MAA O MAA - RAGHAV | Jatin | Mridula | Zubeen | Shanta | Diganta Bharati | Pankaj Ingti

  Рет қаралды 1,509,161

Dhwani Records

Dhwani Records

9 ай бұрын

Music Credits
Music-Zubeen Garg
Song- Maa Oo maa
Singer- Zubeen Garg, Shanta uzir
Lyrics- Diganta Bharati
Composer - Zubeen Garg
Mix and Mastering - Ibsan lal Boruah
Recoded at - Chickmik studio
Music Arrangement - Babloo
Tabla - Raja
Siter - Subhankar Hazarika
Cinema Credits
Cast - Jatin Bora, Mridula Boruah, Nishita Goswami, Hiranya Deka, Bibhuti Bhushan Hazarika, Chinmoy Katoki, Jivi, Sumi Borah
Music Producer -
Zubeen Garg
Lyrics - Zubeen Garg, Diganta Bharati, Rahul Gautam Sharma
Singer - Zubeen Garg, Shanta Uzir, Mahalaxmi Iyar, Zublee, Prabin Borah
DOP - Pradip Daimary
Aerial photography - Joydeep Poul
Action Director - Rajesh Kanan
Art Direction - Jyoti Shankar Bhattacharyya
Vfx Ratul dutta
Costume - Navanita Sharma Bora
Makeup - Biswajit Kalita
Online Editing - Abhijit Roy
Production Manager - Monuj Kumar Mishra
Production Designer - Navanita Sharma Bora
Choreography - Pankaj Ingti, Deepak Dey,
Sound Designing and Mixing - Debajit Changmai and Amrit Pritam (MPSE)
BGM - Ajay Singha
Di Colourist - Rajesh Yadav
Editor and Visual Promotion - Protim Khaound
Poster Design - Hitesh Sharma
Direction Team - Arindom Kashyap, Annindita Kalita, Bhargab Adhypak, Surajit Phukan
Story, Screenplay, Dialogue - Abhijit Bhattachary
Music - Zubeen Garg
Produced by - Navanita Sharma Bora, Jatin Bora
Directed by - Jatin Bora

Пікірлер: 1 100
@hiyasarma99
@hiyasarma99 9 ай бұрын
মা দেউতা অবিহনে এই পৃথিৱী খন শূণ্য.....❤️🌎💫
@user-jm9dq7kk8j
@user-jm9dq7kk8j 9 ай бұрын
কৰ্মসূত্ৰে বাহিৰত থাকো কিন্তু এই গানটো শুনিকীনে মা লৈ আজি বহুত মনত পৰিছে।। ভালে থাকক সকলোৰে মা - দেউতা ❤
@ankitapatar2732
@ankitapatar2732 8 ай бұрын
Ww83 😊
@Nabanyash_Sarmah1
@Nabanyash_Sarmah1 7 ай бұрын
They are always with u❤
@hiro408
@hiro408 9 ай бұрын
জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ-পুত্ৰ নাইবা পিতৃ-পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া 💚🤍💝
@KabitaBoruah-ks9ok
@KabitaBoruah-ks9ok 9 ай бұрын
মা--- মা----মা-----অ'-----মা ---উফ' এই সুন্দৰ মা গীতে মোক আকৌ কন্দুৱাই গল ।🙏🙏মা সমান কোন হব পাৰে ।ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জুবিন।বোলছবিখন চাবলৈ অপেক্ষ্যাত আছো।🙏🙏❤️❤️🙏🙏
@john-8810
@john-8810 9 ай бұрын
এই গীতটোক এটা যাত্ৰাৰ আৰম্ভণি বুলি ক’ব পাৰি। যি যাত্ৰাৰ কোনো শেষ নাই... চিৰদিন এই গীতটো নতুন হৈ গৈ থাকিব... এতিয়া অপেক্ষা মাথোঁ ৰাঘৱলৈ.... ❤
@hiro408
@hiro408 9 ай бұрын
জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ - পুত্ৰ নাইবা পিতৃ - পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া ❤❤❤
@john-8810
@john-8810 9 ай бұрын
@@hiro408 মনৰ কথা ক’লে ❤️❤️
@anupamneog4660
@anupamneog4660 9 ай бұрын
কোনে কি নকয়, কোনোবাই কয় পাগল, কোনোবাই কয় বিজেপিলৈ বিক্ৰী হ'ল, কোনোবাই কয় মদাহী কিন্তু মদ হ'লে চবেই খায়,,,,, এটা কথা মন কৰিব যে জুবিন গাৰ্গ মদাহী হ'ব পাৰে, কিন্তু সকলো মদাহীয়ে জুবিন গাৰ্গ হ'ব নোৱাৰে। এই সকলোবোৰ কথা আওকাণ কৰি ডাঙৰ হোৱা গছ জোপাই হ'ল জুবিন গাৰ্গ। যিয়ে কেতিয়াবাই আকাশ চুলে কিন্তু ভৰি মাটিতেই আছে। দাদা ❤️ ।।
@rihanaj1818
@rihanaj1818 8 ай бұрын
@monuranjanbaisya5819
@monuranjanbaisya5819 8 ай бұрын
I ❤ zubeen da mon sui gol gaan Tu xuni Love you zubeen da
@puspaengtipi7611
@puspaengtipi7611 8 ай бұрын
Always loved zubeen da❤❤
@user-qm7iy4kc3e
@user-qm7iy4kc3e 8 ай бұрын
Wow kiman hundar katha kala Tumi ,mon sui gol akabara
@ABHIMANIMON-yh2nv
@ABHIMANIMON-yh2nv 4 ай бұрын
Uff❤
@user-tj4br2ti3j
@user-tj4br2ti3j 9 ай бұрын
জুবিন দাৰ অনুৰাগী সকলে like কৰি যোৱা ...👍💝🥰
@Satishdutta-um6xw
@Satishdutta-um6xw 3 ай бұрын
❤ Zubin. Da. Zindabad
@kushalgogoi8806
@kushalgogoi8806 9 ай бұрын
মা পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। সকলোৰে মা - দেউতা ভালে থাকক। ৰাঘৱলৈ শুভেচ্ছা থাকিল।
@apran...
@apran... 9 ай бұрын
Fantastic 👌👌👌👌❤
@meeradeka4667
@meeradeka4667 9 ай бұрын
খুব ভাল লাগিল
@kushalgogoi8806
@kushalgogoi8806 9 ай бұрын
Thanks 🙏🙏
@Kingk175
@Kingk175 6 ай бұрын
Thanks
@sampakrobidas8950
@sampakrobidas8950 6 ай бұрын
@jyotishmaandeka1859
@jyotishmaandeka1859 9 ай бұрын
চকুপানী ৰখাব নোৱাৰিলোঁ😢 .. কি সুন্দৰ উপস্থাপন.. লগতে জুবিন দাৰ কন্ঠৰ কথাটো সকলোৱে জানেই.. তেওঁৰ কন্ঠৰ দৰদে সকলোকে আবেগিক কৰি তোলে ❤.. বিৰাতেই সুন্দৰ হৈছে ❤.. এতিয়া মাথোঁ চিনেমাখনলৈ অপেক্ষা ❤.. 💥 ৰাঘৱ 💥
@krishnaborah4375
@krishnaborah4375 9 ай бұрын
কেতিয়া আহিব😢 আমাৰ মাজলৈ ৰাঘৱ
@jyotishmaandeka1859
@jyotishmaandeka1859 9 ай бұрын
@@krishnaborah4375 27 October
@karabimedhi9002
@karabimedhi9002 8 ай бұрын
​@@krishnaborah437527 th October
@anishray6367
@anishray6367 8 ай бұрын
Film khon sai ahok. Nije nije sokupani olai ahibo.
@maramisaikiapatowary7298
@maramisaikiapatowary7298 8 ай бұрын
​@@krishnaborah4375😊😊
@Kaushik632
@Kaushik632 9 ай бұрын
জুবিন দাৰ কন্ঠত যতীন দাৰ অভিনয়.... অপেক্ষা..❤
@user-lr5pg3qc2o
@user-lr5pg3qc2o 9 ай бұрын
যতীন বৰাৰ দৰে অভিনেতা আৰু জুবিন গাৰ্গেৰ দৰে গায়ক অসমত কোনো নাই আৰু জন্ম নহ'ব চাগে 😊🎉❤
@njcreative1990
@njcreative1990 8 ай бұрын
Really
@biswajitbaruah2831
@biswajitbaruah2831 8 ай бұрын
সঁচা কথা, গানটোত বহুত অৰ্থ আছে।
@tikendrajitassom871
@tikendrajitassom871 8 ай бұрын
1:37 😅
@dkblog5226
@dkblog5226 4 ай бұрын
Zubeen da xdai zubeen da a hoi thakib ❤🙏🥀 !! Kin2 jatin dat koi rabi dar raghupati besi val lagisile 😊
@debajitzgVlog
@debajitzgVlog 9 ай бұрын
কি শক্তিশালী কণ্ঠ চকুপানী ওলাই গ'ল 😢 ৰাঘৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ❤
@DEBAJIT_PATHAK.
@DEBAJIT_PATHAK. 9 ай бұрын
অই, ঐ ৰাতিতো শুব অই, ঐ ভাগৰে চুব অই, ঐ নৱমিৰে জোন অই, ঐ আঁতৰি যাব । মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ তোৰ চেনেহ বিচাৰি বিচাৰি লাগিছে আজি মোৰ ভাগৰ সোণ বুলি এবাৰ নামাতো নেকি দুহাতে সাৱটি নলওঁ নেকি মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ তোৰ দুটি নয়নৰে এটি মইও হ'ব খোজো অৱহেলা কিয়নো মোলৈ ও মা জানিব খোজো তোৰে ভৰিত কলিজা থেকেচিম তাৰে তোলৈ দুটি হাঁহি কিনিম ও মা এনে সপোনে মোৰ মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ নিচুকণি শুনা যে নহ'ল খোৱা নহ'ল তোৰ হাতৰে হাতে বুলাই দিয়ো বুলি ৰ'লোঁ মাথোঁ বহু বছৰেই মৰা মৰা লৰালি যৌৱন ভিৰৰ মাজতো একাকি জীৱন ভাঙি দিবিহি এই সাঁথৰ মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ অই, ঐ ৰাতিতো শুব অই, ঐ ভাগৰে চুব অই, ঐ নৱমিৰে জোন অই, ঐ আঁতৰি যাব ।। যিসকলে গান গাবলৈ বিচাৰে বা যিসকলে গান ভাল পায় তেওঁলোকলৈ দিগন্ত ভাৰতী দাৰ কলমেৰে নিগৰা আৰু জুবিন দাই প্ৰাণঢালি কণ্ঠদান কৰা এই আবেগ ভৰা গীতটো অসমীয়াত শব্দৰে আগবঢ়ালোঁ । গীতটো বহুবাৰ শুনিছোঁ কাৰণ আগতেই Audio টো মুক্তি পাইছে সেয়ে শুনি শুনি গীতটোকেই লিখিলোঁ । আজি Video টো মুক্তি দিলে , ভিডিও টো চালো, যদিও চকু পানী ওলায় অহা যেন হৈছে তথাপিও ভাল লাগিছে , মাক থাকিও মাকৰ অভাৱ , নোপোৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক ...সেয়া ৰাঘৱ ত যতীন দাই সকলোকে অভিনয়ৰ যোগেৰে প্ৰকাশ কৰিব।। Waiting for Raghav 💛 #Raghav #JatinaBora #NishitaGoswami #ZubeenGarg #Debajitpathakzg
@RATUL-VLOGS
@RATUL-VLOGS 9 ай бұрын
মা'ৰ মৰমেই মাএ এনেকোৱা এটা medicine যাৰ কোনো experiedate নাথাকে ❤😊_ভালে থাকক সকলো মা_❤❤
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 9 ай бұрын
দিগন্ত দাৰ কথা আৰু দাদাৰ সুৰৰ মায়াজালত প্রাণ পাই উঠিছে গীতটিয়ে | সঁচাকৈ চকুলৈ নিগৰিছে আজি.......যতীন দা আৰু টীম ৰাঘৱলৈ অলেখ অযুত মৰম আৰু শুভকামনা | আৰু উজলি উঠক আমাৰ অসমীয়া চলচিচত্র উদ্যোগটো | ❤❤❤
@BitopanBorah
@BitopanBorah 9 ай бұрын
উফ..... ভাষাবিহীন❤ জয় জুবিন দা ❤
@karishmadas1173
@karishmadas1173 9 ай бұрын
Masterpiece ❤ চকুপানী ৰখাব নোৱাৰিলোঁ 😢😢😢
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 9 ай бұрын
সঁচাকৈ এক অভূতপূৰ্ব কন্ঠৰ সমাহাৰ কালজয়ী গীত ❤ বহুত ধুনীয়া গীত এটি উপহাৰ দিছে জুবিন ককাইদেউ এ 😇🙏 বহুত বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" চিনেমাখনলৈ ।
@sontoshkumardey7963
@sontoshkumardey7963 9 ай бұрын
ধন্যবাদ জুবিন দা আৰু যতীন দা, ইমান ধুনীয়া এটা গীত দি আমাক উপহাৰ দিয়াৰ বাবে ❤❤🙏🙏
@sagarikalifeline9883
@sagarikalifeline9883 9 ай бұрын
মা..... এক আচৰিত শক্তি মা 🙏
@Borlung
@Borlung 9 ай бұрын
বৰ্তমান মোৰ মা আছে সেইকাৰণে বহুত সুখী বা বহুত কষ্টৰ পৰা দূৰত আছো কিন্তু মই বুজো যিসকলৰ মা নাই সেই সকলৰ কিমান দুখ মই কেতিয়াও ভাবিৱ নোৱাৰো মা অবিহনে মই কেনেকৈ জীয়াই থাকিম .... জুবিন দা আপুনি মহান ❤❤❤❤️
@sahidulalamkhan6368
@sahidulalamkhan6368 9 ай бұрын
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
@pranjitpartho
