মন্ত্ৰী পিযুষ হাজৰিকাক ভালদৰে এজাউৰি দিলে ক্ষোভিত বানাক্ৰন্তই !

  Рет қаралды 77,273

NorthEast Now

NorthEast Now

4 күн бұрын

📌 মন্ত্ৰী পিযুষ হাজৰিকাৰ সন্মুখত বানাক্ৰান্তৰ ক্ষোভ !
📌 মন্ত্ৰী পিযুষ হাজৰিকাক ভালদৰে এজাউৰি দিলে ক্ষোভিত বানাক্ৰন্তই!
📌 মন্ত্ৰীক জবাবদিহি কৰা একাংশক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়া বুলি অভিযোগ তুলিলে জীপাল কৃষক শ্ৰমিক সংঘই!
📌বোকাখাতৰ বংকোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ !
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 475
@kushilabbaishya221
@kushilabbaishya221 3 күн бұрын
সুন্দৰ সাহসী অসমীয়া 1500 টকীয়া অন্ধভক্ত নহয় ধন্যবাদ, সাধাৰণ মানুহ বাবে অহা চাউল কেইটা লৈ দালালি কৰে বহুত অসৎ নেতা দালালে বহুত প্ৰমাণ আছে সাধাৰণ মানুহৰ বিপদ হ'লে এই নেতা মন্ত্ৰী বোৰৰ নাটক আৰম্ভ হয় কেমেৰা লৈ লৈ💪💪👍👍👍
@jigyaasa7096
@jigyaasa7096 3 күн бұрын
1500 Toka or nijor prapya lobe lage, aeibur sorkori asoni, Karu poketor nohoi, but vote dia tym'ot sinta sorcha kori dibo lage
@mondeepbharali9991
@mondeepbharali9991 3 күн бұрын
Ujonir manuh bhut dhoni .1500 takak taka bulia nabhabe xei karone prakitri a rong saise
@mondeepbharali9991
@mondeepbharali9991 3 күн бұрын
Edin 15 takar karone habathuri khabo lagibo
@mondeepbharali9991
@mondeepbharali9991 3 күн бұрын
Eta din ahibo 15 tokar karone habathuri khabo lagibo
@mondeepbharali9991
@mondeepbharali9991 3 күн бұрын
Eta din ahibo 15 tokar karone habathuri khabo lagibo
@jitubarman6162
@jitubarman6162 3 күн бұрын
২০২৬ ত যেতিয়া ইহতে ভোট বিচাৰি আহিব তেতিয়া পহু খেদা দিব লাগিব ৷
@iftikarali80
@iftikarali80 3 күн бұрын
Vale korila de aru dibo lagisil
@pratimasarma1737
@pratimasarma1737 2 күн бұрын
তেতিয়া তেওঁ লোকে দিয়া প্ৰতিশ্ৰুতি বোৰ দলিয়াই পেলাব পাৰিব লাগিব।
@user-tm2rf2ii9d
@user-tm2rf2ii9d 2 күн бұрын
​@@pratimasarma1737 right..500 eta dilei dori dori jbo....mur naikiya gaonoliya maiki hupa ek nmbr
@Manashjyotiborah-ye4lp
@Manashjyotiborah-ye4lp 2 күн бұрын
Apuni thik koise
@junuchamua1648
@junuchamua1648 3 күн бұрын
আপোনালোকৰ সাহস দেখি সচাকৈ বহুত ভাল লাগিল ওপৰৰ মালক সকলো ৰাইজে মিলি বানপানীত ডুবাই দিব লাগিছিল
@vikramborgohain1910
@vikramborgohain1910 3 күн бұрын
Pijush hazarika ভোটাৰৰ বিপদৰ কন্ঠ হোৱাৰ যোগ্য নহয়,,, ইয়াক বিদায় দিব লাগে.,,,,,,
@krishnagogoi1657
@krishnagogoi1657 3 күн бұрын
সুন্দৰ সাহসী অসমীয়া |
@Risu.doley151
@Risu.doley151 3 күн бұрын
সকলোৱে সমানে মাত মাতিলে ভাল লাগে তাতে আকৌ কিছুমান দালল সোমাই থাকে।
@bebidewri787
@bebidewri787 3 күн бұрын
সাহসী যুৱক সছা কথা কোৱা বাবে ধন্যবাদ জ্ঞাপন কৰিছো ।
@deepjyotisonowal4632
@deepjyotisonowal4632 2 күн бұрын
সঁচা কথা কৈছে মানুহ জন ভদ্ৰ।
@user-rj4si1bl3j
@user-rj4si1bl3j 2 күн бұрын
এই জন মন্ত্ৰীৰ অহঙ্কাৰ বহুত হল. ভোট দি জিকোৱটো আমাৰ ভূল.গতিকে ৰাইজে ককালত টঙালি বান্ধিব হল.
@Rupalijonak-n7o
@Rupalijonak-n7o 3 күн бұрын
লাজ লাগিল দে। জনতাৰ লগত এনে কথা
@bulbulbora-cw1el
@bulbulbora-cw1el 3 күн бұрын
এখেতে যোৰহাট আৰু গোলাঘাটৰ জনসাধাৰণৰ কথা ভালদৰে নিশ্চয় অনুধাৱন কৰিছে ।
@abdulhekim5770
@abdulhekim5770 3 күн бұрын
সুন্দৰ। সুবিধাবাদী নেতা সকলক এই দৰে উত্তৰ দিবলৈ সাহস কৰিব পৰা ৰাইজ লাগে।
@RajibHorijon
@RajibHorijon 3 күн бұрын
গৰু পিতন দিব লাগিছিল ৰাইজে
@lahorbhagawati4357
@lahorbhagawati4357 2 күн бұрын
Toi goi di nahile kio..😂 ..ani comment pass kori taki lav ni
@bijukhatowal9575
@bijukhatowal9575 2 күн бұрын
আজিৰ পৰা দেশত নতুনকৈ তিনিখন আইন প্ৰণয়ন হৈ গম পোৱা নাই নেকি ।​@@lahorbhagawati4357
@Riiki450
@Riiki450 2 күн бұрын
@lahorbhagawati4357 Goru piton dileje ancounter korai dibo😂
@lahorbhagawati4357
@lahorbhagawati4357 2 күн бұрын
@@Riiki450 🤣😂
@Manashjyotiborah-ye4lp
@Manashjyotiborah-ye4lp 2 күн бұрын
Hosake oo
@dipalidas9127
@dipalidas9127 3 күн бұрын
সুন্দৰ মন্তব্য
@brihatrabha9550
@brihatrabha9550 2 күн бұрын
এনেকৈ নাওঁত উঠি ফটো তোলা মন্ত্ৰীক অসমত নেলাগে। ২০২৬ চনত বিদাই দিব লাগিব যেন পাওঁ।
@user-ln1cz7xy9d
@user-ln1cz7xy9d 3 күн бұрын
ওপৰৰ মালে টকা খাই নিজকে পাহৰি গৈছে সেইদিনাখন এজনে মাছ বেপাৰীৰ পুতেক বুলি কৈছে ।ৰাইজে মন্ত্ৰী পাতিছে এতিয়া ভুগিছে
@user-mi3su7le2d
@user-mi3su7le2d 3 күн бұрын
এইবোৰ হ'ল আমাৰ সোণৰ অসম ৰ সোণৰ একো একোজন জ্ঞানী মানুহৰ চিন্তা কৰাৰ মূল উদ্দেশ্য, হয়তো সোণৰ অসম গঢ়াৰ ক্ষেত্ৰত ই এক অন্যতম সোণৰ নাগৰিকৰ ফলত সংঘটিত হোৱাৰ এক বিশেষ ধৰণৰ ঘটনা 😅
@TridipSaikia-od3ko
@TridipSaikia-od3ko 3 күн бұрын
তাক খেদক .চব টকা খাই সি সেহ কৰিছে
@MangalDoley-vr8vs
@MangalDoley-vr8vs 3 күн бұрын
