এনে দৰে তথ্য ভিত্তিক ভাবে ৰাইজৰ মাজলৈ সকলো কথা প্ৰচাৰ কৰি নিয়াৰ অতি প্ৰয়োজন। ধন্যবাদ অখিল গগৈ ডাঙৰীয়া। আপোনাৰ নিচিনা নেতা অসমত বহুত প্ৰয়োজন হৈ আছে।
আপুনি যিসমূহ কথা কয় সকলো খিনি কথা মিলাই চালে সঁচা ওলাই, যেতিয়াই চৰকাৰ আৰু এজনৰ কথা ওলাব বুলি গম পোৱাৰ লগে লগে মিয়া এটা ভাল অস্ত বিচাৰি উলিয়াই লৈছে ঢাকিবলৈ কিন্তু অন্ধ 1000 টকীয়া ভোটাৰৰ বাহিৰে লাহে লাহে সকলো সাধাৰণ জনতাই বুজি পাই আছে ।
@manirulhussan1571Ай бұрын
এক দম সঁচা ক থা
@maklesurrahman8504Ай бұрын
Thank you for point out the real fact
@GoneshPatowaryАй бұрын
এইবোৰ গাপ দিয়াৰ বাবে সোণাপুৰ ঘটনা
@MrSRA-fe3jcАй бұрын
Hotto aru nirapakko news channel of Assam Salute 🫡🫡🫡
@RubulBora-t7oАй бұрын
Actually right.
@TCF573Ай бұрын
Absolutely right Akhil. Gogoi
@FarukAbdulla-kp7hsАй бұрын
100 p. Right koise
@hemrajsonowal1293Ай бұрын
You are partially right, the present burning problems are smart meters, price hike, unemployment, imbalanced income but illegal encroachment encroachment of one community is the most burning problem of all these , we've to mitigate it together not blaming the opposition
@FetnestogedarАй бұрын
Universal truth No one have dare this Public are known they kept silent 🤫
@prabhatteron5807Ай бұрын
Power
@bhagawansarma4953Ай бұрын
Himonto bhagao Assam bachao Jai ai okhom
@jayantadutta1024Ай бұрын
🎉
@indiantechnomenАй бұрын
Aku nai himontoi mya hotok ak boyonkor judho r vaba prepare kori ase , aya ak prokaror training r kam koribo ge adin Aru aya himontoi nojona ke kori asa ayar fal kintu adin gutai north east a bugibo aya khatang.
@rokibulhussain7286Ай бұрын
Very good
@pinkisarmah8400Ай бұрын
Akhil u r right
@abdulmannaf5519Ай бұрын
Right.
@shonhaque2843Ай бұрын
Nice..
@SalimatDdinDdinАй бұрын
অখিল গগৈৰ ডাঙৰীয়া কথা সত্য হ'য় এতিয়া অখিল গগৈৰ ডাঙৰীয়াক বহুতে বেয়া কমেএ কৰিছে একো কৰিব নোৱাৰে / মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘনিয়েকৰ মাঠি কেলেঙ কাৰি আৰু মূল্য বিধি কথা কথা মনত নহাকৈ সোণাপুৰৰ উছেদ কৰিবলৈ সক্ষম হয় এয়ায়ে হ'ল ৰাজ নিতি
আৰু এটা কথা বেছি বুধি লগত গাথি বেলেগৰ কাৰনে গাত খান্দিলে নিজেও এদিন সেই গাতত পৰিব 1000 ফাইনেল
@jugeswarphukan9726Ай бұрын
Akhilejikaise.haitu.100persenet.hasa.
@kameswerbasumatary8682Ай бұрын
ছুৰূক খুধি ছাৱল ধুব নেকি বনায়।
@UmeshDaimari-x3oАй бұрын
কেংলেকাৰীৰ তদন্ত হবলাগে
@BankingApplicationАй бұрын
Val kotha koise ami burbok hou amar sikut dhuli d new new news uliai amak divert korise
@BankingApplicationАй бұрын
Atiya petrol dam bohabo raiz sauk
@GoneshPatowaryАй бұрын
গু খোৱা বোৰে এনে দাউৰে পিছে পিছে
@PabitraDas-t8xАй бұрын
একে বাৰে সচা
@SinguHaqueАй бұрын
Akhil gogoi 100 parsen khosa kota koi
@litysa4236Ай бұрын
Atit beya lok ajone jatir oboidha rakhak hole arajagata barhe...
@GoneshPatowaryАй бұрын
গু খোৱা বোৰে কি কয়
@SanjibanBoroАй бұрын
Koboloi eku naie question takei nokoi ki kobo
@rabiakhatun1093Ай бұрын
My i Nurul Islame koisu. Yai xhamasya ek biyagum manab xhamasya buli jetiyaloike ganya kora nohoba tetiyaloike yai xhamasya ketiyau solve nohoba. Kosutolit this ka hajar hajar hindu Banglabhaxhi nai neki ? Nicchai ase . Tente xheibur abaidha kidare nohoy?? Jurabatat sarkari bon bhumit jug jug dhari garu khuti kori Nepali xhakale kuti kuti taka income kori je ase , xheibur kidare baidha ? Ne gakhirar babe maf? Tenehole khetir babe miyar maf kiya nohoba? . Sarkaru jadi khula comm nal hoy tebehole uanatai k xhikkhya la ba sarkarar pora?? Communalismar slogan dekhun sarkarei di ase xharbajanik kori , ji jidare pare atiyar pora kori thakak . Kintu hindur uparat yai niti nachaliba. Sarkarar i ek ghuxhita moukik hukum.
@dhrubajyotikoch2440Ай бұрын
অসমৰ জনগাঁথনি যে অভুতপূৰ্ব আৰু খিলঞ্জীয়াৰ বিপক্ষে অতি ভয়ানক ভাৱে সলনি হৈছে, সেইয়া গগৈয়ে নাজানে নেকি? ভাৰতীয় ৰাজনীতিত কোনোজন ৰাজনীতি বিদ ধোৱা তুলসীৰ পাত নহয়। দুই এজনে ব্যক্তিগত ভাৱে নিকা হ'লেও দলীয় ভাবে নহয়। কাৰণ নিজে বেয়া কাম বা দুৰ্নীতি নকৰিলেও দলীয় ভাবে কৰা দুৰ্নীতি জানিও মনে মনে থকাতোও দুৰ্নীতিৰ ভিতৰতে পৰে। গতিকে ধোৱা তুলসীৰ পাত কোনো নহয়। যিকোনো দুৰ্নীতিৰ তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। এইয়া সকলোৰে কাম্য। সাম্প্ৰতিক পৰিস্থিতিত শ্ৰী শৰ্মাৰ নেতৃত্বত জাতি টোৰ সপক্ষে যিবোৰ কাৰ্য কলাপ হৈ আছে, সেই সমূহ অসাধাৰণ। অসম চুক্তি হ'ল, কিন্তু বাস্তৱ ৰূপ ক'ত পালে? আছুকে আদি কৰি জাতীয় সংগঠন সমূহে মাত্ৰ দাবীহে কৰি থাকিল। সংশ্লিষ্ট মহলৰ কেতিয়াবা গা লৰিছিল জানো? ধিং ৰূপহী হাট, নীল বাগান, ডবকা মৰিগাঁওৰ বৰছলা ইত্যাদি ঠাই সমূহত খিলঞ্জীয়াৰ অস্তিত্ব ই নাইকীয়া হ'ল। গুৰুজনাৰ ঠাই বৰদোৱাত আজি খিলঞ্জীয়া নিৰাপত্তা হীন। নামনি আৰু মধ্য অসমৰ বহু ঠাইত খিলঞ্জীয়া ইতিমধ্যে মোৰ দাঙিব নোৱাৰা হ'ল। এজন খিলঞ্জীয়া ব্যক্তি হিচাপে এইবোৰ কথাই আপোনাক অকনো ব্যতিব্যস্ত নকৰে নেকি? আপুনি ভাবে নেকি, আপুনি আজি যাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে, সেই মখাই আপোনাৰ সন্তানৰ বা নাতিৰ দিনত ৰাজনীতি কৰিবলৈ দিব জানো? যদি ভাবিছে, আপুনি দিবাসপ্ন দেখিছে। আপুনি ৰাজনৈতিক জীৱন আৰম্ভ কৰা বেছি দিন হোৱা নাই, ইমান সোনকালে ৰাজনৈতিক জীৱনত চেকা লগাই নলব। যোৱাবাৰৰ নিৰ্বাচনৰ দৰে আবেগিক ধৌ সদায় নাথাকে, আৰু যিসকল ব্যক্তিয়ে আপোনাক দিছপুৰলৈ পঠিয়াইছিল, সেই সমল ব্যক্তিয়েই আপোনাক ঘৰলৈ পঠিয়াবলৈ আগভাগ ল'ব। কথা বোৰ ভাবি চাওক। জাতিটোৰ উমৈহতীয়া স্বাৰ্থত কেতিয়াবা কেতিয়াবা মনে মনে থকাও ভাল, কাৰণ আপুনি এজন খিলঞ্জীয়া ব্যক্তি। জাতি থাকিলেহে আপোনাৰ ৰাজনীতি থাকিব।