Sadhana Devi ৰ ৰিজাল্ট ভুৱা আছিল.. সকলো ক'লে সাধনা দেৱীয়ে II Sadhana devi interview

  Рет қаралды 150,945

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

Пікірлер: 663
@tapandas8419
@tapandas8419 5 ай бұрын
ছোৱালীজনী বৰ স্পষ্টবাদী
@dharitriscollection5093
@dharitriscollection5093 2 жыл бұрын
খুব স্পষ্টবাদী...কথনশৈলী বহুত ধুনীয়া ...সাধনাৰ দৰে ছোৱালীৰ পৰা বহুত শিকিব লগা আছে...আগুৱাই যোৱা তুমি
@user-pr6lu4nr4j
@user-pr6lu4nr4j 2 жыл бұрын
ৱাহ ময়ুৰ দা।এই ভিডিঅ' টি চাই খুব ভাল পালোঁ। আপোনাৰ viewer's খিনিৰ positivity দেখি খুব ভাল লাগিছে।সাধনা খুব স্পষ্টবাদী।মইওঁ সাধনা পঢ়া একাডেমী খনৰে বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰী।গতিকে সেই একাডেমীখনৰ পৰা ইমান স্পষ্টবাদী ছাত্ৰী সাধনাক দেখি গৌৰৱান্বিত হৈছো। আগুৱাই যাওঁক তাই জীৱনত ।লগতে আপোনাৰ চেনেলটোওঁ আৰু বেছি grow হওঁক।☺️☺️
@hemawatiborahboruah7485
@hemawatiborahboruah7485 2 жыл бұрын
সুন্দৰ ..আৰু স্পষ্টবাদী এগৰাকী ছোৱালী... আগুৱাই যোৱা ভাল হওঁক তোমাৰ
@tapanbhattarai9600
@tapanbhattarai9600 Жыл бұрын
Sadhna di mur fvrt❤️ 🙏
@amalthakuria6207
@amalthakuria6207 2 жыл бұрын
সদায় স্পষ্টবাদী মানুহক ট্ৰ'ল কৰাৰ সুবিধা লয়। ফলাফলৰ সময়ত কত যে কিমান ট্ৰ'ল কৰিলে সঁচাকৈ নিজে ঠিক থকাৰ কাৰনে ভাগি পৰা নাই সাধনাই। ভন্টি জনে যিমান নেতিবাচক ককৰ্থনা নকৰক কিয় তুমি ইতিবাচক লক্ষ আগত লৈ আগবাঢ়ি যোৱা। তুমি আমাৰ ভৱিষ্যত। মোৰ তোমালৈ আঁতৰিক অভিনন্দন থাকিল।
@nabajitgoswami6590
@nabajitgoswami6590 Жыл бұрын
Really so talented ,❤️❤️
@pranjyotisaikia8081
@pranjyotisaikia8081 2 жыл бұрын
সাধনা দেৱী,বহুত বহুত শুভকামনা থাকিল❤️✨
@PRIJO-MUSIC
@PRIJO-MUSIC Жыл бұрын
মূল কথা হ`ল অসমীয়াই অসমীয়াৰ উন্নতি দেখিব নোৱাৰে সেই কাৰণেই কিছু অবিচাৰ তথা অযুক্তিকৰ মন্তব্যৰে সৃষ্টি কৰে উশৃংখল পৰিৱেশ
@travellife5847
@travellife5847 2 жыл бұрын
khub vl ktha koise hunile huni thakibo mn jai😊
@mukeshdeka1614
@mukeshdeka1614 2 жыл бұрын
ছোৱালী জনীক প্ৰথমতে মইও অহংকাৰী বুলি ভাবিছিলোঁ কিন্তু নহয় তাইৰ কথাবোৰয়ে তেনেকুৱা কথাবোৰত জোৰ আছে তাইৰ নিমাটি ছোৱালী বোৰতকৈ এনেকুৱা স্পষ্টবাদী ছোৱালী বোৰক ভাল লাগে এনেকুৱা ছোৱালীয়ে পিছলৈ সফলতা অৰ্জন কৰিব পাৰে
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo 2 жыл бұрын
হয়
@willwinner77
@willwinner77 2 жыл бұрын
Yes
@dkvolg4467
@dkvolg4467 6 ай бұрын
হয় সঁচা কথা
@sunnysagarsonowal7853
@sunnysagarsonowal7853 2 жыл бұрын
Gd bless you
@b..boruah9508
@b..boruah9508 2 жыл бұрын
Dhunia axomiya koise😍
@nomoloons9168
@nomoloons9168 2 жыл бұрын
👍👍
@papugogoi931
@papugogoi931 2 жыл бұрын
শুভেচ্ছা থাকিল সাধনা বা আগুৱাই যোৱা । ময়ুৰ দা বহুত ধন্যবাদ।👏
@hridaysarkar5161
@hridaysarkar5161 2 жыл бұрын
Dada commerce r topper jonok kuneu kiyo patta diya nai.... Tekhetor interview louk 💪
@klassy93650
@klassy93650 2 жыл бұрын
Umm
@anilpegu3699
@anilpegu3699 2 жыл бұрын
Hosa kotha
@zahanuddin2962
@zahanuddin2962 2 жыл бұрын
R8. News otu iman focus nokore 😥😥
@artinfelicity1111
@artinfelicity1111 2 жыл бұрын
Right
@rashmisonowal768
@rashmisonowal768 2 жыл бұрын
right
@shristi.123
@shristi.123 2 жыл бұрын
☺️❤️
@niki7875
@niki7875 2 жыл бұрын
Such a confident girl...Go ahead girl..
@Sahityamudi
@Sahityamudi 2 жыл бұрын
bphut hikibo loga ase....tumar kotha burot eta positive energy jitu hokolu students r karone bohut besi important hoi....spotobadi tumi....june jiyei nokouk mur bohut bhal lage tumar kothabur....
@towhidmomin2019
@towhidmomin2019 6 ай бұрын
I have just one question to those trollers and haters who usually had a very unfortunate grudge on this girls... How many of you are so much vocal and having clarity of thought in your HS passed or early graduation days??? Just ans it first👍✅
@ajirpakghar7471
@ajirpakghar7471 2 жыл бұрын
খুবেই প্ৰয়োজনীয় কথা কৈছে ... ছাত্র সকলক চৰ্চা নহয় সহাৰিৰ হে প্ৰয়োজন ... অসমৰ মানুহে বেলেগক সমালোচনা কৰি থাকোঁতেই দিন কাল গৈছে
@julisouravamchi7738
@julisouravamchi7738 2 жыл бұрын
❤️
@asomiyabowarikabita3292
@asomiyabowarikabita3292 2 жыл бұрын
তোমাৰ কথা শুনি খুউব ভাল লাগিছে আগুৱাই যোৱা তোমালৈ বহুত বহুত শুভকামনা থাকিল
@inspiring_life.18
@inspiring_life.18 2 жыл бұрын
তুমি এগৰাকী স্শষ্টবাদী ছোৱালী.... আগবাঢ়ি যোৱা ❤️
@bidishaansu1260
@bidishaansu1260 2 жыл бұрын
She is talented no doubt
@vikramb1868
@vikramb1868 2 жыл бұрын
She is strong enough.....🔥
@bharatikalita6035
@bharatikalita6035 2 жыл бұрын
Bhaut xuvesha thakil tumaloi....aguwai juwa sadhana....
@leezayesmin7732
@leezayesmin7732 Жыл бұрын
She's very positive 💓....i want to become like Sadhona Baa🥺❤️
@Dikshita_hazarika.
@Dikshita_hazarika. 2 жыл бұрын
"Asomor Deka " namor channel tuei ai suwali jonik bahut troll krise . So Report this channel .....Sadhona Devi is just WOW , A pure girl
@tapanray552
@tapanray552 2 жыл бұрын
ধন্যবাদ মাজনী , আগবাঢ়ি যোৱা এদিন তুমি সফল হবাই আমাৰ আশীৰ্বাদ সদায় থকিব৷
@nabajitgoswami6590
@nabajitgoswami6590 Жыл бұрын
কিমান জ্ঞান আছে ভাবিলে আচৰিত লাগে ,ইমান সৰু ছোৱালী এজনী ইমান ধুনীয়া কথা কব পৰা বহুত ডাঙৰ গুণী জ্ঞানী মানুহৰ নাথাকে ।
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 жыл бұрын
ভাল লাগিল সাধনাৰ দুৰদৰ্শী মন্তব্যবোৰ।
@kakalibarman6720
@kakalibarman6720 2 жыл бұрын
Why she talks like she is in a debate competition 😵
@PankajPritom
@PankajPritom 2 жыл бұрын
দাদা সাধনাৰ লগতে আৰু এগৰাকীয়ে যুটীয়া ভাৱে স্হান পাইছিল সেইগৰাকী ছাত্ৰী interview ata please lobo
@einstein7760
@einstein7760 2 жыл бұрын
Mur sinaki Dada IAS narayan konwar sirr kotha kuaar bbe bht vll lgil sadhana devi...
