আকাশদ্বীপ- আঙুৰলতাৰ Divorce নেকি..?? হঠাৎ সকলো কৈ দিলে কেমেৰাৰ আগত, চাওঁক শেষলৈ.. Mayur Mix Assamese

  Рет қаралды 708,793

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ সৈতে এখন্তেক ❤️❤️
আকাশদ্বীপ ডেকা আৰু আঙুৰলতা ডেকাৰ সচাঁকৈ বিবাহ বিচ্ছেদ নেকি...???
ভিডিঅ'টি চাওঁক শেষলৈ..
আকাশদ্বীপ ডেকাৰ গাঁৱৰ ঘৰৰ পৰিৱেশ-
• হঠাৎ আকাশদ্বীপৰ গাঁওৰ ...
Follow me on Facebook-
KZbinr Mayur Manash
Follow me on Instagram-
Mayur Manash
Gmail-
mayurmanash8@gmail.com
📸 AnuRaag
Thank u
#akashdeepangoorlata #angoorlatadeka

Пікірлер: 541
@Deepvloger416
@Deepvloger416 Жыл бұрын
এটা কথা বুজি নাপাওঁ মানুহবোৰ সুখী হৈ থাকিব নুখুজে কিয়..... ইমান ধুনীয়া পৰিয়াল না টকা পইচাৰ অভাৱ , না লৰা ছোৱালীৰ অভাৱ , না কোনো জনৰ সৌন্দৰ্যৰ অভাৱ ... অথচ ইমান দুখৰ পাহাৰ লৈ জীয়াই আছে ,, আচলতে দুদিনীয়া জীৱনত মানুহে মূল্যৱান সময় বোৰ খঙ অভিমানত কি হেৰুৱাই গৈ আছে গমেই নাপায়.... আশা কৰো ইমান সুন্দৰ সংসাৰ খনত ভগৱানে সুখীৰ নিজৰা বোৱাই তোলক ।।।।। আচলতে আমি মানুহবোৰ যি আছে মোৰ তাতে সুখী নহওঁ সেইবাবে চাগে সঘনাই divorce , মাৰা মাৰি , বিয়া ভঙা , হত্যা আদিৰ দৰে ঘটনা বোৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ।
@udayan0738
@udayan0738 Жыл бұрын
Right
@joutisankar8972
@joutisankar8972 Жыл бұрын
Main reason tu a hoise kotha angurlotsi rajnitir khomota pai. Gurutto Nidia hoise
@toyforkidsassam9200
@toyforkidsassam9200 Жыл бұрын
Buja bujir ovab
@ramenpegu7089
@ramenpegu7089 Жыл бұрын
Right katha bro
@bibhabodo3919
@bibhabodo3919 Жыл бұрын
U r right.....
@jamaluddinahmed108
@jamaluddinahmed108 Жыл бұрын
আকাশ দা অনুভৱ কৰিছো এটাই নমামীয়ে আপোনাৰ মৰমৰ অভাৱ অনুভৱ কৰিছে।ই আপোনাৰ অন্তৰত কিমান দুখ দিছে
@swapnabordoloivlogs7604
@swapnabordoloivlogs7604 Жыл бұрын
প্ৰিয় অভিনেতা আকাশদ্বীপ দাদাৰ লগত হোৱা সাক্ষাৎকাৰটো চাই খুবেই ভাল লাগিল । নমামীৰ প্ৰতি দুখ লাগিল । মাক দেউতাক জীয়াই থাকোতেও দেউতাকৰ মৰমৰ পৰা বঞ্চিত । বঞ্চিত বুলি এই বাবেই কৈছোঁ যে যিখিনি সময় দেউতাকৰ পৰা বিচাৰে সেইকণ সময় তাই আতৰত । সোনকালে দুয়ো একেলগে হ‌ওক ।
@mridulbaruahofficial
@mridulbaruahofficial Жыл бұрын
আকাশ দা খুব ভদ্ৰ মানুহ....কথাবোৰ শুনি ভাল লাগে....তেওঁ আগুৱাই যাওঁক
@mridulaborah2147
@mridulaborah2147 Жыл бұрын
আকাশ দ্বীপ দা বৌ লগত মিলি থাকক নামামীক দুখ নিদিব বৌ যদি videoটো চাইছে আপুনি মিলিবলে চেষ্টা কৰে।ইয়াৰ পিছত দুয়ো জনক একেলগে দেখিবলৈ পাও। নামামীক দুখ নিদিব তাই সৰু ছোৱালী ।
@dharitryrabha7274
@dharitryrabha7274 Жыл бұрын
ভিডিওটো নোচোৱাকৈ থাকিব নোৱাৰিলোঁ, আকাশ দাৰ কথাবোৰ শুনি ভাল লাগিল।নমামী মাইনা লৈ হে মনটো বেয়া লাগিছে। এনেকৈ মা দেউতা একেলগে নাথাকিলে সন্তানৰ ভৱিষ্যত কি হ'ব।সূৰ্য্যাস্ত চিনেমাৰ লগত একেবাৰে মিলিছে আংগুৰ বৌ।আংগুৰ বৌয়ে আছিল সূৰ্য্যাস্ত চিনেমাত।
@SusmitaDas-sc3bm
@SusmitaDas-sc3bm Жыл бұрын
Right
@pbgmedia7319
@pbgmedia7319 Жыл бұрын
মোৰ প্ৰিয় অভিনেতা জন লৈ বহুতো মৰম আৰু অভিনন্দন জনালো,সদায় ঈশ্বৰে তোমাক সদায় কৰক।
@assamesechanneljcb8643
@assamesechanneljcb8643 Жыл бұрын
Bor huddha antarar dei Akashdeep
@amulyagogoi2194
@amulyagogoi2194 Жыл бұрын
Bibah bished bohu derikoi hol bohu agotai hobo lagisil
@user-hl3jx1el8o
@user-hl3jx1el8o Жыл бұрын
kzbin.info/www/bejne/iaOwnYalqtObaMk
@user-hl3jx1el8o
@user-hl3jx1el8o Жыл бұрын
kzbin.info/www/bejne/iaOwnYalqtObaMk
@ilovevillageandvlog3666
@ilovevillageandvlog3666 Жыл бұрын
আকাশ দা কাৰনে ভিদিঅ তো নাচালেও থাকিব নোৱাৰিলোঁ ।কথাবোৰ ইমান ধোনিয়াকৈ কয় থাকে ভাল লাগিল ❤️
@mrssikhakeotpandov2569
@mrssikhakeotpandov2569 Жыл бұрын
আপোনালোক দুয়োজনে সোনকালে যেন পুনৰ লগ হোৱা দেখিব খুবেই মন গৈ আছে।
@pompikitchen1706
@pompikitchen1706 Жыл бұрын
শৈশৱ কালৰ প্ৰতিটো গীতৰ স্মৃতি হিচাপে সাক্ষী আকাশদ্বীপ দা ❤️
@assamesefunny2
@assamesefunny2 Жыл бұрын
youtube.com/@gamingmp2
@gitanjalideka8767
@gitanjalideka8767 Жыл бұрын
নলবৰীয়াত এষাৰ আছে--'কান্দা সময়খিনি পেমাই থাকাতে যায়'। সময় ৰৈ নাথাকে; স্বামীতকৈ ৰাজনীতি ডাঙৰ নহয়।দুয়োজন আতিশীঘ্ৰে লগ হৈ যাওক🙏
@ghenta443
@ghenta443 Жыл бұрын
আকাশ দাৰ dance আৰু বিহু নাচ ❣️❣️uff কি আছিল সেই দিন বোৰ
@rimsasarmarahman6514
@rimsasarmarahman6514 Жыл бұрын
আকাশদ্বীপ দা আপুনি বৰ মৰমলগা 🤍 অত্যন্ত অমায়িক মানুহ❤️ ভগৱানে আপোনাৰ মঙ্গল কৰক🙏🏼
@rtgaming5651
@rtgaming5651 Жыл бұрын
মোৰ প্ৰিয় অভিনেতা জন। তেওঁৰ মনৰ বিষাদ বোৰ যেন কৰবাত ফুতি উঠিচে। আশা কৰিছো আমি আকৌ দুয়োকে একে লগে দেখা পাম বোলি।
@himantaborpatragohain6536
@himantaborpatragohain6536 Жыл бұрын
সচাকৈ আশাক দা এজন সচা মানুহ, ভগৱানে কোশলে ৰাখক সদায়।
@lakhyanathdoleyking2722
@lakhyanathdoleyking2722 Жыл бұрын
আকাশ দাৰ মনত কিবা এটা লুকাই আছে যেন পাওঁ৷
@daspiglets1866
@daspiglets1866 Жыл бұрын
আকাশ দাৰ মনত যে মষ্ট এটা বিষাদ আছে সেইটো পৰিস্ফুত😢😢😢আমি নো কি কম মাজৰ মানুহ
@pratimaborah7774
@pratimaborah7774 Жыл бұрын
Really Kotha 2
@hiteshbhuyan3534
@hiteshbhuyan3534 Жыл бұрын
U hv said everything just in one line!
@purobigogoi8616
@purobigogoi8616 Жыл бұрын
মোৰ প্ৰিয় অভিনেতা akash Deep da. বহুত বহুত ভাল লাগিল 👌. Aakha.... Thakil hodai akeloge thake. 🙏👨‍👩‍👧👨‍👩‍👧👌🙏
@jyotishmandeka8376
@jyotishmandeka8376 Жыл бұрын
এজন ভদ্ৰ আৰু ভাল মানুহ 😌 ভাল লাগিল ।। বাকি দুয়ো জন একেলগে থকাতো বিচাৰোঁ 🙏😌
@sahidulalamkhan6368
@sahidulalamkhan6368 Жыл бұрын
শৈশৱৰ প্ৰিয় অভিনেতা জন! ❤️
@atozknowledgeassamese
@atozknowledgeassamese Жыл бұрын
সকলো থাকিও মানুহ সুখৰ অসুখত ভোগে ৷ মানুহে নিজেই নাজানে আচলতে সুখী হোৱাৰ মন্ত্ৰ কি ৷ কিহৰ তাৰণাত মানুহে সম্পৰ্কৰ এনাজৰীক ভৰিৰে লঠিয়াই জীৱনৰ বহুমূলীয়া সময়খিনি হেৰুৱাই পেলোৱাৰ লগতে অসুখীৰ চোলা পিন্ধে ? যেতিয়া জীৱনৰ বিয়লিবেলাত উপনীত হ’ব আৰু নিঃসংগতাৰ যন্ত্ৰণাত দগ্ধ হ’ব , তেতিয়া জীৱনত কৰি অহা ভুলৰ অনুশোচনাৰ বাদে আনে একো নাথাকিব ৷ সেয়েহে যাৰেই ভুল নহওক কিয়, কিছু বুজাবুজি আৰু এৰাধৰাৰ মাজেৰে সম্পৰ্কবোৰ উমাল কৰি ৰাখিব লাগে , যাতে পিছত অনুশোচনাত দগ্ধ হ’বলগা নহয় ৷
@dimpulbaruah5979
@dimpulbaruah5979 4 ай бұрын
Being alone is far better than stay in a toxic relationship because it destroy your life
@Niveditaeasyfood
@Niveditaeasyfood Жыл бұрын
Down to Earth Akashdeep Da....
@iamrajbongshi8228
@iamrajbongshi8228 Жыл бұрын
শৈশৱৰ প্ৰিয় অভিনেতা জন। খুব সহজ-সৰল মানুহজন ।
@birinchiborah4155
@birinchiborah4155 Жыл бұрын
সহজ সৰল মনৰ বহুত ভাল মানুহ, ভগৱানে সদায় সহায় কৰক আপোনাক 🙏
@parthapratimrabha5839
@parthapratimrabha5839 Жыл бұрын
আকাশ দা. . . . আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালো |আপোনাৰ সপোনবোৰ সফল হওঁক |
@gogoida6924
@gogoida6924 Жыл бұрын
Heppy new year...... আপোনা জীৱনৰ ৰং ৰঙীন হক নতুন বছৰটিত তাৰেই মোৰ কামনা 🌹🌹🌹🌹🌹🌹
@binandarajbongshi4193
@binandarajbongshi4193 Жыл бұрын
আকাশ দা আৰু আঙ্গুলতা বা সদায় দুয়ো একেলগে থাকিব বুলি আশা কৰিলো।
@JugalKishor001
@JugalKishor001 Жыл бұрын
আকাশ দা বহুত সহজ সৰল মানুহ হয়। ভগৱানে তেখেতক সদায় ভালে ৰাখক
@tribenisonowal9300
@tribenisonowal9300 Жыл бұрын
বহুত ভাল লাগে আকাশ দাক... ❤️❤️❤️
@digantarabha13
@digantarabha13 Жыл бұрын
Akash da aru shyamantika barr juri tu subse best juri asile,Buhut dukh lage xei childhood r din bur mnt prile, janmoni r pra adi kri Champa loike,akash dar val pwa dukh best movie mr champa aru hero,aibur movie ajio sai thaku mi,atia aru xei din bur kto npw 😭😭😭, vale thak Akash da xdai, love from Chandubi ❤️
@jintudas5087
@jintudas5087 Жыл бұрын
Bahut down to earth hoi.. Akash daa bahut vodro hoi manuhjon
@ghenta443
@ghenta443 Жыл бұрын
সহজ সৰল মানুহ বোৰ সঁচাকৈ বহুত ভাল লাগে
@tulsitulsi8893
@tulsitulsi8893 Жыл бұрын
দাদা আপোনাক দেখি বহুত দুখী দুখি লাগিছে কিন্তু যি কিনহক ভাল দিন আহিব চিন্তা নকৰিব কিবা ভুল বুজা বুজি হৈ আছে মিলা মিলি কৰি লব বুলি আশা কৰিলোঁ দুয়োজনে খুব মৰম
@Bidbeast
@Bidbeast Жыл бұрын
আকাশ আঙুৰ কি সুন্দৰ সংস্কাৰ আদৰ্শ ।আকাশ দ্বীপ দা ৰ আৰম্ভণি সত শেষ হওক সততাৰে।লোকৰ ব্যক্তিগত জীৱনত নেতিবাচক সমালোচনা কৰাতকৈ নিজক সমালোচনা কৰক নিজৰ পৰিয়ালক আৰ্থিক নৈতিক দায়িত্ব বোধ দিয় ক।টকা পইচা মান সসন্মানে জীয়াই থকাৰ লগতে সমাজ খন সুস্থিৰ কলহ মুক্ত হব।আকাশ দ্বীপ দা আপোনাৰ জৰিয়াতে ।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।ধন্যবাদ।
@kamalnarah4954
@kamalnarah4954 Жыл бұрын
মোৰ অতিকৈ প্ৰিয় অভিনেতা আকাশ দা আপোনাৰ সহজ সৰল কথাবোৰ শুনি ভাল লাগে !!
