MOI NOJONAKE | JAANMONI 2005 | ASSAMESE MUSIC VIDEO | GOLDEN COLLECTION OF ZUBEEN GARG | BIHU

  Рет қаралды 7,487,501

NK Production

NK Production

Күн бұрын

Пікірлер: 1 100
@mithi8166
@mithi8166 8 ай бұрын
সৰুতে ভাবিছিলো acting kori থকা বোৰেই গানটো গাই বুলি😅। আগৰ গান বোৰৰ আমেজে বেলেগ আছিল দেই। এইবোৰ গান শুনিলেহে বিহু বিহু লাগে। সকললৈ অসমীয়া নববৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। জয় জুবিন দা❤🎉
@BidyutPriyomSaikia6750
@BidyutPriyomSaikia6750 5 күн бұрын
এই গীত বোৰে যিটো সুখ দিছিল আজিৰ গীত বোৰে নোৱাৰে। মাঘ বিহুৰ আগে আগে তথা ডিচেম্বৰ জানুৱাৰী ত নতুন শ্ৰব্য কেছেট উলাইছিল। সেই সময়ত নিজে শুনাৰ উপৰিও ওচৰ চুবুৰীয়া সকলক ডাঙৰ কৈ ডেকত লগাই আনন্দ পাইছিলো 🙂।। Miss you ভিতালি বা, আপোনাৰ এই কণ্ঠৰ বাবে চিৰ জীৱন অসমবাসী ওচৰত আপুনি অমৰ হৈ ৰব ♥️♥️♥️
@অবিনাশঅসম
@অবিনাশঅসম 4 ай бұрын
ডিচেম্বৰ মানেই জানমণি, জানমণি মানেই ডিচেম্বৰ ❤️ কিমান ভাললগা দিন আছিলে সেইবোৰ দিন ❤️
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
১৬ টা বছৰ পাৰ হৈ গ'ল গানটোৰ বয়স,,। আজিও কতো জীৱন্ত।❤️❤️ চিৰসেউজ এই গান চিৰদিনৰ বাবে চিৰনতুন, চিৰঅমৰ হৈ থাকিব এই গান।ভিতালী বা আপোনাক খুউব মিছ কৰিছোঁ। আপোনি যতেই আছা ভালে থাকক,,শান্তিত থাকক। জয় জুবিন দা।❤️❤️
@Dipankarmedhi877
@Dipankarmedhi877 2 жыл бұрын
😔
@marulidharrabha8339
@marulidharrabha8339 2 жыл бұрын
@@Dipankarmedhi877 অলেখ ধন্যবাদ জনাইছোঁ আপোনাক।
@Dipankarmedhi877
@Dipankarmedhi877 2 жыл бұрын
@@marulidharrabha8339 ❤️
@ManjuSaikia_
@ManjuSaikia_ 3 ай бұрын
I iavemyfavritrsong Dsffgfrscdfssaiavefnvtg
@bikichutia6040
@bikichutia6040 2 ай бұрын
Hosai❤
@ChandanDas-f6p
@ChandanDas-f6p 10 ай бұрын
সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছো ❤
@Kinkarrrr
@Kinkarrrr 8 ай бұрын
Mojaa bihi ❤
@Arghadey1991
@Arghadey1991 10 ай бұрын
i was in assam when this album got released…now i am in kolkata,2024….So many memories attached
@travelvlogs5093
@travelvlogs5093 2 жыл бұрын
১৯৯০ দশকৰ পৰা ২০১০ লৈকে এই সমূহ শ্ৰব্য কেছেটৰ গীত সকলোতে গম গমাই আছিল আৰু সেই দশকৰ প্ৰজন্মই হে বুজিব ইয়াৰ অনুভূতি।
@প্ৰাঞ্জলৰয়
@প্ৰাঞ্জলৰয় 3 жыл бұрын
এনে গান বোৰ কিমান ভাল লাগিছিল । আজি কালিৰ বিহু গানবোৰ বিহু যেন নলগা হল ।
@INDCN2
@INDCN2 4 ай бұрын
😕😕🙂🙂
@sankardas3222
@sankardas3222 Жыл бұрын
জুবিন দাৰ গীত শুনিবলৈ আহিছা যদি তলত এটি লাইক 👍 দি যোৱা। কাৰণ জুবিন দাৰ গীত সুখতো আৰু দূখতো চলে । এনেকুৱা অসমীয়া বিহু গীত মৃত্যুৰ আগলৈকে শুনি থাকিম । জয় জুবিন দা ♥️♥️♥️ । জয় আই অসম ❤️
@bijuborgohain4617
@bijuborgohain4617 6 ай бұрын
😅.. J JJ lllù😊 pp
@midhunmk458
@midhunmk458 2 ай бұрын
🥰 from kerala
@dipulnarah12345
@dipulnarah12345 Ай бұрын
😊😊😊😊😊😊😊😊😊
@nabajyoti9117
@nabajyoti9117 3 жыл бұрын
কত গলা গৈ ভিটালী বা। ইমান দূৰত গলা গৈ ভিটালী বা। য'তেই থাকা শান্তিৰে থাকা।
@axmmrinmyzg4823
@axmmrinmyzg4823 3 жыл бұрын
জন্ম হোৱা তিনি বছৰ পিছত এইটোৰ সৈতে আৰু কেইটামান গান শুনিছিলোঁ...তেতিয়াই চিনি পাইছিলোঁ...জুবিন গাৰ্গ মানৰ এই মানুহজনক...বিহু গাব নোৱাৰে বুলি বহুতে সমালোচনা কৰিছিল...এইজন মানুহক কিন্তয় এতিয়া বিহু মানেই জুবিন গাৰ্গ হৈ পৰিল❤️😍।।পাগলৰ দৰে ভাল পাওঁ মানুহজনক জয় জুবিন দা❤️✊
@kritiman3578
@kritiman3578 Жыл бұрын
Really
@priyankamandalroy493
@priyankamandalroy493 7 ай бұрын
I love thish song ❤❤❤
@dishaborah1349
@dishaborah1349 3 жыл бұрын
প্ৰিয় গানটো❤
@MetamGogoi
@MetamGogoi 5 ай бұрын
😊
@Dunknownboy
@Dunknownboy 2 жыл бұрын
কেমেৰাৰ কোৱালিটি এতিয়াৰ নিচিনা 4k নহব পাৰে ত‍থাপি এতিয়াৰ মিউজিক ভিডিঅতকৈ বহুত ওপৰৰ এইবোৰ গান 💝💝
@kritiman3578
@kritiman3578 Жыл бұрын
Hmm
@saniaraparvin5240
@saniaraparvin5240 8 ай бұрын
Hosa kotha ❤❤
@mojiburali1125
@mojiburali1125 5 ай бұрын
Cfk
@312ANSH
@312ANSH 3 жыл бұрын
এই গান কেইটাই বহাগৰ আগমন দিয়ে ❤️❤️❤️
@AbdulJachimcbcn
@AbdulJachimcbcn 9 ай бұрын
Jjjjjj
@rajibkalita4659
@rajibkalita4659 7 күн бұрын
Juben da aapunak xodai miss koru love you juben da ❤❤❤❤❤❤
@rupankarray2
@rupankarray2 2 жыл бұрын
এই গান বোৰ শুনিলে আকৌ সেই সোণালী শৈশৱৰ ইস্মৃতি বৰলৈ বৰকে মনত পৰি যায়
@bharatzg25
@bharatzg25 22 күн бұрын
জুবিন গাৰ্গৰ‌ বিহু গানৰ বাহিৰে বিহু আধৰুৱা❤
@SIGNATURE-s3r
@SIGNATURE-s3r 3 жыл бұрын
বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭
@riderboypg175
@riderboypg175 2 жыл бұрын
Really
@papubhuyan3314
@papubhuyan3314 Жыл бұрын
same to you bro ki je din asil aru aibu gaan huniye par hoi gol hoikhob din bur😢🥰
@kasturisaikia8785
@kasturisaikia8785 Жыл бұрын
Same
@soundofsilence5505
@soundofsilence5505 11 ай бұрын
Same here., akhom khon borkoi mnt pore.....
@anuragbarman9449
@anuragbarman9449 9 ай бұрын
Hosakoi❤
@nabanitachakravorty8525
@nabanitachakravorty8525 Жыл бұрын
সৰু থাকোতেই শুনা...ভাল লাগিছিল...নিজৰ ঘৰত টি.ভি নাছিল বাবেই ভি.চি.ডি চাবলৈ দূৰলৈ গৈছিলো...কাৰেন্টো অহা নাছিল আমাৰ ফালেই...এতিয়া সময় সলনি হৈ গ'ল....টি.ভি ক'ত পৰি আছে গুৰুত্বই নাই....কিন্তু এই গানবোৰ শুনিলে নষ্টালজিক হৈ যাওঁ....ভালে থাকক জুবিন দা 🌼💚💚💚💜 #জানমণি
@papuvlogsmix7212
@papuvlogsmix7212 Жыл бұрын
এই বোৰ গান শুনিলে বহুত বছৰ পিছোঁৱাই যাব মন যায়
@sayeediqbal3568
@sayeediqbal3568 11 ай бұрын
Thikei koisa
@SouravPathak-su9ow
@SouravPathak-su9ow 8 ай бұрын
Bihu main ❤❤ 13.04.2024 Happy bihu 💕
@navakumarkumbang4263
@navakumarkumbang4263 3 жыл бұрын
ভিটালী বাইদেউক সদায় মিছ কৰিম।আপুনি য'তে আছা শান্তিত থাকা।
@PriyaRoy-bh7ki
@PriyaRoy-bh7ki 4 ай бұрын
My Name is Pranab Boro. When I class 5 ? Super hitt song. It's reminding to me for ever. This is my memories . Love u Zubeen da. ❤
@tinkuboro124
@tinkuboro124 Жыл бұрын
নমৰা লৈকে এই গীতবোৰ শুনি যাম🥲🥲 বহুত miss কৰো সেই দিনবোৰলৈ
@prandeepsonowal6210
@prandeepsonowal6210 3 жыл бұрын
এই ছবিবোৰে যি সুখ দিছিল আজিকালিৰ ছবি বোৰে নোৱাৰে। মনৰ দুখ ভাগৰ সকলো আতৰাই দিছিল।❤
@sanjaySharma-dl7bc
@sanjaySharma-dl7bc 11 ай бұрын
Yes
@AkinModi
@AkinModi 10 ай бұрын
😢
@Sv.9Vlogs
@Sv.9Vlogs 11 ай бұрын
I'm From Maharastra first time I'm listening this song ❤ very beautiful song। Again and again I'm listening this song many more , lyrics , music singers and acters are so nice Asaamee ❤
@Srk12381
@Srk12381 10 ай бұрын
Love from Assam bro thank you so much u hear our song
@sabitadeka4752
@sabitadeka4752 7 ай бұрын
Jiman xunileu hepah nopolai❤
@monjitbharalimusic6570
@monjitbharalimusic6570 3 жыл бұрын
Horu kaloi mont pori jai o😌😍😍😍 Zubeen da and Vitali ba buli kole bihu main...🔥🔥🔥
@nilabhjyotikalita944
@nilabhjyotikalita944 3 жыл бұрын
"অ মৰমৰ মইনা জান সাগৰ গভীৰ যিমান মৰম গভীৰ যিমান বুলি" চেনাইক কৈ বাইদেউ জোনবাইৰ দেশলৈ গুচি গল
@SanjayBiswakarma-b7e
@SanjayBiswakarma-b7e 6 ай бұрын
Sirf Zubeen Garg Ke Liye Mein Aapna Jaan Bhi de sakta Hun 💓😘 Bahut hi behtarin kam
@Madhurjya.bhuyan-s1e
@Madhurjya.bhuyan-s1e 3 жыл бұрын
এই সুমধুৰ আৰু চিৰসেউজ বিহু গীত সমুহত ভিটালী বাৰ কন্ঠ আৰু স্মৃতি যুগমীয়া হৈ থাকিব। শৈশৱৰ স্মৃতি
@taylor1456
@taylor1456 3 жыл бұрын
Horu kaloloi mnot pari jai💛💛💛💛
@mintugogoi4123
@mintugogoi4123 3 жыл бұрын
We
@Babu-p2h
@Babu-p2h 3 жыл бұрын
ভিটালী বা,,,😭😭😭,,,,,,,আপোনাৰ গান সদায় আমাৰ মাজত চিৰযোগমীয়া হৈ ৰব । আপোনাৰ বাবে আকৌ আহিলোঁ
@madhujyaburagohain7382
@madhujyaburagohain7382 2 жыл бұрын
QZz
@monkalita7602
@monkalita7602 3 жыл бұрын
Bahut Val lage mon tu Val lagi jai ki kom aru Xoru kalor loi monot pore ।😘
@suruzjyotideka5006
@suruzjyotideka5006 7 ай бұрын
Moi nojonake tumi hola ..........bihu buli kole zubeen da ❤❤❤
@sumanboro861
@sumanboro861 3 жыл бұрын
Hosa kee aji bohut realize koresu ❤❤❤❤❤❤❤❤old is dimand😍😘😘😘😘
@sanjaymedhi2214
@sanjaymedhi2214 2 жыл бұрын
আজি পহিলা বহাগৰ দিনা কোনে কোনে এইটো গান শুনি আছা like দি যোৱা এটা। এইবোৰ গানতে পাও ভাল লগা স্মৃতিবোৰ শৈশৱৰ।
@ApataniPatir-s1u
@ApataniPatir-s1u 8 ай бұрын
Tw
@daskanak8386
@daskanak8386 3 жыл бұрын
Aibor ganor lyrics emn dhuniya😍😍😍huni thakileo Mon novore aru ajiklir singer a ki gay dudinor hit only.words bisari npy sage
@khatiaxomiyalora7631
@khatiaxomiyalora7631 Жыл бұрын
Ki je hunali din asil o hai din bur..... Ai bihu huriya geet bur kot herai gol bru.💎
@Bishalbaruah7889
@Bishalbaruah7889 3 жыл бұрын
জুবিনদাৰ এই বোৰ গান শুনিয়েই লৰালি কাল পাৰ কৰিছো, এতিয়াও প্ৰিয় l
@रोहितनायक-च7घ
@रोहितनायक-च7घ 3 жыл бұрын
😊
@ABHI.961
@ABHI.961 11 ай бұрын
Please like 2024 rt Kuna Kuna ai gan tu hunixa ....king of জুবিন garg
@arunkukku3500
@arunkukku3500 3 жыл бұрын
I can't understand this lyrics.... But i like this song ❤️👌 Love from kerala ❤️
@Pranjalborah-l8e
@Pranjalborah-l8e 3 жыл бұрын
Thank you brother ❤️
@SmartBoy-k3h
@SmartBoy-k3h 2 жыл бұрын
Arun kukku really. where are you from
@opindia1000
@opindia1000 2 жыл бұрын
This is an old evergreen Assamese song ❤️❤️❤️
@arunkukku3500
@arunkukku3500 2 жыл бұрын
@@Pranjalborah-l8e ❤️
@arunkukku3500
@arunkukku3500 2 жыл бұрын
@@SmartBoy-k3h kerala 😊
@nayankumarpawe2671
@nayankumarpawe2671 2 жыл бұрын
Mur class friend or logot bench bojai bojai eibur gaan guwa monot pore o bohut val lagisil
@sangitasaha7223
@sangitasaha7223 3 жыл бұрын
আজিকালিৰ গানবোৰে এই গানবোৰৰ কাষ এ চাপিব নোৱাৰিব...old is gold ❤
@mrinmoyneog890
@mrinmoyneog890 2 жыл бұрын
সঁচা কথা । জুবিন দাৰ সমান হ'বই নোৱাৰে।
@ujjalnath3468
@ujjalnath3468 2 жыл бұрын
Hoi
@wellcome2sbts235
@wellcome2sbts235 2 жыл бұрын
Old is gold new is daimond
@jayantanath2444
@jayantanath2444 Жыл бұрын
Hosakoi
@jayantanath2444
@jayantanath2444 Жыл бұрын
Old is gold my fabrait song
@a-035-devaraj_s_p8
@a-035-devaraj_s_p8 3 жыл бұрын
I'm from Tamil Nadu! Can't understand any words. The music is lit❤️ mesmerizing 🙏🏻
@debarukalandi5735
@debarukalandi5735 3 жыл бұрын
Km
@bipulboro9794
@bipulboro9794 3 жыл бұрын
I live in chennai i love tamil nadu Tamil people also
@bipulboro9794
@bipulboro9794 3 жыл бұрын
Tamil peoples are honest
@zubarpegu2648
@zubarpegu2648 3 жыл бұрын
Ok tambi
@ilovecricket6583
@ilovecricket6583 2 жыл бұрын
Love❤ from Assam
@2.0940
@2.0940 8 ай бұрын
Bihu age age kine hunisa like kora 🤍mathu 12 din bihu loi advance happy bihu 💐
@jindaginamilgengidubara1217
@jindaginamilgengidubara1217 3 жыл бұрын
পুৰণি স্মৃতি আকৌ এবাৰ মনত পেলাই দিলে Love জুবিন আৰু স্বৰ্গীয় ভিটালি বাইদেউ 😭❤️❤️
@nipenbaruah4442
@nipenbaruah4442 3 жыл бұрын
Z
@nazmulahmed1103
@nazmulahmed1103 3 жыл бұрын
ইমান ধুনীয়া বিহু গানবোৰ শুনিয়েই সৰুৰ পৰা ডাঙৰ হ'লো । ভিটালী বাইদেউৰ অকাল বিয়োগত মৰ্মাহত হ'লো ।Rest in peace Vitali Baideu 😭😭...
@ridipmaina3827
@ridipmaina3827 3 жыл бұрын
কৃষ্ণ, bhitali বাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
@jurirabha6118
@jurirabha6118 3 жыл бұрын
@@ridipmaina3827 h
@SIGNATURE-s3r
@SIGNATURE-s3r 3 жыл бұрын
বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭
@nagannb8149
@nagannb8149 3 жыл бұрын
oO99
@riyanvloglifex7452
@riyanvloglifex7452 2 жыл бұрын
@@ridipmaina3827 666t
@LalitDeka-w3i
@LalitDeka-w3i 13 күн бұрын
Dhuniya Bihu....Mur bohot val lage....Jai Aai Assam.
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
শৈশৱ লুকাই আছে ইয়াত ❤️🥺
@অবিনাশ-123
@অবিনাশ-123 Жыл бұрын
গীতৰ কি সুন্দৰ শব্দ আৰু অপূৰ্ব ছন্দ। আজি কালি বজৰুৱা কিছুমানে কি গায়, গান হে গায় নে কাৰোবাক গালিহে পাৰি থাকে ধৰিয়ে নোৱাৰি।
@poranjyotiborah5435
@poranjyotiborah5435 3 жыл бұрын
জুবিন দাদা আৰু ভিতালি বাৰ বিহু গান যি সকলে ভাল পোৱা তলত like কৰি যোৱা.....👇👇
@mexi1344
@mexi1344 3 жыл бұрын
Yes
@mexi1344
@mexi1344 3 жыл бұрын
@@expresswords9960 AYURVEDIC MEDICINE expairy নাই যিমান পুৰণি সিমানে কাজ্যকৰি No side effects
@ridipmaina3827
@ridipmaina3827 3 жыл бұрын
কৃষ্ণ
@gamingmanash2225
@gamingmanash2225 3 жыл бұрын
Like nokoru
@gamingmanash2225
@gamingmanash2225 3 жыл бұрын
Jubin dar nam LOI like loba bisarisa
@pabanmedhi7464
@pabanmedhi7464 Жыл бұрын
এই গানবোৰ বৰ্ত্তমান মোক বহুত আবেগিক কৰে । এই গানবোৰ শুনি শুনি তানুৰ প্ৰেমত পৰিছিলো। ই love you❤ Munu। তুমি মোৰ নোহোৱা ।
@lokapriyagogoi7047
@lokapriyagogoi7047 4 жыл бұрын
এনেকুৱা বিহু গান বিলাকে ভাল আছিল, আকৌ ঘূৰি আহিব লাগে ।। আমনি নালাগে শুনি
@najrulliv4127
@najrulliv4127 3 жыл бұрын
niec
@dipakrajkonwar9101
@dipakrajkonwar9101 3 жыл бұрын
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭 😭😭😭😭😭❤️❤️❤️
@dipakrajkonwar9101
@dipakrajkonwar9101 3 жыл бұрын
😘
@_shi_goi_
@_shi_goi_ Жыл бұрын
উফফ ঢোলৰ চেও❤️❤️
@manabpegu7552
@manabpegu7552 3 жыл бұрын
জুবিন দাৰ সকলোবোৰ গানেই মোৰ অতিকৈ প্ৰিয়
@shilpaborah4435
@shilpaborah4435 3 жыл бұрын
Aei bar murder bary
@MondeepHazarika-do1di
@MondeepHazarika-do1di 6 ай бұрын
Miss koru bohut ki dhuniya asil hei lorali din bur 😢😢😢
@gautamdeka-p2q
@gautamdeka-p2q 2 жыл бұрын
বিহু গীতৰ জয়জয় ময়ময় সময়লৈ মনত পৰি যায়।
@SHORTS_U
@SHORTS_U 2 жыл бұрын
Àq
@kullpratimdas3349
@kullpratimdas3349 Жыл бұрын
Qq
@basukkurbah1166
@basukkurbah1166 Жыл бұрын
​@@SHORTS_U you
@bavrogaming6104
@bavrogaming6104 Жыл бұрын
এই গানটো শুনিলে সৰু কালৰ কথা মনত পৰে 😌
@bikashborah8195
@bikashborah8195 3 жыл бұрын
Nk production 🔥🔥🔥❤️❤️
@hrinternettravels7352
@hrinternettravels7352 2 жыл бұрын
Asol Gaan Aibur he hunilei Bihu Bihu lage... amoni nologa Bihu
@assamvideos1816
@assamvideos1816 3 жыл бұрын
সৰুকালৰ স্মৃতি ❤️❤️❤️❤️❤️❤️❤️❤️
@japantewa9986
@japantewa9986 3 жыл бұрын
Right
@junjunsvlogs3365
@junjunsvlogs3365 29 күн бұрын
মোৰ নিচিনাকৈ কোনে কোনে পুৰণা বিহু গান শুনে
@JunjunakMoi-gc1of
@JunjunakMoi-gc1of Жыл бұрын
এইবাৰ হে গান ❤
@boloramnath701
@boloramnath701 10 ай бұрын
𝙇𝙤𝙫𝙚 𝙮𝙤𝙪 জুবিন দা ❤🥀 !!!
@risaporimixassamese3044
@risaporimixassamese3044 Жыл бұрын
এই গান বোৰ সদায় প্রিয় ❤❤❤
@JdhdhGidvd
@JdhdhGidvd 20 күн бұрын
❤❤❤❤ Guntur porwal
@abinao6220
@abinao6220 3 жыл бұрын
এইবোৰ গান শুনিলে সৰু কাললে মনত পৰে কেতিয়াবা ভাবো এই দিনবোৰ কেতিয়ানো ঘূৰাই পাম বুলি । সকলো বিহু প্ৰেমি ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনালো ২০২১ ।
@SIGNATURE-s3r
@SIGNATURE-s3r 3 жыл бұрын
বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭
@kashmirmahanta4151
@kashmirmahanta4151 3 жыл бұрын
@@SIGNATURE-s3r ললশশষষষনশষন ঝড় হোন ঝহহলজল। জ
@dhruvthevloggerr
@dhruvthevloggerr 2 жыл бұрын
Wahhhh mon suiii jai ooo agor ganor nisina kunu gaan hobo nuware 🥺❤️agor kotha burruu monot pore 🥲❤️🫂
@himangshugohain8259
@himangshugohain8259 3 жыл бұрын
Aji kalibur bihu hoise neki.... Zubeen daa love you❤️❤️❤️❤️❤️❤️❤️❤️
@Agniloying642
@Agniloying642 11 ай бұрын
Such a pure voice ❤❤ Aikeidin gaantu xuniye asu, comment atao korib pora ni.. oti hundar ❤
@santanudas4340
@santanudas4340 3 жыл бұрын
Zubben is the greatest singer of Assam❣️❣️❣️
@bidyuthazarika3532
@bidyuthazarika3532 7 ай бұрын
10000000 khuni leu hepah nopolyi ❤❤
@ujonirswapnil647
@ujonirswapnil647 3 ай бұрын
2025 people ❤
@BiswajitChetia-xu4te
@BiswajitChetia-xu4te Ай бұрын
All time fvrt.....'
@Janmonigogoi1233
@Janmonigogoi1233 2 жыл бұрын
সুন্দৰ গান
@tapashmandal4491
@tapashmandal4491 3 жыл бұрын
কৈশোৰ জীৱনৰ সেই স্মৃতিবোৰ, য'ত হাইস্কুলত পঢ়ি থকা অৱস্থাত।স্কুলীয়া লগৰ বন্ধু-বান্ধৱীৰ লগত একেলগে সেই বিহু গানবোৰ গাই ফুৰিছিলো আৰু নৃত্য কৰিছিলো।
@indadulhoque4957
@indadulhoque4957 3 жыл бұрын
Right bro.
@dibyajyotiborthakur1980
@dibyajyotiborthakur1980 3 жыл бұрын
Right
@dildarhusain1195
@dildarhusain1195 3 жыл бұрын
Ooollolol all o Llllllllllllllllllllllo Lo ki lo love look look Lou I lppoiloloo Love 💕 km of p aa 🎉
@borokhadeka12345
@borokhadeka12345 11 ай бұрын
🎉
@ShahidulIslam-gm4of
@ShahidulIslam-gm4of 8 ай бұрын
Nice❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉
@roysinghsingularity2844
@roysinghsingularity2844 3 жыл бұрын
Very beautiful song love from ledu Assam
@abhijitgohain9505
@abhijitgohain9505 Жыл бұрын
Eman bhal lagisil hei din bur eman hepah asil vcd bur
@TinkuNath-m3u
@TinkuNath-m3u 4 жыл бұрын
Bhut dinor pasot gaan tu huni bohut vhal lagil ❤️ god job 👍👍👍
@BiKaShDuLaL96
@BiKaShDuLaL96 2 ай бұрын
Best Assamese song evergreen assamese song ❤ lots of from an Assamese Gorkha ❤ জয় আই অসমী। জয় Gorkha।
@dreamisangma
@dreamisangma 11 ай бұрын
Anyone here in 2024??
@mrjonab6760
@mrjonab6760 11 ай бұрын
Yes
@chaokaustavburagohain4903
@chaokaustavburagohain4903 11 ай бұрын
Aji bihu j
@thetimesquare6948
@thetimesquare6948 11 ай бұрын
Yes bihu
@possible3199
@possible3199 11 ай бұрын
Yes
@beautifulaxm7376
@beautifulaxm7376 11 ай бұрын
Yes I do❤
@asfakahmed7883
@asfakahmed7883 7 ай бұрын
হীয়াৰ আমথো জুবিন দা গীত বোৰ কেনেকৈ পাহৰো আৰু কিয় নুহোনকে থাকিম
@bimanborah-p1o
@bimanborah-p1o 11 ай бұрын
মই আজিও চাইসো ১৫/১/২০২৪ ।পুৰণা কথাবোৰ মনত পৰি যায় অ।
@পলপল্লৱমজুমদাৰ7
@পলপল্লৱমজুমদাৰ7 2 жыл бұрын
Aha kli exam bt 2 week pst bihu...... ❤
@gautamzgrabha4054
@gautamzgrabha4054 3 жыл бұрын
সেই দিন ঘুৰি নাহে আৰু বহুত মধুৰ আছিল দিন কেইটা।
@dibyajyotiborthakur1980
@dibyajyotiborthakur1980 3 жыл бұрын
Right
@sumthiraborah8131
@sumthiraborah8131 8 ай бұрын
Bohag bihu uruka ninja pit ha puri thakuta Huni asu❤ 2024
@kenny-robba-starr
@kenny-robba-starr 3 жыл бұрын
Jay Ai Axom😊♥️ Simple life Beautiful Life..!!💞🇮🇳
@prahladray3339
@prahladray3339 11 ай бұрын
যিমান বাৰ সুনিনেও এই গান বোৰ হেপাহ নপলায়,,,, ভিতালী বাইদেউক বহুত মনত কৰোঁ,,,😂 আপুনি যতে আছে শান্তি ত থাকক 🙏🙏🙏
@gajendradas7017
@gajendradas7017 3 жыл бұрын
বহুত কথা মনত পৰি যায় ❤️❤️
@TutuNath-pc6jr
@TutuNath-pc6jr 7 ай бұрын
❤❤❤
@Vs-mr9vh
@Vs-mr9vh 3 жыл бұрын
This song is memories bring back❤️
@VidurBhagat-p4b
@VidurBhagat-p4b 10 ай бұрын
Veri nice ❤
@sanjaykumarworld6567
@sanjaykumarworld6567 3 жыл бұрын
Don't worry..... We will meet here after 30 years listing this gem ❤❤❤
@monishbordoloi9111
@monishbordoloi9111 2 жыл бұрын
Thik koise dada 🥺
@rajuphathak4635
@rajuphathak4635 2 жыл бұрын
Don't worry...We will meet here after 30 years listing this gem ❤️❤️❤️
@opindia1000
@opindia1000 2 жыл бұрын
Ohkk 👍👍👍
@rihaan8099
@rihaan8099 2 жыл бұрын
No. English. আমি অসমীয়া। So, অসমীয়াত comment কৰক না, চাইও ভাল লাগিব। আমি অসমীয়া হৈ কিয় বাৰু কেবল ইংলিছ মাৰি থাকো..!
@fokrulislam6902
@fokrulislam6902 2 жыл бұрын
​@@rajuphathak4635
@kanxikanxi120
@kanxikanxi120 3 жыл бұрын
Nasi maan gol ooooo ....😍🥰💋♥️👌👌❤️
@jibonsaikia1797
@jibonsaikia1797 3 жыл бұрын
Mojja gaan 😅
@dipendudeb1604
@dipendudeb1604 11 ай бұрын
Zubeen Da + 20's Bihu song =🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@euphoricexplorer9608
@euphoricexplorer9608 11 ай бұрын
My fav song from Janmoni😢❤ damn feeling nostalgic
@taanveerraaj4665
@taanveerraaj4665 11 ай бұрын
Janmoni buli kole monot xoday syamantika ba thakibo. ane keyao tair bahire Janmoni hobo nuware ❤️❤️
Jaanmoni 2010 | Audio Jukebox | Bihu Song | Zubeen Garg | NK Production
40:23
RDC Assamese Official
Рет қаралды 759 М.
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 43 МЛН
Chokuwe Kotha Kole Iman Morom Lage - Rangdhali
5:47
Music And Desi Video
Рет қаралды 3,3 МЛН
JIBON NAMOR | ANJANA 2006 | ASSAMESE MUSIC VIDEO | ZUBEEN GARG | BIHU SONG
10:32
Jonbai 2008 Kolia Daore
9:18
pran1702
Рет қаралды 11 МЛН