Рет қаралды 810
উন্নয়নৰ নামত ভেঁকোভাওনা। মৰিয়নিত ৬ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল এখন দলঙৰ। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ফাটিছে দলঙৰ বিভিন্ন অংশ। ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ। ইফালে চামগুৰিত জল জীৱন আঁচনিৰ নামত লুণ্ঠন। মাটিৰ ৩ ফুট তলত পুতিবলগীয়া পাইপ ৰাস্তাতে পেলাই কাম সামৰিলে ঠিকাদাৰে
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/