মৈদামৰ ভিতৰত জকা উদ্ধাৰ , সোন ৰূপৰ ভাণ্ডাৰ ? মৈদাম খনন দেখি হতভম্ব 😳 । Assamese Video

  Рет қаралды 232,328

purbanchal

purbanchal

Күн бұрын

Пікірлер: 151
@lookeastrajibdowari
@lookeastrajibdowari 8 ай бұрын
বহুত ভাল লাগিল এনেকুৱা ভিদিঅই লাগে দেই ।
@purbanchalassam
@purbanchalassam 8 ай бұрын
ধন্যবাদ ভাই । বিহুৰ শুভেচ্ছা জনালোঁ
@BH-bg5vs
@BH-bg5vs 7 ай бұрын
​@@purbanchalassambihur dina ranggharloi oha bortomanr sargodeu jonok interview lobosn....tekhet hokolor bikhoy janibo bisaru
@dhrubajyotigogoi518
@dhrubajyotigogoi518 8 ай бұрын
২০০১ চনত গৈছিলো। এতিয়া বহু ভাল হৈছে যেন অনুভৱ হৈছে। ধন্যবাদ।
@SanjitSingha-x2g
@SanjitSingha-x2g 25 күн бұрын
বহুত ভাল লাগিল ভিডেও টো ,,,,দাদা লৈ অশেষ ধন্যবাদ থাকিল। আগলৈকে আকৌ এনেকুৱা বহু জনে নেদেখা পোৱৰানিক ঠাই সমূহ যেন সকলোৰে বাবে আগবঢ়াই থাকে। জয় আই অসম,,,
@NituPhukan
@NituPhukan 8 ай бұрын
Wow Bohut dhuniya korile aji kali Bhaskar Da Thank you bohut dhuniya koi dekhuwale
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 8 ай бұрын
Best Video, বহুত বহুত ধন্যবাদ । আগলৈ অধিক informative Video বনাব , আশা থাকিল।
@arundhatideka3950
@arundhatideka3950 8 ай бұрын
Video tu khub val lagil
@Narayankaibarta-i6j
@Narayankaibarta-i6j Ай бұрын
Video to val lagile ❤❤❤❤❤❤❤❤❤❤
@jontiborah60
@jontiborah60 8 ай бұрын
কংগ্ৰেছক ভোট দিয়ক আৰু আকৌ এবাৰ জংঘল বনাওক। জয় আই অসম✊✊✊✊
@animeshborpatra9518
@animeshborpatra9518 8 ай бұрын
BJP Congress koribole ahile 😂amr baidew
@jontiborah60
@jontiborah60 8 ай бұрын
@@animeshborpatra9518 তাতে আপোনাৰ কি হল।
@pranjalgogoi1138
@pranjalgogoi1138 8 ай бұрын
অৰুনোদয় আচনিৰ অংশীদাৰ
@jontiborah60
@jontiborah60 8 ай бұрын
@@pranjalgogoi1138 মই আৰ্মীৰ ৰিতায়াদ হয়। না ৰেছন কাৰ্দ আছে, না কৃষকৰ পইছা পাও, না অৰুনোদয় পাম। চৰকাৰী কোনো সোবিধা নাপাও বাবু😅😅
@gstpcovervideogroup8289
@gstpcovervideogroup8289 8 ай бұрын
লোণৰ টকা দিব পৰা নাই নেকি 😂😂 বাইদেউ
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 16 күн бұрын
Best video, my favourite video, I love you this video, my favourite video.
