শুনিবলৈ তিতা কিন্তু সচাঁ কথা? Sagorika Goswami

  Рет қаралды 111,249

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер
@manjumanigogoi1907
@manjumanigogoi1907 11 күн бұрын
ভগবানক অনুভৱ কৰিব পৰা হে যায় ।সেই অনুভবে পৰম সুখ ,শান্তি আৰু শক্তি দিয়ে।
@sabitakalita7065
@sabitakalita7065 10 күн бұрын
ভগবান বেলেগকৈ নাথাকে। ভগবান মানুহৰ হৃদয়ত থাকে। ভগবানে একো নিবিচাৰে। কিন্ত্ত ভগবানক স্মৰন/প্ৰাৰ্থনা কৰিব লাগে।। মই। অনুভৱ কৰো। সাগৰিকা বাইদেউক নমস্কাৰ জনালো।🙏🏻🙏🏻
@JakiyatunNessa
@JakiyatunNessa 2 күн бұрын
সাগৰিকা বাইদেউ যাক বেয়া পাই তাক সহজতে ভাল নোপোৱা কথাষাৰ ভাল নেলাগিল
@narayanchetia7538
@narayanchetia7538 11 күн бұрын
বাইদেউ কথাবোৰ শুনি বৰ ভাল লাগিল। এখেত মোৰ বহুত প্ৰিয় এগৰাকী অভিনেত্ৰী। বাইদেউক মতাৰ বাবে হিমাশ্ৰী লৈও বহুতো ধন্যবাদ থাকিল 🤝🌹🌲🌹
@jibanbora6004
@jibanbora6004 11 күн бұрын
❤❤❤❤ ভাষা বিছাৰি পোৱা নাই।বা তুমি সূৰুযমুখীৰ পৰা কিয় ইমান সোনকালে আতৰি আহিলা? তোমালৈ মনত পৰি থাকে।❤❤❤❤
@girishchandrasharma5023
@girishchandrasharma5023 11 күн бұрын
সাগৰিকা গোস্বামীয়ে ঘৰত যদি থাপনা নাই লগতে থাকিলেও যদি চাকি বন্তি নজলাই বা সময়ৰ প্ৰয়োজনত যদি কৃষ্ণ প্ৰভু বুলি নকয় বা নামঘৰ মন্দিৰত শৰাই শলিতা নিদিয়ে দুৰ্গা পুজাত গৈ মা দূৰ্গাৰ ওচৰত সেৱা নধৰে তেন্তে তেখেতৰ ওচৰত ক'বলৈ একো নাই কিন্তু যদিহে এইবোৰৰ ব্যতিক্ৰম হয় তেন্তে তেওঁ কেমেৰা বা মঞ্চত যেনেদৰে অভিনয় কৰে লগতে বাস্তৱতো অভিনয় কৰে
@digantaprakashmahanta1795
@digantaprakashmahanta1795 11 күн бұрын
পৃথিৱীৰ মহান বিজ্ঞানী সকলে ভগৱান ৰ অস্তিত্ব ক স্বীকাৰ কৰে, এই পাবত গজা কেইজনী কিহৰ কিটো অ' । তাহাতৰ সন্তান কেইটাৰ কিবা অকনমান অসুখ হ ওকচোন, পোনচাটেই ভগৱানক চিঞৰিব। ব্যতিক্ৰমী কথা কৈ ইহঁতে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা তথাকথিত পণ্ডিতৰ আকাল নাই!!
@RatanKrBarah
@RatanKrBarah 11 күн бұрын
ভগৱানক দেখা নাপায় বাবে মানি লাভ নাই বুলি কোৱাৰ পাছতো বেমাৰ ভাল হোৱাৰ পাছত আকৌ ভগৱানক ধন্যবাদ কিয় দিলে বুজি নাপালো। নিজকে বেছি আধুনিক দেখুওৱাবলৈ গৈ কথা বোৰৰ মিল নোহোৱা কৰি পেলাইছে। অভিনয় কৰোতে কৰোতে দৈনন্দিন জীৱনৰ সচা কথা কবলৈ এৰিয়েই দিছে যেন লাগিল।
@swapnalisarmah7081
@swapnalisarmah7081 9 күн бұрын
যেতিয়া কোনোবাই শুদ্ধ মনেৰে ঈশ্বৰক স্মৰণ কৰে তেতিয়া তেওঁ নিজেই অনুভৱ কৰে, আৰু ঈশ্বৰৰ শক্তি আছে বাবেই পৃথিৱী খন চলি আছে..সেই শক্তিৰ অবিহনে এই পৃথিৱীৰো একো মূল্য নাই😊আপুনি এদিন নিজেই বিশ্বাস কৰিবলৈ বাধ্য হব🙏
@AnjaliBora-z5r
@AnjaliBora-z5r 2 күн бұрын
বহুত ভাল লাগিল ❤❤❤
@rumibarman8007
@rumibarman8007 10 күн бұрын
মই ভাল পোৱা অভিনেত্ৰী গৰাকী হৈছে সাগৰীকা গোস্বামী বাইদেউ তেওঁৰ কথাবিলাক বহুত ভাল লাগে। তেওঁ সুৰুজমুখী ছিৰিয়েল খনৰ পৰা সোনকালেই গুছি গ'ল সেই বাবে বহুত বেয়া লাগিল ❤️❤️❤️
@mousumibora1934
@mousumibora1934 10 күн бұрын
বহুত ভাল পাওঁ বাইদেউক , কথাবোৰ practical, শুনি ভাল লাগিল
@ushasaikia9896
@ushasaikia9896 3 күн бұрын
Bohut dhunia logote dorkari kotha kole, Bhogobane apunak valy rakhok
@ashamonihazarika6569
@ashamonihazarika6569 10 күн бұрын
বহুত ভাল লাগিল বাইদেউ, ভালে থাকক সদায়🙏
@azadkalam8904
@azadkalam8904 11 күн бұрын
যি কোনো বস্তু এনেই হৈ নাযায় নিশ্চয় বনোৱা এজন থাকিব লাগিব ।আল্লাহ আছে
@basantisaikia7721
@basantisaikia7721 6 күн бұрын
বহ্নত ভাল লাগিল সাগৰীকা বাইদেউ ।
@MinaBegum-e7u
@MinaBegum-e7u 7 күн бұрын
Baidur kotha khini mann sui goise❤❤❤❤❤
@MinakshiBorahGogoi
@MinakshiBorahGogoi 10 күн бұрын
বহুত ভাল কথা কলা বা৷
@MØYUKHRAJKHOWA
@MØYUKHRAJKHOWA 11 күн бұрын
ভগৱানক দেখা পোৱা নাযায় অনুভৱ কৰিব পাৰি। ভগৱান প্ৰতিজন মানুহৰে হৃদয় আছে বাবে আমি জীয়াই আছো । অলপ সময়ৰ বাবে ভগৱানে মানুহৰ গাৰ পৰা এৰি দিলে মানুজন ডেদবদি হয় ।সাগৰিকা গোস্বামীকহে দেখিছোঁ ভগৱান নাই বুলি কোৱা । আপোনাৰ যদি বিশ্বাস নাই মন্দিৰলৈ নগলে হল ।
@bijudas9236
@bijudas9236 8 күн бұрын
নিয়মিত ভাৱে ধ্যান কৰিব লাগিব, আত্মাৰ দিব্য দৃষ্টিৰে দৰ্শন কৰিব পাৰি, জ্যোতি স্বৰূপ পৰমাত্মা শিৱ।
@gahinkalita1343
@gahinkalita1343 11 күн бұрын
আপুনি শব্দ দেখিছেনে ? বতাহ দেখিছেনে ? আছে বুলি কিয় মানি লয় ? ভগৱান আছে বুলি হলে মানি নলয় ?
@Indiangirl987
@Indiangirl987 5 күн бұрын
Sagorika bar last kotha khar bohut besi val lagil right kotha koise de ❤
@diptigarwal8445
@diptigarwal8445 11 күн бұрын
ভাল লাগিল কথা খিনি।হাগৰিকা বাই পিন্ধি অহা কোট টোৰ নিচিনা মোৰো আছে❤❤
@animakalita3232
@animakalita3232 6 күн бұрын
বহুত ভাল লাগিল কথাখিনি শুনি
@basisthasaloi4697
@basisthasaloi4697 3 күн бұрын
Apunar katha bahut val lagil
@R.B.vloger
@R.B.vloger 11 күн бұрын
Ekdom right mamm,,kormoi amar dhormo,,,,,moiu aneke vabu.
@BimalchBordoloi-y2m
@BimalchBordoloi-y2m 10 күн бұрын
Sagarika badeo apunar katha khini nukhuni nuwarilu bahut bhal lagil
@KiranDeka-j8m
@KiranDeka-j8m 11 күн бұрын
,আহে ভগবান দেখা নাই যদি দেখা ই দিও । মিছা মিছি কৈ ফাতলামি কৰি থাক।
@jayashrinath8251
@jayashrinath8251 11 күн бұрын
বহুত ভাল লাগিল❤
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 12 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
@jyotikagoswami1891
@jyotikagoswami1891 6 күн бұрын
PCOD সম্পৰ্কে বাইদেউৰপৰা আৰু বিশেষ জানিবলৈ কেনেকৈ যোগাযোগ কৰিব লাগিব জনাবচোন।বৰ জৰুৰী।
@LiliNath-y8h
@LiliNath-y8h 11 күн бұрын
Baidau bhal loga katha koise aapni . aaponar mangal kamona katilo.dhanyabad....
@Kaushik632
@Kaushik632 11 күн бұрын
কথাবোৰ ভাল লাগিল।❤
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 12 күн бұрын
অতি সুন্দৰ❤
@krishnasaikiaentertainment7011
@krishnasaikiaentertainment7011 11 күн бұрын
ভগৱানক কিন্তু মানিব লাগে
@bishalsarma5306
@bishalsarma5306 4 күн бұрын
ভগৱান ক দেখা নাই মানে ভগৱান নাই উদাহৰণ মই জাপান দেখা নাই,, মানে পৃথিৱীত জাপান দেশ নাই কথাটো তেনেকুৱা ই,, 😂😂 ভগৱানে চাকি ধূপ পূজা বলী বিচৰা নাই বা লিখা যাই উদাহৰণ,, নিজৰ মাক দেউতাক যদি বেমাৰত পৰে বা অসুবিধা হয় সন্তানে শুশ্ৰূষা কৰিব লাগিবই বুলি কটো লিখা নাই সেই বুলি সন্তানে নকৰিব নেকি নে কৰাটো পাপ,,, 😂😂
@NirmaliBharali-hc8oq
@NirmaliBharali-hc8oq 11 күн бұрын
বহুত ভাল লাগিল।
@kameswarboro3351
@kameswarboro3351 11 күн бұрын
ভ গ বান আছে,কাৰণ বাইদেউ, ধৰি লোৱা আপোনাৰ মা-দেউতা কোকা - আইটা স্বৰ্গবাছ হৈ গ'ল তেতিয়া তেওঁলোক জন্ম ডাতা, কি তেওঁলোক ভগৱাণ নহয় নেকি ? 😮😢
@Luna_koch
@Luna_koch 11 күн бұрын
Bor priyo❤
@krishnasaikiaentertainment7011
@krishnasaikiaentertainment7011 11 күн бұрын
খুব ভাল লাগিল আপোনাৰ কথাবোৰ সাগৰিকা বা ❤
@Comment_Man_Of_Assam
@Comment_Man_Of_Assam 12 күн бұрын
Lord Shiva ❤❤
@santanaphukongogoi7275
@santanaphukongogoi7275 11 күн бұрын
তোমাক বহুত ভাল লাগে.কিন্তু ভগাৱনৰ বিষয়ে এনে দৰে কোৱা বাবে আচৰিত পালোঁ.
@ranjitaneog5653
@ranjitaneog5653 11 күн бұрын
ভগৱান নাই জদি এইগৰাকী এই Prithibit কেনেকৈ জীয়াই আছে বাৰু . কেনেকৈ উশাহ নিশাহ লৈ আছে বাৰু . Mondidrt সেই পজিটিভ Anarji টো কৰ পৰা আহিল .এইবোৰ মানুহ অলপ পাগলৰ নিচিনা .
@analyticalquranstudiessyed5833
@analyticalquranstudiessyed5833 10 күн бұрын
Super discussion 👍
@minarabegum9893
@minarabegum9893 11 күн бұрын
Very nice video Val lagil video to say 🎉
@JonaakiDevi
@JonaakiDevi 9 күн бұрын
Bahut val lagisa topic to
@sreyashisharma6350
@sreyashisharma6350 11 күн бұрын
😂 bhaallaagil sai,kintu, nede kha ejonaase,dekha nepau,upolobdhi koribolaage🌺🌺
@Himashree-l8c
@Himashree-l8c 11 күн бұрын
Sagarika baa r katha bor xuni bahut bahut vl lagise ❤❤ Himasri baa aibar silpisikha bora k matibo sn
@aratinath9982
@aratinath9982 11 күн бұрын
Bar kotha bur xosai vl lagil.
@mohibulali7382
@mohibulali7382 11 күн бұрын
Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse karone
@soilendrasaikia5038
@soilendrasaikia5038 11 күн бұрын
Val lagil baideuk. Bhut mrm jasilu ...
@mukulrabha9440
@mukulrabha9440 11 күн бұрын
১৯৯৭চনত আৱাহন থিয়েটাৰত সাগৰিকা তোমাৰ প্ৰথম বছৰ আছিল !তেতিয়াচোন তুমি নটৰাজৰ মূৰ্ত্তিত সেৱা কৰিছিলা ।মই তোমাক দেখিছিলো।মই নিজে চিত্ৰশিল্পী হিচাবে কাম কৰিছিলো ।তোমালোকৰ ছৱি অংকণ কৰিছিলো
@dikhamoniboidya1192
@dikhamoniboidya1192 11 күн бұрын
vl lgil bht ❤
@tjgaming3724
@tjgaming3724 11 күн бұрын
Aaji r kotha bur bor vl lgise
@nivapaglyvlogs4518
@nivapaglyvlogs4518 11 күн бұрын
যি সকলে বেয়া মন্তব্য দিছে ভিডিঅ'তো সম্পূৰ্ণকৈ চালেনে বাৰু? তেওঁ ভগৱান নামানো বুলি নাই বুলি কেতিয়া ক'লে ভালকৈ চাওকচোন আৰু শব্দবোৰ অৰ্থ বুজি লৈ মন্তব্য কৰক।।। ইমান ধুনীয়া কৈ তেওঁ কথাবোৰ কৈছে,, ধনাত্মক ভাৱে ল'বছোন কথাবোৰ আপোনালোক 🙏
@PronobNirmali942
@PronobNirmali942 11 күн бұрын
Oi rendi
@HelperNanda
@HelperNanda 10 күн бұрын
Vara ghort dekhisilo khuri apunak 😊😊
@__--mousumi--__5459
@__--mousumi--__5459 11 күн бұрын
Seema kakoty ba r interview loi ahib please ba please ❤❤
@kusumdas999
@kusumdas999 9 күн бұрын
KathaBurBarVallLagil❤❤❤❤
@AnitaDeka-jp4wf
@AnitaDeka-jp4wf 11 күн бұрын
Bahut val lagil sagarika baa
@RaktimaBorah-vo8vx
@RaktimaBorah-vo8vx 7 күн бұрын
Muru hoi enekua baideu
@bipasha123-r9g
@bipasha123-r9g 11 күн бұрын
Apunak moi bor val pau❤❤❤❤❤❤
@Simasingh-zt7l
@Simasingh-zt7l 8 күн бұрын
❤❤❤❤
@JakiyatunNessa
@JakiyatunNessa 2 күн бұрын
Manuh moronxil nohoi poribortonhe.Jannat-Jahannam asei sottya
@MinakshiBorahGogoi
@MinakshiBorahGogoi 10 күн бұрын
মই সততাই ভগৱান বুলি ভাবো৷
@sabitadas4972
@sabitadas4972 11 күн бұрын
সাগৰিকা বা ব হু ত ভাল লাগিল
@gayatriphukan6282
@gayatriphukan6282 11 күн бұрын
Bogowan bishhakh koru babei manuh hoi jiyai asu....
@rinadeka2756
@rinadeka2756 11 күн бұрын
মোৰ মনৰ কথাৰ লগত বহুত মিনলিছে। বহুত ভাল মনৰ গৰাকী সাগৰীকা গোস্বামী।
@ajayray2
@ajayray2 11 күн бұрын
Apuni Bohutoke Podcast loi mati ane. Kintu Literature logt Jorit Manu borok matile bohut val pam. Abar jodi Apuni Anuradha Sharma Pujari, Hiren Gohain naiba aan karobak matile heten val palu heten
@ArindomsaikiaJunak
@ArindomsaikiaJunak 12 күн бұрын
I thought a positive energy is exist😊
@ankurraj8350
@ankurraj8350 11 күн бұрын
এইবিলাক মানুহক কিয় মাতা বিভ্ৰান্তিৰ সৃষ্টি কৰে
@nilimsovangoswami2812
@nilimsovangoswami2812 11 күн бұрын
Sagarika Goswami... Apunar jee kotha bur koishe , sheiburu dekha najai, ami sunishu kintu..... Bujishe ne.....?????
@RahulSaloi
@RahulSaloi 11 күн бұрын
Aibor pahori golu atiya
@mohibulali7382
@mohibulali7382 11 күн бұрын
Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse. karone plese matibo na
@PoliDeka-x5u
@PoliDeka-x5u 11 күн бұрын
❤❤❤❤❤❤❤
@Kaushik632
@Kaushik632 11 күн бұрын
আধৰুৱা কৈ ভিডিঅ'চাই কোনেও বেয়া মন্তব্য নকৰিব... সম্পূৰ্ণ ভিডিঅ'চাওঁক, আৰু বুজি পাওঁক, কি ক'ব বিচাৰিছে... শিক্ষিত বোৰে বুজি পাব..!!❤
@Neha-zq1jh
@Neha-zq1jh 11 күн бұрын
Sagorika ba ❤❤❤
@ManashPratimNathNitumoni
@ManashPratimNathNitumoni 11 күн бұрын
Bhagban aase....
@ধেৎতেৰি07
@ধেৎতেৰি07 10 күн бұрын
আপুনি আপোনাৰ আজু ককাৰ দেউতাৰক দেখিছেনে ? আপুনি আপোনাৰ আজু আইটাৰ মাকক দেখিছেনে ? নাইদেখা নহয়নে তেতিয়াহ’লে তেওলোক নাছিলেই মানে আপুনি ক’ৰপৰা আহিলে ?
@nitumonidasdas8240
@nitumonidasdas8240 11 күн бұрын
A 🥲😢 ram imn dangor manuh apuni hle u ako njana sn vgbanok mani lav ni ki je Kwa aji vgbanr krne prithibi khn dkhisa nhleba dkhila hoi jnu vgban knekoi dkhiba nu ভক্তি হব লাগিব vogobanor 😢 ru jdi bishak ase vgbanr uprt tetiya hle sbtei vgbank dekhiba bujisa ba ru jdi vba vgbnor phto khnotu bisari pba ভক্তি হব lgibo
@bontibora4333
@bontibora4333 11 күн бұрын
Hagorika bowr kotha bur bor val lagile ru bohut kothai hikibo parilu
@ushadas8192
@ushadas8192 11 күн бұрын
Thankyou . ❤🙏
@harakumardas7646
@harakumardas7646 11 күн бұрын
Bhagaban jadi nai bhagabanar nam manaloi kiya ahe'' adin manibai lagiba '
@junuguwala363
@junuguwala363 11 күн бұрын
Bohut bohut val lsgil
@MinakshiBorahGogoi
@MinakshiBorahGogoi 10 күн бұрын
ৰুপহী সোণতৰা চাইছিলো আমি
@BijumaniDas-u5o
@BijumaniDas-u5o 11 күн бұрын
Aji mor mon vori gol . Bohut val lagil
@pankajsharmapankajsharma5814
@pankajsharmapankajsharma5814 11 күн бұрын
Himasri baa tumar kiba bamer hoise jen lagise kio nu 😮😮😮😮
@HarshajitSharma-y2v
@HarshajitSharma-y2v 11 күн бұрын
Umm
@manavk4088
@manavk4088 11 күн бұрын
Make up kora nai sagei😂😂😂😊
@HarshajitSharma-y2v
@HarshajitSharma-y2v 11 күн бұрын
​@@manavk4088hobo pare dei 😂😂😂😂😂
@dineshrabha3031
@dineshrabha3031 11 күн бұрын
Apuni doctor neki
@HarshajitSharma-y2v
@HarshajitSharma-y2v 11 күн бұрын
@@dineshrabha3031 kio tumar kiba hoise naki
@LuckyLahon
@LuckyLahon 11 күн бұрын
Love you sagarika ma'am...love from majuli ❤❤❤❤
@HaladharMedhi
@HaladharMedhi 11 күн бұрын
Guru mane ki namane?
@MonikaBorah-cw6wk
@MonikaBorah-cw6wk 11 күн бұрын
Nice
@mohibulali7382
@mohibulali7382 11 күн бұрын
Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse. karone plese matibo na 50:22 50:22 50:22
@bipasha123-r9g
@bipasha123-r9g 11 күн бұрын
Vagabanor bikhoy apuni thike koise ba
@kamrupiyasuwalinazma8097
@kamrupiyasuwalinazma8097 11 күн бұрын
Khosai val lagil
@marketznews2516
@marketznews2516 11 күн бұрын
Hosa bhogoban kunjon hoi...kunubai kobo paribo ne....Allah Jesus ... krishno...kun hoi hosa kun hoi misa???
@The_Comment_Man_Of_Assam
@The_Comment_Man_Of_Assam 12 күн бұрын
1st Comment 😂😂
@The_Comment_Man_Of_Assam
@The_Comment_Man_Of_Assam 12 күн бұрын
Guys Please Support All Sports Not Only Cricket ❤❤
@urmibora3416
@urmibora3416 11 күн бұрын
Himashri baa Jiu k mtiba sun❤️
@dnjlovelove5998
@dnjlovelove5998 11 күн бұрын
right
@Rinugogoi12345
@Rinugogoi12345 11 күн бұрын
Mr mote bhogoban asa ❤
@ChitraranjanChutia-f1i
@ChitraranjanChutia-f1i 11 күн бұрын
Dekehisa nkei
@Rinugogoi12345
@Rinugogoi12345 11 күн бұрын
Nai dkha bt mr monor vitrot asa mi bht blv kru aru tnke paisu
@Rinugogoi12345
@Rinugogoi12345 11 күн бұрын
2mi abar gita khn pohiba phn sai thka k
@BarmanN-jt4ps
@BarmanN-jt4ps 11 күн бұрын
Aeyai Koolir yug Bhogoban biswakh nkra jimne din Jaabo bahri jaabo
@promiladevi5406
@promiladevi5406 10 күн бұрын
Mor lagat kathabor milise
@TilakranjanBoruah-mp2oc
@TilakranjanBoruah-mp2oc 11 күн бұрын
মেম জন্মতে য়ে কেঞ্চাৰ ৰোগ যে হয় ল'ৰা ছোৱালী। তাৰ উত্তৰ?
@nitumonidasdas8240
@nitumonidasdas8240 11 күн бұрын
vgbank bisari kaio oh njai ba bujisa vgbank puja kribo jai ksumane ru ksumane vgbank mondirote dkha bisari pai jdi hee bishak ase 😢bishak main bstu jdi bishak ni ei prithibit vgban ni vgban ase jdi vgban ni a,,,knekoi tmi jiyai thakibo prisa
@anowara.begum23
@anowara.begum23 11 күн бұрын
Xunder video ❤❤❤
অসমৰ জীয়াৰী আজি লণ্ডনৰ বাসিন্দা
47:44
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 48 М.
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
Duhita- দুহিতা | 29th January  2025 II Episode 51
19:20
কে কে মোহনৰ comedy show, @ দীঘলদৰি।
58:23