@delancy2027
@delancy2027 2 жыл бұрын
তাই অসংকাৰি নহৈ আজি দাদাৰ এই video r জৰিতে গম পালো।তেওঁ কৈয়ে ডাঙৰ আৰু স্পষ্টকৈ😙।Lots & lots of love for her💜
@jharna_bora
@jharna_bora 2 жыл бұрын
Kotha bilak bohut vl lgil
@dulandas8274
@dulandas8274 2 жыл бұрын
In short Strong girl
@rsedutechworld5991
@rsedutechworld5991 2 жыл бұрын
Hundor Sintadhara
@chimpiboruah6743
@chimpiboruah6743 2 жыл бұрын
2mi bht vll vonti... jibont agbahi goi, 2mi 2mr hopun br puron kora 😍
@mainacooking8457
@mainacooking8457 2 жыл бұрын
তোমাৰ সকলোখিনি কথাই স্পষ্ট , ইমান ভাল লাগিল , প্ৰথম দিনাৰ পৰাই এটা বিশ্বাস আছিল যদিও তুমি বিতৰ্কত সোমাই পৰিছিলা , স্পষ্ট কথা কলে কেনেকৈ লেবেল হব পাৰে তাকেই ভাবিছিলো , আগলৈ আগবাঢ়ি যোৱা 🤝 ♥️♥️ শিৱসাগৰ
@tanjitdas-g1y
@tanjitdas-g1y 2 жыл бұрын
💋💋💋💋💋 God bless u
@juhithaflogbar4887
@juhithaflogbar4887 2 жыл бұрын
Sadhana is a very good student... KZbin r bur ki kobo ateya.. Ji thi koi ase
@debanandasaikia9272
@debanandasaikia9272 2 жыл бұрын
'সাধনা দেৱী'| নামটো মনত ৰাখিব| ভৱিষ্যতৰ এগৰাকী লেখত লবলগীয়া অসমীয়া|
@ms.Rao7539
@ms.Rao7539 2 жыл бұрын
Dhuii kla aijonir lvl manuh bisari nepale ru interview lobole😂😂😂😂
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 2 жыл бұрын
খোব স্পষ্টবাদী ভাল লাগিল কথা খিনি
@2MAGK
@2MAGK 2 жыл бұрын
Commarce লৰা জনৰ লগত কথা পাতক 🙏🙏🙏plz
@blingembroideryandcrafts8331
@blingembroideryandcrafts8331 2 жыл бұрын
Taik bht e troll korisile juntu bht bhul asile.... Tai agoraki spostobadi suwali.. Agorloi tai bhl hua tu kamona krilu.. All the best💕
@kuhi265
@kuhi265 2 жыл бұрын
আমাৰ অসমত ভাল নামৰ স্থান নাই দিয়া মাইনা৷৷৷আচলতে স্থান দিব নাজানেও৷৷৷সৰু ছোৱালী এজনীক ইমান মানসিক শাস্তি দিয়াটো উচিত হোৱা নাই ৷৷তাই আৰু জীৱনত বহুত আগুৱাই যাব আছে৷৷যাব দিয়া তাইক ৷৷জীৱনটো উপভোগ কৰিব দিয়া৷৷তাই স্পষ্টবাদী ..যিটো আজিকালি মানুহৰ মাজত পাবলৈ নাই৷৷৷সৰু ছোৱালী হিচাপে ভুল হোৱাটো ইমানো ডাঙৰ কথা হোৱা নাই৷৷৷বাপৰে বাপ social media ই মানুহৰ মানসিকতাক লৈ ইমান খেলিব পাৰে নে৷৷
@jyotishsaikia1660
@jyotishsaikia1660 2 жыл бұрын
Assomor deka r pora akha kora nasilu kintu. Teu imn troll korile sadhona ba k
@lophiramchetia5392
@lophiramchetia5392 2 жыл бұрын
Vl results korisa vl.lagisa but jukhot ka basi kotha kbo nlaga bro
@rijuarts8052
@rijuarts8052 2 жыл бұрын
Absolutely correct 👍
@user-pr6lu4nr4j
@user-pr6lu4nr4j 2 жыл бұрын
@@lophiramchetia5392 সেইটো তোমালোকৰ মানসিকতাৰ দোষ।ৰিপৰ্টাৰে তাইক প্ৰশ্ন কৰিছে।তাই তাইৰ মন্তব্য ৰাখিছে।আৰু বহুতৰ প্ৰব্লেম এইটোৱে যে তাই হিমন্ত বিশ্ব শৰ্মাক কিয় প্ৰশংসা কৰিলে। আৰু প্ৰতিজন মানুহৰে নিজৰ বাক স্বাধীনতা আছে(মৌলিক অধিকাৰ বুলি কয় সেইটো)। তাই যি কৈছে সেয়া স্পষ্টবাদীতা বুলি কয় জ্ঞানী মানুহৰ ভাষাত।please learn to differentiate between over confidence and broad ess..she has broadness in her voice..and that's great.. social media is full of cheap people..
@Mr.bombastic1222.
@Mr.bombastic1222. 2 жыл бұрын
@@lophiramchetia5392 don't judge a book by its cover aitu ktha monot.rakhi thuwa manuhok 2 khai kotha kolei judge kri nidiba tai knkuwa hoi bujila tai valu hbo pare tumi nu knle.gom pala je tai suwali joni overconfidence buli tai result.val korise anei puwa nai nhy definitely kosto kri paise no tat ami taik agbahi jaboloi usaak he dibo lage ai 3rd class social media bure nijor popularity borhabor karone anwkuwa talented manuhburok manuhik kosto dia bahire aku najane
@ridipgowsami2172
@ridipgowsami2172 2 жыл бұрын
Khub vl lgil vonti agui jua Tumi Ru agole
@pranamikadas7648
@pranamikadas7648 2 жыл бұрын
খুব সুন্দৰ ভাৱে কথা বোৰ বুজাই কলা। ভগৱানে তোমাক আশীৰ্বাদ কৰক 🙏।
@abinashdas8074
@abinashdas8074 2 жыл бұрын
She really deserves this position 👍,her attitude, personality is perfect for a civil servant ,she is very younger than me ,but I am attracted by her attitude and level of speech .
@diptangsuallinone1919
@diptangsuallinone1919 2 жыл бұрын
Her confidence is so fire 🔥🔥
@gunjanbaishya1843
@gunjanbaishya1843 2 жыл бұрын
Damn she is such a talent bro ....her words and motivation are so good .
@krishnadeka8982
@krishnadeka8982 2 жыл бұрын
Tumar youtube chanel or moy new member. Tumar hahi 2 kub dhaniya. MUR FALOR PORA....👍👍👍👍👍👍👍👍,
@sangitaboruah4335
@sangitaboruah4335 2 жыл бұрын
শক্তিশালী ছোৱালী। আগবাঢ়ি যোৱা ৷ আমাৰ আশিঁবাদ থাকিল।
@moniburagohain7181
@moniburagohain7181 2 жыл бұрын
বহুত ভাল লাগে তোমাৰ স্পষ্টবাদী গুনটো। তোমাৰ সফলতাই এক সুন্দৰ ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাওঁক।
@upakulparashar8628
@upakulparashar8628 2 жыл бұрын
Class mate hoi😇😇😇😇.....bhut besi bhal lagise interview tu sai 😇❣️❣️❣️
@MOHaN-39-m6p
@MOHaN-39-m6p 2 жыл бұрын
Tumar class mate a 25 gonta pohisil no 😄😄😄
@s.d6539
@s.d6539 2 жыл бұрын
@@MOHaN-39-m6p nije ki falisa....
@rupjyotikumar4518
@rupjyotikumar4518 2 жыл бұрын
Nice video
@gcvlogs1394
@gcvlogs1394 2 жыл бұрын
আগুৱাই যোৱা সাধনা দেৱী 👍
@julisouravamchi7738
@julisouravamchi7738 2 жыл бұрын
Pthome vul bujisilu but tumr kthabur khuni bhuttt val lgil , aguay jua aru tumi
@technicalgamingbittu6975
@technicalgamingbittu6975 2 жыл бұрын
Yah sali dalali hai paisa dekar pass kiya hai
@priyankaboratalukdar
@priyankaboratalukdar 2 жыл бұрын
So proud of you girl 💓💓 Lots of good wishes and blessings.