@bhargabborah5002
@bhargabborah5002 8 ай бұрын
দিখৌ মুখৰ পৰা জয়সাগৰ হৈ নাজিৰা সংযোগী পথটোকহে বৰ আলি বুলি কোৱা যায় ভাস্কৰ দা।
@mr.usefulexperiment8123
@mr.usefulexperiment8123 8 ай бұрын
𝑴𝒐𝒊 2022 𝒕 𝒈𝒐𝒊𝒔𝒊𝒍𝒖
@bantibora750
@bantibora750 8 ай бұрын
বহুত ভাল লাগিল। আমি মাৰ্চ মাহত গৈছিলোঁ।।
@satyajitkumargogoi358
@satyajitkumargogoi358 25 күн бұрын
১২২৮ খৃষ্টাব্দত প্ৰতিস্থা হোৱা আখাম ৰাজ্যৰ গৌৰবোজ্জল ইতিহাস বুকুত বান্ধী চেৰ-আাই-দয় পৰ্বতত লুকাই থকা ইতিসাহ দাঙি ধৰাৰ বাবে u - tuber জনলৈ সন্মান জনাইছো।বিশ্বৰ ইতিসাহত ৬০০ বছৰে ৰাজত্ব চলোৱা অসম ৰাজ্যৰ আজিৰ এই দুখ লগা অৱস্থা দেখি বেজাৰ লাগে।
@lightningentertainment4520
@lightningentertainment4520 8 ай бұрын
বুৰঞ্জীত পাইছিলো ইংৰাজে খান্দোতে এবাৰ এজোৰ সতেজ তামোল-পাণ, জ্বলি থকা চাকি আৰু জীৱিত অবস্থাত এজন লিগিৰা মৈদামৰ ভিতৰত পাইছিল
@vijaysankarkalita6093
@vijaysankarkalita6093 8 ай бұрын
বহুত ধন্যবাদ..চৰকাৰকো..আপোনাকো।😊
@abhicreation448
@abhicreation448 8 ай бұрын
বহুত সুন্দৰ
@bapdhankoch7927
@bapdhankoch7927 8 ай бұрын
Bhal lagise vdotu saai ❤
@RupkantaPathori
@RupkantaPathori 8 ай бұрын
সোণৰ অসম খন মান আৰু ইংৰাজে লুট পাত কৰি বহুত সোণ লৈ গল বুলি বুৰনজীত আছে।
@hritamkashyap
@hritamkashyap 8 ай бұрын
লালুকসোলা বৰফুকন আৰু লৰাৰজা ৰামধ্বজ সিংহ
@freedomopera9968
@freedomopera9968 8 ай бұрын
12:26 টোকা টো পৰা হয়তো অনুমান কৰিব পাৰিছে চাগে সকলোৱে ! ৰজাৰ লগত চাৰি গৰাকী নাৰীক পুটি দিয়া হৈছিল আৰু এই কথা বহুত বুৰঞ্জীটো উল্লেখ আছে আৰু এইয়া সঁচা বুলি প্ৰমাণ এই টোকাটো এই 😊
@punyajitdhunsaikia8039
@punyajitdhunsaikia8039 8 ай бұрын
Hundor
@kaushikbaglari3374
@kaushikbaglari3374 8 ай бұрын
Bohut nojona kotha janilu. thanks Bhaskar da
@as-03blogkukilphukan
@as-03blogkukilphukan 8 ай бұрын
Proud Koru AHOM KING DOM ❤
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 4 ай бұрын
বুৰঞ্জী মতে মৃত ৰজা মৈদাম দিওতে ৰানী আৰু লগুৱা,লিগিৰিকো লগত মৈদাম দিয়া হৈছিল ।
@17Dp17
@17Dp17 8 ай бұрын
চৰকাৰ খনে বৰ ভাল কাম কিছুমান কৰিছে
@jaansaikia9308
@jaansaikia9308 8 ай бұрын
Tomar vedio bur aji kali Comedi nisinaa logaa hoise...Agotee val lagisil atiyaa val nalogaa hoise Alop Devlop koriba
@prasannabora7644
@prasannabora7644 8 ай бұрын
Ei video tut ki comedy pale....jonabosun .....ne eibilak dekhuwa karone beya pale???
@DEEPJYOTI99
@DEEPJYOTI99 7 ай бұрын
Kihor comedy pale he apuni ?