@pranjitpartho 9 ай бұрын
গানেই কন্দুৱাইছে আৰু ফিল্ম বাকী আছেই ❤❤ বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" লে 🎉🎉
@nishancreation3614
@nishancreation3614 9 ай бұрын
আপোনাৰ কণ্ঠত স্পষ্ট মা শব্দৰ মূল্য, প্ৰকাশ,মৰম আৰু আদৰ বহুত গুনে বঢ়াই । জুবিন দা ❤ ককাইদেউ ❤
@crezycreativity5406
@crezycreativity5406 9 ай бұрын
মা তুমি নাহিলেই অস্থিৰতাই আগুৰি ধৰে হিয়া....❤
@bikramdas58
@bikramdas58 9 ай бұрын
প্ৰিয় ব্যক্তি কন্ঠত এটি সুমধুৰ গীত..❤️ ‍ Zubeen Da is the voice 😉 and Acting #Jatin Bora no words ⚡
@priitam_xutradhar
@priitam_xutradhar 9 ай бұрын
মা তুমি অনান্য। মা তুমি ভগৱান। মা তুমি ধৰণী। ❤❤❤
@vaskarboruah8255
@vaskarboruah8255 9 ай бұрын
❤❤❤
@ChinmoyVlogs06
@ChinmoyVlogs06 8 ай бұрын
ও মাঁ তোমালৈ বহুত মনত পৰিছে ও গীতটি শুনাৰ পিছত বহুত কান্দিছো এবাৰ যদি লগ পালো হয় তোমাক বহুত কথা কব লগা থাকি গল ও মাঁ তই মোক কিয় এৰি গলি ও মাঁ আজি কালি সকলো সলনি হল সচাঁ মৰম তোমাৰ বাহিৰে বেলেগে দিব নোৱাৰে মাঁ তোমাৰ কোলাত মূৰ থয় শুৱ মন গৈছে ও মাঁ 😢😢😭
@jurimonikalita4440
@jurimonikalita4440 9 ай бұрын
জুবিন দা আৰু যতীন দা সদায়েই অনুপম❤❤
@Rockstar0500
@Rockstar0500 8 ай бұрын
Bht val lgil raghab sai.❤❤Joi Raghab.❤❤joi zubeen Daa
@assamesepoem7953
@assamesepoem7953 9 ай бұрын
কণ্ঠত চকুলো নিগৰিছে উফ কি যে সুন্দৰ অনুভৱৰ চকুলো জয় জুবিন দা যতিন দা❤
@OldAgeHomeUtpal
@OldAgeHomeUtpal 9 ай бұрын
সকলো ককা - আইতা আবেগিক হৈ পৰিছিল গানটো দেখি। ❤ কেইগৰাকীমান আইতাই চকুলো তুকিছিল। আমাৰ আশ্ৰমত গানটো শুভ মুক্তি দিয়াৰ বাবে আকৌ এবাৰ শ্ৰদ্ধাৰ শ্ৰীযতীন বৰা দাদালৈ আৰু শ্ৰীনৱনিতা বৰা শৰ্মা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।
@sudarshansharma5
@sudarshansharma5 9 ай бұрын
@enushkulalung8138
@enushkulalung8138 9 ай бұрын
সচাঁই আবেগিক হৈ গলো
@ankurjyotinath4986
@ankurjyotinath4986 8 ай бұрын
যেতিয়া এই গানটো চিনেমা হলত বজে নহয় তেতিয়া বেলেগ এটা Goosebumps আহি যায় আৰু মোৰ ওচৰত বহা(চিনেমা হলত) প্ৰায় সকলোৱে লাহে লাহে উচুপি কান্দি আছিল।❤❤❤😢😢
@user-yd4ps2ln4c
@user-yd4ps2ln4c 8 ай бұрын
Mjjah hoise film khon jatin Dak anei king buli nokoi ❤❤❤
@RanuKakati-st7cb
@RanuKakati-st7cb 7 ай бұрын
Moiu kandisilu bhut dukh lagisil nijoke rokhab nuyarilu
@pinkumoniborah5914
@pinkumoniborah5914 9 ай бұрын
হৃদয়স্পৰ্শী এটি গীত। ভাল লাগিল। ৰাঘৱলৈ বহুত বহুত শুভেচ্ছা থাকিল
@jayantatalukdar1966
@jayantatalukdar1966 5 ай бұрын
জুবিন দাৰ সৃষ্টি খুবেই হৃদয় স্পর্শ, ওঁ মা , কোত মোৰ মা, মোৰ মা, মাজনী, অ' দেউতা, পিতাই ঐ , মোৰ কেচুৱাই কান্দিছে এইবাৰ আকৌ "মা অ মা" জুবিন দা আপুনি মহান❤️🥰
@BhimmAZ
@BhimmAZ 9 ай бұрын
জুবিন গাৰ্গ দা অতুলনীয় ❤🙏
@BuddhaBayushman7575
@BuddhaBayushman7575 9 ай бұрын
সঁচাকৈ দেহ মন শীতল কৰি তোলা এটি গীত, ইমান দিনে youtube খুচৰি খুচৰি audio গীত শুনি আছিলোঁ আজি video গীতটি পাই মনটো বহুত ভাল লাগিল thank you jatin da and Zubin da and all team of raghav
@gitarthazgmedhi.
@gitarthazgmedhi. 9 ай бұрын
জুবিন দা বুলি কলে হৃদয়ত লাগি ধৰে ও 😌😢 ভগৱানক দেখা পোৱা নাই কিন্তু মই মানৱ ৰূপী ভগৱানৰ ৰূপত জুবিন দাক দেখা পাইছো 🥺😩 প্রভুদেৱ আপুনি সদায় মোৰ ভগৱান ❤❤
@simplelifewithasimplegirl7852
@simplelifewithasimplegirl7852 9 ай бұрын
😢😮❤❤❤❤❤ বহুত ধুনীয়া ❤❤❤❤❤❤ এই কাৰণে জুবিন দা,জুবিন দায়ে হয়,only one
@anilkumardas8454
@anilkumardas8454 9 ай бұрын
উফ্ কি অপূৰ্ব কন্ঠ ❤সচাইয়ে মন প্ৰাণ শেতা পৰি গ'ল।“জয় জুবিন দা”🙏 আপুনি সদায় ভালে থাকক‌ তাকে ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আৰু ভাল ভাল গান অসমবাসীক দি যাব বুলি আশা ৰাখিলোঁ। আজিৰ ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই অহা বহু দিনে হ'ল। মালে বহুত মনত পৰিছে😢 “মা" গানটো শুনি বহুত কান্দিলো। অবশেষত ৰাঘৱ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অপেক্ষা কৰি আছোঁ চাম বলি।
@AkashPatar-ww6or
@AkashPatar-ww6or 9 ай бұрын
গান তো হুনি জেন মোৰ বুকু খন হাত পৰি গল ।। 😢কব নোৱাৰা এটা বহুত ভাল লাগিল ❤❤। গানটোৰ প্ৰতিতো হুৰ প্ৰতিতো শব্দ ত যেন বহুতৰে জীৱনৰ এটা এটা কাহিনী জৰিত হৈ আছে। বহুত বহুত ভাল লাগিল ❤। And love you jotin daa ❤ ❤
@r.hazarika9231
@r.hazarika9231 8 ай бұрын
বৰ আবেগিক হৈ পৰিলোঁ, হৃদয়স্পৰ্শী গীত,ৰাঘৱলৈ শুভ কামনা জনালোঁ ❤
@RatulReehit
@RatulReehit 9 ай бұрын
জুবিন দা আৰু মাৰ সংঞ্জ্যা বহু ওপৰত❤❤..জয় জুবিন দা❤❤
@TulshiPhukan-rk8ye
@TulshiPhukan-rk8ye 9 ай бұрын
যতীন দাৰ অভিনয়,জুবিন দাৰ কণ্ঠ ❤❤❤❤
@introvert_sanjib
@introvert_sanjib 9 ай бұрын
জুবিন গাৰ্গ দাৰ কন্ঠ অতুলনীয়।‌ Zubeen + Jatin = 💥💥
@milliondreams0762
@milliondreams0762 9 ай бұрын
জুবিন দা আৰু যতীন দা দুয়োজনে মোৰ সকলো সময়ৰে favourite ❤
@sonomshyamvlog6662
@sonomshyamvlog6662 9 ай бұрын
কি যে সুন্দৰ গীত মা মা অ মা ♥️♥️♥️
@lipikaray3592
@lipikaray3592 8 ай бұрын
Raghav cinema khon moja lagise..geet tio khubei dhunia..eman kanduwaise cinema khone..khub val lagise❤❤❤..hokoluwe sab khub val pab👍👍👍
@farukdiscuess4237
@farukdiscuess4237 9 ай бұрын
👑Jatin Bora is a Un compareable Actor. His acting can be compared to bollywood actors. ( specially emotion parts)👌👌 Waiting❤❤❤❤
@bishwajitnath5860
@bishwajitnath5860 8 ай бұрын
আইৰ সমান হব কোন নদীৰ সমান বব কোন?জয় ৰাঘৱ যাৰ মা নাই সিহে বোজে অ jai hind জয় আই অসম।😢😢😢
@pagolsoraiZG
@pagolsoraiZG 9 ай бұрын
কি সুমধুৰ কণ্ঠ ❤️🥺 জুবিন দাৰ গান শুনিলে যেন ক'ৰবাত বেলেগ এখন পৃথিৱীৰত ভাহি যাও 🎧😇
@nikumonichakravarty6426
@nikumonichakravarty6426 9 ай бұрын
Right I love zubeen da❤❤
@pagolsoraiZG
@pagolsoraiZG 9 ай бұрын
@@nikumonichakravarty6426 ohhh ❤️
@ritahazarika6108
@ritahazarika6108 9 ай бұрын
