Eyei Misinge Kapil Lukinmayen? Lukup Mémílo Po:lo Anni Aum No Lukinyeku Buluk Ksin Emur Kama Tatkítoma Lukintoma Asin Dígla Sekai Luyir Néko Kamílo Lomna Lukin Yíku...By The way Ranju Nokkímpin Mising Ao ko Kala Asin Dígla Bulum Explore Naam Lagange Very Very Thn Q....
আমি মিচিং মানুহ হৈ আমি মিচিং ভাষা ক'ব নাজানিলে বহু লাজৰ কথা হ'ব। আমি সদায় মিচিং ভাষা জীয়াই ৰাখিবই লাগিব তাৰ বাবে আমি সদায় মিচিং ভাষা ক'ব লাগিব । আমি মিচিং হয় মিচিং ভাষা ন'কলে আমাৰ মিচিং ভাষা লাহে লাহে শেষ হয় যাব ।
@gboys75733 жыл бұрын
আপোনালোকৰ যিহে মাত কথা এনেকুৱা লাগে যেন আমেৰিকাৰ পৰা বহু বছৰ মূৰতহে আহি পাইছে, আমাৰ গাৱঁৰ ওচৰত অসমীয়া ভাষী বহুত গাৱঁ আছে , কিন্তু আমাৰ কোনেও অসমীয়া নকয় বৰঞ্চ আহোম, কছাৰী মানুহবোৰে মিচিং কথা কয় আমাৰ গাৱঁত
নিজৰ ভাষা ভালকৈ কবলৈ বা লিখিবলৈ মাক-দেউতাকে ভালদৰে ল'ৰা আৰু ছোৱালীক শিক্ষা দিব লাগে।ৰনজো দাই যি প্ৰচেষ্টা কৰা হৈছে গোলাঘাটত বহুতেই ভাল কথা
@oiyaoo10092 жыл бұрын
i have assamese bengali frnds they are fluent in mising they are so fluent that their assamese and bengali has got impacted as they speak mising language in some point their pronounciation is better then mishing people... i just want to say if they can learn and adopt our langauge please give it a try watch movies listen to songs even speak it may sound bad but it will improve for sure..... ❤️🙏
@huntudiary45003 жыл бұрын
ভিদিঅ'টি চাই বহুত বহুত ভাল লাগিল❤❤
@nayandoley32993 жыл бұрын
মিলি। দলেৰ বাই ককাই কিছু কা ৰন আছে। ! কিন্তু, প্ৰকৃততে মিতিৰ হয় .! ভাল তোমাৰ অভিজ্ঞতা দিয়াটো !
@jagadishmiri89893 жыл бұрын
I'm from NL Ranganadi n b'long 2 samuguria Mising........ I'm proud of u working 4 d Mising..... I hope u meet d great success ahead.. b'kz it iz a great job... thnks...
@apaodoley86173 жыл бұрын
Mising Aao good job.
@sanjaydoley49603 жыл бұрын
Ranju daa bhut mjaa ase. Njna manuhk hikuwatu val hiddant
@ajaykotaid43543 жыл бұрын
নিজৰ ভাষা কিয় ব্যৱহাৰ নকৰে। যদি নিজৰ মিছিং সম্প্ৰদায়ৰ লোক সকলে প্ৰায় নিজৰ ভাষা ব্যৱহাৰ নকৰে তেনেহলে মিছিং বুলি কোৱাটো বৰ লাজৰ কথা। যদিও মোৰ মতে ভূল হয় ক্ষমা কৰিব 👍❤️🙏। মই এজন মিছিং ল'ৰা হিচাপে লাজ পায়ছো । আপোনাৰ ভিডিঅ' চাই কমেন কৰিলোঁ ধন্যবাদ থাকিল।❤️👍❤️👍😭😭😭
@Regional-i7b3 ай бұрын
মই মিছিং ভাষা কব জানো কিন্তু কবলৈ লাজ লাগে কাৰণ মই নেপালীৰ মাজত আছোঁ, মিছিং ভাষা কলে দিছোঁন হাহিব আমাক ? আমাৰ ভাষা ইহঁতে বুজিযে নাপায়, জংঘলী ভাষা বোলেযে কয়, আৰু আমাৰ মিছিং ভাষা বেছি standard নহয়, sweet নহয়
@kanakhazowary36283 жыл бұрын
Moi ejon Boro lora amar manuh bilako kisuman dist.ot bohute assamess koi nijor bhakha najane aru boror traditional dress,Medium, traditional dishes sob change hoi gol bohut dukh lage .
@patiraovolgs63303 жыл бұрын
নিজৰ জাতিটোৰ ভাষাই যদি পাহৰি যায়. মোৰ লাজ লাগে কবলগীয়া নাই আৰু আপোনালোকক ধন্য মানিছো.আপোনালোক কি মিচিং মানুহ বে ? মই মিচিং কথা কব নাজানো বুলি নিজক proud feel কৰি লাভ নাই. নিজৰ ভাষা নাথাকিলে জাতিটোও নিশেষ হৈ যায়
@sadhunisaikia97683 жыл бұрын
Good job ranju.
@sabitripegu65543 жыл бұрын
আমিও গোলাঘাটৰ hoi কিন্তু ami janu.....ake segar hoi ... তেওঁলোকে kob...নাজানিলে 😭😭😭😭😭😭
@mirzataku95533 жыл бұрын
I dak sabitri good luck
@mrjoy213 жыл бұрын
Golaghat manubur bhut uprrr mal so aibu nijke ki buli babe .... N video tu sai drib parilu je ajniyatu Mising vaha kble issaa kra nai ...tahate level saaaa
@konvlogs28863 жыл бұрын
ভাল হৈছে ৰঞ্জু ভাইটি তোমাক লগ কৰিব বিচাৰো।
@misingope56693 жыл бұрын
Ronju tomar video bur sai bohut bohut doinyabad
@digantabikash44163 жыл бұрын
অসমৰ প্ৰতিটো জনগোষ্ঠীতে ভাষা কোৱা লগতে ভাষা নোকোৱা সমান সংখ্যক লোক আছে । যেনে দেউৰী সকলৰ ভিতৰত টেঙা পনীয়া দেউৰী সকল । বড়োসকলৰ ভিতৰতো কিছু সংখ্যক ভাষা নোকোৱা লোক আছে। ঠিক তেনেকৈ আৰু বহুতো ।ইয়াক লৈ একো বিতৰ্ক কৰা প্ৰয়োজন নাই। ভাষা ক'লেও নকলেও আমি নিজকে মিচিং বুলি বুকু ফুলাই গৌৰৱ কৰোঁ। কৃষ্টি স্্স্কৃটিত সদায় আগবাঢ়া আৰু নমৰা লৈ স্্স্কৃটিৰ এনাজৰীডাল ধৰি ৰাখিব লৈ চেষ্টা কৰিম।
I m so proud of you my elder brother ,if our Mising people can speaks Assamese language by staying with Assamese people then,why they cannot teach Mising language to their upbringing?