@JanmoniBawri-gj7jx
@JanmoniBawri-gj7jx 7 ай бұрын
History najane he
@ajoyrouth7445
@ajoyrouth7445 8 ай бұрын
সুন্দৰ, জানুৱাৰীত গৈছিলোঁ ❤
@partha4853
@partha4853 8 ай бұрын
Thanks Bhaskar... bohut bhal lagil.❤❤❤
@educationrelated4124
@educationrelated4124 8 ай бұрын
Gourab gogoi krne ata like frm lakhimpur
@chandanbaruahstudio1626
@chandanbaruahstudio1626 8 ай бұрын
Mokkel
@dipjyotigogoi2781
@dipjyotigogoi2781 8 ай бұрын
Proud koru bahut saraideo maidam .👍
@AchintaBoruah-gu4zy
@AchintaBoruah-gu4zy 8 ай бұрын
বুৰঞ্জী ৰ মতে সৰ্বমুঠ ৪২ জন আহোম স্বৰ্গদেউ আছিল, কিন্তু চৰাই দেও এই মৈদাম কাৰ কাৰ আছিল , তাৰ সঠিক চিনাক্ত কৰাৰ বহু ত প্ৰয়োজন আছে।কাৰণ সকলো স্বৰ্গদেউ ৰ মৈদাম চৰাইদেউ ত নাই বুলি জনা যায়।
@kawaaii__gaming
@kawaaii__gaming 8 ай бұрын
Su ka pha r moidam eyat nai . Eitu kotha hokolue njane
@soneswarkalita9848
@soneswarkalita9848 Ай бұрын
তৰুণ গগৈ , হিতেশ্বৰ শইকীয়া দিনত এই বোৰ কিয় অৱহেলিত হৈ আছিল????
@jpd2129
@jpd2129 8 ай бұрын
Bhaskor bhaity tumar videos bur bht informative .Keep it up Hibohagor zila is our pride.
@Pkb5411
@Pkb5411 8 ай бұрын
Sivsagar buli spelling tu o likhibo najano .dekheri
@Aditya_Kuntal_Borah17
@Aditya_Kuntal_Borah17 7 ай бұрын
দাদা আপুনি তথ্যপূৰ্ণ ভিডিঅ' আগবঢ়ায় , ভাল লাগে চায়। কিন্তু এটা কথা এনেকৈ গাড়ী চলাওঁতে এহাতে ম'বাইল লৈ এহাতে গাড়ীৰ ষ্টেয়াৰিং আৰু গীয়েৰ লগোৱাটো একেবাৰে ভাল কথা নহয়। আপুনি নিজৰ জীৱনটোক লৈ এনে ভুল নকৰিব। নিজৰ সুৰক্ষা সকলোতকৈ আগত। এনেও আমাৰ এইফালে মানে চূণপোৰা, গড়গাঁও, শিমলুগুৰি, চৰাইদেউৰ ৰাস্তা বহুত বেয়া হৈ আছে যিহেতু ৰাস্তাৰ কাম চলি আছে। গতিকে এনেকুৱা নকৰিব আৰু যদি গাড়ীত ভিডিঅ'ক্লিপ ল'ব লগা হয় তেন্তে আপুনি ম'বাইল ষ্টেণ্ড এডাল কিনি সেই ব্যৱস্থাখিনি কৰি ল‌ওক যাতে এখন হাতেৰে গাড়ী চলাব লগীয়া নহয়।। বেয়া হিচাপত নল'ব, আপোনাৰ শুভাকাঙ্খী হিচাপে ক'লো আৰু কথাখিনি।। চৰাইদেউৰ সোণাৰীৰ পৰা বহুত বহুত শুভকামনা আৰু মৰম ❤
@harakantatamuli1053
@harakantatamuli1053 8 ай бұрын
Vedio tu bhal lagil .Bohut Bo
@champakgogoi5656
@champakgogoi5656 8 ай бұрын
Vote for World Heritage Site❤👍🙏
@mamonichuitagogoi7682
@mamonichuitagogoi7682 28 күн бұрын
ভাল লাগিল
@RtanTabai-vm8lr
@RtanTabai-vm8lr 8 ай бұрын
Moi class 8 ot goislu tatea tu moidam eman nasil habi hoi asil sob,,atea tu graduation complete hol mur juwai nai ,,vabisu ay bosor jam ,,❤,
@BubutiHazarika-j4b
@BubutiHazarika-j4b 8 ай бұрын
Same moiu class 8t
@manashjyotiboruah987
@manashjyotiboruah987 7 ай бұрын
Ok
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
আহিব আহিব লগ পাম | জানুৱাৰীত আহিব |
@LoniKhargharia
@LoniKhargharia Ай бұрын
❤​@@manashjyotiboruah987
@atau-boh1166
@atau-boh1166 8 ай бұрын
❤❤❤ my home Town.. Aru Video Jen Akha koru
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 16 күн бұрын
Best information.
