবোৰ , কিন্তু এইবাৰ (২০২২) ত তোমাক দেখা নেপালো , কিয় ?
@deepsikhagogoi4987
@deepsikhagogoi4987 4 жыл бұрын
খুব সুন্দৰ গীতিমনি....তোমাৰ মা দেউতাৰ বৃত্তিক লৈ কিবা ক'লেও কাণ নিদিবা....তুমি আমাৰ গৌৰৱ...তুমি তোমাৰ পৰিচয় যে নিজে গঢ় দিছা..সেইটো আটাইতকৈ ডাঙৰ কথা...তুমি আগুৱাই যোৱা
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ জনালো মোক ইমান মৰম দিয়া বাবে
@liakatali5910
@liakatali5910 4 ай бұрын
Gitimoni best of luck
@asamasam5000
@asamasam5000 3 жыл бұрын
অতি সুন্দৰকৈ বিহু নৃত্য কৰিছা গিতিমা তুমি আৰু আগোআই জুয়া
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@niharikagogoiofficial8236
@niharikagogoiofficial8236 2 жыл бұрын
Morom loga❤.... g kjni a hahisl hykjni2 a atya laz paise nai gitimoni j atya dngr celebrity hol hokolure kiman val pai taik bht morom kore. ...
@hemontagogoi9810
@hemontagogoi9810 3 жыл бұрын
হাঁহি থকা কেইটা আম্বানিৰ পুতেক জীয়েক
@localvlogbd5759
@localvlogbd5759 3 жыл бұрын
মাইনাৰ দেউতা গাহৰি কাটে । একো নহয় কৰ্ম কৰি খাব লাগিব।
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
উম
@dhananjoykaman316
@dhananjoykaman316 3 жыл бұрын
Nice Gitimoni.... Bohut hundor hoise.. Aguwai juwa
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@shubankarnath4406
@shubankarnath4406 2 жыл бұрын
My dear sister, l want , your life will be successful,..... thank to you.
@rituparnagogoi9088
@rituparnagogoi9088 3 жыл бұрын
Back stage ot hahi thoka kyjoni hey Laj lgibo lgisel.. Keep it up sis 😘
@pallabibaruah9638
@pallabibaruah9638 3 жыл бұрын
Dhunia lagise gitimoni ba ❤️❤️❤️❤️
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@djjdmix...4946
@djjdmix...4946 3 жыл бұрын
Bhut Mrom Loga Tumi Moni Aru Aguwai Juwa Val Dore Dei,, Moi Njanu Hihihi Swli Jni...Tmr Til2 Ktha Koute Hahi2 Eman Mrom Lagise Nhoi... 😍😍😍😘😘😘🙌🙌🙌🙏🙏🙏
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@Bagialover
@Bagialover 3 жыл бұрын
❤️from sonari.... Debojani gogoi sapekhati baar logor .... Tumar vdo sai bhl lgil aguwai jua
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@atuldoley7479
@atuldoley7479 2 жыл бұрын
Super eman morom lga bhonti Joni
@skvlogs6598
@skvlogs6598 3 жыл бұрын
Hundor gitimoni. Tumar vobisot utjol kamona korilu aguwai jua Bor dhunia hoixe
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@bansengahum4758
@bansengahum4758 4 жыл бұрын
সাহসীকতাৰ প্ৰমাণ দিলা
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@SUBRATDUWARAH
@SUBRATDUWARAH 3 жыл бұрын
ভন্টি ভাল লাগিল তোমাৰ কথা বোৰ
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@hiranyasaharia8930
@hiranyasaharia8930 2 жыл бұрын
Excellent art of speaking of the dancer.
@Pranabraycreation
@Pranabraycreation 3 жыл бұрын
Dhuniya Bhoni 👍 Hosake Ami Maa Deutak Loi Gorav Koribo Lage . Ako Laj Koribo Nalage❤️ Love You Bhoni
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@monuronjongogoi8793
@monuronjongogoi8793 2 жыл бұрын
অতি সুন্দৰ গিতিমনি।
@dhunborahcreation
@dhunborahcreation Жыл бұрын
I love you gitimoni aru tume ag bahi juwa agoloiu moi akhebad korisu ❤
@GitimoniBorgohain
@GitimoniBorgohain Жыл бұрын
ধন্যবাদ
@Sourabh_borah
@Sourabh_borah Жыл бұрын
অসমীয়া মানুহৰ মানসিকতা চিঃ চি।।গাহৰি খাম কিন্তু বিক্ৰী কৰা বুলি কলে হাঁহি,,,,
@hiimmanash6905
@hiimmanash6905 3 жыл бұрын
Mur nijar khapt iman dhuniya kotha voice khur moi kunu vakhare bujai kobo nuarim, vagabane di pothaise, mak dewtake agor janamat bohut vaal kam korisil saage
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@RONTU684
@RONTU684 2 жыл бұрын
তোমাক লৈ গৌৰৱ কৰোঁ।
@GitimoniBorgohain
@GitimoniBorgohain 2 жыл бұрын
ধন্যবাদ
@gopaldutta4115
@gopaldutta4115 3 жыл бұрын
nice gitimoni baa 2mk buht vl pau and 2mr nas bhut dhuniya💝💖🌹
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@pranjalofficial8795
@pranjalofficial8795 2 жыл бұрын
Gitimoni vnti tmk bhut vl lge aguai jwa tmi😍😊
@rupjyotidoley5832
@rupjyotidoley5832 2 жыл бұрын
God bless you sister... I like you very much
@luckyhazarika.1418
@luckyhazarika.1418 3 жыл бұрын
𝑭𝒊𝒓𝒔𝒕 𝒌𝒐𝒕𝒉𝒂 𝒑𝒂𝒑𝒂𝒊 𝒌𝒊 𝒌𝒐𝒓𝒂 𝒃𝒖𝒍𝒊 𝒉𝒖𝒅𝒉𝒊𝒃𝒐 𝒍𝒂 𝒌𝒖𝒏𝒖 𝒑𝒓𝒐𝒊𝒖𝒋𝒐𝒏 𝒏𝒂𝒊.. 𝑷𝒂𝒑𝒂𝒊 𝒋𝒊 𝒏𝒐𝒌𝒐𝒓𝒐𝒌 𝒍𝒂𝒈𝒊𝒍𝒂 𝒑𝒓𝒐𝒊𝒕𝒌 𝒍𝒐𝒓𝒂 .. 𝒔𝒖𝒘𝒂𝒍𝒊𝒓 𝒃𝒂𝒃𝒂 𝒑𝒂𝒑𝒂 𝑹𝒐𝒋𝒂 𝒉𝒐𝒊... 𝑩𝑻𝑾 𝒂𝒈𝒃𝒂𝒉𝒊 𝒋𝒖𝒘𝒂 𝒗𝒐𝒏𝒕𝒊.....
@user-ih6zx7df8c
@user-ih6zx7df8c 2 жыл бұрын
My favourite 🥰 Giti moni ...
@malatibhuyan7929
@malatibhuyan7929 2 жыл бұрын
Aioo eman Dhuniya lagisa 🥰
@rumibora4111
@rumibora4111 2 жыл бұрын
Bohut dhuniya lage sai thakib mon jai❤❤❤
@riturajboruah3285
@riturajboruah3285 3 жыл бұрын
"moi najanu" dhunia lagise mur kolija !
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@rupalirabhavlog4063
@rupalirabhavlog4063 2 жыл бұрын
ধুনীয়া লাগিচে
@starmediaazz4907
@starmediaazz4907 3 ай бұрын
Mojja ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@m3official209
@m3official209 8 ай бұрын
Outstanding gitimoni
@bhagyashreekalitavlog1043
@bhagyashreekalitavlog1043 3 жыл бұрын
তুমি যাতে আগুৱাই যোৱা তাকে কামনা কৰিলো
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@paresh.entertainment9961
@paresh.entertainment9961 2 жыл бұрын
tumi jate aru aguyai juya tare kamona korilu❤❤❤❤
@zubintazunak925
@zubintazunak925 3 жыл бұрын
😍😍😍morom lga joni
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@hemantaborah4857
@hemantaborah4857 3 жыл бұрын
your comment and bihu danch verry nice.. i like you n suport u.
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@ranjitbrahma8610
@ranjitbrahma8610 3 жыл бұрын
ভনতি মজা দেই 👌👌👌👌👌👌👌👌
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@rajeshray3767
@rajeshray3767 3 жыл бұрын
Very sweet voice & very nice looking👌
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@shubankarnath4406
@shubankarnath4406 2 жыл бұрын
Very fine of your speaking.
@BarkhaTumung-dn7pu
@BarkhaTumung-dn7pu 4 ай бұрын
Hahitu eman duniya lagai kiy tumar gitimoni
@doyalborah9207
@doyalborah9207 3 жыл бұрын
Gitimoni tumr deuta kha koi tay Jun gijoni suwaliy hahibsay haygijonik hun kalay jay Moray ta kay kamona korisu
@axomhimanku6865
@axomhimanku6865 2 жыл бұрын
Hundor👍👍👍❤️
@user-nt4dd4gy4l
@user-nt4dd4gy4l 3 жыл бұрын
❤️❤️ sapekhati...tmi aguwai juwa..
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@BarkhaTumung-dn7pu
@BarkhaTumung-dn7pu 4 ай бұрын
Duniya lagisai
@swapanbora4191
@swapanbora4191 4 жыл бұрын
Cute lgese 2mk.2mr kothabur xosai dhunia
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@deepjyotientertainment1665
@deepjyotientertainment1665 3 жыл бұрын
Val lagil gitimoni
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@dimpugohain7657
@dimpugohain7657 4 жыл бұрын
Dhuniya lagise Dai
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@user-ft1hv6gy7k
@user-ft1hv6gy7k 4 ай бұрын
Bhut dhunniya bonti joni
@queenboruahmusical8545
@queenboruahmusical8545 3 жыл бұрын
God bless you ♥️ sistr
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@jibongohain9308
@jibongohain9308 3 жыл бұрын
Moja baa ❤️
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@HimantaSaikia-ot1rq
@HimantaSaikia-ot1rq Жыл бұрын
bohut moram loga de emn dhuniyake koise nahoi so cute
@GitimoniBorgohain
@GitimoniBorgohain Жыл бұрын
ধন্যবাদ
@user-ih6zx7df8c
@user-ih6zx7df8c Ай бұрын
এই ভিদিঅটো যেন চাই চাই হেঁপাহ নপলাই
@niranjanpayengyoutubechann4749
@niranjanpayengyoutubechann4749 4 жыл бұрын
Moyu gourov koru tumak aru tumar papak. Agoloi tenekyei agbari juwa tarei kamona koru.
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@pradipsaharia3581
@pradipsaharia3581 4 ай бұрын
বিহুৱতী গৰাকীক তুমি বুলি ক'লে লাগিল হয়
@Lalit_dutta_
@Lalit_dutta_ 4 ай бұрын
Bor dhunia lagese
@akashsaikia6966
@akashsaikia6966 3 жыл бұрын
bht morom loga .ru kotha katya huni bht vl lagila
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@kamaldeka3910
@kamaldeka3910 3 жыл бұрын
বিহুত আপুনি আকৌ আগ বাঢ়ি জাবলৈ শ্রেষ্ঠা কৰিবা ।
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@prahaldgogoi8406
@prahaldgogoi8406 4 жыл бұрын
Val lagesy nice tome aguai jua
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@birubora2772
@birubora2772 Жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@GitimoniBorgohain
@GitimoniBorgohain Жыл бұрын
ধন্যবাদ
@himangshurajbongshi
@himangshurajbongshi Жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@GitimoniBorgohain
@GitimoniBorgohain Жыл бұрын
ধন্যবাদ
@arpanritu3946
@arpanritu3946 3 жыл бұрын
অতি সুন্দৰ
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@santanurajmusical3743
@santanurajmusical3743 3 жыл бұрын
বহুত ধুনীয়া
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
@binudbori8825
@binudbori8825 4 жыл бұрын
Dhunia vantijoni
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@rivanjaligogoimojaarivanja1987
@rivanjaligogoimojaarivanja1987 4 жыл бұрын
Tumak bhout vl lage gitimoni vonti
@GitimoniBorgohain
@GitimoniBorgohain 4 жыл бұрын
ধন্যবাদ
@bmc5683
@bmc5683 2 жыл бұрын
🥰🥰🥰🥰eman cute....
@Juridas590
@Juridas590 Жыл бұрын
Baa mor o xror a pora dy bihuranit jabo mn ase tt a gole rule regulations bor kanekowa baya nopowa jodi koba nki tt gole high loi kiba problem hoi nki
@user-sg6eq4dk8r
@user-sg6eq4dk8r 4 ай бұрын
Tumi bor xundor nasa❤❤❤
@gangjema2841
@gangjema2841 2 жыл бұрын
So cute ❤️👍😁
@khirudvlog
@khirudvlog 2 жыл бұрын
Hundor 👌💖
@keshabduwari3338
@keshabduwari3338 3 жыл бұрын
Beautiful baa ❤💓❤💓
@GitimoniBorgohain
@GitimoniBorgohain 3 жыл бұрын
ধন্যবাদ
لااا! هذه البرتقالة مزعجة جدًا #قصير
00:15
One More Arabic
Рет қаралды 51 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 39 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 15 МЛН
Dy bihu rani 2020 gitimoni borgohain
1:14:49
Dg Assam Music Margherita
Рет қаралды 548 М.
কৃষ্ণমণি চুতীয়া আৰু পত্নী
51:38
لااا! هذه البرتقالة مزعجة جدًا #قصير
00:15
One More Arabic
Рет қаралды 51 МЛН