@Hritikesh_01
@Hritikesh_01 2 жыл бұрын
I love you সাধনা because you are most talented
@rishadas1392
@rishadas1392 2 жыл бұрын
Xssakoi tumr ktha bur xunile xuni thkib mn jai 🥰
@ahjhon8397
@ahjhon8397 2 жыл бұрын
❤️❤️😍
@Prantika_kashyap
@Prantika_kashyap 2 жыл бұрын
Dhuniya kotha koisa baa 😊........
@lakhyajitsaikia7577
@lakhyajitsaikia7577 2 жыл бұрын
যি নহওক এই ছোৱালী জনীৰ কথাবোৰ অলপ বেলেগ,,,ঠিকে আছে বাৰু কিন্তু আপুনি প্ৰথম স্থান পোৱা আৰু এগৰাকী ছাত্ৰী আছিল তাইৰ video বনাওক দাদা
@lutfurrahmanvlogs
@lutfurrahmanvlogs 2 жыл бұрын
👍
@Priyanka-jn9zr
@Priyanka-jn9zr 2 жыл бұрын
God bless u...
@abhijit142
@abhijit142 2 жыл бұрын
কাৰোবাৰ ভালখিনি কʼব নোৱাৰে যদি বেয়াখিনিও নকʼব । হাতীৰো কেতিয়াবা ভৰি পিছলে বুলি সকলোৱে জনাটো উচিত।কাৰ কেতিয়া কি হৈ যায় কোনেও নাজানে। তাইৰ ঠাইত এবাৰ নিজক ৰাখি ভাবকচোন,এনেকৈ লিখা মন্তব্যবোৰ পঢ়ি শান্তিত থাকিব পাৰিলেহেঁতেন নে নাই। সাধনা দেৱীক বহুত বহুত শুভেচ্ছা জনালোঁ।সাহসী হোৱা তুমি।‌ৰাইজে কিবা এটা দিশ বেয়া দেখাৰ বাবেই তোমাক সৰহভাগে তেনেকৈ কৈছে,ভুলটো উপলব্ধি কৰি শুদ্ধৰাবলৈ চেষ্টা কৰিবা। উপদেশ নহয় আশাহে কৰিছোঁ।
@Nikusvlog
@Nikusvlog 2 жыл бұрын
😎😎pura confidence
@dikhatalukdar12
@dikhatalukdar12 2 жыл бұрын
Class 1 r pri friend ami akelge asilo ...tai xadai aguaii jaok ...lv u sadhu...❤️😁👍
@JyotirmoyB7530
@JyotirmoyB7530 2 жыл бұрын
No matter how much she gets trolled or mocked, she just don't give a damn care. such a matured woman.. Her thought and morale values are 👌👌. Assam needs this type of youth who can speak without any fear or hesitation in a positive manner.. .. Best wishes for her.. 👌👌👌✌
@nikitaborah24
@nikitaborah24 2 жыл бұрын
👍👍
@Sukapha287
@Sukapha287 2 жыл бұрын
👍
@towhidmomin2019
@towhidmomin2019 6 ай бұрын
Yes absolutely❤
@Artful_Vibes400
@Artful_Vibes400 2 жыл бұрын
জীৱনৰ বাটত আৰু বহুদূৰ আগুৱাই যোৱা, ভগৱানৰ ওচৰত তাৰেই কামনা কৰিলো 🤗😌
@Radhepallavi108
@Radhepallavi108 2 жыл бұрын
কাৰোবাক ভালদৰে বুজি নোপোৱাকৈ comment কৰিব নালাগে। ছোৱালীজনীৰ কথাকোৱাৰ styleটোৱেই তেনেকুৱা। এওঁলোক হৈছে অসমৰ গৌৰৱ।এওঁলোকক আমি সকলোৱে জীৱনত ভালদৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব লাগে🙏
@kirongogoi2562
@kirongogoi2562 2 жыл бұрын
একো ভুল কোৱা নাছিল তেওঁ। মানুহবোৰে হে ঔ টোতে ঢৌতো কৰিছে । মই তেওঁৰ Confidence দেখি অলপ হ'লেও অনুপ্ৰাণিত হৈছোঁ 🥰
@mrigankasekharkalita9546
@mrigankasekharkalita9546 2 жыл бұрын
Aru vonty 2mi jibont aguai jua👍👍.... Kin2 gan nagaba dai🙏
@shortstories5564
@shortstories5564 2 жыл бұрын
ba tair laval
@assameseshrotvideosyt1328
@assameseshrotvideosyt1328 2 жыл бұрын
দাদা‌ ম ই তোমাৰ video বহুত vl পাও kintu আজি এই video to moi vl napalo karan aei api r bhot lebel
@aamusicloversfm1465
@aamusicloversfm1465 2 жыл бұрын
Correct bro. You are great
@kuldeepgogoi9270
@kuldeepgogoi9270 2 жыл бұрын
Same 🙂
@suchenmissongofficial9014
@suchenmissongofficial9014 2 жыл бұрын
Aguai jua bhonti ❤️🤗
@chandanashreegautam6807
@chandanashreegautam6807 2 жыл бұрын
আগুৱাই যোৱা সাধনা...... 👍
@akpegu6801
@akpegu6801 2 жыл бұрын
Shadona devi ❤❤🙏🙏🙏 Aguai jauk take kamona korilu anor kotha bhad diok
@dimpigogoi7858
@dimpigogoi7858 2 жыл бұрын
তুমি আগুৱাই যোৱা সদায়
@aninditakakoty883
@aninditakakoty883 2 жыл бұрын
All the best for your future... We need some youth like you for our country..
