Рет қаралды 1,010,131
DY365
মালিগাঁৱত লাখে লাখে টকা ওলাইছে। ট্ৰাংকত ভৰাই শেষ কৰিব নোৱাৰা টকা। গোলাপী নোট গণি গণি ভাগৰি কৰি অৱশেষত টকা গণা মেছিন আনিবলগীয়া হৈছে জালুকবাৰী আৰক্ষীয়ে। Watch to know more: