Manuh Dekhisu Aji মানুহ দেখিছো আজি । Surya Das

  Рет қаралды 664,421

Majestic Assam

Majestic Assam

Күн бұрын

Пікірлер
@jupiterporasor8793
@jupiterporasor8793 22 күн бұрын
গণশিল্পী শ্ৰদ্ধাৰ সূৰ্য দাস দেৱৰ বিয়োগত মৰ্মাহত হলোঁ।চিৰদিন অসমীয়ায়ে আওঁৰাৱ "মানুহ দেখিছো আজি,বহুত মানুহ"।শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।❤️ওঁম শান্তি।🙏
@BinudPatar-b2w
@BinudPatar-b2w 22 күн бұрын
গণশিল্পী গৰাকী বিদেহী আত্মা চিৰ শান্তি কামনা কৰিলোঁ 😢
@debikaborpujari6748
@debikaborpujari6748 22 күн бұрын
আজি সূৰ্য্য দাস নাই মানুহ বোৰ চাবলৈ ! ওম শান্তি 🙏
@bhairabbaishya1905
@bhairabbaishya1905 3 жыл бұрын
সুৰ্য দাৰ এই গীতটো সদায় সজীৱ হৈ থাকিব ৷ বহুত অৰ্থপুৰ্ণ গীত ৷ বহুত ভাল লাগে মোৰ এই কালজয়ী গীতটো ৷
@BaharulIslam-iv4ms
@BaharulIslam-iv4ms 4 жыл бұрын
সচাই সূৰ্য্য দা আপুনি আমাৰ নক্ষত্ৰ। মানুহৰ‌ বাবে।
@dibyajyotikalita420
@dibyajyotikalita420 4 жыл бұрын
চন্দ্র-সূৰ্য যেতিয়ালৈ থাকিব, শ্ৰদ্ধাৰ সূৰ্য দাস দেৱৰ গীত তেতিয়ালৈ প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই থাকিব।
@KalpanaKalita-sp4kg
@KalpanaKalita-sp4kg 8 күн бұрын
Right opinion
@ihtalukdar8180
@ihtalukdar8180 5 жыл бұрын
মনটো বাৰুকৈয়ে চুই যায় বাৰে বাৰে এই চিৰযুগমীয়া গানটোৱে। সুৰ্য্য দাস তুমি মহান আৰু তোমাৰ এই গানটো সদায় মহান হই থাকিব প্ৰতিজন অসমীয়াৰ হৃদয়ত!
@dhirendranathchoudhury86
@dhirendranathchoudhury86 4 жыл бұрын
অসমীয়া আধুনিক সঙ্গীতৰ শ্ৰেষ্ঠতম গীতসমুহৰ ভিতৰত অন্যতম চিৰসেঊজ এই গীত মোৰ হৃদয়ৰ অটল গহ্বৰত চিৰদিন ৰৈ যাব সেই দিনলৈকে যিদিনা এই সুন্দৰ পৃথিবী এৰি গুছি যাম। নজহা নপমা এক কালজয়ী গীত কেৱল মানুহৰ বাবে। পৰম শ্ৰদ্বেয় শিল্পী শ্ৰীসৃৰ্য্য দাসদেৱ চিৰকালে অমৰ হৈ থাকিব কেৱল এই গীতটিৰ জৰিয়তে। হাজাৰবাৰ শুনিলেওঁ আমনি নলগা এই গীত ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতৰ সমপৰ্য্যায়ৰ।
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best Dr.Surjya Das
@mdbodo9864
@mdbodo9864 7 жыл бұрын
সূৰ্য দাস সচাকৈ স্বাভিমান অসমীয়া জাতিৰ চিৰনমস্য এক উজ্জল নক্ষত্র ! তেওঁৰ গীতে দিয়ে অামাক জীয়াই থকাৰ প্ৰেৰণা ! তেওঁৰ কণ্ঠত অাছে কৃষক ,খাতি খোৱা মানুহ, শ্ৰমজীৱি মানুহৰ গান! "সেইবাবে তেওঁ চিৰনমস্য প্ৰতিজন অসমীয়াৰ জাগ্ৰত প্ৰহৰী হৈ সদায় থাকক আমাৰ হৃদয়ত !"
@tapantapan4483
@tapantapan4483 6 жыл бұрын
Jayanta Baro. ধন্যবাদ
@chayanikabhuyan9519
@chayanikabhuyan9519 6 жыл бұрын
Thank you
@janardandas9448
@janardandas9448 2 жыл бұрын
X
@nirjudevi7622
@nirjudevi7622 2 жыл бұрын
সচা কথা
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 21 күн бұрын
Bohut val gan dei hosakoi.
@navikashyap7932
@navikashyap7932 7 жыл бұрын
এই কালজয়ী গীতটিয়ে লৰালি কালৰ পৰাই মোৰ মন আকৃষ্ট আচন্ন কৰি ৰাখিছে। সুৰ্য্য দা, আপোনাক এবাৰ দেখাৰ অদম্য আশা পুহি ৰাখিছো মনত, নাজানো কেতিয়া সেই সোভাগ্য হব।
@manashdas731
@manashdas731 6 жыл бұрын
navi Kashyap .
@KalpanaKalita-sp4kg
@KalpanaKalita-sp4kg 8 күн бұрын
এনেকুৱা গীত পৃথিবীত বিচাৰি পাবলৈ টান।সূৰ্য দাক সদাই মনত ৰাখিম।
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best singer Dr.Surjya Das
@abinashhandique6745
@abinashhandique6745 22 күн бұрын
শ্ৰদ্ধাৰ গণশিল্পী সূৰ্য দাস দেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏🪔
@jadumonigogoi1605
@jadumonigogoi1605 4 ай бұрын
গণশিল্পী সূৰ্য্য দাস আৰু গীতটিৰ গীতিকাৰ শ্ৰদ্ধাৰ নগেন বৰা দুয়োজনেই চিৰস্মৰণীয়৷
@abdulsamad-zj9yx
@abdulsamad-zj9yx 4 жыл бұрын
A song touched not only heart but also even soul.My all time favorite.Grand salute to the great singer.
@munmeesmusical946
@munmeesmusical946 5 жыл бұрын
যুগে যুগে জীয়াই থাকিব এনে গীত।কথা, সুৰ, গায়ন সকলো সুন্দৰতকৈও সুন্দৰ!
@rajendas3125
@rajendas3125 4 ай бұрын
ইমান সুন্দৰ
@brothersglobe5706
@brothersglobe5706 Ай бұрын
জুয়েপোৰা তিৰাশীৰ সেই অগ্নিগৰ্ভা পৰিস্থিতিত সূৰ্য দাৰ এইবোৰ গীতৰ উদ্দ্যমেৰেই দিন ৰাতি একাকাৰ কৰি আঠশ পঁচপন্ন জন তেজাল ডেকাই বুকুৰ শোণিত ঢালি দেশ জাতিৰ ভবিষ্যতৰ সোনোৱলি সপোনেৰে এচাম তথাকথিত ভণ্ড দেশপ্ৰেমিৰ হাতত শাসনভাৰ তুলি দিছিল।যাৰ ফল আজি অসমীয়াই পদে পদে ভুগিব লগা হৈছে। সেই মহান শিল্পীজনৰ আজি কোনে খবৰ ৰাখিছে 😭😭
@dulalchandradutta5372
@dulalchandradutta5372 6 жыл бұрын
শুনি থাকিলে আমনি নলগা এটা প্ৰকৃত অসমীয়াৰ গীত।
@balendra265
@balendra265 4 жыл бұрын
যিদিনা প্ৰথম শুনিলোঁ আজিও পাহৰিব নোৱাৰোঁ। কি যে গীতৰ কথা।
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Amazing song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, most beautiful song
@palenbaishya5833
@palenbaishya5833 4 жыл бұрын
bhut val lagil
@AMAZONAJOY1
@AMAZONAJOY1 22 күн бұрын
তেওৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Evergreen, marvelous, awesome, superhit, most beautiful song
@promodemedhi3455
@promodemedhi3455 3 ай бұрын
হ্নদয় আপ্লুত কৰা চিৰ সেউজ গীত🙏
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
Best song, my favourite song, Awesome, superhit, beautiful, excellent song, Awesome, superhit, beautiful, excellent song
@randomlyfactz
@randomlyfactz 4 жыл бұрын
Khub hundor hoise
@dharanidas4485
@dharanidas4485 6 жыл бұрын
মানুহ দেখিচো আজি বহুত মানুহ সুন্দৰ কন্ঠ
@kapildas456
@kapildas456 2 жыл бұрын
Nice song ..Val lagil bhot...
@jatnarabha1044
@jatnarabha1044 4 жыл бұрын
ইমান সুন্দৰ । ভাষাৰে বুজাব নোৱাৰি
@NazrulIslam-fm1lu
@NazrulIslam-fm1lu 17 күн бұрын
ভূপেন হাজৰিকাৰ পাছতেই যাৰ বাবে চকুলো নিগৰাই শান্তি পালোঁ। চিৰযুগমিয়া হওঁক শিল্পীৰ স্মৃতি ।
@nayanjyotipathak9514
@nayanjyotipathak9514 22 күн бұрын
তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ
@ratandas8546
@ratandas8546 7 ай бұрын
কালজয়ী গীত। বৰ্তমান সমাজৰ প্ৰতিচ্ছবি ফুটি উঠিছে।
@dipanjaldharamtul8482
@dipanjaldharamtul8482 4 жыл бұрын
সুন্দৰ গীত।আপোনাক সিদিনা লগ পোৱা দিনটোলৈ মনত পৰি থাকে।
@gitarthakalita1108
@gitarthakalita1108 3 жыл бұрын
ei geet e kotha deutai muk koisil .aru aji suni salu .koboloi bhakha nai mur .enedhoronr geet bure atmak santi r prokitto onubhob tu jogai diye
@nabadeka1406
@nabadeka1406 2 жыл бұрын
সুন্দৰ আমাৰ অসমীয়া ভাষা।সুন্দৰ গীত ।
@cbhag
@cbhag Жыл бұрын
A very nice song, namaskar
@taranikantachoudhury4514
@taranikantachoudhury4514 3 жыл бұрын
গানৰ জৰিয়তে গায়কে সমাজৰ অপশকতি আতৰোৱাৰ চেষ্টা কৰিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো
@Jadabpaul-m8q
@Jadabpaul-m8q 5 ай бұрын
সূর্য দাম আপোনাৰ ঘৰ Kanpurত নহঅ জানু❤❤
@mrinalbaishya31
@mrinalbaishya31 7 жыл бұрын
Surya Das has become immortal with this song
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 21 күн бұрын
Most beautiful song video, my favourite video, best song video, I love you this video my favourite video, best song video.
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
মানৱতাৰ গীত গোৱা,দেশৰ মাটিৰ গীত গাই ভাল পোৱা শিল্পী গৰাকীয়েই হৈছে সূৰ্য দাস। মূখা পিন্ধা মানুহৰ ভণ্ডামি, ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কন্ঠ ই হৈছে সূৰ্য দাস। তেখেতৰ,"আকাশত এটি দুটি অলেখ তৰা,চিকি মিকি পোহৰেৰে ঢ়াকিছে ধৰা/জোনাকী পৰুৱা বোৰে ধিমিক ধামাক কৰি , উজলাই তুলিছে ধাননি ডৰা....."মোৰ অতি প্ৰিয় গীত। শিল্পী গৰাকীলৈ দুৰৈৰ পৰাই জনালোঁ শত সহস্ৰ প্ৰণাম।
@AnshumanDeka-il7po
@AnshumanDeka-il7po Ай бұрын
😊
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 21 күн бұрын
Manuh dekhisu aji bohut manuh
@lunashreedevi9183
@lunashreedevi9183 4 жыл бұрын
এইবোৰ গীতৰ কেতিয়াও মৃত্যু নঘটে❤️
@shyamsundarnath6883
@shyamsundarnath6883 3 жыл бұрын
সচায় দেই😭😭
@siddiqueali8794
@siddiqueali8794 7 жыл бұрын
চিৰসেউজীয়া এটি গীত। মন চুই যায়....!
@BhabeshDas-sd7fn
@BhabeshDas-sd7fn 22 күн бұрын
Very nise song
@baruasatya8727
@baruasatya8727 6 жыл бұрын
এই মহান শিল্পীগৰাকীৰ পেলেষ্টাইন নামৰ শ্ৰব্য কেছেটৰ গীত আটাইকেইটিয়ে ভাল .
@harekrishnatalukdar6637
@harekrishnatalukdar6637 5 жыл бұрын
Mok pelaistan r gan keyata dibone moi cassat tu bisari asu
@nazimali7402
@nazimali7402 5 жыл бұрын
Very very nice song excellent well-done Best of black.
@GajendraNathDas1
@GajendraNathDas1 6 жыл бұрын
এটি চিৰসেউজ গীত, শ্ৰদ্ধাৰ সূৰ্য্য দাসদেৱৰ উদাত্ত কণ্ঠত মোহিনী শক্তি আছে ..
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Guiness world record book world no 1 best song
@kopouprahladclassic5572
@kopouprahladclassic5572 7 жыл бұрын
কথা /সুৰ/কণ্ঠ/গায়ন শৈলী অপূৰ্ব /কালজয়ী গীত।
@DIPAKKRBORA
@DIPAKKRBORA 6 жыл бұрын
বহুত সুন্দৰ...অতি মনোমোহা...
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Guiness world record book world no 1 best song, my favourite song, I love you this song
@trllife6161
@trllife6161 5 жыл бұрын
Underrated song.. This song is very patriotic
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
Guinness book of the world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Most beautiful song, best song, my favourite song, most beautiful song, best song, my favourite song
@gitalinath4115
@gitalinath4115 5 жыл бұрын
শুনিলে শুনি থাকিবলৈ মন যোৱা এটি গীত
@nilotpalsarmahsarma8344
@nilotpalsarmahsarma8344 3 жыл бұрын
Epic song.. anakuwa geet atyao ulabo laga
@vedelu07
@vedelu07 Жыл бұрын
My maternal uncle had a Philips Tape Recorder and this was one of the songs in one of those cassettes. Listened it in my childhood, forgot it and accidentally stumbled upon it again today.
@purnimatalukdar4706
@purnimatalukdar4706 5 жыл бұрын
চিৰযুগমীয়া গীত | জয় আই অসম |
@arupkalita2826
@arupkalita2826 2 жыл бұрын
EXCELLENT PLEASANT BEAUTIFUL PRESENTATION
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
Surya Das is the Guinness book of the world record book world no 1 best singer of the world, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song, my favorite,I love you this song
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Old is gold so this is really best song
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
World no 1 best song
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 21 күн бұрын
RIP Dr.Surjya Das
@dhanjitgamer6093
@dhanjitgamer6093 3 жыл бұрын
বৰ ধুনীয়া গান
@bitulchandraborah2969
@bitulchandraborah2969 6 жыл бұрын
সচাই অতি সুন্দৰ গান
@rambalram2610
@rambalram2610 6 жыл бұрын
That song made Surya Das immortal and of course the song too .....
@PratibhaBorah-pt7zm
@PratibhaBorah-pt7zm 17 күн бұрын
সৰুতেই তেখেতৰ এই গীতটো বিহু মঞ্চত উপভোগ কৰিছিলোঁ। গীতটোৱে আৱেগিক কৰি তোলে।
@niranjanbhattacharyya5207
@niranjanbhattacharyya5207 Жыл бұрын
One of my favorite song with an awesome music.
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 21 күн бұрын
I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
@roktimk.6994
@roktimk.6994 4 жыл бұрын
Not only very good person but also a good singer
@pradipkr5759
@pradipkr5759 7 жыл бұрын
Old songs are similar to gold nuggets!!!! Really soothing!!
@arunnath156
@arunnath156 6 жыл бұрын
Assamese first ever nice song among all. Dr ac nath trivandrum kerala.