@alakanandachnnel3343
@alakanandachnnel3343 2 жыл бұрын
Ki mukhot ji a hay ta k koi bul nay hudho hai tu nasai
@runninggaming8156
@runninggaming8156 2 жыл бұрын
সাধনা বা তুমি আমাৰ কলেজৰ পৰা স্থান পাইছা। তোমাক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰো । মইও তোমাৰ নিচিনা হব চেষ্টা কৰিম। Love you Sadhna baa ❤️😘
@ellesvlog42021
@ellesvlog42021 2 жыл бұрын
You go girl love the way you speak from the very beginning I admire it you are confident and clearly precise with what you are speaking and doing ,Much love
@dadulgogoiblog2459
@dadulgogoiblog2459 2 жыл бұрын
Aijoni 😂 tumar himu mama xuwali hobole axil jitu dangor manuh nicina feel kore olop kom kora lecxer to horu hoi axa
@huntbro9455
@huntbro9455 2 жыл бұрын
mayur da all time fav ⚡❤
@nipumonipayeng
@nipumonipayeng 2 жыл бұрын
আগুৱাই যোৱা 😊💐💐💐
@vlogerporag7769
@vlogerporag7769 2 жыл бұрын
Sound quality tu val nohoi
@RitaGoswami68
@RitaGoswami68 2 жыл бұрын
সাধনা বাৰ কথাবোৰ মোৰ বহুত ভাল লাগে 💖 আনে কি ভাৱে মই নাজানো কিন্তু মোৰ ভাল লাগে , তেওঁৰ কথাবোৰ স্পষ্ট💕......ময়ূৰ দাদা তোমাক ধন্যবাদ জনালো সাধনা বাৰ interview লোৱা বাবে😊💐....
@anuragkashyapcreation8060
@anuragkashyapcreation8060 2 жыл бұрын
সাধনাৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো ।ভগৱানে মংগল কৰক ,আগুৱাই যাওক লগতে সমাজত নাম উজ্বল কৰিব পাৰক তাৰে কামনা কৰিলো ।সকলো ক্ষেত্ৰতে সুনাম কঢ়িয়াই আনক ।
@jadabvlogs
@jadabvlogs 2 жыл бұрын
mojjjja 💕#Jadabvlogs 💕
@Krishnaboroud
@Krishnaboroud 2 жыл бұрын
বহুত ভাল লাগিল কথা খিনি শুনি।
@ananyakashyap1719
@ananyakashyap1719 2 жыл бұрын
She is brave...kothar khelimeli naaihua... straight forward maanuhok beyaa xokoluye paai...
@royalkings6513
@royalkings6513 2 жыл бұрын
She has good confidence level ❤️❤️❤️
@Mechaniccarservices
@Mechaniccarservices 2 жыл бұрын
Moi xeitu lebel t pohisilu jitu lbl t muk kuneo beat karibo nuware
@pankajdeka7069
@pankajdeka7069 2 жыл бұрын
Motivational and logical speech 👍of her.
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 22 МЛН
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 15 МЛН
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 131 МЛН
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,9 МЛН
mrinal mintu song please like , comment,and subscribe pur chennel and share
5:50
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 22 МЛН