Mistakes Of Student's Life By Dipak Sarma

  Рет қаралды 254,057

Dipak Motivator

Dipak Motivator

Күн бұрын

Dipak Sarma is a Lawyer by profession and a journalist by passion. He is also a known motivational speaker of Assam. In this video he talks about the mistakes of student life. The lecture was delivered on 31st Dec 2020 at Rangia.

Пікірлер: 601
@nikhilranjandas1487
@nikhilranjandas1487 3 жыл бұрын
আপোনাৰ এই কথাবোৰ সম্পূৰ্ণ সত্য হয়, পিছত পিছত কৰি এই অৱস্থা আজি।।❤️❤️
@bhagyashreesaikia7950
@bhagyashreesaikia7950 3 жыл бұрын
অপ্ৰিয় হলে ও সত্য দাদা 😊 আপোনাৰ কথা কথা বিলাক শুনি ভাল লাগে 🙏🙏
@abuushopahmed9157
@abuushopahmed9157 2 жыл бұрын
Oprio nohoyto heito🤣🤣🤣🤣
@hasenbasir314
@hasenbasir314 3 жыл бұрын
মুখস্থ কৰাৰ অভ্যাস কৰি এতিয়া বেয়া ফচিছু । আচলতে concept is power of learning!
@missmajoni2241
@missmajoni2241 2 жыл бұрын
Akaii o
@gyancreation9375
@gyancreation9375 3 жыл бұрын
কালিৰ পৰা ভালদৰে পঢ়া-শুনা কৰিম, উক্ত বাক্যশাৰীয়ে মোক অধঃপতনে যোৱাত বিশেষ অৰিহণা যোগাইছে 😭😭
@kishorkalita366
@kishorkalita366 3 жыл бұрын
সময়ৰ কাম সময়ত কৰিব লাগে। সময় বহুত মূল্যবান। 👍👍🙂🙂
@mrinmoytalukdar9272
@mrinmoytalukdar9272 3 жыл бұрын
Absolately right
@syedasikahmed58
@syedasikahmed58 3 жыл бұрын
আপুনি মানুহবোৰক বহু উৎসাহ দিয়ে দাদা ,আপোনাৰ প্ৰতিটো ভিডিঅৰ পৰা কিবা এটা শিকিব পাৰি আপুনিয়েই এজন অসমৰ Real Hero
@basanatakalita7241
@basanatakalita7241 3 жыл бұрын
সচাকৈ দাদা অলপ পিছত কৰিম বুলি,অলপ দেৰিকৈ পঢ়িম বুলি ভাবি থাকোতে গ’ল৷ খুব ভাল লাগিল শুনি, আপোনাৰ কথাবোৰে অনুপ্ৰেৰণা যোগায়
@p.saikia2530
@p.saikia2530 3 жыл бұрын
সচাকৈয়ে,,,আমি মানুহবোৰে দেৰিকৈ বুজো কথাবোৰ ,, সময়ৰ শৰ,,সময়ত মাৰিব লাগে ।নামাৰিলে এই বাক্যটোৱে পিছৰ গোটেই জীৱনটোত আমনি কৰি থাকিব ।
@Ujjwal__ray
@Ujjwal__ray 3 жыл бұрын
একেবাৰে সচাঁ কথা দাদা , মোৰ লগত তেনেকুৱা হয় আজি পঢ়িম কালি পঢ়িম বুলি ভাবি থাকো । নিজৰ মনটোক ধৰি ৰাখিব নোৱাৰোঁ ।😥
@nayanpatgiri84
@nayanpatgiri84 3 жыл бұрын
সময় যে মূল্যৱান এই কথাটো যি সকলে অনুভৱ কৰিব পাৰে সেই সকলো ব্যক্তি জীৱনত সফল হব পাৰিব।।।।
@suranjansaikia3846
@suranjansaikia3846 3 жыл бұрын
আপোনাৰ কথাবোৰে বহুত উৎসাহ যোগা য়। lv from যোৰহাট
@purnimgogoi4142
@purnimgogoi4142 3 жыл бұрын
সচাঁ কথা ছাৰ,, মোৰ ৪টা চেমিস্ঠাৰ এনেকৈয়ে গল,, পিছৰ ২টাত চেমিস্ঠাৰ অলপ পাৰিলো সময় মতে কৰিব 😊
@kamalakantahaloi7122
@kamalakantahaloi7122 3 жыл бұрын
আপোনাৰ কথাবোৰ সচাকৈ ভাল লাগে। আপোনাৰ কথাবোৰৰ পৰা বহুত সাহস পাইছোঁ । আপোনাৰ কথাবোৰ সদায় অনুসৰণ কৰিম।
@jintubora435
@jintubora435 3 жыл бұрын
হয় ছাৰ, ,, পৰীক্ষাৰ ফলাফল ভাল হোৱাটো আচলতে সফলতা নহয়, আমি পঢ়ি থকাৰ সময়ত তাৰ পৰা কি কি নতুন কথা শিকিব পাৰিলো সেইখিনিহে আমাৰ সফলতা
@ManishaBaro-c2h
@ManishaBaro-c2h 10 ай бұрын
Write ✍️
@sintumoni5677
@sintumoni5677 3 жыл бұрын
বহুত ভাল লাগে ! Sir , আপোনাৰ কথাবোৰ ।
@nrabhavlogs
@nrabhavlogs 3 жыл бұрын
দাদা আপুনি বহুত ভাল কথা কৈছে । আপুনাৰ কথা খেনি বহুত ভাল লাগিল । Thank you so much Dada.
@pujashreesaikia5093
@pujashreesaikia5093 3 жыл бұрын
সঁচাই আপোনাৰ কথা বোৰে মোৰ মন চুই যাই । আপুনি একেবাৰে সঁচা কথা কয়। ছাত্ৰ অৱস্থাত মিলি যোৱা
@barashadevi1993
@barashadevi1993 3 жыл бұрын
আপোনাৰ কথা মোৰ বহুত ভাল লাগে। আপোনাৰ কথাই মোক অনুপ্ৰেৰণা দিয়ে। আৰু আপুনি এতিয়া কোৱা কথাবোৰ একেবাৰে সচাঁ কথা কৈছে। এই যে কাইলৈ কৰিম এইটো মোৰ আটাইতকৈ ডাঙৰ দোষ আছিল।
@porishmitaphukan2339
@porishmitaphukan2339 3 жыл бұрын
হয় দেই।অকল পাছত পঢ়িম ভাবো😢।আপুনি বহুত ভাল কথা কয়।আপোনাৰ প্ৰতিটো বক্তব্য ই মন চুই যায়।😊
@sailengogoi5922
@sailengogoi5922 3 жыл бұрын
ছাৰ আপোনাৰ প্ৰতিটো কথাই খুব গুৰুত্বপূৰ্ণ।মোৰ খুব ভাল লাগে।
@babulchpal9115
@babulchpal9115 2 жыл бұрын
Dipak Sarma is doing great job. My big thank you.
@btsarmypopi3257
@btsarmypopi3257 3 жыл бұрын
আপোনাৰ কথাবোৰে বহুত সাহস দিয়ে।।
@rituritu3121
@rituritu3121 3 жыл бұрын
💜
@shikhyajyotiphukan7969
@shikhyajyotiphukan7969 3 жыл бұрын
মোৰ জীৱনত এনেকুৱাই হল । কিন্তু আপোনাৰ কথাবোৰে মোক উৎসাহ দি প্ৰেৰণা যোগাইছে।
@Jin_tu.
@Jin_tu. 3 жыл бұрын
পিচত কৰিম টোৱে আমাক খালে অই😀😀
@santonunath8356
@santonunath8356 3 жыл бұрын
Ummmm
@bisakhadeka152
@bisakhadeka152 3 жыл бұрын
Right
@ffgamer6945
@ffgamer6945 3 жыл бұрын
Yes bro
@ffgamer6945
@ffgamer6945 3 жыл бұрын
Hslc but I'm any time game play koru
@Jin_tu.
@Jin_tu. 3 жыл бұрын
@@ffgamer6945 moio any time Free fire.... eribow nowaro😁
@raghunathmandal1658
@raghunathmandal1658 3 жыл бұрын
Salute Dipak da, I like your motivation very much ♥
@JugalkumarGmail.comJugalkumarG
@JugalkumarGmail.comJugalkumarG 3 жыл бұрын
উপদেশতকৈ আৰ্হি ভাল সৰুতেই শুনিছিলো লোকে কি কৰিছে সেইবোৰ খুচৰি থকাতকৈ নিজে কিবা এটা কৰা ভাল ফালটো লেকচাৰ দি হাত চাপৰি শুনাতকৈ সচাকৈ দাদা আপোনাৰ কথাবোৰ শুনিলে জীয়াই থাকিবলৈ সাহস পাও 🙏🙏🙏
@rashmiyara8999
@rashmiyara8999 3 жыл бұрын
Apuni thikei koise Dipak da..Moi o agoraki student mor logoto bohut anekuwa hoise.
@Mousang96
@Mousang96 Жыл бұрын
Hosakoi life ot bohut parona paisu Apunar pora aru life ot bohut ag bhari goisu kokaideo . Apunaloi bohut morom aru sordha jasisu❣️🙏
@প্ৰজ্ঞান-খ৬ড
@প্ৰজ্ঞান-খ৬ড 3 жыл бұрын
চাৰ আপোনাৰ কথা বোৰৰ পৰা বহুত কথা শিকিব পাৰিচো আপোনাৰ কিছুমান কথাই মোৰ লগত বহুত মিলি গৈছে
@tinamoni6584
@tinamoni6584 3 жыл бұрын
ছাৰ আপুনি কোৱা কথা বোৰ মোৰ লগত মিলিছে 🙏ভিদিও তো চাই এতিয়া মোৰ উপলব্ধি হৈছে সময়বোৰ যে এনেই গৈ আছে 🥺🙏
@sahidmirja5463
@sahidmirja5463 3 жыл бұрын
দাদা কথাবোৰ মোৰ লগত মিলি গৈছে । ধন্যবাত দাদা।
@mrhazarika1
@mrhazarika1 3 жыл бұрын
Sir yor are great and u r my best motivationaler speaker.....I will follow from today onwards what u told... I will focus on my study.... And blessed me sir 🙏
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
Love ewwww ....stay blessed
@ranjandas8146
@ranjandas8146 3 жыл бұрын
আপোনৰ বক্তব্য টোত এটাও মিছা কথা কোৱা নাই । আমাৰ দৈনন্দিন জীৱনত এনেকুৱা ঘটনা সদায় ঘটি আছে । সঁচাই আপোনাৰ বক্তব্য শুনি ভাল লাগিল 😊😊
@ahsanulhuda4655
@ahsanulhuda4655 Жыл бұрын
আপুনি মানুহবোৰক বহুত উৎসাহ দিয়ে। Thank you..❤
@মইঅসমীয়া-ম৪স
@মইঅসমীয়া-ম৪স 3 жыл бұрын
You are a really great motivator....👍👌🙏🙏🙏🇮🇳🇮🇳🇮🇳🙏🙏🙏
@kalitasisters7815
@kalitasisters7815 3 жыл бұрын
Xosha khotha dada.... Apunar khotha xuni bhout anupranit hoisu👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻
@ashamonisonowal5467
@ashamonisonowal5467 3 жыл бұрын
Apunar protitu kotha a muk positive kori rakhe sir. Apunar ai dhuniya dhaniya kotha burloi moi hodai a bat sam aru nojoke hei rastare nibloi sesta korim. ☺🙏🙏
@priyankadutta5969
@priyankadutta5969 3 жыл бұрын
really anekuwa hoi muru..kalile phim kri thakute exam paijai hi
@জয়জুই-ম৬ভ
@জয়জুই-ম৬ভ 3 жыл бұрын
ভাল লাগি আপোনাৰবকক্তিতা ছাৰ🙏🙏🙏
@saurabhkalita5442
@saurabhkalita5442 3 жыл бұрын
আপোনাক লগ পাব মনত বহুত আশা আছে দাদা ❤❤❤
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
Will meet u soom
@sacompany3085
@sacompany3085 3 жыл бұрын
অহা 16-1-2021 ইং তাৰিখে আমি এখন বটা বিতৰণী, শিক্ষা, বাল্য বিবাহ, সম্পৰ্কে সজাগতা সভা ও শিক্ষামূলক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত সভাত আহিব পাৰিবনে।
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
I have other engagements ...sorry brother
@padumbarman8979
@padumbarman8979 3 жыл бұрын
কথা বিলাক মোৰ লগত একেবাৰে মিলিছে মই ও সদায় কালি কালি কৈ থাকোঁ
@bhaiff5060
@bhaiff5060 3 жыл бұрын
Sm 2 u broo
@padumbarman8979
@padumbarman8979 3 жыл бұрын
@@bhaiff5060 hoy nki
@Kishordrums
@Kishordrums 3 жыл бұрын
🥺🥺🥺
@arjunsutradhar561
@arjunsutradhar561 3 жыл бұрын
Same to U
@shradhaaroy5534
@shradhaaroy5534 3 жыл бұрын
Sme tu you
@tulikakalita8555
@tulikakalita8555 3 жыл бұрын
Aji apunar kotha khini xuni bohutaiiii val lagil...
@barbisaikia9829
@barbisaikia9829 3 жыл бұрын
Sir আপোনাৰ প্ৰায়বোৰ ভিডিঅ' মই চাও।আপোনাৰ ভিডিঅ'বোৰ চাই মই মনত বহুত উৎসাহ পাওঁ।
@binoyhazarika6054
@binoyhazarika6054 3 жыл бұрын
মাননিয় শৰ্মা ডাঙৰীয়া আপোনাৰ এই সুন্দৰ মানসিকতা ওঁ এই সুন্দৰ চিন্তাধাৰাৰ আদৰ্শৰ পেৰণা কাৰপৰা পালে ৷ অনুগ্ৰহ কৰি কবনে বাৰু ৷ আজিৰ দিনৰ বহুত লৰাছোৱালীয়ে এই আদৰ্শ বা সুন্দৰ চিন্তাধাৰা তেওঁলোকৰ মনত নাই ৷ শিক্ষিত হব পাৰে, তেওঁলোকৰ কিন্ত জ্ঞান নাই ৷ বিশ্বাসৰ অবিহনে এজন মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে সেই বিশ্বাস আজিৰ দিনৰ লৰা ছোৱালীৰ নাই ৷
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
Jibon a muk xikai dilay binoy
@faruquemotivationalyoutube1517
@faruquemotivationalyoutube1517 3 жыл бұрын
Dada, you are my inspiration, but I have completed my Student life....
@prakashbhai318
@prakashbhai318 3 жыл бұрын
দাদা আপোনাক এবাৰ লগ ধৰিবলৈ মন আছে 💓💓
@nabajyotigamingzone7774
@nabajyotigamingzone7774 3 жыл бұрын
Sir::পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম কি? Me: Mobile2 আগত লৈ ‌‌ধৈৰ্য্য ধৰি পঢ়ি থকাটোৱেই আটাইতকৈ ডাঙৰ কাম।🙄
@themotohertz8522
@themotohertz8522 3 жыл бұрын
😂😆😂
@trishnadevi5911
@trishnadevi5911 2 жыл бұрын
😄😄😄🤣🤣
@mayukhh168
@mayukhh168 3 жыл бұрын
Love from lakhimpur❤
@amazingvideo1507
@amazingvideo1507 3 жыл бұрын
Waaooo xosakoi sir mor logat ow milise ekdom right apunar kotha bor 🙏😊
@KANDARPAKAISHYAP
@KANDARPAKAISHYAP 3 жыл бұрын
মোৰ লগত কথা বোৰ মিলিছে ছাৰ। 1St srm, 2nd ane k par karilu..,.
@gyanom9565
@gyanom9565 3 жыл бұрын
কথাবোৰ মোৰ হ্নদয়ৰ লগতে লাগি গল।
@pranjalbora891
@pranjalbora891 3 жыл бұрын
100% hxa ktha koise mur jibont2 ankekua hol.........kaile kaile kowte
@manojkumarchoudhury3949
@manojkumarchoudhury3949 3 жыл бұрын
Akdom hosa katha etia postai asu agor kathabur manot pari gaise dada
@deepawalibaishya3008
@deepawalibaishya3008 3 жыл бұрын
Dada apuni Bhout bhal ktha kua 😊❤
@pallabi__2.0
@pallabi__2.0 3 жыл бұрын
সম্পূৰ্ণ মোৰ লগত খাতিছে। Apunr video sai bhut vl lgy.. apunk lg puwar axa thakil dada
@bijoysawtal5345
@bijoysawtal5345 3 жыл бұрын
বহুত বহুত ভাল কথা কেইটা বজাই দিলে sir 🙏🏼🙏🏼🙏🏼👍
@manashsdream1143
@manashsdream1143 3 жыл бұрын
আপুনি বহুত ভাল কথা কয়...... বহুত ভাল পাওঁ আপোনাক.....
@technicaladi4356
@technicaladi4356 3 жыл бұрын
Thank you sir your speak very interesting 👏👏
@sadhandas9336
@sadhandas9336 Жыл бұрын
🙏🙏নৱ প্ৰজন্মৰ সেৱাৰে মানৱ কল্যাণসাধকক সশ্ৰদ্ধ প্ৰণাম।সৰ্বোত্তম বিজয় মানুহৰ অন্তৰ জয়।শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাই প্ৰকৃত শিক্ষা প্ৰদান।অনুপ্ৰাণিত কৰিব পৰাজনেই প্ৰকৃত শিক্ষক।👏🏻👏🏻
@DipakMotivator
@DipakMotivator Жыл бұрын
Dhoinnobad
@withpalash9094
@withpalash9094 3 жыл бұрын
দীপক দা বহুত ভাল লাগে আপোনাৰ ভিডিঅবোৰ
@saurabhnath5752
@saurabhnath5752 3 жыл бұрын
Right 😔😔..aeibure khaise pist phrim....''sb keitai kthai mur lgt milise...
@tulikasonowal8564
@tulikasonowal8564 3 жыл бұрын
🙏🏻🙏🏻🙏🏻 bohut bohut vall lagil kotha bur apuner.
@JyotishkaBhuyan
@JyotishkaBhuyan 3 жыл бұрын
You are my favourite Assamese motivator
@Job_Preparation
@Job_Preparation 3 жыл бұрын
Really sir...you are great...
@lakhyashreegogoi7165
@lakhyashreegogoi7165 3 жыл бұрын
thank you, sir, for giving us advice
@satyasandhyasaikia712
@satyasandhyasaikia712 3 жыл бұрын
Bohut bohut val lagil huni buji loisu kotha bur ,,, kali korim tue khai dise amak ,,,
@nabajitdas5099
@nabajitdas5099 3 жыл бұрын
It's damn true 💯👍❤️
@g.m.assamesechannel
@g.m.assamesechannel 3 жыл бұрын
Nice sir Best of luck
@rimpibordoloi3888
@rimpibordoloi3888 Жыл бұрын
Apuner kotha bur xuni olp holeu mntu akou ghuri gol pohar proti thanks sir
@Pulakeswar_medhi
@Pulakeswar_medhi Жыл бұрын
Very very thak you ! dada apuni mor jibon tu a xoloni kori dile 🥺💯💯🙏🏻🙏🏻🙏🏻🙏🏻
@anneshabhuyan1506
@anneshabhuyan1506 3 жыл бұрын
Great speech sir❤🙏
@rumiakulsum9277
@rumiakulsum9277 3 жыл бұрын
You are right sir, Mukosto koribo gole bohut time los hoi moi vabu Buji loi phribo gle bchi time nlge mont tki jy
@ji2moniasomiyaboy397
@ji2moniasomiyaboy397 3 жыл бұрын
ভাল লাগিল চাৰ আপোনাৰ কথাবোৰ শুনিলে কৰিব মন নোযোৱা কামবোৰো কৰিবলৈ মন যায়
@kantiramdoley4345
@kantiramdoley4345 3 жыл бұрын
Bhut besi val lage apunar videobur sai
@sasadharray9421
@sasadharray9421 3 жыл бұрын
Nice dada. Bhut Val lagil 💖💖 aaponar kothabur akebare hsa Hy 😁 porim porim buli npru aami ☺️
@malongtisso9800
@malongtisso9800 3 жыл бұрын
সছাঁ কৈ পিছত কৰিম বুলি কোৱা শব্দটোৱে জীৱনটো শেষ কৰি দিয়ে,,
@arunjyotihazarika1641
@arunjyotihazarika1641 3 жыл бұрын
Hosa kotha Sir........ Amru akaii goti..... Anekua video lage Sir amk
@samarjitbarman7719
@samarjitbarman7719 3 жыл бұрын
Deepak sirar sakolu pray kithaburei. Monat bahut val lage * Bahut najona kothao janibo parisu
@dhanmoniboro311
@dhanmoniboro311 3 жыл бұрын
Dipankar dada apunar ghr kt hoi mur lgt akhore akhore milise ktha bur....vl lagil sai💓💓💓
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
I stay at jalukbari
@ranjitdutta2943
@ranjitdutta2943 3 жыл бұрын
আপোনাক এবাৰ লগ পোৱাৰ বহুত আশা আছে 😊🙏🙏🙏
@surajitdas9025
@surajitdas9025 3 жыл бұрын
Akdm right dipak da amak ai pasot korim 2 a jiban borbad kori dile
@Shortsindia40
@Shortsindia40 3 жыл бұрын
Bohut val lagil
@vibes_m
@vibes_m 3 жыл бұрын
Bohut val lage apunar kothabur
@bhupenborah8417
@bhupenborah8417 3 жыл бұрын
সঁচাকৈ মোৰ জীৱন লগত মিলি গৈছে কথাখিনি 😭
@subhrajyotikashyap2051
@subhrajyotikashyap2051 Жыл бұрын
জীৱনৰ ১৭ টা মূল্যবান বছৰ অবাবত সময় অপচয় কৰিলোঁ। এতিয়া পাৰিলে বাকী জীৱনটো আগবঢ়াই লৈ যাও যাওঁ বুলি ভাবিছোঁ।
@DipakMotivator
@DipakMotivator Жыл бұрын
Stay blessed
@subhrajyotikashyap2051
@subhrajyotikashyap2051 Жыл бұрын
@@DipakMotivator thank you sir for your reply.মই আপোনাক নলবাৰী নাট্য মন্দিৰত লগ পাইছিলো ।যোৱা বছৰ জুলাইত।HSLC pass student বোৰক অনুপ্ৰেৰণা দিবলৈ।মইও আছিলো তাৰ মাজতে এজন।
@gitikaborabora9217
@gitikaborabora9217 3 жыл бұрын
Sir moi xorure pora assamese medium pohisu etiya b. A 2 nd sem paisu... Etiya engish medium lom buli bhavisu.... Bohut voy lagise sir...... 😔😔
@mrinmoysahariah2631
@mrinmoysahariah2631 3 жыл бұрын
Absolutely right 👍
@naziasultana9547
@naziasultana9547 3 жыл бұрын
Bahut vl lagil aponer katha khini dada
@jiocreation..1118
@jiocreation..1118 3 жыл бұрын
Apunar kotha bur bohut val lage dada 🙂😳
@karabimali3265
@karabimali3265 3 жыл бұрын
Sasa katha dipak da.moro tenekobai hoi.mor Apunk lg pobar bahut hepah ase
@madankhanikar4053
@madankhanikar4053 3 жыл бұрын
Don't skip... লিখিব নালাগেই ... 1st পৰা last.. All video saw.. সঁচাই ছাৰৰ কথা একোৱেই নুই কৰিব নোৱাৰা।।
@Weekndfilms
@Weekndfilms 3 жыл бұрын
Love from dhemaji ❣️
@gawliyalroa
@gawliyalroa 3 жыл бұрын
boom love Dhemaji🥰🥰🥰🥰🤟🤟
@world4024
@world4024 3 жыл бұрын
Dhemaji
@uddiptasaikia2874
@uddiptasaikia2874 3 жыл бұрын
Dhemaji
@TechnicalMD2.0
@TechnicalMD2.0 3 жыл бұрын
Dhemaji
@nasimuddin8741
@nasimuddin8741 3 жыл бұрын
Really sir you are right....
@ajayaxom5077
@ajayaxom5077 3 жыл бұрын
Sir aru anekowa video bonai jaok aapuni🙏🙏🙏🙏
@deepsvlog4031
@deepsvlog4031 3 жыл бұрын
Apunar kotha bur mur lgt ake bari mile jai
@TRINAYANARTGALLERY
@TRINAYANARTGALLERY 3 жыл бұрын
Awesome💝💝💝 #TrinayanArtGallery
@moumonborah6225
@moumonborah6225 3 жыл бұрын
Muru Ane obostha hoi sir...pohim pohim buli a jai.........kintu pohibo mn njai......
@bishalpratimdas8945
@bishalpratimdas8945 3 жыл бұрын
1st view 1st like 1st commet Love you Dipak Da❤️❤️
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
Love ewwww toooo
@altaphussain2395
@altaphussain2395 3 жыл бұрын
@@dipaksarma8334 sir aponar what's app number to dibo sun .....moi buhut depression t asu sir
@dipaksarma8334
@dipaksarma8334 3 жыл бұрын
@@altaphussain2395 9854993418
@eusufali3786
@eusufali3786 3 жыл бұрын
আপনার লেকচার ভাল লাগে
NEVER SURRENDER TO ANY SITUATION...PLAY ON
12:02
Dipak Motivator
Рет қаралды 559 М.
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,4 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 8 МЛН
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 7 МЛН
Respect your opponent. Be honest ,history will remember you.
8:11
Dipak Motivator
Рет қаралды 243 М.
Don't Die Before Your Death - Muniba Mazari #IronLady
38:48
Inspiring Minds
Рет қаралды 5 МЛН
It happens in life. Take it easy...
8:15
Dipak Motivator
Рет қаралды 250 М.
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,4 МЛН