Рет қаралды 40,164
সমূহ ভক্তবৃন্দলৈ মোৰ সশ্ৰদ্ধ নমস্কাৰ । উঠি অহা নতুন প্রজন্মৰ বাবে ভাগৱতৰ জ্ঞান বাৰুকৈয়ে প্ৰয়োজনীয় । সেয়েহে এই অভাজনে মহাভাগৱতৰ পৰমাৰ্থ তত্ত্বসমূহ আপোনাসৱৰ আগত দাঙি ধৰিব ওলাইছো। ভুল হলে ক্ষমা কৰিব । আজিৰ বিষয় -মদ-ভাং খাই ধৰ্মীয় অনুষ্ঠানত যোৱা লোকক শাস্ত্ৰত কি বুলি কৈছে চাওঁক ।। ধন্যবাদ 🙏
#আধ্যাত্মিকজ্ঞান
#Bhagawatakotha
#Assamesegyan