Modar : EPISODE 10 | Junmoni Devi | Arun Hazarika | Ajan | Prince | Priyanka | Assamese Web Series

  Рет қаралды 240,644

AD PRODUCTIONS

AD PRODUCTIONS

Күн бұрын

Пікірлер: 1 900
@ad_production
@ad_production 10 күн бұрын
Don’t miss the End 🥰🙏🏻❤️
@MintuDAS-cx3sg
@MintuDAS-cx3sg 10 күн бұрын
Ok brother 🤜🤛 right baideur kotha khini
@bitupandeka_1k971
@bitupandeka_1k971 10 күн бұрын
Ok
@arsifelahi
@arsifelahi 10 күн бұрын
Ki bonia sa dada ❤❤❤
@hariprasannachutia1578
@hariprasannachutia1578 10 күн бұрын
বেলেগ এখন আকৌ বনাবা।
@sachinkalita-il7qe
@sachinkalita-il7qe 10 күн бұрын
Pam ny aru
@sangitaroy2630
@sangitaroy2630 10 күн бұрын
Filim খন শেষ হৱা কথা কলে বহুত দুখ লাগে ও 😢😢 কাৰ কাৰ দুখ লাগিব 1like kori jowa 👍
@Akashkutumko
@Akashkutumko 10 күн бұрын
Aru div neki
@Lw--oggy--00_ff
@Lw--oggy--00_ff 10 күн бұрын
Mur
@Eli_poli2x
@Eli_poli2x 10 күн бұрын
Dukh nhy vl he lagil mntu
@pompivlog4106
@pompivlog4106 9 күн бұрын
Mur😢
@sangitaroy2630
@sangitaroy2630 9 күн бұрын
Kio ​@@Eli_poli2x
@জ্ঞানশ্ৰী_দাস20
@জ্ঞানশ্ৰী_দাস20 9 күн бұрын
Twist টো ভাল লাগিলে। খুব কান্দিলোও। বহুত বেছি ভাল লাগিলে সঁচা। সদায় মনত ৰৈ যোৱাকৈ এক কাহিনী, মদাৰ। উফ কি কাহিনী 😭💗
@Arish289
@Arish289 10 күн бұрын
Mur dore kune kune wait kori asil like kora❤
@MrLakshinandanRabha
@MrLakshinandanRabha 10 күн бұрын
mui 😅 porhebo eri rui aselu 😂
@YTAxOMPLAYZ04
@YTAxOMPLAYZ04 10 күн бұрын
Poha jua Sai hl jodi​@@MrLakshinandanRabha
@Mantubadsah11
@Mantubadsah11 10 күн бұрын
Moi
@BondonaBondona-b3s
@BondonaBondona-b3s 10 күн бұрын
Moiu bohut akhare roi asilo sab loi
@BHAIRABBORAH-e1z
@BHAIRABBORAH-e1z 10 күн бұрын
moi
@priyakhibora7747
@priyakhibora7747 4 күн бұрын
বহুত ভাল লাগিল ।।। ঠাইবোৰো চিনাকি দেখি আৰু বেছি ভাল লাগিছে, নিজৰ ঠাইবোৰ এনেদৰে দেখা পায়।।।❤❤
@iamushajb7447
@iamushajb7447 10 күн бұрын
#মদাৰ আজি মদাৰৰ শেষৰটো খণ্ডৰ বাবে কোনে কোনে অপেক্ষা কৰি আছে বাৰু? বেয়াই লাগিছে আজিৰ পৰা মদাৰ চাবলৈ নাপাম আৰু 🥺 মদাৰ পাৰ্ট ২ লাগে আমাক 🙌 নাজানো কাহিনীভাগৰ মাজত বৰ বেয়াকৈ সোমাই পৰিলোঁ অ ..! কি হ'ব কি হ'ব তাকেই ভাবি থাকো মদাৰ পাৰ্ট ২ আৰু কোনে কোনে বিছাৰে কমেন্ট প্লিজ মমী ভৰালী কলিতা
@SimpySaikia-c2q
@SimpySaikia-c2q 10 күн бұрын
Part2 nohoi chinema lage
@priyankigogoi
@priyankigogoi 10 күн бұрын
Hsai.. ru..Sao Sao.. lgi thkibo ajir pora.. 😢...
@munmibharali3780
@munmibharali3780 3 күн бұрын
Ekebarote gutei keita khondo Sai hekh krisu aji...bht besi val lgil dei .......❤❤❤❤hklue emn dhunia ovinoy krise....kandilu dei bohut......
@Puja_kumar186
@Puja_kumar186 10 күн бұрын
সুন্দৰ মদাৰ খনৰ পৰা বহুত কথা শিকিলোঁ , জানিবলৈ পালোঁ। ইয়াৰ ভিতৰত এইটো কথা শিকিলোঁ যে কেতিয়াবা ভালপোৱা মানুহ জন বা মানুহ জনী ক কিছুমান পৰিস্থিতিৰ ফলত ও এৰিব লগীয়া বাধ্য ত পৰিব লগা হৈ যায়।। এইয়াই জীৱন❤️ আমি কেতিয়াও কাকো কথা দিব নোৱাৰোঁ যে এইজন বা এইজনী ৰ লগত এ জীৱন অতিবাহিত হব। জীৱন কেৱল বৈ যায় এখন নদীৰ দৰেই..এই নদীৰ সোঁতত কোনে কাৰ লগত কেতিয়া লগ হৈ পৰে সেইয়া আমি কবো নোৱাৰোঁ। বাকী শুভেচ্ছা জনালোঁ আগন্তুক দিনবোৰ ত এনেকুৱা অনুপ্ৰেৰণা যোগায় যোৱা চুটি ছবি পাম বুলি আশা ৰাখিলোঁ❤️
@rijutalukdar8902
@rijutalukdar8902 9 күн бұрын
Bohut val lagise ❤
@Puja_kumar186
@Puja_kumar186 9 күн бұрын
@rijutalukdar8902 takei..film khn val bonaise
@pallabblogss
@pallabblogss 9 күн бұрын
বিচাৰিলে চাগৈ সকলো পোৱা যায় কিন্তু সকলো পাই হেৰাই যোৱা নদী‌ এখনৰ দৰে যানো ৰৈ থাকিও সফল হয়। Comments:Yes/No.❤
@dhritismitapatowary6234
@dhritismitapatowary6234 10 күн бұрын
মদাৰৰ কাহিনীটোৱে সঁচাকৈয়ে মন চুই গ'ল। কাহিনীটোৰ মাজত এনেকৈয়ে সোমাই পৰিছো যে অৱশেষত নিজে নিজে চকুলো বৈ গৈছে।😢😢
@susmitadas.9944
@susmitadas.9944 10 күн бұрын
সঁচাকৈ "মদাৰ" চাই বহুত বেছি ভাল লাগিছে❤ বহুত আশাৰে ৰৈ আছিলো শেষৰ খণ্ডটো চাবলৈ। হৃদয় চুই যোৱা কাহিনী, এনেকুৱা যাতে কাৰো লগতেই নহওঁক, গোটেইকেইটা খণ্ড বহুত বেছি ধুনীয়া। "মদাৰ" উপন্যাসখন কেতিয়া পঢ়িবলৈ পাম বাৰু, অপেক্ষা কৰিম "মদাৰ" হাতেৰে চুই চাবলৈ, এবাৰ পঢ়িবলৈ 😊❤
@JunaliNath-be4rk
@JunaliNath-be4rk 10 күн бұрын
মনতো বেয়া হে লাগিছে মদাৰ শেষ হোৱা দেখি
@himashreebarman
@himashreebarman 10 күн бұрын
​@@JunaliNath-be4rk Umm bht besi 😢
@dulanmaydas7745
@dulanmaydas7745 9 күн бұрын
সঁচাকৈ ইমান সুন্দৰ ছবি ........ এইখন চাগে ছবি আকাৰত নিদিলে "মদাৰ " ৰ কথা গমকে নাপালোঁ হেঁতেন সঁচাকৈ কিমান নিষ্ঠুৰ মানুহ আছে এই পৃথিৱী খনত যিয়ে নেকি কেৱল নিজৰ বাহিৰে কৰোঁ আনজনৰ কথা নাভাৱে কিন্তু তাৰে মাজতো দেৱশিছ (চৰিত্ৰত) ৰ দৰে বহল হৃদয়ৰ মানুহ ও আছে বহুত বহুত ভাল লাগিল অৱশেষত আজি অন্ত পৰিল
@jyotismoimahanta6295
@jyotismoimahanta6295 10 күн бұрын
জীৱনৰ আটাইতকৈ ধুনীয়া অসমীয়া চুটি ছবি ❤ অন্তৰ চুই গ'ল কাহিনী আৰু অভিনয়ে । অশেষ ধন্যবাদ টীম মদাৰ আমাক এনেকুৱা এখন চুটি ছবি উপহাৰ দিয়াৰ বাবে 😊
@NishitaNishita-u8t
@NishitaNishita-u8t 9 күн бұрын
Moi 1st episode pora sai guta kita episode sai kandiso emn dhuniya short film amer majut agborhi Diya baba bhout BHout danabat ❤
@elichetia6378
@elichetia6378 10 күн бұрын
কাহিনীটোৰ বিষয়ে ক'বলৈ ভাষা নাই ❤️ বহুত বহুত বহুত বেছি ভাল লাগিল ❤️ দেৱাশীষ, মল্লীকা, বিদ্যুৎ তিনিওৰে অভিনয় অতি সুন্দৰ। বিদ্যুৎ ওৰফে প্ৰিন্স তুমি বোকাখাট ৰ এজন ভাল অভিনেতা হবা আশীৰ্বাদ আছে। ❤ শেষত বহুত বেছি দুখ লাগিল কাহিনী টো শেষ হোৱাৰ বাবে
@TaraliBarman-kp3tv
@TaraliBarman-kp3tv 10 күн бұрын
সঁচাকৈ বহুত বেছি এ ভাল লাগিল মদাৰ খন চাই। কিন্তু আজিৰ পৰা আৰু চাবলৈ নাপাম বুলি জানিহে অলপ দুখ অনুভৱ কৰিছো। সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে । কাহিনীটোৰ মাজেৰে অভিনয়বোৰ খুব সুন্দৰকৈ ফুটি উঠিছে। আশা কৰো আৰু যাতে আগলৈ এনেকুৱা সুন্দৰ ছবি চাবলৈ পাওঁ। মোৰ ফালৰ পৰা মদাৰৰ সমূহ পৰিয়াল বৰ্গলৈ আন্তৰিক মৰম আৰু অভিনন্দন জনালো আমাক ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে।
@yumi65894
@yumi65894 10 күн бұрын
Bare bare sheck kri asilu . Finnally palu 😚🔥
@munmiborah6847
@munmiborah6847 10 күн бұрын
Sheck❌ Check ☑️
@mousumidutta4342
@mousumidutta4342 4 күн бұрын
বহুত বহুত ভাল লাগিছে চাই। দুখ লগা বাৰু এনেকুৱা মানুহ থাকে নে বাৰু সমাজত নিজ মানসিকতা
@Koushikhaloi-r2i
@Koushikhaloi-r2i 10 күн бұрын
এনেকুৱা কাহিনী আকৌ পাম বুলি আশা কৰিছোঁ 😢❤ বহুতো ভাল লাগিল কাহিনী টো চাই
@udaydas2984
@udaydas2984 4 күн бұрын
সঁচাকৈ কাহিনীটো বহুত দুখ লাগিল ।। আগলৈ কাৰো জীৱনলৈ যাতে এনেকুৱা নহয়। 😢
@Bhabensaikia26
@Bhabensaikia26 10 күн бұрын
মদাৰ কাহিনী খুব ধুনীয়া হৈছে ,, সুন্দৰ উপস্থাপন চাব লগীয়া বিদুৰভাই দৰে মদাৰ চিনেমা হব লাগে ।❤️❤️ জয় আই অসম ✊️
@junmonidevi5462
@junmonidevi5462 10 күн бұрын
Thank you so much 🙏❤
@rupakkgamers6
@rupakkgamers6 10 күн бұрын
Anekoie vl lge
@marytigga3184
@marytigga3184 3 күн бұрын
Hosake bohut val lagil .prothom khondo r pora hekhor khondoloi sai bohut vl lgil
@lizadeka6698
@lizadeka6698 10 күн бұрын
ইমান ধুনীয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ❤️। কাহিনীটোৰ মাজত গভীৰ ভাবে সোমাই পৰিছিলোঁ 🥰
@abinashmedhi5059
@abinashmedhi5059 10 күн бұрын
তোমালোকক কি কম আৰু কবলৈ একো ভাষা এ নাই সকলো তকৈ ভাল লাগিল বিদ্যুত্ ক❤❤❤❤❤❤ mind bloing part................ Good very good.......... All off congrats
@GOUTAMBORAH-g5g
@GOUTAMBORAH-g5g 10 күн бұрын
এই দহটা খণ্ডই সঁচাকৈ হৃদয় চুই গৈছে...মদাৰৰ এই কাহিটোৰ পৰা বহুত খিনি কথা শিকিলোঁ, বুজিলো....AD production❤ ৰ লগতে মডাৰৰ সকলো ব্যক্তিলৈ বহুত বহুত ধন্যবাদ ইমান এটা সুন্দৰ কাহিনী আমালৈ আগবঢ়োৱাৰ বাবে ।
@plabangohain4845
@plabangohain4845 10 күн бұрын
বহুত বেছি আবেগিক হলো। বহুত বেছি কন্দিলো। বহুত ভাল লাগিল সঁচাকৈ।❤❤❤❤❤❤
@mamoniborah8809
@mamoniborah8809 10 күн бұрын
মদাৰ আজিৰ পৰা শেষ হ'ব বুলি জনাৰ পাছত বহুত বেয়া লাগিছে।জোনমনি দেবী বাইদেউলৈ অনুৰোধ জনালোঁ এনেকুৱা মন পৰশা অতি উত্তম ছিৰিয়েল এখন আকৌ যাতে চাবলৈ পাওঁ । লগতে অভিনয় সকলোৰে বহুত সুন্দৰ। ধন্যবাদ ❤❤❤❤❤❤
@BabitaGogoi-dv7he
@BabitaGogoi-dv7he 3 күн бұрын
Bohuttt byseee vl lgl dyy aru Ane kuaa dhyy bonaboo😌😘😘🌸🌸
@Karishma-ak
@Karishma-ak 8 күн бұрын
Bhut besi val lagil oo kondhuwai dile emn xundhor obhinoi . Aru June likhise kahini tu bhut besi val hoise.💯 Xomajor ak jiya kahini ❤ aru ayar psr next episode bur dib please 🥺🥺 😢😢xext comment nkra koi thakibo nuarilu 😭😭😭😭
@animachetia2172
@animachetia2172 5 күн бұрын
বহুত বহুত ভাল লাগিল 10 টা খন্দ একেবাৰে চাইছো ❤❤
@purabidutta1759
@purabidutta1759 10 күн бұрын
বহুত অপেক্ষা কৰিলোঁ ❤ কি ক'ম একো ভাবি পোৱা নাই। এনে কাহিনী আৰু কাৰো লগত নহওঁক। মদাৰ পৰিয়ালৰ সদৌ টি লৈ আন্তৰিক মৰম ও শুভকামনা জনালোঁ। অনাগত দিনত যাতে আৰু ভাল ভাল কাহিনী চাবলৈ পাওঁ তাৰে আশা কৰিলোঁ। বিদুৰভাই দৰে মদাৰকো চিনেমা ৰূপ দিলে মদাৰে দৰ্শকৰ মৰম বুটলিব বুলি আশাবাদী। আজিও বহুত কান্দিলো।😢🥹
@Rajaborgohain47
@Rajaborgohain47 8 күн бұрын
Hosai apunar lukor team tu loi dher blessing thakil emn dhuniya koi mukoli koridise emn a aikhon dhuniya sobi thank you so much aru aguwai juok❤
@HimadriMech-w2w
@HimadriMech-w2w 10 күн бұрын
Bahut bhal lagil sai 1or pora 10or loike salu ❤hosakoi acting bahut mojja aru kahinitu bahut bhal lagil❤
@priyankasaikia5302
@priyankasaikia5302 10 күн бұрын
15:40😢😢নোৱাৰিম চাগে... পৃথিবীৰ আটাইতকৈ বহুত বেছি ভালপোৱা মানুহ জনক আনৰ হাতত গতাই দিব😢😢😢কষ্ট হয় বহুত😢😢😢.... অভিনয় সচাই সলাগ লৈছো 🙏🙏🙏🙏 অসমৰ চুকে কোণে আজিও এনেকুৱা সমাজ আছে যত সৰু বৰ মানুহ বিচাৰ কৰে... খাই উঠি বাচন খন ধুই আনিব কয়.... থুৱাই দিব মন যায়... অন্ধবিশ্বাস ৰ বলি হৈ কত যে কি নকৰে ফলত বহুত কিবা কিবি হেৰুৱাই😢বাকী আগুৱাই যাওক🙏
@debojithazarika3964
@debojithazarika3964 9 күн бұрын
ধন্যবাদ জোনমণি বা.. ভাল লাগিল চাই.. সুন্দৰকৈ উপস্থাপন কৰিলে কাহিনীটো.. লগতে ধন্যবাদ "মদাৰ" ৰ কৰ্মকৰ্তা সকলকো..
@riyabora1223
@riyabora1223 16 сағат бұрын
সকলো কাহিনী আজিয়ে চালোঁ 🥺 বহুত ভাল লাগিল 🥺 এনেকুৱা মানুহৰ বাবে দুটা জীৱন ধ্বংস হল 🥺 আৰু যাতে কৰোঁ লগত নহওঁক 🥺
@harshajitbarman712
@harshajitbarman712 10 күн бұрын
বহুত বহুত ভাল লাগিলে দেই এটা এটাকৈ গোটেই কেইটা খণ্ড চালো বহুত ভাল লাগিলে আমাৰ সমাজত ঘটি থকা এটি সুন্দৰ কাহিনি আগলৈও এনে ধৰনৰ চুটি ছবি আকৌ উপহাৰ দি যায় যেন আপোনালোকে ❤শেষত এটা কথাই কম সুন্দৰ কাহিনী সুন্দৰ অভিনয় সোকলোৰে... Thank you AD PRODOCTION🙏🙏🙏
@swapnasonowal8888
@swapnasonowal8888 10 күн бұрын
ওফ! আজিৰ খণ্ডটো 🔥🔥🔥🔥আৰু আজি সকলোকে ইমান ধুনীয়া লাগিছে দেখিবলে❤❤
@BontiBorah-x1m
@BontiBorah-x1m 10 күн бұрын
হৃদয় চুই যোৱা এক কাহিনী ❤️ শব্দ গাঁথনি ইমানেই সুন্দৰ লগতে অভিনয় উফফ....💖 মল্লিকাৰ অভিনয়ত হাত পৰি গ'ল হিয়া । মদাৰ পৰিয়ালৰ সকলোকে সহস্ৰ প্ৰণাম ইমান ধুনীয়া চুটি ছবি খন উপহাৰ দিয়াৰ বাবে🙏
@dipankarnath9864
@dipankarnath9864 4 күн бұрын
বহুত বেছি ভাল লাগিল একে দিনাই শেষ কৰিলো
@BTSarmy73-s4
@BTSarmy73-s4 10 күн бұрын
Ahi gol finaly 24 hour wait kora pisot uff wtia he moja lagibo sai 🎉🎉🎉🎉❤❤❤
@harjitdas4011
@harjitdas4011 18 сағат бұрын
Bohut val lagil filim khon sekholoi saisu❤❤
@sinmoy600
@sinmoy600 10 күн бұрын
Ufff😲😊 Birat asorit jen loga kahini ata sab palu dei...🤗 Kor pora je ki hoi life tut bapre....🧐😲 Vabilei asorit... Itur pisot xitu episode waaooww ultimate❤️ bohut val lagil dei... Kahini tur acting Sai.... 💞💕
@nikumonilaskar4128
@nikumonilaskar4128 10 күн бұрын
দুখ লাগিল বহুত প্ৰথম Web series খন শেষ হোৱা বাবে ,আৰু দ্বিতীয়তে কাহিনীটোৱে আৱেগিক কৰা বাবে ❤️ইমান ধুনীয়া😍
@AbhinabSarmah-r9x
@AbhinabSarmah-r9x 10 күн бұрын
গোটেইকেইটা খণ্ড চাই বহুত ভাল লাগিল। কাহিনী, অভিনয়, সংগীত সকলোবোৰ কাম বৰ সুন্দৰ হৈছে। Keep Growing TEAM AD PRODUCTION ❤
@AasifKhan-lu6sf
@AasifKhan-lu6sf 10 күн бұрын
Bhut dhuniya lagise sai ...kinto kalir pora alp beya lagi thakibo ..je aru dekha napam buli nex apisot ..bhut dhuniya kam krisa tumaluke thanks alp teem ..anekoi aru val val kam kri jua tumaluke tame mor kamona allahr usrt .. love you all teem 🥰
@satyabotisaikia1080
@satyabotisaikia1080 2 күн бұрын
Xsakoi kandibole badhyo hoi golu.... Khub dhuniya lgile 👍🥺❤
@ABO_GAMER82
@ABO_GAMER82 10 күн бұрын
khub val lagil kahini tu..... bor hundor hoise🥰🥰.......kintu moi akha korisilu je biya mollika aru debasisor huaatu...... moi hei akharei kahinitu sai asilu aru eman din roi asilu kintu hei akha last time ot vagi gol🥺🥺.....tothapiu kahini tu val lagile.....ai kahinitur karone hokoluke dhoinobad jonaisu aru anekuaa hundor kahini ai channelot pam buli akha korilu❤❤
@ChampakLahakar
@ChampakLahakar 5 күн бұрын
আজিকালি সমাজৰ মাজত সছা কথা বোৰ ক'বলৈ গ'লে প্ৰমাণ দিব লগা হয় আৰু মানুহে কোৱা মিছা কথা বোৰ একো প্ৰমাণ নোহোৱাকৈ বিশ্বাস কৰি লয় আৰু দেবাচি দাদা‌ নোহোৱা বা নোপোৱা বস্তু বোৰ লৈ সদায় মনত পৰি থাকে 😢 ঘটনা টো চাই বহুত বেছি ভাল লাগিছে কি কম ক'বলৈ ভাষা নাই 🎉🎉🎉🎉❤😢😢
@JonaliHazarika-h9j
@JonaliHazarika-h9j 10 күн бұрын
বহুত ভাল লাগিল সঁচাকৈয়ে।। বিদ্যুৎ আৰু মল্লিকা তোমালোক দুয়োজনলৈ শুভকামনা থাকিল । ভগৱানে ভালে ৰাখক তোমালোকক ।
@pompisonowal1019
@pompisonowal1019 3 күн бұрын
Bohut bohut bohut bahut vl lagil sai ow bohut
@dilipgogoi618
@dilipgogoi618 10 күн бұрын
sai bhut vl lgisle .ki2 khtom hua krne mon2 bea lgise .so bhut vl lgil bhut ❤️❤️❤️
@ParchiBharali-wx9yw
@ParchiBharali-wx9yw 10 күн бұрын
Xasai bahut dukh loga ek bastab kahini abhinoy sai bujisu kiman dukh loga poristhiti asil . Bikhekh koi hei premik Jone sage kiman dukh Mont rakhi eman val pua suwali jonik anr hat t gotabo pare hoitu etiya jdi ei kahini tu teu saise Kiman sage dukh lagise aru suwali joni aru teur husband u sage olp dukh paise ne .Moi kahini tu saute teulukar bastab sobi khan ei mur monoloi ahi asil Xasai bahut val lagil modar ❤ love from gohpur ❤️
@JeemaniHazarika
@JeemaniHazarika 4 күн бұрын
Xsai bhut val lagil ,aru beyao lagise ❤😢😢
@BinaTirki-e2w
@BinaTirki-e2w 10 күн бұрын
Bohut val lagise episode 1or pora Sai asu so super ❤
@pranjalmedhi1600
@pranjalmedhi1600 6 күн бұрын
Behind the scene khini sai he olp xohoj hoisu nhle to kiba kiba lagi asil. mooojjjaaaa hoise gotei khn ❤️❤️❤️
@GitanjaliThakuria-uc3zo
@GitanjaliThakuria-uc3zo 10 күн бұрын
বহুত ভাল লাগিল চাই । সকলোৰে অভিনয় বহুত ভাল । ❤❤❤ আকৌ এনেকুৱা short story আগলৈ পাই থাকিম বুলি আশা ৰাখিলো ❤❤
@r.jrupjyotisharmayoutubech2045
@r.jrupjyotisharmayoutubech2045 8 күн бұрын
Bohut val lagil sai ❤❤
@ankursaikia2867
@ankursaikia2867 10 күн бұрын
Heart touching series... Bohut val lagil sai ata hosa kahini . Ajir ei letera kisu manuhor manoxikotar karone kiman suali mrityur boli hoise. Aikhon sai buji paok jaate onagoto dinot anekua ghotona aru noghote jen 🙏
@rajakulali8846
@rajakulali8846 10 күн бұрын
Moi gutei episod saisu but aji first comment for modar,,,,,❤❤❤so heart 😊
@user-deep-brh
@user-deep-brh 10 күн бұрын
Same
@mainujubidas7076
@mainujubidas7076 9 күн бұрын
sokupni rokhbo nwarilu..kn2 bhut bhut bhut besi vl lgil..heart touching ...xekh hl nki imn আগ্ৰহেৰে ৰৈ thako..😢😢agoloi ankwa dhuniya pm buli roi thakim..obhinoi xokolere jui dei
@turindrammoran3288
@turindrammoran3288 10 күн бұрын
Finally enan derii roii roii ahill ❤ Hope last episode keitaa nisinaa aji u vall pam saii
@sikhamonisonowal9875
@sikhamonisonowal9875 2 күн бұрын
বৰ সুন্দৰ অভিনয় কৰিছে। ❤
@dimpidas4902
@dimpidas4902 10 күн бұрын
Ahi gl finally omg❣️😍24 hour wait tu waitei trpist akou 5:30r pora wait😢
@GaneshGarg-v8o
@GaneshGarg-v8o 3 күн бұрын
বহুত বেছি ভাল লাগিল মদৰ সোণ ❤❤😮😮😢😢
@ManasiBorthakur12
@ManasiBorthakur12 10 күн бұрын
Eman ɓeake humai golu ai flm khonot wait kre Thakur protitu khondole....hosai bht bht val hoise
@RIMPIGOGOI-q4q
@RIMPIGOGOI-q4q 10 күн бұрын
Jibon ki hikai jua ata jiya kahini.hokolure avinoi khub hundor❤️❤️protitu episode t comment nilikhakoi thakibo nuwara 1st web series.agalman morom aru huvokamona thakil dei.....💐💐
@Amrita_547
@Amrita_547 10 күн бұрын
Mur dore kune kune rukhi asila like kora❤
@BanasmitaDeka-v5x
@BanasmitaDeka-v5x 10 күн бұрын
মইও ৰখি aso sable ❤
@prabinkalita6552
@prabinkalita6552 5 күн бұрын
চকুৰ পানী ৰখাব নোৱাৰিলো ❤ ইমান ধুনীয়া কাহিনীটো ❤🎉
@gaonrlora7544
@gaonrlora7544 10 күн бұрын
Dhuniyaaa hoise ❤❤ Agoloi jatee aruuu anekuwa dhuniyaaa web series Pam buli akha thakil❤❤😊
@purabibaruah9727
@purabibaruah9727 9 күн бұрын
বহুত ভাল লাগিল ছবিখন চাই। ধন্যবাদ ইমান সুন্দৰ কাহিনী এটা আমাক দিয়াৰ বাবে।আৰু এনেধৰণৰ ভাল ভাল কাহিনী সমাজলৈ বাৰ্তা প্ৰেৰণ কৰা কাহিনী আগলৈ পাম বুলি আশা ৰাখিলো।শুভেচ্ছা থাকিল মদাৰৰ সকলো কলা কুশলীক।
@archanapatar
@archanapatar 10 күн бұрын
😢 সদায় ৰখি আছিলো চাবলৈ। ছবি খন সচাকৈ বহুত ভাল লাগিল । শেষ হোৱাৰ কথা শুনিহে বেয়া লাগিল 😢😢
@vinodbaruwal8283
@vinodbaruwal8283 8 күн бұрын
Proud of u Debojit Hazarika It's feel great when u can bring happiness in someone's life..........
@ritamoniborah9173
@ritamoniborah9173 10 күн бұрын
Finaly aihe gol...roi aiselu sabola❤
@geetanjalivlogs535
@geetanjalivlogs535 10 күн бұрын
Hosai Bohut val lagil sai ❤❤aji hekh episode je mon tu beya lagi goise 😢😢 Akou andore apunalukor short film pam buli akha korilu❤ Prince da aru molika ba best milisa kintu👍❤️
@JushnaManash
@JushnaManash 10 күн бұрын
Ahi gol finally roi aselu❤
@dipankardasdipankardas245
@dipankardasdipankardas245 10 күн бұрын
বহুত বহুত লাগিল। বহুত ভাল বানাই যে দিয়ক। চাই একেবাৰে সঁচা লাগিছে। আহু এনেকুৱা বনাবো । বহুত ভাল লাগিল ❤❤❤
@munuhaloi8553
@munuhaloi8553 10 күн бұрын
Bhut xomoy rokhilu 10 number episode r karone bhut vl lagise gote bur episode Sai ❤
@junmanidevi
@junmanidevi 5 күн бұрын
Sai bohot val lagile
@DhritismitaRajbongshi-qv9ph
@DhritismitaRajbongshi-qv9ph 10 күн бұрын
বহুত বহুত মৰম দেই প্ৰতিজনলৈ......❤❤❤
@krishnakalita806
@krishnakalita806 4 күн бұрын
Xosake bhut val lagil ❤
@mintudeka1231
@mintudeka1231 10 күн бұрын
Aru lgeee part ❤
@PriyankaDas-uh6qm
@PriyankaDas-uh6qm 9 күн бұрын
সঁচাকৈ বহুত ভাল লাগিল. দেৱাচিচক ধন্যবাদ জনাইছো কাৰন তেওঁৰ বাবেই মল্লিকাই নিজৰ lifeot আগবাঢ়ি যাব পাৰিলে.
@debo___jitt9448
@debo___jitt9448 10 күн бұрын
কি কম ভাষা নাই ইমান সুন্দৰ❤❤😊
@RJBDanceVlogs
@RJBDanceVlogs 9 күн бұрын
ছোৱালী জনী বহুত ধুনিয়া.... এক্টিং. কৰিছে... ❤❤❤❤❤. Video তো. বিলাক বহুত বেছি ভাল্ লাগিছে.. ❤❤❤❤
@SmritiSonowal-p1x
@SmritiSonowal-p1x 10 күн бұрын
Bohut xomoi rokhilu 😊
@taraligogoi387
@taraligogoi387 3 күн бұрын
Khub bhal lagil, kandi kandi salu
@ShikhaBorah-n2z
@ShikhaBorah-n2z 10 күн бұрын
Tq god.. ahil je teu.. ❤❤
@debasis1997
@debasis1997 5 күн бұрын
Bht bht dhunia lagile
@dikhitabhuyan1819
@dikhitabhuyan1819 10 күн бұрын
Wait kori asilu dei finally 🎉
@bhaktadas4012
@bhaktadas4012 9 күн бұрын
Bohut vl lagil modar series tu sai ❤😊
@TishaDevi1
@TishaDevi1 10 күн бұрын
Ajir pora bohut miss korim 😢
@sabitasarmadeka-ht7bb
@sabitasarmadeka-ht7bb 9 күн бұрын
Dhuniya lagil sai next short flim lage prince da dhuniya hoise tumar acting😘
@Gayatri-Ramchiary
@Gayatri-Ramchiary 10 күн бұрын
Finely bohu xomoi opexyar pisot ahi gol❤🎉
@bornalibora5437
@bornalibora5437 Күн бұрын
Bhut bhut vl lagile sai❤❤❤
@ritupangogoi4553
@ritupangogoi4553 10 күн бұрын
Bht val hoise..sable roi asilu
@kabyashreemedhi9480
@kabyashreemedhi9480 2 күн бұрын
Bohut vl lagil sai
@mahanandahazarika691
@mahanandahazarika691 10 күн бұрын
Mojjaah lagise say Modar tumak akebare nisa logai disa next axa thakil❤❤❤❤
@dimpeesrecipevlogs1161
@dimpeesrecipevlogs1161 9 күн бұрын
সঁচাকৈ হৃদয় চুই গ'ল,সঁচা ভালপোৱাৰ এক জলন্ত উদাহৰণ বিদ্যুৎ, যি কাৰোবাৰ বাবে সমস্ত ত্যাগ কৰিব পাৰে ,দেৱাশীষক মল্লিকাই ইমান ভালপোৱাৰ পাছত ও সি অযোহাত দেখাই মল্লিকাক নিজৰ নকৰিলে,কিন্তু বিদ্যুতে সমস্ত ত্যাগ কৰি কষ্ট কৰি আগবাঢ়ি গ'ল। সঁচাকৈ চকুৰ পানী ওলাই গ'ল । 👍👍👌
@jyotishmitadeka6817
@jyotishmitadeka6817 10 күн бұрын
Roi asilu❤
@tariksaikia5800
@tariksaikia5800 9 күн бұрын
ধন্যবাদ Aunty ইমান সুন্দৰ এখন ৱেব ছিৰিজ আমালৈ আগবঢ়াৰ কাৰণে ❤
@himadrisharma7664
@himadrisharma7664 10 күн бұрын
অজানিতে চকুলো বাগৰি গ'ল😢😢
APATYA | Ep #01 | অপত্য | খণ্ড ১
24:14
DD ASSAM
Рет қаралды 26 М.
FOREVER BUNNY
00:14
Natan por Aí
Рет қаралды 23 МЛН
If people acted like cats 🙀😹 LeoNata family #shorts
00:22
LeoNata Family
Рет қаралды 4,1 МЛН
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 56 МЛН
Jibonor Rong Short Film | Sani Rajbanshi | Jyotishman Borah | Part -1
22:04
FOREVER BUNNY
00:14
Natan por Aí
Рет қаралды 23 МЛН