MAAGURI 2022 মাগুৰি || OFFICIAL VIDEO || MORAN BIHU ||MANURAM CHUTIA || DR. DULUKANTA||PRAYAKHI NEOG

  Рет қаралды 334,053

MANURAM & KUHIPAT STUDIO

MANURAM & KUHIPAT STUDIO

Күн бұрын

Audio Credit -
Albam - Maaguri
Producer - Manuram Chutia
Lyrics/Tune - Manuram Chutia, Dr. Dulukanta
Singer - Manuram Chutia, Dr. Dulukanta
Prayakhi Neog
Co-Singer - Brasha Neog
Mix-Masterd/Music - Bikram Chawrok
Dhol - Narbat Ranjan, Pal Utpal,
Flute - Mantu Neog
Recorded - Chawrok Music
Video Credit-
Cast- Diganta Moran, Dibyashpee Moran
Co Acting - Suraj kumar Boruah, BulBuli Duwarah, Luna Chetia
Video Director/Choreography - Diganta Moran
Video-Producer -Manuram Chutia
Videography/Edited - Sumindra Borah
Makup Artist - BulBuli Duwarah
Costume Designer - Diganta Moran
Special Thanks - Chendra Chutia, Bina Chutia , Arunjyoti Moran,Porag Chutia, Monidep Duwarah, Chondreshar Moran, Dr Jigar Chutia, Juganto Chetia, Munindra Chutia, Ranjan Moran, Dibyajyoti Boruah,Rupanjyoli Boruah,Debodhar Boruah, Deepjyoti Chutia, Dipak Duwarah, Zolin Duwarah
Bodousa senior Secondary school, Kuhipat Centre
#moranbihu #maguri #assamesenewvideo,
#manuramkuhipatstudio
ডিব্ৰু নৈয়েদি গৈ ঐ মাগুৰি বিলতে
ঐ চেনাই মাছে মাৰি থাকে
হেই----চাপৰিৰে পৰা ঐ কোনে ৰিং মাৰিলে ঐ
ঐ হিয়াত মোৰ কঁ‌পনি তোলে
সাগৰীকা যোৱাবাৰ বিহুতে
সাগৰীকা সৰু হৈ আছিলি
সাগৰীকা ধূলি-বালি ওমলি
ধূলি-বালি ওমলি গ'ল
সাগৰীকা এইবাৰ বিহুতে
সাগৰীকা বৰেজনী হ'লি
সাগৰীকা দেখি মন পগলা
দেখি মন পগলা হ'ল
সাগৰীকা বৰেজনী হ'লি
সাগৰীকা বিহুলৈ আহিলি
সাগৰীকা বিহুতলী শুৱনি
বিহুতলী শুৱনি হ'ল
ককাইটি ঐ এইবাৰ বিহুতে
ককাইটি ঐ যৌৱন বা' লাগিলে
ককাইটি ঐ ৰ'ব মই নোৱৰা
ৰ'ব মই নোৱৰা হ'লোং
ককাইটি ঐ তই বিহু গালে
ককাইটি ঐ ঢোলেটি বজালে
ককাইটি ঐ মনে মোৰ কেনেবা
মনে মোৰ কেনেবা কৰে
হেই বাঘজান চাপৰিত কেতেকীৰ বিননি ঐ ৰুণজুন (দেহা)
বগলী জাক উৰিছে
তোকে দেখাৰ পৰা মনৰে চাপৰিত ঐ ৰুণজুন (দেহা)
বগলী জাক উৰিছে
তোকে পালে আজিয়েই নিমেই হেই হেই
(ঘৰত জানো তোলে মোক দিব হে হেই)
বুকুৰে ভিতৰত পীৰিতি জাগিছে ঐ ৰুণজুন
বগলী জাক উৰিছে
তাকে ভাবি ভাবি টোপনি নাহে মোৰ ঐ ৰুণজুন (দেহা)
যৌৱনে মোক আমনি
যৌৱনে ঐ আমনি কৰে
মাগুৰি বিলতে ঐ চাকৈ-চকোৱা
ঐ যোৰে পাতি পাতি বহে
ঐ যৌৱনৰ বেলাতে ঐ
তোৰে মোৰে দৰে
কোনে যোৰ নাপাতি
কোনে যোৰ নাপাতি থাকে।
Thanks to all well-wishers

Пікірлер: 522
@dr.dulukantamoran7706
@dr.dulukantamoran7706 2 жыл бұрын
পোন প্ৰথমে সকলোলৈকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষ আৰু মাঘবিহুৰ শুভেচ্ছা জনালোঁ। "মাগুৰি" আমাৰ বৰ আপাহৰ গান। যোৱাবছৰৰ পৰা পৰিকল্পনা কৰি সময় আৰু সমস্যাৰ মোকাবিলা কৰি কৰি অৱশেষত আজি মুকুতি। পোনতেই মনোৰম চুতীয়াৰ নাম ল'বই লাগিব যি খুব হেঁ‌পাহেৰে প্ৰথমে এটি মৰাণ বিহু কৰাৰ কথা মোৰে সৈতে আলোচনা কৰিছিল। শুনি খুব আনন্দিত হৈছিলোঁ। কাৰণ সংগীত তাতে আকৌ মৰাণ বিহুৰ প্ৰতি মোৰো সাংঘাতিক দুৰ্বলতা। সেয়ে হেঁ‌পাহেৰে দুয়োয়ে পৰিকল্পনাৰে সাহস কৰিলোঁ আমি গীতটি কৰিমেই। মই ড° ডুলুকান্ত মৰাণ, মনোৰম চুতীয়া আৰু আমাৰ কুঁ‌হিপাত ক'ছিং চেন্টাৰৰ ছাত্ৰী প্ৰেয়সী নেওগৰ সৈতে মিলি আখৰা আৰম্ভ কৰিলোঁ। লগতে সহযোগী শিল্পীৰ দায়িত্ব পালন কৰিলে বৰষা নেওগে। মনোৰম আৰু ময়েই গানটোৰ কথা আৰু সুৰৰ গৰিষ্ঠভাগ সজালোঁ‌ আৰু লগতে আমাৰ পৰম্পৰাগত মৰাণ বিহুৰ কথা-সুৰৰ পৰা সংগ্ৰহ কৰি আমি আগবাঢ়িলোঁ‌। এই যাত্ৰা ফলপ্ৰসূ কৰি তুলি আমাৰ আপাহ পূৰণত আন্তৰিকতাৰে অৰিহণা যোগালে মিউজিক আৰু ৰেকৰ্ডিঙৰ দিশেৰে বিক্ৰম চাউৰক, ভিডিঅ' প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খুব আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে দিগন্ত মৰাণে (ভিডিঅ'ৰ কনচেপ্ট, পৰিচালনা), আন্তৰিকতাৰে ধুনীয়াকৈ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিলে সুমিন্দ্ৰ বৰাই আৰু প্ৰযোজনা কৰিলে মনোৰম চুতীয়াই। ভিডিঅ'টোত মূল অভিনয়ত আছে উদীয়মান অভিনেতা/অভিনেত্ৰী দিগন্ত মৰাণ আৰু দিব্যাশ্পী মৰাণে। গীতটি সম্পূৰ্ণ হৈ উঠাত সম্পূৰ্ণ সপ্ৰতিভতাৰে সহায় কৰিলে ভিডিঅ'ৰ সহযোগী শিল্পীসকলে। লগতে বিভিন্ন দিশেৰে বহুজনেই আমাক হৃদয়েৰে সহযোগিতা আগবঢ়ালে। মুঠতে "মাগুৰি" এটি দলীয় উদ্যমৰ ফচল। এই চেগতেই গীতটি প্ৰস্তুত কৰাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে লগতে সকলো শুভাকাংক্ষীলৈকে মনোৰম আৰু মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। আনহাতে শ্ৰোতা দৰ্শকসকল হ'ল আমাৰ মূল শকতি। আপোনালোকৰ মৰম শুভেচ্ছাভৰা সঁ‌হাৰি আমাৰ প্ৰাৰ্থনা। আশা কৰোঁ আপোনালোকে মৰম আৰু অনুপ্ৰেৰণাৰে আমাক কাম কৰি যাবলৈ সাহস যোগাব। গীতটি শুনি ভাল লাগিলে লাইক,কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনালোঁ।
@bilombitaboruah3264
@bilombitaboruah3264 2 жыл бұрын
Qqqqqqqqqqqqqoqqqjqqqqqqqqqqqqqqqddjqqqqqqqqqqqqqqqqqqqqqqcbqqqqqqqq djqqqbqqqqqqqqqqQqqqqqqqqqq qqq
@navajyotisonowal8269
@navajyotisonowal8269 2 жыл бұрын
lOa
@SunsunGogoi-gx1om
@SunsunGogoi-gx1om 11 ай бұрын
😅😊😅😊😊😊😊😊😊 0:47 😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@SanjaySahu_teli
@SanjaySahu_teli 4 ай бұрын
❤❤
@roneeaxom3589
@roneeaxom3589 2 жыл бұрын
বহুত ভাল লাগিল ।❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@gakulgogoi6697
@gakulgogoi6697 2 жыл бұрын
বৰ ভাল লাগিল। শুনি নাচোঁ নাচোঁ লাগি গ'ল। অনাগত দিনত আৰু আশা কৰিছোঁ।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohot bohut dhonyabad💓💓
@simantaburagohain9202
@simantaburagohain9202 2 жыл бұрын
Mozza mozza
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad
@hemontadohutia2566
@hemontadohutia2566 2 жыл бұрын
সুন্দৰ হৈছে 🥰🥰 আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া মৰাণ বিহু গীত পাই থাকিম বুলি আশা কৰিলো
@nirupmoran5090
@nirupmoran5090 2 жыл бұрын
Mja lgixa dai ❤️❤️❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@ranjumonidowarah3352
@ranjumonidowarah3352 2 жыл бұрын
সুন্দৰ হৈছে 🥰🥰
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত ধন্যবাদ💓💓
@MonuBikomiya.
@MonuBikomiya. 2 жыл бұрын
Eman dhunia gan rosela jeman hunula hapa noploi oo ❤️❤️❤️👈 for all Lost of love from Arunachal Pradesh ❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Very very thank you
@surajguptasg9563
@surajguptasg9563 2 жыл бұрын
Moza lagise.. 😍
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@HemontaMoran
@HemontaMoran 5 ай бұрын
😍🤗❤️👍 সুন্দৰ, বহুত ভাল লাগিল ।
@bulbuliduarah4075
@bulbuliduarah4075 2 жыл бұрын
সকলোবোৰ খুব সুন্দৰ হৈছে 🥰❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহু....ত❤️❤️❤️ ধন্যবাদ💕💕
@mrigankaphukan7283
@mrigankaphukan7283 2 жыл бұрын
Mojaa
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad💓
@rajenm3777
@rajenm3777 2 жыл бұрын
Fata fati.
@ankurmoran852
@ankurmoran852 2 жыл бұрын
Bor hundor hoise☺️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@alukjyotitipsvlog497
@alukjyotitipsvlog497 2 жыл бұрын
মজা ❤️❤️👌😘😍
@anantachetia9192
@anantachetia9192 2 жыл бұрын
1st wiews 👍
@dhonmoran423
@dhonmoran423 2 жыл бұрын
Mozz
@nikhashreeborah288
@nikhashreeborah288 2 жыл бұрын
Mojaaa lagil 👍👍
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut Dhoinyabad
@mamonimoran5010
@mamonimoran5010 2 жыл бұрын
bohut val lagil dei
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@prokitipujahandique908
@prokitipujahandique908 2 жыл бұрын
val lagil 💖
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad💓💓
@ffnilu4719
@ffnilu4719 2 жыл бұрын
Bohut val lagile.vai aguwai juwa.
@DeepjyotiChutia-gy3su
@DeepjyotiChutia-gy3su 2 жыл бұрын
Dhunia hoise
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@konmonichetia7020
@konmonichetia7020 2 жыл бұрын
সুন্দৰ 😍😍
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@jibansarkar5041
@jibansarkar5041 2 жыл бұрын
চালো ভাল লাগিল
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ
@fzgamer6114
@fzgamer6114 Жыл бұрын
Dulukanta sir...😮🔥🔥🔥🔥
@Surajtsk4851
@Surajtsk4851 2 жыл бұрын
Mja kutum
@digantamoranofficial2575
@digantamoranofficial2575 2 жыл бұрын
ধন্যবাদ ক কুতুম
@priyameegogoi4338
@priyameegogoi4338 2 жыл бұрын
সুন্দৰ
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ💓
@debojitchetia7367
@debojitchetia7367 2 жыл бұрын
Hundor
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad💓💓
@binitachutia711
@binitachutia711 2 жыл бұрын
সুন্দৰ 🥰🥰🥰🥰🥰🥰🥰
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ❤️💓💓💓
@binodshah3434
@binodshah3434 2 жыл бұрын
Very nice video bondhu best'of luck
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Very very Thank you
@imgonki6485
@imgonki6485 2 жыл бұрын
2nd
@bimaldanceschoolmakumgupon580
@bimaldanceschoolmakumgupon580 2 жыл бұрын
Supar And very very nice Vedio
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Very very thank you
@northeastguy8035
@northeastguy8035 2 жыл бұрын
❤❤
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
😍😍😘😘
@rn-nw3uq
@rn-nw3uq 2 жыл бұрын
BHT val lagisa dai dada
@monumotichetia8400
@monumotichetia8400 2 жыл бұрын
ধুনীয়া।আগলৈ আৰু চাব পাম বুলি আশা কৰিলো।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💓
@pradipkonwar34
@pradipkonwar34 2 жыл бұрын
বৰ সুন্দৰ হৈছে
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@ranamoran7337
@ranamoran7337 2 жыл бұрын
ভাল হৈছে
@karonchawrok2167
@karonchawrok2167 2 жыл бұрын
Manu bhai 😍🥰😘😘😘😘😘
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
💓🙏
@dhrubaborah3741
@dhrubaborah3741 Жыл бұрын
Addicted 💘💕
@bca___9821
@bca___9821 2 жыл бұрын
ধুনীয়া হৈছে 😊
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ
@mrgangakash3834
@mrgangakash3834 2 жыл бұрын
💚💚💚
@Assamesecollections
@Assamesecollections 2 жыл бұрын
+100M Views অতিক্রম কৰিব বুলি আশা কৰিলো।
@manurammixassamese6546
@manurammixassamese6546 2 жыл бұрын
💕🙏
@bhiraj9423
@bhiraj9423 Жыл бұрын
1 million pua2 a dangor ktha bro 🤣🤣
@aditimoran3997
@aditimoran3997 2 жыл бұрын
💓❤❤❤❤❤❤❤
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
💕💓💕
@sopanamoran6060
@sopanamoran6060 2 жыл бұрын
Nich
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Thanks
@boruahpolash7043
@boruahpolash7043 2 жыл бұрын
Nice 🙂🙂🙂🙂
@yellowtube1539
@yellowtube1539 2 жыл бұрын
Moran bihu geet r hosakoi tulona nai...Opurbo..
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad💕
@fluteljassamvlog1642
@fluteljassamvlog1642 2 жыл бұрын
Hundor
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad 💕
@dharmakantamoran1924
@dharmakantamoran1924 2 жыл бұрын
