KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
চকুৰ সন্মুখত এখন ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গ'ল Violet baruah interview
1:01:24
ডাক্তৰৰ জীয়েক বুলি ক’লে এতিয়া লাজ লাগেএসাজ খাই এসাজ লঘোণে থাকো
11:22
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
How to treat Acne💉
00:31
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
coco在求救? #小丑 #天使 #shorts
00:29
শ্মশানত মানুহৰ শৰীৰ জলালে মদ খাব লাগে?? মহিলা হৈ এই সিদ্ধান্ত কিয় ল'লে Dhritimala Deka interview
Рет қаралды 72,028
Facebook
Twitter
Жүктеу
1
Жазылу 174 М.
Shemim Ahmed ssiddiki
Күн бұрын
Пікірлер: 95
@LakhimiGogoi-v4h
28 күн бұрын
বাইদেউৰ সাক্ষাৎকাৰটো চাই এটা সাংঘাটিক অনুভৱ মনলৈ আহিল । এনেকুৱা ব্যতিক্ৰমী সাক্ষাৎকাৰ এটা উপহাৰ দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ছেমিম ❤❤❤ লগতে বাইদেউৰ সাহস আৰু ধৈৰ্যক নতশিৰে প্ৰণাম জনাইছো❤❤
@nayanmonidutta9768
26 күн бұрын
নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই । আজি প্ৰথম শুনিলো , নাৰীয়ে এই কাম কৰাৰ কথা । চ্যেলুট জনাইছোঁ 🙏🏼
@nirusaikia7631
Ай бұрын
আপোনালৈ শতকোটি প্ৰণাম ডেকা বাইদেউ 🙏 আপোনাৰ সাহস দেখি ভগৱানৰ ওচৰত প্ৰণাম। আপোনাৰ মানত মই এক বিন্দু গুণ নাই।ভাষা নাই 😭
@riturajkalita2767
Ай бұрын
বাইদেউৰ কথাখিনি শুনি বহুতেই ভাল লাগিল। দুৰ্দান্ত সাহসী নাৰী। আনৰ বাবে প্ৰেৰণাৰ উৎস।
@nijarachamuah6795
Ай бұрын
সুন্দৰ সুন্দৰ আদৰণীয় সাহসী আদৰ্শ মহিলা
@ShikhaPhukan-y8m
Ай бұрын
বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি❤❤❤❤❤
@yamanrbofficial21
29 күн бұрын
So so so inspiring!!! Thank you so much for introducing me to her!! Got so much power today ❤️❤️❤️…. Mamu from London ❤️❤️
@dipabhuyan3684
Ай бұрын
মনত এ ভগৱান আমি কিয় ভয় কিয়।কৰো আছৰিত লাগিছে বহুত বহুত ধন্যবাদ দিঘায়ু হোৱা
@foodandtravel3152
Ай бұрын
আলোচনাটো বৰ ভাল লাগিল। আগলৈ আশা কৰিলোঁ ধন্যবাদ।
@tinumaisaikia1694
Ай бұрын
বাইদেউৰ কথা শুনি বহুত ভাল লাগিছে বহুত বেছি সাহসী সদায় এনেকৈ থাকিব 👌👌
@soonmoni6746
Ай бұрын
বহুত ভাল লাগিলে, বাইদেউ কথা বিলাক,❤❤❤❤ কিবা এটা জীৱনৰ bikhaiye শিকিব parilo
@mridumonikakati4683
Ай бұрын
