No video

মহানগৰীৰ হোটেলত কি চলে? হাতে লোতে ধৰিলে বীৰ লাচিত সেনাই!

  Рет қаралды 225,094

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 538
@user-un7mu4gb6s
@user-un7mu4gb6s Жыл бұрын
এনে ধৰণৰ পদক্ষেপ ললে বীৰ লাচিত সেনা আৰু বহুত আগুৱাই যাব।জয় আই অসম।✊✊✊
@NabaijthMili
@NabaijthMili Күн бұрын
Joi ai axom
@udayandas8583
@udayandas8583 2 жыл бұрын
অতি সূন্দৰ এনে ধৰণৰ পদক্ষেপ ল'ব লাগে,জয় জয়তো বীৰ লাচিত সেনা।
@YogaTherapyAssam
@YogaTherapyAssam 2 жыл бұрын
হয় ঠিকেই আছে kzbin.info/door/GYxG4SQL5T2iQqLbeEhP-g
@Nikonjakowar
@Nikonjakowar Жыл бұрын
M😅😅l😊
@Nikonjakowar
@Nikonjakowar Жыл бұрын
5:42
@debajitsharma5462
@debajitsharma5462 2 жыл бұрын
যি কাম চৰকাৰে কৰিব লাগিছিল কাৰণ তেওঁলোকে জাতি ভেটি মাটিৰ কথা কৈ চৰকাৰ বনাইছে কিন্তু যি ধৰণে বীৰ লাচিত সেনাৰ সদস্য সকলে নিজ স্বাৰ্থ ভাবে অসমীয়াৰ হৈ মাত মতিছে ধন্যবাদ তেওঁলোকক।
@YogaTherapyAssam
@YogaTherapyAssam 2 жыл бұрын
হয় ঠিকেই কৈছে আপুনি kzbin.info/door/GYxG4SQL5T2iQqLbeEhP-g
@rajudeka4679
@rajudeka4679 2 жыл бұрын
চৰকাৰ বিদেশী ৰ গোলাম ভোটৰ বাহিৰে একো চিনি নাপায় সিহঁতে। Election আহিলে জাতি মাটিৰ কথা কব সিহঁতে অলপ মানো লাজ নালাগে সিহঁতৰ।
@tapashbarman3487
@tapashbarman3487 2 жыл бұрын
💯 Right 🙏🙏🙏
@debajitbora165
@debajitbora165 2 жыл бұрын
খুউব ভাল পদক্ষেপ। ধন্যবাদ বীৰ লাচিত সেনা অসম❤️
@medhilogichouse7859
@medhilogichouse7859 2 жыл бұрын
বীৰ লাচিত সেনা ধন্যবাদ জনালো। গুৱাহাটীত হিন্দী ভাষীৰ দপদপনি বহু বাঢ়িছে।
@MrPanda512
@MrPanda512 2 жыл бұрын
Thik koise apuni.
@protimadutta2890
@protimadutta2890 Жыл бұрын
ইহঁতৰ মুখত থোৱাব লাগে ।
@jonjyotinath8859
@jonjyotinath8859 2 жыл бұрын
জয় বীৰ লাচিত সেনা।। জয় আই অসম।।।
@phanindrabarman8598
@phanindrabarman8598 2 жыл бұрын
Jai bir lasit bir lasit Sena Jay hind
@jayantadas8684
@jayantadas8684 2 жыл бұрын
বি লাচিত সেনা জিন্দাবাদ (ভাল কাম কৰি আছে)
@lxsinu8664
@lxsinu8664 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ জয় আই অসম ❤️🥰🥰👍👍
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
অসমীয়া কিছুমান ব্যৱহাত এনে বহুত আছে ,দৰমাহ ৰখাই থয় ,বহুত অশান্তি কাম কৰে অসমীয়া লৰায়ে ,তাতো অলপ চকু দিলে ভাল হয় 🙏
@commenti5459
@commenti5459 2 жыл бұрын
অ এনেকৈ ইংলিচ মাৰিলে ইংলিচতে জবাব দিব পাৰিব লাগে ‌।
@purabinath2465
@purabinath2465 2 жыл бұрын
তেওঁ ইংৰাজী ভাষা কৈ জিকিম বুলি ভাবিছিল, Please don't give any chance to these type of people, weldon, You also reacted equally.
@ankursarma3725
@ankursarma3725 2 жыл бұрын
Assamese language at koi horuwa hoi besi proud feel korilu hoi after all 200yrs British a di juwa language na English tu ....my whole education in English bt assamese at kotha koi besi rich rich feel hoi ...that totally my view only
@suvasish477
@suvasish477 2 жыл бұрын
Agot nije english vlke kobo hiki luwa🤣🤣🤣
@nityamorang2665
@nityamorang2665 2 жыл бұрын
অসমৰ,বীৰ লাচিত‌‌ সেনাসকললৈ‌‌ ধন্যবাদ ‌জনাইছো,,,জয় আই‌ অসম,,,🙏
@manjitdas6191
@manjitdas6191 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ 💪 জয় আই অসম ✊
@JyotismanHazarika-dm6qt
@JyotismanHazarika-dm6qt 2 жыл бұрын
Jinda bad jinda bad
@YogaTherapyAssam
@YogaTherapyAssam 2 жыл бұрын
হয় হয় হয় kzbin.info/door/GYxG4SQL5T2iQqLbeEhP-g
@pradipkhoud4665
@pradipkhoud4665 2 жыл бұрын
আমাৰ অতি সন্মানীয় অসমীয়া মাহজাতীয় ৰ গৌৰবৰ মহান সংগঠন "বীৰ লাচিত সেনা" ৰ দ্বাৰা লোৱা সময়োপযোগী, বলিষ্ঠ পদক্ষেপ, ভূমিকাত মই শ্ৰী প্ৰদীপ খাউণ্ড অতি সুখী তথা আনন্দিত!! অদূৰ ভৱিষ্যতে ৰাজ্য খনিৰ ৰাইজৰ চকুৰ আৰঁত বহু এনেধৰনৰ অমানবীয় কাৰ্য্য নঘটা নহয়, ৰাজ্য খনৰ ভিতৰুৱা আঞ্চল সমূহত বাৰিষাৰ পিছতেই অসমীয়া ভাষা সাহিত্য, সংস্কৃতিক ভাল পোৱা লোক সকলৰ সহযোগত "বীৰ লাচিত সেনা" ৰ শাখা সমিতি /উপ সমিতি আদি গঠন কৰিলে বহু সুচল ও সুবিধা হব বুলি ভাবোঁ !! প্ৰদীপ খাউণ্ড, পাভৈ ___জয় আই অসম !
@pranjalbordoloi5375
@pranjalbordoloi5375 2 жыл бұрын
অতি গুৰুত্বপূৰ্ণ বিষয় বিৰ লাচিত সেনা য়ে ভাল আৰু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ধন্যবাদ জয় আই অসম
@amulyadas7103
@amulyadas7103 2 жыл бұрын
অসমত অসমীয়া ভাষাত কথা কবলৈ বাধ্য কৰাওক। অসমীয়া জানে যদিও কব ইচ্ছা নকৰে। কলিকতাত কি যি ঠাইৰে মানুহ নহওক কিয় বাংলা ভাষা কবলৈ বাধ্য।
@Abeer-gv9ek
@Abeer-gv9ek Күн бұрын
বালৰ কথা কেলা
@moin793
@moin793 2 жыл бұрын
বীৰ লাচিতৰ পদক্ষেপত একমত ❤️
@joecool3876
@joecool3876 2 жыл бұрын
লাচিত বৰফুকনে ইমান ধুনীয়া ইংৰাজী কৈছিল??
@joydeepborpatra2769
@joydeepborpatra2769 4 ай бұрын
😂
@Abeer-gv9ek
@Abeer-gv9ek Күн бұрын
😂😂
@JIRI138
@JIRI138 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ...👍👍👍
@krishnasvlogs5293
@krishnasvlogs5293 2 жыл бұрын
Very good job u r doing B. L. Sena. It's a common problem now a days in all around the assam.
@BABULBARMAN1371
@BABULBARMAN1371 2 жыл бұрын
Well done brothers.....these are common nowadays....only due to raising no voice...if the person is physically or mentally not fit why did they appoint him...does a mentally or physically unfit person has abilities to provide service....i strongly believe the authorities of that hotel are actually mentally unfit to run such a business rather than the poor employee
@shyamaldas762
@shyamaldas762 2 жыл бұрын
excellent work by Veer Lachit Sena
@lxsinu8664
@lxsinu8664 2 жыл бұрын
বীৰ লাচিত সেনা থাকিলে চিন্তা নকৰিব
@NewGovernmentJob-bg1fx
@NewGovernmentJob-bg1fx 2 жыл бұрын
Andulon kora r Baihr a aru beleg kam nai jaa.
@pranabgohain699
@pranabgohain699 2 жыл бұрын
@@NewGovernmentJob-bg1fx ভক্ত
@arnabpuzari184
@arnabpuzari184 2 жыл бұрын
Excellent work by entire team Lots of respect !!
@pabitradas3785
@pabitradas3785 Жыл бұрын
ধন্যবাদ বীৰ লাচিত সেনা। সুন্দৰ পদক্ষেপ।
@khadyutboruah9458
@khadyutboruah9458 2 жыл бұрын
সুন্দৰ প্ৰদক্ষেপ,জয় আই অসম।
@jamkhamgogoi8196
@jamkhamgogoi8196 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ ।
@aniruddhadeka5384
@aniruddhadeka5384 2 жыл бұрын
সুন্দৰ পদক্ষেপ, বীৰ লাচিত সেনা জিনদাবাদ ।
@jadumonigohain8064
@jadumonigohain8064 2 жыл бұрын
ধন্যবাদ জনাইছোঁ বীৰ লাচিত সেনা অসম,,,
@MRINMAY973
@MRINMAY973 2 жыл бұрын
Well done bro Keep it up..we need such typ of youth for our new generation.whose are completely different.. Bir Lachit Xena Long Live.
@nayandas2117
@nayandas2117 2 жыл бұрын
বীৰ লাচিত সেনা jindabad জয় আই অসম
@Anamikashine17
@Anamikashine17 11 ай бұрын
বীৰ লাচিত সেনা জিন্দাবাদ... জয় আই অসম
@anishapuwali
@anishapuwali 2 жыл бұрын
জয় আই অসম ❤️
@Misanthrope13
@Misanthrope13 2 жыл бұрын
Bir lachit xena zindabad.Joi aai axom
@utpaldasmusic2285
@utpaldasmusic2285 2 жыл бұрын
কথাবিলাক অসমীয়াত কলে ভাল হয় তেতিয়া হে বুজিম ।
@bhubenesar
@bhubenesar 2 жыл бұрын
Dada ae2 assam hoi sob sole
@suru6540
@suru6540 2 жыл бұрын
👍🏽 ধন্যবাদ বীৰ লাচিত সেনা ভাল কৰিছে👍🏽👍🏽👍🏽
@khaifkhan9894
@khaifkhan9894 2 жыл бұрын
জয় আই অসম ❤️❤️🙏🙏
@mousumsonowal5983
@mousumsonowal5983 2 жыл бұрын
Lol
@YogaTherapyAssam
@YogaTherapyAssam 2 жыл бұрын
ঠিকেই কৈছে আপুনি kzbin.info/door/GYxG4SQL5T2iQqLbeEhP-g
@hirakvaiii7096
@hirakvaiii7096 2 жыл бұрын
জয় আই অসম❤️
@dilipdas3025
@dilipdas3025 2 жыл бұрын
অনা অসমীয়া দাদা গিৰি no concider জয় আই অসম 👍👍👍
@kandorpabaruah7224
@kandorpabaruah7224 2 жыл бұрын
Lachit Xena jindabad. I . Like it.