@DIVINEsoniuniverse
@DIVINEsoniuniverse Жыл бұрын
Nice✨🤗🙏✨
@pradipgayan9592
@pradipgayan9592 5 жыл бұрын
This is a great song by surya das and it will last till the indigenous Assamese people alive
@kushalbora3976
@kushalbora3976 4 жыл бұрын
All the best
@kamdevdasassamesepoems974
@kamdevdasassamesepoems974 6 жыл бұрын
যুগ জয়ী গীত,সময়ৰ গীত।
@debabratborah5601
@debabratborah5601 5 жыл бұрын
গানটো সদায় জীয়াই থাকিব আৰু থাকিব সূৰ্য্য দাস।
@nituhazarika8197
@nituhazarika8197 5 жыл бұрын
সুন্দৰ গীত
@prahladdas2609
@prahladdas2609 22 күн бұрын
দদৰাৰ ,বিহুৰ মঞ্চ ত কেইবাবাৰো গীত পৰিবেশন কৰিবলৈ আহিছিল তেও,ঔম শান্তি
@sangrambangthai2938
@sangrambangthai2938 5 жыл бұрын
এই গীতসমূহ চিরজুগমীয়া হৈ রয় যেন
@princevideo8413
@princevideo8413 Жыл бұрын
মোৰ অতি প্ৰিয় গীত
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
I love you this song,my favorite song,best song
@nipenbora692
@nipenbora692 7 жыл бұрын
One of my favorite song...... Buhut bohut val lage aei gan...... Best Bst Bst song......
@ashokkakati3777
@ashokkakati3777 8 жыл бұрын
1 of my fav . Beautiful song .
@RanjitDas-hs9kh
@RanjitDas-hs9kh 2 жыл бұрын
Heart touching song.
@atulhazarika8042
@atulhazarika8042 7 жыл бұрын
Really a GREAT SONG, Atul hazarika North Lakhimpur
@smritibora3933
@smritibora3933 6 жыл бұрын
Mur jetea 5years hoisel teteare pora moi surjo das khura gan xune ahesu.aru xune thakem.moi bohut vall Pau surjo dasor gan.moi sodai aserbad korisu jate surjo dasor sokalu gan hodai jeai rakhe.
@swarnadeep6866
@swarnadeep6866 3 жыл бұрын
Ufff sunile suni thakibor mon
@nripendrakumarborah2911
@nripendrakumarborah2911 3 жыл бұрын
এই গীতটো মোৰ অতি প্ৰিয় গীত। শ শ বাৰ শুনিছোঁ। তথাপিও হেপাহ পলোৱা নাই ।
@pankajtamuli4867
@pankajtamuli4867 6 жыл бұрын
Very nice god bless u
@rinkusarma4530
@rinkusarma4530 2 жыл бұрын
Meaning able ,evergreens
@pm355music3
@pm355music3 4 жыл бұрын
Old is gold♥️
@bipulmondal6081
@bipulmondal6081 7 жыл бұрын
Git2 huni bhut val lagil . Koi hak korivo nuwaru de. Sweet nature
@bolinhazarika6956
@bolinhazarika6956 20 күн бұрын
বৰ ভাল লাগে
@assamratnna1717
@assamratnna1717 7 жыл бұрын
Ata val gaan khuliu dai..Bohut bohut val lage dai.
@nareswarrabha9565
@nareswarrabha9565 6 жыл бұрын
you are always great Suryada
@tapanray5469
@tapanray5469 3 жыл бұрын
সুনি থাকিলে সুনি থাকিব নম যায
17 June 2020
4:38
SUNDARAM TEZPUR
Рет қаралды 254 М.
Mrityunjoy Choudhury Presents"HITS OF JITEN DEKA"|Original sound track|
42:21
Mrityunjoy Choudhury
Рет қаралды 173 М.
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
Tahani asil gupinath
6:50
Lakhiraj Medhi
Рет қаралды 30 М.
Parjanamar
5:34
Viren Prajapati
Рет қаралды 1 МЛН
Amulmul Xewali Gundh by Loknath Goswami
4:50
I K
Рет қаралды 877 М.
Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation
19:23
Utpal Das Production
Рет қаралды 1,8 МЛН
ll Dekh Gol Gol Buli Kune Kobo ? Surya Das Song.Majamil & Bhabna Choudhury ll
5:09
Majamil hoque Choudhury official
Рет қаралды 30 М.
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН