Bhaunate Bhimore | Junbai | Manas Robin | Nayan Nilim | Gayatree Mahanta | Zubeen Garg

  Рет қаралды 2,730,694

Manas Robin

Manas Robin

Күн бұрын

#junbaibihu #zubeengargmanasrobin
Bhaunate Bhimore | Junbai | Manas Robin | Nayan Nilim | Gayatree Mahanta| Zubeen Garg
Film : Junbai 1
Lyrics : Manas Robin
Composer : Manas Robin
Music Composer : Manas Robin
Singer : Zubeen Garg
Music Label and Copyright : Manas Robin's Production
A Beautiful Assamese Song Sung By Zubeen Garg from Manas Robin's album Joonbai .
Manas Robin is lyricist, singer, composer, music director, filmmaker, music producer -- all roled into one.. He is one of the top musicians of Assam (India) who has consistently churning out chartbusters during the last ten years.
One of the most recognized faces in the entire North-east region, he has been in forefront of Assamese music industry having a wide range of compositions in Assamese language under his belt. Folk music of the North-east has got a new lease of life at his hands as he has composed songs using hitherto unsung folk tunes of the various ethnic communities of the state of Assam as well as the other states of the North-east India.

Пікірлер: 565
@BidyutPriyomSaikia6750
@BidyutPriyomSaikia6750 Ай бұрын
বিহু বুলিলেই জুবিন , কিমান যে সুন্দৰ মন পৰশা গীত এইবোৰ।। ।সৰু কালৰ স্মৃতি বোৰ এই বোৰ গানতেই বিচাৰি পাওঁ ♥️♥️♥️
@suranjankalita1993
@suranjankalita1993 Жыл бұрын
কি যে দিন আছিল .. লগৰবোৰৰ সৈতে টকা তুলি , VCD আৰু কেছেট ভাৰা কৰি আনি , জানমণি , অঞ্জনা , মৰমজান চোৱাৰ আমেজেই সুকীয়া আছিল ... ❤❤
@deepphukan4811
@deepphukan4811 7 ай бұрын
2005 t hit song asil....aji hunile haiketa din mont pore
@10thtilak25
@10thtilak25 3 ай бұрын
Hoi dia din bor koloi gol
@arupkalita644
@arupkalita644 17 күн бұрын
সঁচাকৈ 😢
@Bitupon-i2n
@Bitupon-i2n 3 ай бұрын
অকলে অকলে শুনি আছোঁ, চকুৰ পানী ওলাই গল অতীতৰ দিনবোৰ মনত পৰি। বৰ্তমানৰ দায়িত্ব পাহৰি পেলালো।
@drubajitkalita8617
@drubajitkalita8617 23 күн бұрын
SOSA O
@smvlogs3463
@smvlogs3463 22 күн бұрын
সচাঁকৈ অ
@drubajitkalita8617
@drubajitkalita8617 22 күн бұрын
@smvlogs3463 bor dukh lage o ai jonbai khanar dinbur jadi ghuri ahileheten....aha janamat ahibo ne aru jonbai 2005❤?
@kabyasbro8806
@kabyasbro8806 Жыл бұрын
নষ্টালজিয়াৰ পাতত আবদ্ব আমাৰ সোণোৱালী শৈশৱ। বহুত আমনি কৰে এইবোৰ দিনৰ স্মৃতিয়ে।আকৌ উভতি যাব পৰা হ'লে😢
@deepjyotibaishya4051
@deepjyotibaishya4051 Жыл бұрын
Uffff .. ki din asil seibilak .. ki gaan asil.. miss koru bahut ❤❤
@indrajitt114.g
@indrajitt114.g 7 ай бұрын
ইমান ভাল লাগে, এবাৰ শুনিলে শুনি থাকিব মন যায়। অতীতৰ কথা মনত পৰি যায়। জুবিন দা আৰু দেৱজিত দা ধন্যবাদ।
@debajitdeka2602
@debajitdeka2602 6 ай бұрын
ল'ৰালি কেনি হেৰাল বুলি বিচাৰি ফুৰোঁতে ফুৰোঁতে ইয়াতেই পালোঁ বিচাৰি...❤
@BinodSingh-s3c
@BinodSingh-s3c 3 ай бұрын
Binod
@smvlogs3463
@smvlogs3463 22 күн бұрын
ঠিক লৰালি হয়নে নহয় নাজানোঁ.. কিন্তু দেউতা, মা ৰ লগত থকা সময় খিনিৰ... এই ভিদিঅ, গীত বোৰ ❤
@payalfunvlogs3972
@payalfunvlogs3972 9 ай бұрын
This is my best Assamese song forever❤❤
@yesthatspartha
@yesthatspartha 2 жыл бұрын
Zubeen dar krne aji digi music aru nk production hit🔥🤗💐@zubeengargmusic
@Frustratedmitu
@Frustratedmitu 2 жыл бұрын
DIGI MUSIC Zubeen Garg or a channel hoi aru NK PRODUCTION Debo Borokotoky r . Zubeen Garg a new channel 1ta khulise akou ZUBEEN GARG MUSIC buli
@RinkuRiyan905
@RinkuRiyan905 3 жыл бұрын
কি বুলি কম ভাষা নাই😊😊🎶কি যে মধুৰ স্মৃতি আছিল এইবোৰ। কি দিন আছিল।। গীত টো শুনিলে অতীতৰ জীয়া ছবি খন ভাহি আহে। ভিচিডিৰ সোণালী অতীত।।।। love (জোনবাই) 💜💜💜Special thanks manash Rabin and zubee da for the great song 💓💓👌👌
@nabajit731
@nabajit731 Жыл бұрын
Ki din asil aikita. Aei bihu bur hodai evergreen ❤❤❤❤❤
@zgloverrinkuriyan5604
@zgloverrinkuriyan5604 3 жыл бұрын
মন পৰশা গীত ভিচিডি ৰ সোণালী দিন কিমান যে শুনিছিলো dvd player ত😍😍 এতিয়া ইউতিবত শুনি থাকো 😘জয় জুবিন দা💕💕মানস দা💓💖❤️
@khatiaxomiyalora7631
@khatiaxomiyalora7631 Жыл бұрын
এইবোৰ হে গান কেলা, গা উঠি যায় নাচো নাচো লাগি যায়।❤️💫💥
@himjyoti5028
@himjyoti5028 11 ай бұрын
এইবোৰ গীত শুনিলেই পুৰনি সেই ভাল লগা দিন কেইটা বৰকৈ মনত পৰে ❤💫
@_gayatri_dutta
@_gayatri_dutta 9 ай бұрын
Hskee❤
@Dunknownboy
@Dunknownboy 3 жыл бұрын
বৰ্তমানৰ নিচিনা হাই চাউন্ডৰ চিষ্টেম নাথাকিলেও ঘৰে ঘৰে ভিচিডিত সৰু স্পীকাৰ এটা লগাইয়ে ফুল ভলিউমত শুনিছিল এইবোৰ গান । ডিচেম্বৰ জানুৱাৰী মাহত কবই নালাগে চবৰে ঘৰে ঘৰে এইবোৰ বাজি থাকিছিল । our childhood was blessed💝
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
এই গানবোৰৰ বাবেই জুবিন গাৰ্গক কোনোবাই বেয়াকৈ ক'লে কোবাই পিঠি ফালি দিব মন যায় ।
@RDstatuscreation2086
@RDstatuscreation2086 Жыл бұрын
Right
@jintuchabukdhara689
@jintuchabukdhara689 Жыл бұрын
Right
@binoygogoi9353
@binoygogoi9353 9 ай бұрын
Aru Ane kunu nulai ,jubin da bahire
@Manash167
@Manash167 7 ай бұрын
Hoi be kela
@smvlogs3463
@smvlogs3463 22 күн бұрын
ঠিক কৈছা
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
সেই শৈশৱটো আকৌ এবাৰ ঘূৰাই পোৱা হ'লে 😫😫 দিনবোৰো বাগৰিল , মাক-দেউতাৰো বয়স বাঢ়িল 🥺😢 সেই ডেকা মা-দেউতাকো আকৌ এবাৰ ঘূৰাই পোৱা হ'লে 💔💔😓😓😓😓
@saikia4846
@saikia4846 10 ай бұрын
😢😢😢😢❤😢😢😢😢
@gunguncreation-z7o
@gunguncreation-z7o 2 ай бұрын
সঁচা কথা কৈছা অ 😢😢😢
@JugantarMech-v1k
@JugantarMech-v1k 7 күн бұрын
Zubeen daa😩❤️
@seikhforidali2650
@seikhforidali2650 Жыл бұрын
সৰুতে এই গীতবোৰৰ একো অৰ্থ বুজি পোৱা নাছিলো কেৱল মাথো শুনিছোঁ .... বহুত মনলৈ আহে সেই শৈশৱৰ দিনবোৰ 🥺🥺🥺
@nazmulahmed1103
@nazmulahmed1103 3 жыл бұрын
গানটো বিচাৰি বিচাৰি আজিহে পাইছোঁ । গানটো শুনি লৰালি কাললৈ মনত পৰি গ'ল ❤️
@narayandeka5088
@narayandeka5088 3 жыл бұрын
শৈশৱৰ স্মৃতিয়ে মনলৈ কঢ়িয়াই আনে এক অনাবিল আনন্দ যিটো বৰ্তমানৰ যান্ত্ৰিক যুগত পোৱা নাযায়।।❤️❤️
@multimedia824
@multimedia824 Жыл бұрын
Absolutely bro
@Eyamin_Ali
@Eyamin_Ali 7 ай бұрын
গানবোৰ শুনিলে এটা মধুৰ সময়লৈ মনত পৰি যায়।
@DD-se7mq
@DD-se7mq Жыл бұрын
এইবোৰ গানতেই আমাৰ সোণালী শৈশৱ জৰিত 💖❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@ajoydeka3063
@ajoydeka3063 2 жыл бұрын
শিশু কালৰ পৰা শুনি শুনি আজি আহি ডেকা বয়স আহি পালো তথাপিও আমনি নেলাগে ...আগৰ গীতবোৰ শুনি গৌৰববোধ কৰো 😍😍🥰🥰
@jitulkakati6091
@jitulkakati6091 3 жыл бұрын
আগতে বেলেগৰ টিভিত চাইছিলো লগৰ লৰাৰৰ লগত সেই দিনবোৰলৈ বহুত মনত পৰে আজিও এইবোৰ বিহু শুনিলেই মনত পৰে
@ipankaruttd4115
@ipankaruttd4115 4 жыл бұрын
আগৰ দিনৰ জোনবাই লৈ বহুত মনত পৰে। ।।ঘূৰি পোৱা হলে আগৰ দিন বোৰ। । মানস দা আপুনি আমাৰ হিয়াৰ আমঠু হৈ জিলিকিব।
@jrshyamolchetia8403
@jrshyamolchetia8403 10 ай бұрын
গানটো যেতিয়াই শুনো তেতিয়াই বিহু বিহু লাগি যায় গাত ❤
@chandanbhuyan5174
@chandanbhuyan5174 4 ай бұрын
প্ৰথমতে দেৱজিৎ বৰাক ধন্যবাদ এনেবোৰ গান আমাক উপহাৰ দি গ'ল । লাগিলে মজাটো বেলেগে খালে সেইটো বেলেগ কথা ।
@scalper4159
@scalper4159 3 жыл бұрын
এইয়া শুনিয়েই ডাঙৰ হলোহি ❤️
@dhrubajyotiborah406
@dhrubajyotiborah406 4 жыл бұрын
Aibur Ha Asol Gan.....Zubeen Da💗💖
@rocktimphukon8086
@rocktimphukon8086 2 жыл бұрын
কি ধুনীয়া গান আজি কালি বিহু য়ে পাট তা নাপায় জয় জুবিন দা❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@bkvlogassam9812
@bkvlogassam9812 2 ай бұрын
Atitor junbai xosai bor modhu asil ❤ ajir dore nhy 😊😊
@undergroundmemer001
@undergroundmemer001 2 жыл бұрын
ধন্যবাদ জুবিন দা ইমান ধুনীয়া সুৰেৰে আমাৰ মাজত বিহু গীত বোৰ দিয়া বাবে ♥️☺️🥀
@gopalBa505
@gopalBa505 Жыл бұрын
my childhood school life song so heart 😭😭 tatia moi notunke suali ajoni val paisilu
@arupkalita644
@arupkalita644 17 күн бұрын
জানমণি অঞ্জনা জোনবাই চাই আৰু সেই আগৰ জুবিন দাৰ গান শুনি এ জীৱনত প্ৰথম প্ৰেমত পৰিছিলো ভালপাবলৈ শিকিছিলো 😢 সেই আকৌ আগৰ দিন বোৰ ঘূৰাই পোৱা হলে😢😢😢
@gautambora5652
@gautambora5652 Жыл бұрын
A masterpiece ....our childhood was made awesome by manas da n zubeen garg
@chinmy3979
@chinmy3979 3 ай бұрын
Zubeen da*s era ❤ today kids will be able to understand what happened ... Nostalgic❤
@Frustratedmitu
@Frustratedmitu Жыл бұрын
5:39 That flute broke my heart 💔💔😔🥺🥺 I miss my childhood 💔
@Pranabgogoi-vk2xr
@Pranabgogoi-vk2xr 7 ай бұрын
2024..Ahi 2025 Pabo hol kintu Aji o Bohut val lage gan to Thank you Zubeen Da❤❤❤❤
@Ankitborgohain-sk9os
@Ankitborgohain-sk9os Жыл бұрын
শৈশৱৰ সেই সোণালী অতীত চকুৰ প্ৰচাৰতেই আতৰি গল। বৰকৈ মনত পৰে সেই লৰালি দিনবোৰলৈ এই গানবোৰ শুনিলে।
@sjborah4359
@sjborah4359 Жыл бұрын
Manas da and Zubeen da combo>> Ghuri Ahok hei dinbur akou 😢
@srimantaduwarah107
@srimantaduwarah107 2 жыл бұрын
সেই দিনবোৰে বৰ আমনি কৰে ..... হাঁহাকাৰ কৰে বুকুৱে ... 😭...........সেই দিনবোৰৰ মাজলৈ ঘুৰি যাব মন গৈছে অ .....
@bedantanath4429
@bedantanath4429 2 жыл бұрын
এই বাৰ "কমিটী ভাওনা "ত নাচিব লাগিব ।।। ❤️ মৰিগাঁও চৰাইবাহী
@amalborah9716
@amalborah9716 4 жыл бұрын
মানস ৰবীন ককাইদেউ সচাকৈ বৰ ধুনীয়া গীত আমাক উপহাৰ দিছিল। এতিয়া আকৌ ভিচিডি ছবি বিলাক ৰাইজলৈ আগবঢ়াই দিয়ক। আমি শ্ৰোতা ৰৈ আছো অধিক আশাৰে।
@rumanchneog8414
@rumanchneog8414 4 жыл бұрын
চকুলো নিগৰি আহে ! এই দিনবোৰৰ লগত বহুত স্মৃতি জৰিত হৈ আছে। 😢
@Digantadasofficial
@Digantadasofficial 3 жыл бұрын
Um
@parbinsultana7921
@parbinsultana7921 2 жыл бұрын
ako jdi dinbor ghori aha hoi
@Digantadasofficial
@Digantadasofficial 2 жыл бұрын
@@parbinsultana7921 hoy দিয়া 😨😍
@Saurav.morang
@Saurav.morang 2 жыл бұрын
hosake ki j din asile 🙂
@dev.tvlogs8426
@dev.tvlogs8426 Жыл бұрын
Osake
@Stunt_lee77
@Stunt_lee77 10 ай бұрын
Still listening 2024 ❤
@AssamandAssamese123
@AssamandAssamese123 8 ай бұрын
❣️pagol hoi jam huni huni
@KamalaBorgohain
@KamalaBorgohain Жыл бұрын
Thanks for making our childhood awesome 🥺
@rajaniray3336
@rajaniray3336 4 жыл бұрын
হিয়া চুই যায় এতিয়াও । ২০২০ ত কোনে কোনে চাই আছা ❤
@prasantaparan7272
@prasantaparan7272 4 жыл бұрын
Ai bilak gan asolate 2020 nahai sirdin xunib manuhe
@spark2221
@spark2221 4 жыл бұрын
MOI xuni asu Etiya ....RU xunar lge lge nasibole mon jai .....♥️😍
@prasantahazarika6634
@prasantahazarika6634 3 жыл бұрын
@@expresswords9960 I miss u
@bijoybawri208
@bijoybawri208 3 жыл бұрын
Moi
@ChandanNath-yu5dr
@ChandanNath-yu5dr Жыл бұрын
2024 ot Kune Kune huniba camant kora
@hemantaborah3953
@hemantaborah3953 7 ай бұрын
সেই ৰঙীন দিন বোৰ আজিও মনত পৰেও নেত্ৰ কাই ❤❤❤
@spreadlove1200
@spreadlove1200 4 жыл бұрын
আগৰ অসমীয়া গীতৰ আমেজেই সুকীয়া ❤️
@gogoi8065
@gogoi8065 5 жыл бұрын
Bor dhunia gan Aje Kali aibur paboloi Ni My favourite song
@manasrobin
@manasrobin 5 жыл бұрын
Thank you , please subscribe this channel
@Tulikaartacademy912
@Tulikaartacademy912 9 ай бұрын
সেই দিন আৰু নাহে আনন্দত চকুলো ওলাই‌ ।ইমান‌ ভাল লাগে বুজাব নোৱাৰি। কাহিনী টো চাব পাৰিলে আৰু ভাল লাগিলে হয়😊
@bidyajyotidas5818
@bidyajyotidas5818 Жыл бұрын
❤❤❤ xoru kalor din bur monot pri jai
@nandinisharma9304
@nandinisharma9304 3 ай бұрын
Muru😢
@dhanjitnath3395
@dhanjitnath3395 3 жыл бұрын
কৈশোৰ কালৰ দিনবোৰ মনত পৰে । মধুৰ সময়, মধুৰ স্মৃতি
@travelsphere6154
@travelsphere6154 2 жыл бұрын
যোৱাকালি এই ঘৰখন বহু বছৰৰ মুৰত দেখিছিলো....💓💓
@rituldas3537
@rituldas3537 10 ай бұрын
Ai dinbor bahut Miss kri....ajir lora suwali ye ki Buji pabo
@biswajitsarmah924
@biswajitsarmah924 2 ай бұрын
Hosa koi bahut val din ashil, ❤
@anaspirant9550
@anaspirant9550 3 жыл бұрын
কি দিন আছিল সেইবোৰ...জীৱনটো বহুত সুন্দৰ আছিল তেতিয়া..
@kanakdas8074
@kanakdas8074 5 жыл бұрын
Khorutei hunisilu aji bht dinr murot akw hunisu..zbn daar knthot
@manasrobin
@manasrobin 5 жыл бұрын
Thank you , Please subscribe this channel
@kheerentumung8292
@kheerentumung8292 4 жыл бұрын
Hoi
@tilokmagar9059
@tilokmagar9059 2 жыл бұрын
Horukalo loi borkoi monot pore eibilak gan hunile emotional hoi jaon kot baa Pam hei din 😭😭😭
@khasnurali3219
@khasnurali3219 3 жыл бұрын
Wow very nice my favorite sung❤❤❤❤💖💝
@debabratchutia1898
@debabratchutia1898 Жыл бұрын
Old is gold ❤ love from gohpur ❤
@bubugogoi592
@bubugogoi592 2 ай бұрын
♥️♥️♥️♥️♥️♥️,yes definitely still listening n i love this song ♥️♥️♥️♥️
@montumili6643
@montumili6643 3 жыл бұрын
Love from POLAND (EUROPE) from 2004 to 2008 GOLDEN YEARS so many memories which is infinite of memories I still love to listen those years song each n everyday till now n 1 more favourite song dekho noi elibo nuharu......
@RinkuRiyan905
@RinkuRiyan905 3 жыл бұрын
❤️
@selfbelieve818
@selfbelieve818 5 ай бұрын
Zubeen daa main zubeen is king of Assam ❤
@hindimixture8179
@hindimixture8179 Ай бұрын
Ma kasam aibur gaan khunile ganor majote humai jua jen pao ❤❤
@jayprakashgayan6014
@jayprakashgayan6014 3 жыл бұрын
Reminiscence of our childhood ❤❤❤❤these songs always stay in our heart❤❤❤❤who are listening in August 2021
@khanindranath1990
@khanindranath1990 19 күн бұрын
"জোনবাই" আমাৰ আবেগ ❤️‍🩹
@naazmusical
@naazmusical 15 күн бұрын
দিন বোৰ বাগৰি গৈ আছে কিন্তু মনৰ আশা বোৰ পুৰন নহ'ব যেন লাগে 😢😢😢
@nayanmonibarua313
@nayanmonibarua313 5 жыл бұрын
আজিও আগৰ সমানেই জনপ্ৰিয় এইবোৰ বিহুগীত।
@sewaliburagohain2963
@sewaliburagohain2963 3 жыл бұрын
Agor gan bur amejeaii hukia hun thakileu hepah nopalai mon tu uri jai agor din buroloi kiman je val lagisil din bur akou ghuri aha holee thanks zubeen da, nayan da, borokha ba, gayati ba.
@djborah6642
@djborah6642 3 жыл бұрын
Miss those days 90's kids😭😭😭
@manashsarma2835
@manashsarma2835 3 жыл бұрын
😆😆😆😂😨😱😱😱😱😵😵😵😫😖😖👅👅👹👺🐂🐃🐂🐃🐹🐭🐗
@koinahi.
@koinahi. Жыл бұрын
2008 r চিনেমা ভাই
@rinkukalitarinkukalita5469
@rinkukalitarinkukalita5469 10 ай бұрын
Right 😢😢😢😢😢
@paramamala7584
@paramamala7584 4 жыл бұрын
যেতিয়ালৈকে গায়ত্ৰী মহন্ত, বৰষা ৰানী বিষয়া, নয়ন নিলীম আছিল তেতিয়ালৈকে জোনবাইৰ জনপ্ৰিয়তা হৈ আছিল কি কাৰণে শিল্পী সকলৰ পিছত ভাগ ভাগ হৈ গল ...... ? সেইবাবে জোনবাইৰ পিছৰ খণ্ড কেইটা জনপ্ৰিয়তা কমি গল... আশা কৰিছো এইকেইজন শিল্পীৰ দ্বাৰা জোনবাইৰ নতুনকৈ আহিব ২০২১ জোনবাই
@Frustratedmitu
@Frustratedmitu 2 жыл бұрын
নতুনকৈ আহিলেও আগৰ মজাবোৰ নাপাম এতিয়া 🥺
@bohemian5964
@bohemian5964 4 жыл бұрын
There were No KZbin No Netflix Subscription, Yet our childhood was soo enjoyable, because there were songs and VCDs like this💚💚 it's 2020 and still feels like 2004/5 whenever i play this song ❤️
@himahazarika548
@himahazarika548 3 жыл бұрын
Qààa
@anilnarzary582
@anilnarzary582 3 жыл бұрын
@@himahazarika548 l0
@pratapmedhi3942
@pratapmedhi3942 3 жыл бұрын
@@himahazarika548 8)
@nikitahazarika5912
@nikitahazarika5912 3 жыл бұрын
A
@nikitahazarika5912
@nikitahazarika5912 3 жыл бұрын
@@himahazarika548 q
@mrinmayboro3552
@mrinmayboro3552 3 ай бұрын
Zubeen dar bihur bahire mur an bihu bur aman val nalage💕🌺🌺🌺😊🌼💌🥀🍃🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🍃🍃🥀🥀✨✨✨✨🥰🥰🥰🌼🌼😁
@dip2001
@dip2001 Жыл бұрын
Oooooooooooooooiiiiiiii moinaaaaaaa jaaaaaaaan❤
@pankajvlog386
@pankajvlog386 9 ай бұрын
শৈশৱৰ স্মৃতি মনত পৰি গ'ল ❤️❤️❤️
@MoheswarRabha-vr8wy
@MoheswarRabha-vr8wy Жыл бұрын
Mojja lagise video tu sai 😘❤️
@alenamao7546
@alenamao7546 3 жыл бұрын
There Was a Tim whnee My whole family used To watch this movie in DVD player those days I really missed Nayan nilim my childhood actor all time favourite
@rajjakali2589
@rajjakali2589 3 жыл бұрын
আই অ' কলিজা কি মধুৰ গীত আছিল,শৌশব সোণালী
@zaanbaruah9160
@zaanbaruah9160 3 жыл бұрын
যি বোৰে এইবোৰ গানক dislike কৰি'ছ,,,,,‌তোহতবোৰ এটা এটা গৰু,,,
@jyotirmoybora
@jyotirmoybora 2 жыл бұрын
🤣✌️✌️
@hemantabodo3179
@hemantabodo3179 4 жыл бұрын
It's 2020 now Still listening,my all time fav.
@juridoley1439
@juridoley1439 2 жыл бұрын
আগৰ অসমীয়া গীতৰ আমেজেই সুকীয়া সচাঁকৈ শুনি থাকিব মন যায়♥️♥️
@moidul9662
@moidul9662 Күн бұрын
2004/05 ৰ সেইদিনবোৰলৈ ঘুৰি যাও.. যত জনপ্ৰিয়তাৰ ক্ষেত্ৰত জানমনি vs জোনবাইক লৈ লগৰবোৰৰ লগত তৰ্ক কৰিছিলো…. নয়ন নীলিমৰ সেই ডেমফুল হাহি আৰু গায়ত্ৰীৰ নয়নৰ প্ৰতি থকা ভালপোৱা… নস্টালজিক 😢😢😢😢😢
@PinkiKalita-rm3td
@PinkiKalita-rm3td 19 күн бұрын
সৰু কালৰ কথা‌ মনত পৰি গ'ল 😢
@rahulsarmay1guwahati761
@rahulsarmay1guwahati761 4 жыл бұрын
Still listening 2021😍💖💖
@jubinkalita3787
@jubinkalita3787 3 жыл бұрын
Yes😍🔥
@brishtipriyanath66
@brishtipriyanath66 3 жыл бұрын
Same here ❤️
@lavakalita5684
@lavakalita5684 3 жыл бұрын
Same vibe , no Matter how old I'm
@mridulsahni7803
@mridulsahni7803 Жыл бұрын
I am very happy today because me found this song searching since 2011 thank u BrO I have subscribed your channel
@LakshyadharNeog
@LakshyadharNeog 10 ай бұрын
Moja, moja.
@madankalita5461
@madankalita5461 3 жыл бұрын
Saru kalor kotha monat Parise❤️❤️❤️😁❤️❤️
@error9290
@error9290 3 ай бұрын
Jibon t aru hazar bisarileu aibur homoi ghuraii npau🥲😥😥😥
@Munukaliabor12
@Munukaliabor12 Ай бұрын
Nice song ❤
@NATURELOVER-qr2xg
@NATURELOVER-qr2xg 4 жыл бұрын
Bohut Val dore gaan bhur execute korisile agor gaan bhur .Very nice💞
@babuborajorhat2690
@babuborajorhat2690 2 жыл бұрын
এ‌ইবোৰ দিন কেতিয়াওঁ নাপাওঁ আৰু...😢😢😢
@bkvlogassam9812
@bkvlogassam9812 2 ай бұрын
Junbai xosai nomora loi bukut thakibo ❤
@parashkalita7000
@parashkalita7000 7 ай бұрын
চকুপানী ওলাই যায়, এইবোৰ গান শুনিলেই,,,,, অনুগ্ৰহ কৰি ,, junbai খন আকৌ এবাৰ চাব পাম বুলি আশা কৰিলো
@BituponHazarika123
@BituponHazarika123 2 ай бұрын
Zubeen da ki voice ❤❤❤❤
@hbarman3111
@hbarman3111 2 жыл бұрын
One of the masterpiece of Manas Rabin
@axomofficalmusical8168
@axomofficalmusical8168 9 ай бұрын
মনত পৰে এই বৰ গান 😢
@Jaiaiiaxom123
@Jaiaiiaxom123 4 ай бұрын
Bohut dukh lage......Hei homoyot bohut val asile amar homaj khon.......atai hekh hoi gol😢😢😢
@kom7626
@kom7626 Жыл бұрын
😢 its 2023 but still i missing those days
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 3 жыл бұрын
Sosakoi Ei time or Bihu gaan bur or Dore Bihu geet xunibo npm a sage ru..All Vcd R bihu geet Hit Superhit..Aji o Ei Geet bur Sei tetiar dre Superhit
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Kaziranga Bor Duniya
5:42
Asif Saleh
Рет қаралды 8 МЛН
song of jatin bora and  krishna moni2012
5:55
Krishna Moni Music 'Symphony'
Рет қаралды 2,8 МЛН
assamese songs
4:09
Avi560050
Рет қаралды 1,3 МЛН
TIRIS TIRIS | JUNBAI BIHU HD | MANAS ROBIN | ZUBEEN GARG
6:53
LUIT MANAS ROBIN'S PRODUCTION
Рет қаралды 8 МЛН
ФИНАЛ / 4х4 ЖҰЛДЫЗДАР ШАЙҚАСЫ
5:3:21
DOSYMZHAN
Рет қаралды 93 М.
Mother-in-law coming #shorts by Tsuriki Show
0:28
Tsuriki Show
Рет қаралды 21 МЛН
Хорошее время было!
1:00
Дмитрий Романов SHORTS
Рет қаралды 1,1 МЛН
Полыхание №2
18:58
Metal Family Xydownik
Рет қаралды 908 М.