গানটোৰ জৰিয়তে চিনেমাখনৰ কাহিনীটোৰ আভাষ এটা পাই গৈছো৷ ডাঙৰ ল’ৰাটোৰ মাক নিজৰ নহব চাগে সেইবাবে তাক মৰম নকৰিব ডাঙৰ হৈ সেইজনেই যতিন বৰা হব ঘৰখন চাব সৰু ভায়েকক পঢ়াই ডাঙৰ মানুহ কৰিব নিজে গাড়ী চলাই ঘৰ চলাব পিছত সকলোৰে পৰা দুখ পাব যেনেকৈয়ে নায়ক চিনেমাখনত হৈছিলে মাজত আৰু বহুত কাহিনী উপকাহিনী থাকিব বাৰু নহবও পাৰে কাহিনীটো তেনেকুৱা মই গানটোৰ দৃশ্যবোৰৰ দেখিহে ভাবি লৈছো দেই৷
@user-ku3tc4df4m
@user-ku3tc4df4m 8 ай бұрын
Apuni kowa kotha 100% milise
@PabitraSonowal-km3xn
@PabitraSonowal-km3xn 9 ай бұрын
জুবিন দা অমৰ হৈ থাকক তাকে কামনা কৰিলো আমাৰ অসমীয়াৰ বাবে❤
@Frustratedmitu
@Frustratedmitu 9 ай бұрын
"মৰা মৰা ল'ৰালি যৌৱন ভীৰৰ মাজতো একাকী জীৱন......" These lines 💔😫
@BishwajitTaid-gn8xz
@BishwajitTaid-gn8xz 8 ай бұрын
❤️💝 মা তুমি সচাকে অনন্ন্যা❤️💝 মা মানেই জীৱন দাতা💝❤️♥️❤️ মা মানেই নিৰাপত্তা 🙏🙏মা ❤️❤️💝মা দেউতা 🌍🌎💫🌈 গানটো হ্নদয় চুই গল জুবিন দা আৰু যটিন দা ♥️❤️💝 জয় জুবিন দা🙏💝
@pilingadeka
@pilingadeka 9 ай бұрын
উফ জেগাত লাগি গৈছে মোৰ❤ mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai
@GJK550
@GJK550 9 ай бұрын
Without Zubeen da incomplete any assamese movie 💪⚡
@Gopintrip8
@Gopintrip8 9 ай бұрын
মা নহ'লে পৃথিৱী অন্ধকাৰ
@bhaijandas-ss7fg
@bhaijandas-ss7fg 8 ай бұрын
মই মা ৰ মৰমৰ বাবে প্ৰতি ক্ষণত হাবাথুৰি খাইছো ।মা ৰ অভাৱে বৰকৈ আমনি কৰে । বাৰে বাৰে এই গীতটো শুনিবলৈ মন যায় । ❤মা কৰি দে ক্ষমা,🙏। ভগৱানে ভালে ৰাখক 🙏 তোক মা।
@H.J.K.CREATION
@H.J.K.CREATION 9 ай бұрын
উফ‌:কি গাইছে অ জুবিন দাই🥲 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️🔥
@RUWAT777
@RUWAT777 9 ай бұрын
চকুলো নিগৰি গ'ল 😥 বহুত বেছি ধুনীয়া হৈছে।👍
@amarjyotidas2467
@amarjyotidas2467 9 ай бұрын
ভাল লগা এটা গান ❤মা মই তোৰ বাবেই জীৱন জীয়াই থাকিম ৷হাজাৰ কষ্ট হলেও তোৰ এশাৰী মাতে মোক সজীৱ কৰি তুলে৷❤
@one9-dhi
@one9-dhi 9 ай бұрын
জুবিন দাৰ কাৰণে এবাৰ শুনা গানটো তিনি-চাৰিবাৰ শুনিছোঁ যদিও চকুদুটাই আমনি পোৱা নাই❤ cinematography👌
@jadabdas7755
@jadabdas7755 9 ай бұрын
Ekdom Khosa kotha hei
@jowandutta4685
@jowandutta4685 9 ай бұрын
দৰদ আৰু দৰদী কণ্ঠ। Superb ❤
@sibajibarman4046
@sibajibarman4046 9 ай бұрын
🙏💕মা তুমি অনন্যা,,, 🌎💗মা... ৰ মৰম এইখন পৃথিৱীত শ্ৰেষ্ঠতম উপহাৰ । 💐16/07/2023😢...
@nijansarmah3706
@nijansarmah3706 9 ай бұрын
Though Zubeen da is one of the versatile singers in India...but when a song comes related to MAA....Zubeen da sounds to its peak....loved it❤❤
@bhaskarjyotiroy007
@bhaskarjyotiroy007 9 ай бұрын
❤❤
@ankurboruah32
@ankurboruah32 8 ай бұрын
❤❤
@sayashree5568
@sayashree5568 8 ай бұрын
​@@bhaskarjyotiroy007🎉🎉🎉
@Dev-mc9xv
@Dev-mc9xv 8 ай бұрын
😊l
@RintuPhukan
@RintuPhukan 7 ай бұрын
😢too much heart touching song
@PrinceGogoi-np3ou
@PrinceGogoi-np3ou 8 ай бұрын
Hokolue saboge bohut dhuniya hoise cinema khon ❤....
@pranjaldas-ri2pp
@pranjaldas-ri2pp 5 ай бұрын
জুবিন দাৰ এনে এটা গুণ হঠাৎ নচুৱাব পাৰে আৰু কন্দোৱাব পাৰে। তেওঁ অসমৰ অমূল্য সম্পদ। জয় জুবিন দা।
@pratapsaikia3049
@pratapsaikia3049 9 ай бұрын
অতি সুন্দৰ উপস্থাপন। সুন্দৰ কণ্ঠ। সুন্দৰ অভিনয়।❤
@ankuran8534
@ankuran8534 9 ай бұрын
Zubeen + Shanta ❤ Perfect composition. Love from #Tokyo
@bhaskar_jaihind446
@bhaskar_jaihind446 8 ай бұрын
Gaar num xiori jua eti geet❤️✨
@himanshuborah-vm5iw
@himanshuborah-vm5iw 9 ай бұрын
যতীন দাৰ অভিনয় আৰু জুবিন দাৰ কন্ঠ ❤❤❤❤❤❤❤
@user-ox3fy3yj8y
@user-ox3fy3yj8y 8 ай бұрын
Right koisa 😊
@sanjibborah9156
@sanjibborah9156 9 ай бұрын
বহুত ভাল লাগিল❤❤❤❤❤❤❤❤❤ ৰাঘৱলৈ শুভেচ্ছা থাকিল।
@gaurabvlogs36
@gaurabvlogs36 8 ай бұрын
মা দেউতা অবিহনে পৃথিৱী খন শূন্য ❤❤
@TechInformativeAssam
@TechInformativeAssam 8 ай бұрын
সৰু পৰা মা ডাঙৰ দীঘল কৰি কিমান কষ্ট সন্মুখীন হৈ নিজৰ লৰা ছোৱালী ভাল হোৱা বিচাৰে।। আৰু ডাঙৰ হোৱা পিছত কয় আমৰ লৈ তই কৰিলি কি। বিয়া পিছত নিজৰ গৰাকী জনি কথা শুনি জন্তনা দিব নালাগে মাকক।। পৃথিৱী মা আৰু দেউতা এবাৰ পাই সেই কাৰণে মৰমত শান্তি থাকিব দিয়া ।। মা দেউতা আৰু একো আশা নকৰে ❤❤❤❤
@latadekaraja5105
@latadekaraja5105 9 ай бұрын
শিশুৰ বঞ্চিত মনস্তত্ত্বক তুলি ধৰা এটি অনুভৱী গীত৷ বাৰে বাৰে শুনিও আমনি নলগা৷
@dulukrishnavlog4063
@dulukrishnavlog4063 9 ай бұрын
1st song t kuwa yang mane Deuri maa bli koi Deuri olp ase val pysu bhut bhut aru val lagil bhut😊😊😊❤❤❤
@champakbora5551
@champakbora5551 9 ай бұрын
Best combo ever. ZG + JB = WORLD CLASS CONTENT
@sumibaruahsaikia5783
@sumibaruahsaikia5783 7 ай бұрын
গান টো যিমান ধুনীয়া চিনেমা খন তাতোতকৈ ধুনীয়া❤❤
@gyandeepnath3600
@gyandeepnath3600 9 ай бұрын
উফফ্ জুবিন দাৰ কণ্ঠৰ এই দৰদ্ ❤লগতে শান্তা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ❤️অপেক্ষা মাথোঁ ৰাঘৱলৈ
@dipanjaligogoi8851
@dipanjaligogoi8851 9 ай бұрын
মন বিগলিত কৰি যোৱা এটি গীত । কণ্ঠ ,সুৰ অনন্য ।
@tapanakhomofficial7484
@tapanakhomofficial7484 5 ай бұрын
মা দেউতাক দিয়া উপহাৰৰ ভিতৰত এইটো গীত শ্ৰেষ্ঠ উপহাৰ।।।।ভালে থাকক সকলোৰে মা দেউতা।।🙏🙏🤗
@pijushzubeendas9221
@pijushzubeendas9221 9 ай бұрын
Zubeen Daa’s rendition of the song “Maa” is truly a masterpiece. His heartfelt vocals and emotional depth in this song capture the essence of a mother’s love and sacrifice. The lyrics are beautifully written and resonate with anyone who has a special place in their heart for their mother. Zubeen Daa’s ability to convey such profound emotions through his music is what makes this song one of his best and an enduring tribute to mothers everywhere.❤Love you Zubeen Daa❤
@parthapratimsarmah9801
@parthapratimsarmah9801 9 ай бұрын
"মা" জুবিন দাৰ কণ্ঠত গীতটি শুনি দুচকু সেমেকি আহিছে , মা অবিহনে একো নাই, তুমি কিয় এৰি গলা মা একো কৰিব নোৱাৰোঁ দেখোন তুমি নোহোৱাকৈ
@gunjankoushikchoudhury9971
@gunjankoushikchoudhury9971 9 ай бұрын
চকু পানী ওলাই গল 😢 ৰাঘৱলৈ বহুত শুভেচ্ছা থাকিল ❤
@hirakjyotikalita4491
@hirakjyotikalita4491 9 ай бұрын
গম পোৱা গৈছে যে চিনেমা খন কিমান ধুনীয়া হব ❤❤❤❤ waiting.......
@babudas653
@babudas653 9 ай бұрын
অতি সুন্দৰ। মা তোমাক বহুত মন পৰিছে। I Love you zd jt ❤❤❤❤
@tiku5593
@tiku5593 9 ай бұрын
মা মাথোঁ এটা শব্দ নহয়... গোটেই পৃথিৱীৰ সবাতোকৈ সাহসৰ উৎস...❤
@smritanjaliboragi8416
@smritanjaliboragi8416 8 ай бұрын
কি যে সুন্দৰ শব্দৰ গাঠনি , মন ভৰি ভৰি পাৰ ভঙা কন্ঠ ❤
@sumandeka9812
@sumandeka9812 7 ай бұрын
মা আপুনি সদায় জীয়াই থাকক ❤😊 আপুনি অবিহনে সকলো শূন্য। 😊❤ সকলোৰে মাক ভালে ৰাখক 🥰
@dutta585
@dutta585 9 ай бұрын
❤Maa❤Bujabo nuwara koi val puwa manuh goraki hoise maa...gaan2 huni hokoluwe maak Miss krise😍Hodai hustho hoi thaka maa❤️...Raghav saboloi ami exited hoi asu🤗
@user-om1zr3wr4d
@user-om1zr3wr4d 9 ай бұрын
চকু পানী উলিয়াই দিলা,, উফ কি কণ্ঠ,, zg,,❤❤
@manashjyotibezboruah9305
@manashjyotibezboruah9305 9 ай бұрын
সঁচাই... মা শব্দটোৱেই যথেষ্ট... গানতো শুনি চকু পানী নিজে নিজেই ওলাই আহিল.. যতীন দাৰ অভিনয় 🙏
@madhumitasaikiabora8588
@madhumitasaikiabora8588 9 ай бұрын
মা অবিহনে একোয়ে নাই যেন
@kukisvlogs2799
@kukisvlogs2799 9 ай бұрын
অন্তৰ চুই গল।সঁচাকৈ বৰ নিভাজ এই সম্পৰ্কবোৰ।জুবিন গাৰ্গ জিন্দাবাদ ❤❤❤❤❤❤
@ShivaBania
@ShivaBania 9 ай бұрын
Xundor ____ zubeen Dar Ganor Ktha Nu Ki Kom Vakha Nai ___ Aru Ei Konmani Loratur Acting Uff Bohut Xundor____Aagole Val Actor Hbo Ee❤
@parikhitmedhipretech3609
@parikhitmedhipretech3609 9 ай бұрын
The presentation ....ufsss mind blowing .Every scene creating a landscape of mothers love .No doubt technically its ...outstanding .Jatin Bora realy thankfull to this . masterpiece. ❤.And zg ..no words to describe him .
@sopalabarman8887
@sopalabarman8887 9 ай бұрын
বাকী দুটাত কৈ এইটো বেষ্ট লগতে video টো ❤❤❤
@dollyzg
@dollyzg 9 ай бұрын
এই গানটো জুবিন দাৰ কাৰণে চিৰ যুগমিয়া হৈ থাকি গল। সকলোতকৈ ডাঙৰ ভগৱান হল মা ❤❤
@sandiponsharma
@sandiponsharma 9 ай бұрын
Happy wishes to Raghav. Jatins acting expressions & Zubins composition and voice.. combination unbeatable. Good luck. Raghav is going to be a big hit.
@prasantadas-vm3dn
@prasantadas-vm3dn 9 ай бұрын
কি সুন্দৰ গীত মা অ মা জুবিন দা সুন্দৰ কন্থ যতীন দা সুন্দৰ অভিনয়❤
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
Nutella bro sis family Challenge 😋
00:31
Mr. Clabik
Рет қаралды 11 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
Serik Ibragimov - Сен келдің (mood video) 2024
3:19
Serik Ibragimov
Рет қаралды 1,4 МЛН
Iliyas Kabdyray ft. Amre - Армандадым
2:41
Amre Official
Рет қаралды 626 М.
LISA - ROCKSTAR (Official Music Video)
2:48
LLOUD Official
Рет қаралды 91 МЛН
Erkesh Khasen -  Bir qyz bar M|V
2:43
Еркеш Хасен
Рет қаралды 100 М.
Bakr x Бегиш - TYTYN (Mood Video)
3:08
Bakr
Рет қаралды 955 М.