আপুনি সাহসী কথাবোৰ ভাল লাগিছে কিন্তু মই আধ্যাত্মিক ৰ ফালৰ পৰা দুআষাৰ ক'ব বিচাৰিছোঁ। অন্তিম সৎকাৰ মানে সৎ ভাৱেৰে কৰিব লাগে। মদ ভাং বিড়ি চিগাৰেট এইবোৰ খাই সৎকাৰ নহয়। অসৎকাৰ হে হৈ যায়। মিছা কথা অমৃত কেতিয়াও হ'ব নোৱাৰে। মদ মদ ই। মোৰ মাৰ অন্তিম সৎকাৰত মদ খোৱা মানুহক আমি চুবলৈ দিয়া নাছিলোঁ। খুব সুন্দৰকৈ হৈ গৈছিল। আৰু সৎকাৰ কৰি আহিও নিচাযুক্ত বস্তু নাখায়।
@mRUcL791
Ай бұрын
Bohut bhal lagil lastor kothakhini moir monor logot milise from Banglore
@mitaleechangkakoty-wx4su
Ай бұрын
Eman positive apni...bohut val lgile
@RupaBoruah-n5w
Ай бұрын
ইমান সাহসী মহিলা কথা খিনি জানিবলৈ পালো ভাল লাগিল
@vltmanashff
Ай бұрын
Bht bhal lagil❤❤
@MonalishaBorah-x6f
Ай бұрын
Great woman❤❤
@nirusaikia7631
Ай бұрын
চেমিম ডেকা বাইদেউক আকৌ মাতিব দেই ।অতী সোনকালে 🙏🌹❤️
@binitahatiboruah2557
Ай бұрын
Such a brave lady, god bless her
@moiindira4473
Ай бұрын
বৰ ভাল লাগিল ❤❤❤
@gouridaimary4940
Ай бұрын
🙏❤️❤️❤️ dhonyobad
@rumiduarah7953
Ай бұрын
Bor val lagil ❤🙏❤️
@NanditaChoudhury-s7u
Ай бұрын
Very nice Video ❤
@MadhushmitaSaikia-j7c
Ай бұрын
বহুত ভাল লাগিল❤️❤️❤️
@NazrinSultana-r9g
Ай бұрын
Bohut bhal lagise❤❤❤
@nibeditahazarika9429
Ай бұрын
Val lagile ❤
@anowara.begum23
Ай бұрын
ভাল লাগিল ❤❤❤❤
@binitadevi9175
Ай бұрын
বাইদেউ আপোনাক আৰু ভগৱানে সাহস দিয়ক। সচাঁই মানিছো সাহস।
@mamonigogoi8199
Ай бұрын
সাহসী নাৰী। ভগৱানে সদাই সহায় কৰক।
@raginimisra2091
Ай бұрын
Bhal lagil
@NamitaMazumder
Ай бұрын
Bahut val lagice semim ❤❤
@DiptiSharma-c9g
Ай бұрын
এগৰাকী সাহসী মহিলা। ভগৱানে কুশলে ৰাখক।
@Mamanideka-e5l
Ай бұрын
বৰ ভাল লাগিল ।
@GEETADUTTATAMULI
Ай бұрын
Bahut val lagil Aapunak Bhagobane kukhale rakhok 🙏🙏
@PinjuGogoi-j1g
Ай бұрын
Val lagil baedour kotha khene agorake hahokhe mohela ❤vogobanea khukhola rakhok hodie
@janajyothi7544
Ай бұрын
Very nice God bless you Madam ❤🎉
@monalisagogoi_
Ай бұрын
Khub val lagil !!
@jollytalukdar1915
Ай бұрын
Bahut val lagel.❤❤❤
@masoom5322
Ай бұрын
Bohut.val.lagil
@sandhyasinha8899
Ай бұрын
Good good power ful soul tumi ❤
@MonalishaBorah-x6f
Ай бұрын
Great work❤keep going
@BabulKalita-zq4ui
Ай бұрын
Bor val lagil
@kabitadeka9331
Ай бұрын
ভাল লাগিল।
@nilimabaruah9320
Ай бұрын
God bless you Madam ❤❤❤
@abinashkumarduttavlogs5576
Ай бұрын
Bohut val lagil
@MayuriBora-o2r
Ай бұрын
Bohut val lagile.