পানীত বুৰাই পেলাই দিয়ক নিস্কৃস্ত মন্ত্ৰীক গুন্দা লগাই arrest কৰিবলৈ কবলৈ কত সাহস পালে।ৰাইজক সান্তনা হে দিব লাগিছিল এয়াই নেকি আমাৰ ওপৰৰ মালটোৰ স্বভাৱ চৰিত্ৰ। 😢😢😢
@entertainmentandexercies415
@entertainmentandexercies415 3 күн бұрын
লপা থপা দিব লাগিছিল ৰাইজে কিয় চাই থাকে জানো।
@Risu.doley151
@Risu.doley151 3 күн бұрын
বহু বিধায়কে আজিলৈ নিজৰ পকেট গৰম কথাতে ব্যস্ত জনসাধাৰণৰ প্ৰতি মন কানে নাই ,পহু খেদাদি খেদিব লাগে।
@masrafali927
@masrafali927 3 күн бұрын
এয়া জনজাগৰণৰ সময়,
@gouravburagohain597
@gouravburagohain597 3 күн бұрын
পিযুষ হাজৰিকা তুলা ধুনা দিছে বৰ ভাল কথা
@dhirenboruah4665
@dhirenboruah4665 3 күн бұрын
সুন্দৰ বক্টব্য
@dhanjitnath4013
@dhanjitnath4013 2 күн бұрын
এইজন বহুত ওপৰৰ মাল হয় ৰাইজ.দল বাগৰা নেতা এই পিয়াজ 🙏🌹
@rinkigogoi7455
@rinkigogoi7455 Күн бұрын
এইজনে ৰাজনীতি ত্যাগ কৰা কথা আছিল গৌৰৱ গগৈ জিকিল।কৰা নাই দেখোন
@rupjyotiborah3967
@rupjyotiborah3967 19 сағат бұрын
বহুত ভাল নিউজ এটা চালো। ভাল লাগিল।কবলগীয়া বোৰ এই দৰে কৈ দিব লাগে।
@Walkalone1875
@Walkalone1875 3 күн бұрын
Vhal dilai upor maltuk😂
@Foodu_soul_2005
@Foodu_soul_2005 3 күн бұрын
ৰজা হল টো সি এতিয়া প্ৰজাৰ দুখ কত দেখিব ,এই প্ৰজাইয়ে নমাব লাগিব সময় আহিলে মনত ৰাখিব ৰাইজ কেইটা মান টকাৰ লোভ ত ইহঁতৰ মুখ কেইখন পাহৰি নাযাব ।ইমান যে সাহখ দেখুৱালে তাৰ বাবে আপোনালোকক ধন্যবাদ ,
@plabanjyotisharma7534
@plabanjyotisharma7534 3 күн бұрын
ৰাইজ জিন্দা বাদ।
@jayaborah2926
@jayaborah2926 3 күн бұрын
দূযোধনে দুসাশনক আদেশ দিছিল, দ্ৰুপদীক ৰাজকাৰেংৰ ভিতৰৰ পৰা ধৰি আনিবলৈ। জেকেট আৰু গোল টুপি পিন্ধি থকা মানুহ টোৰে মানুহ গৰাকীৰ লগত যেনেকৈ তকা তকীত লিপ্ত হৈছে, এনে লাগিছিল যেন - সি। এতিয়া দূসাশনৰ ৰো-ল টোকে কৰি নপেলায় টো ...?