@ridiptasaikia6583
@ridiptasaikia6583 8 ай бұрын
Thank You for this virtual visit of us. ❤
@jayantachetia4488
@jayantachetia4488 3 ай бұрын
চৰাইদেউত খনন কিয় কৰিছে ৬০০ বছৰৰ ৰাজত্বৰ আহোমৰ উপৰি পুৰুষ সকলৰ মৃতক সকল মৈদাম তাত বহুত সোনা আ অলংকাৰ ৰজা দিনিয়া বস্তু পোৱা যাব বুলি অনুমা কৰা হৈছে ই সঁছা ইয়াৰ দ্বাৰা আহোম সকলৰ উপৰি পুৰুষ সকল ক অন্যায় কৰা হৈছে নেকি ?
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
2010t goisilu school.t thakute.... Etiya PhD scholar hou. Monot pore.... Changes sai vaal laagise. Ami ako edin jaam. From Golaghat
@mahtabahmed9200
@mahtabahmed9200 27 күн бұрын
Uposthapon bohoot val lagise
@talukdarchinmay
@talukdarchinmay 8 ай бұрын
Very informative video.Where the Skeletons are kept now a days after dicovery inside the Moidams.
@RobisonPegu
@RobisonPegu Ай бұрын
Ahil Gogoi jindabad.
@chandiramkhatowal9632
@chandiramkhatowal9632 8 ай бұрын
Bohut nojona kotha janilu from bordoloi nager tinsukia Assam
@praneswargoswami8208
@praneswargoswami8208 Ай бұрын
ঘৰবোৰ ৰাজমহলৰ আৰ্হিত বনালে ভাল ৰজিতা হলহেতেন
@birendeka1083
@birendeka1083 8 ай бұрын
মই ২০১৪ চনতে গৈছিলো বহুত ভাল কৰিলে আগতকৈ।
@thetechoutsider963
@thetechoutsider963 8 ай бұрын
December ত গৈ আহিছোঁ ভাল লাগিল
@chawdggogoi8722
@chawdggogoi8722 8 ай бұрын
সুন্দৰ
@rajendersinghdhillon5413
@rajendersinghdhillon5413 7 ай бұрын
So proud on CHARAIDEO moidum in CHARAIDEO DISTT Assam.