@daskamal5202
Ай бұрын
সম্পূৰ্ণ চালোঁ ৰাতি ২.২৫ লৈ কে ,,,,জীৱন টো সঁচাকৈ এটা ডাঙৰ "০" সকলোৱে জীৱনত ঘাট - প্ৰতিঘাত থাকেই,মই কিন্তু ভূত বিশ্বাস নকৰোঁ ৰাতি ৰাতি শ্মশান// কবৰস্থান মাজেৰে ঘূৰি ফুৰো। কিন্তু মানুহ ঢুকালে কিন্তু বহুত ভয় লাগে,কিয় নাজানো!!!!! আমি সৰু মানুহ যদিও জীৱনটো পৰা বহুত বহুত ডাঙৰ ডাঙৰ কথা শিকিছোঁ ।।
@ManakhiBorah-i9w
Ай бұрын
Hahokhi mohila val lagil aguwai jabo
@JoankiPathak-nq6yi
Ай бұрын
বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ কাম বোৰ সকলোৰে বাবে আদৰনিয় আপোনাক ভগৱানে ভালে ৰাখে যেন
@Naira-1d6
Ай бұрын
2Very good baidow
@kabitaboruah2311
Ай бұрын
Val lagil 🙂❤
@rabiulislam9042
Ай бұрын
বৰ ভাল পালোঁ।
@jibanchdeka5708
Ай бұрын
Good bless you
@rimjhimboruahdance
Ай бұрын
সুন্দৰ
@NakulDas-t4z
Ай бұрын
Bahut val lagil
@NilakshiChetia
Ай бұрын
Bohut val Kam korise ba joni a
@kalpanahazarika7631
Ай бұрын
সচাই সাহসী মহিলা।সদায় ভাল হব্
@MinakshiBorahGogoi
Ай бұрын
মইও আইতাৰ লগতেই বেছি আছিলোঁ৷৷এতিয়াও বহুত মিছ কৰো৷
@sikhaborah7474
Ай бұрын
Giti God bless you
@Karnel23997
Ай бұрын
Salute madam
@lovelykitchenmoran1337
Ай бұрын
Nice ❤video
@kalpanamisra2761
Ай бұрын
Bahut bhal lagise
@BarmanMaina
Ай бұрын
Jay maa mahakali 🙏
@kumudbasumatary7152
Ай бұрын
Great women
@ponasaikia9612
Ай бұрын
It's strange we Hindu doesn't allow to enter at cremation ground. It's a ritual.
@MituBoro-h2n
Ай бұрын
❤
@BarmanMaina
Ай бұрын
Jay bholenath baba 🙏
@daskamal5202
Ай бұрын
🙏🙏🙏🙏🙏
@Ronvlog786
Ай бұрын
First Comment Moi Ron Aponar xeitu NAMBER ei ase ne Baa... Call krile pam ne
@AnitaDevi-zj9pn
Ай бұрын
মই নিজেই মোৰ মানুহ জনক মূখত জুই দিছো মই মহিলা বামুণ মানুহ
@BarmanMaina
Ай бұрын
Jay maa mahalaxmi 🙏
@Monmee24
28 күн бұрын
Daring statement.She is pure in love.
@bakulchutia8123
29 күн бұрын
Wine is never amrit.
@BidyaDhar-w3f
Ай бұрын
Shamim mam apunar nichay tupuni lagiche jen lagiche
@PinkuTalukdar-q4m
Ай бұрын
😊😊😊😊
@abukhayer009
Ай бұрын
Immanei val lagil bahut maram lagil duyu garakik
@rekhapathak872
Ай бұрын
5 hours loi j mitradeh tu khotkar korib loi khomoi lagisil tar uporot pisor episode't jonabosun
@NirmalaSaharia
Ай бұрын
বহুত সাহ আৰু উচ্চাহৰ পেৰনা সাহ
@dipalidas2654
Ай бұрын
এইবিলাক কাম সোকোলোৰে নহয় সাহক লাগিব বৰপেটা
@KarabidekaKarabideka-y8q
Ай бұрын
Emn mrm loga ke kotha keita koise
@jibanchdeka5708
Ай бұрын
Shemim tomi phone call uthaba
@susmitaboruah5928
Ай бұрын
Vogobane he pothaise apunak
@kalpanadevi5043
Ай бұрын
বহুত ভাল লাগিল
@NilomxGamer
Ай бұрын
বৰ ভাল লাগিল
@bharatidevi875
23 күн бұрын
Good bless you
@PallabBorah-i5t
Ай бұрын
Bhal lagil
@NitumaniChoudhury-zr7ge
Ай бұрын
Bahut bhal lagil
@DalimiBGohain
Ай бұрын
❤❤❤❤❤❤❤
@BimalchBordoloi-y2m
Ай бұрын
Bahut Val lagil
1:01:24
চকুৰ সন্মুখত এখন ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গ'ল Violet baruah interview
Shemim Ahmed ssiddiki
Рет қаралды 24 М.
11:22
ডাক্তৰৰ জীয়েক বুলি ক’লে এতিয়া লাজ লাগেএসাজ খাই এসাজ লঘোণে থাকো
Jitumoni Neog
Рет қаралды 688 М.
01:01
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
DO$HIK
Рет қаралды 3,3 МЛН
00:31
How to treat Acne💉
ISSEI / いっせい
Рет қаралды 108 МЛН
25:51
Арыстанның айқасы, Тәуіржанның шайқасы!
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.
00:29
coco在求救? #小丑 #天使 #shorts
好人小丑
Рет қаралды 120 МЛН
44:53
বহুত কষ্টত দিন পাৰ কৰিছো😭 @Ur15Min
JSS Unscrripted
Рет қаралды 105 М.
1:37:46
'ৰেন মৌ'ত আইচেংফাৰ স'তে যশস্বী কণ্ঠশিল্পী সংগীতা বৰঠাকুৰ
Jaatra
Рет қаралды 12 М.
23:12
বাংলাদেশের পরিবর্তন বুঝতে গেলে নির্মোহ হতে হবে । সৌমিত্র দস্তিদার। চিত্র পরিচালক | লেখক
Runner - The Postman (রানার)
Рет қаралды 90 М.
58:23
আট বছর প্রেম করে বিয়ে করা স্বামী শহীদ হলেন ছাত্র আ*ন্দো*লনে,শুনে কান্নায় ভেঙে পড়লেন উপস্থাপিকা।
D Talks
Рет қаралды 589 М.
31:18
মই এটা কথাত বহুত কষ্ট পাওঁ,সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰো Rumi bhuyan talukdar interview
Shemim Ahmed ssiddiki
Рет қаралды 19 М.
59:31
৫৯ মিনিটের এই পডকাস্ট জীবনের গতিপথ বদলে দিবে !
Nur Rahman
Рет қаралды 91 М.
57:55
মানুহৰ মাজত মোৰ এটা বদনাম আছে, কিন্তু সেয়া সঁচা নহয় sagarika goswami interview
Shemim Ahmed ssiddiki
Рет қаралды 60 М.
49:26
৯১ বছৰীয়া বিহুৱা ককাক ভাইৰেল কৰাৰ দায়িত্ব আপোনালোকৰ। বিষ্ণু প্ৰসাদ ৰাভা দেৱক ও লগ পাইছিল🙄
JSS Unscrripted
Рет қаралды 52 М.
1:16:00
মই দুখীয়া ঘৰৰ ল'ৰা, মোৰ সপোন ডাঙৰ আছিল বাবে জীৱন যুদ্ধ কৰি আছো Bhukhan Pathak interview
Shemim Ahmed ssiddiki
Рет қаралды 35 М.
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 667 М.
01:01
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
DO$HIK
Рет қаралды 3,3 МЛН