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 3 күн бұрын
,পিটিব লাগিছিল
@rebulali1210
@rebulali1210 3 күн бұрын
সছা কথা কবলৈ গলে বিজেপি নেতায়ে এৰেষ্ট কৰিব।এইতো কেনে কথা
@busylife1235
@busylife1235 Күн бұрын
Excellent...enekuwa manuh lage...
@user-mx3uf9en1l
@user-mx3uf9en1l 3 күн бұрын
দৌৰা,দৌৰা,খেদ্ওপৰতমাত,মতা সকলৰ,গাতদোষ।
@sibaninath8483
@sibaninath8483 2 күн бұрын
2026 t ভোট খুজিবোলে আহোঁতে জনতাই পাহৰিব নালাগে কথাবোৰ
@jamunaray4032
@jamunaray4032 3 күн бұрын
Aru vote nudibo ei piyas tuk
@xyza100
@xyza100 2 күн бұрын
Good... Every citizens should be like him
@Masteredupoint786M
@Masteredupoint786M Күн бұрын
কিছুমান অতি অসমীয়া ই যোহাই ফুৰে -অসমৰ একমাত্ৰ সমস্যা মীয়া বোৰ হে, বানপানী নহয়, এতিয়া পিছে কি হল
@Manashjyotiborah-ye4lp
@Manashjyotiborah-ye4lp 2 күн бұрын
Bor bhl lagil ,very good public
@Randeep-kb1xh
@Randeep-kb1xh 3 күн бұрын
গণতন্ত্ৰ যে সম্পূৰ্ণ শেষ হৈছে এই ঘটনাই এই বাতৰিয়ে প্ৰমাণ কৰিছে । এফালে একাংশ আৰক্ষী বিষয়া কৰ্মচাৰীৰ জনতাৰ ওপৰত অত্যাচাৰ আনফালে চৰকাৰৰ মন্ত্ৰী বিধায়াকৰ এনে কথা বাৰ্তা দম গতিকে প্ৰশ্ন আজি এই চৰকাৰৰ দিনত দেশত গণতন্ত্ৰ কত ?
@pobontamuli4168
@pobontamuli4168 Күн бұрын
আপোনাক নমস্কাৰ! আপোনাৰ দৰে সচেতন ব্যক্তিয়েহে এইসকল দাম্ভিক নেতাক নাকি লগাব পাৰিব ।।
@lakhikrchintey5693
@lakhikrchintey5693 3 күн бұрын
ফিৰোজ হাজৰিকাৰ মতে তেওঁ একমাত্ৰ মানুহ
@anjankalita3742
@anjankalita3742 Күн бұрын
Oporor mal r kam nai kela 😡🤬🤬😠 Sudur vai Public is the King Don't go back 🙏🏻🙏🏻🙏🏻 u well speak
@TapanRabha-jh8jq
@TapanRabha-jh8jq 3 күн бұрын
Salute
@pranjal1393
@pranjal1393 Күн бұрын
ধমকি দি কেমেৰা বন্ধ কৰি দিছে। ওপৰৰ মাল।
@user-fz1fp7oj3u
@user-fz1fp7oj3u 2 күн бұрын
ভোট বিচাৰি গ'লে ঝাৰু লৈ কোৱাব সেই বিলাকক।
@chitumonidas9878
@chitumonidas9878 9 сағат бұрын
Not only him,,all of we should take action like him
@MoonChild-jq4gq
@MoonChild-jq4gq 16 сағат бұрын
Shame on such politicians.. salute to this young man
@user-vm8mr4nb6e
@user-vm8mr4nb6e 3 күн бұрын
মানুহ লগত ভাল বেৱহাৰ কৰক
@hpk6904
@hpk6904 Күн бұрын
দাদাগীৰিৰ বাহিৰেনো কি জানে তেওঁলোকে, ৰাইজৰ সমস্যাবোৰ বুজি নাপাই তেওঁলোকে। ঠিক দিছে দাদাজনে👍
@SimilarAhmed
@SimilarAhmed 3 күн бұрын
ৰব ৰব ওপৰৰ মাল গৈছে
@user-nl4fr8rf7s
@user-nl4fr8rf7s Күн бұрын
We need men like him in our society
@ranjumohan-mt2xj