@manabkumarkalita732
@manabkumarkalita732 8 ай бұрын
বি জে পি চৰকাৰ খনে সচাই ভাল কাম কৰি আছে ।
@krishnakamalbarooah7179
@krishnakamalbarooah7179 Ай бұрын
ইমান গুৰুত্ব পূৰ্ণ কথা এনেকৈ জপিয়াই জপিয়াই বৰ্ণনা দিয়ে নেকি । একো ভাল হোৱা নাই
@deepjyotigogoi1885
@deepjyotigogoi1885 8 ай бұрын
Hundar 👍
@dijengogoi6141
@dijengogoi6141 8 ай бұрын
Dada, alop slow k video bur bonabo bohut first k koi jai apunr kua karona beya napabo
@Upper_assam_delta_boy
@Upper_assam_delta_boy 8 ай бұрын
আমাৰ স্বৰ্গদেউ সকলৰ স্মৃতিবোৰ ধ্বংস কৰিলে 😢
@Kaushikcutboy
@Kaushikcutboy 8 ай бұрын
Love foram duliajan
@r.t.gassam45
@r.t.gassam45 Ай бұрын
২৫/৩০ বছৰৰ আগতে যোৱা , তেতিয়া এইবোৰ মৈদাম দেখা নাছিলোঁ ।
@Manash368
@Manash368 8 ай бұрын
Next part lage ❤
@sacreativeandcrazy953
@sacreativeandcrazy953 8 ай бұрын
Val lagil
@DebajitSaharia-r1c
@DebajitSaharia-r1c 8 ай бұрын
Gari khonot aloy logoa please ❤❤ Bhaskar daa
@purbanchalassam
@purbanchalassam 8 ай бұрын
Hunkale
@babbugogoi5656
@babbugogoi5656 8 ай бұрын
Tumi poisa 2 di diya ককাই
@dharmendradas2825
@dharmendradas2825 7 ай бұрын
Lachit borphukonor moidam tu dekhabo dei😊😊
@ChandankumarDas-hs1jq
@ChandankumarDas-hs1jq 8 ай бұрын
প্ৰনাম 🙏💚
@parashkhatoniar5156
@parashkhatoniar5156 8 ай бұрын
Dada abr saulung sukafa moidam kot asa ki hoisa vl sa ata video dib 😢😢🙏🙏🙏
@mantutalukdar4745
@mantutalukdar4745 8 ай бұрын
So nice video dada
@misingkoovlogs4048
@misingkoovlogs4048 4 ай бұрын
দাদা সকলো ঠিকেই আছিল কিন্তু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা চাওলুং চুকাফা তেখেতৰ মৈদাম দেখাব বৰ্তমান কেনেকুৱা হয় আছে
@dhrubskitch9864
@dhrubskitch9864 8 ай бұрын
Agot goisilu bhut letera asil atia bhut dhuniya krile.
@purbanchalassam
@purbanchalassam 8 ай бұрын
Um
@Hk76907
@Hk76907 8 ай бұрын
So nice video 👍
@babbugogoi5656
@babbugogoi5656 8 ай бұрын
খুন্দিয়াই নমৰিবি লাহে লাহে জাবি ককাই 😅
@harishrabha8124
@harishrabha8124 8 ай бұрын
Moja
@RekibaBegum-ne7od
@RekibaBegum-ne7od 3 ай бұрын
Ami gousilu dekhisilu 😮😊
@tarvalvlog792
@tarvalvlog792 8 ай бұрын
So nice video
@boomcomics8745
@boomcomics8745 8 ай бұрын
Rati jua mana ase neki? kaitaloi kula thake?
@lifeisajourney0011
@lifeisajourney0011 8 ай бұрын
Sargadeu sukafar moidamot jaboxun abar.. ( Assam jet ) Channel2t pabo location
@pathakmintu1280
@pathakmintu1280 8 ай бұрын
Dada apunar karone traffic rules bur beleg neki...apuni drive korute mobile use koratu vul hoise apunar....
@cycleriderjeet7743
@cycleriderjeet7743 8 ай бұрын
190 th like
@RJ-ns6gf
@RJ-ns6gf 8 ай бұрын
Historical video khetrot bhaskar brok kunu patta napai
@jishnuborah7417
@jishnuborah7417 8 ай бұрын
❤❤
@unlimit6545
@unlimit6545 7 ай бұрын
Heifalor bagh keita amie😆 Sripuria
@biturajmoni5256
@biturajmoni5256 8 ай бұрын
ভিডিঅটো খুব সুন্দৰ কিন্তু বেয়া নাপাব মই আপোনাৰ অনুৰাগী হয় যেতিয়া কথা এষাৰ কব বিচাৰিছো প্ৰথম কথা ভিডিঅটো আৰম্ভনিতে আপুনি কৈছে চয়াইদেউ মৈদাম আচলতে আপোনাৰ উচ্চাৰণত ভুল হৈছে (চয়াইদেউ ) নহয় চৰাইদেউ আৰু দ্বিতীয়তে আপুনি থাৰ্মনেইলত লিখিছে চৰাইদেও হেয়টো ভূল হৈছে আচলতে চৰাইদেউ হে হব লাগিছিল বেয়া নাপাব আপুনি এজন শিক্ষিত ব্যক্তি আৰু লগতে এজন দেউটাক আপুনিয়ে যদি ভুলবোৰ কৰে নতুন প্ৰজন্ম অৰ্থাত আপোনাৰ সন্তানক কি শিক্ষা দিব 🙏 আপোনাৰ এই ভুলটো আজিৰ নহয় আজিৰ পৰা ৫,৬ বছৰৰ আগৰ পৰাই কৰি আহিছে ।
@dpentertainment4604
@dpentertainment4604 8 ай бұрын
🎉❤
@Bodo-w3t
@Bodo-w3t 8 ай бұрын
Shivsagar or pora kimn. Dur dada
@PikumoniBorah-xv1gi
@PikumoniBorah-xv1gi 3 ай бұрын
💎 u ase
@assam8744
@assam8744 8 ай бұрын
British kaitai bohut anista kori gol.
