No video

মধ্য অসমৰ এটা বিখ্যাত নামঘৰ ! | A beautiful destination of Kaliabor | Vlog 8 || B Vlogs

  Рет қаралды 492

B Vlogs

B Vlogs

Күн бұрын

#Kaliabor #Bharali_Namghar #B_Vlogs
এইটো ভিডিঅ' ত দেখা পাব মধ্য অসমৰ এটা বিখ্যাত নামঘৰ - ভড়ালী নামঘৰ 😊
ভড়ালী নামঘৰঃ
ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰনীয় ধৰ্মৰে দীক্ষিত। চিৰসেউজীয়া প্ৰাকৃতিক পৰিৱেশ, সৰু সৰু জান-জূৰি, সেউজীয়া পথাৰ, সৰু-ডাঙৰ ৰজাদিনীয়া পূখূৰীবোৰ, বনৰীয়া পক্ষীজাকৰ আনন্দৰ কলৰৱ, ৰাতিপূৱা চিকনি চিয়াং পাহাৰৰ ফাঁকে ফাঁকে সূৰ্যোদয়ৰ মনোৰম দৃশ্য আৰু পশ্চিম আকাশত ডূব যাব ধৰা সূৰ্যৰ হেঙূল আভাৰ দৃশ্য অপৰূপ। ৰাতিপূৱাৰে পৰা গধূলিলৈকে গ্ৰাম্য পৰিৱেশ সজীৱ কৰি ৰখা গাঁওখন- এক আনন্দৰ পৰিৱেশ- শ শ মানূহ নামঘৰলৈ আহিছে আৰু নামঘৰৰ ভাগৱত পাঠে উ‍ৎসৱমূখৰ কৰি তূলিছে নামঘৰৰ চৌপাশ, ভক্তপ্ৰাণ যাত্ৰীসকলৰ হৃদয়।
ইতিহাসঃ
ভঁৰালী নামঘৰটি আগতে ভঁৰালী গাঁৱৰ পূব-দক্ষিণৰ বামগাঁৱত (দৌল পূখূৰী) আছিল। নামঘৰত ভাগৱত প্ৰতিস্থা কৰিছিল বাপূৰামদেউৱে। এটা সময়ত ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীযে চটাই আলিৰ কাষৰ ঠাইবোৰ বূৰাই পেলোৱাত ওখ ঠাইত গাঁও পাতিছিল। মান সেনাই বামগাঁৱৰ নামঘৰ পূৰি পেলোৱাত তেওঁলোকে ভঁৰালী ৰাজবিষয়াৰ ওচৰত গাঁও পাতি নামঘৰ প্ৰতিস্ঠা কৰিলে। ভঁৰালী ৰাজবিষয়াৰ নাম অনূসৰি নামঘৰটিৰ নাম হ’ল ভঁৰালী নামঘৰ। নতূনকৈ নামঘৰ প্ৰতিস্ঠা কৰা প্ৰায় ২০০ বছৰ হ’লহি। এতিয়ালৈকে উক্ত স্হানতে নামঘৰটি চাৰিবাৰকৈ পূনৰ মেৰামতি কৰা হৈছে। নামঘৰৰ বৈশিস্টপূৰ্ণ সম্পদটি হৈছে তূলসী খূঁটাটো। খূঁটাটো মাজৰ অংশ উঁয়ে খাই নস্ট কৰিলেও গাঁৱৰ ভক্ত-প্ৰাণ ৰাইজে অৱশিস্ট অংশটি অতি ভক্তিভাৱে সিংহাসনৰ ওচৰত সংৰক্ষণ কৰি ৰাখিছে। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল আহি শৰাই, বন্তি দি মনৰ কামনা পূৰ্ণ কৰি সাৰ্থকতা লাভ কৰিছে। এইটো ঠিক যে, নামঘৰৰ চৌহদত সোমালে কিমান সময় তাত অতিবাহিত কৰিলে ক’ব নোৱাৰে। শান্তিৰে তাত সময় অতিবাহিত কৰিব পাৰে। গাঁৱৰ আগৰ বয়োজেষ্ঠসকলে কৈ গৈছিল- নামঘৰটি বুঢ়াডাঙৰীয়াৰ জিৰণি চ’ৰা। কেতিয়াবা নিশা বগা সাজপাৰে বগা ঘোঁৰাত উঠি পৰিভ্ৰমণ কৰি নামঘৰত বিশ্ৰাম লয়। ঘোঁৰাৰ খট্ খট্ শব্দৰ উমান পায়। এইটোও ঠিক আজিৰ এই বিজ্ঞান আৰু প্ৰযূক্তিৰ দ্ৰুত সম্প্ৰসাৰণত এই তথ্য অলৌকিক বা অসত্য বূলি গণ্য কৰিব খূজিলেও নামঘৰত ভগৱানৰ ঐশ্বৰিক শক্তিৰ উমান পোৱাটো সত্য।

Пікірлер: 27
@Okay.789
@Okay.789 3 жыл бұрын
বহুত ধুনীয়া লাগিছে ,
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
ধন্যবাদ দেই 😊
@pramodkhanal3328
@pramodkhanal3328 3 жыл бұрын
সুন্দৰ ভাই!
@ude1226
@ude1226 3 жыл бұрын
🙏🙏👌👌❤
@priyankaborah552
@priyankaborah552 3 жыл бұрын
👌👌
@krishnakantarava1096
@krishnakantarava1096 3 жыл бұрын
Mozaa
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
tnq bhai😊
@dibyamohangogoi9920
@dibyamohangogoi9920 3 жыл бұрын
val lagil
@palashdutta3651
@palashdutta3651 3 жыл бұрын
প্ৰভু দয়াময় 🙏
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
প্ৰভুৰ চৰণতে আমি ♥
@ankitabora8565
@ankitabora8565 3 жыл бұрын
a mojjaaa😍 bhttt kamur khalu kin2 emn video koro🧐
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
হয় দিয়া 😊
@manasjyotiurang1712
@manasjyotiurang1712 3 жыл бұрын
Mozaaa bro☺️
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
tnx bhai😊
@rowdghai3364
@rowdghai3364 3 жыл бұрын
মজাহ
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
ধন্যবাদ 😊
@rupalim9181
@rupalim9181 3 жыл бұрын
Val lgil
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
Tnq dei 😊
@uttamloying892
@uttamloying892 3 жыл бұрын
তুলসী খুটাটো এতিয়াও সংৰক্ষিত হৈ আছে।
@ALLINHUNT
@ALLINHUNT 3 жыл бұрын
Pariso Dy👍
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
থেং কু
@uttamloying892
@uttamloying892 3 жыл бұрын
আৰু কিছুমান কথা আধৰুৱা হ'ল।অধিক জানিবলৈ হ'লে মোৰ লগত কথা পাতিব পাৰে।
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
হয়...সকলো তথ্য ভিডিঅ' দিয়া সম্ভৱ নহয়...অধিক জানিবৰ বাবে ভিডিঅ' ৰ Details ত চাব পাৰিব 😊
@ipshitadutta7165
@ipshitadutta7165 3 жыл бұрын
ঈশ্বৰে চকু মেলি চাব আৰু দুয়োকে🙏
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
আও হৰি আও ৰাম 😊
@dibyamohangogoi9920
@dibyamohangogoi9920 3 жыл бұрын
val lagil
@BVlogsBKT
@BVlogsBKT 3 жыл бұрын
ধন্যবাদ😊
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 40 МЛН
Little brothers couldn't stay calm when they noticed a bin lorry #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 20 МЛН
হেমলাই মৰাণগাঁও নামঘৰ খণ্ড ৩ @jyotimoy6018
22:09
জ্যোতিময় Jyotimoy
Рет қаралды 294 М.
Madhupur Satra Coochbehar| Cooch Behar trip| #westbengal
6:09
Vlogs with Dimpi
Рет қаралды 143