@ranjumohan-mt2xj 3 күн бұрын
সুন্দৰ
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr 3 күн бұрын
Very good 💯
@monurammili7713
@monurammili7713 16 сағат бұрын
Hahohi manuh......aagotu apunar hahohikotar kaam dekhixu...👍🏼
@dharmendradas3785
@dharmendradas3785 Күн бұрын
Good ❤❤❤God bless you
@mythicalgentle7020
@mythicalgentle7020 Күн бұрын
Hundor
@prakashsaikia7521
@prakashsaikia7521 3 күн бұрын
বিজেপিয়ে অকল এৰেচ কৰা কথা কয়. বাকি কাম নাই
@BuddhadevRay-qt5mx
@BuddhadevRay-qt5mx 3 күн бұрын
Banpani jindabad😊
@johebalam3675
@johebalam3675 3 күн бұрын
আমি আপোনা‌সকলোৱৰ লগত আচো
@mukhnathkutum2512
@mukhnathkutum2512 Күн бұрын
Tnks news
@SunomBorah-my7ju
@SunomBorah-my7ju 3 күн бұрын
Moja
@faridaahmed5968
@faridaahmed5968 2 күн бұрын
Salute to the brave boy
@nripenbubuli4094
@nripenbubuli4094 7 сағат бұрын
Very good 🙏
@gitarthabaruah3328
@gitarthabaruah3328 2 күн бұрын
Dada jonok salute disu , montrik voi nokori ,nijor aru gaor hoi mat Matise , 😢😢
@jamunaray4032
@jamunaray4032 3 күн бұрын
Vote bsari ahile khedi dbo ihotok
@jitendrarabha4660
@jitendrarabha4660 23 сағат бұрын
বান-পানী আমাৰ জাতীয় উৎসৱ-- আমি যে এই কথাষাৰ কলো,আমি কোন বাৰু?আমাক চিনি পাইছনে?আৰু ক’ব বিচাৰো যে,এয়া ভগৱানৰ লীলা,আমি কৰিব পৰা উপায় নাই,পৰৱৰ্তীকালত অসমৰ বানপানী সমস্যা নাইকিয়া কৰিম৷গতিকে ৰাইজে আমাক সহায় কৰে যেন৷
@munmidas1405
@munmidas1405 21 сағат бұрын
Val kotha kole
@user-vh9gg3yc2e
@user-vh9gg3yc2e 2 күн бұрын
How aei2 dukhan Trollgate aru Nodi mathura bilkr Milik...😅 Namaskar Hazarika daa apunr Baideu kin2 vhal real bonai dy..
@jobrecruitmentagency861
@jobrecruitmentagency861 13 сағат бұрын
Ai jonok kobo diok mama a hikai pothaise. Raij apunalukor ai vul .. kotha bur pahri jai time t..mama mojah di asa Assam khn k..love you mama
@nityakhongia4792
@nityakhongia4792 16 сағат бұрын
Moja.... ❤❤❤
@madhurjyaborah255
@madhurjyaborah255 9 сағат бұрын
গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে এইজনে পদত্যাগ কৰাৰ কথা কৈছিল আজিলৈকে কৰাই নাই নে ।
@nayanjyotidutta6628
@nayanjyotidutta6628 3 күн бұрын
Laaj nuhua nilaaj minister aijon..mukhor kothai thik nai...😂
@XxDd-wk7wy
@XxDd-wk7wy Күн бұрын
❤good job
@amiyalaujary5845
@amiyalaujary5845 2 күн бұрын
Good job
@miksiabung6978
@miksiabung6978 Күн бұрын
ভাল পদকেইব লৈছে.