@Bishalbaruah7889
@Bishalbaruah7889 Жыл бұрын
মই এটা কথাই বুজি নাপালো যে চাৰি বছৰ হল আকাশদাই নিজৰ পত্নীক লগ পোৱা নাই, তেতিয়াতো আনুষ্ঠানিকভাবে ডিভৰ্চ নহলেও হোৱাৰ নিচিনাই l হাজাৰ ব্যস্ততা হলেও পতি পত্নীয়ে যদি এজনে আনজনক লগেই নাপায়, তাতকৈ দুখ একো নাই l
@devanshibharali8344
@devanshibharali8344 Жыл бұрын
Moiu tu takei koisu.drivs diyatkoi bhut besi beya hoise homprkutu o
@majuliko6786
@majuliko6786 Жыл бұрын
সচা কথা।
@seherabeyalora
@seherabeyalora Жыл бұрын
বহুত বেছি ভাল লগা এজন অভিনেতা ❤🔥
@nirmaliboruah5669
@nirmaliboruah5669 Жыл бұрын
Iman bhadra aru sober bhabe kotha bilak koise bor bhal lagise dei ,bhale thakiba hodai.
@mridusmita9950
@mridusmita9950 Жыл бұрын
সৰুৰ পৰা দেখি অহা মোৰ ভাললগা এজন মানুহ আকাশ দা , ভালে থাকক সদায়
@manojbora2244
@manojbora2244 Жыл бұрын
He is very gentle .
@gautamdeka4345
@gautamdeka4345 Жыл бұрын
পৰ্বতৰ ঢেঁক-ঢেঁকীয়া গানটো বহুত মনত পৰে ৷
@dipankorsarmah5276
@dipankorsarmah5276 Жыл бұрын
Dadar jibon tu a dhakia hoi gol o
@User33456rdgh
@User33456rdgh Жыл бұрын
@@dipankorsarmah5276 ke kua 😂😂😂😂
@MH-fn6dh
@MH-fn6dh Жыл бұрын
Akash da go ahead and best of luck for your bright future
@BH5701
@BH5701 Жыл бұрын
Val lagil Mayur da apunar bohut talent ase ❣️ love you akhash da 😘
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM Жыл бұрын
Bohut val lagile kothabur aru video but Anekua lagile jen Agor hei Amar Akashdeep daa jon jen korbat herai goisa bohut agotkoi ,
@dipankorsarmah5276
@dipankorsarmah5276 Жыл бұрын
বহুত কন্দিলো আপোনাক দেখি। বৰ ধুনীয়া অভিনয় কৰিছিল।
@MRboy7864-c6r
@MRboy7864-c6r Жыл бұрын
Akash da apunak bohut miss korisu filim jgatot...♥ apuni hodai hukhe thakok ..take kamona koru...love you♥😍
@srikantasingha5645
@srikantasingha5645 Жыл бұрын
Mayur da aponar kotha bilak bhal lage bohut...hoday ane k thakiba dada bhal lage,from Bongaigaon 👍
@bhabojan
@bhabojan Жыл бұрын
আকাশদা আপোনাক মন মাৰি থকা দেখিলে একেবাৰে বেয়া লাগে ।
@rulideka6859
@rulideka6859 Жыл бұрын
Bohut Janibo mon asil hosa kotha bur... Valei korila mayur da Video2 di💕💕
@rinkimonibarman2621
@rinkimonibarman2621 Жыл бұрын
শৈশৱ আৰু আকাশ দা 🙂❤️ কত‌ যে গল সেই দিনবোৰ 😥❤️
@priyankaboruah2974
@priyankaboruah2974 Жыл бұрын
মাক দেউতাক জীয়াই থকা অৱস্থাত পৃথকে পৃথকে কেতিয়াও সন্তানে সুখী হব নোৱাৰে যিমানেই তাইক টকা পইচাৰে সুখী কৰিবলৈ চেষ্টা নকৰক কিয় সেইবাবে দুয়োজন বুজাবুজিলৈ আহক আমি চাই সকলোৱে ভাল পাম।
@Masang_bk
@Masang_bk Жыл бұрын
All time favourite ❤️ প্ৰথম গানৰ ভিডিঅ' আকাশদ্বীপ দাৰ চল গৰী।
@sunitamishra6357
@sunitamishra6357 Жыл бұрын
ভৰি পিচল খালে
@zubleejpbvlog6637
@zubleejpbvlog6637 Жыл бұрын
Akhash Dar khotha bilak ssake bohut morom loga..Dada Apuni sodai hahi furti kori thakok..gd bless you
@mallikaswargiary8928
@mallikaswargiary8928 Жыл бұрын
ইমান মৰম লগা অমায়িক আকাশদ্বীপ । কথাবোৰো ইমান মৰম লগা 😘 কিন্তু আচৰিত লাগিছে ইমান। চাৰি বছৰ অকণো সময় নোপোৱাকৈ আছে নে? আশা কৰোঁ দুয়ো একেলগে লগ হোৱাৰ।
@comradesmisinglyricstunesp8208
@comradesmisinglyricstunesp8208 Жыл бұрын
আকাশ দা আপুনি সদায় সুখত থাকিব লাগে ।আৰু আপোনাৰ পৰিচয় কেতিয়াও তলত যাব নালাগে।আৰু আপোনাৰ প্ৰতিটো খুচত ভগবানৰ আশীবাদ থাকিব লাগে , হবশেষত চল ঘড়ীটো বুকুত আকৌ নতুনৰ প্ৰাণ জগাই তুলিছে। Mrs ডেকাৰ লগত দেখা পালে আৰু মনটো ভাল লাগিব।
@BiplabiMudoi298
@BiplabiMudoi298 Жыл бұрын
বহুত বহুত বেছি ভাল লাগিল ভিডিওটো চাই 💞💞Love from Majuli ❤️❤️
@jkAxom
@jkAxom Жыл бұрын
আপোনি এজন ভাল মানুহ । ভদ্ৰ কিন্তু আপোনাক ৰাজনীতি পথাৰত আহা নিবিচাৰোঁ কিন্তু আকৌ অভিনয় মাজেৰে ৰাইজৰ মাজলৈ আহক আমি কামনা কৰোঁ🙏🙏🙏🙏
@mouchumidaimaryrabhavlog290
@mouchumidaimaryrabhavlog290 Жыл бұрын
Right 👍
@animaborah7558
@animaborah7558 Жыл бұрын
তোমাৰ প্ৰতি ৰাইজৰ মৰম আছেই আৰু থাকিৱ ।
@daywithjyotishna525
@daywithjyotishna525 Жыл бұрын
Bohut dinor pist dadak dekha palu vl lagile ❤️❤️
@mouchumidaimaryrabhavlog290
@mouchumidaimaryrabhavlog290 Жыл бұрын
Bohut Janibo monasil 🙏sir apunar kothabilak bohut vallagil 🥺vakha nai koboloi god bless you sir 🙏🙏🙏
@kdstudioaxom
@kdstudioaxom Жыл бұрын
Akash daa Jindabad ✊❤️🥰🥰❤️
@nirmaliborah1027
@nirmaliborah1027 Жыл бұрын
আঙুৰলতা বাই বিধায়িকা নহয় যেতিয়া কিহঁত ব্যস্ত অ" এতিয়া?? ৪ বছৰ মানুহটোক লগ নুপুৱাটোহে আচৰিত কথা🤔🤔
@jahangirmondal3354
@jahangirmondal3354 Жыл бұрын
Election-24
@sd-ru3fg
@sd-ru3fg Жыл бұрын
@@jahangirmondal3354 hoi ne ?? Usorote thaki 4 bosor log nupuar jukti ase nki... Ki ktha koisa he
@nobanitadeka1130
@nobanitadeka1130 Жыл бұрын
শৈশৱৰ প্ৰিয় অভিনেতাজন ❤️
@bulbulAxom099
@bulbulAxom099 Жыл бұрын
Kintu ajikali Zero ✋✋
@user-nu6jg3lo2d
@user-nu6jg3lo2d 3 ай бұрын
Really , Akash Deep is very gentle .Wish you a happy long life.