@dibyagogoi7545
@dibyagogoi7545 2 жыл бұрын
সুন্দৰ পদক্ষেপ
@jugendersaikia4176
@jugendersaikia4176 2 жыл бұрын
ইংলিছ কোবাৰ প্ৰতিযোগিতা চলিব লাগে নে লপা ঠপা চৰ গুৰ ঘোচা চলিব লাগে। তেতিয়াহে জয় লাচিত বিৰ সেনা।
@sarmaji92
@sarmaji92 2 жыл бұрын
We support Veer lachit sena 🙏
@abhijeetdeka2328
@abhijeetdeka2328 5 күн бұрын
Bht dhuniya.bir lasit sena jindabad
@anilchangmai3385
@anilchangmai3385 2 жыл бұрын
Good job. Beer Lachit Sena Zindabad.
@nitubaruah4695
@nitubaruah4695 Жыл бұрын
সকলো ওলাই আহি লাচিত সেনাত যোগ দিব লাগে৷ কাৰণ আজিলে এনেকুৱা এটা সংগঠন দেখা নাই যি কেৱল অসমীয়াক সহায় কৰি গৈছে৷ আছে কেৱল লাচিত সেনা৷
@Abeer-gv9ek
@Abeer-gv9ek Күн бұрын
সেইকাৰণেই ইহঁতৰ কাম নাই মানে সাম্প্ৰদায়িক 😅
@nitubaruah4695
@nitubaruah4695 Күн бұрын
@@Abeer-gv9ek কাৰ কাম নাই বুলি কলে বা
@sankaraxomemusic3923
@sankaraxomemusic3923 7 ай бұрын
মজা ❤ জয় বীৰ লাচিত সেনা❤
@missionias7894
@missionias7894 2 жыл бұрын
দুজন অসমীয়াভাষীৰ মাজত ইংলিছ,, আচৰিত।।। অসমীয়া কব লাজ লাগে নেকি। ইংলিছ তাতে ব্যবহাৰ কৰক যত প্ৰয়োজন অন্যথা অসমীয়া আছে আমাৰ মাতৃভাষা।।
@IndiaAsk916
@IndiaAsk916 2 жыл бұрын
Nhoi dada..bir lachit hena bur noporha nuhuna buli vabi vul Kori thoka bilakor mukhot sor hoi aitu....maje maje Kobo lge j amiburu porha huna kora manuh..kintu jatir babe ulai ahisu
@poragjutisaikia9244
@poragjutisaikia9244 2 жыл бұрын
একমত
@YogaTherapyAssam
@YogaTherapyAssam 2 жыл бұрын
ঠিকেই কৈছে আপুনি kzbin.info/door/GYxG4SQL5T2iQqLbeEhP-g
@sudiptasharma1060
@sudiptasharma1060 2 жыл бұрын
English kuaru proyujon ase..Nohole esame jatir prohorik kom hikhitto buli vabe.. Imantu attitude lage manuhok.
@pritamsarma1672
@pritamsarma1672 2 жыл бұрын
Right.
@dipankardas815
@dipankardas815 2 жыл бұрын
Excellent work 👍🏼
@krishnagogoi1657
@krishnagogoi1657 2 жыл бұрын
সুন্দৰ পদক্ষেপ |
@robintalukdar8088
@robintalukdar8088 2 жыл бұрын
Excellent Work ... Keep up the good work.. Joi Aai Axom ...
@kalendas1935
@kalendas1935 2 жыл бұрын
Jay I axom ❤️❤️❤️I love veer lashit hena 🙏🙏🙏 dhuniya
@nicholasminj8410
@nicholasminj8410 2 жыл бұрын
Bir lachit sena jindabad. Very gud. Keep it up
@dipzentertainment5677
@dipzentertainment5677 2 жыл бұрын
ভাল কাম কৰি আছে দেই। আগবাঢ়ি যাওক।
@pratapnewarofficial8499
@pratapnewarofficial8499 2 жыл бұрын
Let them speak in Assamese.
@brothersglobe5706
@brothersglobe5706 2 жыл бұрын
সৎকৰ্ম্মৰ নিদৰ্শন 👍
@satyajitbonia7760
@satyajitbonia7760 2 жыл бұрын
সুন্দৰ পদক্ষেপ বিৰ লাচিত সেনা
@lakshyachetia9243
@lakshyachetia9243 2 жыл бұрын
😂🤣 অসমীয়াত কথা পাতিবলে শিকাই এতিয়া englisht লেকচাৰ দি আছে......engilsh ত কথা পাতিলে ভাল কিন্তু আমাৰ rashitya ভাষাত কথা পাতিলে বিদেশী...
@jonaligoswami651
@jonaligoswami651 2 жыл бұрын
Hoi...thikei koise apuni
@xyzzzzzzzzhhh
@xyzzzzzzzzhhh 21 күн бұрын
লাচিত সেনাই নিজৰ কাৰণে কৰা নাই সমগ্ৰ জাতিৰ কাৰণে কৰি আছে
@rajibchamua8490
@rajibchamua8490 2 жыл бұрын
জয় আই অসম
@simantarabha8890
@simantarabha8890 2 жыл бұрын
Bir lachit sena zindabaad jai aai axom👍👍👍👍👍👍
@realname_Ryan
@realname_Ryan Жыл бұрын
ধন্যবাদ বীৰ লাচিত সেনা
@user-iv8zc8ev1o
@user-iv8zc8ev1o 6 ай бұрын
Dada bht Val Kam korise apuna like
@jayamoniborah3928
@jayamoniborah3928 2 жыл бұрын
Jai ai Akhom👍👍👍
@Konchmonalisha852
@Konchmonalisha852 2 жыл бұрын
Good job veer Lasit hena🙏🙏🙏
@assamboyz2134
@assamboyz2134 2 жыл бұрын
Excellent brother ...salute bir lachit hena
@pallabidas2890
@pallabidas2890 2 жыл бұрын
আমাৰ অসম আমাৰ অসমীয়া তাহাঁতক শুকাই দিবৰ হল, বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে
@paplubarman4160
@paplubarman4160 2 жыл бұрын
Good job Veer lachit Xena ❤️
@kornokumardoley1514
@kornokumardoley1514 2 жыл бұрын
জয় বীৰ লাচিত সেনা। জয় আই অসম।
@babudutta3508
@babudutta3508 2 жыл бұрын
Bhal Lagil Video tu Sai
@sunildas5563
@sunildas5563 13 сағат бұрын
জয় আই অসম
@puspadhardeka5665
@puspadhardeka5665 5 ай бұрын
Lachit sena jindabad.
@jantihira9223
@jantihira9223 2 жыл бұрын
,এনেকুৱা বহুত কোম্পানী আছে ৩।৪ মাহ মান দৰমহা নিদিয়াকৈ পঠিয়াই দিয়ে
@chekanidhara1567
@chekanidhara1567 2 жыл бұрын
ভাল লাগিল।
@krishnasvlogs5293
@krishnasvlogs5293 2 жыл бұрын
Bir Lachit Sena should publish a helpline no all around the assam, that victims contact them easily regarding that kind of problems.
@gohpurtolgate8167
@gohpurtolgate8167 2 жыл бұрын
Yes correct
@Axamar-vauna-
@Axamar-vauna- 2 жыл бұрын
বিৰ লাচিত সেনা অসমে সুন্দৰ প্ৰদক্ষেপ লৈছে
@ajitdutta2963
@ajitdutta2963 2 жыл бұрын
Thank you very much Bro. Well done. Good job. Bir Lachit Sena Longi live.
@santanubora8194
@santanubora8194 2 жыл бұрын
Bir lachit sena জিন্দাবাদ
@utpalbarman4410
@utpalbarman4410 2 жыл бұрын
Dada thanku
@Mps264
@Mps264 2 жыл бұрын
ইয়াত কি spoken English চলি আছে নেকি😂
@suarsuar747
@suarsuar747 2 жыл бұрын
😂
@khogenrajkhowa3479
@khogenrajkhowa3479 2 жыл бұрын
ধন্যবাদ লাচিত সেনা
@jannatsheikh2467
@jannatsheikh2467 2 жыл бұрын
Outstanding job 👌 I proud of you Jay lakshit khena ...Jay aai Assam
@KUNALSUMU
@KUNALSUMU Күн бұрын
Mozaaaa...
@rewatimali1007
@rewatimali1007 2 жыл бұрын
আজাৰা , ভি আই পি অঞ্জলত কিছুমান বহিৰাগত লোক আহি ইৰিক্সা , মাছ , বাচন বৰ্তন ,ফলমূলৰ দোকান , পাচলিৰ দোকান ,সৰু সৰু চহৰ দোকান ইত্যাদি ইত্যাদি নানাধৰণৰ ব্যৱসায় কৰি থলোৱা ৰ ভাত মাৰিব লাগিছে । পুলিচক কম্প্লেন দিলেও গুৰুত্ব নিদিয়ে । ইয়াৰ কাৰণ সকলোৱে জানে । অসমৰ বীৰ লাচিত সেনাই ,যদি ব্যৱস্থা লয় অসমীয়া সকলৰ মহৎ উপকাৰ হব ।
@bhabapait3478
@bhabapait3478 Ай бұрын
Very good voice veer lachit sena
@mainalahon9799
@mainalahon9799 2 жыл бұрын
জয় লাচিত সেনা
@hemantahazarika9715
@hemantahazarika9715 23 күн бұрын
এইটোৰ লগত কিয় ইংৰাজীত কথা পাতিছে, কিহৰ কি সি , বীৰ লাচিত সেনা বাহিনীৰ কি চিনি পোৱাই নাই মানে, মুঠতে কিছুমানক চাই আছো, অসমত অসমীয়াৰ আবেগ আৰু দাদাগিৰি চলিব চিধা কথা,
@loknathdas5152
@loknathdas5152 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ
@Just_villagethings
@Just_villagethings 2 жыл бұрын
val kam korise bir lachit henai...oxomot oxomiyak nirapotta di bhut bhut val kam korise..karon apuni aan state ot jauk amar oxomiyar nisina jaati nai ji nijor thaite safe nhoi....BIR LACHIT SENA ZINDA BAD🔥🔥
@gobindathakuria1576
@gobindathakuria1576 2 жыл бұрын
Jai aai Axom, jai bir lasit khena.
@usefulvideobyuday8701
@usefulvideobyuday8701 2 жыл бұрын
Asomiya jati basi thakibo akmatro bir lachit senar karone..❤️❤️❤️❤️❤️❤️❤️ from my heart lachit sena zindabad🙏
@gokulbhuyan9741
@gokulbhuyan9741 2 жыл бұрын
জয় আই অসম !👌👌👌
@jaychankarboro4439
@jaychankarboro4439 2 жыл бұрын
Long live Vir Lachit Sena
@jeetkashyap713
@jeetkashyap713 2 жыл бұрын
যুদ্ধ খন ইংৰাজীতে শেষ হ'ল।।
@nitulmixer2584
@nitulmixer2584 2 жыл бұрын
বীৰ লাচিত সেনা জিন্দবাদ
@nayanbarman7176
@nayanbarman7176 Күн бұрын
1:54 :- “No, Mr. Res-packet person” 😂
@PankajHandique-yc9ms
@PankajHandique-yc9ms 11 күн бұрын
Bahut Val Kam korisa tumaluke.
@riturajbaruah5329
@riturajbaruah5329 2 жыл бұрын
Lachit sena for the people of Assam
@jyotshnaboro2246
@jyotshnaboro2246 2 жыл бұрын
Yes, well done 👍👍👍
@PrinceLakhyaRaj
@PrinceLakhyaRaj 2 жыл бұрын
Yes i agree with you..... Jai Axom
@user-dh7xc9gt1q
@user-dh7xc9gt1q 2 жыл бұрын
Good job
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 43 МЛН
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Chapitosiki
Рет қаралды 28 МЛН
Schoolboy Runaway в реальной жизни🤣@onLI_gAmeS
00:31
МишАня
Рет қаралды 2,3 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 43 МЛН