@rupammedhi9663
@rupammedhi9663 Күн бұрын
শান্তি 😊 ভাল দিছে
@hirendas2011
@hirendas2011 3 күн бұрын
Good
@HimangshuDeka-ok5qb
@HimangshuDeka-ok5qb 2 күн бұрын
মজ্জা ❤❤❤❤
@extremeworld232
@extremeworld232 3 күн бұрын
Good step
@bijuboruah8713
@bijuboruah8713 2 күн бұрын
Photo settion hobo dibo noware. Thank you bongkowal raije....
@user-nx3bf1tr9f
@user-nx3bf1tr9f 3 күн бұрын
Dada jone hosa kotha koise
@digantadeka7201
@digantadeka7201 2 күн бұрын
Mozaaa
@dhritimandas171
@dhritimandas171 2 күн бұрын
akdom val kam korile raije🙏
@user-fo9fq6zi8m
@user-fo9fq6zi8m 13 сағат бұрын
Right
@sibaninath8483
@sibaninath8483 2 күн бұрын
সময়ত একো কাম নকৰে।এতিয়া বান পিৰিতক এৰেষ্ট কৰাৰ কথা কব আহিছে।গৰু পিতন দিব লাগে এইবোৰক। ঠিকাদাৰ কেইটাক গতিয়াই বানপানীত উটুৱাই দিব লাগে ৰাইজৰ যেনেকৈ সৰ্বোচ্চ উটি গৈছে।
@debojitkonwar6356
@debojitkonwar6356 2 күн бұрын
হাজাৰ হাজাৰ মানুহৰ হাও খাইছে পিযুষ হাজৰিকাই। ৰাইজক অনুৰোধ অহা ২৬ অৰ বিধান সভা নিৰ্বানত তেওঁৰ সমষ্টিত হৰোৱালে হৈ আৰু দেই।
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul Күн бұрын
Nuware horuabo,tekhete teor somostit bohut votot jike karon tekhete nijor somostitut val Kam korise,belegot ki korise xeitu nejanu
@jituphukan2919
@jituphukan2919 3 күн бұрын
👍 nice
@rubusena6392
@rubusena6392 2 күн бұрын
Good.
@MaoBourah
@MaoBourah 3 күн бұрын
Arrest upar malak korok
@davidkonwar892
@davidkonwar892 2 күн бұрын
Good 👍
@Rana-hg8hg
@Rana-hg8hg 3 күн бұрын
🎉🎉
@asthajitaviolinagogoi8364
@asthajitaviolinagogoi8364 2 күн бұрын
Ati Sundar ati Sundar
@karabibaruah2135
@karabibaruah2135 2 күн бұрын
Well done❤
@indiaelectronic8731
@indiaelectronic8731 2 күн бұрын
Vary good
@nanditapatar509
@nanditapatar509 2 күн бұрын
Val korise
@user-ce9it6dj4b
@user-ce9it6dj4b 2 күн бұрын
Gorov gogoi apuni zindab apuni sob korib parib apuni
@prince_babu_72
@prince_babu_72 19 сағат бұрын
Thik se pitib lgisil Tak
@Maini941
@Maini941 2 күн бұрын
👏👏
@Konbhai-oy2gx
@Konbhai-oy2gx 15 сағат бұрын
1250 টকাত লুভ নকৰিব ।ভাল কথা কৈছে
@amritmusical418
@amritmusical418 Күн бұрын
গৰুৱে মানুহৰ দুখ কষ্ট নুবুজে
@budhanathgayary3264
@budhanathgayary3264 15 сағат бұрын
Lass lagibo lage di...p.hajorika
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 44 М.
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 11 МЛН
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
Raghav Chadha Attacks BJP Over NEET Paper Leak Row | Rajya Sabha
5:56
The Indian Express
Рет қаралды 90 М.
atanu bhuyan"s  video
7:19
atanubhuyan"s news video
Рет қаралды 51 М.