@pranjalsaikia7163
@pranjalsaikia7163 Жыл бұрын
Bohut val Actor xosai
@jumitalukdar4862
@jumitalukdar4862 Жыл бұрын
akash dar ktha bilak xuni anekoa lgise teolokr samparko2 ximn thik nhoi...nhole ne 4 yr lg npwake thake ne vl poa jone hajar bestotar majot a lg pboi..
@sd-ru3fg
@sd-ru3fg Жыл бұрын
Xosa ktha.. axomote thaki log kribo nuara kthai nai. Bemari manuh jonok eneke eri dise... Bohut bea lagil khuni
@dpjyi7810
@dpjyi7810 Жыл бұрын
Hosa kotha
@monujsaikia9184
@monujsaikia9184 Жыл бұрын
বহুত দিনৰ পিছত দেখিলোঁ জীৱনতো বা আৰু কিমান দিন থাকে কালিলৈ তো আপোনালোকৰ বাবে আহে বা নাহে কি ঠিক শুভ কাম কৰিবলৈ দেৰি কৰিব নেলাগে
@wsmofficial
@wsmofficial Жыл бұрын
আকাশদ্বীপ বহুত ভাল লৰা।💕💕
@kuldeepgogoi9270
@kuldeepgogoi9270 Жыл бұрын
Music is the best medicine 💊😌
@junmoniburagohain-vi5zj
@junmoniburagohain-vi5zj 2 ай бұрын
আকাশদ্বীপ দা আপোনাক বহুত ভাল লাগে আপোনাৰ ফটো পালে মই আনি থৈ দিওঁ। আপুনি আকৌ আঙুৰলতা বা লৈ আহিব। আশা ও আশিবাদ আপোনাক দুয়ো আকৌ মিলন হওক।
@dilsvlogs5431
@dilsvlogs5431 Жыл бұрын
Akshdep all time fvt actor ❤️☺️
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 Жыл бұрын
আকাশদ্বীপ দাদা আপুনী ইম্মা~~~ন শকত হৈছে 😘😘😘👌👌👌❤️❤️❤️
@srikangkandas279
@srikangkandas279 Жыл бұрын
আকাশদ্বীপ দাদা এজন ভাল মানুহ তেওঁৰ নিজৰ মান সন্মান এইবোৰক বেছি গুৰুত্ব দিয়ে। আন মানুহৰ দৰে সস্তীয়া জনপ্ৰিয়তা নিবিচাৰে ।
@maaachangmai4767
@maaachangmai4767 Жыл бұрын
আকাশদ্ধীপ তোমাক ভগবানে মঙ্গল কৰক ।
@prakashs-ge2gm
@prakashs-ge2gm Жыл бұрын
4 bosor hol nedekha nijor potnik 😱😱 ki asorit.... Hosake eman dukh loga kotha 😭😭... Nijor samik adin log koribo homoi nai.. ayaii hol neki morom.. hosake kenekoi nu thakibo pare 😱
@dibrugarhpigfarm4763
@dibrugarhpigfarm4763 Жыл бұрын
Jola juit ghi dhli disa j kle..
@user-hl3jx1el8o
@user-hl3jx1el8o Жыл бұрын
kzbin.info/www/bejne/iaOwnYalqtObaMk
@rubi__4558
@rubi__4558 Ай бұрын
4 bosor bapre enei gale 3 bosor agr kotha kamakhyakt tahati ahisil tate log paisilu duyuke .... Ami
@dalikalita699
@dalikalita699 Жыл бұрын
Divorce howa nai jdio mil nai nhle namAmik log korib gle blegok phn kori jai ki mane ,emn dine duyu log howa nai,,kiya blege belege thke,,,,
@jasmihazarika8249
@jasmihazarika8249 Жыл бұрын
Bahut baya lgil akash da kotha kita suni
@sangitasarania5300
@sangitasarania5300 Жыл бұрын
Eman dhuniyake ktha bor koise Akashdeep dai 💞💞💞
@Samarjyoti440
@Samarjyoti440 Жыл бұрын
বিয়াৰ পিছত জীৱনটো কিবা ওলোটা হৈ যায় । নাৰী যে চলনাময়ী 101% সত্য। ধন সম্পত্তি পাৱাৰ ৰ পিছত নাৰী বোৰ বহুত লালচি হৈ যায়।
@ranjankalita4131
@ranjankalita4131 Жыл бұрын
ইমান‌‌ নম্ৰ অভিনেতা এজন ❤️
@nibirhazarika719
@nibirhazarika719 Жыл бұрын
Love From Moran #BrotheR🔥 Unique View 🪟
@jurigogoi4387
@jurigogoi4387 Жыл бұрын
Val lage akash dada tumak bohut , akha koru tumalukok joldi akeloge dakhu angurlota baa logot . And manuhe nojona nuhunakoi ena ja ta kotha uliyai thake folot balagor relationship t problem hoi . View paboloi balagor relationship k loi khela nokoribo . Koi disu KZbin channel burok Kam nai jodi haga Muta video dibo balagor parsonal kotha ena uliyai nathakibo 🙏 bohut problem hoi parsonal life t so nokoribo tanakuwa Kam .
@banditagohain5383
@banditagohain5383 Жыл бұрын
My all time most actor akash daa
@parimakalita2792
@parimakalita2792 Жыл бұрын
Akash Da emn moromiyal❤️
@darsanasaharia3577
@darsanasaharia3577 Жыл бұрын
Vdo চাই বহুত ভাল লাগিছে আৰু আমি মঙ্গলদৈ পৰা চাই আছোঁ
@manjulchinte7236
@manjulchinte7236 Жыл бұрын
Dadak bhut dinor past dekilu aji 💞💞
@rupsing1991
@rupsing1991 Жыл бұрын
Sending bless to you from Karbi Anglong
@ajaysankarvlogs
@ajaysankarvlogs Жыл бұрын
আকাশদ্বীপ is my favourite thanks for this blog Mayur daa
@devanshibharali8344
@devanshibharali8344 Жыл бұрын
4 year jodi kothapota nai dvrs howatakoi bhut besi beya hoise sage homapraka tu..
@devika5177
@devika5177 Жыл бұрын
Bhal lagil sai, akashdeep jen hodai xukhi hoi monor jukhare...
@kakumoniphukan4837
@kakumoniphukan4837 Жыл бұрын
Favorite actor
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 Жыл бұрын
😍😍😍😘😘😘বহুত ধুনীয়া লাগিল দাদা
@sagarikabarman8825
@sagarikabarman8825 Жыл бұрын
Val lagil video to ❤️ happy hoi thakok khodai.
@wahidarahman1351
@wahidarahman1351 Жыл бұрын
Xosake Akash da bohut val. Ktha bur imn dhuniakoi koise bohut val lgil 🥰🥰
@67Vijay67
@67Vijay67 Жыл бұрын
Akash Dip Da 😊 Love you 💕 De Arrrrr 😎✅❣️
@mainaphukon1
@mainaphukon1 Жыл бұрын
Akash dar kotha botora imn vll🥰🥰
@barnalibora7974
@barnalibora7974 Жыл бұрын
Bohut val lgil korhabur.god bless u
@munmidevi6863
@munmidevi6863 Жыл бұрын
Onece upon a time akash deep was e bst actor for us...
@meyummonika3262
@meyummonika3262 Жыл бұрын
Mur fevrt actor jn... Lv u 💗💗💗💗 apunr kotha keita huni bht vl lgil nd kiba ata dukh lgi ahil hahir aarot je kimn dukh ase dhoribo parusu....
@bhupalichoudhury1835
@bhupalichoudhury1835 Жыл бұрын
Eman hohoj horol dada ❤
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 62 МЛН
Modus males sekolah
00:14
fitrop
Рет қаралды 13 МЛН
বিয়া হৈ গ’ল
24:55
Amrita Gogoi
Рет қаралды 500 М.
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 62 МЛН