পোন প্ৰথমে সকলোলৈকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষ আৰু মাঘবিহুৰ শুভেচ্ছা জনালোঁ। "মাগুৰি" আমাৰ বৰ আপাহৰ গান। যোৱাবছৰৰ পৰা পৰিকল্পনা কৰি সময় আৰু সমস্যাৰ মোকাবিলা কৰি কৰি অৱশেষত আজি মুকুতি। পোনতেই মনোৰম চুতীয়াৰ নাম ল'বই লাগিব যি খুব হেঁ‌পাহেৰে প্ৰথমে এটি মৰাণ বিহু কৰাৰ কথা মোৰে সৈতে আলোচনা কৰিছিল। শুনি খুব আনন্দিত হৈছিলোঁ। কাৰণ সংগীত তাতে আকৌ মৰাণ বিহুৰ প্ৰতি মোৰো সাংঘাতিক দুৰ্বলতা। সেয়ে হেঁ‌পাহেৰে দুয়োয়ে পৰিকল্পনাৰে সাহস কৰিলোঁ আমি গীতটি কৰিমেই। মই ড° ডুলুকান্ত মৰাণ, মনোৰম চুতীয়া আৰু আমাৰ কুঁ‌হিপাত ক'ছিং চেন্টাৰৰ ছাত্ৰী প্ৰেয়সী নেওগৰ সৈতে মিলি আখৰা আৰম্ভ কৰিলোঁ। লগতে সহযোগী শিল্পীৰ দায়িত্ব পালন কৰিলে বৰষা নেওগে। মনোৰম আৰু ময়েই গানটোৰ কথা আৰু সুৰৰ গৰিষ্ঠভাগ সজালোঁ‌ আৰু লগতে আমাৰ পৰম্পৰাগত মৰাণ বিহুৰ কথা-সুৰৰ পৰা সংগ্ৰহ কৰি আমি আগবাঢ়িলোঁ‌। এই যাত্ৰা ফলপ্ৰসূ কৰি তুলি আমাৰ আপাহ পূৰণত আন্তৰিকতাৰে অৰিহণা যোগালে মিউজিক আৰু ৰেকৰ্ডিঙৰ দিশেৰে বিক্ৰম চাউৰক, ভিডিঅ' প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খুব আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে দিগন্ত মৰাণে (ভিডিঅ'ৰ কনচেপ্ট, পৰিচালনা), আন্তৰিকতাৰে ধুনীয়াকৈ চিনেমেট'গ্ৰাফ কৰিলে সুমিন্দ্ৰ বৰাই আৰু প্ৰযোজনা কৰিলে মনোৰম চুতীয়াই। ভিডিঅ'টোত মূল অভিনয়ত আছে উদীয়মান অভিনেতা / অভিনেত্ৰী দিগন্ত মৰাণ আৰু দিব্যাশ্পী মৰাণে। গীতটি সম্পূৰ্ণ হৈ উঠাত সম্পূৰ্ণ সপ্ৰতিভতাৰে সহায় কৰিলে ভিডিঅ'ৰ সহযোগী শিল্পীসকলে। লগতে বিভিন্ন দিশেৰে বহুজনেই আমাক হৃদয়েৰে সহযোগিতা আগবঢ়ালে। মুঠতে "মাগুৰি" এটি দলীয় উদ্যমৰ ফচল। এই চেগতেই গীতটি প্ৰস্তুত কৰাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে লগতে সকলো শুভাকাংক্ষীলৈকে মনোৰম আৰু মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। আনহাতে শ্ৰোতা দৰ্শকসকল হ'ল আমাৰ মূল শকতি। আপোনালোকৰ মৰম শুভেচ্ছাভৰা সঁ‌হাৰি আমাৰ প্ৰাৰ্থনা। আশা কৰোঁ আপোনালোকে মৰম আৰু অনুপ্ৰেৰণাৰে আমাক কাম কৰি যাবলৈ সাহস যোগাব। গীতটি শুনি ভাল লাগিলে লাইক,কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনালোঁ।
@deboboruah5041
@deboboruah5041 2 жыл бұрын
❤️❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
💓💓
@dmmoran
@dmmoran 2 жыл бұрын
বৰ ধুনিয়া লাগিল দেই গীতটো লগতে ভিডিঅ টো ছাই👌👌👌❤️❤️🥰🥰🥰🌷🌷 ভুমুকি এটি মাৰিবা মোৰ চেনেলটি খোলি🙏
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@hopeforstudents7414
@hopeforstudents7414 2 жыл бұрын
Hundor hoise , iman marjito haj par korise bht bhl hoise
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut dhoinyabad
@-jun-mun8061
@-jun-mun8061 2 жыл бұрын
বৰ ভাল লাগিলে গীতটো শুনি 🤗🤗লগতে ভিদেও চাই নাচোঁ নাচোঁ লাগিছে পাই মোৰ💗💗
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💓
@-jun-mun8061
@-jun-mun8061 2 жыл бұрын
@@manuramkuhipatstudio3957 wlcm🤗🤗
@bimishamoran2675
@bimishamoran2675 2 жыл бұрын
Hundor Dibyspee❤️❤️ . Aaguwai jaa toi.. hundor hoise hokoluree .. ❤️❤️🔥🔥
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@axom_moran
@axom_moran 2 жыл бұрын
সঁচাকে পগলা হৈ যাম দেই
@justinmahanta6473
@justinmahanta6473 2 жыл бұрын
Bahut dhuniya lagixa dai ❣️❣️next levl video song ❤️❤️❤️❤️from Moran ❣️❣️❣️
@Hhdiii-w6h
@Hhdiii-w6h 2 жыл бұрын
Hokoluke bor dhuniya lagile.aagoloi ru pam buli aakha thakil
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@rastrajitmoran2887
@rastrajitmoran2887 2 жыл бұрын
বহুত ভাল লাগিল। সুন্দৰ হৈছে ডুলু কাই
@diliphazarika6589
@diliphazarika6589 2 жыл бұрын
সকলো শিল্পী কুশলীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।মাগুৰি ২০২২, মৰাণ বিহুৰ কণ্ঠ নৃত্য অতি সুন্দৰ । ২০২২ বৰ্ষৰ মৰাণ বিহুৰ এই খনেই নিশ্চয় প্ৰথম এলবাম ।ড্:ডুলুকান্ত মৰাণৰ লগতে সকলো শিল্পীয়ে আগুৱাই যাওক । দিলীপ হাজৰিকা, ধুলিজান গাঁও, মাকুম ।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
আপোনালৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিল লগতে বহুত বহুত ধন্যবাদ ।
@baruah4883
@baruah4883 2 жыл бұрын
বৰ সুন্দৰ হৈছে❣️👌 আগুৱাই যোৱা এনেকৈয়ে 👍
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ 💓💓
@basantimoran1867
@basantimoran1867 2 жыл бұрын
Wow.bhut bhut vl lagile ,agoloiu akha thakil...
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@RajAssam-uy9nl
@RajAssam-uy9nl 2 жыл бұрын
Val lagil Dul da.......hokolure val hoise
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad
@ranjanmoran7761
@ranjanmoran7761 2 жыл бұрын
মজা হৈছে লাগি থকা আগতেও যাতে এনে গীত শুনি থাকিব পাও তাৰে আশা থাকিল
@MousumiChutia-ev6sw
@MousumiChutia-ev6sw 2 жыл бұрын
বহুত সুন্দৰ হৈছে ,,আগুৱাই যোৱা ।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ 💓
@pesohimoran2491
@pesohimoran2491 2 жыл бұрын
Preyokhi♥️♥️♥️♥️♥️♥️♥️
@swapnalimoran426
@swapnalimoran426 2 жыл бұрын
ভ‍বাতকৈ বহুত বেছি ভাল লাগিল 💖
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@udaylofai2839
@udaylofai2839 2 жыл бұрын
mojja daity
@girish8x266
@girish8x266 2 жыл бұрын
মজা লাগিছে দেই
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@pabitramoran3631
@pabitramoran3631 2 жыл бұрын
Nuwarisu thakiboloi, ghoroloi jao jao lagise,,,,, e hu huiiiii
@digantamoranofficial2575
@digantamoranofficial2575 2 жыл бұрын
Ahile log pam nhoy ❤️👍
@polashkhatowal5915
@polashkhatowal5915 2 жыл бұрын
মজা ,আগলৈ এনে গীত শুনা ৰ আশা কৰিলোঁ।
@Jigorsfreetime
@Jigorsfreetime 2 жыл бұрын
বহুত ধুনীয়া হৈছে।। আৰু লগে !!❣️❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@parijaat9475
@parijaat9475 2 жыл бұрын
বৰ ভাল লাগিল
@purabimoran164
@purabimoran164 2 жыл бұрын
বৰ ধুনীয়া লাগিছে সকলোকে 🥰🥰
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@tikendrajitmoran8757
@tikendrajitmoran8757 2 жыл бұрын
বহুত ভাল লাগিল দুল ককাইদউক । শুনিলে শুনি থাকিবৰ চালে চাই থাকিবৰ মন যাই। আপোনালোকৰ এই সুন্দৰ প্ৰচেষ্টা অব্যাহত থাকক।ভৱিষ্যত তে আপোনালোকৰ পৰা আৰু অধিক শুনিব পোৱাৰ আশাৰে এগালমান মৰম আৰু শুভেচ্ছা জানানো। 🔥🔥🔥🔥🔥🔥
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@Rina-es6cq
@Rina-es6cq 2 жыл бұрын
Val lgil agbahi jua hokolu e
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut dhonyabad💓
@subhankar1483
@subhankar1483 2 жыл бұрын
Hokolu dhunia hoise🥰🥰
@chandrabaruah8571
@chandrabaruah8571 2 жыл бұрын
Wawww.....bor val lagil dei vaiti .
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💓
@bablichutia4822
@bablichutia4822 2 жыл бұрын
Bht val lagil...
@lateswarchetia5280
@lateswarchetia5280 2 жыл бұрын
সুন্দৰ পৰিবেশন । সুন্দৰ দৃশ্য গ্ৰহণ । আগলৈ পুনৰ শুনা আৰু চোৱাৰ আশা পুহি ৰাখিলোঁ ।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ
@axmoran1556
@axmoran1556 2 жыл бұрын
বহুত ভাল লাগিল
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ 💕
@pompimoran2067
@pompimoran2067 2 жыл бұрын
বৰ ভাল লাগিল ❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💕
@ankurjyotiborpatra5455
@ankurjyotiborpatra5455 2 жыл бұрын
অতি সুন্দৰ হৈছে ।
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💓
@parijaat9475
@parijaat9475 2 жыл бұрын
ভাল লাগিল
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ
@younamoran7978
@younamoran7978 2 жыл бұрын
Dhuniya hoise dei😍
@imgonki6485
@imgonki6485 2 жыл бұрын
View
@maina5373
@maina5373 2 жыл бұрын
Hosakoi val lagil sai....
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত ধন্যবাদ
@justinmahanta8502
@justinmahanta8502 2 жыл бұрын
Bor mja lagixa dai ❣️❣️ love this song ❣️❣️❣️❣️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@boidyabrightburagohain4863
@boidyabrightburagohain4863 2 жыл бұрын
বৰ ভাল লাগিল উপভোগ কৰি। গীতটিৰ লগত জড়িত সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
@dharmakantamoran1924
@dharmakantamoran1924 2 жыл бұрын
বহুত বহুত ধন্যবাদদেই বৈদ্য। মন্তব্য দেখি ভাল লাগিল
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@bhaitydoley306
@bhaitydoley306 2 жыл бұрын
Bffr
@Monideep_123
@Monideep_123 2 жыл бұрын
Eman j Dhuniya lagile Pai 🥰❤❤
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহু......ত ধন্যবাদ .....।💓💓💓
@হোমেন-ত১ষ
@হোমেন-ত১ষ 2 жыл бұрын
বহুত সুন্দৰ হৈছে 🥰🥰
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ💓💓
@missparuchutia4908
@missparuchutia4908 2 жыл бұрын
❤️
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
❤️❤️
@Cm-wd8me
@Cm-wd8me 2 жыл бұрын
dhunia hoise
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad💓
@pankajmoran7318
@pankajmoran7318 2 жыл бұрын
অতি সুন্দৰ অতি মনোমোহা💕
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ💓
@achurjyavlog6698
@achurjyavlog6698 2 жыл бұрын
বহুত ভাল লাগিল বন্ধু আৰু আগুৱাই যোৱা 🙂
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
বহুত বহুত ধন্যবাদ
@hemantachetia435
@hemantachetia435 2 жыл бұрын
Besuti baw ligil dai agloi anekuwa aru baw loga video pai thakim buli akha thakil dai
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Bohut bohut dhonyabad
@alllocalbihuprogramlive1134
@alllocalbihuprogramlive1134 2 жыл бұрын
সুন্দৰ হৈছে
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
ধন্যবাদ
@Bhaskar_Bikachurjya
@Bhaskar_Bikachurjya 2 жыл бұрын
বহুত ভাল লাগিল দেই গানটো।
@bhobendramoran8102
@bhobendramoran8102 2 жыл бұрын
Mza mza😍
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
Dhonyabad💓❤️
@localmaker8080
@localmaker8080 2 жыл бұрын
🌼মৰাণ🌼
@manuramkuhipatstudio3957
@manuramkuhipatstudio3957 2 жыл бұрын
❤️💓
@kalyanjyotiduwarah818
@kalyanjyotiduwarah818 2 жыл бұрын
Mja
@surojitgohain919
@surojitgohain919 2 жыл бұрын
❣️moja 👍
@bodousajuniorcollege2092
@bodousajuniorcollege2092 2 жыл бұрын
Mojah
Cute
00:16
Oyuncak Avı
Рет қаралды 12 МЛН
Bosontor Rahghora , Moran Bihu by Juri Goswami Gogoi & Pty. DDK DIBRUGARH.
18:17
DOORDARSHAN KENDRA DIBRUGARH
Рет қаралды 9 М.
Moran Bihu 2021 | Assamese Folk Song | New Assamese Song
17:50
CL Studio n VFX
Рет қаралды 658 М.
খঙাল আলহী // Assamese Funny Video 2024 hitt video
10:51
Deep Jyoti Deka. Bhanga Tv
Рет қаралды 34 М.
Nasoni_Voll_2//Jitul_Jot_Tot//Bitu_Moran//2024_Bihu
4:54
Jitul jot tot
Рет қаралды 317 М.
Cute
00:16
Oyuncak Avı
Рет қаралды 12 МЛН