মচুৰ দাইল এনেদৰে বনালে মাছ মাংসলৈ মনতে নপৰে Masoor dal recipe
Пікірлер: 114
@itsme-hr7de3 ай бұрын
Nimokh nidiya dal.....tamam tasty lgise
@rajeevbkdeori471 Жыл бұрын
Bahut simple Hoi bonabole muru bahut Val lage aitu receipee ..
@Jayprakashrabha Жыл бұрын
বাইদেউ দালি ৰন্ধা নিয়ম টো ভাল লাগিল ৷ কিন্ত নিমখ হে দিব পাহৰিলে ৷ বাকি সকলো বস্তু দিয়া দেখিলো ৷
@bidyutbikashsarmah99555 ай бұрын
কেতিয়াবা সময়ৰ লৰালৰিত বা খুব ভাগৰুৱা অনুভৱ কৰি বিশেষ একো বনাবলৈ মন নগলে তেতিয়া এনেকুৱা ডাইল এখনেৰে সৈতে ভাতসাজ চলি যায়। বাকী ইউটিউবাৰে কোৱাৰ গতে মাছ-মাংস বাদ দি তেনেকুৱা মচুৰ মাহৰ আঞ্জা এখনক আদৰি লোৱাতোহে বৰ বেজাৰ পালো। অন্য খাৱৈআ সকলেও কথাটো কিমান গ্ৰহনযোগ্যতাৰে লয় তাকো সন্দেহৰ অৱকাশ থাকিল।
@UtpolaPhukon-ct6xv10 ай бұрын
এনেকৈ বনাই খাই এ থাকো বহুত ভাল লাগে খাই
@rekhaboruah7878 Жыл бұрын
ভাল লাগিল ।
@jumiahmedsaikia8252 Жыл бұрын
Bohut bhal lagil❤❤❤❤
@anantaborgohain3971 Жыл бұрын
হয় বাইদেউ, এই দৰে ৰান্ধি খাই বৰ সোৱাদ লাগে।
@purbikalita Жыл бұрын
Nice recipe ba friend halo ❤
@sidharthaDutta-gz8mb Жыл бұрын
Bhal lagil sai
@aminakitchenvlogs4301 Жыл бұрын
Yummy recipe. Stay connected 🙏
@bhagyasreehazarika122 Жыл бұрын
Khau bohut dhunia lage khub mitha hoi
@NITUNath-zm7qd3 ай бұрын
অতি সুন্দৰ ভিদিঅ ছাই ভাল লাগিল ❤❤❤❤❤
@shamburoy91746 ай бұрын
aru baido apuni jodi lgt garlic didile hoten tetiya aru val lagile hoten mur maa bonai thake maje maje kintu alu nidiyake, karon mur deota nakhai alu from guwahati❤
@sabitaneog2905 Жыл бұрын
Val lagele dei frend holu asha korisu apuniu videos shabo logote frendu hobo