ছাৰ আপুনি মহাত্মা গান্ধীৰ বিষয়ে আলোচনা কৰা কথাবোৰ শুনি নাথুৰাম গডছেৰ উত্তৰসূৰীৰ কলিজাত আঘাত লাগে।
@rashmifirdaush92892 ай бұрын
He taught us that "face Bravely" Pure gold doesn't fear the flame and fortune favours the brave. "If you work honestly you will definitely got sucess" #be spiritual ❤GOD❤ will always help us He is always watching us guiding us.😊
@গণতন্ত্ৰ2 ай бұрын
সচাঁ কথা।
@makonibegaum49412 ай бұрын
বহুত ভাল লাগে আপোনাৰ কথাবোৰ ছাৰ❤❤❤
@santanatamuli52362 ай бұрын
ভাল লাগিল 😊
@BikiBoro-ye2gf27 күн бұрын
Very good speech sir❤🎉
@jurirajbongshi88422 ай бұрын
আজিৰ সময়ত বহুতো ল'ৰা ছোৱালী আছে যিয়ে গান্ধীক ভাল নাপায়। সেইবাবেআমাৰ নতুন প্ৰজন্মৰ অধ গতি গৈছে।
আমি গান্ধীজীক সৰুৰে পৰাই শ্ৰদ্ধা আৰু ভাল পাইছিলো কিন্তু আপুনি তেখেতক বেয়া পোৱা বুলি কোৱা কথাটো শুনি বৰ লাজ পালোঁ।
@sahilcreations21102 ай бұрын
Hoi Bea paisil bule
@priyankagogoi5002 ай бұрын
Love you sir apunak adin log puar akha ase❤❤🙏🙏
@imdadali95192 ай бұрын
ভাল লাগিল দীপক দা।
@mridulpathak29882 ай бұрын
দীপক দা দেশ স্বাধীন হোৱাৰ পিছৰ প্ৰথম টো ভুল, কোনে কিহৰ বাবে তেওঁক জাতিৰ পিতা সজালে? ভাৰত মাতা কি জয় - যি দেশত মা আদ্য শক্তি নিজেই অধিষ্ঠাত্ৰী হৈ আছে সেই দেশৰ মা কোন mother Teresa ! দুখ লাগে ভাবিলে! কাৰ কি উদেশ্য সিদ্ধিৰ হৈছিল আপুনি জানেনে ? হয় এইখিনি কলে মোৰ জগৰ লাগিব, আপুনি আপোনাৰ বিবেকেৰে ভাবি চাব এবাৰ মোৰ কথাখাৰ, এই হিন্দু ৰাষ্ট্ৰত গান্ধীৰ বাবে এটা বিশেষ সম্প্ৰদায় লোকৰ আগ্ৰাসন হৈছে এই ভাৰতবৰ্ষত যি হব নালাগিছিল, হিন্দু ৰাষ্ট্ৰ গঠনত বাধাৰ হেঙাৰ তেতিয়াই হৈছিল কিছু মনবৃতিৰ লোকৰ মাজত, আপোনি নিজেই ভাবক, কি ধৰ্ম প্ৰচাৰ কৰিব আহিছিল mother Teresa, দেশ স্বাধীন হোৱাৰ পিছৰ আতাইতকৈ ডাঙৰ ভুল আঙুলিয়াই দিলোঁ, সেই বাবে ভাৰত বৰ্ষক আজিলৈ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব পৰা নাই, খুব দুখ লাগে, হিন্দু ৰাষ্ট্ৰ তেতিয়াই হল হৈ কাৰ কি উদেশ্য আছিল, ইংৰাজ গুচি গল কিন্তু বহুত চেলা সিহঁতৰ এতিয়াও আমাৰ ভাৰতত থাকি গল, ভাবিব কথাসাৰ, কোনে কিয় কিহৰ বাবে আজিলৈ ঘোষনা নহল ভাৰত হিন্দু ৰাষ্ট্ৰ, জয় হিন্দ কলেই নহব, ইয়াৰ মূল তত্ত্ব খিনি জানি হে কব, সাহস হব, সমাজৰ বিপৰীতে গৈ সত্য কবলৈ আপোনাৰ, সমাজ এখনত যি হৈ আছে তাক কবলৈ সহজ কিন্তু সেই সমাজ খনত বিপৰীত হৈ যদি সেই খন সমাজত সত্য যদি তাৰ বিপৰীত তাক জানো কবলে শক্তি থাকিব আপোনাৰ?
@tapanbaishya62082 ай бұрын
Right
@Haterakhor99202 ай бұрын
Gandhi was great man and forever his name and fame will alive in india.
@PankajkaiАй бұрын
Thank you for the speech, your explanation. Other Assamese reporters should learn something from you.
@jonjyotideka53702 ай бұрын
Dhuniya Sir 👏🥰❤️
@biplabbordoloi47022 ай бұрын
ছাৰ মই আপোনাক প্ৰশ্ন কেইটামান সুধিব বিচাৰিছোঁ. এই প্ৰশ্ন কেইটা এই কাহিনীটোৰ লগত জড়িত নহয়.......(১)আমি শিক্ষা কিয় গ্ৰহণ কৰিব লাগে? (২)আগৰ দিনত মানুহবোৰ অশিক্ষিত আছিল তথাপি তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ ভাল আছিল। কিন্তু আজিৰ মানুহ উচ্চ শিক্ষিত হৈছে কিন্তু তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আদিবোৰ জন্তুৰ দৰে হৈ পৰিছে। উদাহৰণ হিচাপে যদি চাব যাও তেনেহলে আমি কলকাতাৰ ঘটনাটোৰ কথা কব পাৰোঁ বা আমাৰ অসমত হোৱা ঘটনাবোৰৰ কথা কব পাৰোঁ। যদি মানুহ শিক্ষিত হৈ এনে কোৱা কৰিবলৈ লয় তেনেহলে শিক্ষাৰ কি প্ৰয়োজন? এনেবোৰ কাৰণৰ বাবে শিক্ষা বিভাগ ক'ৰবাত পিছ পৰি ৰৈছে নেকি? মোৰ এই প্ৰশ্ন কেইটাৰ উত্তৰ দিব বুলি অতি আশাৰে বাট চাই ৰম🙏🙏
@PratapSarkar-l1z2 ай бұрын
Dipak Sir Moio An manuhor dorei gandhik Beya Pai Asilu kintu Ajir pora bhal pau atiya aru beya Babh nai tekhetor proti❤
@TikendraNathBorah2 ай бұрын
অতি সুন্দৰ ।
@DipenNath-z4vАй бұрын
Thanks sir God bless you
@sanatanraj9842 ай бұрын
ভাল লাগিল ছাৰ।
@7XKestrel2 ай бұрын
Sir apunar video sai bohut vall laga🎉🎉🎉
@jehirulhuda31472 ай бұрын
great speech, thanks
@debajitdas62 ай бұрын
You must study about NETAJI and Bhagat Singh then you will understand what we loose for Gandhi
Nathuram godse 'why I killed Gandhi' book khon porhi moy val pabo loga karon bisari napalu .aru bhagat singh history to napalu . My inspiration Shahid Bhagat Singh. Jai hind Log live the revolution 🙏🙏🙏
@Bhumijhuntu2 ай бұрын
Great sir❤
@akhilgogoi18692 ай бұрын
Val lagil
@PrahalladRoy-ni9vv2 ай бұрын
Happy Diwali Sir❤❤❤❤
@majiburrahman49812 ай бұрын
Babu ❤❤ missing you ❤❤
@khankhairul2252 ай бұрын
Nice lecture ❤
@prosantaborah74922 ай бұрын
❤️❤️sir❤️❤️
@BobitaDas-n7mАй бұрын
Very good
@biswajitdeka63582 ай бұрын
Aponar motivation bor bhut interest
@sagarsaharia20652 ай бұрын
I love Gandhi because I also born in same day 2oct