Mising Superstar বাবা দলেৰ প্ৰেম কাহিনী..❤️ - Mising Ao

  Рет қаралды 470,288

Mising Ao

Mising Ao

Күн бұрын

Special Thanks:
Camera: Gautam Pegu
Sound: Ruhit Doley
Adviser: Nirmali Panging

Пікірлер: 1 000
@majulisisangope3582
@majulisisangope3582 3 жыл бұрын
বহুত ধুনীয়া লাগিছে বাবা কাই আৰু নিৰ্মালী বাই একেলগে। আপোনালোকৰ জীৱন এনেদৰেই সদায় সুখী হৈ থাকক।❤️❤️❤️❤️ Baba kai & Nirmali bha fan like here👍👍👍 লগতে Happy Environment Day 🌱🌱🌱 save nature save the earth 🌎
@madhusmitapegu6588
@madhusmitapegu6588 3 жыл бұрын
Kangkane kaki bilang nanibi
@biplovdoley7875
@biplovdoley7875 3 жыл бұрын
Mojja Video
@a.pananta2424
@a.pananta2424 3 жыл бұрын
Nice
@suhandly2335
@suhandly2335 3 жыл бұрын
Qrfsjfch
@a.pananta2424
@a.pananta2424 3 жыл бұрын
Agshsgkaafdjaajag
@ayangpayeng366
@ayangpayeng366 3 жыл бұрын
সঁচাকৈ বাবা কাই আপুনি এজন পথ পদৰ্শক ❤️,জীৱনক কেনেকৈ সত্যৰ পথত লৈ গৈ উচ্চ শিখৰ লাভ কৰিব পাৰি সেয়া দেখুৱাই দিলে। লগতে বা আপোনাৰ চিন্তা ধাৰাই মোক অতিকৈ আনন্দিত কৰি তুলিলে। আজীৱন সুখী হওঁক দুয়োৰে যুগ্ম জীৱন। মনে বিচৰা সকলো খিনি যাতে পোৱা। পৃথিৱী খনো সুন্দৰত কৈয়ো সুন্দৰ হওঁক আপোনালোকে বিচৰা ধৰণে। আপোনালোক দুয়োৰ ব্যক্তিত্ব আৰু কৰ্ম ৰাজিৰে আপোনালোকে মানুহৰ অন্তৰৰ মাজৰ গভীৰ কোণত সোমাই পৰক। আপোনালোক দুয়োৰ ব্যক্তিত্ব আৰু আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰি তোলক। আপোনালোক দুয়ো সদা সজীৱ, চিৰ সেউজ এটি সত্বা হৈ আজীৱন উদ্ভাসিত হৈ থাকক। আপোনালোক সূৰ্য্য। কৰ্ম আৰু ব্যক্তিত্বৰ জীৱন বাটত চিৰ কাল সূৰ্য্যৰ দৰে জিলিকি থাকক❤️❤️... শেষত ৰঞ্জো কাইক বহুত বহুত ধন্যবাদ আৰু হিয়া ভৰা মৰম ❤️। ভগৱানে আপোনাক যাতে কুশলে ৰাখে তাৰেই কামনা কৰিছোঁ।
@uttamdoley9134
@uttamdoley9134 3 жыл бұрын
বহুত ভাল লাগিল বাবা দলে কাই আৰু নিৰ্মালী বাইৰ Love story -ৰ ওপৰত💞💓❤️💘 সুখী জীৱন আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ৰণজু দা আপোনালৈ বহুত ধন্যবাদ থাকিল ❤️❤️❤️
@montudarig4737
@montudarig4737 3 жыл бұрын
Ranju da বাবা কাইৰ কথাবোৰ শুনি বহুত ভাল লাগিল সঁচাকৈ এই episode খনৰ পৰা কিছু কথা শিকিব পাৰিব । সঁচাকৈ মানুহৰ মন বোৰ এনেকুৱা হব লাগে ।
@jenydoley7549
@jenydoley7549 3 жыл бұрын
সচাই বহুত ভাল লাগিল দুয়োৰে চকুৰ প্রথম কাহীটো😍😍
@MMVP394
@MMVP394 3 жыл бұрын
সন্মানীয়, সকলোৰে চিনাকী 'বাবা' কাইৰ প্ৰেম কাহিনীৰ লগতে জীৱন কাহিনী শুনিলে দুখময় যদিও দোয়োৰ মিলনৰ মাজত মানৱীয়তাৰ গুণ দেখা পাইছোঁ।
@jeetenmorang4530
@jeetenmorang4530 3 жыл бұрын
বাবা দা আৰু নিৰ্মালি বাৰ কথাবোৰ শ্ৰীকৃষ্ণৰ গীতাৰ বাণী নিচিনাকৈ য়ে মই অনুভৱ কৰোঁ। সহজ-সৰল ভাৱে যি কয় সচাঁই কয় আৰু যি হয় চিৰসত্য হয় ।সেই বাবে তেওঁ লোকৰ জীৱন উত্তম । খুব ভাল লাগিলে ।
@tuniramnarah7147
@tuniramnarah7147 3 жыл бұрын
এইয়াই হয়টো সচা মৰম ভালপোৱা 🥰♥️বহুত ভাল লাগিল। আৰু দুয়োৰে দীৰ্ঘায়ু কামনা কৰিলোঁ।
@tonymorang3391
@tonymorang3391 3 жыл бұрын
সুন্দৰ অনুভৱ নিৰ্মালি বাই , দুয়োৰে সুকী হৈ থাকিবা। god bless you..🥰🥰 লগতে happy. Environment day
@indrapegu3323
@indrapegu3323 3 жыл бұрын
Tq Ronju kai hosakoi bohut vl. lagil baba da interview loi
@Girishpegu700
@Girishpegu700 3 жыл бұрын
সুখী থাকক সদায়। তাৰে কামনা কৰিলো 😍😍
@misingao9443
@misingao9443 3 жыл бұрын
দুয়োৰে সুখী জীৱন ❤️
@rengamao3643
@rengamao3643 3 жыл бұрын
🙏🙏🙏
@ayanamriyaan5442
@ayanamriyaan5442 3 жыл бұрын
Love from lakhimpur😍😍 💚💚
@ranikulivlogs8187
@ranikulivlogs8187 3 жыл бұрын
Nirmali ba r gaan hunibo Mon asil gabo dibo lagisil ranju da
@bhaitycharoh5870
@bhaitycharoh5870 3 жыл бұрын
Toru bak ketiya deka pam
@rammili9732
@rammili9732 3 жыл бұрын
Baba kai in tar biu lanam de
@dhemajiyame9780
@dhemajiyame9780 3 жыл бұрын
Great 🙏🙏......my favorite Actor Baba doley congratulations 🎉........
@chandeswarmipun9330
@chandeswarmipun9330 3 жыл бұрын
সুন্দৰ দুয়োৰে সুখী জীৱন ভবিষ্যত লৈ তেনে কৈয়ে সুখী হৈ থাকক তাৰে কামনা কৰিছোঁ।বাবা কাই আৰু নিৰ্মালী বাই ।
@msmkutumvlogs752
@msmkutumvlogs752 3 жыл бұрын
বাবা আৰু নিৰ্মালি বাৰ love story শুনি বহুত ভাল লাগিল আৰু লগতে ধন্যবাদ ৰঞ্জু কাই অভাৱে মানুহক হৰুৱাব নোৱাৰে।
@a.pananta2424
@a.pananta2424 3 жыл бұрын
Nice
@nandeswarpegu2676
@nandeswarpegu2676 3 жыл бұрын
দুয়োজনৰ প্ৰেম কাহিনী শুনি বহুত ভাল লাগিল। লগতে দুয়োৰে যুগ্ম জীৱন সুখেৰে অতিবাহিত হওঁক।
@miriyalochannel3348
@miriyalochannel3348 3 жыл бұрын
দুটি চকু‌ৰ মিলনত হোৱা প্ৰেম। Amazing...... Love Story.....💚❤️
@ajoyshanjutaye9228
@ajoyshanjutaye9228 3 жыл бұрын
ৰঞ্জো দা কি ভিদিও হাঁহি হাঁহি👍👍👍100% মিলিছে
@JeevonCR7
@JeevonCR7 3 жыл бұрын
Always keep moving forward like this and can watch all the videos.......... Love you missing Aao........ Ronju dhaa.... ❤️❤️❤️
@JeevonCR7
@JeevonCR7 3 жыл бұрын
and can really make some difference to the lives of both of them
@prafullakumarnorah797
@prafullakumarnorah797 3 жыл бұрын
যুগ্ম জীৱন সুখময় শান্তীময়ী হওঁক বাবা কাই আৰু নিৰ্মালী বাই !
@bidyaspathori5361
@bidyaspathori5361 3 жыл бұрын
বাবা কাই সচাই বহুত ভাল লাগিল শুনি আৰু লগতে আপোনাৰ কথা বোৰ শুনি দূখো লাগিল হলেও আপোনাৰ যুগ্ম জীবন সুখী হোৱা আৰু আমাৰ মিচিং সমাজখনক আৰু আগুৱাই লৈ যাব বুলি আহা ৰাকিলো 👌👌👌👌
@abeldoley9014
@abeldoley9014 3 жыл бұрын
Baba sir you are great.... 🙏 Always be simple...
@arunjyotidoley431
@arunjyotidoley431 3 жыл бұрын
সচাকৈ শুনি বহুত ভাল লাগিল।।।।
@rajkumartaye578
@rajkumartaye578 3 жыл бұрын
Baba Doley ngok meliksunam actor ranju Kai Thank you so much love story Dem lengkan binam legape,🥰😍❤️❤️🙏🙏
@tilendradoley1187
@tilendradoley1187 3 жыл бұрын
সুন্দৰ Love আছিল দেই। আশা ৰাখিছো দুয়োৰে সুখী হওঁক।।
@competitivestudy7914
@competitivestudy7914 3 жыл бұрын
সদায় দুয়োয়ে সুখত থাকে তাৰে কামনা কৰিলোঁ। বাবা দলে ছাৰ।অতি সুন্দৰ ভালপোৱা কাহিনী।
@ruhitdoley4351
@ruhitdoley4351 3 жыл бұрын
দুয়োজনৰ প্ৰেম কাহিনী শুনি বহুত ভাল লাগিল ৰজ্ঞূ দা।
@montupegu3879
@montupegu3879 3 жыл бұрын
অহ: Ronju কাই বহুত এণ্টাৰ্ভিউই দেখিলোঁ কিন্তু বাবা দলে আৰু নিৰ্মালি ভাই এন্তিভিউইটো মোৰ হৃদই চুই গৈছে। কিবা এটা ভাল লাগিল।🌹❤️😇। মই জনা মতে ৰঞ্জু কাই মিচিং সমাজৰ এজন ভাল ইউটিউবৰ বুলি বাবু 🌹❤️🌹
@ABUTANICHANNEL
@ABUTANICHANNEL 3 жыл бұрын
*প্রেম কাহিনী শুনি বহুত মজা লাগিল ।* ❤🤟
@mandirakutum6087
@mandirakutum6087 3 жыл бұрын
Favourite actor.Happy Married life both of you.
@bhubanpegu7031
@bhubanpegu7031 Жыл бұрын
তেখেতৰ প্ৰথম চিনাকী আৰু যুগ্ম জীৱনৰ আৰম্ভণিৰ সাক্ষাৎকাৰ শুনি বহুত ভাল লাগিল লগতে তেখেতৰ সুদীৰ্ঘ কামনা কৰিছোঁ। so good luck miching aao youtube channel.
@ranujdoley7238
@ranujdoley7238 3 жыл бұрын
বহুত ভাল লাগিত আপোনাৰ Interviewটো চাই ৰঞ্জু মিলি৷
@Aswiniofficial3239
@Aswiniofficial3239 3 жыл бұрын
বহুত ভাল লাগিল সঁচাকে।আজি আমাৰ মৰমৰ বাবা দলে কাইৰ পৰিয়ালক দেখা পাই। ভগৱানে এনেকৈ সদায় সুখত ৰাখক🙏🙏🙏।
@babapathori9237
@babapathori9237 3 жыл бұрын
শ্ৰীযুত বাবা দলে আৰু নিৰ্মালী বাইৰ love story শুনি বহুত ভাল লাগিল । আৰু মিছিং ফিলিম industry ৰ বিষয়ে নৱ প্ৰজন্ম কি ক'ব next interview ল'ব ৰনজু দা।🙏🙏👍👍
@bolinmili9495
@bolinmili9495 3 жыл бұрын
Nice
@patiriatul869
@patiriatul869 3 жыл бұрын
Hosakoi bhut val lagil baba da aru nirmali ba story..♥️♥️ So Happy family
@bhaskardoley7645
@bhaskardoley7645 3 жыл бұрын
Beautiful couple, Nirmali Mam, you are a sign and inspiration of true love, Moreover, your family, I salute your family members. God bless both of you. I am also very happy to be a neighbor of yours.
@subansiriko266
@subansiriko266 3 жыл бұрын
I love you বাবা কাই আপোনাৰ ভবিষ্যত উজ্বল কামনা কৰিছোঁ।
@mitunchungkrang9151
@mitunchungkrang9151 3 жыл бұрын
Seko Seko baba doley me aipe medang like ko yitoo deo. Mébom sunam actor.
@manobjyotimili1942
@manobjyotimili1942 3 жыл бұрын
#Love journey huni bhut vhal lagil ❤️❤️😢👍# famous Actor n actress ❤️ hodai hukot thaka🙏
@krishnapegu9317
@krishnapegu9317 3 жыл бұрын
সঁচাকৈ সুন্দৰ হৈছে বাবা দা n নিৰ্মালী বা।
@monujko7820
@monujko7820 3 жыл бұрын
সুন্দৰ ইণ্টাৰভিউ👍 ; বহুত বহুত ভাল লাগিল ❤️❤️😍 বাবা কাই আৰু নিৰ্মালি বাক একেলগে পাই । আপোনালোক দুয়ো এনেদৰে আজীৱন সুখী হৈ থাকক 🙏🙏
@rantupayeng6845
@rantupayeng6845 3 жыл бұрын
দুয়োৰে ভালপোৱা কাহিনীটো শুনি বহুত ভাল লাগিল।দুয়ােটাৰে জীৱন সুখী আৰু আনন্দময় হওক॥
@abhishekdoley6444
@abhishekdoley6444 3 жыл бұрын
Yes!!Baba Doley kai u r correct 👍❤️Apan means the understanding way of human beings.
@priyompegu7605
@priyompegu7605 3 жыл бұрын
আপোনালোকৰ যোগ্ম জীৱন অমৰ হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো বাবা দলে n নিৰ্মালি বা ❤️❤️❤️...
@najingjamohjhao9672
@najingjamohjhao9672 3 жыл бұрын
Airupe tatpo na ayang doying e, Baba Doley very humble man. I as a fan request Baba Doley to regain his fitness n give us some good movies. . God bless the family.
@dhirenmorang6223
@dhirenmorang6223 3 жыл бұрын
বাবা Sir কাহিনী শুনি বহুত দুখ লাগিল ৷
@likarpegu6897
@likarpegu6897 3 жыл бұрын
Glad to hear this peaceful love story.. !!!❤
@pujapait103
@pujapait103 3 жыл бұрын
Ronju mili thank you so much today through your channel we have let to know how much deep the love your smile and laugh 😍😆
@lgvlogs4167
@lgvlogs4167 3 жыл бұрын
সমস্যা কেতিয়াও মানুহ মাৰিব নোবাৰে সমস্যা মনুহক Motivation e kore love it
@basantadoley1377
@basantadoley1377 3 жыл бұрын
So inspiring Baba Kai story basically ngasode Tani:yem tur"nam lam:tem Leng:kang dag this line .God bless them and also family
@monalishapatir6895
@monalishapatir6895 3 жыл бұрын
অতি সুন্দৰ, মনোৰম কাহিনী দুয়োৰে ভালপোৱা। অনাগত দিনবোৰ উজ্জ্বল হওক, সুখী হওক দুয়ো তাৰেই শুভকামনা যাছিলো।
@pankajyt1212
@pankajyt1212 3 жыл бұрын
My favourite actor ❤️
@monujmili7364
@monujmili7364 3 жыл бұрын
Fvrt actor❤️❤️❤️
@rahuldoley6235
@rahuldoley6235 3 жыл бұрын
Mojaaa
@jatanpangingofficial8659
@jatanpangingofficial8659 3 жыл бұрын
Love Story mojaa ❤️
@gandhimili5562
@gandhimili5562 3 жыл бұрын
With respectively i want to say that 'Baba doley kai & nirmali panging baa both of your 2 too story was so pantheistic and loveable and god bless you too keeps your smiling till die. Love you so much❤😊
@Kulajancr
@Kulajancr 3 жыл бұрын
There cannot be better love story than this...I love their honesty in sharing..❤️❤️❤️
@karnataw5697
@karnataw5697 3 жыл бұрын
I proud of u Baba doley kai🥰🥰❣️
@mridulpegu9199
@mridulpegu9199 3 жыл бұрын
Baba Doley sir orr karone ata like😘❤️😘
@sanjibkumarnarah9144
@sanjibkumarnarah9144 3 жыл бұрын
Bhal lagil. Ranju tumaloi bohut bohut Dhanyabad
@rohitm5255
@rohitm5255 3 жыл бұрын
Duyu jone proti pole pole aag bari juwa heyai kamona krisu ❤❤👪
@jubilantjunakworld1732
@jubilantjunakworld1732 3 жыл бұрын
Video xekh korar agote comment korisu , vl lagise, baba Doley mur favorite ❣🔥
@edukocreations1465
@edukocreations1465 3 жыл бұрын
Character is main, not a rich ya money. Prove that nirmali baiyeng, God bless you both
@madhuripegu3153
@madhuripegu3153 3 жыл бұрын
❤️❤️❤️ ki kom aru himanei vl lagise tuyuke ake loge deki
@rajkumarpanging184
@rajkumarpanging184 3 жыл бұрын
Nice to hear the love story of both
@misingbuwaribinavlogs950
@misingbuwaribinavlogs950 3 жыл бұрын
Beautiful love story ❤️
@abeswarpegu686
@abeswarpegu686 3 жыл бұрын
বাবা দলে কাই আৰু নিৰ্মালী বাইৰ প্ৰেম কাহিনীৰ আধাৰত যদি মিচিং ফিল্ম এটি নিৰ্মাণ কৰে বহুত ভাল লাগিব 🥰। most inspiring story ❤️💕। সাম্প্ৰতিক কালত আমিবোৰে অনুসৰণ কৰিবলগীয়া এটি অন্যতম প্ৰেম কাহিনী🥰🥰। আৰু বাবা কাইৰ প্রকাশভংগীত তেখেতৰ নিস্পাপ, স্বচ্ছ হৃদয় খন আৰু জীৱন পৰিক্ৰমাৰ সংগ্ৰাম খিনি ধুনীয়াকৈ ফুটি উঠিছে। অকনমানো সংকোচ নকৰাকৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে 🥰🥰🥰🥰।Ngasode' taniye'm kape'sin motabla:mang, Ngasode' taniye'm me':ji'sumodagpak💪💪🥰😘Me'bomsunam agomko Me'bomsunam actor dok gomugki tatpa:to🥰🥰Thanks Ranju Kai... Ase'li'gdung Gohpur sokke'🥰😘😍
@ldoleyvlogs3345
@ldoleyvlogs3345 3 жыл бұрын
Tq Ranju brother and baba Doley family very interesting love story like God bless u
@asinchanl2213
@asinchanl2213 3 жыл бұрын
Vhal paboloi nalage Don lage matu morom... Hey Kota je proman kori dise nrimali ba ma dewtai... Good bless you baba kai & nrimali বা... Hodai heppy hoi takejen tare kamona
@RitikDoley0878
@RitikDoley0878 3 жыл бұрын
I lve baba doley❣️
@rajdeepdoley8044
@rajdeepdoley8044 3 жыл бұрын
Chokuwe kotha kole kiman morom lage....... Love story dhuniya lagise..... Ronju kai
@lakhipegu2485
@lakhipegu2485 3 жыл бұрын
অতি সুন্দৰ কাহিনী , শুনি ভাল লাগিল
@monukuli1810
@monukuli1810 3 жыл бұрын
বাবা কাই আপোনাৰ যুগ্ম জীৱন এনেকৈয়ে ধুনীয়া হয় থাকক তাৰে কামনা কৰিছোঁ ।
@vijoypegu1313
@vijoypegu1313 3 жыл бұрын
Beautiful 😍
@ajentertainment1764
@ajentertainment1764 2 жыл бұрын
Beautiful
@riangkokardong9090
@riangkokardong9090 3 жыл бұрын
Bohut duniya lagise ...abun kaiy... Apunar kotha kuwa.. Mur palor pora doynobad.. Runju interview nice👍👍👍👍👍👍👍👍👍
@pipulpayengofficial1216
@pipulpayengofficial1216 3 жыл бұрын
ধুনীয়া লাগিছে ❤️লাভ story
@bhaskartaye3677
@bhaskartaye3677 3 жыл бұрын
Bhut duniya lagise baba kai aru nirmali ba 👍👍👍💚💚💚
@localtaid702
@localtaid702 3 жыл бұрын
Hitttt ❤
@hemchandrapegu951
@hemchandrapegu951 3 жыл бұрын
আপোনাৰ স্পষ্টবাদিতাই জনপ্ৰিয়তাৰ মূল কাৰণ। বহুত ভাল লাগিল।
@misingkorajuprabhas579
@misingkorajuprabhas579 3 жыл бұрын
Aneke hodai happy hoi thakiba💕💜💕💕💕
@johnpaulofficial5676
@johnpaulofficial5676 3 жыл бұрын
Super Ronju Da it's a very fantastic interview 🤟🤟🤘🤘🤘💞💝🤟
@manobjyotimili1942
@manobjyotimili1942 3 жыл бұрын
Fvrt actor always ❤️ 🥰🥰
@chabalshungkrang4238
@chabalshungkrang4238 3 жыл бұрын
Ok
@atultaw7038
@atultaw7038 3 жыл бұрын
আপোনালোকৰ যুম্ম জীৱনটো যেন সুখী হৈ থাকে ,তাকে ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।
@lakhyadharpanging3892
@lakhyadharpanging3892 3 жыл бұрын
Mojja love storiy
@BuroiMisingAao
@BuroiMisingAao 3 жыл бұрын
❤️❤️❤️❤️ Very Romantic Love Story ❤️❤️❤️❤️
@hajunarah1348
@hajunarah1348 3 жыл бұрын
Love❤❤❤ is life, it's true.......Best of luck.
@mrsunil2185
@mrsunil2185 3 жыл бұрын
Lovely ❤️
@lakhyajitdoley6957
@lakhyajitdoley6957 3 жыл бұрын
My favorite actor baba doley missing ao my god bless you like korilo..
@kamalpegu148
@kamalpegu148 3 жыл бұрын
Baba doley is truely honest and down to earth person, god bless his family
@amarsinghofficial734
@amarsinghofficial734 3 жыл бұрын
মন চুই গৈছে বাবা কাই আৰু নিৰ্মালী মা:মৰ প্ৰেম কাহিনীটো। একেবাৰে চিনেমাৰ কাহিনী যেন লাগিল। বিশেষকৈ নিৰ্মালী মা:মৰ পাপা আৰু খুৰাকৰ মহানুভৱতাও লেখতলবলগীয়া। এই যে বাবা কাইৰ ঘৰৰ দুৰৱস্থা দেখিও বিয়াৰ কাৰণে মান্তি হ ল, ইয়াতে প্ৰমাণিত হয় যে মানৱীয়তা এতিয়াও জীয়াই আছে। নিৰ্মালী মা:মৰ #পাপা আৰু #খুৰাক বহুত বহুত ধন্যবাদ🙏🙏
@priyankapegu9357
@priyankapegu9357 3 жыл бұрын
Cute 😍love story ❤❤
@rajatheking3954
@rajatheking3954 3 жыл бұрын
দুয়োৰে সুখী জীৱন কামনা কৰিছোঁ। । Nice couple!!
@dennykutum7184
@dennykutum7184 3 жыл бұрын
Dhuniya Lagise Ranju
@rinkumili2957
@rinkumili2957 3 жыл бұрын
বাবা দলেৰ প্ৰেমৰ কাহিনী টো শুনি ভাল লাগিল। ভৱিষ্যত পাৰিবাৰিক জীৱন সুখময় হওক।
@bhupendrangate6582
@bhupendrangate6582 3 жыл бұрын
বাবা দলে কাই ভাল লাগিল প্ৰেম কাহিনী ।
@ganeshvolgs24
@ganeshvolgs24 3 жыл бұрын
So nice love story babai kai n nirmali mamo stay bless🙏🙏🙏
@jugeshdoley6663
@jugeshdoley6663 3 жыл бұрын
Bohut Vhal lagese thanks ronju
@james-gx2bq
@james-gx2bq 3 жыл бұрын
Lovely love story 😍😍❤❤
@BPatIr_18
@BPatIr_18 3 жыл бұрын
Pure love story 😍
@imrankuli909
@imrankuli909 3 жыл бұрын
My favorite mising actor baba kai 😍😍😍
@uttampanging3119
@uttampanging3119 3 жыл бұрын
Amazing love story...💚💚💚
@gobindapatir7961
@gobindapatir7961 3 жыл бұрын
roju daa mojaa logil baba da aru nirmali bai love story2 duyure uki uookk
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 81 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 63 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 13 МЛН
MISING COMMEDY VIDEO | CHANDAN PEGU | Viral video | DENESH KAMAN | 2024
13:49
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 81 МЛН