@poharburagohain5366
@poharburagohain5366 8 ай бұрын
ইমান দিন কি কৰি আছিল, ইমান ডাঙৰ মৈদাম কেইটা দেখা নাছিল 😂
@prafullakalita7829
@prafullakalita7829 8 ай бұрын
60bosor.congress.sarkare..1.poisa .kharas.nokorile. Aibar.bjpk.vote.diyok
@nayanrajbangshi3888
@nayanrajbangshi3888 8 ай бұрын
Bhut fast hoise video2
@kamaldeka9282
@kamaldeka9282 8 ай бұрын
2014 goisilo atiya sob New new First capital of ahom চৰাইদেউ 1253
@dulugogoi2779
@dulugogoi2779 8 ай бұрын
@mamonipator7640
@mamonipator7640 8 ай бұрын
Xajai diya babe val lagise ,
@jintusaikia2835
@jintusaikia2835 8 ай бұрын
Xooo dhua pukhuri atau asil neki bhaskar da
@purbanchalassam
@purbanchalassam 8 ай бұрын
Asil
@paporigogoi6989
@paporigogoi6989 4 ай бұрын
এই বছৰতে দুবাৰ গৈছো তালৈ।
@mahanandatalukdar8691
@mahanandatalukdar8691 11 күн бұрын
কেমেৰা ম্যান অনভিজ্ঞ। ভিদিও ভাল হোৱা নাই। মৈদাম বিলাক ওচৰৰ পৰা বা জুম কৰি দেখুৱাব পৰা নাই।
@mozibarrahman-np6ul
@mozibarrahman-np6ul 3 ай бұрын
Britis take away everything from moidam like gold silver etc
@AnuChutia-o9w
@AnuChutia-o9w 5 ай бұрын
Tumi sivasagar lora buli nijoke gaurambit kintu tumi janane chaulung chukafa moidam tu kot ki poristhitit ase...aetu tumi chaulung chukafar turon dekhaisa...chaulung chukafa moidam aetu nohoi.. tumi janibo lagisil haetu moidam kot ase... aru ata bihito bibostha luwa.... 😮😮😮
@NamitaGogoibora-h3i
@NamitaGogoibora-h3i 3 ай бұрын
আমি ষোল্ল চনতেই গৈছিলো
@raktutpallgowala9522
@raktutpallgowala9522 8 ай бұрын
Nusua Thai dekha, 😂😂😂😂dimpu da nixina
@Dip778
@Dip778 8 ай бұрын
Rong ghor ahibo log pm
@queenligira6526
@queenligira6526 8 ай бұрын
Video aber sai hepahe nopolale dubar saisu
@bechrajigj2576
@bechrajigj2576 8 ай бұрын
Mera desh bodal raha ha
@Motionguy.
@Motionguy. 8 ай бұрын
Agote aibilak eku nasil etiya hol . Agote assam or naam nasil centre ot etiya sobe sini pabo Assamese culture ki asil
@nupurkumargogoi4788
@nupurkumargogoi4788 8 ай бұрын
নামাকৰণ নহয় নামকৰন হে
SR : Tuirial Airfield Veng thihna thleng
1:01:55
Vanneihthanga Vanchhawng
Рет қаралды 112 М.
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН